প্ৰাৰ্থিত্ব, জিলা সভাপতি পদৰ বাবেও ধন দিব লাগে অগপত

แชร์
ฝัง
  • เผยแพร่เมื่อ 11 ก.ค. 2024
  • ▶️প্ৰাৰ্থিত্ব প্ৰদানৰ নামত মোটা অংকৰ লেনদেন হয় অগপত। প্ৰাৰ্থিত্ব প্ৰদানৰ নামত আফতাবউদ্দিন লস্কৰৰ পৰা অগপই লৈছিল ধন। অতুল বৰাৰ সোঁহাতস্বৰূপ এজনৰ পত্নীৰ একাউণ্টত লস্কৰে দিছিল ধন। তাৰ পাছত আলগাপুৰৰ টিকট দিয়া হৈছিল বিজেপিৰ এগৰাকী প্ৰাৰ্থীক। আজিপৰ্যন্ত ২০২১ৰ বিধানসভা নিৰ্বাচনৰ সময়ত লেনদেন হোৱা ধন ঘূৰাই পোৱা নাই আফতাবউদ্দিন লস্কৰে। NKTVৰ ‘খবৰৰ আঁৰৰ খবৰ’ত দলত্যাগী অগপ নেতাৰ বিস্ফোৰণ।

ความคิดเห็น • 56

  • @C.Barman7
    @C.Barman7 23 วันที่ผ่านมา +16

    অসম গণ পৰিষদক মই আৰু কেতিয়াও ভোট নিদিওঁ ।

  • @BhabeshSarma-qf4dv
    @BhabeshSarma-qf4dv 24 วันที่ผ่านมา +17

    ৮৫৫ জন ডেকা গাভৰুৰ তেজেৰে ৰাঙালী কৰি AK47 গুলি খাই অসমৰ আঞ্চলিক দল AGP গঠন হৈছিল সেই আঞ্চলিক দল বিক্রি হল এতিয়া সাম্প্রদায়িক নরপিশাচৰ দলৰ লগত। তহতৰ নিস্তাৰ নাই। ভগৱানে ভালকৈ মজা দি আছে চায় থাক। সত্যম শিৱম সুন্দৰম। যিমান ধন গোটাইছা খাব নাপাবি।

    • @bijoydeka9134
      @bijoydeka9134 23 วันที่ผ่านมา

      Agp ahisil asomor xomosya xomadhan karibo.aru karile gupto hotya.

    • @himanshudutta609
      @himanshudutta609 20 วันที่ผ่านมา

      guptahatyak pahori najabo.

  • @DilipChaudhury-qi9ge
    @DilipChaudhury-qi9ge 23 วันที่ผ่านมา +10

    AGP দল এতিয়া আগৰ দল নাই ,এতিয়া অতুল বৰা এণ্ড কোম্পানী

  • @BhabeshSarma-qf4dv
    @BhabeshSarma-qf4dv 24 วันที่ผ่านมา +10

    নাইডুৰ চৰন ধুই পানি খাওক আমাৰ অসমৰ আঞ্চলিক দলে।

    • @OWZIDALI
      @OWZIDALI 21 วันที่ผ่านมา

      Right 👍

  • @SatyajitGogoi-ft8wn
    @SatyajitGogoi-ft8wn 24 วันที่ผ่านมา +7

    855 জন শ্ব হীদৰ নাম জাননে ?শবহীদৰ নামত ৰাজনীতি কৰাৰ দালাল অতুল বৰা ,

  • @harakantadeka7715
    @harakantadeka7715 22 วันที่ผ่านมา +3

    1985ৰ,2000চনলৈ,অ,গ,প,আছিলো,আঞ্চলিক,ৰ,সম্পাদক,হিচাবে,5,বছৰ,কাৰ্যকাল,চলাইছিলো,এতিয়া,আৰু,এই,দলত,কোনো,মোৰ,আসতা,নাই

  • @paporigogoi8980
    @paporigogoi8980 23 วันที่ผ่านมา +4

    26 ত AGP শেষ

  • @user-ko9ie1gk9s
    @user-ko9ie1gk9s 23 วันที่ผ่านมา +2

    ছিঃ ছিঃ!এইয়াই অসম গন পৰিষদ।পইচাৰ ভাগ অতুল বৰাইও পাইছে ছাগৈ।দেহি ঐ!

  • @ShubhrajyotiShyamGohain
    @ShubhrajyotiShyamGohain 13 วันที่ผ่านมา

    জীৱনত বিজেপি আৰু অগপক ভোট নিদিওঁ।

  • @girishchtalukdar2574
    @girishchtalukdar2574 23 วันที่ผ่านมา +3

    AGP BAIMAN

  • @probinkumarkakati6151
    @probinkumarkakati6151 23 วันที่ผ่านมา +2

    কি হব অসম আন্দোলন কৰিলে ছাএৰ সমাজৰ শিক্ষাবৰ্ষ এক বছৰ নষ্ট কৰিলে 'চৰকাৰ গঠন কৰিলে নিৱনুৱাৰ চাকৰিবোৰ বন্ধ কৰিলে ?তেওলোকৰ এটাই কাম হল গুৱাহাটীত মাটি কিনিলে বিয়া পাতিলে ?এই মহাৰজা সকলৰ কামৰ নমুনা এয়া ?লাজ লাগে এজিপি বুলি কবলৈ ?এটায়েই কথা আমি লাখ লাখ নিবনুৱা হৈ ৰৈ গলো ?কোনে ছায় নিজেই কৰি নেখালে উপায় নাই ।শেষত এটাই কথা কও দুনিতীৰ শিপাডাল এজিপি দিনৰ পৰাই আৰম্ভ হল ?

  • @MinakshiGogoi1
    @MinakshiGogoi1 23 วันที่ผ่านมา +3

    অগপ এতিয়া মেৰুদণ্ডহীন!

  • @Bharat-so1wl
    @Bharat-so1wl 24 วันที่ผ่านมา +3

    Atul Bora & k Mahanta AGP marketing manager

  • @harineogneog1732
    @harineogneog1732 24 วันที่ผ่านมา +2

    নিজৰ পিতৃ আৰু মাতৃক চিনিব নজনা নেতৃবৃন্দৰ..........

  • @binoykalita7597
    @binoykalita7597 18 วันที่ผ่านมา

    অ,গ,পৰ আঞ্চলিক দলৰ চৰিত্ৰ শেষ কৰা কেইজনক অসমীয়া সকলে ৰেহাই নিদিয়ে। সৰ্বাৰ পৰা অতুল, কেশৱৰলৈকে এই সকলক মুখত ছাই ঘঢ়িব লাগে।

  • @NurulLaskar-ov9lg
    @NurulLaskar-ov9lg 20 วันที่ผ่านมา

    Good

  • @gouranga9471
    @gouranga9471 24 วันที่ผ่านมา +1

    Pisfalor পৰা চুৰি নহৈ কতি মাৰি দিছে

  • @SatyajitGogoi-ft8wn
    @SatyajitGogoi-ft8wn 24 วันที่ผ่านมา +1

    A g p ৰ নামত twalk show বন্ধ কৰিব লাগে,

  • @nayan_konwarrr
    @nayan_konwarrr 21 วันที่ผ่านมา

    হেড মাষ্টৰ দিয়ে বিভাগে বিদ্যালয় খন চলাই নিবলৈ, কিন্তু সেই হেড মাষ্টৰৰ বাবে অফিচত টকা লয়। ঠিক সেইদৰে অসম গণ পৰিষদত জিলা সভাপতি ৰ বাবে টকা লয়। হাহাহাহাহাহাহা।

  • @MadhabBordoloi-y3h
    @MadhabBordoloi-y3h 24 วันที่ผ่านมา +2

    A for asil g for gol p for pahorijua

  • @amritborah4276
    @amritborah4276 24 วันที่ผ่านมา +1

    AGP hol borah and mohonta company. Hbs bharit dhori oxygen loi neta huwa dol hol AGP. Meru dondra nathaka netar dol hol AGP. AGP hataw, BJP hataw loktantra songbidhan democracy basaw all assamiya

  • @SatyajitGogoi-ft8wn
    @SatyajitGogoi-ft8wn 24 วันที่ผ่านมา +2

    এইতো এটা ভন্দ

  • @Rana-hg8hg
    @Rana-hg8hg 21 วันที่ผ่านมา

    বৰ্তমান সময়ত অগপ মানে অতুল আৰু কেশব হতৰ লগতে সেই দুইজনৰ পৰিয়ালৰ দল হে, দলীয় কৰ্মী সকলে অতুল আৰু কেশব হতৰ লগতে পৰিয়ালৰ উন্নয়ন হে কৰি আছে😂

  • @ndas9029
    @ndas9029 15 วันที่ผ่านมา

    Agpk kio vot di ase buji napao

  • @JkTree-xl9dw
    @JkTree-xl9dw 20 วันที่ผ่านมา

    অসম আন্দোলনৰ শ্বহীদৰ বাবে অসম গণ পৰিষদৰ অভিসাপ লাগিছে। অসম আন্দোলনৰ শ্বহীদ ক সম্মান কৰিব নজনা অসম গণ পৰিষদৰ সভাপতি থকাৰ যোগ্য নাই।

  • @promudborgohain7920
    @promudborgohain7920 23 วันที่ผ่านมา +2

    দালাল অতুল,কেশৱ ৰ ভাওনাৰ কাহিনী শুনহ দেখহ অসমীয়া।

  • @MadhabBordoloi-y3h
    @MadhabBordoloi-y3h 24 วันที่ผ่านมา +2

    Atul borai dol besile

  • @SatyajitGogoi-ft8wn
    @SatyajitGogoi-ft8wn 24 วันที่ผ่านมา +2

    অতুল বৰাই কেইজন শ্ব হীদৰ নাম জানে ?

  • @rajenhazarika7629
    @rajenhazarika7629 23 วันที่ผ่านมา +2

    Atul aru Keshab . Okol minister hobole . BJP R SUA SELEKI ASE .

    • @rajenhazarika7629
      @rajenhazarika7629 22 วันที่ผ่านมา

      Moi enei likha nai karon moi 83 swahid RAJIB HAZARIKA R BHOTIJA HOI. TOTABOR R HOPTO SWAHID ASIL TEU.

  • @minahazarika7578
    @minahazarika7578 21 วันที่ผ่านมา

    ৰসাতলে গল

  • @SatymevaJayate007
    @SatymevaJayate007 20 วันที่ผ่านมา

    অচম গন পৰিচদ 😂😂😂 চভাপতি 😂😂 জেলা চভাপতি 😢😢 মহাচয় 😂😂

  • @AngryManuh000
    @AngryManuh000 23 วันที่ผ่านมา +2

    Miya bhai

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens6290 18 วันที่ผ่านมา

    অতুল গন পৰিষদ ত্যাগ কৰক। কিন্তু BJP ত join কৰিলে অতুলৰ লাভেই হব। মামাক দিয়া অতুলৰ gift

  • @puspadhardowarah1932
    @puspadhardowarah1932 23 วันที่ผ่านมา +1

    অগপই কেতিয়া সোণৰ অসম গঢ়িব লগতে বিদেশী বিতাৰণ কৰিব?১৯৭৯ত আমিও চি আৰ পিৰ মাৰ টাঙোন খোৱা লোক।সেয়ে আমাৰো কিছু কব লগা আছে।তেতিয়া আমি নেতা নাছিলো কৰ্মীহে আছিলো।সেয়ে নাম গোন্ধও নাই।পৰবৰ্তী সময়ত চৰকাৰ"গঠন কৰি টকাহে ঘটিলে।বিদেশী বিতাৰণৰ কথাটো অটল গহ্বৰত জাহ গল আৰু অসম চুক্তি ফুটুকাৰ ফেন হল।গতিকে অসমৰ কাহানি অগপক আদৰি নলয় আৰু বিশ্বাস নকৰে।

    • @RupkantaPathori-sk3ru
      @RupkantaPathori-sk3ru 21 วันที่ผ่านมา

      বিজেপিৰ বোকোচাত উঠি দুজনমানে যেনে তেনে চলাই আছে দলটো ।

  • @rupenchdeka6297
    @rupenchdeka6297 23 วันที่ผ่านมา

    Kotha valkoi ussaron korib lge

  • @jagneswarbharali
    @jagneswarbharali 20 วันที่ผ่านมา

    Assam ganparisad buli aku nai.ase mathu duta gasar murha

  • @PanjakSarmah
    @PanjakSarmah 21 วันที่ผ่านมา

    Atul bora ata gory

  • @binoykalita7597
    @binoykalita7597 18 วันที่ผ่านมา

    সৰ্বা,অতুল,কেশবহত মেৰুদণ্ডী নোহোৱা প্ৰানী। আঞ্চলিক দলটোক লিজত লৈ নিৰ্বাচনৰ সময়ত দৰদাম কৰি ব্যক্তিগত লালচা পোৰণ কৰাৰ বিপৰীতে কি কৰিছে সকলোৰে অবগত।নিলাজৰ লাজ নাই ইয়াকে কয়।

  • @gh12138.
    @gh12138. 20 วันที่ผ่านมา

    AGP=BJP😢

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 24 วันที่ผ่านมา

    বেলেগ ইনকাম নাই যেতিয়া কি কৰিব?

  • @woman178
    @woman178 23 วันที่ผ่านมา

    BHAROTIYO SEWAK DAL t aeibilak aeko nalage vote dibaw awkawl tate akou daan vote daan nawhan daan sawkawlae aei karjyat aagbhag loi jen

  • @nishantakashyap4942
    @nishantakashyap4942 18 วันที่ผ่านมา

    , অতুল কেশৱ একো একোজন দালাল। এওঁলোকে অগপ দলটো শেষ কৰিলে।

  • @Sanuda90
    @Sanuda90 24 วันที่ผ่านมา

    Dun tu wife'r account't dibo nalagisile 😂😂😂😂

  • @bimanchutia4362
    @bimanchutia4362 19 วันที่ผ่านมา

    AGP asom gunda party

  • @dineshkakati1487
    @dineshkakati1487 23 วันที่ผ่านมา

    Atul Bara aru Keshav. r lalasà. BJP rDÀLAL

  • @tridibdeka2142
    @tridibdeka2142 24 วันที่ผ่านมา

    AGP HATI xui dile.

    • @RupkantaPathori-sk3ru
      @RupkantaPathori-sk3ru 23 วันที่ผ่านมา

      এৰা ৰাজনীতি কৰিছে সাত পুৰুষলৈ সম্পত্তি গোটাই আৰামত থাকিবলৈ ।