প্ৰশ্ন মুখ্যমন্ত্ৰীলৈ, প্ৰতিশ্ৰুতি দিছিল, কি হ'ল?
ฝัง
- เผยแพร่เมื่อ 8 ก.ย. 2024
- প্ৰশ্ন মুখ্যমন্ত্ৰীলৈ, প্ৰতিশ্ৰুতি দিছিল, কি হ'ল?
প্ৰশ্ন গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰীলৈ
হেলিকপ্তাৰ লৈ চাইছিল, এতিয়া কি হ'ল?
স্মাৰ্টী চিটি নাম দিয়া গুৱাহাটীৰ নৰক সদৃশ ৰূপ
এই বিপৰ্যয় কেৱল গুৱাহাটীৰ বুলি ভুল নকৰিব
আজি মুখ্যমন্ত্ৰী নিমাত কিয়।কাৰণ তেওঁৰ সকলো দপ্তৰতে হস্তক্ষেপ থাকে। আজিৰ ক্ষেত্ৰত ৰহস্য জনক ।
Himanta mamai etia planning kori ase..ki buli kotha bur milai kobo pare
যিসকলক ভাল বুলি ভাবি ভোট দিছিলো আজি বুজিলো,,,,, ইহতে আমাক খায় পেলাৱ
হিমন্ত আম্বানীৰ ঘৈনীয়ক ৰিনীকি আম্বানীৰ বাবেহে চৰকাৰে কাম কৰে । ভাল ভাল ঠাই চাই মাটি লৈ দিয়া ,ৰিজৰ্ট বনাই দিয়া । খুব লাজ লগা কথা , অসমৰ অসমীয়াক বনীয়া বেপাৰীক চলাবলৈ দিছে । খুব লাজ লগা কথা ।
Ekdom hosa ki se..ei turn I morod duta mili gote Assam khon bikri koribo
ৰাজনীতিবিদৰ প্ৰতিশ্ৰুতি কেতিয়াবা পূৰণ হয় জানো? এইজন গুৱাহাটী উন্নয়ন মন্ত্ৰীৰ কোনো কথা নুশুনাব, শুনিলে মুৰটো গৰম হে হয়।
Paisa mojja Bijulik Vote diya 😅😅😅
আকৌ এবাৰ মোদী চৰকাৰ
kun hindu aru kun Muslim koribole atia mama kot ase
অনা অসমীয়া বেপাৰিয়ে অসমৰ উন্নতি কৰিব নোৱাৰে।২৬ অত ৰাইজে এটা শিক্ষা দিয়ক।ৰাইজে নখ জোকাৰিলে নৈ বয় বুলি এষাৰ কথা আছে।
অতুল কেশৱ ৰমেন্দ্ তহতি অগপ শেষ কৰিলি
এয়া গুৱাহাটীৰ পানী নহয়, বাহিৰৰ পানী। গুৱাহাটীৰ পানী হ'লে প্ৰতিৰোধ কৰিব পাৰিলেহেতেন।এয়া আমাৰ হিতাধিকাৰী সৃষ্টিকাৰী চৰকাৰ।
ৰাইজ পানীৰ ৰং চাওক কলা নে ৰঙা তাৰ পিছৰে আমাৰ নেতা সকলক গালি পাৰিব দেই
পানীৰ বৰণহে বিশ্লেষণ.......মূল কথা উদ্দেশ্যৰ পৰা ফালৰি কাতি মন্তব্য
Ripun dada best
বেপাৰি মিনিসটাৰ হলে এনে হবৈ
বণিয়াক মন্ত্ৰী পাতিলে এই গতি হবই।
পগলা চৰকাৰৰ দিনত এনেকুৱাই হব
গাঐগাআকৌ এবাৰ মুদী চৰকাৰ😂
Good for clarification of flood
ইয়াকো পগলা কুকুৰে কামোৰিলে নেকি ? অৱশ্যে দ্ৰুত উন্নয়ন আৰু পৰিবৰ্তনৰ কাৰণে ৰাইজৰ অকনমান অসুবিধা হ'ব ই হেনো বুলি বয়োজেস্থ সকলে ক'ব বিছাৰে
আপোনালোকে বিজেপিৰ পক্ষে ভোট বৰ্জন কৰক
এই সমস্যাটো অতি সোনকালে সমাধান কৰিৱ লাগে।
Wah wah wah smart city
No one can’t win with nature, geographically Guwahati situated in a naturally deep.
Good news👍
দোকান চলোৱা মানুহে বান পানী কথা কি বুজিব
Bhupen Bora zindabad
Great scintist maniso dei janma baru kot hoisil ekhetor .
Good
Thank you...
Bohut development hoise dei bohit asorit development
স্মার্ট চিচিত কাম কৰা মিস্ত্রিৰ list খন পালেই মামাৰ মুখৰ মাত ওলাব। কব যে মিঞা মিস্ত্রীয়ে কাম কৰাৰ বাবে গুৱাহাটীত পানী হৈছে। আৰু বিজেপি ত ভোট নিদিয়া সকলৰ list পালই কব যি সকলে বিজেপি ত ভোট দিয়া নাই সেই সকলৰ ঘৰত/কোঠাত পানী সোমাইছে।
👍👍👍👍👍👍
বিজেপি চৰকাৰ আৰু ১০ বছৰ মান অসমত থাকিবলৈ হ'লে অসম সাগৰলৈ ৰূপান্তৰিত হ'ব যেন অনুভৱ হয়।
Kola Pani aru ronga Pani..😂 Rendir puwali bilakor kotha huni thak kela
মাথাগৰমৰ স্মাৰ্ট চিটি ,
Reality is this no matter which political party you support but everyone is same.... No one is interested to solve this problem
BJP k ru vote diuk
Then plz try to shift the capital to Tezpur Or Koliabor
অশোক শৃগালে মদৰ বাৰিষা বুলি ভাবি হিমন্তক জনোৱা নাই।যাৰ বাবে হিমন্ত নিমাত ,মদৰ দোকানী খুছ,।
অসম মেঘালয় সীমাত বল্ডাৰ ঘাতনি কৰি দিলেই সমস্যা সমাধান।
তাৰ পিছতো যদি সমস্যাৰ সমাধান নহয় তাৰ বাবে জগৰীয়া হব বাংলাদেশী মূলৰ মুছলমান কিয়নো সিহঁত গুৱাহাটীৰ ভাড়া ঘৰত থাকি বেছিকে পানী খৰচ কৰে যধে মধে জাৱৰ জোথৰ পেলাই নলা সমূহ বন্ধ কৰি পানী জেহাদ আৰম্ভ কৰিছে বুলি ঘোষণা কৰিব মামা।
এই কেইতাক মেখেলাই বানধী থওক.
হেমন্ত ই মুখেৰে বানপানীৰ নিশেহ কৰিব নোৱাৰে।ভূপেন বৰাই আবোল তাবোল বকে।তহতৰ কথাবোৰ মুল্য নাই।
All the politicians same is as Just want to chances each to others so no development Gowahati (Assam)
মুৰ্খ গছত নালাগে এইখন অসমতে গুৱাহাটীটে আছে। 😂😂
No. 1.minister.bjp
ঐ গৰু পানী ওপৰৰ পৰা তললৈ যে নামি আহে নাজানা নেকি, পানী ওলাই যোৱা ব্যৱস্থা কৰিব লাগে নে চুপতি মাৰিবি , বাংলাদেশৰ হাশিনাৰ দৰে খেদিব লাগিব তহতক।
Moja hagor ne moja nagor
ভেকো কাই 😊😊😊
এইখন মুখৰ চৰকাৰ..কামৰ নহয়..ৰাইজ...আচনিৰ বাহিৰে একো নাজানে...
তহঁতৰ কলহ আছে নহয় তাতে ভৰাই মেঘালয়ত দি আহগৈ যা।
5days rain dile aru moja lagibo
ঠিকেইটো কৈছে সিংহই(?)।মেঘালয়ৰ পানি অসমত সোমালে কিয় ব্যৱস্থা ল'ব বাৰু সিংহই।
Guwahatir abosta aru besi bya hobo sai thakok......so....xhomoy thakote kiba 1ta koribo lage....aru sarkarok doxh dile nohoi ....amio xhojag hbo lagibo
Loan lok enjoy korok😢😢😢😢
Commision lok enjoy korok😢😢😢😢
Meghalaya ronga pani holay nuwaray 😂😂😂😂
Kerala t congress party government tate ki korile congress party a? Sobe chai ashe Kerala????
Guwahtir banpanik loi kono rajniti nokoribo...plz
Asomot. Banpanit. Nisina. He. Hoise. Banpanit. Nohoi. Dei
BJP hoi hoi
Akamany Manti
Ashok Singhal saheb....aru 10ta plot loi building bonaouk...lorak logai diok....CM k kouk fly over r sinta koribo....kot ki comission mile sai meli lobo....loan pai napai tuo sabo...
Romendra kalitai hindit kolehe bhal lagr
২০২৬ আকৌ এবাৰ মোদী ডাঙৰীয়াৰ ছৰকাৰ
Amak protection lge sympathy nohoi,duror pora yat ami coaching koribo ahi rati 11 ta loi abuku panit fosi asilu,police pora start kori soboke help khuji lotu kuneu olp help nokoril bt dm sure adin yar porinam kintu bhugibo lagiboi.
This is our DEVELOPMENT GOVET.OF ASSAM.
Vote for bjp
Andhoo bhaktoo
মামাৰ কথাতটো আমি কোনোবা ইউৰোপৰ দেশতহে বাস কৰা যেন লাগে কিন্তু কামতহে একোডাল নাই তেওৰ মতে ব্ৰিজ কেইখন বনোৱাই উন্নয়ন
শিলশাকো কি হ'ল...../
Val ru hok ghytit 😮😅😊
Protisruti disile ki, korile ki...?
Eko kora nai... Kebol Amak Hindo mushalman kori thakib di teuloke Amak nosuai thaki Okhomiyak mrittur mukholoi theli dise..?🙏🙏
ৰমেন গাওবুঢ়া। নিজৰ চৰকাৰৰ দিনত কি কৈচ্চা?
Over smart City......dhan kheti korok
O hal, 0 hai thakiba.
Commission masroor Singhal
মই আপোনাৰ ভইচ অভাৰ বিচাৰি আছিলোঁ।
বান পানী হৈ থাকিব।
বিৰোধী শাসনত থকা বহু দীঘলীয়া কাৰ্য্য কালৰ এই সমস্যা।সঠিক পৰিকল্পনাৰ দ্বাৰা গৃহ নিৰ্মাণত কিছু চকু দিয়া হেঁতেন আজিৰ এই দুৰাৱস্থা নহয় ।গতিকে অন্য লৈ নেঠেলি ৰাইজ আৰু চৰকাৰক সু পৰামৰ্শ আগ বঢ়াই সমস্যা সমাধানত সহায় কৰে যেন।
বেপাৰীৰ হাতত ক্ষমতা থাকিলে এনে হয়
অ গ প ই ঘৰিয়ালৰ চকু পানী টুকিছে
Iyak koi smart city jot eman diney bjp r dokol t asy guwahaty
Nai aku nai.... BJP zindabad
তপা মুৰিয়া কলিতা বোলা অগপ বিধায়ক জনে কলে মুখ্যমন্ত্ৰীৰ বহুত আন্তৰিকতা থকা বুলি কি বুজি নাপালো,
BJP hatao Assam bachao
Again Modi Sarkar
National anthem tu gaa- akou ebar modi sorkar,
Banpani komi jabo😂😂😂
Najir da olp jegat loga k news Tu bonabo buli hepahere vabi asilu.. .. Khash nalagil news Tu.. Olp laj di bonabo lgisil
Aru 5 years lagiba saga
এইজন আকৌ ওলাল পানীৰ ৰং অনুযায়ী ৰাজ্য ৰ্নিধাৰণ কাৰি বিজ্ঞানী!অলৰ্গদ্ধ কৰবাৰ।
ইয়াক পানীৰ মাজত কোনে গামোছা পিন্ধালে ?
Unnaonor boina bohise
Ashok Sinhal , some water was seen slightly green colour....may be so ... some water came from China , enquire the matter nd take n/ a .
Cm sir apuner aru life nai...cm huwa
Eku nohole Khali cm sir or north ghy tewor namot hoi gol
Why action has not been done to divert the water draining from the neighbouring hills
😂😂😂😂 amarei vul amie bonalu amake pahori gol
মুখ্যমন্ত্রীৰ প্ৰতিশ্ৰুতি নহয় ফুল জাৰি
Comedian montri aru CM
Nau sole nodid ,kintu amar assamt nau solise smart City guahatit .ki din dekisu aya.aruje ki ki saboloi pam.
Apuna lukor dinot mohanogarat boroxun nanibo
Vote 🗳️ kaak dib...
Tur murat ki asa
Sir alu kg hol 50 rupees
সকলোৱে টিকা ঘুৰাই নাচিব লাগে আকৌ এবাৰ পাগলৰ চৰকাৰ ৷
Singholji padatyag korok, ei sarkaar adokhya, akomonya.