অসমৰ যৌন কৰ্মীৰ ভয়ংকৰ তথ্য ফাদিল হ’ব আজি

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 ต.ค. 2024

ความคิดเห็น • 281

  • @parameswardas-sk2uq
    @parameswardas-sk2uq 10 หลายเดือนก่อน +35

    আতাইবোৰকে ধৰি আনি চৰকাৰী হওঁক বা বেচৰকাৰী হওঁক একো একোটাকৈ সংস্থাপন দিয়ক চোন এইবোৰ চব শেষ হৈ যাব। এনেকৈয়ে বাতৰি এটা দিলে কি ডাল হ'ব????????

  • @mantudas3746
    @mantudas3746 9 หลายเดือนก่อน +60

    দেহ ব্যৱসায় কৰা এই বোৰ মহিলাতকৈ ঘোচ খোৰ বিষয়া কৰ্মচাৰি বোৰ বহু বিষাক্ত

  • @himangshubarman2135
    @himangshubarman2135 9 หลายเดือนก่อน +48

    যেতিয়া বেশ্যাই নিজৰ আত্মজীৱনী লিখিব আৰম্ভ কৰিব তেতিয়া বহুত মুখা পিন্ধা ভদ্ৰলোকৰ মুখা খোল খাব..…!

  • @শ্ৰীসঞ্জীৱ
    @শ্ৰীসঞ্জীৱ 11 หลายเดือนก่อน +102

    চোৰ কৰা নাই , ডকাইত কৰা নাই , মানুহ মাৰা নাই , কাকো ঠগ বাজ কৰা নাই , নিজৰ দেহ বিক্ৰি কৰি খাইছে । কাৰোবাক শান্তি দিব নোৱাৰে যদি কাৰোবাক অশান্তিওঁ কৰিব নালাগে ।

    • @inamulahmed9651
      @inamulahmed9651 10 หลายเดือนก่อน +9

      Dhuniya Comment dise Aponi Aponar Brain ot Aku Nai Aponi Aaitu Vabise Ne je pisor khini Asamor ki hb........ 😡🤔

    • @Ishubaa
      @Ishubaa 10 หลายเดือนก่อน +5

      Supreme court e already permission dise, biya nuhua koi private sex korar. Aain already pass

    • @rajkumardas4975
      @rajkumardas4975 10 หลายเดือนก่อน +2

      write

    • @rebadas.88
      @rebadas.88 9 หลายเดือนก่อน +1

      I am agree with you.

    • @শ্ৰীসঞ্জীৱ
      @শ্ৰীসঞ্জীৱ 9 หลายเดือนก่อน

      @@rebadas.88
      তোমাক মই চিনি পাইছোঁ , ইমান দিন কত আছিলা ? এতিয়া কত আছা ?

  • @anukulrabha5766
    @anukulrabha5766 11 หลายเดือนก่อน +61

    GST লগাই দিলে হিমন্ত চৰকাৰৰ বহুত লাভ হব ।

    • @pradippradipboro3172
      @pradippradipboro3172 11 หลายเดือนก่อน

      😂😂😂

    • @inamulahmed9651
      @inamulahmed9651 10 หลายเดือนก่อน +1

      Suwali jonik police aa dhorib lage oti khunkale tetia Ane Ulai jab Baki bilak 😡

    • @anantamedhi2310
      @anantamedhi2310 10 หลายเดือนก่อน

      Ye mojja 🎉🎉🎉

    • @KalpajyotiDas-np3ij
      @KalpajyotiDas-np3ij 3 หลายเดือนก่อน

      😂

  • @babuldas4341
    @babuldas4341 11 หลายเดือนก่อน +29

    মই বা আপুনি নগলে কোনে মাতে,।

  • @anukulrabha5766
    @anukulrabha5766 11 หลายเดือนก่อน +33

    হিমন্তৰ নাকৰ তলতে তেজমাংসৰ বজাৰ । স্বচ্চ হিমন্তৰ লেতেৰা নাক ।

  • @rajani149
    @rajani149 8 หลายเดือนก่อน +9

    ব্লেক মানী, পইছাৰ উজান উঠিলে এনে হৈয়েই.... পৃথিৱীৰ সকলো জেগাতে দেখিবলৈ পোৱা যায়। কেৱল নাৰী দেহৰ বেহাই নহয়, জুৱা মদ ইত্যাদিৰ ও ব্যৱসায় গা কৰি উঠে। আজি কালি ড্ৰাগছ ও সোমাই পৰিছে.. মুঠ কথাত এখন criminal market. গুৱাহাটীত মহে ২ লাখ টকা দৰমহা পোৱা চাকৰিয়াল কেইজন আছে...?? গতিকে এইবোৰ সকলো ব্লেক মানিৰ খেল... 🙂🙂🙂 Real Estate বজাৰ খনেও আনিছে কিছু পইচা... ফ্লেত বিক্ৰী কৰি লাভ কৰা পইচা এনে কিছুমান কামটো লগাইছে ভোগ বিলাসৰ বাবে.... এনেই বাতৰি এটা বনাই লাভ নাই... এই কামটোৰ উৎস কত... ইয়াৰ গুৰি কি সেইটোহে বিচাৰি সমাজক দেখুৱাব লাগে। এনে আন আন নিউজ চেনেলত দেখুওৱাৰ দৰে - দেখাক দেখি কুকুৰে কৰে একাদশী কৰি সমাজৰ কোনো উপকাৰ নহয়, মাত্ৰ এটা পেলনীয়া বাতৰি হৈ ৰব 🙂🙂🙂

  • @UNIVERSALENTERTAINMENT-bx3nq
    @UNIVERSALENTERTAINMENT-bx3nq 10 หลายเดือนก่อน +3

    অসমৰ ৰাজধানী দিছপুৰলৈ বিধায়ক মন্ত্ৰী পদলৈ ভাৰতৰ ৰাজধানী নতুন দিল্লীলৈ সাংসদ মন্ত্ৰী পদলৈ অসমৰ ৰাইজে গণতান্ত্ৰিক পদ্ধতিৰে নিৰ্বাচন কৰা এই সকল তথাকথিত ৰাইজৰ নাগৰিকৰ প্ৰতিনিধি , ৰাজ্যৰ দেশৰ পৰিশ্ৰমী নাগৰিকৰ আয়ৰ ধনেৰে আৰক্ষী বিভাগত , ন্যায়লয় ব্যৱস্হাত দৰমহাৰ নামত মাহে মাহে বছৰ বছৰে লাখ লাখ টকা লৈ থম থম মদন গোপালহৈ বহি থকা সকলো নিশ্চয় অসমত সামাজিক ভাৱে সম্পূৰ্ণ অৱৈধ এই অসহায় অসমীয়া ভাষী নাৰীৰ বেশ্যা ব্যৱসায়ৰ লগত কটূজনক ভাৱে নিশ্চয় জড়িত আছে ! এই কথাটোকে এই বেশ্যা গৰাকীয়ে আওঁপকীয়াকৈ এই কথাকে কলে ! সমগ্ৰ সভ্য গুৱাহাটীবাসী ওলাই আহি এইবোৰ অতিশীঘ্ৰেই বন্ধ কৰক ! কাৰণ অসমত এই বেশ্যা ব্যৱসায়ৰ বিপৰীতে সেই যোৱা শতিকাৰ আৰম্ভণিতে অসমৰ ৰাজধানী শ্বীলংৰ বিধানসভাত এখন অতিকঠোৰ সামাজিক আইন গ্ৰহণ কৰিছিল থিক অসমৰ লখিমী গাইগৰুৰ বংশজ হত্যা বিক্ৰিৰ ওপৰত কঠোৰ সামাজিক আইন প্ৰণয়ন কৰাৰ দৰে .. . যিবোৰ সামাজিক অতি কঠোৰ ন্যায়-নিৰ্দেশনা অসমৰ বাহিৰে দেশৰ কোনো এখন ৰাজ্যতে নাই .. .
    শেষত দেশৰ উচ্চতম ন্যায়লয়ত বহি থকা ন্যায়ধীশে যদি সমাজৰ কৰ্কট ৰোগ স্বৰূপ এই বেশ্যাসকলক সমাজৰ সন্মানীয় উচিত পদত সংস্হাপিত কৰা সলনী সচাঁকৈয়ে যদি ন্যায়লয়ৰদৰে ৰাজহোৱা স্হানত গৰ্হিত মন্তব্য দিছে তেনেহ`লে এনে কটূজনক মন্তব্য প্ৰদান কৰা ন্যায়ধীশে নিজৰ মাকক , পত্নীক বা ঘৈণীয়েকক , জীয়েক , বোৱাৰীয়েক , নাতিনীয়েকক নিজৰ ঘৰতে নিজৰ শোৱা কোঠাতে ৰাজহোৱাকৈ এই বেশ্যা ব্যৱসায় কৰোৱাওঁক.. . অসভ্যবোৰ.. .

  • @astrologyassames488
    @astrologyassames488 10 หลายเดือนก่อน +6

    এইবোৰ news নিদিয়াই ভাল

  • @mainamaina2808
    @mainamaina2808 11 หลายเดือนก่อน +52

    তাতে কি হল ,,, হিহি জীয়াই থাকিব নালাগে নেকি ,,,

    • @inamulahmed9651
      @inamulahmed9651 10 หลายเดือนก่อน +4

      Ooo deha Baki Manuh Bilak ki jiai thoka Nai
      Kam ki Ru.... Beleg Nai 😡

    • @Kaustavboruah-bd2jo
      @Kaustavboruah-bd2jo 3 หลายเดือนก่อน

      ​@@inamulahmed9651❤❤❤❤❤❤❤v

    • @binodkalita4545
      @binodkalita4545 22 วันที่ผ่านมา

      কাম কৰি চলিব নোৱাৰে নেকি?

  • @pabitraowari295
    @pabitraowari295 10 หลายเดือนก่อน +1

    Thanks you NK tv News for information !

  • @mukulchoudhury793
    @mukulchoudhury793 6 หลายเดือนก่อน +3

    অসম খনত হে এইবোৰ নিউজ। কেতিয়াবা অসমৰ বাহিৰত গৈ চালে হ'ল।

  • @mrigendas3234
    @mrigendas3234 2 หลายเดือนก่อน

    এওঁলোকক ভালকৈ প্ৰশিক্ষণ দি কামত নিয়োজিত কৰিব লাগে।

  • @mintudutta8074
    @mintudutta8074 11 หลายเดือนก่อน +9

    কলি জোগ...নিজৰ কাম নিজে কৰিছে ...

  • @amiokachari4375
    @amiokachari4375 11 หลายเดือนก่อน +17

    কাম কৰে বেয়া,বদনাম দিছে হনুমান মন্দিৰ ৰ পবিত্ৰ স্থানৰ! এই সকলৰ চিকিৎসাৰ প্রওজন !

  • @nawanitapator3572
    @nawanitapator3572 11 หลายเดือนก่อน +5

    Address tu published Kora babe bohutore xubidha hl de anekuwa news ye dibo lage

  • @AbulHussain-dl6og
    @AbulHussain-dl6og 11 หลายเดือนก่อน +14

    Smart City t Smart Police....besi nokow aru .

  • @md.gaming650
    @md.gaming650 หลายเดือนก่อน

    ববলপূবক ধরখনযকৈ বহুত ভাল

  • @ChandanKumarShanidev
    @ChandanKumarShanidev 11 หลายเดือนก่อน +12

    Call girl service and scort service already 8 years pora Guwahati soli ase aru soli thakib..... 😂😂
    News kri lav nai 😒

  • @kishanbora2248
    @kishanbora2248 11 หลายเดือนก่อน +2

    val val news diso tohotor laj nalagea anakuwa news dibolea

  • @pradipnath325
    @pradipnath325 11 หลายเดือนก่อน +5

    Moi xunisilu bahirot he ase deh beboxai kora luk amar axom khanat ki hoyse aybur si laj lagise moi bahirot thaku bahirot manuh bure jatiya mur Ghar kot buli xudhe moi assam guwahati buli kow ji dekhisu lahe lahe dhangkho habole dhorise😮😮😮😮

  • @sanjunath7470
    @sanjunath7470 5 หลายเดือนก่อน +3

    Suprime courtor judgement red kori lobi tar pasot batori dibe

  • @biswajitdebnath3438
    @biswajitdebnath3438 10 หลายเดือนก่อน +9

    কি বেয়া কাম নেকি ? মদ বিক্রি যদি লাইসেন্স থাকিবা পারে ?

  • @MonaPaul-wk6bo
    @MonaPaul-wk6bo 3 หลายเดือนก่อน +1

    মই আজিলৈকে এইবিলাক মহিলা বিছাৰি নেপালো,

  • @Bidyadhar29
    @Bidyadhar29 2 หลายเดือนก่อน +1

    Best video.

  • @TapanDas-zv1xk
    @TapanDas-zv1xk 25 วันที่ผ่านมา

    Good jobs ❤❤❤

  • @abhijeetbora8331
    @abhijeetbora8331 11 หลายเดือนก่อน +2

    Chennai tu bus stand burot ene sualibur thake ami nije dekhisu etiya assam tu

  • @Bidyadhar29
    @Bidyadhar29 2 หลายเดือนก่อน +1

    I love u NK tv

  • @indiantravellers5448
    @indiantravellers5448 11 หลายเดือนก่อน +3

    ..apunalukei jeneba nhoi aru .... keijnk ba apunalukei close frndshp korei ... junei g korisi koribo diok ... hhtr ktha etu kiba news nki ...

  • @manojtalukdar6647
    @manojtalukdar6647 11 หลายเดือนก่อน +8

    লাহে লাহে ক'ব , কোনোবাই 👺 গম পালে জি.এছ.টি. লগাই দিব 😋😋😋😋😋

    • @anukulrabha5766
      @anukulrabha5766 11 หลายเดือนก่อน

      GST লগাই দিলে হিমন্ত চৰকাৰৰ বহুত হব ।

  • @Nilamsharma770
    @Nilamsharma770 8 หลายเดือนก่อน +1

    , ধিক্কাৰ

  • @ranjugogoi419
    @ranjugogoi419 11 หลายเดือนก่อน +4

    আৰক্ষী কিয় যাব পাৰিলে সোবিধা লব সিহঁতে।চি চি চি চি ।

  • @bishnuabhay350
    @bishnuabhay350 11 หลายเดือนก่อน +1

    Amii bhoit...iman rati najaw...bohut hunkale...room jaw....karon kaki believe koribo nuariii...

  • @himangshubordoloi26
    @himangshubordoloi26 7 หลายเดือนก่อน +1

    Gole gole aru tat nu ki hol????

  • @DreamInstaModel
    @DreamInstaModel 2 หลายเดือนก่อน

    Supreme court ye Iyak business hisape sikriti di se

  • @RabindraNath-n8q
    @RabindraNath-n8q 10 หลายเดือนก่อน +2

    দুৰ্নীতি নিবাৰক শাখাৰ চকুত এই বোৰ কান্দ নপৰে নেকি? নে পুৰা প্ৰমাণ পত্ৰ লৈ এনে নিকৃষ্ট কান্দ কৰি আছে??

  • @hiteshdeka9183
    @hiteshdeka9183 2 หลายเดือนก่อน

    Oldest bussiness in the word...to be continued till the end of the universe...in more and more modern style....

  • @amitkrdeka2448
    @amitkrdeka2448 8 หลายเดือนก่อน +1

    Val kathaa

  • @maina___vlogs.
    @maina___vlogs. 11 หลายเดือนก่อน +3

    Khai boi jiai thakibole kiba ata tu kiriboi.....sakori jugar kori diya tetia hoitu aibur nokore tu...kune nijor beyatu kori thakib....ki ba dukh hoise teulukor......

  • @balendas4259
    @balendas4259 9 หลายเดือนก่อน +14

    অসমত আমেৰিকাৰ ফিলাডেলফিয়া বুলিব পাৰি । অসম ধ্বংশৰ ফালে গতি কৰিছে ।

    • @MrMrinmoy87
      @MrMrinmoy87 8 หลายเดือนก่อน

      apuni bohu durole golge... 😂.... asomr bahirt prai hokolu metro city te aibur aita hadhran kotha hol...

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 8 หลายเดือนก่อน

    কত খবৰ লবলৈ সময় আছে আৰক্ষী আৰু প্ৰশাসন। এওঁলোকৰ পৰা কোনে কোনে মাহেকীয়া পায়

  • @sarbanandarajkumar6356
    @sarbanandarajkumar6356 11 หลายเดือนก่อน +1

    Syndicate Rajor nidorkhon jen Anuman hoi. Karon oxomot bahun Syndicateor kotha Social mediya Ba print mediyat prakakh paiche.

  • @mahanandatalukdar8691
    @mahanandatalukdar8691 16 วันที่ผ่านมา

    তোমালোকৰ এই প্ৰচাৰৰ বাবে এতিয়া বজাৰ খন বেছি গৰম হ'ব। নজনাই জানিলে। এতিয়া এই কামৰ প্ৰচাৰ বেছি পাব।

  • @RanjitDas-ot6ju
    @RanjitDas-ot6ju 7 หลายเดือนก่อน +1

    দেহ ব্যবসায় কৰিছে পেটৰ অভাৱত।কিবা আৰু বহু অণ্য কাৰনত।
    সাংবাদিক মহোদয় আৰু মহোদয়া এটা কাম কৰক আপোনাকলোকৰ চেনেলত সিহতবোৰক কৰ্ম সংস্থাপন দিয়ক। তেতিয়া আৰু ইহঁতবোৰে দেহ ব্যবসায় নকৰে

  • @Bidyadhar29
    @Bidyadhar29 2 หลายเดือนก่อน +1

    Petot vuk thoka babe ai kam korise❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @RakeshkumarGogoi
    @RakeshkumarGogoi 10 หลายเดือนก่อน

    What’s there to show them …..Many tourists go to pattaya Phuket etc to enjoy what u know ….Even u will plan to go if u ever get a chance .

  • @jituborgohaibaba9151
    @jituborgohaibaba9151 11 หลายเดือนก่อน

    Mahanagarit t... Red light lage ..Kolkata, delhi , Mumbai asa jatiya ..like support

  • @happyboy4579
    @happyboy4579 11 หลายเดือนก่อน +3

    Atea amr lachit Hena kot dhor ako oi

  • @ashokdas6426
    @ashokdas6426 11 หลายเดือนก่อน +1

    Mediar journalisat bilak a aibilak enjoyment nakore neki?

  • @Basanta-z4v
    @Basanta-z4v 8 หลายเดือนก่อน +1

    এইবোৰত ময়ো টকা ওৰালো

  • @arunasenapati1099
    @arunasenapati1099 11 หลายเดือนก่อน +14

    বেটি বচা বেটি পঢ়া চলাই আছে।

  • @Shruti-fo6sx
    @Shruti-fo6sx 9 หลายเดือนก่อน

    Good job

  • @janbirahman2334
    @janbirahman2334 10 หลายเดือนก่อน

    Aibore ovabor karone nohoi nijor enjoy r babe kore .aru bina kostoi bohut tokao pai.

  • @monujsaikia3737
    @monujsaikia3737 10 หลายเดือนก่อน

    Nice promotion carry onnnn

  • @ratulsarma488
    @ratulsarma488 หลายเดือนก่อน

    সমাজৰ লেতেৰা ৰাখি লাভ নাই চাফা কৰি দিব লাগে বেলেগ কাম নাই নেকি

  • @assamesemegaspecial3795
    @assamesemegaspecial3795 10 หลายเดือนก่อน

    Location ta val kori diya jabo lagibo ...... aroo kot kot asee khbr diba

  • @Bidyadhar29
    @Bidyadhar29 2 หลายเดือนก่อน +1

    Ki kori khab nohole.

  • @Earth9295
    @Earth9295 11 หลายเดือนก่อน +4

    Female can do everything of illegal relationship using male for their necessity selling by their body but male can't do so shameful mentality in Assam.

    • @Grushenkaa
      @Grushenkaa 11 หลายเดือนก่อน

      Men can but they don't prefer this, women aren't ready to pay for them, that's the reason. As far as the mentality of here is concerned, male prostitution is mostly like to get normalised because of our patriarchal society.

  • @PANKAJKalita-f8k
    @PANKAJKalita-f8k 11 หลายเดือนก่อน +5

    ফোন নম্বৰ টো দিলে ভাল পালোঁ হৈ মই ও যাব পৰিলোহৈ

  • @rajbonshilorarathin3287
    @rajbonshilorarathin3287 11 หลายเดือนก่อน +9

    Apunalokeo je mane aibur news ha koribo py kam bon ni jdi hui thk bker kio anok disturb diye aibur news di

  • @chitraranjandehingia
    @chitraranjandehingia 11 หลายเดือนก่อน +4

    Kam nai aru durniti bur dekhi napai ni? Kune kar lagot goise kune kar lagot ki karise hai bilak dekhi pai akol.

  • @Bidyadhar29
    @Bidyadhar29 2 หลายเดือนก่อน +1

    Nari deh business howok soli ase poor manuh.

  • @RinkiChoudhury-b7q
    @RinkiChoudhury-b7q 11 หลายเดือนก่อน +5

    তাৰ পুলিচ বিলাকক কব্বৰ দিছে নেকি?

  • @Adajay23
    @Adajay23 2 หลายเดือนก่อน

    De aar.. karobar jodi Ding Ding a khatjya koribo pare amar sokoi kio khatjya karibo nuaribo.. Mara he kotha.

  • @KrishnaDeka-u7t
    @KrishnaDeka-u7t 9 หลายเดือนก่อน

    Amah manor babe jabohe lagibo.kunuba jay jodi ulabo..

  • @UpenKalita-z6y
    @UpenKalita-z6y 7 หลายเดือนก่อน

    পঢ়া শুনা কৰি চাকৰি নাপালে কি কৰি খাব উপায় নাই চুৰি কৰা নাই যিহেতু

  • @sansumaboro5593
    @sansumaboro5593 11 หลายเดือนก่อน +5

    Kar karone vir kore .... Ki proijon abar valke kowkkk

  • @RakeshKutum-c4d
    @RakeshKutum-c4d หลายเดือนก่อน

    Nijor soliboloi koriboi lagibo aru news bilalk tak soku diyar karbon ki

  • @Randeepvlog
    @Randeepvlog 11 หลายเดือนก่อน +3

    Sob dngr dngr cityte aase ..red light area

  • @mridulkumarrabha892
    @mridulkumarrabha892 6 วันที่ผ่านมา

    এইটো বাতৰি হৈ আছে নে কি?

  • @marketznews2516
    @marketznews2516 11 หลายเดือนก่อน +1

    Oldest profession in the world..

  • @pinkugoswami7448
    @pinkugoswami7448 11 หลายเดือนก่อน +1

    2.55 reporter jone ki koise valkoi xunak ..

  • @khargaswar
    @khargaswar 8 หลายเดือนก่อน

    আপোনাৰ কিয় গা পুৰিছে?

  • @utpaldutta4911
    @utpaldutta4911 2 หลายเดือนก่อน

    tet pass kara lara chuwali k charkare chakari nidiye aibur nakari ki kariba

  • @mantuhussain6183
    @mantuhussain6183 8 หลายเดือนก่อน

    লোকেল police enjoy কৰিব যাই ফকতিয়াত, সিঁহতে comission diye

  • @rafikulali4396
    @rafikulali4396 11 หลายเดือนก่อน +1

    ৰেন্দী সকলৰ যাত্ৰা আছে,, ইয়াৰ text লগাই দিব লাগে,,,এইসকলৰ পৰা সকলো বাচি থাকিব,,,

  • @shahjahanali9788
    @shahjahanali9788 6 หลายเดือนก่อน

    আৰক্ষীৰ কমিচনৰ অংক থাকিব পাৰে

  • @SajidAnsari-py1gz
    @SajidAnsari-py1gz 2 หลายเดือนก่อน

    They are doing their job.

  • @pardipsakia7085
    @pardipsakia7085 26 วันที่ผ่านมา

    সঁচা কথা

  • @Gaoliya208
    @Gaoliya208 11 หลายเดือนก่อน +2

    Muthote borola bilakor alop o santi kuneo nibisare😢😢

  • @amalaman7998
    @amalaman7998 2 หลายเดือนก่อน

    Sivasagor ot u axea Abar ahe Sabo sun

  • @diamondpayeng1119
    @diamondpayeng1119 11 หลายเดือนก่อน +2

    News Channel yeh sab noya nehi hai, yeh toh har jagah sal roha hai. Delhi, mumbai se lekar lagbag hor jagah

  • @neone4759
    @neone4759 5 หลายเดือนก่อน

    কিনোতা আছে বাবেই, বিক্ৰেতা আছে

  • @BhumidharNath-im7ml
    @BhumidharNath-im7ml 2 หลายเดือนก่อน

    এয়া অতীতৰ পৰা চলি থকা এটি প্রথা। ইয়াক কোনো কাৰণতে নুই কৰিব নোৱাৰি।এজনী যৌন কৰ্মীৰ এমাহত এক কোটি নহয় এদিনতে এক কোটি হব পাৰে। সেয়া ভূক্ত ভোগীয়ে ভালকৈ জানে। কোটি টকা আত্মসাৎ কৰিব পৰা বেক্তিয়ে সুন্দৰী বেশ্যাক এদিনতে কোটি কোটি টকা দিব পাৰে।

  • @mantuhussain6183
    @mantuhussain6183 8 หลายเดือนก่อน +1

    নেতা বিলাকে লুতি আছে সিগিলা দেখাব নোৱাৰা

  • @ranjirsjgogoi5720
    @ranjirsjgogoi5720 7 หลายเดือนก่อน

    যদি এনেকুৱা নচলে তেতিয়া বেয়াকাম বিলাক বাহি যায় ।

  • @madhurjyamohonchutia9453
    @madhurjyamohonchutia9453 หลายเดือนก่อน

    এইবোৰ নিউজত দি সিহঁতৰ ব্যৱসায় আৰু ৰম ৰমীয়া হে কৰি দিছে আপোনালোকে । কাৰণ আগতে নজনা সকলে ও তাত গৈ নিজৰ কাম কৰি গুচি আহিব । আপোনালোকে নিউজ কৰি একোডাল ফালিব নোৱাৰে কাম নাই

  • @NipankarKalita
    @NipankarKalita 8 หลายเดือนก่อน

    Good job 👍👍👍😅😅😅😅😅 👍👍👍

  • @satyajitdas6950
    @satyajitdas6950 3 หลายเดือนก่อน +2

    Tumar channel tur belag kam ni,tohote out state ghuri ahibi olop,sob gom pabi,kihor bhyongkor kotha hol.delhi,mumbai, banglore, kolkata ghuri ahibi sob gom pabi,aitu kuno news bonoa kotha nohoy.

  • @rockon2006
    @rockon2006 3 หลายเดือนก่อน

    দোকানীয়ে দোকান দিৱই ,পিছে গ্ৰাহকবোৰক চকু নিদিয়ে কিয় ,দোকানিক দোষি লাভ নাই।

  • @mantuhussain6183
    @mantuhussain6183 8 หลายเดือนก่อน

    মুখখন blur কৰিলে কিয়

  • @keshabsaikia4609
    @keshabsaikia4609 3 หลายเดือนก่อน

    তাৰ পাছত কি হ'ল কুকুৰ হত, ভাল উত্তৰ দিছে, কি দৰকাৰ আছে সিহঁতৰ বাতৰি পৰিৱেশন কৰিব

  • @jitulkalita4455
    @jitulkalita4455 9 หลายเดือนก่อน +1

    একো বেয়া কাম কৰা নাই ইহতে দে বিক্ৰী কৰি ঘৰ চলাই আছে তাত কব লগা কি আছে ছোৱালী হওঁক বা মাইকী মানুহ হওঁক ইহতে টো চুৰ কৰা নাই টো , নিউজ চেনেলে বিলাকে ভাইৰেল কৰি সেই ঠাই বিলাক বদনাম কৰি আহিছে গুৱাহাটীৰ ঠাইত বিলাক ,

  • @seaviewdevelopersghy
    @seaviewdevelopersghy หลายเดือนก่อน

    2 mi news t kole ki dal hobo. Rati 2 Maloke o jowa

  • @simantaborgohain2160
    @simantaborgohain2160 11 หลายเดือนก่อน +4

    মাক ছুদো নিউজ কৰিব নাপালি ।কোনোবা এদিন ভিখাৰীৰ এক থকা দিছ। তোৰ মা .......

  • @R.KGogoi
    @R.KGogoi 6 หลายเดือนก่อน

    N.K TV .Rep, kess police Aajaharr kiman holl Oxomot hei Khini Bisare sok...

  • @Xapon1054
    @Xapon1054 6 หลายเดือนก่อน

    ❤❤❤

  • @maheshboro9454
    @maheshboro9454 11 หลายเดือนก่อน +4

    Ai bor news prokash Kori ki dekhabo khujise

  • @pinkudas6438
    @pinkudas6438 2 หลายเดือนก่อน

    Ihotor babe kiba koriboloi kunu nai , ihotoku buji Sabo lagibo