গদাপৰ্ব || GODAPARBA || Bishnu Kharghoria || Arun Hazarika
ฝัง
- เผยแพร่เมื่อ 6 ต.ค. 2024
- Click to Subscribe :- / @binodbharadwaj_bb
Movie :- Godaporba
#assamesemovie
#superhitmovie
#cinema
Assamese Super hit movie
Assamese hit movie
Assamese film
Assamese cinema
axomiya cinema
Axomiya hit cinema
Assamese film 2024
Assamese new movie
Assamese vcd
movie
film
new movie Assamese
Hit films Assamese
VCD
Arun Hazarika
Bishnu kharghoria
চহা জীৱনৰ প্ৰকৃত বাক্য-বচন বোৰ অতি সুন্দৰ উপস্থাপন কৰাত পৰিচালক-প্ৰযোযক সফল হোৱাৰ লগতে অৰুণ হাজৰিকা ককাইটিৰ অভিনয়ে মোৰ চকুলো বোৱালে । ভাল লাগিল । গাওঁ বোৰ গাওঁ হৈ থাকক ।
thank you
As
এই চিনেমা খন আমাৰ ঘৰখনত কৰা।খুব সুন্দৰ দিন আছিল সেইবোৰ।সৰু হৈ আছিলোঁ, খুব আনন্দ পাইছিলোঁ মনত। অৰুণ হাজৰিকা দেৱে খুব হহোৱাইছিল।আজিৰ হেই ঘৰ নাই যদিও অতীত সাক্ষী হৈ আছে। আমাৰ সেই পুৰণি ঘৰখন দেখা পাই অতীতৰ স্মৃতি আজি ৰোমন্থন হৈছে। কাহিনী টো খুব সুন্দৰ আছিলে। ধেমালিৰ জৰিয়তে এখন গাঁৱত চলি থকা ঘটনা সমূহ সুন্দৰ ভাৱে প্ৰস্ফুটিত হৈছে ....শেষত আপোনাৰ লৈ অশেষ ধন্যবাদ জনালোঁ...👍👍👍👍👌👌👌👌
বৰ সুখী হ'লো আপোনাৰ কথাখিনি গম পাই । আশীৰ্বাদ কৰিব
@@binodbharadwaj_BB আমাৰ আশীষ সদায়ে আছে,থাকিব।💐
Kun sonor film
Hl
M
Apunar ghr khn kot asil
সচাঁ গাঁও এখনৰ প্ৰকৃত ৰুপবোৰ অতি সুন্দৰ ভাৱে প্ৰকাশ পাইছে । বৰ ভাল লাগিল । আহক আমি সকলোয়ে মিলি আমাৰ গাঁও বোৰ গাঁও হৈ থাকিবলৈ দিও ।
জীৱন কচুপাতৰ পানী ৷সচাকৈয়ে প্ৰদীপ ককাইদেউ ৷আজি আপুনি আমাৰ মাজত ৷বহুত দুখ লাগে ৷আপুনি যতেই আছে সুখেৰে থাকক ৷
এখন গাঁও ৱৰ এটা দুখীয়া ৰ অভাৱ আৰু এজনে আনজনৰ প্ৰতি থকা দায়িত্ব আছে তাৰ এক উদাহৰণ ।ভাল লাগিল
অশেষ ধন্যবাদ
বিজ্ঞানে যিমানেই জয় গান নাগাওক লাগিলে old is gold
Aaru enekua vcd lage♥️♥️bor bhal lagil vcd khon, ekebare nivaj gaolia👌👌
Thank you
বহুত বহুত ভাল লাগিল চিনেমা খন চাই ।👍👍👍🙏
Bor dukh lage o aibur din herai gol..2008 manolooli prithibi khan thikei asil
এইয়াই সচাঁ জীৱনৰ সৰল অথচ ভাষাৰে বৰ্ণাব নোৱাৰা আত্মিয়তা যি আজিৰ সমাজত হেৰাই গৈছে।
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
হাঁহিৰ মাজেৰে বাস্তৱৰ সুন্দৰ উপস্থাপন।
thank u
অশেষ ধন্যবাদ
@@binodbharadwaj_BB l
thanks a lot to everyone for support
Very nice beautiful movie ❤❤❤😂😢❤❤🎉
@@BiplobKataki-123 thank you
ধুনীয়া লাগিল
Very good naatok
Dhuniya
সুন্দৰ কাহিনী । বহুত ভাল লাগিল ।
অশেষ ধন্যবাদ
বহুত ধুনীয়া
Thanks a lot
Great binod bhai
thanks a lot ji
এইবোৰ দিন কি সুন্দৰ আছিল 💖💗🎉
Sai bhut vl lagil
thanks a lot
Well done
Bor Dhunia ❤️
Arunda super 👍
Great flim ❣❣❣👍👍👍
Otit bur bor okritim achil ,but present bur bor vejal aru nisthur.
Wao Mozaaa ❤️❤️❤️❤️
thank you
Waaaw..khub bhal lagise
Thanks a lot
Excellent.
@@bhubanhazarika9758 thank you
Very very nice 🥰🥰🥰🥰🥰
Bhut bhut hundra 🥰🥰🥰❤❤❤
Thank you...plz share the video
Uff..... Horukalole monot porigol , dautak dukani rupot dekhi bhal lagile😂
very beautiful movie
Very Good
thank u so much
Gaonliya jibonor ovab onatonor major ek drishya
very nice
Nice video
Bor Val lageel ❤
Assamese nice vcd movie
Thank you
great binod bhai
thanks a lot
❤❤😂😂❤❤
Nice
thank u
♥️😮
Thank you
Veri nice
Thank you
Binod varadwaj 🙏
thanks a lot
এইখন আৰু "কণ্ঠি ঘৰত নাই" প্ৰায় একেই দেখোন!
umm ,kothatu moiu buja nai, prai eke nohoi, hompurna ekei.
❤❤😂😂❤❤