লেং মাৰি মুখ্যমন্ত্ৰী হ’ব জানে, কিন্তু কেন্দ্ৰৰ পৰা ধন আনিব নাজানে হিমন্ত বিশ্ব শৰ্মাই
ฝัง
- เผยแพร่เมื่อ 7 ก.ค. 2024
- #graphiccontent
লেং মাৰি মুখ্যমন্ত্ৰী হ’ব জানে, কিন্তু কেন্দ্ৰৰ পৰা ধন আনিব নাজানে হিমন্ত বিশ্ব শৰ্মাই। গৃহমন্ত্ৰী-মুখ্যমন্ত্ৰীকে ধৰি পীযুষ-অশোক সিংঘাল-কেশৱ মহন্তক তুলধূনা বিধায়ক অখিল গগৈৰ। অসমৰ ভয়াৱহ বানপানীক লৈ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান অখিল গগৈৰ।
The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
#TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews
হিমন্তৰ দিনত বেছি উন্নতি হৈছে, তেখেতৰ পৰিয়ালৰ, পিযুষ হাজৰিকাৰ, জয়ন্ত মল্লৰ।
😂😂😂😂😂 hothik kotha koise
Rojar bikhoye eneke nokoba bondhu tumar bipod ahibo pare
@@YubrazD Tumi Muk koi ASA NE uprt comment kora jonok?
Right
বঢ়িয়া।অখিল গগৈ ডাঙরীয়া জিন্দাবাদ।।।
Mmm balor badhiya ghanta suda balor badhiya
@@mamatachakraborty-xq5by akhil ata johora hoi
হিমন্ত বিশ্ব শৰ্মাই ভাবে মইযে ৰজা মোৰ বাহিৰে অসমত কোনো নেতা নাই মই যি কম তাকেই হব লাগিব
এই হিমু কুকুৰ টোক লাট মাৰিব লাগে
বৰ সূন্দৰ কথা ক'লে অখিল গগৈ চাৰে। এনেদৰে ৰাইজক অত্যাচাৰ চলাই থকা দালা সকলৰ প্ৰকৃত চৰিত্ৰ অসমৰ জনগনৰ অবগত কৰা বাবে অখিল গগৈৰ ডাঙৰীয়ালৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।
সঁচা কথা কব পৰা এজনেই মানুহ আছে
Akil da nohy janu
fali dise
হিমন্ত বিশ্ব শৰ্মাই নিজকে মহা পণ্ডিত বুলিয়ে ভাবে, কেতিয়াবা আকৌ ইংৰাজী কয় কিন্তু তেওঁতকৈ শুকুৰ আলীয়ে ভাল ইংৰাজী কয়,
Ya ya ya
সুন্দৰ কথা কৈছে । Salute Akhil Sir ...🙏...🎉🎉👍🏻.......
ঠিকে কৈছে অখিল গগৈ ডাঙৰীয়া - ধন্যবাদ জনালো
হিমন্তুৰ দিনত তাৰঘৈনী জনিৰ মাতি সম্পতিৰ উন্নতিৰ হোৱাৰ বাবে আন একো হোৱা নাই ।
সেই জনীক (ৰিকিনি ক) দেখিলে মনটো বেয়া লাগি যায় 😅😅😅
তথাপি দেখন ৰাইজে ভোট দিয়ে
Bikolpo val dol dekha nai congress BJPitkoi beya pahora nai
@@arifazom7864 সেইটো হে আটাইতকৈ দুখৰ কথা।
অসমৰ মূৰ্খ জনতা।।
মানুহৰ মনত ভয় সুমুৱাই দিয়া হৈছে সেইটোহে ডাঙৰ কথা।
সুন্দৰ অখিল গগৈ দা । 🙏👍👍👍
MLA Akhil Gogoi Point is correct.
অখিল গগৈ জিন্দাবাদ।
হিমন্ত দিছপুৰত দিন থাকিব অসমৰ জনসাধাৰণৰ উন্নতি নহ'ব।।
হিমন্ত বিশ্ব শৰ্মা মূখ্য মন্ত্রী হোৱাটো আমি বিছাৰো। বহুত দুখিয়া ঘৰৰ লৰা ছোৱালীয়ে বিনা টকাত চাকৰি পাইছে। কংগ্রেসে মাছৰ বজাৰ পতাদি চাকৰিৰ বজাৰ পাৰিছিল। টকা থকাই চাকৰি লৈছে নথকাই দুখ কৰিছিল। এতিয়া সেই বোৰ গল। সেয়েহে হিমন্ত বিশ্ব শৰ্মা আৰু ২০ বছৰ মান মূখ্য মন্ত্রী হৈ থাকক।
@@kumudbaruah2001 বহুতেই গ’মে নাপায় প্ৰকৃত খবৰ ১০০ ভিতৰত দুইজন দুখীয়া ল’ৰাই পোৱাত আত্ম সন্তুষ্টি লৈ কি লাভ যে চৰকাৰে যোগ্যতাৰ ভিত্তিত চাকৰি দিছে৷
ৈ@@DJ-tc6sq
@@DJ-tc6sqতাকো পেঞ্চন নথকা চাকৰি৷
@@kumudbaruah2001piti o 20 bosor kiyo 200 bosor hoi thakok.....mathon goru r mangso r tukra gita subuwat badha niDB aru .....😝
Akhil Gogoi Zindabad
শৰ্মা দা দক্ষ নহয় ভক্ষ মন্ত্ৰী প্ৰকৃততে👍🏿👍🏿
😂😂😂
সচা কথা ৰজাৰ দৰে থাকে আৰু চেলা কেইজনেও থাকে এইবোৰ ধংসৰ কাৰক
Akhil da good
অসমত সন্মানীয় গৌৰৱ গগৈ মুখ্যমন্ত্ৰী,অখিল গগৈ আৰু মীৰা বৰঠাকুৰ ডাঙৰীয়ানীক উপ মুখ্যমন্ত্ৰী হলেই অসমৰ বহু সমস্যাৰ সমাধান হব। গতিকে, ৰাইজে ব্যক্তিগত স্বাৰ্থ বাদ দি ২০২৬ ত এখেত সকলক শাসনলৈ অনাৰ চিন্তা কৰক। অসমৰ ৰাইজ ৰাজনৈতিক ভাৱে সজাগ হওঁক।
Axom khn miya usrt dibole nuwari bro
@@mrmusic7959Miya toi he heikarone sudurvaii himantor Pokor seleki aso
Ekdom right koisa dada❤
Ghenta hobo sob 1ta chungare mas
@@tri____benitohote miyar pokor seleki kio eman bhal pai najanu dei
Right.
Very good
Good news
The cross current
Welcome.
Akhil Gogoi
Welcome.
বঢ়িয়া।
Yes yes you are right Akhil Gogoi . You are strong leader of our ASSAM . it is true .
Ghonta leader....
Toi kon kukur@@manashaxomia4202
হিমন্ত কেন্দ্ৰৰ পৰা একো খুজিব নোৱাৰে যিহেতু তেখেতে বেলেগৰ গাদীখন দুই নম্বৰী কৰিলৈছে । কেন্দ্ৰত অসমীয়াৰ বাবে মাত মাতিলেই তাৰ চকী হিলিব , যিসকল হাড়ে সিৰাই অসমীয়াই এই সকলোৱেয়েও জানে যে হিমন্তই অসম চলাব নোৱাৰে কাৰন তেখেতে গাদী কাৰনে জীয়াই আছে ,অসমীয়াৰ উন্নতিৰ কাৰনে ৰাজনীতি কৰা নাই । ২০২৬ ত অসমীয়াই জাগিবৰ হল । নহলে হিমন্তই অসম ৰসাতলে নিব ।
হিমন্ত থকালৈকে অসমৰ একোডাল উন্নতি নহয়। সেইটো খাটাং।।।।
Right
মুদিক কবলৈ দম নাই মামাৰ ক'লে গাদিখন গুছি যাব
কেৱল এজনেই যে তেনে নহয়, নতুন প্ৰভূ সকলে লেং মাৰি দেখুন মন্ত্ৰী হ'ল,পুৰণি সকলৰ চিন মোকামেই নোহোৱা হ'ল ।
Good akhil da
Save Assam s
বঢ়িয়া। একেবাৰে সত্য কথাকেষাৰে কলে ডাঙৰীয়া।
Good.point
Akhil Gogoi right kotha koi sae
Right👍
Right 👌🏻👌🏻👌🏻👌🏻👌🏻👌🏻
কেন্দ্রত যি চৰকাৰ থাকে সেই চৰকাৰলৈ দৌৰ। মাৰে।কিছুমান চুৰে।
বান পানীত গৰু, মানুহ যিয়ে মৰে মৰি থাকক কেৱল লেক্চাৰ মাৰি মাৰি টকা উপাৰ্জন কৰাত ব্যস্ত থাকিলেই হল।বৰ্তমান চৰকাৰৰ এয়াই প্রধান কাম।গড়ৰ চাল আৰু মন্ত্রীৰ চাল একে।
Himanta thakile Axomkhn borbad hoi jabo ..
Akhil gogoi zindabad ❤🎉
সঁচা কথা
Mama misa kotha kuat 1 no..
Thik ktha koi se apuni 👍❤
Salute for such sincere and carring MLA.
Yes okhil da
Mojja speech....anakuwa manuhok Ami mantri bonabo lage🎉
Akhil Gogoi zindabad zindabad
Gaurav Gogoi cm, akhil Gogoi home minister
Akhil Gogoi ❤❤❤
❤ nice Dada
Very very good speech. All the points are reasonable and rational.
Mojja dixa .holeu laj napai heijonai
Very nice akhil da
১- পাৱাৰ থাকিলেহে আনিব
2-.-কথাকব . জানিলে হে আনিব
৩- মূণ্ডটো সত সত সাহষ নাই
৪ - হিমস্ত
Apunak maniso exam notify kri napale sage eyat aahi gol😂😂😂
Very nice
Moja
# AKHIL GOGOI👍👍👍👍
মনতিৰীক এনেকে কব নেপায় মইনা - - - পাপে নুচুলেও E D এ চুব কিন্তু ।
জনপ্ৰতিনিধি হ'লে এনেকুৱা গৰজী উঠা সাহসী হব পাৰিব লাগে। অখিল গগৈ জীন্দাবাদ👍✊
Good akhil sir. Thanks
Mojar aitur news chanal val....
O manuhtu aitu news channel nhy 😂😂ai news portal ki je ru June ji gai take huni cmnt mari diye ru na
হিমন্তক বিদায় দিব লাগিব
Hundor kotha
Thik koise Akhil Gogoi
সুন্দৰ বক্তব্য অখিল দা
100/ correct, Akhil Gogoi jindabad
Hundar salute Akhil sir
AKHIL GOGOI JINDABAD jonotar Neta Akhilgogoi
Hosa kotha...
সচা কথা
Thik koise akhil da
Ehh Mojaa
Right🎉🎉jendabad
right kotha
Tutor for justice plz sir
Thanks Sir
AG ZINDABAD
অখিল গগৈ কোবা কথা বোৰ মিছা বুলি কবনে?
সচাঁ নে /মিছা।
The speesh of Akhil Gogoi is 100% Truth. Himanta's B J P Sarkar gradually destroying our Golden Assam we the Assamese inhabitants should dirve of this BJP Sarkar in forth coming MLA Enection 2026.
asa kota koise
Hosa kotha koise .
Congress and akhil gogoi zindabad.
ভাল কথা কৈছে আপুনি।
Absolutely right
AKHIL GOGOI ZINDABAD, ASSAM FLOOD SHOULD BE DECLARED AS NATIONAL DISASTER. AKHIL GOGOI IS RIGHT.WE REQUIRED LEADER LIKE AKHIL GOGOI. 🙏🙏
অখিল কেতিয়াবা মই থকা বাস গৃহলৈ আহিবা বহুত বহুত আশা থাকিল
অখিল গগৈ ❤❤
PLAY INDIPENDENT.MAKE YOUR OWN STYLE. BE BRAVE ❤
আৰু কেইতামান capsuls দিয়ক Akhil দা।
Very good Akhil Gogoi
অখিল গগৈ জিন্দাবাদ
Akhil Gogoi dangoriya Your spocrch is absolutely Truth.
Ekdm mojjaa dhuise
একদম ঠিক কথা কৈছে
Good Right
চাৰ আপোনাক ভাল পাওঁ আপোনাৰ কথা সঁচা আপুনি অসমৰ প্ৰথম মানুহ কা কো ভয় নকৰে
Great 👍
এশ শতাংশ সত্য কথা।
লেং মাৰিব জানে, ব্যবসায় কৰিব জানে। কেবল নাজানে কেন্দ্রীয় চৰকাৰৰ পৰা টকা আনিবলৈ।
Good job ❤
মজ্জা দিছে....
Thank you good o g sir Assam
লুৰিণক মজা ভাল দিলে দেই
মুখ্য মন্ত্ৰীক ভাল উপদেশ দিব পৰা এজনো BJPৰ সাহসী MLA বা Minister নাই। আটাইবোৰ ভীৰু।
Right Gogoi sir ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Very good... Thank you Akhil sir