ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
আপোনাৰ ভিডিঅ' চাই ময়ো ১০ টা বস্তাত আদা দিলো ।আদাৰ চেহেৰা সুন্দৰ হৈছে,আপোনাৰ ভিডিঅ'টো চাই পৰিচৰ্যা কৰিব লাগিব ।পিছে পেকেটৰ দানা ঔষধহে নাই ,বাকীবোৰ আছে ।ইয়াৰ বিকল্প থাকিলে জনাব ।
দানাসাৰ নহ'লেও হ'ব। শুকান গোবৰ বা পচন সাৰ বেছিকৈ দিব।ভাদ আহিনত 2/3বাৰ খলিহৈৰ পানী দিলে হৈ যাব। কেৱল পানী বন্ধ হ'বলৈ নিদিব।আকৌ বেছি শুকান হৈ গ'লে পানীও দিব লাগিব। ধন্যবাদ।
Bone meal dibo parine?
এয়া স্বায়ী ফলৰ গছ নহয় যিহেতু bonemil দিব নালাগে। গোবৰ/পচন সাৰ/কেঁচু সাৰ দিলেই হয়। ধন্যবাদ।
Atia ada logale hobo n
এতিয়াও ৰুব পাৰি।গোবৰ আদি বেছিকৈ দিব লাগে। গোবৰ নহ'লে পচন সাৰ কেচু সাৰ দিলেও হয়। ধন্যবাদ।
Bora da apunar fb account to jonavo
Benudhar Borah
@@borahskitchengarden2487 massage ot mur number tu dilo