বান সমস্যা সমাধান কৰাত কাৰো সদিচ্ছা নায়েই নেকি? মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’.....

แชร์
ฝัง
  • เผยแพร่เมื่อ 5 ก.ค. 2024
  • কি উজনি, কি নামনি, কি বৰাক- বানত বুৰিছে সমগ্র ৰাজ্য
    খাদ্য-বস্ত্র-বাসস্থান, অনাময় ব্যৱস্থাৰ অভাৱত বিধ্বস্ত জনজীৱন
    কিন্তু বান পৰিস্থিতিক লৈ যেন ৰাজ্যত আৰম্ভ হৈছে ৰাজনীতি
    বানাক্রান্তক এৰি বিদেশত পুত্রৰ উপনয়নত ব্যস্ত বিজেপি বিধায়ক!
    মহানগৰীৰ মাজমজিয়াতো সংঘটিত হ’ল শোকাৱহ ঘটনা
    ৪৮ ঘণ্টাৰ পিছতো খবৰ নোলাল সন্ধানহীন কণমানিটিৰ
    মুখ্যমন্ত্রীৰ আশ্বাসে মহৌষধ হিচাপে কাম কৰিব জানো?
    অসমত এতিয়া ৰাজনীতিৰ ঊৰ্ধ্বত একো নাই নেকি?
    বানাক্রান্তৰ সমস্যাক গৌণ কৰি ৰাজনীতি উচিত নে?
    বান পৰিস্থিতিৰ মাজত নেতাৰ দৃষ্টিভংগী কেনে হোৱা উচিত?
    বান সমস্যা সমাধান কৰাত কাৰো সদিচ্ছা নায়েই নেকি?
    কিয় প্রতিশ্রুতি পাহৰিলে কেন্দ্রীয় গৃহমন্ত্রী আৰু প্রধানমন্ত্রীয়ে?
    নেদাৰলেণ্ডৰ দৰে বান নিয়ন্ত্রণৰ কিবা বিজ্ঞানসন্মত ব্যৱস্থা ওলাবগৈনে?
    মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’
    #pratidintime #assam #flood #abhimat #nitumonisaikia

ความคิดเห็น • 34

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens6290 5 วันที่ผ่านมา +9

    সদ্দিছা আছে বাবেই ব্ৰহ্মপুত্ৰ খান্দি পাৰে পাৰে এক্সপ্ৰেছ Highway বানাইছে, আৰু এতিয়া 50 টা পুখুৰী খান্দিবলৈ লৈছে। কিমান সদ্দিচা আছে চাওক। এনেই নকব দেই। পিছে নলাৰ ৰেলিং ডালহে বনাবলৈহে থাকি গল।।

  • @S.M.8439
    @S.M.8439 5 วันที่ผ่านมา +1

    কোনো চৰকাৰেই অকলে একো কৰিব নোৱাৰে।জনসাধাৰণ সজাগ হব লাগে।

  • @purnaborah2910
    @purnaborah2910 5 วันที่ผ่านมา +3

    Akhil jindabad

  • @jyoshreegogoi7958
    @jyoshreegogoi7958 5 วันที่ผ่านมา +1

    অখিল গগৈ👍👍👍♥️

  • @user-fo9fq6zi8m
    @user-fo9fq6zi8m 5 วันที่ผ่านมา +1

    Ji koi. Right koi. Gogoi e

  • @aliciadawns8535
    @aliciadawns8535 4 วันที่ผ่านมา +1

    মুঠৰ ওপৰত দেখা গৈছে চৰকাৰ খনে প্ৰতিশ্ৰুতি বহুত দিয়ে কিন্ত ফলাফল তো শূন্য,সেয়ে বিপদৰ সময়ত মানুহৰ খং নুঠি চৰকাৰ খনক প্ৰশংসাতো কৰিব নোৱাৰিব ভাল কাম কৰিছে বুলি ,কংগ্ৰেছক সমালোচনা কৰিলে ৰাজ্য খনৰ কি উদ্ধাৰ হব নিজৰ ব্যথৰ্তা লুকুৱাই কথাৰ ফুলজাৰি মাৰিলেই সমস্যাবোৰ শেষ হৈ নাযায়।

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens6290 5 วันที่ผ่านมา +1

    প্ৰভু ঈশ্বৰ জিতু ডাঙৰীয়া, Pattaya ট কেনেকোৱা পালে তাকে কওক ।

  • @puspadhardowarah1932
    @puspadhardowarah1932 5 วันที่ผ่านมา +1

    সদ ইচ্ছা কাৰো নাই।কেৱল ১৪ পুৰুষৰ"বাবে কিমান টকা ঘটিব পাৰি তাৰ"বাবে প্ৰচেষ্টা চলাই আছে। বান পানী বৰ্তমান শাসকীয় নেতা আৰু কৰ্মচাৰীৰ সোণৰ কণী পৰা হাহলৈ ৰূপান্তৰ হৈছে। এইবাৰেই নহয় প্ৰতিবছৰে বাৰিষা দিনত আহেই!বহুতে ১৪ পুৰুষৰ"বাবে"নহয় ২৮ আৰু ৪২ পুৰুষৰ"বাবেও টকা ঘটি ললে!

  • @KusumKonwar-n2d
    @KusumKonwar-n2d 5 วันที่ผ่านมา

    Good news

  • @relaxeverythingisfine5154
    @relaxeverythingisfine5154 5 วันที่ผ่านมา +1

    Akhil Gogoi ❤

  • @bimansaikia4305
    @bimansaikia4305 5 วันที่ผ่านมา +1

    আমাৰ ৰাজনৈতিক দলৰ নেতা সকলে ইংৰাজৰ বেয়া ৰাজনীতি কথা বোৰ ভালকৈ শিকিলে।ভাল বোৰ নললে। এইটো বৰ দুভাগৰ বিষয়।

    • @RupkantaPathori-sk3ru
      @RupkantaPathori-sk3ru 4 วันที่ผ่านมา

      যিমানেই বানপানী হব সিমানেই কিছুমানৰ কাৰনে ভাল ।লাগিলে চৰকাৰৰ ৰাজকোষ উদং হৈ যাওক ।ৰাইজে বানপানীৰ লগত থাকিবলৈ শিকক ,সাতুৰিবলৈ শিকক ,নাও চলাবলৈ শিকক ।

  • @kushalchetia2670
    @kushalchetia2670 3 วันที่ผ่านมา

    অসমৰ বাননাইকিয়া কৰিবলৈ হলে অসমৰ সকলো বিলাক মঠাউৰি ভাঙী পেলাব লাগিব ।

  • @snigdhabharali8783
    @snigdhabharali8783 5 วันที่ผ่านมา +1

    Akhil gogoi jindabad.

  • @sonaramdas7824
    @sonaramdas7824 5 วันที่ผ่านมา +2

    Nitumani No 1 fatuwa

  • @purnaborah2910
    @purnaborah2910 5 วันที่ผ่านมา

    Assam banpani nitumoni right❤

  • @daspiglets1866
    @daspiglets1866 5 วันที่ผ่านมา +1

    Jagat dse Akhil daa😂

  • @pankajmahanta295
    @pankajmahanta295 3 วันที่ผ่านมา

    As educated person my six sense bling that jitu goswami exposed may be wrong but akhil gogoi educated I m not blind supporter akhil gogoi

  • @purnaborah2910
    @purnaborah2910 5 วันที่ผ่านมา +1

    No 1 nitumoni

  • @sikhkrexvlogger
    @sikhkrexvlogger 5 วันที่ผ่านมา +1

    😡

  • @simantaaxom812
    @simantaaxom812 3 วันที่ผ่านมา

    Jitu beya k fosil aji😅😅

  • @theeasternworld
    @theeasternworld 5 วันที่ผ่านมา +2

    No only commission, psisa 💸💸

  • @bhargaV567d
    @bhargaV567d 5 วันที่ผ่านมา +1

    BJP r gitai atah para k bahire ako njne😊

  • @niturobidas-mo8vq
    @niturobidas-mo8vq 5 วันที่ผ่านมา

    Dudin man karne hoi

  • @wr1572
    @wr1572 4 วันที่ผ่านมา

    Himanta xekhot aahi kene niti xikhya hodai diye aaru raije paahori xai.

  • @mintumedhi2330
    @mintumedhi2330 5 วันที่ผ่านมา

    Toy je koli khei jegat dangor dangor neta asil jodi dangor netai soku nidle, toy Tu agote dekha paisili , agote kothatu unukiai dili hoytu aji aei ghotonatu nahol hoy sage, kokai apuni jodi jane no parking buli jane kiyo gari rakhe, police a fine katile apiradh hoy, no parking t rakhile tur vul nohoy nk?

  • @purnaborah2910
    @purnaborah2910 5 วันที่ผ่านมา

    Jitu mitu faltu