Vandya International School ৰ ৬০ বিঘা মাটি প্ৰকৃততে কাৰ; মুখ্যমন্ত্ৰীৰ নিজা নে চৰকাৰৰ?

แชร์
ฝัง
  • เผยแพร่เมื่อ 22 ส.ค. 2022
  • 🔴মুখ্যমন্ত্ৰীৰ সপোন VS সম্পত্তি
    🔴মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীৰ সম্পত্তিৰ তালিকাত নাই বন্দ্যা ইন্টাৰনেশ্যনেল বিদ্যালয়ৰ ৬০ বিঘা মাটিৰ কথা উল্লেখ নাই!
    🔴৬০ বিঘা মাটি মুখ্যমন্ত্ৰীৰ, পত্নীৰ, কোনো ট্ৰাষ্ট, ব্যক্তিগত সংস্থাৰ নে চৰকাৰৰ?
    🔴মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী আয়োগত দাখিল কৰা শপতনামাত আছে কি?
    🔴চৰকাৰী মাটিত স্থাপিত হ'ল নেকি মুখ্যমন্ত্ৰীৰ সপোনৰ "বিশ্বমানৰ ব্যক্তিগত খণ্ড"ৰ বিদ্যালয়?
    #HimantaBiswaSarma #RinikiBiswaSarma #VandyaInternationalSchool
    ___________________________________
    Like, share and subscribe our channel.
    Follow us on:
    Facebook - / nenownews
    Twitter - / nenownews
    Instagram - / nenownews

ความคิดเห็น • 735

  • @poragkonwar1605
    @poragkonwar1605 ปีที่แล้ว +176

    জনতা আৰু কিমান মূৰ্খ হৈ থাকিব।সচাকৈ দূখ লাগে অসমৰ জনতাৰ মূৰ্খতা দেখি।

    • @MridupawanSenchowa-ff2iy
      @MridupawanSenchowa-ff2iy 3 หลายเดือนก่อน +3

      bro hosa koisa bhut dukh lge aibur vbi 😢😢

    • @user-hg3di5bz7w
      @user-hg3di5bz7w 3 หลายเดือนก่อน +1

      থিক।

    • @kau5109
      @kau5109 3 หลายเดือนก่อน +5

      Koi eko luv nai.... Asomiya manuh 1000 taka palei vote di dibo😅😅😅

    • @JitenDusad
      @JitenDusad 3 หลายเดือนก่อน

      E4tyo ​@@haidangincomparable1993

    • @user-yg2bd2ud1p
      @user-yg2bd2ud1p 7 วันที่ผ่านมา

      Ghty 1.5 katha mati lobo pare, raji ai buzi BJP vote diya

  • @tbay6480
    @tbay6480 ปีที่แล้ว +289

    মুখ্যমন্ত্ৰী হোৱাৰ পাছত অসমৰ উন্নতি কৰিব নোৱাৰিলে ও সম্পত্তি কিন্তু গুতাইছে আৰু wow 😲😲😲😲

    • @technicalvlockrock8259
      @technicalvlockrock8259 ปีที่แล้ว +8

      কোনেনো নিজৰ শ্রাথ্ নোহোৱা কৈ ৰাইজৰ বাবে কাম কৰিব ।

    • @technicalvlockrock8259
      @technicalvlockrock8259 ปีที่แล้ว +11

      এনেইনো সকলো সামগ্ৰী দাম বহুৱা পিছতো ইমান টকাৰ ধাৰ হয় নেকি । চৰকাৰৰ।

    • @BarnajitBoro
      @BarnajitBoro 3 หลายเดือนก่อน +1

      Hitu a main Target 🎯 politicsr

  • @RakibulIslam-eo9fd
    @RakibulIslam-eo9fd ปีที่แล้ว +175

    জাতি ৰক্ষা মন্ত্ৰী নে নিজৰ অস্তিত্ব ৰক্ষা মন্ত্ৰী।thank you দে মামা

  • @dipmonisaikia5603
    @dipmonisaikia5603 ปีที่แล้ว +97

    আৰু ১০ বছৰত তেওঁলোক Mukesh Ambani ত কৈ ধনী হবলৈ গৈ আছে। ৰাইজ সময় থাকোতে সচেতন হওঁক।

    • @KulenGogoi
      @KulenGogoi 3 หลายเดือนก่อน +2

      দিপমণী আনক ধনী হোৱা দেখি তোৰ কিয় পোকৰ ফাটিছে ?

    • @powerbamgaming9395
      @powerbamgaming9395 14 วันที่ผ่านมา

      ​@@KulenGogoichutmarani sur kori dhoni hua mane raijor poisa khaise. Buji napao nki?

    • @user-yg2bd2ud1p
      @user-yg2bd2ud1p 7 วันที่ผ่านมา

      ​@@KulenGogoi1.5 Katha mati upparat mati ghty lobo nuware, andhbhakt je,10000 crore bond bhag pali hopai,

  • @jeetbaruah2964
    @jeetbaruah2964 ปีที่แล้ว +25

    ধুনীয়া নিউজ নিৰ্ভীক নিৰপেক্ষ হওক , শুভকামনা থাকিল ।

  • @dipkumardas2126
    @dipkumardas2126 ปีที่แล้ว +90

    Unbelievable, এইজন অসমৰ মুখ্যমন্ত্ৰী নে ডন।

    • @jimpeairabha2648
      @jimpeairabha2648 ปีที่แล้ว +2

      🤣🤣🤣🤣no1

    • @RupkantaPathori-sk3ru
      @RupkantaPathori-sk3ru 2 หลายเดือนก่อน

      সাত পুৰুষলৈ গোটা ই লৈছে।

  • @RejekAli-ip7wr
    @RejekAli-ip7wr 3 หลายเดือนก่อน +19

    অসমৰ মানুহক কেৱল অৰুনোদই লাগে ।

  • @samudradeka1830
    @samudradeka1830 ปีที่แล้ว +56

    অসম ত কি ED SBI নাই নেকি নে বিশ্ব গুৰু টো দেখা নেপাই ।BJP অন্ধ বোৰে উত্তৰ দিব পাৰিব ।

  • @produmnya9340
    @produmnya9340 ปีที่แล้ว +64

    অসমৰ সৰহসংখ্যক মানুহ মূৰ্খ আাৰু অন্ধভক্ত |

    • @user-hg3di5bz7w
      @user-hg3di5bz7w 3 หลายเดือนก่อน +1

      একদম সচা

  • @manikchandradas7057
    @manikchandradas7057 4 หลายเดือนก่อน +16

    আমাক থাকিবলৈ একঠা মাটি নিদিয়ে কিন্তু চতুৰ হিমন্তই বৃহত্তম মাটি কেনেকৈ পায়? 😫

  • @vikramborgohain1910
    @vikramborgohain1910 ปีที่แล้ว +166

    দুৰ্নীতিৰ মহানায়ক

  • @kishordas2840
    @kishordas2840 ปีที่แล้ว +8

    কি কম হে ভগৱান তুমিয়েই সকলোবোৰ চলাই আছা তোমাৰ বিচাৰত সকলোবোৰ ঠিকেই আছে যদি আমি তো মানুহ ভগৱান শ্ৰীকৃষ্ণৰ তুমিও জানা

  • @lakheswardeka2758
    @lakheswardeka2758 ปีที่แล้ว +66

    ৰাজ্যবাশীৰ উন্নতি হক বা নহক মুখ্যমন্ত্ৰীৰ উন্নতি নিশ্চিত

  • @inglishvlogs1015
    @inglishvlogs1015 ปีที่แล้ว +28

    বাহিৰত ভকত ভিতৰত শাপত, এইবোৰৰ বাবে মানুহৰ আগত ই ইমান মিঠা মিঠা কথা কয়,

  • @basantadas6485
    @basantadas6485 3 หลายเดือนก่อน +20

    CBI ক'ত মৰি আছে, তদন্ত নকৰে কিয়? চব ওলাই পৰিব, সাহস আছে নে কোনোবা মায়কেলালৰ?

  • @tankswargohain6701
    @tankswargohain6701 ปีที่แล้ว +52

    এই জনক অসমৰ কোনেও বলে নোবাৰে।

  • @rahuldoloi5374
    @rahuldoloi5374 ปีที่แล้ว +66

    লংকা পালে সকলো ৰাৱণৰ

  • @dipulaxom
    @dipulaxom ปีที่แล้ว +16

    ইয়াকে কয় পৰিৱৰ্তন 🤗😃😃 এতিয়া আৰু জ্বলি লাভ নাই, ভোগ কৰাৰ হে কথা ।

  • @fazelali9080
    @fazelali9080 ปีที่แล้ว +41

    বেলেগৰ কাৰণে গাত খান্দিলে ,সেই গাঁতত পৰি নিজেই এদিন মৰিব লাগিব ।

    • @playme8150
      @playme8150 3 หลายเดือนก่อน

      Jimanei beya houk, kintu hosa kotha beya manuhe hodai jiyai thaka din keita hukhot thake..

  • @nipendranarayanmedhi876
    @nipendranarayanmedhi876 5 หลายเดือนก่อน +31

    লগত কোনেও নিব নোৱাৰে, লেংটা হৈ আহিছে লেংটা হৈ যাব লাগিব৷ তেওৰ লৰা ছোৱালীয়েও ভোগ কৰিব নোৱাৰে, লাগিলে অসম খনেই নিজৰ নামত লিখি লওক। ভগৱানৰ বিচার অলপ দেৰি হয়, কিন্তু সু বিচার হয়।

    • @bankimdeka8739
      @bankimdeka8739 3 หลายเดือนก่อน +1

      Correct...

    • @munasaloi9788
      @munasaloi9788 23 วันที่ผ่านมา

      Akdom sosa kotha. Imn sompotti thakio akonmn Sosa xukh katiyao napai tewloke. Vl ako sinta nothoka 2poni ahiboi nuare tewlokr. Amr aku nai Sosa but ako heruabo o voi nai

  • @baruahp2496
    @baruahp2496 ปีที่แล้ว +10

    ভালপোৱা মামাৰ পৰা হিকক মামিয়ে বেচৰকাৰী স্কুল খুলিছে , মামাই চৰকাৰী স্কুল বন্ধ কৰি আছে

  • @JethalalGada23
    @JethalalGada23 ปีที่แล้ว +117

    হৈছে আৰু একো কবলৈ নাই ৬০ বিঘা চৰকাৰী মাটি মাৰি দিছে চৰকাৰী মাটি ৰাইজৰহে মাটি তাত চৰকাৰী প্ৰতিষ্ঠানহে খুলিব পাৰি কিন্তু কি কব ইমানসোঁপা অন্ধভক্ত আৰু বিনামূলীয়া পঁচা চাউল খোৱা হিতাধীকাৰী থাকোতে প্ৰশ্ন কৰিব কোন?

    • @gyanjyotikhanikar8295
      @gyanjyotikhanikar8295 ปีที่แล้ว +7

      অন্ধ ভক্ত য়েই নহয়,গো মাতাৰ গু পুত্ৰ । ইহঁতক পচা চাউল নোখোৱাই আইজুঙ চাউল খোৱাব নে। গু পুত্ৰ সৱৰ কি চাউল দিছে চিনিব পৰা ক্ষমতা আছে জানো।হাঃ হাঃ হাঃ হাঃ 😁😁😁😁

    • @asomiyalorakabyanil7069
      @asomiyalorakabyanil7069 ปีที่แล้ว +3

      👌👌

    • @migangnabajitmili8207
      @migangnabajitmili8207 ปีที่แล้ว +2

      Akhil siror khta support koru .....aru cbi todonto kora.....

    • @KulenGogoi
      @KulenGogoi 3 หลายเดือนก่อน +1

      অন্ধভক্ত সকলে যেতিয়া তোৰ চকু আৰু ‌মুখত পেচাব কৰিদিব তেতিয়া তোৰো মুখ বন্ধ হৈ যাব আৰু অন্ধভক্ত হৈযাবি ।

    • @RupkantaPathori-sk3ru
      @RupkantaPathori-sk3ru 2 หลายเดือนก่อน +1

      অসমৰ অসমীয়া আৰু দল সংগঠন বিলাকে কিয় চকু মুদা কুলি হৈ থাকে।

  • @rashidulhassan4079
    @rashidulhassan4079 ปีที่แล้ว +29

    Good job news chanel

  • @BhabenNarzary-zb5no
    @BhabenNarzary-zb5no 2 หลายเดือนก่อน +1

    Good morning Akhil da bohut bohut Dhynabad.

  • @bedantagoswami8237
    @bedantagoswami8237 ปีที่แล้ว +19

    আপোনালোকক ধন্যবাদ জনাইছোঁ

  • @abdulkadir4451
    @abdulkadir4451 ปีที่แล้ว +9

    এইখিনি বেলেগৰ হব লাগিছিল। তদন্ত আৰম্ভ হৈ গল হয়। CID, ED,............ Encounter. etc

  • @loknathborah183
    @loknathborah183 ปีที่แล้ว +13

    এই তদন্তৰ বাবে E D আহি বনে প্ৰধান মন্ত্ৰীক সুধিব লাগে

  • @romenbora2408
    @romenbora2408 ปีที่แล้ว +5

    চৰকাৰ যাব মামা জেললৈ যাব সেইটো নিশ্চিত কেন্দ্ৰত থকালৈকে বাহিৰত থাকিব চাগে যদি সচা হয়

  • @user-nw7hg6bv5d
    @user-nw7hg6bv5d 3 หลายเดือนก่อน +2

    অখিল দা আগবাঢ়ি যোৱা বাৰেকুৰিবাসী আপোনাৰ লগত

  • @user-cs6vp6wh7t
    @user-cs6vp6wh7t ปีที่แล้ว +20

    ভাল লাগিল শুনিবলৈেএকোকৰিবনোৱাৰেকোনেও

  • @alangbarmchry7165
    @alangbarmchry7165 4 หลายเดือนก่อน +6

    CBI

  • @minutpal3025
    @minutpal3025 ปีที่แล้ว +3

    Borhiya Mama....Axomor Ambanii

  • @dipmonisaikia5603
    @dipmonisaikia5603 ปีที่แล้ว +13

    ইয়াকে কয় ৰক্ষকে ভৈক্ষক।

  • @janardonbora2795
    @janardonbora2795 ปีที่แล้ว +18

    উচ্চ পৰ্যায়ৰ তদন্ত লাগে।

  • @gintanjalikalita3339
    @gintanjalikalita3339 2 หลายเดือนก่อน +1

    সজাগ হওক ৷ ৰাইজ ৷

  • @samudradeka1830
    @samudradeka1830 ปีที่แล้ว +14

    অন্ধ ভক্ত বোৰ দেখা নেপাই ।

  • @manojtalukdar6647
    @manojtalukdar6647 ปีที่แล้ว +24

    কৈ কৈ শেষ নহ'ব যেন পাওঁ 😋🤪😜
    গতিকে পঢ়াহে কথা @ মন্ত্ৰী -বিধায়ক 👺👹👹👺👺👹 হোৱাৰ সুবিধা ভোগ কৰিব পাৰে 😋😋🥵

  • @user-xc5jv6xi1t
    @user-xc5jv6xi1t 4 หลายเดือนก่อน +4

    CBI enquiry

  • @tarunchdeka1464
    @tarunchdeka1464 3 หลายเดือนก่อน +3

    যি ৰাজ্যৰ ৰজা বেপাৰি সেই ৰাজ্যৰ প্ৰজা ভিখাৰী,যি খিনি পাহাৰৰ মাজৰ মাটিত স্কুল বনিছে আমিনগাওঁৰ বাফনা হস্পিতালৰ ওচৰত,চৰকাৰী স্কুল বন্ধ হব ধৰিছে,চৰকাৰৰ আগ্ৰহ নাই, লাগিব ইনটাৰ নেচনেল স্কুল,অন্য ব্যবসায় কিন্তু ৰাইজৰ ভোটেৰে হব নোৱাৰে সদায় ৰজা,আকৌ স লনি হব চৰকাৰ,তেতিয়া যদি আহে চিটফান্ডৰ কেচ যেনে সাৰদা??

  • @kamalakantaroy3139
    @kamalakantaroy3139 ปีที่แล้ว +4

    স্কুল স্থাপন কৰা টকা খিনি কভিত 19 ৰ donation ৰ টকা।

  • @nptel_videos_neelarnabdutt5363
    @nptel_videos_neelarnabdutt5363 ปีที่แล้ว +8

    very true.. i have seen myself the area and the school. Very near to IIT Guwahati, infront of Narayana Hospital. it will take more than 100 crores to establish such a school. Everyone in the locality have the same thought. From where the money came? because it is not government sponsored, it is private property. Big question !! need investigation.

  • @jahirvlogs458
    @jahirvlogs458 ปีที่แล้ว +11

    Tarun gogoi sir a imn bosor rajotto kori u hoito imn hompotti gutabo nuwarile aru aijone xun keibata bosorot a imn hompotti kanekoi gutale.. Cbi todonto hobo lage.. Ohh cbi di u ki hobo sob to nijor a party

  • @chandanramchiary9741
    @chandanramchiary9741 ปีที่แล้ว +11

    CBI inquiry

  • @miganggegongolumpegu9669
    @miganggegongolumpegu9669 ปีที่แล้ว +25

    বেপাৰ ভালে হব

  • @dhritimandas171
    @dhritimandas171 ปีที่แล้ว +13

    দে আৰ আমিনো কি কম আৰু সাধাৰন মানুহ ৰজাই জি কৰে আৰু

  • @VASTUGYANASSAMESE
    @VASTUGYANASSAMESE ปีที่แล้ว +2

    GREAT NEWS THANK FOR INFRAMATION GREAT NEWS CHENEL

  • @localgolu3386
    @localgolu3386 ปีที่แล้ว +32

    Akhil da jinda bad

    • @nipuchangmai9665
      @nipuchangmai9665 ปีที่แล้ว +1

      Jindabad koi lav ni,,,sob akai roja ghrt jatea jai sob tatea rojai hoi

    • @prantik300
      @prantik300 ปีที่แล้ว +1

      Akhil daro patnir namot bohut kiba kibi ase sabo lage

    • @tmff4973
      @tmff4973 ปีที่แล้ว

      E sala ek number phaltu manu hoi eyar muk dekhibo nuwaru e miyar karone axomiyar dingi kati dibo pora manu

  • @KarnajitRabha-hq4bo
    @KarnajitRabha-hq4bo 4 หลายเดือนก่อน +2

    Good news 👏 👍

  • @sonuchoudhury7905
    @sonuchoudhury7905 ปีที่แล้ว +6

    Right kotha ta

  • @marcusekka5235
    @marcusekka5235 3 หลายเดือนก่อน +2

    Right Sir

  • @apihmb4655
    @apihmb4655 ปีที่แล้ว +2

    God bless you aneke news bonai jauk

  • @BISHWAJITDUTTABABA-gw5te
    @BISHWAJITDUTTABABA-gw5te 3 หลายเดือนก่อน +2

    RIGHT

  • @humensaikia7914
    @humensaikia7914 ปีที่แล้ว +2

    দুৰ্নীতি ৰ সীমা চেৰাই গৈছে।। অনুসন্ধান হব লাগে।।।

  • @gabardharay3294
    @gabardharay3294 ปีที่แล้ว +2

    good akhil da

  • @trustgaminghub7670
    @trustgaminghub7670 ปีที่แล้ว +5

    Good news

  • @bijay7660
    @bijay7660 4 หลายเดือนก่อน +3

    সকলো ৰাইজ মৰক মোৰ পেটতু ভৰক। আজী কালিৰ নেতাৰ সূত্ৰ এইটো। আমাক মামাই এটা চেনী গুটি পেলাই দিছে আৰু আমি খাবলৈ তাতে উফৰি পৰিছো । বাকী চেনীৰ বস্তা মামাই লৈ গৈছে। আমাক পৰুৱা বুলি ভাৱে মামাই। আৰু আমি ইমানেই বুৰ্বক হৈ আছো কিনো কম আৰু। মামাই ভাৱে প্ৰতিবাদ কিমান কৰিব আজি কৰিছে কালি কৰিব তাৰ পিছত ঠাণ্ডা হৈ যাব আৰু সেইটো এ হৈ আছে আজিলৈকে। প্ৰতিবাদ এনেকুৱা হব লাগে যে ৰাইজৰ কথা মানিবলৈ বাধ্য হব লাগিব নহলে মাৰিব লাগিব দৰকাৰ হলে মাৰিবও লাগিব আমাৰ অসম খনৰ কাৰণে।

  • @rihankalita8963
    @rihankalita8963 ปีที่แล้ว +2

    Good job

  • @ibrajvlogs
    @ibrajvlogs ปีที่แล้ว +5

    Jot neki dukhiya r babe Sarkari school bhal koribo lagisil ..tat aibur he korise nije school khuli loise.....ganatantra ne Rajtantra .... uporor thoka nedekha jone Sai ase sage...adin khomoi ahibo sage sobore .........

  • @fitt2funn859
    @fitt2funn859 ปีที่แล้ว +11

    Lic আৰু পষ্টেল r পইচা মাহিলী থোৱা।।

  • @khagenburagohain5264
    @khagenburagohain5264 ปีที่แล้ว +2

    Good job .

  • @gyanjyotikhanikar8295
    @gyanjyotikhanikar8295 ปีที่แล้ว +7

    ইয়াত গু পুত্ৰ ডেকা আৰু মেধি ৰ কমেন্ট দেখা পোৱা নাই যে,নে কমেন্ট দিবলৈ জেগাই দেখা নাই,গো মাতাৰ সেই দুজন উৎকৃষ্ট গু পুত্ৰ ।

  • @lutforabraham7475
    @lutforabraham7475 5 หลายเดือนก่อน +1

    Wow Mama Mami wah.....

  • @digantadeka7201
    @digantadeka7201 ปีที่แล้ว +1

    A moza

  • @romanempire6662
    @romanempire6662 ปีที่แล้ว +6

    Aru ase ,,,.Kaziranga kanchan jurit jongol Kati tea factory bonai ase

    • @ManojDas-fe9wp
      @ManojDas-fe9wp ปีที่แล้ว

      Mama zi, aibur comntot ki gom paixu, moi kintu sob coment porhu dai... 😎

  • @jahangirmondal3354
    @jahangirmondal3354 ปีที่แล้ว +1

    thanks . biggest n luxurious school is in assam of north east.

  • @darpandeka5141
    @darpandeka5141 ปีที่แล้ว +9

    আগৰ ৰজা মহাৰজাৰ দেখোন ২০০ৰ পৰা ,৩০০বিঘা মাটি আছিল ।আমাৰ মূখ্য মন্ত্ৰী ডাঙৰীয়াৰ মাত্ৰ ৬০ বিঘা হে । মন্ত্ৰী এম এল এই হৈ থাকোতে যদি সম্পত্তি গোটাই ল'ব নোৱাৰে , পিছত কি কৰিব । মন্ত্ৰী বা এম এল এ পাছ বছৰৰ কাৰণেহে ।

    • @ibrajvlogs
      @ibrajvlogs ปีที่แล้ว +2

      ৬০ বিঘা মাটি ডাঙৰ কথা নহই কিন্তু তেওঁ অসমৰ এগৰাকী শিক্ষা মন্ত্ৰী হৈ যে এইবোৰ কাম কেনেকৈ ভাবিব পাৰিলে। অসমৰ মানুহ কি মূৰ্খ নেকি। চৰকাৰী স্কুল বোৰ ভাল কৰাৰ সলনি নিজে স্কুল খুলি লৈছে। দুখীয় মানুহ বোৰে ভাল শিক্ষা কেতিয়াও নাপাব নেকি।।। এনেকৈ হলে ৰজা লৰা ৰজা আৰু দুখীয়াৰ খদাই দুখীয়া হৈ থাকিব।

  • @akashjyoti4227
    @akashjyoti4227 ปีที่แล้ว +8

    When the government don't have faith in government schools ✌🏼
    ❤️U MAMA

  • @longsingtimung5893
    @longsingtimung5893 ปีที่แล้ว +9

    N,C HILLS CORUPTION TOKA

  • @banjitchangmai4047
    @banjitchangmai4047 ปีที่แล้ว +2

    সম্পতি থাকিলে নহব...... সঁচা ধন ঘটি যি সম্পতি লয়.... সেইবিলাক সম্পতি.. ভগাবানে একু নকৰে... যদি আনৰ ধনে সম্পতি গোটাইছে হৈছে আৰু.. ভগবান আছে কোনো লৈ নাযায়..

  • @bimaldaimary5477
    @bimaldaimary5477 4 หลายเดือนก่อน +1

    Right 👍👍👍

  • @labanyadevi3172
    @labanyadevi3172 4 หลายเดือนก่อน

    Mojjaaa mojjaaa mojjaaa

  • @prabalbhattacharya8528
    @prabalbhattacharya8528 ปีที่แล้ว +11

    It's out of understandings of the people of Assam... actually we common people are treated as if idiots by the political leaders,as if people don't understand what's happening around us.unlimited money is only possible by the unfair means we call it corruption...but unfortunately the common people have no weapon to fight against corruption...roikkhok jodi bhoikkhok hoi...tente koribo pora atai thakibo...rojak khyomotar pora opkharon....but lolypop palei axomiya jonogon sob pahori jai...norendra modieu sage eman huge project bonabo nuwaribo being pm...amar cm is more talented than any big national leader...

  • @pritipriyami
    @pritipriyami ปีที่แล้ว +1

    News live , rang , ramdhenu etc channal bilak kintu moi horure pra dekhisu assam r mnuhe kintu aihomuh bhut dinar pra sai ahise .jona mote ai channal keita r swattadikari hol riniki bhiyan sharma .
    gotike mr kono doubt nai je riniki bhuyan sharmar imn khini mati lwa r hamartha nai . Teu agoraki kosto kra mnuh lobo pre teu mati 60 bigha ki teu tatkoi besi ye lobo pribo
    Kintu ata khetrat thankyou himanta mama apuni assam t jetiyar pra mantri hoise assam t prakrit soka aru daridra amar dre lora swaliye sakori paise 1toka poisa ghos nidiyake

  • @monumb4659
    @monumb4659 ปีที่แล้ว +7

    Gogoi Sir 15 bosor C.M hoi emn hompote gutabo nuwarela

    • @arindambharadwaz2189
      @arindambharadwaz2189 ปีที่แล้ว +1

      Gogoi r u ase bhai..ehot sob eke.. BJP, Congress, AAP, aiudf eibur sob eke..amak chutiya bonai ase

    • @kandalelo3864
      @kandalelo3864 ปีที่แล้ว

      @@arindambharadwaz2189 muk yat thakibo mon nujua hoisa...yat ka Dubai t goi cleaner Kam korai thik..no tax no corruption... monarch holou atleast nijor proja r dukh aru need khini Buji pai... democracy name t sala...imn ghatiya desh aikhon...koi u Baya laga..but korim ki

  • @amritborah914
    @amritborah914 ปีที่แล้ว +15

    Mama kun kot kiy bikhyat ketiya buji pabi assamiya. Jatir dalal kun hoi .jatir dalale jetiya assamiyak lolipop di nijoke Indiar bhitarorot sestha cm bonab bisare . Besidin nai Bhagabane uporale uthaiu sai aru tolole nomaiu sai . Besidin nai ex cm mohontra dangoriyar dore hob jati duhi corrupted dalalor.

  • @gutungdipakpegu2134
    @gutungdipakpegu2134 ปีที่แล้ว +1

    Very very very good news so welcome bjp and aakou abar mudi and hemanta sorkar .

  • @kishorsaikia6055
    @kishorsaikia6055 ปีที่แล้ว +26

    One of the intelligent man ever in Assam.

    • @ratuldhaba9131
      @ratuldhaba9131 ปีที่แล้ว

      Why

    • @chuitchumann1748
      @chuitchumann1748 ปีที่แล้ว +3

      One of the selfish..n dangerous man ever in the entire world

    • @nishant19871
      @nishant19871 ปีที่แล้ว

      @@chuitchumann1748 Why do you think so ?

  • @deepjyotihandique9915
    @deepjyotihandique9915 ปีที่แล้ว +7

    উন্নতি হৈছে আমি খিয়াল কৰিলে কিদাল হব। 😁

  • @krhazarika5280
    @krhazarika5280 ปีที่แล้ว +1

    Circle Office ত inquire কৰিলেই হল| অথবা | RTI কৰিব লাগে | মাটি কাৰ নামত আছে |

  • @dimpolsaikia9456
    @dimpolsaikia9456 ปีที่แล้ว

    Best channel

  • @sunilray7469
    @sunilray7469 ปีที่แล้ว

    Joi Ai Axom

  • @AHMEDblogs-mf6qm
    @AHMEDblogs-mf6qm ปีที่แล้ว

    Great akil da

  • @lalitgogoi1127
    @lalitgogoi1127 ปีที่แล้ว +1

    বেলেগ চৰকাৰ আহিলে এইবোৰ সকলো হিচাপ হব।

  • @u.k.b3215
    @u.k.b3215 ปีที่แล้ว +1

    NN 1s class gd and top news channel.

  • @gauravroy7807
    @gauravroy7807 ปีที่แล้ว +3

    Kejriwal 2024 🚩🚩🚩🚩🚩🚩🚩🚩

  • @hemkantaborah7434
    @hemkantaborah7434 ปีที่แล้ว +1

    সৰ্বানন্দইহে টকা নেমাৰিলে। থাকোতে, খাওাতে যি খৰচ সেয়াহে।

  • @diptidevi4055
    @diptidevi4055 3 หลายเดือนก่อน

    সম্পত্তিৰ পাহাৰ বনাবলৈ ৰাজনৈতিক নেতা সকলে ৰাজনীতি কৰে।

  • @kandalelo3864
    @kandalelo3864 ปีที่แล้ว

    Valai hobo ra ami akou.. British era la goi asu ....good good...chance pala moi aai desh khon arim aru.. yat muthai thakibo nuari

  • @hiranyasaharia8930
    @hiranyasaharia8930 ปีที่แล้ว +13

    The source of the money through which the school is opened should be published.

    • @ibrajvlogs
      @ibrajvlogs ปีที่แล้ว

      Everyone knows but can't do anything

    • @nishant19871
      @nishant19871 ปีที่แล้ว

      The school belongs to his wife who is an established businesswomen in state. All the sources has already been defined.

    • @nishant19871
      @nishant19871 ปีที่แล้ว

      @@ibrajvlogs He is an asset to your state. Keep faith in him

    • @ibrajvlogs
      @ibrajvlogs ปีที่แล้ว +3

      @@nishant19871 she is established businesswoman because of CM. And any CM won't open any school or won't purchased anything by his name . Assamese people knows everything.

    • @nishant19871
      @nishant19871 ปีที่แล้ว

      @@ibrajvlogs Money is not always earned through corruption. Stop holding this notion against successful people. Entire North east watches his wife's new and entertainment channels. You cant even imagine how much revenue these channels generate. Why should she not be expanding. She has not invested in some bar or brothel that she should be ashamed of. Any investment in school or hospitals should be appreciated. All this while CM is doing enough for the state. This is the first CM from NE whom the entire nation is fond of otherwise people were even aware of anyone from that region. Dnt try to pull him down. It will take another 50 yrs to come up with any other CM like him in the entire NE.

  • @trishnagogoiphukan5529
    @trishnagogoiphukan5529 3 หลายเดือนก่อน +1

    আমি আকৌ শুনিব পোৱাত তাই বুলে ধিৰুবাই আম্বানীৰ সৰু জীয়ৰী । কথাতো কিমান সঁচা ইনকোৱাৰী এতা চলাব লাগিছিল ।😅😂

  • @ainulali8020
    @ainulali8020 3 หลายเดือนก่อน

    Very good

  • @nayanbarman6477
    @nayanbarman6477 13 วันที่ผ่านมา

    Good

  • @cyber9345
    @cyber9345 11 หลายเดือนก่อน

    Mama apuni aru mami great ..bhal bohut bhal 🙏

  • @probindaimary856
    @probindaimary856 ปีที่แล้ว

    Val Val moi mukhumontry hole anekua korem.... Aru lobo parok mam , kunua vot nedeleu moi dem mam jindabad😃😃😃😃😃😃😃

  • @krishaykoushik508
    @krishaykoushik508 3 หลายเดือนก่อน

    ৰাইজ সকল এইবাৰ আকৌ এওঁকে ভটো দিব দেই, কাৰণ তেতিয়াহে এখেত Amabanit কৈ ধনী হব পাৰিব,

  • @gulzarhussain3461
    @gulzarhussain3461 ปีที่แล้ว +1

    মাএ ৬০বিঘা হে লৈছে গৰু খুটিত বাংলাদেশীৰ আকৌ উদ্দাৰ কৰিছে।

  • @AssamBhai-cn1gq
    @AssamBhai-cn1gq 3 หลายเดือนก่อน

    Nice

  • @nikkiboruah7160
    @nikkiboruah7160 ปีที่แล้ว

    Moja filisa aru Udogaii dea

  • @BLGEntertainmentASSAM
    @BLGEntertainmentASSAM ปีที่แล้ว

    Sobka sath sobka vikash 👍

  • @monujpathori
    @monujpathori ปีที่แล้ว +2

    ab ayega mojaaa 😂