ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
নিৰুপমা বৰগোহাঞি বাইদেউ মোৰ প্ৰিয় সাহিত্যিক। বাইদেউৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো।
এনেকুৱা সৎ ব্যক্তি সকল নোহোৱা হৈ গ'লে উঠি অহা প্ৰজন্মৰ বহুতো ক্ষতি হ'ব। আজিকালি সৎ ব্যক্তিৰ বহুতো অভাৱ।
ইয়াৰপৰাই আপোনাৰ চৰণত প্ৰণিপাত কৰিলো🙏🙏বহুত বেছি ভাল লাগিল।
নিৰুপমা বাইদেউ মোৰ খুবেই প্ৰিয় সাহিত্যিক …কথাবোৰ ইমান ভাল লাগিল …কুশলে থাকক
Taru phukn baideu ki khbr ...aponr vedieo sai aso
Oh my God...How honest she is....!❤️
❤বাইদেউ কথা শুনি বৰ ভাল লাগে❤
আইতাৰ চিন্তা ধাৰা বহুত উপৰৰ। 🙏🙏আপুনি বহুত ভাল মানুহ।
😊
Bohut bhal lagil baidew r kotha khini xuni🙏🙏🙏
সুন্দৰ বাৰ্তা দিলে বাইদেউ , সশ্ৰদ্ধ সেৱা নিবেদিলোঁ ।
Bahut din pasot ata dami interview hunilo, bahut val lagil,baidew goraki dirgho jibi howk.
Khub val lagil
🙏🙏 বাইদেউলৈ সশ্ৰদ্ধ প্ৰণাম । তেওঁৰ দীঘায়ু আৰু সু-স্বাস্থ্য কামনা কৰিলো।
0
অতি প্ৰয়োজন এনেধৰনৰ সাক্ষাতকাৰ, বাইদেওলৈ সশ্ৰদ্ধ প্ৰণাম ।
Easy going,honest&very simple lady.👏🙏👍tq.
Khub Val lagil dei
বাইদেউ আপোনাৰ কথা শুনি বহুত ভাল লাগিলে আপোনাৰ দীঘায়ূ কামনা কৰিলো
এগৰাকী মহান নাৰী।কৰযোৰে নমস্কাৰ জনালোঁ। পৰমপিতাই কুশলে ৰাখক।
ভাল লাগিল। ❤
Woman of knowledge 🙏.
খুউব আনন্দিত হলো বাইদেউৰ সাক্ষাৎকাৰ শুনিব পায় ধন্যৱাদ
Apunak pronam jonalu..Bhogobane apunar mongol korok🙏🙏🙏
বহুত বহুত ধন্যবাদ, বহুত ভাল লাগিল কথাখিনি
Adorable literary figure of Assam .... An asset of Assamese literature...... May God bless her with good health......
Bhut val lagile...
কথা বোৰ শুদ্ধ অসমীয়া🎉🎉🎉❤❤❤
হোমেন বৰগোহাঞি মোৰ এজন বহুত আদৰ্শৱাদী, প্রিয় লেখক. Among all writers of Assam he was only whom I like so much. He is immortal in our life. God give him place in Heaven. 🙏🙏🙏🙏🙏🙏🙏
বাইদেউৰ শব্দৰ উচ্চাৰণ শুনি মুগ্ধ হলো
আপোনাৰ সু স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ 🙏🙏🙏🙏🙏
নিৰুপমা বাইদেউৰ কথা খিনি শুনি বহুত ভাল লাগিলে তেওঁ লেৈ সশ্ৰদ্ধ প্ৰণাম 🙏
Homen Bargohain was one of the world most talented individuals.
Most admirable personality in my life.
Dada mane ki ...english to likhat aji kintoo vool hoise
অতি সুন্দৰ সাক্ষাতকাৰ বহুত ভাল পালো শ্ৰদ্ধাৰ বাইেদউৰ বক্তব্য শুনি 🙏🙏🙏 বাইদেউৰ সুস্বাস্থ্য কামনা কৰিলো 💓🙏
Bor vl lagil suni baideu apunr kotha
বাইদেউ আপুনি কুশলে থাকক জীৱনৰ শেষ ক্ষণলৈকে।🙏🙏
আপোনাৰ তুলনা নহয় বাইদেউ। আপোনালৈ শ্ৰদ্ধা জনালোঁ 🙏🙏
We love you Baideu! We learn many things. May you live long ❤❤❤❤
Baidew... very simple and inspiring .....
বাইদেউ, আপোনাক লগ পোৱাৰ ইচ্ছা থাকি গ'ল মনত। কথাখিনি শুনি খুবেই ভাল লাগিল। ❤🙏
Bohut bhal lagil......Baidow r kotha xuni Bhogobane apunak bhale rakhok....❤
আবেগিক হলো বাইদেউ আপোনাৰ কথা শুনি
বৰ ভাল লাগিল
আই আপোনাৰ কথাবোৰ শুনি8 বৰ ভাল লাগিল ।। আপুনি ভালে থাওকক
Very Resourceful
Bohut val lagile apunar kothabur huni apunak Baidew buli koboloi dukh lagise apunak mur matree bulia vabisu maa apunar dirghayu mongol kamona korilu duror porai🙏
আপুনি ভালে থাকক বাইদেউ
বাইদেউলৈ সশ্ৰদ্ধ প্ৰণিপাত, নেদেখাজনৰ ওচৰত তেখেতৰ সুস্বাস্থ্য কামনা কৰিছো।
বাইদেউৰ কথাবিলাক বহুত ভাল লাগিল ,তেখেতৰ চৰণত প্রণিপাত জনাইছোঁ ,
Bohut dhunia interview dile
মাই বহুত ভাল কথা কৈছে।
She is very honest lady 🙏🙏🙏🙏🙏
বৰ্মা... আপোনাৰ যৌৱন কালত আপুনি বহুত ধুনীয়া আছিল, আৰু আপুনি শিক্ষা ক্ষেত্ৰ জগতত উচ্চ শিক্ষাৰ জ্ঞান অৰ্জন কৰিছিল । মই বুজিব পাৰিছোঁ স্বৰ্গীয় হোমেন বৰগোহাঞিৰ ডাঙৰীয়া আপোনাৰ চিন্তা ধাৰণা গ্ৰহণযোগ্য নাছিল আৰু স্বৰ্গীয় হোমেন বৰগোহাঞিৰ ডাঙৰীয়াৰ চিন্তা ধাৰণা আপোনাৰ কাৰণে গ্ৰহন যোগ্যতা নাছিল,তাতেই বিবাহ বিচ্ছেদ ঘটিছিল চাগে, বৰ্মা আপুনি নাৰী কিন্তু 99% আপোনাৰ জেদ আছিল আপুনি সফল বুলি ভাবিব পাৰিছো । 🙏🙏🙏
বৰা ডাঙৰীয়া, আপোনাৰ মতামতৰ বাবে ধন্যবাদ জনাইছোঁ ! এইগৰাকী অসাধাৰণ মহিয়সী নাৰীলৈ সন্মানেৰে যি প্রকাশ কৰিছে, ভাল লাগিল ! জেষ্ঠামাতৃৰ আসনত বহুৱাৰ বাবেওঁ সুখ অনুভৱ কৰিছোঁ ! কিন্তু বর্মা নহয়, বৰমা হে হ'ব লাগে ! বর্মা এক সম্প্রদায়ৰ উপাধিহে, সম্বোধন নহয় ! বেয়া নাপাব !🙏
Bohut Val lagela🙏🙏🙏
Nice interview 👍👍👍
God bless you maam
নমস্য ব্যক্তিগৰাকীক প্ৰণাম জনাইছোঁ। তেখেতৰ সুস্বাস্থ্য কামনা কৰিলোঁ।।
আইতাৰ কথা বিলাক বহুত সুন্দৰ।জানিবলগীয়া কথা বহুত আছে।💚❤️💚❤️💚❤️
আইতা নহয় অ' বাইদেউ
আমি অসমীয়া মানুহে ককা আইতা সম্বন্ধীয় বা ককা আইতা বয়সীয়া ব্যক্তি সকলক দাদা বাইদেউ নকওঁককা আইতা বুলিহে সম্বোধন কৰো।
বহুত ভাল লাগিছে
আপোনালৈ ধন্য আই।
Kotha bur huni bohut bhal lagil, so god bless you.
Such a Strong Lady❤
বহুত নজনা কথা জনিলোঁ।এই সুন্দৰ কথা বাৰ্তা শুনি বৰ ভাল লাগিল ।
আক্ষেপ থাকিবই কিন্তু আক্ষেপ কৰিবও নালাগে! কাৰণ আক্ষেপ কৰিলে দুখ বাঢ়িব।সেয়ে পৰাপক্ষত হাঁহি মুখেই সকলো গিলি আগুৱাই যাব লাগে নতুনত্বৰ সন্ধানত 🙏🙏
ভালে থাকক বৰমা নেদেখা জনে কুশলে ৰাখক 🌼🌼
বৰ ভাল লাগিল আপোনাৰ কথাখিনি,শুনি থাকিবৰ মন যায় 🙏
ভাল লাগিল !
Great
Good maa vl Katha kaise.good
Baideo apuni dirghajibi houk sir mor bor prio asil sirr kitap phri bht bhal pao.
বাইদেউ দীঘলীয়া আয়ুস কামনা কৰিলো
Bht bhal lagil teor kotha khini
GOOD
Bahut bhal lagil.tekheor kothai aapluta karile
আপোনাৰ কথা শুনিলে শুনি থাকিবলৈ মন যায়।
Xundor
সুন্দৰ
Bor hundor kotba koise....lots of respect to her
Bht vl lagil pranam
Great Mohila
সশ্ৰদ্ধ প্ৰণাম বাইদেউ, আপুনি কুশলে থাকক।
বহুত ভাল লাগিল
তেওঁৰ আদৰ্শ লৈ যেন আগবাঢ়ি যাব পাৰোঁ🙏🙏🙏🙏🙏
Pure soul
আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘজীৱন কামনা কৰিলোঁ। আপুনি আমাৰ আদৰ্শ হৈ ৰওক
An ideal and learned lady with a principle in her life.
বাইদেউলৈ বহুতো প্ৰনাম।
বাইদেউ বৰ ভাল লাগিল আপোনাৰ কথা শুনি।
So innately simple and unassuming a person she is ,beacon in the literature domain,a luminary,God bless her with long healthy Life 🙏🙏
Very informative ❤️
ভাল লাগিল
মা তোমালৈ ভগবানৰ ওচৰত দীৰ্ঘাউ কামনা কৰিলো ।
Homen Bargohain sir k bahut osarar pora paisilo... Teo pindhi thaka power glass dukhon moi banaisilo... Bahut bhal nanar manuh asile teo....
Apunak pranam jnisu.
বহুত ভাল লাগিল..
Dhunia
আপোনাৰ সু-স্বাস্থ্য কামনা কৰিলো 🙏🙏🙏
You are my inspiration
Katha khini huni val lagil,aru besi val lagil hadhu hoboloi kuya kotha khari,hosa kotha.
Wah. 👍
প্ৰিয় সাহিত্যিক গৰাকী ঈশ্বৰে আপোনাক কুশলে ৰাখক 🙏
🙏🙏 Sadai kushole thakok ..Baidew .Bor bhal lage aponar kotha Bor xuni ..
Apunar deha xustta thakok 🙏
নিৰুপমা বৰগোহাঞি বাইদেউ মোৰ প্ৰিয় সাহিত্যিক। বাইদেউৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো।
এনেকুৱা সৎ ব্যক্তি সকল নোহোৱা হৈ গ'লে উঠি অহা প্ৰজন্মৰ বহুতো ক্ষতি হ'ব। আজিকালি সৎ ব্যক্তিৰ বহুতো অভাৱ।
ইয়াৰপৰাই আপোনাৰ চৰণত প্ৰণিপাত কৰিলো🙏🙏বহুত বেছি ভাল লাগিল।
নিৰুপমা বাইদেউ মোৰ খুবেই প্ৰিয় সাহিত্যিক …কথাবোৰ ইমান ভাল লাগিল …কুশলে থাকক
Taru phukn baideu ki khbr ...aponr vedieo sai aso
Oh my God...How honest she is....!❤️
❤বাইদেউ কথা শুনি বৰ ভাল লাগে❤
আইতাৰ চিন্তা ধাৰা বহুত উপৰৰ। 🙏🙏আপুনি বহুত ভাল মানুহ।
😊
Bohut bhal lagil baidew r kotha khini xuni🙏🙏🙏
সুন্দৰ বাৰ্তা দিলে বাইদেউ , সশ্ৰদ্ধ সেৱা নিবেদিলোঁ ।
Bahut din pasot ata dami interview hunilo, bahut val lagil,baidew goraki dirgho jibi howk.
Khub val lagil
🙏🙏 বাইদেউলৈ সশ্ৰদ্ধ প্ৰণাম । তেওঁৰ দীঘায়ু আৰু সু-স্বাস্থ্য কামনা কৰিলো।
0
অতি প্ৰয়োজন এনেধৰনৰ সাক্ষাতকাৰ, বাইদেওলৈ সশ্ৰদ্ধ প্ৰণাম ।
Easy going,honest&very simple lady.👏🙏👍tq.
Khub Val lagil dei
বাইদেউ আপোনাৰ কথা শুনি বহুত ভাল লাগিলে আপোনাৰ দীঘায়ূ কামনা কৰিলো
এগৰাকী মহান নাৰী।কৰযোৰে নমস্কাৰ জনালোঁ। পৰমপিতাই কুশলে ৰাখক।
ভাল লাগিল। ❤
Woman of knowledge 🙏.
খুউব আনন্দিত হলো বাইদেউৰ সাক্ষাৎকাৰ শুনিব পায় ধন্যৱাদ
Apunak pronam jonalu..Bhogobane apunar mongol korok🙏🙏🙏
বহুত বহুত ধন্যবাদ, বহুত ভাল লাগিল কথাখিনি
Adorable literary figure of Assam .... An asset of Assamese literature...... May God bless her with good health......
Bhut val lagile...
কথা বোৰ শুদ্ধ অসমীয়া🎉🎉🎉❤❤❤
হোমেন বৰগোহাঞি মোৰ এজন বহুত আদৰ্শৱাদী, প্রিয় লেখক. Among all writers of Assam he was only whom I like so much. He is immortal in our life. God give him place in Heaven. 🙏🙏🙏🙏🙏🙏🙏
বাইদেউৰ শব্দৰ উচ্চাৰণ শুনি মুগ্ধ হলো
আপোনাৰ সু স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ 🙏🙏🙏🙏🙏
নিৰুপমা বাইদেউৰ কথা খিনি শুনি বহুত ভাল লাগিলে তেওঁ লেৈ সশ্ৰদ্ধ প্ৰণাম 🙏
Homen Bargohain was one of the world most talented individuals.
Most admirable personality in my life.
Dada mane ki ...english to likhat aji kintoo vool hoise
অতি সুন্দৰ সাক্ষাতকাৰ বহুত ভাল পালো শ্ৰদ্ধাৰ বাইেদউৰ বক্তব্য শুনি 🙏🙏🙏 বাইদেউৰ সুস্বাস্থ্য কামনা কৰিলো 💓🙏
Bor vl lagil suni baideu apunr kotha
বাইদেউ আপুনি কুশলে থাকক জীৱনৰ শেষ ক্ষণলৈকে।🙏🙏
আপোনাৰ তুলনা নহয় বাইদেউ। আপোনালৈ শ্ৰদ্ধা জনালোঁ 🙏🙏
We love you Baideu! We learn many things. May you live long ❤❤❤❤
Baidew... very simple and inspiring .....
বাইদেউ, আপোনাক লগ পোৱাৰ ইচ্ছা থাকি গ'ল মনত। কথাখিনি শুনি খুবেই ভাল লাগিল। ❤🙏
Bohut bhal lagil......Baidow r kotha xuni
Bhogobane apunak bhale rakhok....❤
আবেগিক হলো বাইদেউ আপোনাৰ কথা শুনি
বৰ ভাল লাগিল
আই আপোনাৰ কথাবোৰ শুনি8 বৰ ভাল লাগিল ।। আপুনি ভালে থাওকক
Very Resourceful
Bohut val lagile apunar kothabur huni apunak Baidew buli koboloi dukh lagise apunak mur matree bulia vabisu maa apunar dirghayu mongol kamona korilu duror porai🙏
আপুনি ভালে থাকক বাইদেউ
বাইদেউলৈ সশ্ৰদ্ধ প্ৰণিপাত, নেদেখাজনৰ ওচৰত তেখেতৰ সুস্বাস্থ্য কামনা কৰিছো।
বাইদেউৰ কথাবিলাক বহুত ভাল লাগিল ,তেখেতৰ চৰণত প্রণিপাত জনাইছোঁ ,
Bohut dhunia interview dile
মাই বহুত ভাল কথা কৈছে।
She is very honest lady 🙏🙏🙏🙏🙏
বৰ্মা... আপোনাৰ যৌৱন কালত আপুনি বহুত ধুনীয়া আছিল, আৰু আপুনি শিক্ষা ক্ষেত্ৰ জগতত উচ্চ শিক্ষাৰ জ্ঞান অৰ্জন কৰিছিল । মই বুজিব পাৰিছোঁ স্বৰ্গীয় হোমেন বৰগোহাঞিৰ ডাঙৰীয়া আপোনাৰ চিন্তা ধাৰণা গ্ৰহণযোগ্য নাছিল আৰু স্বৰ্গীয় হোমেন বৰগোহাঞিৰ ডাঙৰীয়াৰ চিন্তা ধাৰণা আপোনাৰ কাৰণে গ্ৰহন যোগ্যতা নাছিল,তাতেই বিবাহ বিচ্ছেদ ঘটিছিল চাগে, বৰ্মা আপুনি নাৰী কিন্তু 99% আপোনাৰ জেদ আছিল আপুনি সফল বুলি ভাবিব পাৰিছো । 🙏🙏🙏
বৰা ডাঙৰীয়া, আপোনাৰ মতামতৰ বাবে ধন্যবাদ জনাইছোঁ ! এইগৰাকী অসাধাৰণ মহিয়সী নাৰীলৈ সন্মানেৰে যি প্রকাশ কৰিছে, ভাল লাগিল ! জেষ্ঠামাতৃৰ আসনত বহুৱাৰ বাবেওঁ সুখ অনুভৱ কৰিছোঁ ! কিন্তু বর্মা নহয়, বৰমা হে হ'ব লাগে ! বর্মা এক সম্প্রদায়ৰ উপাধিহে, সম্বোধন নহয় ! বেয়া নাপাব !🙏
Bohut Val lagela🙏🙏🙏
Nice interview 👍👍👍
God bless you maam
নমস্য ব্যক্তিগৰাকীক প্ৰণাম জনাইছোঁ। তেখেতৰ সুস্বাস্থ্য কামনা কৰিলোঁ।।
আইতাৰ কথা বিলাক বহুত সুন্দৰ।
জানিবলগীয়া কথা বহুত আছে।💚❤️💚❤️💚❤️
আইতা নহয় অ' বাইদেউ
আমি অসমীয়া মানুহে ককা আইতা সম্বন্ধীয় বা ককা আইতা বয়সীয়া ব্যক্তি সকলক দাদা বাইদেউ নকওঁ
ককা আইতা বুলিহে সম্বোধন কৰো।
বহুত ভাল লাগিছে
আপোনালৈ ধন্য আই।
Kotha bur huni bohut bhal lagil, so god bless you.
Such a Strong Lady❤
বহুত নজনা কথা জনিলোঁ।
এই সুন্দৰ কথা বাৰ্তা শুনি বৰ ভাল লাগিল ।