পাথৰ নিপিন্ধাকৈ গ্ৰহদোষৰ প্ৰতিকাৰ কিদৰে কৰিব ? Contact : 7363817537
ฝัง
- เผยแพร่เมื่อ 21 ธ.ค. 2023
- পাথৰ নিপিন্ধাকৈ গ্ৰহদোষৰ প্ৰতিকাৰ কিদৰে কৰিব ?
Contact : 7363817537
Link 👉youtube.com/@assamesenhkcreat...
Contact with Chakrrapanni Parashar on
📷 Instragram: baarta_laap?igs...
🚀Facebook : / chakrrapanni. .
🔵Twitter:
✅Main Channel : youtube.com/@Baartalaap?si=yF...
👱♂️Vlog Channel : / @chakrapaniparash. .
...................................
/ baartalaapme. .
For Business Enquiry Email :-Baartalaapofficial@gmail.com
Show Enquiry : 8472051224
Baartalaap Media Academy
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
#baartalaap #chakrapaniparashar #podcast #assam #astrology #vastutips
youtube.com/@assamesenhkcreation?si=ur76vsiJL5P_xCIL
Bal. lagil.
@@dibyajitdoley545😂😂
Bhal lagil
f0@@dibyajitdoley545
0😊l0l😊9😊p😊
সুন্দৰ অনুষ্ঠান এনেকুৱা পালেই ৰাইজে ভাল সফল লাভ কৰিবলৈ আৰম্ভ কৰিব । ধন্যবাদ
অনুৰুধ কৰিছো আকৌ এদিন মাতিব বহুত উপকাৰ হব আমাৰ দৰে মানুহৰ তেওঁলৈ বহুত ধন্যবাদ আৰু তোমালৈও ধন্যবাদ থাকিল এনেকুৱা এজন মানুহ মতাৰ বাবে 🙏🙏
Parsshar da apuni ajir program to dekha pai nishay sakoloye upkrit hoise apunak dhanyavaad
এনেকুৱা জ্যোতিষী দেখা নাই। ইমান সচা কথাবোৰ কৈছে। 🙏🏻🙏🏻👍👍
বহুত বহুত ধন্যবাদ চক্ৰপাণি পৰাশৰ এনে এটা সুন্দৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে। শ্ৰী শৰ্মা দেৱলৈ বহুত শুভকামনা জনালো।
Bohut bhal lagil
চক্ৰপাণি পৰাশৰ ডাঙৰীয়া বহুত আপোনাক বহুত ধন্যবাদ এনেকুৱা এটা উপকাৰত অহা অনুষ্ঠান আগবঢ়োৱা বাবৈ । আগলৈ আৰু আশা কৰিলো ।
এনেকুৱা এজন মানুহৰ কথা শুনিবলৈ পালোঁ। নিজকে ধন্য মানিছোঁ। ধন্যবাদ চৰ্ৰপাণি তোমাক।
ভাল লাগিল
Chakrapani dada Ram nam jop korok aru Hanuman jik Puja korok, regularly Hanuman chalisa parhok jibonor xakalu problem naikia hoi jabo. Jai shree Ram Jai Hanuman❤🚩
I agree with u
Moi 1 1/2 yrr pora Hanuman chalisha pohi ahisu ,raam nam jap kri ahisu apuni biswakh nkoribo ei vakti e mur jibontue totally change kri dile ,,mne ji bhakhare bujabo nuaru hei Anubhav moi likhiu kobo nuaru kintu ebar teor hanidhyat jaok Hokolu bisari pabo❤....
Jai Shri Ram Jai Hanuman
Hundor
শৰ্মা দেৱৰ কথাখিনি শুনি ভাল লাগিল। ধন্যবাদ
দুজন ব্ৰাহ্মন ৰ বাৰ্তা চালোঁ। ধন্যবাদ। অসমীয়া বছৰ আৰম্ভ হোৱাৰ আগতে এইজনক এবাৰ আকৌ মতিব।
Pravu Ram jik একান্ত মনে ভক্তি কৰক ,hunuman chalisa আৰাধনা কৰক ।।110% গেৰানতি দিছো আপোনালোকক।।life going changing definitely soon🙏🙏🙏
❤🙏100%yes🙏♥️
Jay bojorongboli 🙏
🌺🌺🌺
কেনেকুৱা পৰিৱৰ্তন হব দাদা জনাবচোন অলপ ।
Apunar video sai bhut bhal lagil
বহুত ভাল লাগিল জ্যতিসি জনক লগ পোৱাৰ ব্যৱস্থা কৰিব পাৰিম নে জনাবচোন
বহুত ধন্যবাদ থাকিল আপোনালোক দুয়োজনলৈ। ইমান ধুনিয়া এটা অনুষ্ঠান,
বহুত ভাল ভাল কথা জানি উপকৃত হলো ধন্যবাদ চক্ৰ পানী পৰাশৰ ডাঙৰীয়া
Val palo
আপোনাক কেনেকৈ লগ পাম আৰু ফোন নম্বৰ টো পাম নেকি? জনাবচোন
দীর্ঘ জীৱী হওঁক শৰ্মা মহাশয়।
অশেষ ধন্যবাদ । বহুত ভাল লাগিল।
বহুত ভাল লাগিল অনুষ্ঠানটো চাই❤
তেওঁক আৰু এদিন নিমন্ত্ৰণ দিওক আপোনাৰ অনুষ্ঠান লৈ
বহুত ভাল লাগিল অনুষ্ঠান টো। শৰ্মা ডাঙৰীয়ালৈ ধন্যবাদ জনাইছো।
সুন্দৰ অনুষ্ঠান । উপকৃত হ'লো ।
Thank you very much both of you
বহুত ভাল লাগিল৷ ভৱিষ্যতে পাথৰৰ ব্যৱহাৰৰ প্ৰতি কোনো ইচ্ছা নোহোৱা হ'ল৷ আপোনালোকৰ বাৰ্তালাপ শুনি বহু উপকাৰ হ'ল বুলি ভাবিলো৷ অশেষ ধন্যবাদ ৷
আপোনাৰ ভি ডি অ টো চাই বহুত ভাল লাগিল
এইটো episod special লাগিল 💖💖💖💖
Bohut. Bohut. Bhal lagil
বহুতো সুন্দৰ কথা সুনিভাল্ লাগিল
Bhal lagile🕉️🕉️🕉️
Apunar video bur Sai bor val lge...mi ane Mur monor kotha ata kobo bisaru ...ai .je amr jibontu kormo aru paramatma r Dara he porisalito hoi...aku nkorake aku nipindhake jodi akanto mone bhogowank sinta kora jai tetiya jibn tu apuna apuni dhonatmak aru dhuniya hoi jai nhoine dada...
সুন্দৰ, অতি সুন্দৰ বাৰ্তালাপ, বহুত ভাল লাগিল
অশেষ ধন্যবাদ চক্ৰপাণি ভাতৃ সুন্দৰ অনুস্থানৰ বাবে
বহুত বহুত ধন্যবাদ জনায়ছো দুয়োজনকে ।
বহুত ভাল লাগিল অনুষ্ঠান টো চাই
Bohut bohut Val lagil kotha bur Jani, vogobane vale rakhok spunalukok tare janona korilu
বৰ ভাল লাগিল । আকৌ এবাৰ মাতিব
অনুষ্ঠানটো বহুত সুন্দৰ পালোঁ। উপকৃত হ'লোঁ। আন্তৰিক ধন্যবাদ জনালোঁ আপোনালোক দুয়োগৰাকীলৈ 🙏💐
অতি সুন্দৰ আলোচনা, ধন্যবাদ জনাইছোঁ ❤❤
সুন্দৰ অনুষ্ঠান, খুবেই ভাল লাগিল❣️🙏
Good
Sakropani porashar dangoria aapunqr karone bohut val positive thinking thoka ajonn manuh log palo...bohut bohut dhanyabaad
100% right kotha koise Apuni Guruji❤❤❤🙏🙏🙏🙏
Apunar video sai val lagil
Apunak ebr log pabo parim niki❤
মোৰ ঘৰ সৰ্থেবাৰীত।মই থাকো নাহৰকটীয়াত থাকো।আপোনাৰ কথাখিনি শুনি বৰ ভাল লাগিল।আপোনালৈ ফুন কৰিম শৰ্মা দা।
Bohut bhal lagil aponar sir Ast mintur program Sai.🙏🙏
চক্ৰপাণি পৰাশৰ - বহুত ভাল লাগিল। ধন্যবাদ।
অতি সুন্দৰ ৷ আলোচনাটো ভাল লাগিল ৷
অতি সুন্দৰ আলোচনা । বহুতো উপকৃত হলো ।🙏
Bahut bhal lagil topic tu xuni. Aru aagoloiu pam buli akha thakil
বহুত ভাল লাগিল অনুষ্ঠানটো চায় ❤❤❤❤
শেষৰ কথা খিনি একডম realistic কথা কলে ভাল লাগিল আৰু একডম সঁচা কথা কলে
Val lagil.
এনুকুৱা.এজন.মহান.মানুহৰ.কথা.সুনিব.পাই.সচাকৈ.খুব.ভাল.লাগিল
Always Unique content🙏🏻🙏🏻thank u chakrapani da
অতি সুন্দৰ বহুত ভাল লাগিল ধন্যবাদ
আজিহে এজন জোতিষী লগ পোৱা যেন লাগিল ।সচাকৈ বৰ ভাল লাগিল ।লগ পালে ভাল লাগিব ।
সচাঁ কৈয়ে আজিৰ অনুস্থানটো বৰ ভাল লাগিল। বাৰ্তালাপ বৰ ভাল লাগে। চক্ৰপাণি পৰাশৰ আপুনি সদায় ভালে কুশলে থাকক আৰু শৰ্মা ডাঙৰীয়া। সুন্দৰ অনুস্থান। 😍😍
Bohut bhal lagil, dhinoyabab
Very good news bohut vhal lagil sir 🙏
বৰ ভাল লাগিল ৷ আপোনালোক দুয়োজনকে ধন্যবাদ জনালোঁ ৷
বহুত ধন্যবাদ দুয়োজনকে।
Bohut bhal lagil Sokropsni . Sharma devoloiu pronam
বহুত ভাল লাগিল আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ
Bht bht val ktha bujib parilu nomoskar apunk bhtt bhtt
Mintu da bhut bhut xuvokamona jonalu.. I love nlbari
বহুত ভাল লাগিল অনুষ্ঠান উপভোগ কৰি
Believe in yourself..
Do your work and go ahead..
Your future is in your hand.....
God bless you all
বহুত মজা লাগিল আকৌ এবাৰ লগ পাম বুলি আশা ৰাখিলোঁ
Bahut val lagil katha bur xuni moi bahut bishwakh Karu 🙏🙏🙏🙏
বহুত বহুত ধন্যবাদ দাদা, আজি বহুত কথাই জানিব পৰিলোঁ
অনুষ্ঠানটো বহুত বহুত ভাল লাগিল। ইয়াৰ পৰা বহুত সিকিব পাৰিছো। ধন্যবাদ।🙏
val lgel
সুন্দৰ অনুষ্ঠান!!ভাল লাগিল। ধন্যবাদ।
Bohut val lagil 🙏
Bohut val lagil.
বহুত ভাল লাগিল আপোনাৰ কথা বোৰ শুনি।
Bahut val lagil suni ako ahibo
বৰ ভাল লাগিল। বহুত ধন্যবাদ।
ঈশ্বৰৰ প্ৰতিটো সৃষ্টি সুন্দৰ বুলি কোৱা হয় । ৰাহু কেতু ঈশ্বৰৰেই সৃষ্টি হয় ৷তেনেস্থলত সেই দুটা কৰ পৰা বেয়া ওলাল ৷
Rahu ketu buli Ako bostu nai
Thank you for your advice 😊
দুয়োজনলৈ বহুত বহুত ধন্যবাদ থাকিল 🙏বৰ ভাল লাগিল, বহুত কথাই শিকিলো🙏🙏
Thank you so much for ur valuable n priceless advice...
Very beneficial interview.thank you very much.
Bohut Dhoynobad chokropani porakhor Eta request kunto Rakhir ki protikar koribo Lage heiburor bikhoyor kotha jonale bohut bhal lagibo please .jonabo buli Akha thakil.
সুন্দৰ অনুষ্ঠান
বৰ উপকৃত হ'লো পৰাশৰ দাদা
Vedio tu bor bhal lagil .Many Many thanks to both of you .namaste namaste 🙏.
Porashor da, & Mintu da aponalokok bohut bohut thanks...
Ati sundar Apunalukolai bohut bohut dainabad
Bohut bhal lagil.. thank you 🙏🙏
পৰাশৰ ডাঙৰীয়ালৈ বহুত বহুত ধন্যবাদ থাকিল এনে এজন মহান জ্যোতিষীৰ লগতে বাৰ্তালাপ কৰিবলৈ ম'বাইলত সুবিধা লাভ কৰিলো, ধন্যবাদ শৰ্মা ডঙৰীয়া আপোনাৰ পৰা বহুত সুন্দৰ জ্ঞান লাভ কৰিলো।
Bohut Bohut dhanyabad Parashor sir 🙏
Bhut bhal lagil,sir
খুব ভাল লাগিল চাই..... নতুন বছৰ ত তেওঁক মতিবা । আমাৰ ভাল ৰ বাবে
সুন্দৰ অনুষ্ঠান, ভাল লাগিল। ধন্যবাদ ❤❤❤
বৰ সুন্দৰ অনুষ্ঠান উপভোগ কৰিব পাৰিলোঁ বহুত নজনা কথা জানিব পৰিলোঁ বহুত বহুত ধন্যবাদ চক্ৰপাণি ।🙏💐
Bhuta Dhana Bha
Good advice. Welcome to you 💐💐💐🙏🙏🙏
বহুত উপকৃত হলো। ধন্যবাদ
বহুত বহুত ধন্যবাদ।