সেই বেয়া VIDEO বোৰ চাইছিলোঁ 😡😡😡 || Assamese Podcast Ft Trandali Murchana

แชร์
ฝัง
  • เผยแพร่เมื่อ 5 ก.พ. 2025
  • স্বামীৰ অবৈধ সম্পৰ্ক || নাৰীক অকল ব্যৱহাৰ কৰে || Assamese Podcast Ft Trandali Murchana
    Subscribe Our Clips Channel : / @kothastudioclips
    Connect with us:-
    Instagram :- ...
    Facebook :- www.facebook.c...
    TH-cam :- / @kothastudio
    For business enquiries:- kathastudiobusiness@gmail.com
    Don't Forget To Like, Share, And Subscribe For More Captivating Stories And Content.
    #AssamesePodcast
    #kothastudio
    #accessbars
    #podcastinterview

ความคิดเห็น •

  • @dhanadadevidoley8594
    @dhanadadevidoley8594 8 หลายเดือนก่อน +11

    তুমি বহুত সুন্দৰ মনৰ অধিকাৰী। তোমাৰ যি জন‌ ‌মানুহ আছিল সেই জন তোমাৰ উপযুক্ত ই নহয় । গতিকে জীৱনত অকলশৰেই আগবাঢ়ি যোৱা‌ যাৰ কোনো নাই তেওৰ ভগৱান আছে। জীৱনত বহুত ধুমুহা আহে আৰু বহুত ঘাট প্ৰতিঘাট আহে সেইয়া অতিক্ৰম কৰি‌ সাহসেৰে জীৱনটো আগুৱাই যোৱা‌টোহে আচল জীৱন। সদায় আনন্দ মনৰে ‌থাকিবা ।ভাল কাম কৰি‌যোৱা ভগৱানে সহায় কৰিব

  • @bhriguphukan8313
    @bhriguphukan8313 8 หลายเดือนก่อน +19

    আপোনাৰ কথাখিনিয়ে হৃদয় ছুই গ'ল ।বহুত ভালেৰে থাকক ।

  • @dalimihandique1580
    @dalimihandique1580 8 หลายเดือนก่อน +27

    সংগ্ৰাম জীৱনৰ আন এটি নাম।
    গীতৰ কথাৰে
    --_সংগ্ৰাম লাগে আজি
    সংগ্ৰাম লাগে
    সংগ্ৰামৰ বিনে আজি
    একোৱেই নাহে।
    বহুত ভাল লাগিল। আগুৱাই যোৱা।সোণ পুৰিলে উজ্জ্বল হয়।

    • @junchetia6211
      @junchetia6211 8 หลายเดือนก่อน

      Llllllllllll

  • @chinupathak2664
    @chinupathak2664 8 หลายเดือนก่อน +12

    ঠিক আপোনাৰ দৰেই মোৰো জীৱনটো এটা ট্টজেডী হৈয়েই ৰ'ল। মোক তেওঁ মানসিক ৰোগী সজাই Enjoy কৰিছিল। আলোচনাখিনি শুনি আৰু অভিনয় চাই সুখী হলোঁ।

  • @RanjanaMoran-h3p
    @RanjanaMoran-h3p 7 หลายเดือนก่อน +11

    বহুত ভাল লাগিল কথা বোৰ শুনি। এগৰাকী সাহসী মহিলা বিষয়ে জানি আৰু বেছি ভাল লাগিল । অনাগত দিন বোৰ সুখৰ হওঁক ❤❤❤❤

    • @LBordoloi-xw1zf
      @LBordoloi-xw1zf 6 หลายเดือนก่อน

      তোমাৰ সাংসাৰিক জীৱনৰ কাহিনী শুনি বৰ বেয়া লাগিল
      এতিয়া তুমি তোমাৰ কামৰ মাজেৰে জীৱনটোক আগবঢ়াই নিয়া তাকে কামনা কৰিলো।

  • @aamarjibonbhumika8075
    @aamarjibonbhumika8075 8 หลายเดือนก่อน +4

    Podcast সদায় চাই আহিছো। আগলৈ চাম। আজি বিশেষ ভাল লাগিল। টন্দ্ৰালীৰ কথা শুনি বহুত বেয়া লাগিছে কিন্তু নিজে নিজৰ ওপৰত নিৰ্ভৰ হৈ খোৱা লোৱা কৰি আহিছে। প্ৰজিটিভ মনৰ মানুহক মোৰ বহুত বেছি ভাল লাগে❤ টন্দ্ৰালীলৈ বহুত বেছি শুভেচ্ছা জনালো আগুৱাই যোৱা... Best of luck❤❤❤

  • @bulubaishya5454
    @bulubaishya5454 8 หลายเดือนก่อน +16

    বহুত ভাল লাগিল ৷ কোনোবাই কৰা অৱহেলাত নিজক দুৰ্বল বা ধ্বংস নকৰি নিজৰ জীৱনটো নিজৰ ধৰণেৰে সজায় ল’ব লাগে ৷ সৰু সৰু কথাত সুখী হ’ব পাৰিলেই জীৱনটো উৎযাপন কৰাত সহজ হয় অন্যথা যিমান পালেও কিছুমান মানুহে আৰু পোৱাৰ হাবিয়াসত নিজক সুখী বুলি ভাবিবও নোৱাৰে, ক’বও নোৱাৰে ৷
    আপোনাৰ মাৰ মৃত্যুৰ দিনাৰ কথাটোৱে সঁচাকৈ আবেগিক কৰিলে কাৰণ মোৰ মা ঢুকোৱাৰ দিনাও মই গুৱাহাটীৰ পৰা নলবাৰীৰ ঘৰলৈ বাছত অকলে যাবলগীয়া হৈছিল কান্দি কান্দি, এখেতৰো কিবা এটা অসুখ হৈ আছিল বাবে, ময়ো বাছত সহযাত্ৰীৰ পৰা সহানুভূতি পাইছিলোঁ কিন্তু মাক মই দেখিলোঁ কিন্তু মাই মোক নেদেখাকৈয়ে গুচি গ’ল যি আজিও সেই দুখে অন্তৰত খুন্দিয়াই থাকে ৷
    আপুনি আগুৱাই যাওক ভাল কামবোৰৰ মাজতে জিলিকি থাকক সদায়ে শুভেচ্ছা জনালোঁ ৷
    মোৰো মনৰ কথাখিনি কৰবাত মিল থকা বাবে মন্তব্যটো দীঘলীয়া হ’ল বেয়া নাপাব ৷

  • @himajitaborah8148
    @himajitaborah8148 8 หลายเดือนก่อน +4

    বৰ ভাল লাগিল। বাইদেউ গৰাকী মংগল হওঁক। ধন্যবাদ 🙏

  • @diptimudoi6177
    @diptimudoi6177 6 หลายเดือนก่อน +1

    তন্দালী সচাই আমাৰ সাহস আৰু প্ৰেৰনা।ইমান মৰম লগা আৰু কথাবোৰো খুউৱ ভাল লাগে।

  • @apurbohazarika7863
    @apurbohazarika7863 6 หลายเดือนก่อน +1

    তন্দ্ৰালী তোমাৰ জীৱন সংগ্ৰামৰ কথাবোৰ জানি দুখ লাগিল ,তুমিযে দুখৰ মাজতো তৰা হৈ জলিকি আছা , তোমাৰ পৰৱৰ্তী জীৱন সুখময় হওঁক❤❤❤❤❤

  • @JyotiChutia-x3i
    @JyotiChutia-x3i 8 หลายเดือนก่อน +3

    বহুত মৰম আৰু শুভেচ্ছা জনালোঁ। মৰিগাঁও জিলাত সতীৰ্থ হিচাপে পাই বহুত ভাল লাগিল। সাহসী মহিলা..... নাৰীৰ সমাজৰ আদৰ্শ হৈ হওঁক। ❤❤❤

  • @hemantahazarika9715
    @hemantahazarika9715 8 หลายเดือนก่อน +48

    অশিক্ষিত মানুহক নিৰ্বাচন কৰক , কিন্তু অকমন্য আৰু এলেহুৱা মানুহক জীৱন সংগী হিচাপে নিৰ্বাচন নকৰিলে বহু ছোৱালীৰ জীৱন বাচিব, কামত সৰু বৰ বিচাৰ নকৰা মানুহ বাচক, আত্ম অহংকাৰী আৰু মিথ্যাভাষিক বাচনি কৰক, অতিপাত ফিতাহী আৰু ফটোৱা স্বভাৱৰ মানুহক নিৰ্বাচন কৰিব নালাগে, কিন্তু অশিক্ষিত মানুহক আমি বেয়া বুলি কব নোৱাৰো, পৃথিৱীত এনে বহু ব্যক্তি আছে যি স্কুলৰ দেওনা দেখি পোৱা নাই অথচ সমাজত এজন সচাঁ আৰু সচেতন মানুহ হিচাপে নিজকে পৰিচয় দিবলৈ সক্ষম হৈছে, বহুত আছে তেনে উদাহৰণ,,,

  • @bidit.cht2448
    @bidit.cht2448 8 หลายเดือนก่อน +4

    দুখৰ সুউচ্চ পাহাৰ বগাই সুখৰ উপত্যকাত আপোনাৰ এই যাত্ৰাত ভগৱান আপোনাৰ সহায় হওক , শুভকামনা জনাইছো

  • @girishphukan4335
    @girishphukan4335 8 หลายเดือนก่อน +3

    তন্দ্ৰালীৰ জীৱনৰ কাহিনী শুনি বৰ দুখ লাগিল ৷ কিন্ত তেওঁৰ আমাৰ ছোৱালী বিলাকে বহুত শিকিব লগীয়া আছে ৷ কাৰোবাৰ লগত ৰিলেচন কৰাৰ আগতে এইবোৰ কথা চিন্তা কৰিব ৷ শেষত এংকৰ পল্লবীলৈ ধন্যবাদ জনালোঁ ৷

    • @user-wb6pb2df1z
      @user-wb6pb2df1z 8 หลายเดือนก่อน

      Lakh lakh toka khoros kori biya potar agote agreement kori lobo lage , mantal torture bahut khini komibo suali bilakor

  • @hirenbarman3254
    @hirenbarman3254 7 หลายเดือนก่อน +1

    বৰ ভাল লাগিল , দুখো লাগিছে আৰু ধন্যবাদো দিলোঁ ৷ সাক্ষাৎকাৰটোই বৰ গুৰুত্বপূৰ্ণ বাৰ্তা দিলে ছোৱালী সকলোলৈ ৷ শেয়াৰ কৰিও দিলো বহুতকে আৰু টেলিগ্ৰামত ৷

  • @bimansaikia4305
    @bimansaikia4305 3 หลายเดือนก่อน +1

    আপুনি যে ইমান জ্ঞানী তাৰ বাবে অশেষ ধন্যবাদ।সকলোত উচ্চ আকাশ আকাশতকৈ উচ্চ জ্ঞান। এই প্ৰবিত্ৰ জ্ঞানক প্ৰবিত্ৰ কামত ক্ষতোৱাৰ বাবে অশেষ ধন্যবাদ।

  • @manuramadevi4319
    @manuramadevi4319 8 หลายเดือนก่อน +2

    কথাবোৰ শুনি বৰ ভাল লাগিল । সাহস আৰু প্ৰেৰণাও পালো। তন্দ্ৰালিক ভগবানে বহুত সাহস দিয়ক ।

  • @ragineeswargam86
    @ragineeswargam86 8 หลายเดือนก่อน +4

    বৰ ভাল লাগিল ৷ইমান ধুনীয়া মনৰ নাৰী ...!মোৰ লগত মনৰ মিল হৈ গৈছে৷মোৰ তৰফৰ পৰা তন্দ্ৰালী মুৰ্চনা.. বাইদেউলৈ .আন্তৰিক বহুত বহুত শুভকামনা জনালোঁ৷আৰু ভগৱানৰ চৰনত মঙ্গল প্ৰাৰ্থনা জনাইছোঁ৷ভালে থাকক আপোনালোক৷🙏

  • @pabitrapranmahanta6142
    @pabitrapranmahanta6142 6 หลายเดือนก่อน

    কথাখিনি জানি অত্যন্ত দুখ লাগিল । কাৰো জীৱনলৈ এনে সাংসাৰিক জীৱন যাতে নাহে ।তন্দ্ৰালীৰ সাহসিকতাক শ্ৰদ্ধা জনালোঁ ।

  • @bhabeshdas5924
    @bhabeshdas5924 6 หลายเดือนก่อน +2

    আপোনাৰ কথা খিনি শুনি বৰ ভাল পালো। আপোনাৰ পৰা শিকিব লগা বহুত আছে। আপোনাৰ প্ৰকল্প বোৰ সফল হ‌ওক। আপোনালৈ বহুত বহুত আন্তৰিক শুভ কামনা জনালোঁ।

  • @nomaldoley5216
    @nomaldoley5216 หลายเดือนก่อน

    বাইদেউ,জীৱনলৈ সংঘাত আহিলে তোমাৰ দৰে পদক্ষেপ ল'ব লাগিব।বহুতে অনুপ্ৰেৰণা পাব ।বহুত বহুত ধন্যবাদ থাকিল। আচলতে,সংঘাতে নতুন দিগন্ত উন্মোচন কৰে কথাবোৰ বাস্তৱ সম্মত ।

  • @MahatKhakhulary-kc3uz
    @MahatKhakhulary-kc3uz 8 หลายเดือนก่อน +7

    বহুত শুভেচ্ছা থাকিল।

  • @deepaphukan1251
    @deepaphukan1251 8 หลายเดือนก่อน +6

    বৰ ভাল লাগিল চাই ❤❤❤

  • @gitanjalideka8767
    @gitanjalideka8767 หลายเดือนก่อน +1

    4:09 সংগ্ৰামৰ মাজেৰে জীৱনক আগুৱাই নিয়া আৰু জয়ী হোৱাৰ পথটো অতি কষ্টকৰ; আপোনাৰ সুখ্যাতিত মই শলাগ মানি ছোঁ👍🙏।হয়, হতাশাগ্ৰস্ততাই মানুহক অধোন্নতিৰ পথহে দেখুৱাই লৈ যায়! আপোনাক ধন্যবাদ যাচিছোঁ👍🙏💕

  • @minakhilahongogoi4369
    @minakhilahongogoi4369 7 หลายเดือนก่อน +7

    এগৰাকী টেট শিক্ষয়িত্ৰী হিচাপে তন্দ্ৰালী মূৰ্চনা বাইদেউক জানি আহিছো।তেখেত আমাৰ শিক্ষকসকলক নেতৃত্বও প্ৰদান কৰি আহিছে বহু সময়ত।বাইদেউৰ জীৱন সংগ্ৰামৰ কথাখিনিয়ে অন্তৰ চুই গ'ল।অনাগত দিনত বাইদেউ সাহসী পদক্ষেপেৰে সৃষ্টিমূলক প্ৰতিভাৰে আগবাঢ়ি যাওক।দেশৰ সম্পদ হওক।বহুত বহুত শুভেচ্ছা দুয়োগৰাকী উদ্যমী নাৰীলৈ💐💐

  • @bhabenborah6730
    @bhabenborah6730 6 หลายเดือนก่อน +8

    জীৱনত বহুত প্ৰগেম চালো কিন্তু আপোনালোকৰ এই প্ৰগেমতোৰ দৰে প্ৰগেম চোৱা নাছিলো ।জীৱনত বহুত উপকাৰত আহিল ধন্যবাদ আপোনালোকক

  • @dhurbajyotikachari4589
    @dhurbajyotikachari4589 8 หลายเดือนก่อน +1

    Hosai Trandali k bht dhunia lage bhal lage ..log pabo mon jai..emn hongram kari jiyai thaki homajot bhal kam karise..bht bht Dhanyabad..trandarli

  • @nirabkk8536
    @nirabkk8536 7 หลายเดือนก่อน +1

    কথাখিনিয়ে হৃদয় চুই গ'ল,,ভালে থাকক আৰু আগুৱাই যাওঁক।

  • @pmurchana
    @pmurchana 5 หลายเดือนก่อน

    তন্দ্ৰালীৰ কথা বিলাক ভাল লাগিল। পিছত ভালদৰে অলপ মোৰ মন্তব্য দিম। ধন্যবাদ তন্দ্ৰালী।

  • @mousumibora8613
    @mousumibora8613 8 หลายเดือนก่อน +9

    বাইদেউ আপোনাৰ কথাখিনি য়ে হৃদয় চুই গৈছে । আপুনি সাহসেৰে জীয়াই থাকক । মই আপোনাৰ দৰে এগৰাকী TET শিক্ষয়িত্ৰী ।

  • @KiranBorah-ex7bq
    @KiranBorah-ex7bq หลายเดือนก่อน

    এনেকুৱা কিছুমান কথা নিজৰ জীৱনৰ লগত মিলি যায়, কিছুমানে নাৰী জীৱনৰ লগত খেলা খিলিবলৈকে আহে,ভাল ভাল কাম কৰি আগবাঢ়ি যাউক

  • @probalkhataniar2919
    @probalkhataniar2919 8 หลายเดือนก่อน +2

    সুন্দৰতা জীৱনৰ সম্পদ।হাজাৰ সমস্যাৰ মাজত উজ্জল নক্ষত্ৰ হৈ আগবাঢ়ি যোৱা ।তাৰে কামনা🙏🙏

  • @dipanjalinath9914
    @dipanjalinath9914 6 หลายเดือนก่อน

    বহুত ভাল লাগিল সঁচাকৈ,সাহসী নাৰী দুয়ো গৰাকীলৈ ❤❤,🙏🙏

  • @munmeebaruah2410
    @munmeebaruah2410 8 หลายเดือนก่อน +3

    Congratulations ba....ru aguwai jauk val val kam kork....😊❤

  • @narenborah2130
    @narenborah2130 7 หลายเดือนก่อน +4

    অতি সুন্দৰ অভিব্যক্তি, শুনি অভিভূত হ'লো । সৎ সাহসেৰে আৰু আগুৱাই যাওঁক । প্ৰয়োজনত সহায় কৰাৰ আশা ৰাখিলো ।

  • @RunjunBhagwati
    @RunjunBhagwati 8 หลายเดือนก่อน +5

    Bohut bhal lagil morom thake Kam kori jaba

  • @rubigogoi5237
    @rubigogoi5237 6 หลายเดือนก่อน +1

    আপোনাৰ মাৰ মৃত্যুৰ বৰ্ণনাই মোৰ হৃদয় চুই গ'ল😢😢
    ঈশ্বৰে আপোনক কুঁশলে ৰাখক❤️

  • @manjitman2384
    @manjitman2384 8 หลายเดือนก่อน +2

    খুব সুন্দৰ বা , আপোনাৰ কথখিনিয়ে হৃদয় চুই গল

  • @simantasarmah4613
    @simantasarmah4613 8 หลายเดือนก่อน +5

    ভালে থাকা। সংগ্ৰাম সকলোৰে আছে। তাৰ মাজেৰেই আগবাঢ়ি যোৱা।

  • @bishnukeot3548
    @bishnukeot3548 2 หลายเดือนก่อน

    বাইদেউ, সম্পূৰ্ণ আলোচনা টো চালোঁ। জীৱন জিন্দাবাদ। কেতিয়াও হাৰি নাযাব লৈ বিনম্ৰ অনুৰোধ । দুয়োগৰাকী লৈ আন্তৰিক অভিনন্দন ।❤🎉❤

  • @jayasaikia3124
    @jayasaikia3124 3 หลายเดือนก่อน

    বৰ ভাল লাগিল দেই কথাখিনি শুনি।সময়খিনি বৰ ধুনীয়াকৈ পাৰ কৰিলো । ইমান খিনি সময় কেনেকৈ গ'ল ধৰিবই নোৱাৰিলো তন্দালী বৰ ভাল লাগিল আৰু নিজকে অকনমান হতাশাগ্ৰস্তৰ পৰা উদ্ধাৰ হোৱা যেন লাগিল।❤

  • @PadmaLalung-iq7ik
    @PadmaLalung-iq7ik 2 หลายเดือนก่อน

    ধন্যবাদ প্ৰেৰণা সূৰ্য হে মহিমাময়ী নাৰী। সমাজ। তোমাৰ বাবেই ৰামধেনুৰ সাতো
    ৰঙেৰে জিলিকি উঠিব । Thanks

  • @Kothopokothon-z7i
    @Kothopokothon-z7i หลายเดือนก่อน

    আপোনাৰ কথাখিনিয়ে সাহস দিলে। ভালে থাকক তন্দ্ৰালী মুৰ্চনা ❤ কথা ষ্টুডিঅ'লৈ ধন্যবাদ ইমান ধুনীয়া পডকাষ্টৰ বাবে।

  • @swapnalikakoty123
    @swapnalikakoty123 8 หลายเดือนก่อน +1

    Tandrali আপোনালৈ বহত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ জীৱনটো মধুৰ হ‌ওক ! জীৱনৰ কথাখিনি শুনি আপ্লুত হৈছিলো শেষত মিমিক্ৰী খিনি শুনি যে কি ক'ম ভাষাই বিচাৰি পোৱা নাই ❤❤❤❤❤❤❤❤❤❤❤❤❤🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘

  • @hiramanilahkar8101
    @hiramanilahkar8101 6 หลายเดือนก่อน

    তন্দ্ৰালী বা আপুনি বহুত সাহসী নাৰী, ভাল লাগিল বা আগুৱাই যাওঁক, lots of love 😘 ❤️ 😍 😘

  • @aimonichetia1974
    @aimonichetia1974 8 หลายเดือนก่อน +13

    লক্ষ্মীছাঁয়া বা তোমাক মই Moran HS schoolt পঢ়ি থকাৰ পৰাই চিনি পাওঁ । তুমি তেতিয়া স্কুলত প্ৰতিটো দিশতে আগবঢ়া আছিলা । মইও তেতিয়া মৰান হায়াৰছেকেণ্ডাৰীৰ সপ্তম মানৰ ছাত্ৰী আছিলো ।তুমি যেতিয়া স্কুললৈ আহা তেতিয়া তোমাক খুউব জুমি জুমি চাওঁ ।তোমাক তেতিয়াৰ পৰাই এতিয়ালৈকে বহুত ভাল পাওঁ ।তুমি আগবাঢ়ি যোৱা ঘাত-প্ৰতিঘাতৰ মাজেৰে আগবাঢ়ি যোৱাজনহে প্ৰকৃত নাৰী বা প্ৰকৃত পুৰুষ ।

  • @drhiteshbaruah
    @drhiteshbaruah 6 หลายเดือนก่อน +3

    Good works
    ভাল পাইছো
    ভাল হব
    ভলে থাকক
    ভাল কাম কৰক
    পৃথিৱীখন ভালে থাকিব ।

  • @triptidas9754
    @triptidas9754 8 หลายเดือนก่อน +2

    কথা ষ্টুডিওলৈ বহুত বহুত শুভকামনা জনালো 🎉তন্দ্রালীৰ কথাবোৰ খুব বেছি ভাল লাগিল❤❤❤

  • @kashmirisaikia3694
    @kashmirisaikia3694 5 หลายเดือนก่อน

    বহুত দূখ লাগিল আৰু ভালো লাগিল অনুষ্ঠানটো চাই। ভগৱানে সহায় কৰিব তোমাক।❤❤❤

  • @pallavimisra9687
    @pallavimisra9687 5 หลายเดือนก่อน

    Trandali Baa,, hats off to you,,,apunar gute khini Kothai abekik korai pelaise,,aru Eman dhunia Kotha bur share Korise, xocha koi bohut Val lagise..Sodai bhal houk apunar.❤

  • @nijarasaikia8259
    @nijarasaikia8259 7 หลายเดือนก่อน +1

    দুখ লাগিল তোমাৰ জীৱন কাহিনী শুনি... তুমি সাহসী আগুৱাই যোৱা

  • @bornaligogoi4589
    @bornaligogoi4589 7 หลายเดือนก่อน +1

    অনুষ্ঠানটি চাই যথেষ্ট ভাল লাগিল,লগতে যিসকল হতাশ তথা নিজকে অকলশৰীয়া বুলি ভাবে তেওঁলোকে অলপ হ'লেও জীয়াই থকাৰ সাহস আৰু বাট বিচাৰি পাব।অনুষ্ঠানটিৰ উজ্বল ভৱিষ্যত কামনা কৰিছোঁ ❤❤

  • @PahiPhukan-zl9zs
    @PahiPhukan-zl9zs 8 หลายเดือนก่อน +1

    বা তোমাৰ কথাই মন চুই গৈছে,তুমি বহুত ভাল অন্তৰ মানুহ সেই কাৰণে তুমি আমাৰ প্ৰেৰণা,তোমাৰ লৈ বহুত বহুত মৰমৰ জনাইছোঁ তুমি আৰু জীৱন ত আগবাঢ়ি যোৱা ,❤তুমি সদায় কুখলে থাকা তাকেই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ❤

  • @ritumoniboruahdrmelody3758
    @ritumoniboruahdrmelody3758 6 หลายเดือนก่อน

    তন্দ্ৰালীক অন্তৰংগভাৱে লগ পাইছিলো ৷ খুউৱ ভাল বান্ধৱী আছিলো দুইজনী ৷ লগ এৰা এৰি হোৱাৰ পাছত বহুত ঘটনা ঘটিল তাইৰ লগত , যিবোৰ কথা ষ্টুডিঅ’ৰ জৰিয়তেহে গম পালো ৷ কথা ষ্টুডিঅ’ক অশেষ ধন্যবাদ ৷ তন্দ্ৰালীৰ ভাল হ’ব ৷ ভগৱানে তাইৰ ভাল কৰিব ৷ সেই প্ৰৱঞ্চকটোৰপৰা আতৰি আহি তাই শুদ্ধ পথত ভৰি দিলে ৷ Love you Tandrali❤

  • @ujjal5414
    @ujjal5414 8 หลายเดือนก่อน +7

    ইমান ধুনীয়া মনৰ ছোৱালী এজনী পাবলৈ হ'লে কপালঅ লাগিব

  • @RimjhimBuragohain-bc1ei
    @RimjhimBuragohain-bc1ei 7 หลายเดือนก่อน +1

    বহুত ভাল লাগিল আৰু দূখও লাগিল অনুষ্ঠানটো চাই। ❤❤❤

  • @priyojonorbandhun
    @priyojonorbandhun 8 หลายเดือนก่อน +2

    আনৰ সুখৰ কথা ভাৱিছা। তোমালৈ বহুত ধন্যবাদ।❤️❤️🙏❤️❤️

  • @trishna1323
    @trishna1323 8 หลายเดือนก่อน +6

    পল্লবী আৰু তন্দ্ৰালী দুয়োগৰাকীৰ কথাবোৰ বৰ ভাল লাগিল

  • @SobitaHazarika-dn7yg
    @SobitaHazarika-dn7yg 7 หลายเดือนก่อน +1

    Xubei bhal lagil kothopokothon khini xuni. Trandalir jibon agoloi xukhor hoi uthok. Khosake nijor maa dewter ghor khonor bahire kaku proyojonot koi besi morom bhalpowa dibo nelage. Bortoman khomoyot manuh siniboloi xubei proyojon hoi uthise. Khokolu manuh khoman nohoy. Tarei majote hoitu Trandali bhontir manuhjon hobo pare. Bhogobane tumak aru khahokh diyok jiyai thakiboloi. Thank you Trandali & pollobi.

  • @DEBAJITAdhikary-uk7fu
    @DEBAJITAdhikary-uk7fu 7 หลายเดือนก่อน +1

    তনৰালী তুমিআৰু আগুৱাই যোৱা ।ভাল লাগিল ।

  • @aqiburhazarika
    @aqiburhazarika 8 หลายเดือนก่อน +2

    ইমান সুন্দৰ মনৰ বা তুমি, পাবলৈ কপাল লাগিব কিন্ত।

  • @anjanahazarika2740
    @anjanahazarika2740 8 หลายเดือนก่อน +1

    বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো দুয়ো গৰাকীলৈ আৰু বা আপোনাৰ ভিডিঅ চাই চকুপানীৰ ওলাই গল
    আপোনি আগবাঢ়ি যক তাৰ কামনাৰে

  • @Hunsang13thF
    @Hunsang13thF 7 หลายเดือนก่อน +1

    আজি প্ৰথম চাইছোঁ ভিদিও টো চাই ইমানেই ভাল লাগিল কিছু কথা শুনি চকুপানী ওলাই গল নতুন ভিদিও অহালৈ সদায় বাত চাই ৰমঃ আজি আপোনালোকক চাই এনেকুৱা লাগিল যে মনৰ সকলোবোৰ সুখ দুখৰ কথা কৈ যাম । বহুত বহুত ভাল লাগিল ❤❤❤😘😘

  • @rabhadhaneswar4198
    @rabhadhaneswar4198 5 หลายเดือนก่อน

    কথোপকথন খিনি শুনি অত্যন্ত দুখ লাগিল৷ লগতে কিছুমান শিকিবলগীয়া কথাও জানিব পাৰিলোঁ৷

  • @anantadutta7927
    @anantadutta7927 7 หลายเดือนก่อน +1

    😊আপোনাৰ কথা ই হৃদয় জোকাৰি গৈছে।

  • @nilakshibordoloi9322
    @nilakshibordoloi9322 3 หลายเดือนก่อน

    বৰ ভাল লাগিল, এনেকুৱা অনুষ্ঠান আমাক লাগে ❤❤❤❤❤

  • @KarunaRajbongshi-vj2db
    @KarunaRajbongshi-vj2db 3 หลายเดือนก่อน

    বহুত ভাল লাগিল আপোনাৰ কথা খিনি শুনি ।ধন্যবাদ ।

  • @muhibarali8537
    @muhibarali8537 หลายเดือนก่อน

    পল্লৱী বাইদেউ আৰু studio আনজনী বাইদেউলৈ বহু শুভেচ্ছা থাকিল? আপোনালোকে কোৱা কথাখিনি সত্য সেয়েহে আপোলোক দুয়োজনলৈ অশেষ ধন্যবাদ থাকিল 🎉

  • @dipikabasumatary4313
    @dipikabasumatary4313 8 หลายเดือนก่อน +1

    আপোনাৰ কথাখিনি বহুত ভাল লাগিল বাইদেউ l বাইদেউ আপোনৰ বহুত সাহস আছে l

  • @munmungogoi6787
    @munmungogoi6787 8 หลายเดือนก่อน +3

    অভিনয় বৰ ধুনীয়া আগবাঢ়ি যোৱা তাকে কামনা কৰিলো

  • @animadeka-l2s
    @animadeka-l2s 7 หลายเดือนก่อน +1

    মাকৰ কথা সদাই শুনিব লাগে কাৰন তেওঁলোকৰ শিক্ষাৰ অভিগতাতকৈও জীৱনৰ অভিগতা বহুত বেছি।মাৰ আশীৰ্বাদৰ বাবে তোমাৰ ভাল হৈছে।তোমাৰ মৰম সঁচা আছিল কিন্তু তেওঁৰ মিছা আছিল

  • @SiddhAbanti
    @SiddhAbanti 8 หลายเดือนก่อน +1

    Thnks pallavi baa teok ktha kuwa xujug diya babe...mn khuli koise teo.... bhgbne vle rkhk

  • @sadhanasultanajehirblogs4600
    @sadhanasultanajehirblogs4600 8 หลายเดือนก่อน +1

    2 yu garaki baideo khube bhale thakok. God bless you baideo.

  • @deepadas4
    @deepadas4 4 หลายเดือนก่อน

    ভাল লাগিল তোমাৰ কথা বিলাক। ঈশ্বৰে সদাই এনেকৈ ভালে কুশলে ৰাখক তোমাক।

  • @Gemgirllll
    @Gemgirllll 8 หลายเดือนก่อน +1

    বহুত বেছি ভাল লাগিল এই episode টো। সচাই কৈছো আপোনাৰ ভাল হওক মনৰ পৰা শুভকামনা @Tandrali Murssana❤

  • @Tina_bora
    @Tina_bora 8 หลายเดือนก่อน +2

    Lahon baideu moi Tina. Jua 3 din agt apunak bht dinr pst lg paiclu. Ami apunak class 1 r pora 5 loi lg paiclu Kumoi LP Schoolt. 2012 years pora apur lgt time Spend koriclu. But aji apunr kotha khini vlkoi Jona naclu. Aji xokolu kotha gm pai bht dukh lgil. Ami cls 3 t thakute kumoi school t apuni apunr sir k u loi ahicl . Apuni koicl sir e Jadu krib Jane buli. Kin2 apuni life t j emn khini struggle par krise aji he gm paisu. Apuni bht vl baidei AXA kru bhagwane apunr xodai vl korok . Love you Lahon baideu.

  • @rimjimdas8333
    @rimjimdas8333 8 หลายเดือนก่อน +1

    Khub khundor anusthan ..khub Val lage duijoni baa k ..dukh u lagil .. Bohut dhunea acting u kore❤❤❤❤❤❤❤❤❤❤

  • @NijaraNeog-x3f
    @NijaraNeog-x3f 8 หลายเดือนก่อน +2

    Val lagil Sai

  • @Swapnamalakar-t3h
    @Swapnamalakar-t3h 2 หลายเดือนก่อน

    Xub val lagil bahut kotha xikilo bahut abhigyata hol,tumar bahut kala ase ,aguai joa,best of luck 🤞🙏🙏🙏

  • @pinkiborah8826
    @pinkiborah8826 8 หลายเดือนก่อน +2

    Trandali baa moi aru bamunbari junior college r baideu sir hote apunar maa dhukaute khobor loboloi goisilu... Apuni hodai vale thakok❤... Kotha studio 2 val lage sai❤❤

  • @paragthakuria1995
    @paragthakuria1995 8 หลายเดือนก่อน +1

    অতি সুন্দৰ❤❤❤

  • @MaramiDas-c1f
    @MaramiDas-c1f 7 หลายเดือนก่อน +1

    তন্দ্ৰালী তুমি অনন্যা।তোমাৰ আকাশলংঘী সপোনবোৰ পূৰণ হওঁক তাকে কামনা কৰোঁ।

  • @JuriMalakar
    @JuriMalakar 7 หลายเดือนก่อน +1

    Trandali baa apuni bohut xahokhi apunar pora bohut kotha xikilu baa ❤️baa apuni xodai vle thakok aru xodai val val kam bur kori jaok. Eman khini xahok kori aguai ahi ase enekua i jate xodai thke ❤️love you baa

  • @runuchutia4464
    @runuchutia4464 6 หลายเดือนก่อน

    বহুত ভাল লাগিল সদায় সুখী হৈ থকক

  • @ranjitaborah8074
    @ranjitaborah8074 17 วันที่ผ่านมา

    ভগৱানে মঙ্গল কৰক আপোনাৰ 🙏মনে বিচৰা ধৰণে সুখী হওঁক

  • @ApekshyaMohan
    @ApekshyaMohan 3 หลายเดือนก่อน

    অনুষ্ঠানটো আজিহে চালোঁ অকণো স্কীপ নকৰাকৈ। বহুত বেছি ভাল লাগিল।আন্তৰিক শুভকামনা দুয়োলৈ।

  • @BarsaRuhi
    @BarsaRuhi 5 หลายเดือนก่อน

    Bevesar দিনক দিনে বহুত বাঢ়িব ধৰিছে । মানুহ বোৰ নিজেই নিজেই নৰকত যাব বিচাৰে । এই বোৰ বেমাৰ আচলতে। নিজেই ঠিক কৰিব লাগে । আপুনি যুঁজি যাওঁক বা ।❤❤❤ কষ্ট কৰিলে ফল পাবই।

  • @binagogoi4463
    @binagogoi4463 7 หลายเดือนก่อน +1

    তন্দ্ৰালীৰ হৃদয়ৰ ছোৱালীজনীক নিচুকাবলৈ কেৱল ❤❤❤❤❤❤ এয়াই আছে ।

  • @NabanitaSaikia-vr9yw
    @NabanitaSaikia-vr9yw 8 หลายเดือนก่อน +1

    Bohut bohut val palu kothabur suni. Jani.muru alop milase.soku Pani ulaigolmur.

  • @rekhamonidas9423
    @rekhamonidas9423 6 หลายเดือนก่อน

    ইমান ধুনীয়া কথা কৈছে বহুত উৎসাহ পাইছো।

  • @TumpaDehingia-uc8po
    @TumpaDehingia-uc8po 2 หลายเดือนก่อน

    Hridoi sui gol baidew apunar kotha bure...aru jibonot alp holew hikhya palu❤

  • @rimadowerah5746
    @rimadowerah5746 8 หลายเดือนก่อน +1

    উহ! বহুত দুখ লাগিল অনুষ্ঠান টি চাই। কুশলে থাকা।❤

  • @nikunath9678
    @nikunath9678 8 หลายเดือนก่อน +4

    মই বহুত কান্দিলো তুমাৰ কথা শুনি দূখ লাগিল।😢

  • @padmakonwar5853
    @padmakonwar5853 2 หลายเดือนก่อน

    Apni bhut xundar monr odhikari baa .eman dhuniya kothabur koi amar mont bhut khahos dise baa.

  • @bhaskar1991
    @bhaskar1991 7 หลายเดือนก่อน +1

    আপোনাৰ কথাবোৰ শুনি বৰ ভাল লাগিল বাইদেউ আপুনি ভালে থাকক

  • @jibannath2527
    @jibannath2527 2 หลายเดือนก่อน

    আপোনালোক দুয়ো গৰাকীৰে কথা বোৰ শুনি ভালেই লাগিল । পিচ এষাৰ বাক্যইহে মনটো অকনমান চুই গল যে কম শিক্ষিত হলেও সকলোৰে মনোভাৱ একা নহয় ।। শিক্ষাৰ লগত মনটোৰ তুলনা হয় বুলি মই নাভাবো

  • @duluhazarika5832
    @duluhazarika5832 8 หลายเดือนก่อน +1

    Bohut vl lagil dukhor bukut xukhor dolisa xisi dia Jen lagil khub xundor manoxikota

  • @dhirajray1702
    @dhirajray1702 8 หลายเดือนก่อน +1

    I realy loved this discussion on social issues and life strugles in present scenerio. Thanks trandali

  • @ritakalita6139
    @ritakalita6139 7 หลายเดือนก่อน +1

    গোটেই কথাখিনি শুনি বহুত দুখ লাগিল , কিমান দুখৰ জীৱন পাৰ কৰিছে , লগ পাবলৈ খুব মন আছে।

  • @irenicc223
    @irenicc223 6 หลายเดือนก่อน

    তন্দ্ৰালী তুমি বেলিৰ দৰে আজীৱন উজ্জ্বলি থাকা ❤তোমাৰ সাহসীকতাক সন্মান জনাইছো 🙏