ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
বহুত বহুত ভাল ভাল লাগিল আদ্ধ্যশৃ , তমালৈ আশীৰ্বাদ থাকিল আৰু আগবাঢ়ি যোৱা
বহুত বহুত মৰম তোমালৈ । ভগৱানে তোমাক সদায় কুশলে ৰাখক ।
সঁচাকৈয়ে বহুত বেছি মৰম লগা আধ্যাশ্রী তুমি, love you so much❤ আৰু আগবাঢ়ি যোৱা। তোমালৈ বহুত বহুত মৰম আৰু আশীৰ্বাদ
ইমাম সুন্দৰ কথা বতৰা মৰম লগা ছোৱালী জনী। ভগৱানে আশীর্বাদ কৰিব।
তুমি আগবাঢ়ি যোৱা মাইনু ভগবানে তোমাক সদায় নিৰোগী কৰি ৰাখক আৰু মংগল কৰক তাৰে কামোনাৰেGod always bless you🙏🙏🙏জয় আই অসম
বহুত ভাল লাগিল ইমান মৰম লগা ছোৱালী হয় তুমি সদায় ভাল থাককা ঈশ্বরচনৰে তোমাক শক্তি দিয়ক.....।
ইমান সুন্দৰ কথা-বতৰা, ইমান মৰম লগা অকণমানি জনি, আগবাঢ়ি যোৱা সদায়। কুশলে থাকা ❤❤❤❤
So cute
আমাৰ নিচিনা জীৱন বোৰৰ বিনিময় ত হ'লেও ভগৱানে তোমাক,তোমাৰ ইচ্ছাৰে সহায় কৰক।ভগৱানৰ ওচৰত এইয়ে প্ৰাৰ্থনা। চৰাইদেউ।
ভাল লাগিল মাইনা জনীক। সদায় এনেদৰেই হাঁহি ফুৰ্তি ৰে সুস্থ থাকক। ভগৱানে কুশলে ৰাখক।❤
Moina bor dhuniya kotha koi bohut ramro nani
আয়ু দেই ইমান ধুনীয়া তাইৰ কথাবোৰ। আৰু আগুৱাই যোৱা Adhyashree.❤
ইমান মৰম লগা কণমানি জনী❤️❤️আদ্ধ্যাশ্ৰী ৰ উজ্বল ভৱিষ্যত কামনা কৰিলো 🙏
তোমাক ভগবান আৰু শক্তি দিয়ক, তুমি অসমৰ সম্পদ হোৱা, তোমাৰ মা এগৰাকী সংস্কাৰী মহিলা। ধন্যবাদ। 🎉🎉🎉🎉🎉
Bhut smart morm loga koth bur val lagil video tu khuni GB you 🥰
আধ্যাশ্ৰী ৰ কথাবোৰ জানিবৰ বহুত মন আছিল আজি শুনি বহুত ভাল লাগিল। আধ্যাশ্ৰী তুমি আৰু আগবাঢ়ি যোৱা ,l Love you ❤❤❤❤❤
বহুত ভাল লাগিল আধ্যাশ্ৰী ।দীৰ্ঘায়ু হোৱা।
Bahut bhal lagil maa junik dekhi maa junior kotha khub morom loga love you sweet maa juni mor
ভূত প্ৰেতৰ ভিদেওবোৰ দিয়াতকে এনেকুৱা ধৰণৰ video দিবচোন চাই ভাল লাগে। অকণমানি মৰমলগা জনীলৈ বহুত মৰম আৰু আশীৰ্বাদ জনালোঁ❤
Veri nice 👍
😮p
Eman hunkale akhomiya kobo pora hoi gol tai 😘.. Deutar kothabor o bor val lagil eman khohoj horol ..bohut morom ru ashirwad dilu dei Adhyashree ❤❤ Aguwai juwa 👍
Bhut val lagil kothabur xuni
Khub bhal lagil ❤️
তাইৰ কথাবোৰেই মৰম লগাই দিছে ।ওচৰৰ পৰা লগ পাই চুমাৰে ওপচাই পেলাবৰ মন যায় ❤❤ এদিন ফ্লৰিনা জনীকো আনিবচোন ভাল লাগিব ।
Adhyashree,U r outstanding. Go ahead , God bless u !!!
Really so Cute little children.....❤❤❤❤❤❤❤❤❤love ❤❤❤❤❤❤❤ u God bless you God বহুত বহুত সচাঁ কে ভাল লাগিল Ummmmmmah
বহুত ভাল লাগিল। আধ্যাশ্ৰী সঁচাকৈয়ে ঈশ্বৰৰ নিৰ্মালি স্বৰূপ। তাইৰ কথা বতৰা শুনি আপ্লুত হৈছো। আধ্যাশ্ৰীৰ জীৱনৰ সৰ্বাঙ্গীন উন্নতি কামনা কৰিলোঁ। পিতৃ-মাতৃলৈ মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনালোঁ 💐।
Riyan parag interview lage joldi
বহুত ভাল লাগিল কথাবোৰ ,মৰম দিলোঁ ❤️❤️
ভাল লাগিল মাইনা জনীক ,,,সদায় এনেদৰেই হাহি ফূতি কৰি থাকা ভগৱানে কুশলে ৰাখক❤ next Florina Gogoi pls
Florina gogoi uport kora next plzz
ইমান মৰম লগা অকণমানী জনী। Adhyashree তোমাৰ সুন্দৰ ভৱিষ্যত কামণা কৰিলো। ভগৱানে তোমাক কুশলে ৰাখক।❤❤❤❤❤❤
Eman Bhal Lagisay Aapunar Podcast too Adhyashree, Deuta Sobor Kotha honi lu Eman Bhal Lagisay
গগণা আৰণি গগণা পুৰণি ঐ ২ গগণা কিহেৰে ২ বাও দুফালে দুচটি মাজতে এচটি ঐ ২ উশাহৰ টিপতে ২ বাও ।তাই গাওতে শুনি কিযে ভাল লাগিছিল ।❤❤❤
বহুত মৰম আশীৰ্বাদ থাকিল
Bohut val lagil. Eman xorute eman Gyan. Aguai just Aadhyasree
বহুত ভাল লাগিল মইনা জনি কথা শুনি ।তুমি আগ বাঁহী যোৱা❤
আধ্যাশ্ৰীৰ লগতে দেউতাকৰ কথাখিনিও বহুত ভাল লাগিল । ভগৱানে কুশলে ৰাখক ।
বহুত বহুত ভাল লাগিছে কথা শুনি ডাঙৰ চেলিব্ৰিটী হোৱা তোমাৰ ডানস চাই ভাল লাগিল। ভগৱানে আৰু বেছি শক্তি দিয়ক দেহাজনী ।
khub val lagile . Adhyasree tumi aguwai jowa . Bhagawane tomar mangal karok . keep it up . All the best ❤❤❤❤
Bohut smart. Val lagise dai
আধ্যাশ্ৰীৰ দেউতাক জন ইমান সহজ সৰল কথা বোৰ ইমান ধুনীয়াকে খোলাকৈ কয় বহুত বেছি ভাল লাগিল❤
eman dhuniakoi kotha kuwa vl lagil
Bohut vall lagise
Adhyashri your talkings are very nice.very cute also to look at. I wish you a bright future.
ইমান মৰম লগা অ ছোৱালীজনী 🥰
Bohut val lagil eman xorute eman giyan aru aguwai juwa val manuh huwa dangor hoi ajoni ❤❤❤❤❤
বৰ সুন্দৰ, তাই বহুত কথা জানে,শিকাব নালাগে ❤❤
Bohut bohut bhal lagil
বহুত ভাল লাগিল আধ্যাশ্ৰী আগবাঢ়ি গৈ থাকা ❤
ইমান সৰু ছোৱালী হয় ইমান ধুনীয়া কথা কৈছে শুনি ভাল লাগিছে আগলৈকে কামনা কৰিছো আৰু আগবাঢ়ি যাওঁক তাৰেই কামনা কৰিছো
বহুত মৰম আৰু শুভকামনা আইজনী❤....আগুৱাই যোৱা🙏
❤❤❤ বহুত ভাল লাগিলে।আধ্যাশ্ৰী লৈ 10k like 👍
Yes✅
Futer gold.bahut val lagise.ei progamtur karne apunaloi thanks
আধ্যাশ্ৰীক খুউৱ ভাল লাগিছে।তোমাৰ ভৱিষ্যত সুন্দৰ হওক।❤🎉
Next Florina Gogoi please
Val lagise aadhayasree kathabur huni very nice
ইমান মৰম লগা তোমাৰ কথাবোৰ ❤❤❤❤❤
Really mama hokolure ❤❤❤
বহুত ওপৰলে যাওক তাই❤❤ দেউতাকক কোটি কোটি প্ৰমাণ
Unbelievable girl with unbelievable dance qualities.
শুভেচ্ছা জনালোঁ তোমাক ভগৱানে তোমাক সহায় কৰক❤❤
বহুত ভাল লাগিল মাইনা ভগবানে তোমাক মগল কৰক ।
অফুৰন্ত শুভেচ্ছা জনালোঁ ভগৱান তোমাৰ সহায় হ ওক
How surprise baby.Thank you so much.Nila kanta chandi
বহুত ভাল লাগিল❤
Very awesome &her talks
Bohut val lagil aru akhbart thakil
Bar marm loga Sdhayashree.Agoai jua, akhirbad thakil.
God bless you beta
ইমান মৰম লগাকথাবোৰ। ভগৱানে আগবঢ়ায় নিয়ে যেন আশীৰ্বাদ কৰিছো।
ভাল লাগিল তোমাৰ কথা খিনি শুনি।
Tai assomiya sundorkoi sikile oti Kom somoyot. Bohut val lagise. Aagbahi juwa majoni. Love you.
সুন্দৰ কনমাণি জনী বহুত আগবাঢ়ি যোৱা
বহুত বহুত ভাল লাগিল আৰু আগুৱাই যাওঁক
❤❤❤❤❤❤ আচৰিত!
Emn dhuniya kotha bhut bhut val lagil ❤❤❤
বহুত মজা❤❤❤
Eman sundor communication skills khini❤eman motivative❤ agg barhi juwa soday tumi❤❤❤😊
Bhut besi vll lagile video tu. Emn vl kotha koise. 🙏🙏🙏❤️❤️❤️
বৰ ভাল লাগিল
বহুত বহুত শুভেচ্ছা আৰু মৰম দিছো ৷
Katha bor suni bohut val lagil dai
Moja lagise ❤❤❤❤. Adhrasrik ba
বৰ ভাল লাগিল ।
Eman Bhal Lagisay Adyasree Podcast
Hinashree tumak o bor val lage ❤ Best wishes 👍
Bohut bhal lagile maina jonir kotha huni ❤
মৰম লগা ❤ ভাল লাগিল ❤❤❤
Aman morom loga ❤kotha bur❤
Right ❤❤
বহুত,ভাল,লাগিল,দেহা,আগবাহি,যোৱা❤❤
খুউব সুন্দৰ।।ভালে থাকক অকণমানি জনী 😊।
Very smart girl God bless you
Eman mrm loga kotha bur❤❤❤❤
Love love love love ❤our Assamese girl go ahead. God bless you.
Bohut val lagile Maina jonir tumak vogban akhibat korak 👌👌👌👍👍👍
Bahut khundor video ❤
ভাল লাগিল আধ্যাশ্ৰী,আৰু আগোৱাই যাওক।
Oi dah kene kuwa kobor
Adhyashree loi bohut bohut morom ❤️aru next Florina k matiba sun baa❤️
Smart girl. Good, go ahead.
Bhaut mojja🎉🎉🎉
Bohut bsi vl lgise adhyashri tmr kothabur bhut mrm loga❤❤❤❤❤
Hundor ❤❤
বহুত বহুত ভাল ভাল লাগিল আদ্ধ্যশৃ , তমালৈ আশীৰ্বাদ থাকিল আৰু আগবাঢ়ি যোৱা
বহুত বহুত মৰম তোমালৈ । ভগৱানে তোমাক সদায় কুশলে ৰাখক
।
সঁচাকৈয়ে বহুত বেছি মৰম লগা আধ্যাশ্রী তুমি, love you so much❤ আৰু আগবাঢ়ি যোৱা। তোমালৈ বহুত বহুত মৰম আৰু আশীৰ্বাদ
ইমাম সুন্দৰ কথা বতৰা মৰম লগা ছোৱালী জনী। ভগৱানে আশীর্বাদ কৰিব।
তুমি আগবাঢ়ি যোৱা মাইনু ভগবানে তোমাক সদায় নিৰোগী কৰি ৰাখক আৰু মংগল কৰক তাৰে কামোনাৰে
God always bless you🙏🙏🙏
জয় আই অসম
বহুত ভাল লাগিল ইমান মৰম লগা ছোৱালী হয় তুমি সদায় ভাল থাককা ঈশ্বরচনৰে তোমাক শক্তি দিয়ক.....।
ইমান সুন্দৰ কথা-বতৰা, ইমান মৰম লগা অকণমানি জনি, আগবাঢ়ি যোৱা সদায়। কুশলে থাকা ❤❤❤❤
So cute
আমাৰ নিচিনা জীৱন বোৰৰ বিনিময় ত হ'লেও ভগৱানে তোমাক,তোমাৰ ইচ্ছাৰে সহায় কৰক।ভগৱানৰ ওচৰত এইয়ে প্ৰাৰ্থনা। চৰাইদেউ।
ভাল লাগিল মাইনা জনীক। সদায় এনেদৰেই হাঁহি ফুৰ্তি ৰে সুস্থ থাকক। ভগৱানে কুশলে ৰাখক।❤
Moina bor dhuniya kotha koi bohut ramro nani
আয়ু দেই ইমান ধুনীয়া তাইৰ কথাবোৰ। আৰু আগুৱাই যোৱা Adhyashree.❤
ইমান মৰম লগা কণমানি জনী❤️❤️আদ্ধ্যাশ্ৰী ৰ উজ্বল ভৱিষ্যত কামনা কৰিলো 🙏
তোমাক ভগবান আৰু শক্তি দিয়ক, তুমি অসমৰ সম্পদ হোৱা, তোমাৰ মা এগৰাকী সংস্কাৰী মহিলা। ধন্যবাদ। 🎉🎉🎉🎉🎉
Bhut smart morm loga koth bur val lagil video tu khuni GB you 🥰
আধ্যাশ্ৰী ৰ কথাবোৰ জানিবৰ বহুত মন আছিল আজি শুনি বহুত ভাল লাগিল। আধ্যাশ্ৰী তুমি আৰু আগবাঢ়ি যোৱা ,l Love you ❤❤❤❤❤
বহুত ভাল লাগিল আধ্যাশ্ৰী ।দীৰ্ঘায়ু হোৱা।
Bahut bhal lagil maa junik dekhi maa junior kotha khub morom loga love you sweet maa juni mor
ভূত প্ৰেতৰ ভিদেওবোৰ দিয়াতকে এনেকুৱা ধৰণৰ video দিবচোন চাই ভাল লাগে। অকণমানি মৰমলগা জনীলৈ বহুত মৰম আৰু আশীৰ্বাদ জনালোঁ❤
Veri nice 👍
😮p
Eman hunkale akhomiya kobo pora hoi gol tai 😘.. Deutar kothabor o bor val lagil eman khohoj horol ..bohut morom ru ashirwad dilu dei Adhyashree ❤❤ Aguwai juwa 👍
Bhut val lagil kothabur xuni
Khub bhal lagil ❤️
তাইৰ কথাবোৰেই মৰম লগাই দিছে ।ওচৰৰ পৰা লগ পাই চুমাৰে ওপচাই পেলাবৰ মন যায় ❤❤ এদিন ফ্লৰিনা জনীকো আনিবচোন ভাল লাগিব ।
Adhyashree,
U r outstanding. Go ahead , God bless u !!!
Really so
Cute little children.....❤❤❤❤❤❤❤❤❤love ❤❤❤❤❤❤❤ u
God bless you God বহুত বহুত সচাঁ কে ভাল লাগিল Ummmmmmah
বহুত ভাল লাগিল। আধ্যাশ্ৰী সঁচাকৈয়ে ঈশ্বৰৰ নিৰ্মালি স্বৰূপ। তাইৰ কথা বতৰা শুনি আপ্লুত হৈছো। আধ্যাশ্ৰীৰ জীৱনৰ সৰ্বাঙ্গীন উন্নতি কামনা কৰিলোঁ। পিতৃ-মাতৃলৈ মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনালোঁ 💐।
Riyan parag interview lage joldi
বহুত ভাল লাগিল কথাবোৰ ,মৰম দিলোঁ ❤️❤️
ভাল লাগিল মাইনা জনীক ,,,সদায় এনেদৰেই হাহি ফূতি কৰি থাকা ভগৱানে কুশলে ৰাখক❤ next Florina Gogoi pls
Florina gogoi uport kora next plzz
ইমান মৰম লগা অকণমানী জনী। Adhyashree তোমাৰ সুন্দৰ ভৱিষ্যত কামণা কৰিলো। ভগৱানে তোমাক কুশলে ৰাখক।❤❤❤❤❤❤
Eman Bhal Lagisay Aapunar Podcast too Adhyashree, Deuta Sobor Kotha honi lu Eman Bhal Lagisay
গগণা আৰণি গগণা পুৰণি ঐ ২ গগণা কিহেৰে ২ বাও দুফালে দুচটি মাজতে এচটি ঐ ২ উশাহৰ টিপতে ২ বাও ।তাই গাওতে শুনি কিযে ভাল লাগিছিল ।❤❤❤
বহুত মৰম আশীৰ্বাদ থাকিল
Bohut val lagil. Eman xorute eman Gyan. Aguai just Aadhyasree
বহুত ভাল লাগিল মইনা জনি কথা শুনি ।তুমি আগ বাঁহী যোৱা❤
আধ্যাশ্ৰীৰ লগতে দেউতাকৰ কথাখিনিও বহুত ভাল লাগিল । ভগৱানে কুশলে ৰাখক ।
বহুত বহুত ভাল লাগিছে কথা শুনি ডাঙৰ চেলিব্ৰিটী হোৱা তোমাৰ ডানস চাই ভাল লাগিল। ভগৱানে আৰু বেছি শক্তি দিয়ক দেহাজনী ।
khub val lagile . Adhyasree tumi aguwai jowa . Bhagawane tomar mangal karok . keep it up . All the best ❤❤❤❤
Bohut smart. Val lagise dai
আধ্যাশ্ৰীৰ দেউতাক জন ইমান সহজ সৰল কথা বোৰ ইমান ধুনীয়াকে খোলাকৈ কয় বহুত বেছি ভাল লাগিল❤
eman dhuniakoi kotha kuwa vl lagil
Bohut vall lagise
Adhyashri your talkings are very nice.very cute also to look at. I wish you a bright future.
ইমান মৰম লগা অ ছোৱালীজনী 🥰
Bohut val lagil eman xorute eman giyan aru aguwai juwa val manuh huwa dangor hoi ajoni ❤❤❤❤❤
বৰ সুন্দৰ, তাই বহুত কথা জানে,শিকাব নালাগে ❤❤
Bohut bohut bhal lagil
বহুত ভাল লাগিল আধ্যাশ্ৰী আগবাঢ়ি গৈ থাকা ❤
ইমান সৰু ছোৱালী হয় ইমান ধুনীয়া কথা কৈছে শুনি ভাল লাগিছে আগলৈকে কামনা কৰিছো আৰু আগবাঢ়ি যাওঁক তাৰেই কামনা কৰিছো
বহুত মৰম আৰু শুভকামনা আইজনী❤....আগুৱাই যোৱা🙏
❤❤❤ বহুত ভাল লাগিলে।
আধ্যাশ্ৰী লৈ 10k like 👍
Yes✅
Futer gold.bahut val lagise.ei progamtur karne apunaloi thanks
আধ্যাশ্ৰীক খুউৱ ভাল লাগিছে।তোমাৰ ভৱিষ্যত সুন্দৰ হওক।❤🎉
Next Florina Gogoi please
Val lagise aadhayasree kathabur huni very nice
ইমান মৰম লগা তোমাৰ কথাবোৰ ❤❤❤❤❤
Really mama hokolure ❤❤❤
বহুত ওপৰলে যাওক তাই❤❤ দেউতাকক কোটি কোটি প্ৰমাণ
Unbelievable girl with unbelievable dance qualities.
শুভেচ্ছা জনালোঁ তোমাক ভগৱানে তোমাক সহায় কৰক❤❤
বহুত ভাল লাগিল মাইনা ভগবানে তোমাক মগল কৰক ।
অফুৰন্ত শুভেচ্ছা জনালোঁ ভগৱান তোমাৰ সহায় হ ওক
How surprise baby.
Thank you so much.
Nila kanta chandi