তেওঁ কৰা মহান কামবোৰ প্ৰসংশাৰ উৰ্দ্ধত ৷ আজিৰ প্ৰজন্মৰ এজন যুৱক হিচাপে তেওঁ যি কাম কৰি আছে সেয়া এক মহান আদৰ্শ ৷ এইদৰে কাম কৰি আগুৱাই যাবলৈ ঈশ্বৰে তেওঁক অধিক শক্তি দিয়ক ৷
সময়, তোমাৰ প্ৰতিটো শব্দ প্ৰতিটো কথা বহু মূল্যৱান। তুমি কথাবোৰ অন্তৰৰ পৰা কোৱা। সেই বাবে আনৰ অন্তৰ স্পৰ্শ কৰে। সুন্দৰ সাক্ষাৎকাৰ। আগুৱাই যোৱা। তোমাৰ মা দেউতা বহু সংস্কাৰ আছে। মা দেউতা মহা ভাগ্যবান।
🙏Homoior tikonidal jidore agfale thik tenedore homoi gogoi da hunor axomr ajon ispostobadi vabdharar mohan biokti..i love you homoi da ❤️tumiu ajon axomr bikhyat mohan bioktir namot ag sthan pai jen ..isyore arkhibad die jen 💯❤️👍
Dada k bohut vl laga moi u adn dada dora hunor axom bonam ❤
❤❤❤❤❤dada tumi hodai vale thake❤❤❤❤❤
বহল মনৰ লৰা।।ভগৱানে কুশলে ৰাখক।
💖💖💐
ইমান উদাৰ মনৰ মানুহ তুমি মানৱতাই পৰম ধৰ্ম আমি কৰিব নোৱাৰা কাম তুমি কৰি আছা দেই সচাই বৰ মহান অ তুমি
Val lagil Kathabor huni God bless you ❤❤
Atia apuni best karma Kari ase God bless you
Great job.God bless you.
সময় তুমাক আগোৱাই য়োৱাত ভগৱানে শক্তি দিয়ক । তোমাৰ কৰ্ম দেখি এনেকুৱা লাগিছে যেন মানুহৰূপি ভগৱানহে আহিছে পৃথিৱীলৈ ।
Gorib or bondhu nbr 1 youtuber homoy da jindabad☺️
Tumak mur bohut val lage Homoy 🙏aguwai juwa
Homoy daa apuni bohut vl ❤
ভাইটি কুমাৰ ভিডিঅ' বোৰ ছাই বহুত ভাল লাগে তুমি আগুৱাই যোৱা
Apuni bhut Val Manuh homy da
Axomor number 2 best TH-cam r hbo nki xomoy da ❤❤
❤❤❤❤❤❤❤
Bht val lage dada vidieo to
👌✌
মই বৰ্তমান সময়ত পৰোপকাৰী মানুহ নাই বুলি নাই বুলি ভাবিছিলো আৰু দেখাও নাছিলো।প্ৰথমবাৰৰ এনে এজন পৰোপকাৰী ভাইটিক দেখা পাই ভুল ভাগিল।এখন কিতাপত পাইছিলো ভগবানে আমাক কি কৰিবলৈ কৈছে বা কয়?উত্তৰ আছিল--আনৰ উপকাৰৰ অৰ্থে কিবা কৰিবলৈ।বোধহয় ভাইটিটোৱে তাকেই কৰিছে।ভাইটিৰ দীৰ্ঘায়ুও সু স্বাস্থ কামনা কৰিলো।
Salute ❤
Homoy da love you ❤❤❤❤
🙏🙏🙏🙏🙏
Homoy.....time.
You are supper man. Go ahead for the poor people god bless you
Moro ghar nai
মজা
সময় সঁচা অন্তৰৰ সঁচা মানুহ ।ভগৱানে এনে ধৰণৰ সন্তান সকলো মানুহকে দিয়ক ।বাহ্যিক দিশত সময় যেনেধৰণৰ ধুনীয়া অন্তৰ খন তাতোকৈ বেছি ধুনীয়া ।ভগৱানে তেওঁক দুখীয়াক সহায় কৰিবলৈ সদায় শক্তি দিয়ক ।
The dearest god of Assam Homoy Daaa ❤
Love you deha homoy
Good talking brother ❤ God bless you 🙏
তেওঁ কৰা মহান কামবোৰ প্ৰসংশাৰ উৰ্দ্ধত ৷ আজিৰ প্ৰজন্মৰ এজন যুৱক হিচাপে তেওঁ যি কাম কৰি আছে সেয়া এক মহান আদৰ্শ ৷ এইদৰে কাম কৰি আগুৱাই যাবলৈ ঈশ্বৰে তেওঁক অধিক শক্তি দিয়ক ৷
দাদাৰ কথাবোৰ শুনি সচাকৈ বহুত ভাল লাগিল।দাদা আৰু আগলৈ এনেদৰে আগুৱাই যাৱক তাকেই কামনা কৰিছো আৰু আপোনালৈ বহুত ধন্যবাদ থাকিল কিয়নো এই অনুষ্ঠানত দাদা নথকা হ'লে বহুত জ্ঞান আধৰুৱা হৈ ৰল হেঁতেন।
I love you eat
Love you homoy da
Moja
30:40
Full support
Homoy da❤❤❤
আপুনি তেখেতক নিমন্ত্ৰণ কৰিব বুলি যানিছিলো সচাকৈয়ে তেখেতৰ ভিডিঅ' বোৰ চাই বহুত ভাল লাগে।❤
❤❤❤homoy da ❤
Homoibaba.tumi.bor.bhal.lora.somoiye.tuman.aguwai.loi.jawk.asirbad
Mojaa di dada❤❤
সময়, তোমাৰ প্ৰতিটো শব্দ প্ৰতিটো কথা বহু মূল্যৱান। তুমি কথাবোৰ অন্তৰৰ পৰা কোৱা। সেই বাবে আনৰ অন্তৰ স্পৰ্শ কৰে। সুন্দৰ সাক্ষাৎকাৰ। আগুৱাই যোৱা। তোমাৰ মা দেউতা বহু সংস্কাৰ আছে। মা দেউতা মহা ভাগ্যবান।
Homoy da is the best
Wow ❤
Tumi vogobanor tulo tumar km bur bohut vl laga hodai vala thaka
Goodboy
বহুত বহুত ধন্যবাদ ।🙏❤️
All assam best youtuber Homoi gogoi....daa...........i love homoi daa❤
সময় দাদা বহুত ভাল মানুহ হয়। আশাকৰোঁ সকলো মা দেউতা ই সময় দাদা নিচিনা ল'ৰা ছোৱালী পাওক ।।🙏🙏
Tumar Nishina Bhai ajoan Hamajoat lage.
Very nice ❤️❤️👍👍
Dhanya bad homoy xuvessa thakil tomaloi
Good boy
Bohut vl kori axa dada. Apunar lakhiya second ajon youtuber kotu nulabo aru. Jiya nijor kotha nabhabi anor kotha bhaba. You are great ❤❤❤❤ lv u ....
সময় তুমি সদায় এনেকৈ থাকিবা দেই,
Ajon hosa Manuhor interview luwar babe Himadree k. dhanyabad
Moi videotu hompurno salu bohut val lagigil,kusuma nojona kothau janilu bohut dhonyobad, ভগৱান শিৱৰ কৃপাত আগুৱাই যোৱাৰ কামনা কৰিলোঁ তোমাক 👌🙏♥️
Good 👍👍👍
*গৰিবৰ বন্ধু 🙏❤️🙏 ভগৱানে সদায় কুশলে ৰাখক*
Samai da k bhagabane vaale rakhak. Himashri baa ku bhut bhut dhanyabad.
তোমাৰ কৰ্মই ধৰ্ম ৷
Nice
Apuni bhut mohan
Homoy best you Tuber
Homoy da I like you❤ amiyu apunar nisina joni 10 manuh takile amar dekot bohut utnoti hole ten
Mama tumar dore Ben hokaheten Assam Val hol heten
AXOMOR NUMBER 1 TH-cam R HOMOY ❤🥰🥰🥰🥰💐💐💐😌😌😌😌😌
গৰীবৰ বন্ধু,
Homoi da❤
God bless you homoy dada mla huwar jugota asay upunar
nice❤❤
Tumi xasake asadharan
🙏Homoior tikonidal jidore agfale thik tenedore homoi gogoi da hunor axomr ajon ispostobadi vabdharar mohan biokti..i love you homoi da ❤️tumiu ajon axomr bikhyat mohan bioktir namot ag sthan pai jen ..isyore arkhibad die jen 💯❤️👍
Tumi atia jenekoi asa agoloiu enekoi thakiba ,,from dhing
Mur oti moaroamoar Hoamoi.
Anekuwa hosa Manuh apasi hakot ata jalikar dore ai khan society t
Bhai.
Moja de ❤❤❤
সচাঁ দেই সয়ম দা এজন ভাল মানুহ হয় দেই.তুমি সদায় ভালেই থাকা,তোমাৰ দৰে মানুহ আজিদিন নাই..❤❤👌👌🙏🙏
Aji video to cai bahute val lagile aru tumar luk doyue jate aru agole aag bari juwa take kamona koriso Thank you
'Homoy', man with a golden heart 💛
কেতিয়াবা মনলৈ ওভতে লৰাৰি তোমাৰ
🙌🙌❤My best TH-camr ❤
God bless u bro.
Tumar kotha bur bahut bhal lage vaiti
Tumer dore jodi amar minister bur hol heten .dekhor bohut unnoti hol hoi . God bless you bro.
💯
প্ৰায় বোৰ Minister প্ৰথম অৱস্থাত ভাল মনৰ আৰু সঁচা মানুহ হিচাপেই সমাজত খোজ পেলাই। কিন্তু পিছলৈ তেওঁলোকে ক্ষমতাৰ ৰাগিত মাতাল হৈ পৰে।
Axomor CM HOMOY🥰❤
Thik a hoise
Hosa da next Assam chief minister hobo laga
Dada jone bohut bhal Kam kori ase 🙏🙏👍
Homey Da ❤mjahhhh kth koisa huni vl lagil kth bur ❤❤❤
Hundor monor bondhu jon,,, Essore Hodai kuxole rakhok tumak,,,,
Mur hontantiu Jen apunar dore hok take kamona koru
সময় দাদা তোমাৰ পৰা দুটা মান নজনা কথা শিকিলোঁ ভাল লাগিল
Homoy gogoi👍👍👍
সময়ক ওচৰত চাবলৈ মন যায় ভগৱানে দেৱদূত হিচাপে দুখীয়াৰ দুখমোচনৰ বাবে
মানুহৰূপে পঠাইছে ।
সঁচাকৈয়ে 👍👍😊
আশীৰ্বাদ তোমাৰ লগত থাকিল
দা দা সকলো কথা মন চুইযাই দা দা সদাই ভালে কুশল থকাটো বিচাৰিছোঁ ❤️
Love you সময় ❤❤❤
Apunar kotha huni mur bohut val lage 🫂🫂🫂🫂🫂
তোমাৰ মানৱতা এক বিষেশ বৈশিষ্ট্য। আগুৱাই যোৱা। তাৰে কামণা ।
দাদাৰ কথাবোৰ শুনি সচাকৈয় বহুত ভাল লাগিল আৰু আপুনালৈকো বহুত ধন্যবাদ থাকিল কিয়নো আপোনাৰ এই অনুষ্ঠানত দাদা নথকা হ'লে বহুতো জ্ঞান আধৰুৱা হল হেতেন।
It's imaging life style 👌
❤❤❤