হিমন্তৰ সমষ্টিৰ পাহাৰ কটা "জেহাদ"ক লৈ প্ৰশ্ন কৰা সাংবাদিকক ধৰ্মৰ নাম লৈ তাচ্ছিল্য!

แชร์
ฝัง
  • เผยแพร่เมื่อ 7 ก.พ. 2025
  • ➡️কিমান আৰু নিকৃষ্ট পৰ্যায়লৈ নামিব মুখ্যমন্ত্ৰী মহোদয়....!
    ➡️সাংবাদিক শ্বাহ আলমৰ নাম সোধাৰ চলেৰে ধৰ্ম বিচাৰ কৰি সংযোগ ঘটাই দিলে USTM ৰ মালিক মহবুবুল হকৰ লগত।
    ➡️বাৰে বাংকৰা কথাৰে দায় সাৰিব চেষ্টা কৰিলেও পাছে সাংবাদিক শ্বাহ আলমে কোনো অসত্য-অযুক্তিকৰ প্ৰশ্ন সোধা নাছিল!
    ➡️একাংশ "গোডী মিডিয়া"ৰ সাংবাদিকৰ দৰে আপোনাৰ শ্ৰুতলিপি মতে প্ৰশ্ন কৰিব লাগিছিল নেকি বা ভেবা লাগি চাই থাকিব লাগিছিল নেকি আলমে?
    ➡️আমি দেখুৱাম প্ৰকৃততে পাহাৰ কটা জেহাদে আপোনাৰ সমষ্টিত ফ্লাড জেহাদৰ সৃষ্টি কৰিছে নে নাই!
    ➡️মুখ্যমন্ত্ৰী মহোদয়, ধৰ্মৰ আফিং ৰাইজে গিলা এৰিছে...! হিন্দুৰ পোষ্টাৰ বয় হোৱাৰ ব্যৰ্থ চেষ্টা পৰিহাৰ কৰক!
    ___________________________________
    Like, share and subscribe our channel.
    Follow us on:
    Facebook - nenownews/
    Twitter - NENowNews/
    Instagram - northeast.now

ความคิดเห็น • 430

  • @rebalien5207
    @rebalien5207 5 หลายเดือนก่อน +96

    আপোনাৰ সাহসী আৰু শুদ্ধ সাংবাদিকতাৰ বাবে ধন্যবাদ।

    • @AbulHussain-dl6og
      @AbulHussain-dl6og 5 หลายเดือนก่อน +2

      Hoy , Bohut dhanyabad .

    • @MohammadAli-ee2gk
      @MohammadAli-ee2gk 5 หลายเดือนก่อน

      Thant you dada

    • @ahidurrahman4225
      @ahidurrahman4225 5 หลายเดือนก่อน

      ইয়াকে কৈ চুঙা চাই হুপা ঠিক দিলে

  • @nipandas5010
    @nipandas5010 5 หลายเดือนก่อน +166

    অসমৰ দুৰ্ভাগ্য যে ই আমাৰ মুখ্যমন্ত্ৰী। ছি ছি লাজ লাগে।

  • @TulikaboraKkp
    @TulikaboraKkp 5 หลายเดือนก่อน +8

    .সাংবাদিক জনক তেওঁৰ সাহসিকতাৰ বাবে ধন্যবাদ জনালো ৷যদি আপোনাৰ উপাধি শৰ্মা হোৱা হলে সাহসিকতাৰ বটা দিলোহেতেন ৷

  • @dipakbaruah8987
    @dipakbaruah8987 5 หลายเดือนก่อน +78

    ভাল লাগিল অসমত Godi Media ৰ ৰাজত্ব চলিবলৈ নিদিয়া সকললৈ ধন্যবাদ থাকিল ।

  • @inglishvlogs1015
    @inglishvlogs1015 5 หลายเดือนก่อน +108

    পগলা হোৱাৰ লক্ষণ এইবোৰ

  • @nipandas5010
    @nipandas5010 5 หลายเดือนก่อน +97

    সৰ্বানন্দ সোনোৱালহে অসমৰ যোগ্য মুখ্যমন্ত্ৰী। কিন্ত্ত কি হব সিও এটা ভয়পাদুৰা।

    • @AnowarHussain-gq7hu
      @AnowarHussain-gq7hu 5 หลายเดือนก่อน +1

      😂😂

    • @Childhoodmemories-c7q
      @Childhoodmemories-c7q 5 หลายเดือนก่อน

      Petor nari dal dal hol mor😂😂

    • @madhurjyamazumdar1577
      @madhurjyamazumdar1577 5 หลายเดือนก่อน +1

      নিজৰ আসনখন যিয়ে ধৰি ৰাখিব নোৱাৰে তেওঁ কেনেকৈ যোগ্য।সৰ্বানন্দ আতাইতকৈ দুৰ্বল আৰু অদূৰদৰ্শী নেতা।

  • @sajidrahman4321
    @sajidrahman4321 5 หลายเดือนก่อน +32

    Next cm Assam Gourav gogoi

  • @north-eastentertainment8895
    @north-eastentertainment8895 5 หลายเดือนก่อน +5

    আপোনাক ধন্যবাদ দাদা

  • @Fakharuddin2
    @Fakharuddin2 5 หลายเดือนก่อน +38

    অপদাৰ্থ মুখ্যমন্ত্ৰী

  • @subhashsut2215
    @subhashsut2215 5 หลายเดือนก่อน +31

    অধম মূখ্য মন্ত্ৰী লাজ কেতিয়া আহিব আপোনাৰ ? সঁচাকৈ দেই*******;!

  • @SadanandaHazarika-nv6yv
    @SadanandaHazarika-nv6yv 5 หลายเดือนก่อน +21

    বিজেপিক বিদায় দিয়ক , নহ'লে অসমীয়া জাতি জীয়াই থাকিব নোৱাৰিব ।

  • @mohanboruah9962
    @mohanboruah9962 5 หลายเดือนก่อน +19

    Kalpojyoti you are great.

  • @MAINULHOQUE-cc8fi
    @MAINULHOQUE-cc8fi 5 หลายเดือนก่อน +9

    ধুনীয়া News.

  • @mohammedahad293
    @mohammedahad293 5 หลายเดือนก่อน

    ধন্যবাদ শইকীয়া চাহাব। আপোনাৰ অতি সুন্দৰ বিশ্লেষণৰ বাবে আপোনাক ধন্যবাদ।

  • @dolleducationassam3732
    @dolleducationassam3732 5 หลายเดือนก่อน +27

    কি যে হব, দুৰ্নীতিৰ কথা প্রশ্ন কৰিলেই সাংবাদিকসকল বেয়া। মুঠতে অসমৰ সকলো সমস্যা মুসলমান বুলি ভাবে হিমন্তই, যেন বেলেগ কোনো সমস্যা নাই।

  • @rehanahussain7201
    @rehanahussain7201 5 หลายเดือนก่อน +3

    সাংবাদিক কলেজেোতি শইকীয়াৰ সংসাহস আছে ধন্যবাদৰ লগতে চ্যেলুট জনাইছো।

  • @RofiqulIslam-vv8kb
    @RofiqulIslam-vv8kb 5 หลายเดือนก่อน +39

    CM go back

  • @jadavgogoi944
    @jadavgogoi944 5 หลายเดือนก่อน +36

    ৰোগৰ বীজাণু কঢ়িওৱা মাখিৰ চকু সদায় গেলা-পচা, লেতেৰা নলা-নৰ্দমাতে থাকিব । গতিকে এওঁৰ মন-মগজু সদায় লেতেৰাতে পিতপিতাই ফুৰে।

  • @RanidharTalukdar
    @RanidharTalukdar 5 หลายเดือนก่อน +61

    সঁচা শুনিবলৈ এইজন মুখ্যমন্ত্ৰীৰ সাহস নাই ছালে বাৰে কবোৱাটো তেওঁৰ সহজাত প্ৰবৃত্তি।

    • @protimadutta2890
      @protimadutta2890 5 หลายเดือนก่อน +4

      100 % ইয়াৰ কিন্ত অতি বেছি হৈছে দেই ।

  • @nogensaikia2441
    @nogensaikia2441 5 หลายเดือนก่อน +61

    আচলতে অসমৰ মুখ্যমন্ত্ৰীক মুছলমান ভুতে খেদি ফোৰিছে যেনেকৈ কংসক কৃষ্ণ ভুতে খেদিছিল খাওতে শুতে কেৱল কৃষক দেখিছিল আনকি নিজৰ চাঁ টোকো কৃষ্ণকেই দেখিছিল । এইয়া অহংকাৰিৰ লক্ষণ আন একো নহয়।।

    • @tamannamuskan3552
      @tamannamuskan3552 5 หลายเดือนก่อน +6

      ছি ছি আমাৰেই লাজ লাগিছে ।এজন মূখ্য মন্ত্ৰী কথাত । সচাঁই পগলা কুকুৰে কামুৰিছে যেন অনুভৱ হয ।

    • @Parbin_sultana_aziz
      @Parbin_sultana_aziz 5 หลายเดือนก่อน +3

      Thik koise 😢kihr bbe aii mnuh jn a enk lagi thake kbo nwaru...ami tu hindu muslim emn dhuniaa k sob mili soli asu,,,aii jn bare bare mjt xumabo ahe

    • @anuraggoswami4108
      @anuraggoswami4108 5 หลายเดือนก่อน

      Apuni musalmamok amar antaryami krishnar gukhair logot milale. CM sir he krishnar rup. Apuni nogen saikia buli fake name loi kunuba Mia nohoitu. Next time amar swardhar CM sirk teneke kotha nokobo.

  • @dibyajyotigogoi4801
    @dibyajyotigogoi4801 5 หลายเดือนก่อน +33

    পাগল মুখ্যমন্ত্ৰী ই অসম শেষ কৰিলে।

  • @nijeshray2303
    @nijeshray2303 5 หลายเดือนก่อน +62

    2026 বি জে পিক বিদায় দিবই লীগিব নহলে অসমখন বহিৰাজ্যৰ বনিয়াক অসমখন বিক্ৰী কৰি দিব ৷ অসমৰ জানসাধাৰণ কেতিয়া সজাগ হব? তালৈহে প্ৰশ্ন ৰাইজলৈ ৷

    • @Dda8060
      @Dda8060 5 หลายเดือนก่อน +3

      True

    • @HabibUllah-yp9rd
      @HabibUllah-yp9rd 5 หลายเดือนก่อน +5

      Jetiya Andha bhakatir Anta paribo .....tetiya 😮😮😮😮

    • @sarbeswargogoi2781
      @sarbeswargogoi2781 5 หลายเดือนก่อน +1

      সাজু হ্ওক।

    • @rajjj709
      @rajjj709 5 หลายเดือนก่อน

      Right

  • @afazulhoque4032
    @afazulhoque4032 5 หลายเดือนก่อน +20

    এই পৃথিৱীৰত কোনো ব্যক্তি চিৰদিন জীয়াই নাথাকে।

  • @taradoi7957
    @taradoi7957 5 หลายเดือนก่อน +12

    আচৰিত মানুহ । হিমন্ত বিশ্ব শমা'ৰ শিৰাই উপশিৰাই ---হাড়ে হিমজুয়ে বেয়া আৰু উচচ নীচ ভাৱ বিৰাজমান হৈ থকা যেন লাগে ।

  • @SwapnaDevi-i5s
    @SwapnaDevi-i5s 5 หลายเดือนก่อน +23

    অসমখন এইজনাই খাব এতিয়া ।

  • @josensangma8521
    @josensangma8521 5 หลายเดือนก่อน +23

    Very good channel thanks KJ Saikia

  • @SaddamHussain-ow5cd
    @SaddamHussain-ow5cd 5 หลายเดือนก่อน +6

    Good information

  • @RajibDeka-mc6vh
    @RajibDeka-mc6vh 5 หลายเดือนก่อน +7

    এইজনক‌ আমাৰ মুখ্যমন্ত্ৰী বুলি কবলৈ দূখ‌ লগা হৈছে। প্ৰশ্নৰ‌ উত্তৰ শুনিলে‌ পাগল‌ হ'ব।

  • @assambnys
    @assambnys 5 หลายเดือนก่อน +24

    USTM ৰ পৰা MEGHALAYA চৰকাৰলৈ যিটো টেক্স দিয়ে তাৰ পৰা 50% অসমক দিলে সকলো চিধা হৈ যাব।

    • @protimadutta2890
      @protimadutta2890 5 หลายเดือนก่อน +6

      USTM এ টোপোলা এটা CM ক দিয়ক ---মুখ বন্ধ হৈ যাব ।

  • @dr.bakshiahmed6021
    @dr.bakshiahmed6021 5 หลายเดือนก่อน +1

    নিৰ্ভিক নিৰপেক্ষ বাতৰি পৰিৱেশন কৰা বাবে সাংবাদিক শইকীয়াক অভিনন্দন জনাইছোঁ।

  • @ishanprincetechnology.1808
    @ishanprincetechnology.1808 5 หลายเดือนก่อน +24

    অকল হিন্দু মুছলিম ,

  • @RukchanaAhmed-mi3sn
    @RukchanaAhmed-mi3sn 5 หลายเดือนก่อน +15

    আপোনাৰ problem কি মুছলমানে আপোনাক কি কৰিলে। আপোনাৰ নিচিনা নিকৃষ্ট মানুহ দেখা নাই। আপুনি কি ভাবিছে যে মুছলমানক বেয়াকৈ কলে আপুনি হিন্দু ভোট খিনি পাই পাই যাব। সব হিন্দু আপোনাৰ নিচিনা নিকৃষ্ট মনৰ নহয় বুজিছে মামা

  • @natsv565
    @natsv565 5 หลายเดือนก่อน +1

    বহুত বঢ়িয়া দিছে।

  • @md.azimuddinahmed224
    @md.azimuddinahmed224 5 หลายเดือนก่อน +2

    Thank you Sangbadik mohasoi

  • @jahirulislam4311
    @jahirulislam4311 5 หลายเดือนก่อน +16

    কাৰ ব্ৰেইন কেনেকুৱা অসমৰ ৰাইজে ইতিমধ্যে বুজি পাইছে নহয়।

  • @Rahul-e2x7z
    @Rahul-e2x7z 5 หลายเดือนก่อน +23

    মুখ্য মন্ত্ৰীৰ হিন্দু মুছলিম, হিন্দু মুছলিম নকলে ভাত, পানী ভিতৰে নাজাই

  • @nirmalhazarika
    @nirmalhazarika 5 หลายเดือนก่อน +1

    এনে মানসিকতা মুখ্যমন্ত্ৰী এজনৰ পৰা আশা নকৰোঁ

  • @minatidas4573
    @minatidas4573 5 หลายเดือนก่อน +1

    থিক কৈছে বহুত বহুত ধন্যবাদ ❤❤❤

  • @RajenSaikia-rm4hn
    @RajenSaikia-rm4hn 5 หลายเดือนก่อน +10

    মহোদয় কব নালাগে ,Himontoবুলি কবা

    • @dhirendranathchoudhury86
      @dhirendranathchoudhury86 5 หลายเดือนก่อน +1

      হয়তো, কিহৰ সি মহোদয়॥ তাক হিমু গুণ্ডা বুলিহে মতা উচিত॥

  • @Whatisscience2024
    @Whatisscience2024 5 หลายเดือนก่อน +1

    sisi mama ji

  • @mamonichetia306
    @mamonichetia306 5 หลายเดือนก่อน

    বহুত বঢ়িয়া ভাইটি।

  • @MAHARUMALI-j8y
    @MAHARUMALI-j8y 5 หลายเดือนก่อน

    একাংশ বিক্ৰী যোৱা সাংবাদিকক আপোনাৰ দৰে নিৰ্ভীক আৰু নিৰপেক্ষ হ'বলৈ পৰামৰ্শ আগবঢ়ালোঁ ।

  • @AbdulRahman-p1u5d
    @AbdulRahman-p1u5d 5 หลายเดือนก่อน +28

    অতি নিকৃষ্ট মানশিকতাৰ মন্তব্য

  • @panighatpatharkandi6397
    @panighatpatharkandi6397 5 หลายเดือนก่อน

    A lot of thanks my brother

  • @subhadutta5368
    @subhadutta5368 5 หลายเดือนก่อน +34

    তেওঁ নিজে কাটিছে যে , সেই কাৰণে লোকৰ গাত দোষ জাপিছে ।

  • @KalamAzad-bj2lo
    @KalamAzad-bj2lo 5 หลายเดือนก่อน

    শিক্ষাৰ নামত বিতৰ্কৰ সৃষ্টি কৰা মুখ্যমন্ত্ৰীৰ কথা ৰাইজে বিবেচনা কৰাটো উচিত

  • @Parbin_sultana_aziz
    @Parbin_sultana_aziz 5 หลายเดือนก่อน +25

    অসমৰ জনসাধাৰণ বুৰ্বক নহয় মামা।পাহৰি নাযাব আপোনাৰ নিজৰ অতীতটো। বাৰে বাৰে সাম্প্ৰদায়িকতাৰ ৰাজনীতি কিয় খেলে আপুনি??? এজন মুখ্যমন্ত্ৰীৰ এইবোৰেই লক্ষ্য উদ্দেশ্য নেকি??২০২৬ত নিৰ্বাচন আহি আছে, পাহৰি নাযাবলৈ অনুৰোধ 🙏

  • @TulikaboraKkp
    @TulikaboraKkp 5 หลายเดือนก่อน +1

    এই জনৰ কথাৰ পৰাই বুজা যায় যে এওঁ এজন মানসিক ৰোগী ৷

  • @JITUMANIHAZARIKA-i4y
    @JITUMANIHAZARIKA-i4y 5 หลายเดือนก่อน +2

    সুন্দৰ

  • @inamulhussain1715
    @inamulhussain1715 5 หลายเดือนก่อน +1

    Bohut hundor val lagilapunar kotha khini proman aru jukti apna loi bohut dhoinyobad

  • @faridaahmed5968
    @faridaahmed5968 5 หลายเดือนก่อน +13

    You are bold reporter.

  • @AmjadAligh
    @AmjadAligh 5 หลายเดือนก่อน +21

    Mama go back

  • @Shyamst0033
    @Shyamst0033 5 หลายเดือนก่อน +8

    Bjp t Ahar Pisot Ed Cbi Case Bondho Hol Kansh Mamar Akou Congress Ahile Mosola pisibo😂😂😂

  • @anuwarhussain6920
    @anuwarhussain6920 5 หลายเดือนก่อน

    Dada apunak bhout bhout Donnobad jonalu 🙏🙏🙏🙏🙏

  • @narayangogoi291
    @narayangogoi291 5 หลายเดือนก่อน +3

    Good .right thankyou❤❤

  • @wasiqulhaque9085
    @wasiqulhaque9085 5 หลายเดือนก่อน

    Thanks mr. Kalpajyoti saikia😊😊😊😊

  • @AjmolAhmed-l5l
    @AjmolAhmed-l5l 5 หลายเดือนก่อน +1

    Thenks you very happy hangbadik

  • @mozibarrahman-np6ul
    @mozibarrahman-np6ul 5 หลายเดือนก่อน +2

    Very good

  • @HussainAhmed-eg9hj
    @HussainAhmed-eg9hj 5 หลายเดือนก่อน +1

    Salute Dada Bhai

  • @Abdulsamad-uh2gp
    @Abdulsamad-uh2gp 5 หลายเดือนก่อน

    Thank you very much Bhai your 100% Rights

  • @highschooltet3998
    @highschooltet3998 5 หลายเดือนก่อน +2

    সকলোৱে এদিন মৰিব লাগিব।

  • @sanatankalita9086
    @sanatankalita9086 5 หลายเดือนก่อน +2

    শুনি থকা চাংবাদিক কেইটাক ধিক্কাৰ

  • @nripenboruah32
    @nripenboruah32 5 หลายเดือนก่อน +45

    পাহাৰ কটা অধিকাৰ মন্ত্ৰী /বিধায়কৰ অধিকাৰ নেকি? কিন্তু মৈদাম এটাত খেতি কৰাৰ অধিকাৰ খেতিয়কৰ নাই।

  • @ajimabegum5683
    @ajimabegum5683 5 หลายเดือนก่อน

    এইজনৰো পৰীক্ষা ল'ব লাগে কাৰণ এওঁ মুখ্যমন্ত্ৰী হোৱা যোগ্য নহয়

  • @JasimBarbhuiya-nj7ef
    @JasimBarbhuiya-nj7ef 5 หลายเดือนก่อน

    অসমৰ দুর্ভাগ্যবশতঃ এজন মুখ্যমন্ত্রী হৈছে দাদা

  • @DulalPegu-y3v
    @DulalPegu-y3v 5 หลายเดือนก่อน +1

    সাংবাদিক জন সঁচাই সাহসী। অন্য সাংবাদিক সকলে কিয় নিচ্ছুপ থাকিল?মামা তুমি জুই দেই!

  • @shyamolikabora2924
    @shyamolikabora2924 5 หลายเดือนก่อน +6

    মায়া ভাল পাওঁ আপোনাক কিন্তু আপুনি এই সাঙবাদিক সকলক কিয় মিছা কথা কয় আৰু আবোল তামোল কয় কিয়?এই জন সাঙবাদিকে কিয় দুই পেলালে আপুনাক? মনত ৰাখিব জনসাধাৰণে বাতৰি চায় আৰু বুজি পায়

  • @monnafali9753
    @monnafali9753 5 หลายเดือนก่อน

    মুখ্যমন্ত্ৰী মহোদয়ৰ নিজৰ ইচ্ছা যে মই মোৰ বিষয়ে ইতিহাস সৃষ্টি কৰি থৈ যাম, পৃথিৱী থকা লৈকে মোৰ কথা মনত ৰাখক পৃথিৱীবাসীয়ে , এইটোৱে বিচাৰি আছে মুখ্যমন্ত্ৰীয়ে।আমি হে বুজি নাপাও

  • @Whatisscience2024
    @Whatisscience2024 5 หลายเดือนก่อน

    জয় আই অসম
    সাহসীৰ জয়

  • @RahulAmin-z1r
    @RahulAmin-z1r 5 หลายเดือนก่อน +1

    নিৰ্ভীক ,সত্যনিষ্ঠ প্ৰতিবেদন ।

  • @anowara.begum23
    @anowara.begum23 5 หลายเดือนก่อน

    হয় । সঁচা কথা 🎉🎉🎉

  • @safiruddinahmed.8274
    @safiruddinahmed.8274 5 หลายเดือนก่อน +1

    ভাৰত বৰ্ষৰ আটাইতকৈ সাম্প্ৰদায়িক আৰু নিকৃষ্ট উদাহৰণ আৰু কি আছে? এনেকুৱা দৃশ্য দেখা টো সঁচাকৈয়ে আচৰিত হৈছোঁ।

  • @Kanishkadaimary-j5f
    @Kanishkadaimary-j5f 5 หลายเดือนก่อน +1

    ভাল দিছা দেই মুখ্যমন্ত্ৰী ডাঙৰীয়া।ধন্যবাদ।

  • @Dhr_veer
    @Dhr_veer 5 หลายเดือนก่อน +3

    Thank you bro i like you 👍👍

  • @GamingGalaxy8
    @GamingGalaxy8 5 หลายเดือนก่อน +1

    Good job 👏👏👍❣️

  • @MiranHussain925
    @MiranHussain925 5 หลายเดือนก่อน

    Shah Alam salute ❤❤❤❤❤ good question

  • @tarunchandranath
    @tarunchandranath 5 หลายเดือนก่อน +21

    আৰু।কিছু।দিনৰ।পাছত।।।জি।কোনো।বিষয়ৰ। শাস্ত্ৰী। হব।বেলেদ।দি।নিমখ।দিয়া

  • @akashdowari3479
    @akashdowari3479 5 หลายเดือนก่อน +20

    এতিয়া পিছে কি কৰিব গুৱাহাটীৰ সাংবাদিক সকলে

  • @WahidurRahman-b3s
    @WahidurRahman-b3s 5 หลายเดือนก่อน

    Good very good. Point

  • @Rana-hg8hg
    @Rana-hg8hg 5 หลายเดือนก่อน +8

    বৰপেটাৰ মন্দিৰ ভঙা জেহাদ বাংলাদেশী বেংগলীয়ে কৰিছে নেকি😂

  • @ShermanAliAhmed-k7b
    @ShermanAliAhmed-k7b 5 หลายเดือนก่อน +12

    Himu go back....
    Crazy dog go back...

  • @jashimuddinahmed6414
    @jashimuddinahmed6414 5 หลายเดือนก่อน

    Yes Yes..Yes.Thnks.Sir

  • @DilipChakraborty-j6b
    @DilipChakraborty-j6b 5 หลายเดือนก่อน +3

    মুখ্য মন্ত্ৰী ৰ যি বিলাক চাহ বাগিচা , নিউজ চেনেল , স্কুল আৰু নিজৰ ঘৰত বেছি ভাগ কৰ্মচাৰী মুচলমান

  • @ajoygohain2470
    @ajoygohain2470 5 หลายเดือนก่อน +2

    Right dada ❤❤❤

  • @NazrulIslam-l6u
    @NazrulIslam-l6u 5 หลายเดือนก่อน

    Thanks to you

  • @MohendraGogoi-m5x
    @MohendraGogoi-m5x 5 หลายเดือนก่อน

    Thanks for news.It is time bound focus.

  • @zmtaha3557
    @zmtaha3557 5 หลายเดือนก่อน

    Salute To This Reporter ❤

  • @shabnamkhan-ru9fv
    @shabnamkhan-ru9fv 5 หลายเดือนก่อน

    Good ,anekoi khasa batori dekhuai jauk bhal lagil khuni

  • @DudulSaikia-ko2lf
    @DudulSaikia-ko2lf 5 หลายเดือนก่อน

    Fantastic❤

  • @nizamuddinahmed8016
    @nizamuddinahmed8016 5 หลายเดือนก่อน

    Thank you .

  • @bijusaikia5372
    @bijusaikia5372 5 หลายเดือนก่อน +2

    ই গ'ল।

  • @gunakantabaruah6243
    @gunakantabaruah6243 5 หลายเดือนก่อน +4

    কি কথা কয়।ৰাজহ গাঁৱৰ পাহাৰৰ কটা। কোনে অনুমতি দিব লাগে? বাতৰি বনাবলৈ বাতৰি যোগোত কেনেকৈ কৰে। আকৌ মুখ্যমন্ত্ৰীৰ সাক্ষৰতাৰ। গতিকে অলপ পাছতেই গম পাম আপোনাৰ কি গতি হ'ব।

  • @rafikakhtoonsaikia8716
    @rafikakhtoonsaikia8716 5 หลายเดือนก่อน

    Dhanyawad

  • @zmtaha3557
    @zmtaha3557 5 หลายเดือนก่อน

    Brave Reporting 💪

  • @mohiruddin1328
    @mohiruddin1328 5 หลายเดือนก่อน

    Right Sir

  • @dr.jainuddinislam3275
    @dr.jainuddinislam3275 5 หลายเดือนก่อน

    ধন্যবাদ বন্ধু ❤

  • @RofiqulIslam-vv8kb
    @RofiqulIslam-vv8kb 5 หลายเดือนก่อน +4

    This video is good

  • @AssamTECHofficial
    @AssamTECHofficial 5 หลายเดือนก่อน +3

    ৰাহুল গান্ধীৰ পোহনীয়া কুকুৰে খোৱা বিস্কুট খোৱাৰ পৰিণতি এয়া...

  • @bhabendoley6151
    @bhabendoley6151 5 หลายเดือนก่อน +3

    পানী ৰঙা মানে ,মেঘালয় পানী।কিন্তু, খনন কৰা টাইৰ পানিও ৰঙা হয়।

  • @debokantaboro1465
    @debokantaboro1465 5 หลายเดือนก่อน

    জোকৰ মূখত চুন সানিলে আপুনি, খুউব ভাল হৈছে