পত্নীৰ WhatsApp খুলি হতবাক স্বামী

แชร์
ฝัง
  • เผยแพร่เมื่อ 15 ก.ย. 2024
  • পত্নীৰ WhatsApp খুলি হতবাক স্বামী । টিলিঙা মন্দিৰ চাবলৈ গৈ নিৰুদ্দেশ হোৱা ৪৬ বছৰীয়া পত্নীৰ নতুন তথ্য লৈ আজি আকৌ আহিছে স্বামী অনুপ দাস
    A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
    Facebook: / nbnewstv
    #NBnews
    #NBtv
    #NBnewsassam
    #NBnewstv
    #Satellitechannel
    #NBNews

ความคิดเห็น • 320

  • @arealsoldierlife7679
    @arealsoldierlife7679 14 วันที่ผ่านมา +61

    কিমান দুখ লগা মানুহ জন কিমান অপমান সহিব লগা হল মানুহ জনীৰ বাবে

  • @অনুভৱীহৃদয়
    @অনুভৱীহৃদয় 14 วันที่ผ่านมา +31

    এতিয়াও মানুহগৰাকীলৈ চিন্তা কৰিছে,,,।।। এতিয়াও মানুহগৰাকীৰ কিবা হৈছে বুলি ভয় কৰিছে,,,।।। সঁচাকৈ ভাল মানুহৰ লগতেই এনেকুৱা হয়,,,, ।।।

    • @babuldas4341
      @babuldas4341 14 วันที่ผ่านมา

      হয় 😮

  • @Trilochnjmedhi
    @Trilochnjmedhi 14 วันที่ผ่านมา +35

    আজি লক্ষ্মীনাথ বেজবৰুৱা থকা হ'লে বুঢ়ী আইৰ প্ৰেম কাহিনী বুলি অন্য এখন গ্ৰন্থ লিখিলে হয়।

  • @Moni88-k2n
    @Moni88-k2n 15 วันที่ผ่านมา +142

    আজিকালি মানুহবোৰে স্বামী থকা মহিলাবোৰক চকু নিদিয়ে কাৰন স্বামী আছে আৰু এগৰাকী বিধৱা মহিলাক জীয়াই থকাৰ অধিকাৰ কনো। নিদিয়ে ককাই ভাই ঘৰৰ মানুহ আহিলে ও অপৰাধ যদি ভুলতে ঘৰৰ আগত গাড়ী বা বাইক ৰখাই আনৰ ঘৰলৈও যায় বদনাম কিন্তু বিধৱা মহিলা গৰাকীৰে হয় নেদেখাকে নজনালকে উলিয়াই দিয়ে বিধৱা মহিলাৰ ঘৰতে সোমাই আছে বুলি কিন্তু সঁচা কথাটো এই স্বামী থকা মহিলা বোৰ মহা বদমাছ এটাৰ লগত খজুৱতি নমৰে বিধৱা বোৰৰ সমান পবিত্ৰ নাই ক'ৰবাত দুই এক ব্যতিক্ৰম হয়

    • @madhulekhaboruah4196
      @madhulekhaboruah4196 15 วันที่ผ่านมา +6

      Akmot

    • @KankanaKalita-fs2fr
      @KankanaKalita-fs2fr 15 วันที่ผ่านมา +4

      Moio akmot

    • @Assameseofficial-hq2ul
      @Assameseofficial-hq2ul 15 วันที่ผ่านมา +4

      Right

    • @RazinaHassan-fl2kg
      @RazinaHassan-fl2kg 14 วันที่ผ่านมา

      Moio.ejoni bidhoba Hou mur age 40 kintu moi mur sami k mur monot chirodin Bosai rakhisu corona t dukale 2021 t moi tak bohut bhal pao moi mur jibon tu mur mr r babe Kotai dim kintu eibur Maiki kio enekoi iman beya.kam kore

    • @Maina9907
      @Maina9907 14 วันที่ผ่านมา +4

      ​@@NajimAli-ns5qjdhorkhonkari thntr khali hindu suwali buwarir uprt soku laz naikia jat

  • @user-cj4ey1gu7s
    @user-cj4ey1gu7s 14 วันที่ผ่านมา +42

    প্ৰেম নহয়, নিকৃষ্ট যৌন আকৰ্ষণ ।

  • @pabitragogoi8654
    @pabitragogoi8654 15 วันที่ผ่านมา +46

    ছোৱালী কেইজনী মুখলৈ চাই সকলো ঠিক কৰক, পুলিচ প্ৰশাসনে

  • @nayan.j
    @nayan.j 12 วันที่ผ่านมา +8

    তিৰোতাগৰাকী বেশ্যা স্বভাৱৰ আছিল৷ এনেধৰণৰ বিবাহিত মহিলাৰ বেশ্যা স্বভাৱ অপৰাধ নহয় বুলি কেইবছৰমান আগতে আইনখন বন্ধ কৰাৰ লগে লগে দিনক দিনে বেছি বাঢ়িছে৷৷যেতিয়ালৈকে আমাৰ মাজত আমেৰিকাৰ বান্দৰামিৰে অনুপ্ৰাণিত হৈ এইধৰণৰ চৰিত্ৰক ডিফেণ্ড দিয়া উদাৰবাদী/নাৰীবাদীবোৰ থাকিব, তেতিয়ালৈকে এইবোৰ দিনক দিনে বাঢ়ি যাব৷

  • @anupkrdas6798
    @anupkrdas6798 15 วันที่ผ่านมา +23

    সেইজনৰ ওচৰত আপোনাৰ পত্নী আছেনে নাই সেইটো গম লওক যদি নাই তাক থানালৈ আনাৰ ব্যৱস্থা কৰক তেতিয়া হে আচল কথা ওলাই পৰিব ।

  • @BoraNilash
    @BoraNilash 14 วันที่ผ่านมา +9

    Maiki jonir photo kiyo Dhaki Rakho ha... Ladies/Gens Sob homan hoi.....😮

  • @aparajitatamuli7273
    @aparajitatamuli7273 12 วันที่ผ่านมา +5

    এনে তিৰুতাক অতি সোনকালে ত্যাগ কৰক আৰু তিৰোতাৰ লগতে দুখিক শাস্তি দিয়ক

  • @jaiaiiaxom
    @jaiaiiaxom 15 วันที่ผ่านมา +105

    বনৰী তিৰোতা,বাদ দিয়ক এনে চৰিত্ৰহীন তিৰোতাক,ক'ত মৰে মৰকগৈ

    • @IcVlogs-h9q
      @IcVlogs-h9q 14 วันที่ผ่านมา +4

      Good answer

  • @LakhiDeuri-vx3ru
    @LakhiDeuri-vx3ru 15 วันที่ผ่านมา +20

    আপুনি এই মাইকী জনী এৰি দিয়ক এৰি দিয়াৰ আগতে এনো কোৱা কে পিঠা ভৰি পুৰা লেঙুৰা কৰি খেদি দে, এইবোৰক ৰাখি লাভ নাই।

    • @mdfakir9424
      @mdfakir9424 15 วันที่ผ่านมา +2

      Right didi

  • @pocokids320
    @pocokids320 10 วันที่ผ่านมา +2

    প্ৰশ্ন:- ইয়াৰ পৰা কি বুজিলা?
    উত্তৰ:- মবাইলত 1234 password 🔑 নলগাব 😂😂

  • @hirakjyoti8984
    @hirakjyoti8984 15 วันที่ผ่านมา +17

    Dada power full asea

  • @ajimabegum5683
    @ajimabegum5683 14 วันที่ผ่านมา +5

    কিমান কষ্টকৰ জীৱন নিৰ্বাহ কৰিছে মানুহ জনে...

  • @ranjumabegum1390
    @ranjumabegum1390 15 วันที่ผ่านมา +15

    দুটা স্মাৰ্ট ফোন লগত থাকে মালিক ডিউটি যায় কাৰো ফোন নাহে।।। এটা থকাৰ পিছত ও আৰু এটা বিচাৰি নিজৰ জীৱনটো ধ্বংস কৰাৰ বাহিৰে লাভ একো নাই।।। মোৰ বয়স ও বহুত হোৱা নাই মাত্ৰ22 ভাবিছোঁ সন্তান এটা জন্ম হলে তাৰ লগত ব্যস্ত হৈ যাম ।।। সৰুৰ পৰা hs পঢ়ালৈ নিজে পঢ়াব পাৰিম।।।

  • @legendplays3
    @legendplays3 15 วันที่ผ่านมา +6

    Thats where man lost 💔

  • @MonikantaBoruah
    @MonikantaBoruah 14 วันที่ผ่านมา +4

    আপোনাৰ সাফল্য মই সুখী

  • @kusumbaruah2336
    @kusumbaruah2336 14 วันที่ผ่านมา +5

    বুঢ়া বুঢ়ী আইৰ সাধু প্ৰেম কাহিনী শুনি ভালlagil আপুনি বৰ্ত্তমান শান্তিত থাকিব

  • @RANJANSWEETHEARTBLOGS7639
    @RANJANSWEETHEARTBLOGS7639 15 วันที่ผ่านมา +25

    46বছৰ বয়সত বেলেগ পুৰুষৰ লগত প্ৰেম কিয় হৈছিল?মাইকীজনীৰ ভুল আছে নিজৰ স্বামীক ত্যাগ কিয় কৰিলে নিশ্চয় কিবা নহয় কিবা ৰহস্য আছে লগতে যিজনে পৰৰ পত্নীক হৰণ কৰিছে ৰাবণৰ বংশধৰ দুয়োজনৰে সমান সমান ভুল আছে

    • @hirakkalita1882
      @hirakkalita1882 15 วันที่ผ่านมา +5

      Server down mrise Samir xekarane gol

    • @HGNAH0
      @HGNAH0 14 วันที่ผ่านมา

      ​@@hirakkalita1882😂😂‌ নতুন নেটৱৰ্কৰ লগত সংযুক্ত হৈছে

  • @Samazinnervoice5322
    @Samazinnervoice5322 12 วันที่ผ่านมา +2

    Always bad things happened with good people 😞 so sad.

    • @abhijitkalita6938
      @abhijitkalita6938 11 วันที่ผ่านมา

      Good people always suffer 😢.

  • @nagaonexpres2484
    @nagaonexpres2484 15 วันที่ผ่านมา +5

    Koka jonok bohut din agot news ot chaicilu aji akou bohut din pisot dekha palu beya lagise koka jonak sai kub dukh lagise. O koka manuh jonik pale abar news kori jonabo amk paise ne nai.

  • @digantajyotibordoloi5528
    @digantajyotibordoloi5528 15 วันที่ผ่านมา +28

    তোমাৰ গাত দোষ পৰাগ শৰ্মাক পুলিছত দিলে নাই কিয় পুলিছত দিয়া নাই আপুনি মৰি থকাই ভাল

    • @Pakhi_111
      @Pakhi_111 14 วันที่ผ่านมา +1

      @@digantajyotibordoloi5528 police case kori ki koribo... Khuri jonir gate 80% bhul.... Nijor family thakute aanok bea hubidha dile.... Loi juwa khura jon valei hobo sage.... Bhul karise ........ Akebare loi goise..... Aijon khuraloi jutha kori thoi jua nai.....

  • @ASSAMESEBOY60727
    @ASSAMESEBOY60727 14 วันที่ผ่านมา +2

    মানুহজনী মুখখন ভালকৈ দেখালে হে আমি দেখিলে জনাব পৰিম।

  • @kumarsimanta8802
    @kumarsimanta8802 14 วันที่ผ่านมา

    পত্নীৰ প্ৰেম জনমে জনমে বদলি
    প্ৰেম পৰ পুৰুষৰ অন্তৰে অন্তৰে 😮
    প্ৰশাসনে ব্যৱস্হা গ্ৰহণ কৰক 🙏

  • @thecoolless8256
    @thecoolless8256 14 วันที่ผ่านมา +3

    PIN lock❌️, Passport Lock.✅️

  • @user-gu1kz9vi1m
    @user-gu1kz9vi1m 13 วันที่ผ่านมา +2

    দাদা আনক গালি দি লাভ নাই নিজৰেই মানুহজনী ভাল নহয়।

  • @harekrishnadas1807
    @harekrishnadas1807 14 วันที่ผ่านมา

    গৈছে যাব দিয়ক । আইনী কামখিনি কৰি থৈ দিয়ক ।

  • @HemangaKalita-l6j
    @HemangaKalita-l6j 14 วันที่ผ่านมา +1

    নাম টো জানিলে বিচাৰত আমাৰো সহায় হল হৈ

  • @jdscartoon3026
    @jdscartoon3026 15 วันที่ผ่านมา +11

    Password ❎ Passport ✅

    • @kiddlynikha
      @kiddlynikha 14 วันที่ผ่านมา +11

      Hohoj sorol manuh eibur vul hby amar maa papar age r manuh hy ..

    • @riturajmohan7863
      @riturajmohan7863 14 วันที่ผ่านมา

      Sutmaroni heiburot dhori aso ene English t faliso toi

    • @loknathrayl5266
      @loknathrayl5266 14 วันที่ผ่านมา +2

      Right ✅ ​@@kiddlynikha

    • @rockstaryt6785
      @rockstaryt6785 10 วันที่ผ่านมา

      ​@@kiddlynikhahey😢

  • @bipulboruah4607
    @bipulboruah4607 14 วันที่ผ่านมา +1

    আইতা বৰ বেয়া কাম কৰিলে ঔ😢😢

  • @rahulchoudhury2051
    @rahulchoudhury2051 15 วันที่ผ่านมา +1

    Tair mukh kio blur kri dse... Dekhaok sbke

  • @pathorighat
    @pathorighat 10 วันที่ผ่านมา

    Tair photokhon dekhuwa nai je..?

  • @BhairabTaid-nn4ik
    @BhairabTaid-nn4ik 15 วันที่ผ่านมา +15

    দেত তেৰিকা মোৰো পাশ্বৰ্দ নম্বৰ 1234আছিল এই ভিডিঅ'টো চাই মোৰ মানুহ গৰাকীও এতিয়া চেক কৰিব।,,,, অতি সোনকালে সলনি কৰি লম

    • @birajgogoi6512
      @birajgogoi6512 15 วันที่ผ่านมา

      😂😂

    • @Pakhi_111
      @Pakhi_111 15 วันที่ผ่านมา +2

      😂😂😂

    • @pranjalsensua5001
      @pranjalsensua5001 15 วันที่ผ่านมา +3

      1432 karile bhal hobo
      I- I
      4- love
      3- you
      2- second hand 😂😂

    • @trishu7
      @trishu7 15 วันที่ผ่านมา

      😂😂

    • @dhruvaborah5439
      @dhruvaborah5439 15 วันที่ผ่านมา +1

      ​@@Pakhi_111 hii. ❤

  • @user-fq8um6ol4l
    @user-fq8um6ol4l 5 วันที่ผ่านมา +1

    Morel of the story: password 1234 thobo nalage💀

  • @budhasordas3270
    @budhasordas3270 15 วันที่ผ่านมา +2

    যি কৰিছে ভালো কৰিছে

  • @puspalgogoi1363
    @puspalgogoi1363 14 วันที่ผ่านมา +1

    আপোনাৰ এইগৰাকী সৎ পথত নাহে আৰু হৰি নাম লোৱাৰ সময়ত মাইকী জনী লগত কিমান লাগি থাকিব বাদ দিয়ক আপুনি

  • @himantavlog9815
    @himantavlog9815 15 วันที่ผ่านมา +1

    4th Time aijonor news salu 😂 case kimn bahile hei2 kouk.. Agor 3ta episode salu nhoi dada 😂

  • @pratimasarma1737
    @pratimasarma1737 14 วันที่ผ่านมา +6

    একো বেয়া হোৱা নাই। বিজেপিৰ নেতা সকলৰ পাছে পাছে ফুৰি এই বোৰ শিকিলে।

  • @rafikulali4396
    @rafikulali4396 15 วันที่ผ่านมา +2

    প্ৰেমৰ সম্পৰ্ক,,, গতিকে কোনো একো কৰিব নোৱাৰিব ককা,,,,
    পুৰনি হ'ল, বাতৰি টো,,,

  • @BinodPathak-dv9zj
    @BinodPathak-dv9zj 15 วันที่ผ่านมา +9

    1234 এইটো একেবাৰে দুৰ্বল password সেই কাৰণে তৎক্ষণাত খোলা খাই গ'ল।

  • @dhanmoni9901
    @dhanmoni9901 14 วันที่ผ่านมา

    Season 3

  • @nurulquraanofficial.channe5344
    @nurulquraanofficial.channe5344 15 วันที่ผ่านมา +15

    বিজেপি চৰকাৰে Mobaile phone ৰ দাম কম কৰিছে, আৰু এটা iPhone কিনি নিজৰ পত্নীক দিয়া,এতিয়া কি হল?

    • @nayan_2472
      @nayan_2472 15 วันที่ผ่านมา +2

      Miya

    • @user-by4xr1ej8x
      @user-by4xr1ej8x 15 วันที่ผ่านมา +4

      Oi miya thte goru khai khai mogoj bur o gorur dre hoi goise 😂😂

    • @nurulquraanofficial.channe5344
      @nurulquraanofficial.channe5344 14 วันที่ผ่านมา

      @@user-by4xr1ej8x Gorur gubar aur mut khai val pai toi

    • @LACHIT07
      @LACHIT07 14 วันที่ผ่านมา

      common sense ase na ni 😂😂😂

    • @Bikiiiiiiiiiiiii
      @Bikiiiiiiiiiiiii 14 วันที่ผ่านมา

      Geda Miya

  • @nitulgogoi753
    @nitulgogoi753 14 วันที่ผ่านมา +1

    Password 1234 dibo nalagisil

  • @bhaitisingha6063
    @bhaitisingha6063 15 วันที่ผ่านมา +2

    দীঘল আৰু ডাঙৰ বিচাৰি গৈছে। চিন্তা নকৰিব সূৱাদ লয় ঘূৰি আহিব

    • @rons-topic1067
      @rons-topic1067 13 วันที่ผ่านมา

      @@bhaitisingha6063 🤣🤣

  • @369mahadev
    @369mahadev 13 วันที่ผ่านมา

    Sharma😊 aru password 1234 ki hoise ebur amar homajot

  • @bishnuboruahguti7070
    @bishnuboruahguti7070 15 วันที่ผ่านมา +11

    তাইক দাত কেইটা ভাঙি দিব লাগে

  • @parthapratimdas5047
    @parthapratimdas5047 14 วันที่ผ่านมา +1

    আপুনি মাইকী পাগল নেকি আপুনি মাইকী এজনী আনিলক

  • @xmdi3687
    @xmdi3687 14 วันที่ผ่านมา

    প্ৰেম ৫৫ ,৬০বছৰত ও প্ৰেম জাগে সঁচা real প্ৰেম

  • @Aniltalukdarvlog
    @Aniltalukdarvlog 14 วันที่ผ่านมา +1

    Law bonabo lage jaate aeibur r uport action lobo pari.

  • @apurbabaida383
    @apurbabaida383 13 วันที่ผ่านมา

    Hai.Ram ki hoose jogot khon.

  • @user-dm5nq9fp7s
    @user-dm5nq9fp7s 15 วันที่ผ่านมา +4

    ❤❤hoi gol.

    • @dhruvaborah5439
      @dhruvaborah5439 15 วันที่ผ่านมา

      ❤❤❤ hoi jai aru.

  • @Recipeswithpallavi
    @Recipeswithpallavi 15 วันที่ผ่านมา +2

    😮😮😊😊

  • @songitaborah571
    @songitaborah571 14 วันที่ผ่านมา +2

    Porag sarmah r kotha koi ase kintu nijor maiki bodmas hoi

  • @devojitbharali9024
    @devojitbharali9024 14 วันที่ผ่านมา

    Ye mozza

  • @junumonikalita9935
    @junumonikalita9935 14 วันที่ผ่านมา

    Ketiya o mblt 12345 anekua password thba nlge esy cmn paswrd hoi😂😂😂

  • @movieslover3627
    @movieslover3627 11 วันที่ผ่านมา

    Apuni niai pabo dada

  • @user-ye9cu7nn7r
    @user-ye9cu7nn7r 15 วันที่ผ่านมา +6

    Buwari lovar besi hoise aye karone.polai jai.moha khoi mama please buwari lover huwa lora borok.jelot vora.tetiya he bhoi khabo.nhole.buwari bor.koina hbo suwalir bor burhi hbo😊

    • @abhijitkalita6938
      @abhijitkalita6938 11 วันที่ผ่านมา

      Tumi u adin buwari hoba 😮😒

    • @Aabeli2024
      @Aabeli2024 9 วันที่ผ่านมา

      Muk suwalihe vl lage

  • @TultulDas-hs6ud
    @TultulDas-hs6ud 15 วันที่ผ่านมา +3

    Daiti apunar mux u kom nohoi.jabo diok aijoni Bonori maiki.

  • @joyn12
    @joyn12 10 วันที่ผ่านมา

    News channel tu a teok use korise views or karone manuhjoni face tu lukuaise news tu aku value a nthakile tatkoi aitu news published kora t k nkora a vl

  • @pryka4
    @pryka4 14 วันที่ผ่านมา

    Ajiloik case tu homadhan huwai nai,ram ram

  • @sonusinghghatowar6678
    @sonusinghghatowar6678 14 วันที่ผ่านมา +1

    Asam manuh ase anor ghor honkhar borbad kori dise eman hukhi poriyatuk hekh kori dile

  • @smg3744
    @smg3744 10 วันที่ผ่านมา +1

    Heitu karone kou, besi horu swali biya patibo nalage, pasole anekua e hoi 😢😢😅

  • @Contentssss
    @Contentssss 7 วันที่ผ่านมา +1

    Mozza loi ase , ghoinek a, pura ratti mozza loi ase, koka

  • @bnjn5135
    @bnjn5135 11 วันที่ผ่านมา

    মানুহ জন বয়স বেছি পত্নী কম বয়সৰ গতিকে তাই ডেকা লৰা বিচৰাতো স্বাভাৱিক

  • @hemanta336
    @hemanta336 8 วันที่ผ่านมา

    Napai napai
    I feel bad for this person.😢

  • @Charsita_parasar9780
    @Charsita_parasar9780 13 วันที่ผ่านมา

    Apuni ari nidibo,apuner patni sage kiman kostat ase.

  • @MahiburRahman-c2m
    @MahiburRahman-c2m 10 วันที่ผ่านมา

    কপাল ভাল, দোযী জন মুছলমান নহয় !

  • @user-hz8xn8xh1v
    @user-hz8xn8xh1v 14 วันที่ผ่านมา

    Ki je hove songsar দাদা

  • @TulanPegu-n7q
    @TulanPegu-n7q 13 วันที่ผ่านมา

    👍✅

  • @ankush.bhai155
    @ankush.bhai155 14 วันที่ผ่านมา

    Password❎ passport✅

  • @BhaskarMohan-h1j
    @BhaskarMohan-h1j 15 วันที่ผ่านมา +2

    Pass port nohoi dada password

  • @localalien-f4u
    @localalien-f4u 13 วันที่ผ่านมา

    Photo dekha heten kobo parilu heten jodi korbat dekhu.. etiya news sai thaka aru

  • @ibromsibrothanglupayungtap5904
    @ibromsibrothanglupayungtap5904 15 วันที่ผ่านมา +1

    😮😮😮😮jolokia vorabo lage jagat

  • @user-bx5oq7pr8c
    @user-bx5oq7pr8c 15 วันที่ผ่านมา +2

    Iman bsor jiban japon korar pisot anekuwa kore 46 t anekuwa
    30 and 35 and 25 kio nopolabo aru

  • @HagramaHazry
    @HagramaHazry 13 วันที่ผ่านมา

    Nilaj aponi😊

  • @জয়ন্তৰামধেনু
    @জয়ন্তৰামধেনু 14 วันที่ผ่านมา +1

    এই মানুহ জন ঠগ পবঞ্চক

  • @Kun280
    @Kun280 14 วันที่ผ่านมา

    Ki je nhy o

  • @dekhoviralshorts
    @dekhoviralshorts 15 วันที่ผ่านมา

    pasport lock😮😮

  • @jonalimahanta7649
    @jonalimahanta7649 15 วันที่ผ่านมา +1

    👌💯😥👏

  • @MoromiBorah-gw6fq
    @MoromiBorah-gw6fq 13 วันที่ผ่านมา +1

    😊😊😊😊😊😊😊

    • @dhruvaborah5439
      @dhruvaborah5439 8 วันที่ผ่านมา

      Aeitue ene siyari morise. Luke goi unr lgt enjoy kri ase. 😂

  • @mridulkbora5349
    @mridulkbora5349 15 วันที่ผ่านมา +4

    মহাশই আপোনাৰ কথাৰ কুবত তিৰি ভাগিছে,

    • @manashjd3365
      @manashjd3365 13 วันที่ผ่านมา

      Toi nili nki😂

  • @MousumiBorah997
    @MousumiBorah997 14 วันที่ผ่านมา +3

    Potnik homoi dibo nuwara babe anekua goti hoise 😢

    • @rons-topic1067
      @rons-topic1067 13 วันที่ผ่านมา

      Sexor obhav hoisil sakey..

    • @rons-topic1067
      @rons-topic1067 13 วันที่ผ่านมา

      Kiman homoi dibo??? Din raati ?? Futat jodi besi khujoti thakey tetiya tu beleg molo bisari jaboye

    • @manashjd3365
      @manashjd3365 13 วันที่ผ่านมา

      Apunaku swamie time ndile blgr lgt likimai kri thke sage n

    • @rons-topic1067
      @rons-topic1067 13 วันที่ผ่านมา

      @@manashjd3365homoi nohoi dangor aru dighol para naai so dangor dighol bisari goisey. Huwad loi nijey ghuri ahibo..

    • @MousumiBorah997
      @MousumiBorah997 13 วันที่ผ่านมา

      @@manashjd3365 sob manuh ake nohoi kisuman manuhe only mohila gorakik dukhi thake Mur drishtit purukh jonu homane dukhi kiyonu antorot aghat napale kuneu anekua Kam koriboloi baidhyo nohoi..

  • @DhurbojyotiNath-o5z
    @DhurbojyotiNath-o5z 14 วันที่ผ่านมา +3

    Dada maikik phone Diya porinam atiya aponi vogisa. Sai. Karona maikik katiyau uporot rakibo nalage. Maikik sodai mota tolot rakibo lage.

  • @shirazahamed8149
    @shirazahamed8149 13 วันที่ผ่านมา

    মিঞাৰ লগৎ গল নেকি!

  • @karabikarabihandique3320
    @karabikarabihandique3320 15 วันที่ผ่านมา +3

    Toiu bor val manuh nhy bupai sakori dim buli poisa bisari furo je Atia kene 100 goru marile baghoru mituyo. Moi tuk Dibrugarh T sini palu monot pelai sa moi kun...

    • @prayashpatgiri7254
      @prayashpatgiri7254 14 วันที่ผ่านมา +1

      Xosai de bhagawane o te ekhteok enekoi xasti dse..

  • @Gauam_Tas
    @Gauam_Tas 15 วันที่ผ่านมา

    Interesting very interesting. Alimony diok.

    • @pr1505
      @pr1505 14 วันที่ผ่านมา

      Alimony napai bupai cheat korise

  • @user-rx9qc2gl8w
    @user-rx9qc2gl8w 15 วันที่ผ่านมา +2

    বাতৰি নাই নি ? পুৰণি বাতৰি প্ৰচাৰ কৰি আছে ?

    • @BhabaniMoran
      @BhabaniMoran 15 วันที่ผ่านมา

      Hoi aagor hoi news aitu moiu saisilu aagote

  • @parthagogoi8219
    @parthagogoi8219 15 วันที่ผ่านมา

    ai jonar news 3ba salu

  • @VIRALTG1
    @VIRALTG1 14 วันที่ผ่านมา +1

    Maiki joni Ani kiba kamot loga aru poisa bilak loi thak nidile gorupiton de

  • @FighterAnisah
    @FighterAnisah 14 วันที่ผ่านมา +1

    Atiya kot gol miya miya buli koi thoka bor???

  • @ssvlog1984
    @ssvlog1984 14 วันที่ผ่านมา

    kiman vuko

  • @KKB4.O
    @KKB4.O 15 วันที่ผ่านมา

    Common password 1 2 3 4

  • @nabajyotisaikia8117
    @nabajyotisaikia8117 14 วันที่ผ่านมา +1

    Purona engine maje maje moubil di start kori thakibo lage... engine nsolile mechanic logai val kori maje maje solai thakibo lage.....😂😂

  • @TimePass-qo7ch
    @TimePass-qo7ch 14 วันที่ผ่านมา

    He probhu

  • @KaushikBaruah-w4k
    @KaushikBaruah-w4k 14 วันที่ผ่านมา

    Hai re WhatsApp 😂

  • @jungleftness
    @jungleftness 15 วันที่ผ่านมา +1

    Nepali Maiki Jodi nokong Aww😅😅😅😂

  • @gaganborah8907
    @gaganborah8907 15 วันที่ผ่านมา

    Aitu ekebare biddho prem hoi goise 😊😅

  • @らやなはたあ
    @らやなはたあ 14 วันที่ผ่านมา

    Newest eman rohoj hona drkar nai .

  • @dhanrajgohai9069
    @dhanrajgohai9069 15 วันที่ผ่านมา +1

    Mukh khn kele dhaki diye nu ?buji napaw