মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’

แชร์
ฝัง
  • เผยแพร่เมื่อ 5 ก.ค. 2024
  • কি উজনি, কি নামনি, কি বৰাক- বানত বুৰিছে সমগ্র ৰাজ্য
    খাদ্য-বস্ত্র-বাসস্থান, অনাময় ব্যৱস্থাৰ অভাৱত বিধ্বস্ত জনজীৱন
    কিন্তু বান পৰিস্থিতিক লৈ যেন ৰাজ্যত আৰম্ভ হৈছে ৰাজনীতি
    বানাক্রান্তক এৰি বিদেশত পুত্রৰ উপনয়নত ব্যস্ত বিজেপি বিধায়ক!
    মহানগৰীৰ মাজমজিয়াতো সংঘটিত হ’ল শোকাৱহ ঘটনা
    ৪৮ ঘণ্টাৰ পিছতো খবৰ নোলাল সন্ধানহীন কণমানিটিৰ
    মুখ্যমন্ত্রীৰ আশ্বাসে মহৌষধ হিচাপে কাম কৰিব জানো?
    অসমত এতিয়া ৰাজনীতিৰ ঊৰ্ধ্বত একো নাই নেকি?
    বানাক্রান্তৰ সমস্যাক গৌণ কৰি ৰাজনীতি উচিত নে?
    বান পৰিস্থিতিৰ মাজত নেতাৰ দৃষ্টিভংগী কেনে হোৱা উচিত?
    বান সমস্যা সমাধান কৰাত কাৰো সদিচ্ছা নায়েই নেকি?
    কিয় প্রতিশ্রুতি পাহৰিলে কেন্দ্রীয় গৃহমন্ত্রী আৰু প্রধানমন্ত্রীয়ে?
    নেদাৰলেণ্ডৰ দৰে বান নিয়ন্ত্রণৰ কিবা বিজ্ঞানসন্মত ব্যৱস্থা ওলাবগৈনে?
    মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’
    #pratidintime #assam #flood #abhimat #nitumonisaikia

ความคิดเห็น • 6

  • @rajenm3777
    @rajenm3777 5 วันที่ผ่านมา +2

    একদম ঠিক কথা কৈছে ।

  • @user-ip2gi7wn9k
    @user-ip2gi7wn9k 5 วันที่ผ่านมา +2

    যুক্তি কথা কৈছে ।

  • @SatymevaJayate007
    @SatymevaJayate007 5 วันที่ผ่านมา +2

    সঁচা ৷ দুৰ্নীতিত ব্যস্ত চৰকাৰ ৷

  • @padumibaruah2798
    @padumibaruah2798 5 วันที่ผ่านมา +1

    Yoy Are Eight

  • @satyajitgogoi968
    @satyajitgogoi968 5 วันที่ผ่านมา +2

    ব্যৰ্থ চৰকাৰ

  • @kalpanadeka6201
    @kalpanadeka6201 3 วันที่ผ่านมา

    ৰাজনীতিৰ মানুহ ! ৰজা ৰ নীতি। ৰজা ই যুদ্ধ কৰি প্ৰজা ক সুৰক্ষা প্ৰদান কৰিছিল।ৰাম, কৃষ্ণ ৰ‌দৰে যুদ্ধ নাজানে। উপযুক্ত গুণৰ অভাৱ। সকলো মানুহ ভোটদানৰ লগত জড়িত। ৰাইজৰ দ্বাৰা চৰকাৰ গঠন কৰা হয়। ৰাইজৰ দায়িত্ব, অধিকাৰ, কৰ্তব্য ‌, মতামত প্ৰয়োজন। ৰাইজেই ৰজা। নিৰ্বাচন প্ৰক্ৰিয়াৰ মাজেৰে ৰাইজে কিছুমান ৰাজহুৱা কাম কৰিবলৈ ‌ভোট‌দান কৰা হয়।মাননি দিয়া হয়।