NKTVৰ ষ্টুডিঅ’ত এটি পৃথক শিশু | শিশুটিৰ মাত-কথাই মুহি পেলাব আপোনাক

แชร์
ฝัง
  • เผยแพร่เมื่อ 5 ม.ค. 2025

ความคิดเห็น • 1.2K

  • @protivadas3486
    @protivadas3486 9 หลายเดือนก่อน +5

    কিমান ভাগ্যবান মাক দেউতাক যে এনেকুৱা এজন সুযোগ্য সন্তান জন্ম হৈছে, আশীৰ্বাদ কৰিছোঁ আশ্বাস,তুমি আৰু আগুৱাই যোৱা যেন

  • @dr.lakshmikalita8857
    @dr.lakshmikalita8857 2 ปีที่แล้ว +3

    বাপু তোমাক বহুত বহুত আশীৰ্বাদ জনালোঁ। আগুৱাই যোৱা । নিজৰ সপোন বাস্তৱ কৰা। God bless you.

  • @jebinsultana8104
    @jebinsultana8104 2 ปีที่แล้ว +78

    আশ্বাস, বৰ ধুনীয়া কণমানি…, পোন প্ৰথমে আশ্বাসৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ।
    মই সাধাৰণতে কমেণ্ট নকৰো কিন্তু এই কণমানিৰ প্ৰকাশভঙ্গীয়ে মোক বাধ্য কৰালে কমেণ্টত আঙুলি বুলাবলৈ…
    পোন প্ৰথমে ধন্যবাদ সেই পিতৃ মাতৃলৈ, পৰিয়াল-পাৰ্বনলৈ, নিজস্বতা ইমান সুন্দৰকৈ যে বজাই ৰাখিছে । 'ঘৰেই শিশুৰ কঠীয়াতলী' এই সুন্দৰ বাক্যফাঁকি যেন আজি বাস্তৱায়িত হৈছে । ভৱিষ্যতলৈকো যেন এই ধৰা বজাই ৰাখে আৰু লগতে প্ৰতিজন অসমীয়া অভিভাৱকলৈ মোৰ অনুৰোধ আশ্বাসৰ দৰেই যেন প্ৰতিজন শিশুক সৰুৰেপৰাই দেহে-প্ৰাণে অসমীয়াৰ বীজ শিপাই দিয়ে…
    আশ্বাসক দেখি মোৰ বুকুখন কিছু সাট পৰা যেন লাগিল, খুবেই অভিভূত হলো অসমীয়া উচ্চাৰণ আৰু কথোপকথন, বাকী অনুপম দাৰ কথা বাৰু নকওঁ, তেখেতক কাষৰ পৰা ভালকৈয়ে লগ পাইছোঁ, তেখেতৰ অসমীয়াৰ গভীৰতা জানো, এনেকৈয়ে অসমীয়া প্ৰতিভাবোৰ উলিয়াই আনি আন ১০জনক অনুপ্ৰাণিত কৰি যাওক তাৰেই শুভেচ্ছা থাকিল ।
    পুনঃ আশ্বাসলৈ আন্তৰিক মৰম কিম্বা শুভাসিহ যাছিলোঁ, গীতৰ বাছনি কিন্তু কব লগীয়া, বৰ ভাল লাগিল…, আগুৱাই যোৱা সদায়…

  • @nirmalirajkumari7584
    @nirmalirajkumari7584 2 ปีที่แล้ว +50

    পৃথিবীলৈ নতুন সুৰুজ নামিছে । ধন্যবাদ উজ্জ্বল ভবিশ্যত কামনা কৰিলো আশ্ৰস ।

  • @ritudarrang4170
    @ritudarrang4170 2 ปีที่แล้ว +197

    ৪ৰ্থ শ্ৰেণীৰ ল'ৰা কিন্তু ল'ৰাজনৰ অসমীয়া ভাষা শৈলী বাক্যৰ গাঠনি বৰ সুন্দৰ; অসমীয়া বিষয়ৰ অধ্যাপক এজনতকৈ কোনো গুনে কম নহয়। উজ্জ্বল ভবিষ্যত কামনা কৰিলো #আশ্বাস ।

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr 7 หลายเดือนก่อน +2

    অন্যান্য অনুপম অস্বাসৰ সম্পৰ্কে ঠোৰটে এটা কথা মনলৈ আহিছে,যি লাই বাঢ়ে দুটা পাটতে চিনি পোৱা যায়।। এওঁৰ ভবিষ্যত উজ্জ্বল হোৱাৰ কামনা কৰোঁ আৰু অভিভাৱকৰ প্ৰতি আহ্বান জনাও এই শিশুটিক সজতনে দায়িত্ব বোধেৰে আপোনালোকৰ মৰমত ডাঙৰ দীঘল কৰক।।🎉❤❤

  • @monjubhora633
    @monjubhora633 2 ปีที่แล้ว +86

    সুন্দৰ কণ্ঠ আশ্বাস।উজ্জ্বল ভৱিষ্যত কামনা কৰিলো তোমাৰ।

  • @anjumedhi8126
    @anjumedhi8126 2 ปีที่แล้ว +2

    Khundr , aji dint aibur git khunib nupuwai hlu , god bless you

  • @dipuphukan3396
    @dipuphukan3396 2 ปีที่แล้ว +27

    আস্বাসৰ প্ৰতিভাই আপ্লুত কৰিলে৷ অভিনন্দনৰ লগতে উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলোঁ!

    • @poricharingia5516
      @poricharingia5516 2 ปีที่แล้ว +1

      Hosakoi eman morom loga bohut vl lagil

  • @musicvideostatus5016
    @musicvideostatus5016 2 ปีที่แล้ว +1

    আশ্বাসলৈ বহুত মৰম দিলো। আৰু শ্ৰদ্ধা জনায় ছো🙏🏽❤️

  • @bishubjyotisenapoti9192
    @bishubjyotisenapoti9192 2 ปีที่แล้ว +6

    আস্বাস তোমালৈ অন্তৰৰ পৰা বহুত বহুত মৰম যাছিচো, মই অসমীয়া হিচাপে তোমাকলৈ গৌৰৱ অনুভৱ কৰিছো । তোমাৰ প্ৰতিভা আৰু বিকাস হওক লগতে তোমাৰ উজ্জল ভৱিষ্যত কামনা কৰিছো ।

  • @dhantimedhi2021
    @dhantimedhi2021 2 ปีที่แล้ว +1

    আস্বাসৰ ওপৰত সচাকৈ অজশ্ৰ বিশ্বাস জন্মিছে। বহুত সুন্দৰ। আজিকালিৰ লৰাই কি ছোৱালীয়েই এই ভূপেনদাৰ/ জয়ন্ত হাজৰিকাৰ পুৰণি আপোৰুগীয়া গীতবোৰ শুনিবই নিবিচাৰে। অকল কোলাহলৰ সৃষ্টি কৰি ভাল পায় লগতে কিছুমান অসভ‍্যালিৰ। বহুত ধন্যবাদ আস্বাস।আগুৱাই যোৱা। ঔল্ড ইজ অ'লোয়েজ গ'ল্ড।

  • @manjulpathak4182
    @manjulpathak4182 2 ปีที่แล้ว +18

    Marvelous! ভৱিষ্যতৰ ভূপেন দা ,জুবিনৰ স্থান ল'বলৈ গৈ আছে । বৰ্তমানৰ কনমানিটোৱে তাকে প্ৰতিয়মান কৰিছে । সেই মাক দেউতাক ধন্য যি এনে এটি শিশুৰ জন্ম দিছে ! আশ্বাসৰ উজ্বল ভৱিষ্যতৰ কামনাৰে 😘

  • @minotichetia9972
    @minotichetia9972 2 ปีที่แล้ว +14

    ইমান সুন্দৰ আৰু কথা কোৱাৰ ভঙ্গী বহুত ভাল লাগিল।আশ্বাসলৈ বহুত মৰম ও আশ্বাসৰ উজ্বল ভবিষ্যত কামনা কৰিলোঁ ❤️❤️

  • @bbora931
    @bbora931 2 ปีที่แล้ว +6

    অতি সুন্দৰ হৈছে।ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনা ইছো যেন আৰু আগ বা ঢ়ক। কৃষ্ণ।

  • @jyotibordoloi2664
    @jyotibordoloi2664 ปีที่แล้ว +1

    বৰ সুন্দৰ, সাংঘাটিক ধুনীয়া কৈ গাব পৰা শক্তি আছে । ভৱিষ্যত উজ্বল হৈ নক্ষত্ৰ হৈ জিলিকি উঠক ।

  • @diptimedhi9376
    @diptimedhi9376 2 ปีที่แล้ว +16

    আশ্বাসৰ কথা কোৱাৰ শৈলী বৰ ভাল লগা। সুন্দৰ কণ্ঠৰ অধিকাৰী। তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।

    • @arunnath2309
      @arunnath2309 2 ปีที่แล้ว

      Bhupen mama xhodai amar majot ase aiai sauk ba buku kopi jai

  • @riturajkalita2767
    @riturajkalita2767 2 ปีที่แล้ว +1

    আশ্বাসৰ সুৰ,কণ্ঠ, বাকশৈলীতাই সকলোকে অভিভূত কৰাইছে।কি সুন্দৰ পাৰফৰমেঞ্চ! সঁচাকৈ, আশ্বাসৰ দৰে সন্তানৰ পিতৃ মাতৃ হোৱাটো ও গৌৰৱৰ কথা।
    আশ্বাসৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।

  • @nirupomaphukan3504
    @nirupomaphukan3504 2 ปีที่แล้ว +47

    আশ্বাস বাবা তুমি আৰু আগুৱাই যোৱা ,ঈশ্বৰে তোমাৰ মংগল কৰক ।

  • @monozaxom9308
    @monozaxom9308 2 ปีที่แล้ว +16

    ইমান সুন্দৰ কণ্ঠ, ইমান সুন্দৰ কথনশৈলী, ইমান অহংকাৰশূণ্য, ইমান অমায়িক লৰাটোক এবাৰ লগ পাবলৈহে মন গৈছে। ইংৰাজী মাধ্যমত পঢ়াৰ পিছতো অসমীয়া শব্দৰ প্ৰয়োগ আৰু উচ্চাৰণ ইমান সুন্দৰ। ধন্য সেই কেইজন মাক-দেউতাক। তেওঁলোকৰ সন্তানক সংস্কাৰী তথা সকলো দিশতে অনন্য কৰি তোলাৰ বাবে। আশ্বাস তুমি বহুত আগবাঢ়ি যোৱা। আমাৰ বহুত ভৰষা আছে তোমাৰ ওপৰত।

    • @kiranbor3316
      @kiranbor3316 2 ปีที่แล้ว

      very nice

    • @arianasdiary4801
      @arianasdiary4801 2 ปีที่แล้ว

      Llllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllp
      lllollllllllllllll

  • @p.lagachuofficialplproduct3928
    @p.lagachuofficialplproduct3928 2 ปีที่แล้ว +8

    কি যে মন মোহিনী কণ্ঠ ভগৱানে তেওঁক আৰু আশীৰ্বাদ কৰক লগতে অনুপম দালৈ সীমাহীন সন্মান আৰু বহুত বহুত আন্তৰিক অভিনন্দন ,,,,

  • @renuchoudhury5044
    @renuchoudhury5044 2 ปีที่แล้ว +1

    সচাঁই মাতকথা আৰু গান মুহি দিছে ধন্যবাদ জনালো আৰু লগতে তোমাৰ মা দেউতাকো তোমাৰ উজ্জল ভৱিষ্যতৰ কামনা কৰিলো ভগৱানৰ ওচৰত

  • @JubairHassan18
    @JubairHassan18 2 ปีที่แล้ว +23

    এই ঠাণ্ডা বতৰত লেপৰ উমত প্ৰতিটো গান ভৰি নাচি নাচি শুনিলোঁ।মনতো ভাল লাগি গল।

  • @titaborgirlsjuniorcollege3470
    @titaborgirlsjuniorcollege3470 2 ปีที่แล้ว +5

    অসমীয়া জাতি দুৰ্বল নহয় এটা পূৰ্ণ জাতি।ভাষা সংস্কৃতি পৰম্পৰা আদিয়ে অসমীয়া জাতি এটা সবল শক্তিশালী জাতি। তাৰেই প্ৰতিফলন আশ্বাস আয়ুসমান। তুমি আগুৱাই যোৱা তাৰেই কামনা কৰিলো ❤️।

  • @dipankarartassam989
    @dipankarartassam989 2 ปีที่แล้ว +26

    বৰ ভাল লাগিল
    অসম আৰু অসমীয়াৰ ভবিষ্যত।
    আগ বা

    • @PranabDeka-kt5gi
      @PranabDeka-kt5gi 7 หลายเดือนก่อน

      Asakh tumar vobishoyt kamna korilu tumar gan hunibole akha thakil

  • @hirokjyotihazarika.golagha5284
    @hirokjyotihazarika.golagha5284 2 ปีที่แล้ว +22

    সকলোৰে মন মুহিব পৰা মাত আৰু বহুত ধুনীয়া কণ্ঠৰ অধিকাৰী তুমি আশ্বাস। তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।

  • @prafulladas7224
    @prafulladas7224 2 ปีที่แล้ว +42

    ইমান মৰম লগা সকলো ফালৰ পৰাই মৰম লগা, বাবু তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ।

    • @binunewar5519
      @binunewar5519 2 ปีที่แล้ว +2

      Lora hoi ne suwali moi to suwali lagise . Kinto very nice hur. Vabiboi nuwari. Bahut agbari jab buli mur kamana 🙏🙏👍👍

  • @sanjibhandique6021
    @sanjibhandique6021 2 ปีที่แล้ว +80

    অসমৰ আটাইতকৈ মৰমীয়াল ল'ৰাটো ,,ইমান মৰম লগা ,বাকপটু,তীক্ষ্ণ, কথা কোৱাৰ ভংগী উপস্থাপনশৈলী, কণ্ঠ ,,,👌👌👌👌অহংকাৰ শূন্য হৈ আগবাঢ়ি যোৱা আশ্বাস,, মৰম আৰু আশীৰ্বাদ থাকিল।

    • @sarbeswargogoi2781
      @sarbeswargogoi2781 2 ปีที่แล้ว +1

      দেশৰ মুকুতা হৈ জিলিকি থকা। আশীৰ্বাদ বহুত থাকিল।

    • @pradipsharma8199
      @pradipsharma8199 2 ปีที่แล้ว +1

      Tumi aaguai jowa axirbad thakil

    • @kamaleswargogoi4687
      @kamaleswargogoi4687 2 ปีที่แล้ว +2

      বহু ত ভাল লাগিল । আশীর্বাদ কৰিছো আগু ৱাই যাবলৈ

    • @dipokray2388
      @dipokray2388 2 ปีที่แล้ว

      Yk

    • @sumudutta6281
      @sumudutta6281 2 ปีที่แล้ว

      Bohut bohut morom tumaloi

  • @parishmitaparashar2122
    @parishmitaparashar2122 2 ปีที่แล้ว +3

    আশ্বাস অতি সুন্দৰ। তোমাক মই আগৰে পৰা চিনি পাওঁ। ভৱিষ্যতে আৰু আগুৱাই যোৱা। ভগবানে তোমাৰ মংগল কৰক। 💖💖💖

  • @nirupamaborah8235
    @nirupamaborah8235 2 ปีที่แล้ว +1

    অনাগত সময়ৰ বাবে দেশৰ গৌৰৱ।সাহিত্য সংস্কৃতি ধৰি ৰখা এটি উজ্বল নক্ষএ। আশ্বাসলৈ বহুত ধন্যবাদ আৰু আৰ্শিবাদ থাকিল। ধন্যতোমাৰ প্ৰতিভা।

  • @silentboyff5331
    @silentboyff5331 2 ปีที่แล้ว +11

    বহুত বহুত বহুত সুন্দৰ কন্ঠ আশ্বাস। তোমাৰ উজ্জ্বল ভৱিষ্যত হওঁক তাৰে কামনা কৰিলোঁ। ❤️❤️❤️

  • @PodumBorah-eo1oi
    @PodumBorah-eo1oi 5 หลายเดือนก่อน +1

    Aio emn morom loga puwali tu..
    Tar konthok selute korisu....agbahi jua assakh.......❤

  • @JubairHassan18
    @JubairHassan18 2 ปีที่แล้ว +20

    He is extraordinary,his song selection is extraordinary,his style is extraordinary.

  • @amiyabaruah8699
    @amiyabaruah8699 2 ปีที่แล้ว +2

    Morom laga kanmanitu loi ashirbad janalu agbahi jua

  • @manjulabora8219
    @manjulabora8219 2 ปีที่แล้ว +3

    সচায় আশ্বাসৰ আশ্বাস👍👍 উঠি অহা সকলৰ কাৰণে আদৰ্শ নীয়। তেওঁৰ পিতৃ মাতৃ লৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলো লৈকে।❤️❤️🙏🙏 God bless you 🙏🙏

  • @junalidas3795
    @junalidas3795 2 ปีที่แล้ว

    সুন্দৰ সুন্দৰ সুন্দৰ তোমাৰ আশ্বাস , ভগৱানে তোমাক সহায় কৰক আৰু ভালদৰে আগুৱাই যোৱা ভৱিষ্যত নিজ জীৱন গঢ়াৰ ..... I LOVE YOU আশ্বাস আউষ্মণ

  • @pranabtumung6083
    @pranabtumung6083 2 ปีที่แล้ว +21

    তোমাক আগুৱাই জাব দিবলৈ বাবে উজ্জ্বল কামনা হওক আস্বাস 👍👍🎤🎤🎤🎸🎸🎸🎹🎹🎹

  • @KushalKrRabha
    @KushalKrRabha 2 ปีที่แล้ว +1

    সুন্দৰ, অতি সুন্দৰ আশ্বাসৰ কণ্ঠ ৷
    ইতিমধ্যে যোৱাটো সুধাকণ্ঠৰ গীতৰ
    প্ৰতিযোগীতাত সঙ্গীত প্ৰেমীক বহুত
    আশ্বাস দি গৈছে ৷ আচলতে এজন শিল্পিৰ যিবিলাক গুণ থাকিব লাগে
    যেনে আমাৰ চিৰপূজ্য ভূপেন হাজৰিকা
    দেৱৰ লেখিয়া এটা মন, কঠন ভঙ্গী ইত্যাদি ৷ আচলতে আশ্বাসে এই পখিলা খেদা বয়সতে আমাক তাৰেই বহুত
    কিবা-কিবি আশ্বাস দিবলৈ সক্ষম
    হৈছে ৷ অতি মৰম লগা আশ্বাস ভবিষ্যতে অসমৰ আকাশত আৰু এজন
    বিষ্ণু ৰাভা নতুবা এজন ভূপেন হাজৰিকা হৈ জিলিকি থাকক
    তাৰেই কামনা কৰিলোঁ ৷ লগতে
    তেখেতৰ মা-দেউতালৈ মোৰ সশ্ৰদ্ধ
    প্ৰণাম জনালোঁ আৰু অনুস্থানটোৰ
    আত ধৰোটা জনলৈ মোৰ আন্তৰিক ধন্যবাদ জনালোঁ আমাক এটা ইমান
    সুন্দৰ programme চাবলৈ সুযোগ দিয়া
    বাবে ৷

  • @songeetaboruah2610
    @songeetaboruah2610 2 ปีที่แล้ว +209

    সুৰ কণ্ঠ ইমান সুন্দৰ ❤️
    এইয়া হে অসমীয়া
    মাক দেউতাৰ গৌৰৱ তথা সংস্কৃতিৰ গৌৰৱ 👍 তেওঁৰ ভৱিৎসত বহুত উজ্জ্বল হওঁক 🙏

  • @binitachetia7327
    @binitachetia7327 3 หลายเดือนก่อน

    আশ্বাস আজি প্ৰথম তোমাৰ অনুষ্ঠান চাইছোঁ।তোমাৰ কণ্ঠত মুগ্ধ হ'লোঁ এনেকৈয়ে আগবাঢ়ি যোৱা তাৰেই কামনা কৰিলোঁ❤👌

  • @prasenjitkoch966
    @prasenjitkoch966 2 ปีที่แล้ว +26

    Ashwas is a child prodigy. The morning Sun shows the day. He is future music sensation of Assam. Awesome voice. God bless him

  • @rabinchandrabhuyan4246
    @rabinchandrabhuyan4246 2 ปีที่แล้ว +1

    আশ্বাস !! তুমি আমাৰ ভৱিষ্যতৰ পৃথিৱীৰ বাবে বহুত আশ্বাসৰ ভঁৰাল। তোমাৰ এই ভৱিষ্যত যাত্ৰাৰ সৰ্বতোপ্ৰকাৰে উজ্জ্বল কামনা কৰিছো।

  • @poemandsongassam8959
    @poemandsongassam8959 2 ปีที่แล้ว +9

    বহুত ভাল লাগিল ৷ আশ্বাসৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ

  • @banasri845
    @banasri845 2 ปีที่แล้ว +10

    Outstanding performance... God bless you baba

  • @arunhazarika5296
    @arunhazarika5296 2 ปีที่แล้ว +11

    খুব ভাল লৰা আৰু সুন্দৰ মাট সুন্দৰ গান গাই। প্ৰথম Dimpu ৰ লগত

  • @GhanakantaHazarika-r9c
    @GhanakantaHazarika-r9c 7 หลายเดือนก่อน

    অতি সুন্দৰ লাগিছে আশ্বাস শুনি ভাল লাগিল তোমাৰ কণ্ঠত গীত শুনি ।আৰু আগুৱাই যোৱাৰ কামনা কৰিলোঁ । আশীৰ্বাদ কৰিছোঁ ভগৱানে মঙ্গল কৰক।

  • @RONTU684
    @RONTU684 2 ปีที่แล้ว +8

    সুন্দৰ ভবিষ্যতৰ অধিকাৰী।

  • @kangkankalita9933
    @kangkankalita9933 2 ปีที่แล้ว +2

    বহু দিনৰ মূৰত এটা খুব আমোদজনক অনুষ্ঠান চাব পৰিলোঁ। তাৰ বাবে অনুপম দা আপোনাক বহুত বেছি ধন্যবাদ । আৰু লগতে আশ্বাসক কি কম ভাষা হেৰাই গৈছে । দেখাত যিমান মৰম লগা লৰা টো তেওঁৰ কথোপকথন সুৰ কণ্ঠ আৰু বেছি সুন্দৰ । খুব জিপাল ।। উজ্বল ভৱিষ্যত কামনা কৰিছোঁ । অনাগত দিনবোৰত এটা উজ্বল নখত্ৰ হৈ পৰক । তাৰ বাবে পাৰ্থনা জনাইছোঁ।। এটা সুন্দৰ কণ্ঠৰ অধিকাৰী হক । উঠি অহা নৱ প্ৰজন্মৰ বাবে প্ৰেৰণা হক ।। শেষত আটাইলৈ ধন্যবাদ এনেকুৱা এটা অনুষ্ঠান আগবৰুৱাৰ বাবে ।। ❣️💐

  • @pratapkalita8894
    @pratapkalita8894 2 ปีที่แล้ว +4

    আশ্বাস তোমাক আশীৰ্বাদ কৰিছো তুমি আগুৱাই যোৱা। ভগৱান সদায় তোমাৰ সহায় হব।

  • @BijoyRabha-vh7ox
    @BijoyRabha-vh7ox 5 หลายเดือนก่อน

    বৰ ভাল লাগিল গিতবোৰ শুনি আশ্বাস তোমাৰ ভবিষ্যততু তুমি আষা কৰা মতে ভগৱানে কৰক ভগৱান ওচৰত প্ৰাৰ্থনা কৰিছো ধন্যবাদ

  • @monjitdourah1741
    @monjitdourah1741 2 ปีที่แล้ว +3

    বহুত বহুত মৰম আৰু শুভাশীষ যাচিলোঁ আশ্বাস । অসাধাৰণ প্ৰতিভা তোমাৰ । আগুৱাই যোৱা, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ।

  • @mirazahmed9663
    @mirazahmed9663 2 ปีที่แล้ว +2

    আশ্বাস , আগুৱাই যোৱা সকলোৰে আশীৰ্বাদ তোমাৰ লগত আছে ।মাথো অহঙ্কাৰী নহবা ।

  • @minudeka1089
    @minudeka1089 2 ปีที่แล้ว +1

    আশ্বাসৰ বহুত বহুত বহুত শুভ কামনা জনালো। তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো। বহুত বহুত দুৰ আগুৱাই যোৱা তুমি

  • @jnvlogs2821
    @jnvlogs2821 2 ปีที่แล้ว +4

    অতি সুন্দৰ।ভাষা নাই|ভৱিষ্যতৰ বঠা ধৰোঁতা।

  • @himangshukalita6127
    @himangshukalita6127 ปีที่แล้ว

    বহুত পলমকৈ চালো । nk tv য়ে নতুন তৰা আবিষ্কাৰ কৰিলে। ধন্যবাদ nk tv লৈ।

  • @purnagohain1853
    @purnagohain1853 2 ปีที่แล้ว +98

    বৰ সুন্দৰ কণ্ঠ , বৰদৈ চিলা গীত টি শুনি শুনি থাকিবৰ মন , আশ্বাসৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ🙏

  • @goutomkalita8645
    @goutomkalita8645 2 ปีที่แล้ว +1

    bohut Val lagise thank you so much

  • @aamarprithivibharatiphukan6883
    @aamarprithivibharatiphukan6883 2 ปีที่แล้ว +6

    আশ্বাস আচলতে এটি অনুষ্ঠান, সকলো প্ৰতিভাৰ সুন্দৰ সমাহাৰ, আৰু আগুৱাই যোৱা

  • @prabinkalita3790
    @prabinkalita3790 2 ปีที่แล้ว

    চমৎকাৰ ! অতি সুন্দৰ । ভগবানে কল‍্যাণ কৰক
    ড০ প্ৰবীণ চন্দ্ৰ কলিতা

  • @ponchanonborah4291
    @ponchanonborah4291 2 ปีที่แล้ว +4

    সুন্দৰ অনুষ্ঠান, আশ্বাসৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।

  • @chandrasaikia4910
    @chandrasaikia4910 2 ปีที่แล้ว +1

    অতি সুন্দৰ।আকৌ শ্ৰদ্ধাৰ ভূপেন হাজৰিকা দেৱে গোৱা যেন লাগিছে।আশ্বাসৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।

  • @kanakrabha3239
    @kanakrabha3239 2 ปีที่แล้ว +3

    বহুত ভাল লাগে এনেকুৱা প্ৰতিভাৰ সৰু শিল্পী সকলক

  • @ratanbora1543
    @ratanbora1543 หลายเดือนก่อน

    বহুত ধুনীয়া ল'ৰাটো এনেকৈ আগুৱাই যাব লাগে গীত গাই

  • @pkdutta7953
    @pkdutta7953 2 ปีที่แล้ว +5

    আশ্বাসৰ কন্ঠ বৰ সুন্দৰ আৰু কথা বিলাক কওতেও বহুত সুন্দৰ তেওঁৰ ভবিষ্যতৰ উজ্বল কামনা কৰিলো।

  • @manjulpathak4182
    @manjulpathak4182 2 ปีที่แล้ว +6

    জীৱনত চোৱা অনুষ্ঠানবোৰৰ ভিতৰত অন্যতম । পুলকিত কৰিলা আশ্বাস 😍

  • @MriduGogoi-i9x
    @MriduGogoi-i9x 3 หลายเดือนก่อน

    আশ্বাস তোমাৰ ভবিষ্যত জীৱন উজ্জ্বল কামনা কৰিলো, ধন্যবাদ।

  • @pratapkalita8894
    @pratapkalita8894 2 ปีที่แล้ว +8

    আশ্বাস ৰ bright future কামনা কৰিলো।

  • @Dognedirbiope-Tulashi
    @Dognedirbiope-Tulashi 2 ปีที่แล้ว +2

    খুব সুন্দৰা আশ্বাস তোমাৰ ভবিষ্যতে উজ্জ্বল হওঁক তাৰে কামানাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায়ছোঁ।

  • @rubigogoi5237
    @rubigogoi5237 2 ปีที่แล้ว +37

    কণমাণি আশ্বাসলৈ বহুত বহুত মৰম আৰু আশীৰ্বাদ দিলো। ঈশ্বৰে সদায় তোমাক কুঁশলে ৰাখক। তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ ❤️

  • @lakhiboro7445
    @lakhiboro7445 2 ปีที่แล้ว +1

    ঐছৰীক অৱদান!ভৱিশ্যতৰ ভৱিশ্যত।অতি শুন্দৰ কণ্ঠ!অদ্ভুত মৰমীয়াল!শুণ্দৰ সংশ্কাৰ!শুণ্দৰ প্ৰতিভাৰ গৰাকি! শুন্দৰ অসমীয়া ভাষা শৈলী!শুন্দৰ বত্তৃত্বৰ উপশ্থাপন!বহু জ্ঞাণ গুণেৰে পৰিপুৰ্ণ !আশ্শাস তুমি সদাই এনেদৰে জিলিকী থকা !ইচ্ছৰে তুমাক সদাই মংঙ্গলে!ৰাখক আৰু তুমি তোমাৰ জীৱণত সদায় আগবাড়ি যোৱা সেইবাবে ইচ্ছৰৰ ওচৰত তাৰে প্ৰাৰ্থণা জনালো!ধণ্যবাদ

  • @junaliborgohain2611
    @junaliborgohain2611 2 ปีที่แล้ว +4

    ইমান সুন্দৰ কণ্ঠ ।ভৱিষ্য'ত উজ্জ্বল হওক আশ্বাস

  • @rumibarman8007
    @rumibarman8007 ปีที่แล้ว +1

    সুন্দৰ কণ্ঠ।❤️❤️❤️ বাবু যেন নালাগে মাইনা যেন লাগে 🥰🥰🥰

  • @dipaliburagohain3475
    @dipaliburagohain3475 2 ปีที่แล้ว +3

    অতি সুন্দৰ ।God bless you ,

  • @BinaMudoi-v1t
    @BinaMudoi-v1t ปีที่แล้ว

    Sunde lagil , 🙏👍👌

  • @bhagabandas4888
    @bhagabandas4888 2 ปีที่แล้ว +16

    বোপাই অ বৰ ভাল লাগিল l উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ l

  • @sikhahandique7774
    @sikhahandique7774 2 ปีที่แล้ว

    ইমান মৰমলগা 🥰🥰কথা কেইটাও বৰ ধুনীয়া ❤️

  • @kalpanapicture2.017
    @kalpanapicture2.017 2 ปีที่แล้ว +4

    Coment nkrakoi thkibo nuarilu,......
    anupam daa apunar anekwa hokolu protyuk2 video sai vl pwa apuna premik moii ❤️anedore ntun projonmok apuni agbhai niok.. love you ❤️❤️🙏 আস্বাস aguai jwa ❤️❤️

  • @padminisaikia6104
    @padminisaikia6104 ปีที่แล้ว

    বর সুন্দর ।আগুৱাগ যোৱা তুমি আশ্বাস ।আশীবাদ করিছো আরু দীরঘায়ু কামনা করিছো ।মরম লগা লরাটো

  • @jaganathlalung7272
    @jaganathlalung7272 2 ปีที่แล้ว +3

    বৰ সুন্দৰ কণ্ঠ নিগৰাইছে আশ্চাস আশীৰ্বাদ থাকিল আগবাঢ়ি যোৱা ধন্যবাদ

  • @assmesvideo6000
    @assmesvideo6000 2 ปีที่แล้ว

    ইমান মৰম লগা মাত সুমধুৰ‌ কন্ঠ সছাকৈ ভগৱানে সৃষ্টি কৰিছে জীৱৰ সংসাৰ আৰু এই শিশুটি হৈছে অতি সুন্দৰ মৰম লগা।

  • @ashokdas645
    @ashokdas645 2 ปีที่แล้ว +5

    আশ্বাস লৈ বহুত বহুত মৰম যাচিলো।

  • @JitamoniSarma
    @JitamoniSarma หลายเดือนก่อน

    সুন্দৰ হৈছে। সৰু লৰা হিচাবে ইমান ধুনীয়া হৈছে

  • @manjubhuyan2225
    @manjubhuyan2225 2 ปีที่แล้ว +3

    No Words to say about you
    & Your Sweet Voice
    Awesome 👍👍👍

  • @junutalukdar5628
    @junutalukdar5628 ปีที่แล้ว

    অতি সুন্দৰ কণ্ঠ আশ্বাস ❤❤ উজ্জ্বল ভৱিষ্যত কামনাৰে 🙏👍

  • @alpanahazarika7178
    @alpanahazarika7178 2 ปีที่แล้ว +13

    বহুত বহুত অন্তৰস্পৰ্শী ,আবেদনময়ী শিশু কণ্ঠ। অসমৰ ভৱিষ্যতৰ আকাশৰ এটি
    উজ্বলতৰ আলোক জ্যোতি হৈ থাকক
    তেওঁ।

  • @fjoodufhkkc9938
    @fjoodufhkkc9938 ปีที่แล้ว +1

    Nice ❤ beautiful and very nice 🙏

  • @bolindoley4603
    @bolindoley4603 2 ปีที่แล้ว +3

    অসমৰ গৌৰৱ। God bless you.

  • @binitakakati1561
    @binitakakati1561 2 ปีที่แล้ว

    কবলৈ ভাষা নাই ইমান মৰম লগা❤❤❤❤💛💛💛💛💛

  • @swarnasaikia7768
    @swarnasaikia7768 ปีที่แล้ว

    অতি সুন্দৰ কণ্ঠ আশ্বাস উজ্জ্বল ভবিষ্যত কামনা কৰিলো তোমাৰ আগুৱাই যোৱা আশীৰ্বাদ থাকিল ❤❤❤

  • @sharatsonowal10
    @sharatsonowal10 2 ปีที่แล้ว +4

    উজ্বল ভৱিষ্যত কামনা কৰিলো মৰমৰ ভাইটিতো লৈ❤️❤️

  • @muninborah6784
    @muninborah6784 ปีที่แล้ว

    অপূৰ্ব; উজ্জ্বল ভৱিষ্যত কামনা কৰিলো;

  • @hiteshbarman3660
    @hiteshbarman3660 2 ปีที่แล้ว +3

    সচাই সুন্দৰ কন্ঠ নিগৰাইছে ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ মাইনাজনীলৈ

  • @anowarabegum5390
    @anowarabegum5390 2 ปีที่แล้ว

    ধন্যবাদ তোমালৈ, আগবাঢ়ি যোৱা , 🙏🏼🙏🏼🙏🏼🙏🏼🌷🌷🌷🌷👌👌👌👌

  • @akonborah3857
    @akonborah3857 2 ปีที่แล้ว +6

    তোমাৰ গীতে আমাক মুগ্ধ কৰিলে। তুমি আগবাঢ়ি যোৱা।

  • @kuldeepkalita5
    @kuldeepkalita5 2 ปีที่แล้ว

    বৰ মৰম লগা ল'ৰা... ইমান কম বয়সতে ইমান বেছি আত্মবিশ্বাস দেখি সচাঁকৈ ভাল লাগিল । গোটেই অনুষ্ঠানটো চালো... মিচিকিয়া হাঁহি এটি আৰম্ভণিৰ পৰাই ওঁঠত লাগি ৰ'ল❤ মৰম পঠিয়ালো ভাইটিলৈ... ভৱিষ্যত উজ্বল হওঁক... অসমৰ আশ্বাস হৈ ৰোৱা আশ্বাস 😘😘

  • @saikiajitu
    @saikiajitu 2 ปีที่แล้ว +4

    His voice and pronounciation is too good....God bless you and wish you all the best....

  • @bhargabacharja1778
    @bhargabacharja1778 2 ปีที่แล้ว +2

    ইংলিছ স্কুলত পঢ়িলেই কিন্তু অসমীয়া পাহৰি নাযায় আমাৰ " আশ্বাস" এয়া উদাহৰণ। সুন্দৰ ভৱিষ্যত কামনাৰে।

  • @santanugogoi9904
    @santanugogoi9904 2 ปีที่แล้ว +11

    সাৱলীল ভাষাৰে মৰম লগা হাঁহিৰে মন মুহিব পৰা ভংগিমাৰে এটি সুন্দৰ কন্ঠৰ অধিকাৰী

  • @kailashnaturalbeauty2830
    @kailashnaturalbeauty2830 2 ปีที่แล้ว +2

    ইমান ধুনীয়া কে গীতবোৰ গাইছে ইমান কম বয়সতে,, উজ্জ্বল ভৱিষ্যত কামনা কৰিছো ভগৱান ৰ ওচৰত,,,

  • @hiraboruah3208
    @hiraboruah3208 2 ปีที่แล้ว +10

    অতি সুন্দৰ।