অসমীয়া, হিন্দী, নেপালী ভাষাত গান গাব পৰা এগৰাকী ছাত্ৰী; সৰুতেই মাক- দেউতাকক হেৰুৱাইছে তাই
ฝัง
- เผยแพร่เมื่อ 28 ก.ย. 2024
- অসমীয়া, হিন্দী, নেপালী ভাষাত গান গাব পৰা এগৰাকী ছাত্ৰী; সৰুতেই মাক- দেউতাকক হেৰুৱাইছে তাই
#NewsLive #AssamNews
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/
ধন্যবাদ NEWS LIVE
কি সুন্দৰ গান গায়
সকলোৱে চেষ্টা কৰক সহায় কৰক
O my god
@@shobhadevi7124 bbm
J
@@kriahnaboro96063q
Www! B/bxb?/LMK'''ñ; ľ
@@anilboro6879kxlm@wwwkddd@'''*wdmsl lip nip
VIP
God bless you maina , I request, অসম চৰকাৰে এই মাইনাজনীক সহায় কৰে যেন,
বহুত বহুত ধন্যবাদ News live 🙏🙏🙏🙏
সছাকৈয়ে মৰ্মান্তিক ঘটনা । হে ভগৱান তাই তোমাৰ আশীৰ্বাদ দি উদ্ধাৰ কৰা।
মইনা জনিক ঈশ্বৰে মংগল কৰক তাৰে কামনা 🙏
😢😢😢😢😢
তুমি আগুৱাই যোৱা তাৰেই কামনা কৰিলোঁ । লগতে দল সংগঠন আৰু চৰকাৰে তাইক সহায় কৰে তাৰেই আহ্বান জনালোঁ। । মানুহৰ মানসিকতা দেখি আচৰিত লাগে ইয়াতো বহুতে dislike কৰিছে চি চি চি
A natural Heroine
কেনেকৈ মই হেল্প কৰিব পাৰিব??
😔😔😭😭😭বেয়া লাগিল ইমান struggle কৰি আছে,,, কণমানি টোৱে,, ।। জীৱন জিন্দাবাদ,, 🙏🙏🙏🙏
Www
তাই ভাল গায়িকা হ'ব পাৰিব।স্পষ্ট আৰু ধুনীয়া মাত।
Muk dibo naki suwali joni
God bless u bright life infutur sister
Pls khakaloya help karak pls
এবাৰ ছোৱালীটোৰ বাবে like কৰক
Right
God bless her
ছোৱালী জনীক আগুৱাই যোৱাৰ বাবে ভগৱানে সহায় কৰে যেন আৰু তেওঁৰ প্ৰতিভা বিকাশৰ বাবে ম ই সদায় প্ৰাৰ্থনা জনাম।
🙏🙏 তোমাক ভগৱান নে সহায় কৰে যেন 🙏🙏
কনমানি জনীৰ প্ৰতিভাত আমি সকলোৱে সহায় কৰতো উচিত হ'ব। আৰু নিঠৰুৱ কনমানি ছোৱালী জনী চৰকাৰে ও সহায় কৰক। তাৰে কামনা কৰিছোঁ। ধন্যবাদ নিউজ লাইভ ধন্যবাদ, কনমানি জনিৰ প্ৰতিভক দাঙি ধৰাৰ বাবে। ধন্যবাদ।
ধুনীয়া কণ্ঠ,,🥰🥰🥰👌👌👌
তুমি অাগুৱাই যোৱা!!!
মা সৰস্বতী তোমাৰ কন্ঠত বিৰাজ কৰক!!!
🙏🙏🙏
তুমি আগোৱাই যোৱা। আশীৰ্বাদ থাকিল
ষ্টুডিঅ'ত লৈ এটি ফোন ইন অনুষ্ঠানৰ ব্যৱস্থা কৰক। আমি সকলোৱে তাইক সহায় কৰিব বিচাৰো।। অনুগ্ৰহ কৰি তাইক সহায়ৰ ব্যৱস্থা কৰক।
মই আশা কৰোঁ যে ভগৱানে তোমাক সহায়ক কৰে
God bless you my child🙏🙏🙏🙏Oh lokhimon3 1 day u will reach to indian idol... U will succeed ...100%
May god bless you dear govt help her imdt
So Sweet Voice God bless you dear
Akdin jate ai moina jonik ajon dangor singar hisape dekha paw tar babe kamona korilu ❤❤❤
Thank you News Live. She is bright, she can do, she can achieve her dream. She needs helping hand...
ভাহুত ধুনীয়া ❤️
সছাই তাই মনমায়া তাইৰ উদ্যম দেখি আচৰিত মানিছো তাইক সহাই কৰিবলৈ মন গৈছে অনুসন্ধান পালে নিশ্চয় কৰিম ।
Without mom n daady life seems to be in d dark world . News Assam ,doing a great works. It's touch my heart 💓💓💓😭😭
ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছো যেন তাই আগুৱাই যোৱাত একো কস্ত নহয়🙏🙏🙏❤️
✊😊💐💐তোমাৰ উজ্বল ভবিষ্যত কামনা কৰিছো মাইনা ইশ্বৰে তোমাৰ মংগল কৰক | ভালকৈ পঢ়িবা সদায় |🙏🌈
🎉🎉🎉
Media activism is something which is seen in Assamese media nowadays. Salute!
Wow so sweet voice,,,,god blesh you....
ভন্টি তুমাক ভগৱানে মঙ্গল কৰক । আৰু আগুৱাই যোৱা।
😢😢 এনেকৈ সদায় সাহস কৰিবা❤❤❤❤❤
কামিং আপ নিউজ লাইভ , আপোনাক বহুত বহুত ধন্যবাদ , ছোৱালী জনী দীৰ্ঘ জীবি হক ।
🙏🙏🙏🙏🙏🙏🙏🙏🙏
ঈছৰ সহায় হঁওক, ধন্যবাদ nwes lifeলৈ।
ধন্যবাদ নিউজ লাইভ,
কনমানিজনীৰ আশা পুৰণ হওক তাৰে কমানা কৰিছোঁ ইমান ধুনীয়া গাইছে গান ধুনীয়া তাইৰ সপোন পুৰণ হওক god bless you
তাইৰ ভৱিষ্যত অতিকৈ উজ্বল হ'ব যদিহে,,,,,,,,,,, চৰকাৰে তাইক অকনমান সহায় কৰে।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।। ঠিকনা টো জানিব পাৰিম নেকি
Dhanyabad News Live, Apunaluk aag badhi jauk ,lagat raij ashe....
তুমি জীৱন যুঁজত জয়ী হোৱা❤️♥️
Dukh lagil😭😭😭
নিউজ লাইভক মই বহুত বহুত ধন্যবাদ জনাইছো
Cant hold my tears ..This world is really cruel ..
বৰ দুখজনক। এই কনমানি জনীক সহায় কৰিবলৈ চৰকাৰ তথা রাইজ আগবাঢ়ি আহক।
I can't keep back my tears,it's really sad.
তোমাৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো
May God bless u sister sonice voice.
God bless you 💞💞💞💞🤲🤲🤲🤲🤲🤲😃😃😃😃I'm really proud sister..hosakoi dokh loga
তুমি তোমাৰ জীৱন যুদ্ধত সফল হোৱা,, মই ভগবানৰ ওচৰত প্ৰাৰ্থনা কৰিম
ধন্যবাদ.... News live
ভগৱানে নিচ্চয় তাৰ মনোকামনা পুৰা কৰিব.🙏🙏🙏🙏🙏
Great 💓💓💓🙏🙏🙏
My God bless you sister👭 😭😭😭
Eman sundor gan gaisa. Vonti.
Bohut duk lagisu o 😭😭😭
Bohut duk lagisu o😥😥😭😭😭
Very very great majoni. God bless to you.
তোমাৰ উজল ভৱিষ্যত কামনা কৰিলো।
God bless you
Jibon mane jontrona ....jibon juddhot hoday joi howa tare kamona krilu ..hoday Jen bijoi howa ...I love you munu... Love from Akhn gorib ghr r pora ajn mrmr dada😘😘😘😘💞💞💞♥️♥️♥️
Be always happy god bless you monmaya chetri
Tumi agbahi juwa .God bless you
Thang you for News live
আশীৰ্বাদ জনালো আইজনী
God bless you 😍
ভগবানে তোমাক সহাই কৰিব
ইশৰে মঙল কৰক কামনা কৰিলো 🙏🙏
Thanks to the news reporter who brought her to daylight & making her known to every one!...
Though socially poor, but God bestowed her with rich inner qualities abundantly...Let everyone help her to develop her inner qualities. Let every govt funds be provided, for she deserves. She will bring a great name & hour to the entire state...God bless you Manmaya Chetri!... 🙏🙏🙏
😢😢😢super singing.dukh loga bikhoy
এবাৰ ছোৱালীজনী বাবে like কৰক
বহুত ভাল লাগি হল
Vhut vhal lagise
সচাক বহুত ভাল লাগিল
আশাকৰো ভগবানে মঙ্গল কৰক।
Thsnk you so much song super every nice
Aguwai juwa moina❤❤❤
🙏🙏🙏👌👌👌bohut Val lagisee maina Jani a
News live Thankyou so much anedore khohai kori juwa apunalokei help kora aru sir hot .. 😭 beya lagil eman kosto disa kam koribo disila titia nijor beti doreo morom dibo para hoi 😭..
God bless you
মই ছোৱালী জনীলৈ বৰ মৰম লাগে অই ইমান সৰু ছোৱালী জনী নিজৰ শাৰীৰিকটো কষ্ট কৰি' ভৱিষ্যতলৈ আগুৱাই যাবলৈ যত্ন কৰিছে মই আৰু তাইৰ উজ্জ্বল ভৱিষ্যতলৈ কামনা কৰিছোঁ ।
ইমান সৰুতেই জীৱন যুদ্ধত যুজিবলৈ শিকা কনমানিজনিজনিলৈ শুভেচ্ছা জনাইছোঁ৷
হয় to news live কেইজনে Account number to দিয়া হলে বহুতে help কৰিব পাৰিলে হয়
I love you sister
Nice sister
@@gdphukon1624 .. kk
🐱🐩🐩😊😊
পোন প্ৰথমে নিউজ লাইভৰ সাংবাদিক ডাঙৰীয়াক মোৰ বহুত বহুত ধন্যবাদ থাকিল ।তাই সচাকৈ বৰ সাহসী ।মইও তাইক সহায় সহযোগ কৰিবলৈ বিচাৰিছো।
Val lagise
নিউজ লাইভক মই বহুত ধন্যবাদ জনাইছো এনেকুৱা বাতৰি পৰিবেশন কৰি অহা বাৰে
ধন্যবাদ বুলিলে নহব পাৰিলে সহায় কৰক
Good
Plus
👍👍👍👍👍👍🙏🙏🙏🙏🙏🙏🙏👌👌👌👌👌👌👌👌👌
Assames brother and sister ... Stay fit during Corona time....Joi ai oxom
এই ভিডিঅ' Dislike কৰা কেইজনক আপোনালোকে কি ক'ব? সেই কেইজন মানুহ নহয় যেন লাগে।
Hoi da
hoi dai
Dislike দিয়াবোৰ 1 no অহংকাৰী
Dislike kora keita 100% motlabi pagol...shihot dhongshwar mukholoi aguwai jauk, ishwarok parthona jonaisu.
এনেকুৱা বাতৰি প্ৰকাশ কৰক।
তাইক সহায় কৰিব লাগে সকলোৱে।
একমত
Akmot
Hoi okol kole nohobo hosake hohae Korebo lage.......
একমত
Amio krim ji paru...jdi kunobai agbare
ছোৱালীজনী ভাল গায়িকা হবো পাৰিব
তাইক সহায় কৰিব লাগে আহক আমি সকলোৱেই তাইক সহায় কৰো
,
ভগবানে তোমাক মঙ্গল কৰক তুমি আগুৱাই যোৱা মাইনা pray কৰিছোঁ 🙏🙏🙏
. ?
@@dilipboruah4081 1
No
@@noreswari7633 zmommm em
কোনোবাই ঠিকনা দিব পাৰিব নেকি বাৰু?যাতে আমি সহায় কৰিব পাৰো।please frinds 🙏help me to find her....
লখিমপুৰ, নাৰায়ণপুৰ, দিক্ৰং
@@KiranGogoi20 hi মই অসমত নাথাকো।তুমি থাকা কত?যোগাযোগ কৰি দিব পাৰিব নেকি...
@@MonorKotha moiu Ghrt nai moi Bangalore asu.. Mur ghr Pora 10 KM dur Hoi Dikrang Bisari pua jbo.. Eyat Agot news2 dia lora2 j eketa jegare Hoi.
@@KiranGogoi20 ধন্যবাদ।try কৰি চাবা যাতে ঠিকনা বিচাৰি পাওঁ🙏
Maramar kanmani ,tair name aru address diye Jen. Very thanks to the reporter of media for reporting this kind of sadful and lovely life.
"তুমিও কনকলতাতকৈ কম নহয়"আৰু সুন্দৰ কণ্ঠ প্ৰশিক্ষণৰ সুবিধা পালে বহুতেই আগ বাহিব বুলি দৃঢ় বিশ্বাস
তোমাৰ ভবিষ্যত উজ্জ্বল কামনা কৰিলো মাইনা
If u don,t mind u may stay with me. I help & look after in future.
Right
CM sowa, 30 Cr boliwoodk diatkoi enekuwa manuhak dia
Really..
actually right
Right bor
Right
Right
😭😭😭 Hsakoi.. Ovab a mnuh mnuh kri tule..imn kom boyokht.. Imn kosto kri tai jibon par krise.. Vgbn a taik akhirbad dyok
কোনোবাই তাইক মোক লগ কৰাই দিব নেকি । তাই থিকনাতো দিলেও হব ।
Lakhimput district
Simaluguri durpang Hoi
Moiw alop hohai dilu hoi
Moi uu
Jodi ahe moi mr ghrt loi ahim...taik ganor schol nd schol phm me...nd contact my no 7002314139
Thanks
কণমানিজনীলৈ অন্তৰৰ পৰা শুভেচ্ছা , মৰম , আশীৰ্বাদ জনাইছোঁ । ভৱিষ্যত জীৱন সাৱলীল ও সুন্দৰ হওক ।
এই সকল দুৰ্ভগীয়া পৰিয়ালক চৰকাৰে দেখি নাপাই নেকি? ইমান দুখ কষ্টত আইতাকৰ সৈতে দিন ৰাতি কটাব লগীয়া হৈছে,সঁচাকৈ বহুত দুখৰ বিষয়। ❤❤😭😭😭❤️❤️
🎉p
ধন্যবাদ NEWS LIVE
কি সুন্দৰ গান গায়, সকলোৱে চেষ্টা কৰক সহায় কৰক
I request to government to give her a home and secured her life.
Macboi
No have to time assam gvt... they are busy in filmfare 🤣🤣🤣
😢😢Sun kei bahut Bura laga Sach mein government definitely madat karna chahiye
J
Same as you
ভগবানে তোমাক ভালে কৌশলে ৰাখক
চৰকাৰে তেওঁৰ পঢ়া শুনাৰ সকলো দায়িত্ব লওক লগতে এটা চৰকাৰী গৃহ সোনকালেই প্ৰদান কৰক
Thik katha...pabo loga bur a govt ghar napai a
Tikke koisaa
Really encouraging story........I really feels bad but God is with her....God bless her......She is going to encourage or become grace to everybody...This little girl teach us that even in the bad situation don't lose hope whatever the situation is face the situation and standing tall....She is a great example for who suicide and lose hope with their lives....♥️♥️♥️♥️👍👍👍👍👍👍God bless you.....
আল্লাই মাইনাজনীৰ ভাল কৰে যেন মই আল্লাহৰ ওচৰত দুৱা কৰিছো
তাইক সকলোৱে সহায় কৰিব লাগে, সঁচাকৈয়ে তেওঁৰ জীৱন টো বহুত কষ্ট ৰে কাটিছে।
তোমাৰ ভবিষ্যত উজ্জ্বল কামনা কৰিলো
অই হাসহি তুমি আগলৈ গৈ বহুত ভাল মানুহ হোৱা মোৰ আশীৰ্বাৰ থাকিল মই না
Mor bahut dukh lage ai bur news pale.... Assamok minister khakole Sanny leone r he ki ba kibi sabo bisari fure.... Nijor manuhor ki je hoi ase khabor nai
ঈশ্বৰে মংগল কৰক কামনা কৰিলোঁ😘😘😘
God is good.
@@udayanofficial5390 by
❤