ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
ঘৰ জোঁৱাই ৰ দপ দপনি চাবলৈ মন নাযায়, বেছি কৰিব গৈছে তাৰ কিহৰ আত্ম সন্মান আছে চপনীয়া ৰ কিহৰ সন্মান আছে নিধক কৰবাৰ। দুবৰী মনৰ সুখ দেখাব লাগে বুলি ভাবো
Maini gali
হয় ইমান বেছি কৰিলে ভাল নালাগে
নিজৰেই একো আত্মসন্মান বোলা একো নাই সম্পত্তি লোভত ঘৰ জোৱাঁই চাপি আছে,আনৰ বিষয়ে কবলৈ আহিছে।
আদৰৰ আঁচোৰ চাবলৈ অপেক্ষা কৰি থকা সকলে...Like kori jua👍👍👍👍
Ghor juair Atmo honman ghin lage.....
অঁ
Noise ❤ 😂 🎉 😢 😮 😅 😊
ঘৰ জোৱাই টোক দেখিব মন নাযায় 😡 কাৰ কাৰ দেখিব মন নাযায় like কৰা 🙂
সমুদ্ৰ তোৰ আত্ম- সন্মান থকা হলে ঘৰ-জোৱাই হৈ নাথাকিলা হেতেন আৰু কৈছা মনৰ আত্ম-সন্মানৰ কথা
আদিত্য আগৰ অৱস্থালৈ ঘুৰি অহাটো কোনে কোনে বিচৰা।
Moi besaru
Moi besaru❤❤
লোকৰ ঘৰত চপনিয়া হৈ আছে সি আকৌ আত্মসন্মানৰ কথা কৈ😂😂
আত্ম সন্মান চিনিপাই কাৰণে ঘৰ জোৱাই হৈ আছে
ঘৰজোৱাই ঘৰজোৱাই হয় থকাই ভাল।ই বেছি ওপৰত ওঠিছে কোম্পানীটো শেষ কৰিম বুলি লাগিছে ।এইটো সম্পতি লোভত হে আছে ঘৰজোৱাই চৰু চেলেকা হয়।
ঘৰ জোৱাই কুকুৰৰ দৰে চোৱা চেলেকা ।
ঘৰ জোৱাঁই হৈ থাকে, কিন্তু ইয়াৰ বেছি ওপৰত উঠিছে কোম্পানী ও শেষ কৰিব সম্পত্তি লোভত হে ঘৰজোঁৱাই চৰু চেলেকা হয়।
আত্মসম্মান থকা হ'লে ঘৰজোঁৱাই হ'বলৈ নাহিলাহেতেন জোৱাঁই।নিজৰতু একোডাল নাই তাতে আকৌ আনক আত্মসম্মানৰ পাঠ পঢ়োৱাই। এইবোৰকে কয় নিলাজৰ লাজ নাই কেঁকোৰাৰ মূৰ নাই।
আত্মসন্মান থকা মানুহ ঘৰজোঁৱাই হৈ নাথাকে।
মনৰ বন্ধু নিলামে ঠিকে কৈছে আনৰ কথা ভাবি একো লাভ নাই চপনীযাক দুই ছৰ দিব হল হয়েনে ৰাইজ সকল
চপনীয়াটোৱে আত্মসন্মান চিনি পায়,নিলাজটো।
সকলোৱে ধুনীয়া অভিনয় কৰিছে....... Nice....... My favourite sirial ❤❤❤❤
Wow atia ghoror Malik somudro he tarmane ane atmosonman thoka 2 maikir ghorot choponia thokatu 😊
দুবৰিক কাৰ কাৰ কইনা সাজত চাবলৈ মন আছে
Monor bondhu like👍👍👍👍👍👍
এই ঘৰ জোঁৱাই টোৱে মনৰ ফাইল টো যে ঘূৰাই দিছে ,আচল document নে দুবলিকেট document ঠিক নাই ,,,,,❤❤❤❤❤❤
Janu pai
কোনে কোনে এই siriyel টো ভাল like কৰা
আদিত্যৰ মাকে বহুত ভূল কৰিছে চপনীয়াটোক বিশ্বাস কৰি,পিছত বহুত ভুগিব লাগিব।
ঘৰ জোঁৱাই হৈ আত্মসন্মানৰ কথা কয়। লাজ নাই
Roi asuu tumar babee😅kune kune roi asa like kora❤
ঘৰ জোৱাঁই টো বেছি হৈছে 😅
আদিত্যক,ফাইলতো,দিব,লাগে
Waiting ❣️ for 💚 next ❣️ episode ❣️💚❣️
চপনিয়া সম্পত্তি লোভিয়া টোক চাবলৈ মন নাজাই
ঘৰ জোৱাই সকলৰ গাত লাগিছে ছাগে।❤❤❤❤ঠিক কথা কৈছে খুৰী কিন্ত ঘৰ জোৱাইটোক চিনি নেপালে খুৰী
চপনীয়াৰ আকৌ কিহৰ আত্মসন্মান ? আত্মসন্মানবোধ থকা কোনো মানুহ ঘৰ জোৱাঁই থাকিবলৈ নাহে । 😂
আদৰৰ আঁচোৰ চাবলৈ ৰৈ আছোঁ 😊ভাত পানী লৰা লৰিকৈ খাই ....😱
Aditya ru Duborik akeloge Kune Kune sabo bisare 1 - 👍. Kori diba 🌺
অলপ মান খাতা হৈছে অলপমান আৰু দীঘল কৰি দিবা 😢😢😢😢
নিজৰ ছোৱালী যদি এনেকুৱা বেলেগ মানুহ আৰু কেনেকুৱা হ'ব
চপনীয়া জোৱাইৰ আত্ম সন্মান বহুত বেছি
সিডু ছোড ডন চেম্বার হলেও বলেন ইন্টেল এমনভাবে
চপনিয়া মানুহৰ তেল বেছি হয় এই।😅😅
Ghor jowai bohut beya aru ghoror pora khedi dile bohut vhal lagibo 🎉💔💔💔
Kar kar ai serial khon piyo ata like kora🥰😍😍
Saponia dekhun bohut muroror uporot uthil.ketiya namibo heitu sabolehe roi asu
নিলাজ ঘৰ জোৱাঁইৰ মুখত এই কথা শোভা নাপায়
My 💟 favourite 💙 serial 💟💙💟🧡💟💙💟
আদিত্য লগৰ জনে থিক কথা কৈছে ❤❤❤❤
My favourite serieal ❤🎉
ঘৰ জোৱাঁই ইমান দম দম কথা কলে শুভা নাপাই,,,এই চপনিয়া হালক সোনকালে ঘৰৰ পৰা খেদা ব্যৱস্থা কৰক🙄🙄
সচাঁ কথা কিয় খুৰীয়ে ঘৰ জোৱাই তলতীয়া হল ।নিজৰ ঘৰতেই নিজৰে অধিকাৰ নাই কিয় নিজৰ লৰা পৰ হল❤
Maa hodai maiii♥️♥️♥️
আছে কাৰণে ধোকা আছে
Hai babe ghor juyai hoi ase
চপনীয়া তেল বেচি হৈছে নেকি অলপ 😢😢
Oo juwai tumi hoisa kabar putek jiman holeu mon aikhn ghrr lora, srel krone basi gola aji xsa jdi hol hoi n kunu lorai anekoi Ari nidile hoi
Waiting for today episode😢😊
Kamor xoru dañgor ñai mon tumi hahimukhe kori juwa mon
My favorite serial❤❤❤
ছবে like কৰিদে আদৰৰ আঁচোৰ
My favorite seril. ❤❤❤
Waiting
ঘৰ জোৱাই মা কওতে গৰু এটাই চিৱাৰা যেনে লাগিলে😂😂😂😂😂
Miss u duburi ❤
Hii😊
𝙎𝙤𝙥𝙤𝙣𝙞𝙮𝙖 𝙠𝙪𝙠𝙪𝙧𝙩𝙪𝙠 𝙠𝙝𝙪𝙣𝙠𝙖𝙡𝙚 𝙠𝙝𝙚𝙙𝙞𝙗𝙤 𝙡𝙖𝙜𝙚
👍
Waiting 💞 for 💙 today 💞 episode 💞💙💞
চপনিয়াটোক খেদি দিব লাগে
ধুকাক খেদি দিয়া😅
Adityar bondhu Nilime kintu akdom thik kotha koise 👍
সমুদ্ৰ ক খেদি দিয়ক সোনকালে
Hoi hosake😊😊
দুবৰীক নেদেখোৱা হ'ল যে
M C হ'ল
Ghor juwai leval besi.
Nasoni juwai
সমুদ্ৰ এটা সাপ
চপাই লোৱা মানুহ এনেকুৱা ই
ভাল লাগিছে
ঘৰৰ জোৱাই খেদাই দিব লাগে।নহ'লে শেষ কৰিব।
Vhal lagise sai 🎉🎉🎉❤❤
এই লোভীয়া চপনীয়া জোৱাই কটো দুইঢৰ দি তাক ঘৰৰ পৰা উলিয়াই দিব লাগে। তাৰ নিজৰ মাক দেউতাকক সি কিমান চাইছে বাৰু? সন্মান ৰ কথা কয় ?
ঘৰজোঁৱাই দেখোন একেবাৰেই মালিক হল ছোন। এইটোক ঘৰৰ পৰা গতিয়াই উলিয়াই দিব লাগে।
Mon tumar Val din nohob makok kosto diyar fol vogib lagib
My favourite serialDubore aru Adtya is best❤
মনৰ মাকে ঘৰ জোৱাঁইৰ হাতৰ পুতলা কিয় হ'ল। মনৰ ওপৰত ইমান কথা কবলৈ সাহক ক'ত পালে।
Adityai Documents khini pale nisoi ata val kam koribo paribo 😊
❤❤❤
Ghr jowai tok dekhibr mn najay .alp beshi krei jowai to
Good night
এই soponiya টোক নুহুধাকে একো কৰিব নোৱাৰে নেকি ইমান তলতীয়া চালা
এই খন বেছি আমনিদায়ক হৈছেগৈ আৰু একেখিনিকে পেনপেনাই আছে
Aditya aru dubori sabo bisare 💖💖💖❤️❤️
Bondhu jone thik koise
বপ্পা ও চপনিয়াৰ আত্মসন্মান😅😅😅😅
Good night all friends 🌃
Nice❤❤
তোৰ ইমান আত্মসন্মান থকা হ'লে লোকৰ ঘৰৰ ঘৰজোঁৱাই নহৱ অ সমুদ্ৰ 😂😂😂😂
ঘৰ জোৱাঁই অলপ বেছি হৈছে
নিলাজ তুৰ আকৌ আত্মসন্মান ,আত্ম সন্মান থকা মানুহে ঘৰ জোৱাঁই থাকে ???
Soponiar ru atmasonman thakene😂😂😂😂😂😂😂
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
ঘৰ জোৱাঁইৰ ইমান সাহস শাহুমাক দম দিব পৰা হ'ল এইজন ঘৰৰপৰা বাহিৰ উলিয়ায় দিব লাগে সকলো ভাল লাগে কিন্তু এই ঘৰ জোৱাঁইৰ কাৰণে চাবলৈ মন নাই
Ghor Juyai kotha manuha ketiyau xunibo nalaga . Ghor Juyai hodai lukor .
চপনীয়া জোৱায়ে অযোধ্যা নগৰখন জুই লগাই শেষ কৰিব
মাক জনীয়ে জোৱাইয়েক কথা হে শুনে নিজৰ মগজুৰ নাই হে।
Sapaniya tuk ekdom val nalage .....
Batoe val avinoi korise thnks
Somudro tumi kintu akdom thik kotha koisa - Prithibit Bhogoban naikia hoi jua nai 🙏. -- ru adin ai kotha sar nijor logotu hobo goi ai khon ghoror karone Adityai aku bea kora nai bea koriso toi nije he 😊

দুবৰিক কাৰ কাৰ কইনা সাজত
চাবলৈ মন আছে

My favourite serial
Dubore aru Adtya is best❤