লেচেৰা উন্নত পদ্ধতিত কেনেকৈ কৰে? (How to Grow Long Beans | Proper Method)

แชร์
ฝัง
  • เผยแพร่เมื่อ 14 ต.ค. 2024

ความคิดเห็น • 11

  • @Happytimes18926
    @Happytimes18926 6 หลายเดือนก่อน

    ভাল লাগিল।

  • @apurbakalita6918
    @apurbakalita6918 6 หลายเดือนก่อน

    বঢ়িয়া লাগিল

  • @mridulkalita2940
    @mridulkalita2940 6 หลายเดือนก่อน

    Nice video

  • @deeproy3589
    @deeproy3589 6 หลายเดือนก่อน +1

    জলকীয়াৰ ফুল ফুলি সৰি সৰি যায়। কি কৰিব লাগিব জনাবচোন

    • @Happytimes18926
      @Happytimes18926 6 หลายเดือนก่อน

      মইও জানিব বিচাৰো

    • @borahskitchengarden2487
      @borahskitchengarden2487  6 หลายเดือนก่อน

      পটাচৰ অভাৱত কৰে, পানী কম বা বেছি হ'লেও সৰে। জৈৱিক ভাৱে কৰিলে ছাই দিব,পকাকলৰ বাকলি গুৰি কৰিও দিব পাৰি। প্ৰতিটো পুলিৰ গুৰিত borax বা boron আধা চামুচকৈ দিব পাৰে। ৰাসায়নিক সাৰ দিলে পটাচ পুলিৰ অলপ দূৰত ঘূৰণীয়াকৈ এচামুচ দিলেই হয়। ধন্যবাদ।

  • @dhanbarsaikia2568
    @dhanbarsaikia2568 6 หลายเดือนก่อน

    নমস্কাৰ ডাঙৰীয়া, ভিডিঅ'টো চাই উপকৃত হ'লো, আমি পোনেই মাটিত গুটিখিনি ৰুই দিয়াৰ বাবে ৫০ শতাংশ পুলিহে উৎপন্ন হয় বাকী গুটিবোৰ পৰুৱাই খাই পেলায়। এইবাৰ এই পদ্ধতিত প্লাষ্টিকৰ গিলাছত পুলি উৎপন্ন কৰাৰ সিদ্ধান্ত লৈছো। ধন্যবাদ জনালোঁ আপোনাৰ পৰামৰ্শৰ বাবে।

    • @borahskitchengarden2487
      @borahskitchengarden2487  6 หลายเดือนก่อน

      মনোযোগেৰে চোৱা বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ।