Bohut val lagise ma k dautak nothaka pasot u kokak aita k a eman kosto koi dangor korile . Mur nijor jagar suwali jatia mur vonti a hobo . Bohut val lagise vonti aguwai juwa tumi ❤❤❤❤
Very nice voice,aguwai jua mur ashiwad thakil moiu tumar nisina gan gau val pau ghrr arthik absta bea karne INDIAN ARMY t ahilu,bihut suti gole monsot gan gau,aru moi durvogiya mur maa,deuta,ba,vonti nai aklhriya,sob muk ari aghriya kori nijr nijr jegaloi gusi gol,
Eman dhunia koi koise Bahut Dhunia lagise from Nagaon
কবলৈ ভাষা নাই ।ভৱিষ্যত উজ্জল কামনা কৰিলো।
ছোৱালী জেনীৰ কন্ঠ বৰ ভাল তেওঁ আৰু আগুৱাই যাওক তাকে কামনা কৰিলো ভগৱানৰ ওচৰত❤❤❤
আৰু আগুৱাই যোৱা। ভগৱানে নিশ্চয় চকুমেলি চাব।
সুন্দৰ কণ্ঠ। ককা আইতাৰ লগতে তুমিও সদায় সুখত থকা।
ককাক আইতাকৰ উপযুক্ত নাতিনী আগুৱাই যোৱা❤
6:54 6:57
বহুত ভাল লাগিল,কুশলে থাকা ।
বহুত ধুনীয়া কণ্ঠ। আৰু আগোৱাই যোৱা ❤❤ Love from Lakhimpur Narayanpur ❤️🥰
Bhal lagise
ধৰিত্ৰী মৰাণলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ ।ভগৱাক প্ৰাৰ্থনা জনাইছো ।আগুৱাই গৈ থাকা । ৰোহিনী বৰ গোহাঁই ।চৰাইদেউ ।
ভাল লাগিছে 😢 । বৰডুমচা ।
এক ব্যতিক্ৰমী আৰু অনন্য প্ৰয়াস। তোমাৰ লগতে ককা আইত আৰু পৰিয়ালৰ সকলোৰে সু-স্বাস্থ্য আৰু দীঘায়ূ কামনা কৰিলো। লোক সঙ্গীতৰ চৰ্চা অব্যাহত ৰাখিবা। ধন্যবাদ সহকাৰে।
যান মানু বৰ সুন্দৰ আগুৱাই যোৱা , আশীৰ্বাদ থাকিল ।
অতি সুন্দৰ পৰিৱেশন। এক ব্যতিক্ৰমী আৰু প্ৰতিভাসম্পন্ন আৰু অনন্য প্ৰতিভাৰ অধিকাৰী। আগুৱাই যোৱা সদায়। মনৰ হেঁপাহেৰে সুখী হৈ থাকা আজীৱন। অসমৰ নতুন প্ৰজন্মৰ কাৰণে আদৰ্শ আৰু প্ৰেৰণাৰ উৎস হৈ থাকা সদায়। ভগৱানে তোমাৰ লগতে পৰিয়ালৰ সকলোৰে সু-স্বাস্থ্য আৰু মঙ্গল কৰক তাৰেই আন্তৰিক শুভ কামনাৰে। ❤❤❤
Eman uchcho manosikota,xochakoie Tumi dharitri namor dabidar. God bless you.👍👍👍❤️❤️❤️
জানমানু সদাই এনেকৈয়ে আগুৱাই যোৱা তাৰে কামনা কৰিলো,,সছাকে আজি কিন্তুু কিবা এটা দূখ লাগি গ'ল আইক আৰু তোমালোকক দেখি ।
মৰাণ বিহু ফাকি বৰ ধুনীয়াকৈ গাইছে ❤❤❤
সুন্দৰ ঈশ্বৰে মঙ্গল কৰক আমাৰ আশীদ থাকিল
ছোৱালী জনী কন্ঠ বহুত ভাল তাই এদিন অসমৰ জনপ্ৰিয় গায়ক হ'ব গৈ 100%
আগুৱাই যোৱা love from nagaon
ভগবানে তোমাক কৃপকৰক তাকে কামনা কৰিছোঁ ।
আগুৱাই যোৱা আৰ্শীবাদ থাকিল ।
অতি সুন্দৰ আগুৱাই যোৱা ।
তুমি শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত জড়িত হৈও অসমৰ লোকসংগীতৰ চৰ্চা অব্যাহত ৰখাৰ বাবে তোমাক বহুত বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো। তোমাৰ সপোন বোৰে বাস্তৱ জীৱনত সপোনে পোখা মেলক তাকেই আন্তৰিকতাৰে কামনা কৰিলো। সদায় মনৰ হেঁপাহেৰে সুখী হৈ থাকা। আগুৱাই যোৱা সদায়।❤❤❤
ইমান ধুনীয়া কন্ঠ আৰু আগুৱাই যোৱা❤❤❤❤❤❤❤❤❤❤❤❤❤
Bohut val lagise ma k dautak nothaka pasot u kokak aita k a eman kosto koi dangor korile . Mur nijor jagar suwali jatia mur vonti a hobo . Bohut val lagise vonti aguwai juwa tumi ❤❤❤❤
বৰ সুন্দৰ, আগুৱাই যোৱা ।
ইমান ধুনীয়া মাত.. ইমান ধুনীয়া সূৰ বিখ্যাত গায়িকা দিপালী বৰঠাকুৰ নিচিনা..সূৰ ..তুমি নতুন প্ৰজন্মৰ এগৰাকী ভাল নাম উজ্জ্বল কৰা গায়িকা এদিন হবাই.. আশীৰ্বাদ থাকিল।
তোমাৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো
আগবাঢ়ি যোৱা,ভগবান তোমাৰ সহায় হওঁক
সুন্দৰ কণ্ঠ ❤❤❤
সুন্দৰ কন্ঠ মাইনা ❤ তোমাৰ সপোন সপোন বাস্তৱ ত ৰূপান্তৰ হওক 😊❤
আগুৱাই যোৱা ❤
সুন্দৰ কণ্ঠ
বৰ সুন্দৰ কণ্ঠ ।
Her voice is sweet.
She sings very sweetly.
May God bless her to rise in future.
ভাল মনৰ এগৰাকী জীয়ৰী
সুন্দৰ কণ্ঠ আগুৱাই যোৱা শিৱসাগৰৰ পৰা মৰম দিলো
May God bless you . keep it up.
Bahut val lagile...🙏🙏🙏
Very sweet voice, God bless you.
সুন্দৰ হৈছে
যোৱা মা আৰু আগুৱাই যোৱা আমাৰ সদাই আশীৰ্বাদ আছে তুমালৈ দেই।
Very wise girl.Regards and hoping bright future.
বৰ ধুনীয়া কণ্ঠ তোমাৰ আগুৱাই যোৱা।
Many many love from charaideo
❤Dhuk nokoreba Aguai jua
Nice Bani aagalu juwa ❤❤❤
God bless you,dharitri, go forward.
জানমানু মোৰ বৰ মৰম লাগে ।❤❤❤ From nagaon
অতি সুন্দৰ লাগিলে
বৰ ভাল হৈছে আগ বাহি জোৱা
God bless you ❤
Emn dhunia lgise ,xuni thakibo mon goise...kio njanu teulukor soku Pani dekhi muru ulai gol....lots of love jaanmanu 👍🫂best wishes to u
Hundor
Moja
Nice very good aaguwai juwa
ভবিচতু.ভাল.হওক
Sister aguwai juwaa
wow emn dhunia mat aguwai jua ba hubhesha thakile ❤
Wish your better future
Very nice voice,aguwai jua mur ashiwad thakil moiu tumar nisina gan gau val pau ghrr arthik absta bea karne INDIAN ARMY t ahilu,bihut suti gole monsot gan gau,aru moi durvogiya mur maa,deuta,ba,vonti nai aklhriya,sob muk ari aghriya kori nijr nijr jegaloi gusi gol,
Tumi agbahi jua ashirbad krisu
এই মাত এই সুৰ অতিকে আপোন । এই বাটে আগুৱাই যোৱা ---
Marjita katha batara bar bhal lagil
God bless you ag barhi joya Maina
ভাল লাগিল
So sweet voice
Nice
MOINA TUMAR PARIYALTU LOI.. DHANYAVAAD ❤❤❤
Carry on. God bless you
Nice voice
Aru aguai jua tume...Janmanu...
Val lagil
So sweet voice ❤❤❤
Bhogowane tumak bohut aaguwai niok,tarei kamona korisu
Hundar aguwai juwa dai
Tumar kotha khini bht mitha❤
আগলৈ ভাল হব
Aguai jua mem❤
your voice is nice.keep it up.
তোমাৰ গান শুনিলে মোৰ চকু পানী ওলাই ।
Bhut bhal lagil tumer gan 10:54
তুমি অনুষ্ঠানত পৰিৱেশন কৰাৰ বাবে আগ্ৰহী নেকি বাৰু? যদি কৰিব বিচৰা জনাবা
So good live from golaghat uriamghat
Bhut bhal lagil jaanmanu pise mar kotha nokola je.
❤🎉❤🎉❤🎉❤🎉
Very nice voice
All the best
Bhogowan soday bhale bhale aguwai loi jaok
God bless u
❤❤Bahal manar garaki kaka seita tumar vagabana siv😢asager
Good
Sundar
Very nice
Tumar mongle kamona korisu .
Good ❤
❤❤❤😊
Gd h 2u
Bohut bohut akhibad thakil toma loi aru ag bahi jouwa tome 😂😂😂😂
চকু মুদি শুনা । কিমান মিঠা লাগে । Go ahead sister