ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
সুন্দৰ দাদা
বহুত বহুত ধন্যবাদ।
😂😂😂 নি@@borahskitchengarden2487
Good advice . Thanks .
Thank you.
Very good very very nice ❤❤❤❤❤.
অশেষ ধন্যবাদ।
ভাল লাগিল ❤
সন্মানীয় মহাশয় সুন্দৰ হৈছে! ময়ো চাৰি জোপামান জলকীয়া ৰুইছিলো মাটিত কিন্তু পানী দিওঁতে দিওঁতে হায়ৰান হ'ব লাগে সেয়ে ভাবিছোঁ এইবাৰ আপোনাৰ নিচিনাকৈ টাব অথবা পলি বেগমে ৰূম যত্ন ল'ব সুবিধা হ'ব। ধন্যবাদ
হয়। টাবত বা Poly bagত ৰুই গুৰিত কল গছৰ টুকুৰা দিব।৩/৪দিনলৈ পানী নিদিলেও কথা নাই। ধন্যবাদ।
Rainy season ot kene dore treatment lobo lage
Rainy season ৰ জাতটো বেলেগ। ক'লা জাতটো হ'লে বেছি ভাল।যত্ন একেধৰণে ল'ব লাগে। ধন্যবাদ।
@@borahskitchengarden2487 ভোট জলকীয়া হলে
কোন মাহত ৰুব লাগে জনাব।
জলকীয়া বছৰৰ যিকোনো সময়তে ৰুব পাৰি। ধন্যবাদ।
নাৰিকল পুলি ৰোৱা পদ্ধতিটো দিব চোন
যথা সময়ত দিয়া হ'ব। ধন্যবাদ।
দাদা ভাত কেৰেলাৰ এটা আলুৰ পৰা কেইবাটাও পোখা ওলাইছে জোপোহা হৈছে। দুটা মান ৰাখি বাকী কেইটা কাতি দিম নেকি
৪/৫টা পোখা থাকিলে একো নহয়। এফুটমান আঁতৰত ঘূৰণীয়াকৈ শুকান গোবৰ দিব পাৰিলে ভাল।অলপ যতন ললে লাগিব। ধন্যবাদ ।
ধন্যবাদ
Kiman Inch or grow bag
১২/১৬/১৮ইন্সিৰ হ'লেই হ'ল। ধন্যবাদ।
Barikhat ki jalakia rub lage janabasun
বাৰিষা আমাৰ স্থানীয় জাতি জলকীয়া,কলা জামু জলকীয়া ৰুলে বহুত লাগে। ধন্যবাদ।
আমাৰ স্থানীয় জাতি জলকীয়া, কলা জামু জলকীয়া ৰুলে বহুত লাগে। ধন্যবাদ।
Barikhat ki jalakia rub lage
আমাৰ স্থানীয় জাতি জলকীয়া আৰু ক'লা জলকীয়া ৰুলে উৎপাদন ভাল হয়। ধন্যবাদ।