Assamese PODCAST ft. Atanu Bhuyan || Episode: 01 || Aboyob Bhuyan ||

แชร์
ฝัง
  • เผยแพร่เมื่อ 4 ต.ค. 2024

ความคิดเห็น • 549

  • @kashmirikakoty5887
    @kashmirikakoty5887 ปีที่แล้ว +42

    দেৰিকৈ চাইছো এই সাক্ষাৎকাৰটো। এজন পুত্ৰ ই পিতৃক লোৱা সাক্ষাৎকাৰ।কি সুন্দৰ কথোপকথন। শেষ ত পিতৃ ক দিয়া উপদেশ চিগাৰেট কমকৈ খাবা ।সচাই বৰ ভাল লাগিল আগুৱাই যোৱা

  • @passengerRitupan
    @passengerRitupan ปีที่แล้ว +99

    জীৱন মানে সফলতা,
    বিফলতা জীৱন হব নোৱাৰে।।
    Best line of the whole episode.

  • @monjurikagogoi1406
    @monjurikagogoi1406 3 หลายเดือนก่อน +14

    প্রকিততে উপযুক্ত পৃতিৰ উপযুক্ত পুত্ৰ। অবয়ব তোমাৰ প্ৰথম pod cast দেউতাৰ লগত, বৰ সুন্দৰ হৈছে। আগুৱাই যোৱা আশীৰ্বাদ জনালোঁ,।

  • @Labanya-s2l
    @Labanya-s2l ปีที่แล้ว +23

    পিতা-পুত্ৰৰ কথা-বাৰ্তা বৰ ভাল লাগিল ।অবয়ৱলৈ শুভাশিস জনালোঁ ।

  • @consultantrafic
    @consultantrafic ปีที่แล้ว +58

    অতনু, তোৰ ল'ৰাটোলৈ চাই থাকোতে মোৰ বয়স বাঢ়ি যোৱা যেন পালো। বহুদিন পাছত তোক দেখা পাই গুবিৰ দিনৰ কথা আকৌ মনত পৰিল। যুগ যুগ জিয়ো ভাই।

  • @diptiborah413
    @diptiborah413 ปีที่แล้ว +27

    দেউতা আৰু পুত্ৰ বৰ সুন্দৰ আলোচনা বৰ ভাল লাগিল আৰু আগুৱাই যোৱা

  • @EmoniBorah
    @EmoniBorah 3 หลายเดือนก่อน +6

    সুন্দৰ অনুষ্ঠান,জীৱন মানে সফলতা সুন্দৰ উক্তি ❤❤

  • @deepashreedutta7925
    @deepashreedutta7925 9 หลายเดือนก่อน +11

    পিত্ত্ব-পুত্ৰৰ podcastচাই আনন্দৰ অশ্ৰু নিগৰিল।দুয়োলৈ আন্তৰিক ধন্যবাদ। অৱয়ৱলৈ আশীৰ্বাদ থাকিল।

  • @junaliswargiary6421
    @junaliswargiary6421 ปีที่แล้ว +68

    খুবেই ভাল লাগিল।সচাঁ কথা কবলৈ গলে অতনু ভূঞা মোৰ বাবে কোনো আকৰ্ষণীয় ব্যক্তি নাছিল।আৰু কোনো ধৰণৰ প্ৰিয় ব্যক্তি নাছিল।কিন্তু আজি মই পিতা পুত্ৰৰ এই কথোকপথন দেখি সচাকৈয়ে অতনু ভূঞাৰ প্ৰতি মোৰ অনুভৱ বেলেগ হৈ গল।পিতা পুত্ৰৰ এনে কুৱা বন্ডিংএ মোক মোহিত কৰিলে।আৰু এটা কথা আজি শিকিলোঁ আচলতে আমি দেখি থকা ধৰনৰ প্ৰতিজন ব্যক্তিৰে আমি ভাবি থকাৰ বিপৰীতে এটা বেলেগ ব্যক্তিত্ব থাকে।এখন কিমান সুন্দৰ ভাবে নিজৰ পৰিয়ালক ৰাখিছে তেখেতৰ পুত্ৰক দেখিলেই গম পায়।

  • @nivaboruah5659
    @nivaboruah5659 4 หลายเดือนก่อน +4

    তেওঁলৈ আন্তৰিক ভাৱে শ্রদ্ধা ও লগতে সোনকালেই আৰোগ্য হোৱাৰ কামনা কৰিলো ॥❤

  • @runusarmah4050
    @runusarmah4050 ปีที่แล้ว +13

    ভাল লাগিল...তোমাৰ এই PODCAST উজ্বল ভবিশ্যত কামনা কৰিলো..

  • @dr.sanjibdeka7402
    @dr.sanjibdeka7402 18 วันที่ผ่านมา +6

    Like father like son! Stay blessed.

  • @Madhu...324
    @Madhu...324 18 วันที่ผ่านมา +3

    কিছুমান incident এ জীৱনক বহুত সলনি কৰে... এইটো বাক্যশাৰী মোৰ আটাইতকৈ প্ৰিয় ❤

  • @Madona_taid
    @Madona_taid ปีที่แล้ว +9

    আপোনাৰ দেউতাক সৰুৰে পৰাই টেলিভিছনত দেখি আহিছো,তেওঁৰ বিষয়ে এনেদৰে জানিবলৈ পায় ভাল লাগিল ❤️

  • @jyotshnasharma6923
    @jyotshnasharma6923 ปีที่แล้ว +7

    বৰ ভাল লাগিল পিতা-পুত্ৰৰ কথোপকথন । শুভকামনা থাকিল ।

  • @অসমীয়াসাজ-পাৰ
    @অসমীয়াসাজ-পাৰ 14 วันที่ผ่านมา +1

    আচলতে মই এই episode tu skip কৰি চাব নোৱাৰিলো ।চাইয়ে একে লেথাৰিয়ে ।ইমান ভাল লাগিল ।❤❤আগুৱাই যোৱা।

  • @shikhabasnet6849
    @shikhabasnet6849 ปีที่แล้ว +143

    Father-son duo doing a podcast..WoW.... Enjoyed 💓

    • @aboyobbhuyan
      @aboyobbhuyan  ปีที่แล้ว +10

      Thanks!! 😍🥰🫶🏽⚡️

    • @dlllyy
      @dlllyy 11 วันที่ผ่านมา

      ​@@aboyobbhuyanbade harami ho rahe ho 😂😂

  • @sumanchaharia4774
    @sumanchaharia4774 ปีที่แล้ว +23

    কৰ্মক ভাল পাবা, কৰ্মভূমিক নহয় ।।
    Very inspirational line
    Thank you Sir

    • @NKMedia-d6k
      @NKMedia-d6k 3 หลายเดือนก่อน

      কি কথা এইটো
      যদি কৰ্ম কৰিবলৈ ভুমিয়েই নাপায় ক’ত কৰ্ম কৰিব
      গতিকে কৰ্ম আৰু কৰ্মভুমি দুয়োটাকে ভাল পাব লাগিব
      পেছাগত কাৰণত ভুমি সলনি হব পাৰে
      সেইটো এটা বেলেগ বিষয়

  • @jyotikamallsvlog
    @jyotikamallsvlog ปีที่แล้ว +7

    journalism r uporot bohut kotha clear hol... thank you anekua ata gift diya babe❤... mir durbhagya bohut dinor pisot aitu sabo palu.. ji ki houk.. thanks a lot❤

  • @tapansarmah4844
    @tapansarmah4844 ปีที่แล้ว +63

    I like Atanu Bhuyan da for his straight forward attitude...and the fact I like most about you is that you're not a product of nepotism...you have your own aura...watching your contents has always been a pleasure...keep up the good work brother...all the very best 👍

    • @aboyobbhuyan
      @aboyobbhuyan  ปีที่แล้ว +14

      Thank you so much. Comment like this really make my day special. Thank you for the positivity. I would try to not disappoint! 😁🙏🏼

  • @hotteacupchannel9452
    @hotteacupchannel9452 ปีที่แล้ว +8

    As a Tezpurian i fell proud. Atanu da mur khodai favourit.

  • @arghyasaha3248
    @arghyasaha3248 ปีที่แล้ว +142

    Only if I could be this frank with my dad to do a podcast 😭🤌 Great work brother...Keep it Up! Much Love ❤️

    • @Dekon7
      @Dekon7 ปีที่แล้ว

      Muk kela baperor mur tu koribo goiso buli kobo be 👀

  • @kalpanakalita6552
    @kalpanakalita6552 17 วันที่ผ่านมา +1

    খুব সুন্দৰ অনুষ্ঠানৰ লগতে পিতা পুত্ৰৰ সুন্দৰ নিদৰ্শন।

  • @Upasvlog-i3f
    @Upasvlog-i3f 3 หลายเดือนก่อน +1

    বহুত ভাল লাগিল । এই চেনেলটো চিনাকি হোৱাৰে পৰা এটা এটাকৈ সকলো শ্ব চোৱাৰ হেপাহ লাগি গৈছে , চাই ও গৈ আছোঁ। আৰু প্ৰতিটো শ্বৱে এক আমোদ দিয়ে ।

  • @palproyakh9020
    @palproyakh9020 ปีที่แล้ว +88

    I am missing my papa seeing this podcast. We had the same vibe ❤
    Keep going Aboyob

  • @arunimadevi3483
    @arunimadevi3483 ปีที่แล้ว +5

    বহুত বেছি ভাল লাগিছে,নজনা বহু কথা জানিব পাৰিছো.তোমাৰ কামক প্ৰশংসা নকৰি নোৱাৰিলো, নৱ প্ৰজন্মক এনেদৰে সৃষ্টিশীল কামত দেখিলে বুকুখন গদ গদ হৈ পৰে... উজ্বল নক্ষত্ৰ হৈ জিলিকি পৰা... 🙋‍♀

  • @geetimalikagogoi967
    @geetimalikagogoi967 12 วันที่ผ่านมา +1

    Being a journalist Atanu Bhuya is a successful person .I salute his presence of mind ..
    In ultimate sense he is one of d torchbearers of Assam 🎉.

  • @parineetaskitchen9383
    @parineetaskitchen9383 ปีที่แล้ว +2

    চাই ভাল লাগিছে । দীৰ্ঘজীৱি হোৱা । মৰম থাকিল ।

  • @pranpratimbordoloi397
    @pranpratimbordoloi397 ปีที่แล้ว +3

    বৰ সুন্দৰ আৰু ব্যতিক্ৰমী আৰম্ভণি ৷ আন্তৰিক শুভকামনা জনালো ৷

  • @dibakordutta2502
    @dibakordutta2502 ปีที่แล้ว +18

    Both are my very favourite person..❤️ i think this is the first podcast between father to son

  • @baki2905
    @baki2905 ปีที่แล้ว +9

    Tumar deuta buhut open minded and with such great personality 💯🙌

  • @Neenasonowal
    @Neenasonowal 18 วันที่ผ่านมา +2

    Anekua lra ajon apunar ajir dinot atunu dada apuni bahut lucky. Bhagwane vale rakhok hadai ❤❤❤❤❤

  • @JisooKim-jz6lk
    @JisooKim-jz6lk ปีที่แล้ว +15

    Awesome interview between father n son❤God bless you both

  • @krishanusarma9760
    @krishanusarma9760 ปีที่แล้ว +17

    I believe truth will take digital media in Assam to another level great work aboyob

    • @aboyobbhuyan
      @aboyobbhuyan  ปีที่แล้ว +5

      Keep supporting! 🙏🏼

  • @rupalichetia9447
    @rupalichetia9447 3 หลายเดือนก่อน

    দেৰিকৈ চাইছো। ভাল লাগিল পিতা পুত্ৰৰ কথোপকথন।❤। বৰ্তমানৰ আদৰ্শ। ধন্যবাদ থাকিল দুয়োলৈকে।

  • @manibankalitanath3648
    @manibankalitanath3648 ปีที่แล้ว +4

    সচাকৈ ভাল লাগিল ।
    "পদকাষ্ট" ৰ উজ্বল ভবিষ্যত কামনা কৰিলোঁ ।

  • @paranjyotimrg
    @paranjyotimrg ปีที่แล้ว +5

    Me Paran jyoti Bhuyan appreciate you for new Podcast episode with your father. I like him,I admire him .He is talented person.

  • @rabinmahanta2699
    @rabinmahanta2699 13 วันที่ผ่านมา

    অতুনু ভূয়া মহোদয়ৰ "শক্তিশেল" অনুষ্ঠানটোৰ মই এটা সময়ত নিয়মীয়া দৰ্শক আছিলো। "পডকাষ্ট" টোত পিতা-পুত্ৰৰ বাস্তৱিক কথোপকথনত মোহিত হলোঁ। পিতা-পুত্ৰৰ এনে অতুত বান্ধোনে আনকো প্ৰভাৱিত কৰিব বুলি মই ভাবোঁ। অবয়ৱলৈ শুভকামনা যাচিছো সফলতাৰ শিখৰ চুবলৈ। ধন্যবাদ।

  • @krishnahazarika6391
    @krishnahazarika6391 ปีที่แล้ว +1

    Wao. tumar dewta eman ejon Senior, Brilliant, Excellent, Outstanding.. man(Journalist).val lagil i respect 🙏

  • @mrinalchetia4895
    @mrinalchetia4895 ปีที่แล้ว +22

    His definition of success is really phenomenal ❤

  • @nirusaikia7631
    @nirusaikia7631 ปีที่แล้ว +1

    ভাল লাগিল 🌹
    অতনু ভুঞা মহাশয়, আপোনাৰ মাতটোৰ কাৰণে প্ৰথমতে ভাল ডাক্তৰ এজনৰ পৰামৰ্শ লওক। পাৰে যদি সিজু গছৰ পাত ৫/৭ খিলাকৈ কল পাতত ,পাতত দিয়া বস্তুৰ নিচিনা পাতত দি ৰস খিনি ওলিয়াই তাতে নিমখ এচুকুট দি দিনে এবাৰ ৰাতিপুৱা খাব চোন। তিনি দিন মান খাব । ভাল নেপালে এদিন মান এৰি আকৌ তিনিদিন খাব। মাজে সময়ে এই দৰে খাই থাকিব চোন।

  • @lollypoll
    @lollypoll ปีที่แล้ว +343

    That podocast was so cute🤣🤌🏻

    • @aboyobbhuyan
      @aboyobbhuyan  ปีที่แล้ว +58

      😆🫶🏽

    • @Mon-ts5sp
      @Mon-ts5sp ปีที่แล้ว +6

      Not podocast it's podcast, but cute toh hai💙👀

    • @just_hrishii
      @just_hrishii ปีที่แล้ว +2

      ​@@Speedy2923 seni khabo jaga nepali ishh raam

    • @brizzz3110
      @brizzz3110 ปีที่แล้ว +1

      @@just_hrishii borhiya

    • @abhijitsarmah6700
      @abhijitsarmah6700 ปีที่แล้ว +1

      Kaam nai

  • @popigogoi2137
    @popigogoi2137 3 หลายเดือนก่อน

    সুন্দৰ । দেৰিকৈ চাইছোঁ । আগুৱাই যোৱা শুভেচ্ছা থাকিল।

  • @priyankaboruah376
    @priyankaboruah376 ปีที่แล้ว +3

    Emn cute conversation.. Val lgil Aboyob Bhuyan😊

  • @Googly-q2w
    @Googly-q2w 3 หลายเดือนก่อน +13

    Kune Kune 2024 tt Sai asa❤

  • @Banditaskibakibi
    @Banditaskibakibi ปีที่แล้ว +11

    বহুত দেৰিকৈ দেখিলো এপিচোদটো কিন্তু বৰ ভাল লাগিল। ব্যতিক্ৰমী। "চিগাৰেট কমকৈ খাবা " পুত্ৰই পিতৃক এনেকৈ কোৱা দেখি কিবা ভাল লাগি গ'ল।

  • @basantahira8645
    @basantahira8645 ปีที่แล้ว +3

    অতনু ভূঞা মোৰ প্ৰিয় সাংবাদিক। তেখেতৰ চিন্তা ধাৰা আনত কৈ পৃথক।

  • @rishantrangogoi3624
    @rishantrangogoi3624 ปีที่แล้ว +19

    that untold story is an inspiration,thank you for sharing this,sir. ❤

  • @trishnaborgohain9128
    @trishnaborgohain9128 ปีที่แล้ว +4

    সচাঁয় ভাল লাগিল পিতা-পুত্ৰৰ বাৰ্তালাপ চাই।

  • @ttts25
    @ttts25 ปีที่แล้ว +25

    The concept of Podcast is really Greatt to grow our knowledge and sharp our mind!

    • @aboyobbhuyan
      @aboyobbhuyan  ปีที่แล้ว +5

      I hope, we can serve the purpose. Keep supporting!

    • @ttts25
      @ttts25 ปีที่แล้ว

      @@aboyobbhuyan Yes definitely!

  • @rubihazarika992
    @rubihazarika992 2 หลายเดือนก่อน

    কল খাৰ খাব। আৰু তোমাক অতনু ভূঞাৰ লৰা বুলি আজি জানি ভাল লাগিল ।তেজপুৰ ৰ পৰা বহুত মৰম শুভেচ্ছা জনালো ভৱিষ্যত সুখৰ ,সুন্দৰ হওক। তোমালোকৰ ঘৰৰ সন্মুখত মোৰ মামাৰ ঘৰ। মই মূঢ়া তেতেলি তেতেলি ৰ ।

  • @amarjyotithomas3641
    @amarjyotithomas3641 ปีที่แล้ว +4

    Atanu Sir kiba tamam evergreen.. birat bhal lage kotha bur huni..

  • @PabitraKachari-oo6gl
    @PabitraKachari-oo6gl 7 วันที่ผ่านมา

    Hochai bahut bhal lagil pita putrar podcast.

  • @bornalisaikia7372
    @bornalisaikia7372 3 หลายเดือนก่อน

    ভাল লাগিল। খুব সুন্দৰ, আগুৱাই যোৱা সফলতাৰে।

  • @udayan0738
    @udayan0738 13 วันที่ผ่านมา

    Aji 1 year পাছত চালোঁ,বহুত ভাল লাগিল❤❤

  • @BiplobGogoi-yf4sp
    @BiplobGogoi-yf4sp 16 วันที่ผ่านมา

    অতনু ভূঞা ওপৰত থকা সম্পূৰ্ণ চিন্তাধাৰা সলনি হৈ গল আজি মোৰ। ভাল লাগিল

  • @banditadeka2177
    @banditadeka2177 ปีที่แล้ว +3

    mur deutar kotha bilak enkuai asil 2021 deutak heralu 🥺sai val lgil monot dukh o lagil ❤

  • @jintumodeljintumodel9669
    @jintumodeljintumodel9669 9 หลายเดือนก่อน +1

    Tumer sob video salu but ai tu video aji dakhi salu because one of my favourite person jonr aru aji gom palu tau lora buli so vl lagi love from #Morigaon ❤

  • @minakshikalita7804
    @minakshikalita7804 5 หลายเดือนก่อน

    1st Podcast nijor deuta r pra kra karone khub val lagile....Moi aji he gm plu tumi Atanu sir r lora hoi...Val lagile duijon r conversation.....Aru aguwai jua podcast r through di... 🙏

  • @nilamjyoti5552
    @nilamjyoti5552 12 วันที่ผ่านมา +1

    Good massage for every one. Like as a cute relationship between father and son❤🎉i think they are not father son, they are good friend🎉

  • @motivation5768
    @motivation5768 ปีที่แล้ว +1

    বৰ ভাল লাগিল👌Outstanding

  • @papuchutia4102
    @papuchutia4102 15 วันที่ผ่านมา +1

    পিতা পুত্ৰৰ সুন্দৰ অনুষ্ঠান

  • @puja1197
    @puja1197 วันที่ผ่านมา

    Hopefully gone to be a likeable podcast channel. Granted because I am a fan of your father. Who is so genuine.

  • @malobikamahanta7453
    @malobikamahanta7453 2 หลายเดือนก่อน

    Aponar sanskare aponar lorako aguwai nise ..Bor bhal lagil .sadai kushole thakok 🙏🙏

  • @funusenapoti9220
    @funusenapoti9220 ปีที่แล้ว

    সুন্দৰ পদক্ষেপ লৈছা , শুভ কামনা থাকিল । 👍👍👍

  • @nayanjitdeka9434
    @nayanjitdeka9434 ปีที่แล้ว +5

    I was a regular contributor on economic affairs to the editorial page of Ajir Batori when your father Atanu Bhuyan was serving at Ajir Batori.

  • @baibhabranjanbora7622
    @baibhabranjanbora7622 ปีที่แล้ว +19

    Brother this is awesome …first podcast with father… u have a great start … keep doing keep improving … and not only entertainment but you should try to give knowledge

  • @AjitNathVlogs
    @AjitNathVlogs ปีที่แล้ว +12

    Deutak anke friendly Q. kora is not possible... very impressed

  • @noxiousog9593
    @noxiousog9593 ปีที่แล้ว +1

    Podcast tu continuously sai thokar bht keta reasons ase but the most important reason was jeita sir a xei kham’t diya poisa tur incident koise j sbtke bsi drkr asile but pxt kandi njk question krise j mur imn drkr asile lua nai aji moi kiba pisole hbo prim ne. This is me. That is why i felt connected. Loved your work bro and your father. ❤

  • @jatinsarma4014
    @jatinsarma4014 16 วันที่ผ่านมา

    This conversation between an experienced father and an experiencing son was really very interesting.

  • @Redbulll-r5c
    @Redbulll-r5c ปีที่แล้ว +6

    Great show .no 1 show

  • @jayeetakar1925
    @jayeetakar1925 ปีที่แล้ว +9

    Totally loved it....!!! Great job... Keep it up... Looking forward to more such interesting podcasts.!!!!

  • @chinmoykalita..darrang.ass8788
    @chinmoykalita..darrang.ass8788 4 หลายเดือนก่อน +3

    LOVE THIS FATHER & SON 😊❤

  • @jbnehar_
    @jbnehar_ ปีที่แล้ว +2

    Hoi apuni aitu bohut val kam korise da .. moi bisaru aiyai nhy agoloike aru devloped huwk .. lot's of love ❤️🤍

  • @soniasarkar1431
    @soniasarkar1431 6 วันที่ผ่านมา

    Khub bhal lagil mur tekhetok bhal lage lorar uthah dekhi bhal lagil

  • @NirmalaDevi-vt4ll
    @NirmalaDevi-vt4ll 4 หลายเดือนก่อน +1

    Bohut bhal lagil

  • @neilborphukan5545
    @neilborphukan5545 ปีที่แล้ว +3

    Bhut bostu hikibo parilu dei 💙 thank u dada imn bhl podcast dia r babe

  • @bipulkakoti5370
    @bipulkakoti5370 ปีที่แล้ว

    Aboyob@ tumar gute keta episode saisu but eitu first time salu papa r lagat..Tamam lagil..tumar gratitude aru fear dekhi bahut bhal lagil..lagi jua aru bahut besi bhal kaam koribo pariba..All d Best buddy..❤

  • @gyandeepbaruah6035
    @gyandeepbaruah6035 ปีที่แล้ว +6

    He is inspiration, trendsetter

  • @binagohain9329
    @binagohain9329 ปีที่แล้ว

    Br mojja lagil apuner logote sir k dhonyabad jonalu

  • @Jinkismita45
    @Jinkismita45 7 หลายเดือนก่อน +1

    most beautiful interview

  • @parleedas7219
    @parleedas7219 ปีที่แล้ว +9

    Hey I'm commenting a serious topic which I would like to convey to a larger audience as ur father is a renowned journalist n seems to have good connection with our CM, also u r in the same field too. I'm sharing my all over analysis here that I have seen that almost all the government schools are jst passing their students even though they deserved to be failed. The education in govt. schools is the worst, the teachers themselves make students to cheat. U would be surprised to know that a class 9th 10th student can't even do a simple reading n what else can u expect from them..These students r very illiterate even though they go to school. These topics are not shown by our media. So it's a request to u to raise this topic specifically for the betterment of our country. Thankyou!

  • @Khushi-hy7br
    @Khushi-hy7br ปีที่แล้ว

    Really kisuman kothai ontor chui gol🙏🙏❤❤

  • @nibirxarmah9427
    @nibirxarmah9427 ปีที่แล้ว +15

    19:00 best moment of this episode

  • @bikashbania4854
    @bikashbania4854 ปีที่แล้ว

    Moi podcast to sowa besi din howa nai but goteigita episode r vitrt aito besi vl dada...
    Kisoman najona janib parilo.. thank you ❤

  • @mansidash78
    @mansidash78 2 หลายเดือนก่อน

    Enjoyed your podcast. Atanu bhuyan is bhatrisomo.
    Abhuyob, i wish you contacted us ,we have such alot of intersting facts of life to give to the new generation. From Tejpur.

  • @Yankaa778
    @Yankaa778 3 หลายเดือนก่อน

    Bohut bohut hundar lagile

  • @jimu.12
    @jimu.12 ปีที่แล้ว

    Aboyob tumak hubhessa jonalu. podcast new trend disa.. growth bohiya hobo jen lagise. Nice bro keep it up.

  • @roselinbaishya334
    @roselinbaishya334 ปีที่แล้ว +5

    Good start ... Keep hustling and shining ...

  • @MonalishaBorah-x6f
    @MonalishaBorah-x6f 2 หลายเดือนก่อน

    What a beautiful discussion father n son❤❤

  • @seherabeyalora
    @seherabeyalora ปีที่แล้ว +2

    Mja mja brother💞 Val lagile xodai aaguwai jowa😇

  • @ZHYKEL
    @ZHYKEL ปีที่แล้ว +3

    Atanu bhuyan sir was always fav person of mine🫶🏻❤️

  • @bikrambikashboruah5319
    @bikrambikashboruah5319 ปีที่แล้ว +3

    Excellent interview..want more podcast.

  • @arjuntalukdar3849
    @arjuntalukdar3849 7 หลายเดือนก่อน

    Really entertaining to watch Father son conversation,superb

  • @nitulsrma384
    @nitulsrma384 ปีที่แล้ว +16

    Cigarate tu kom k khaba was the most fun part 😆

  • @foodsafari935
    @foodsafari935 ปีที่แล้ว +11

    It so beautiful to see both of you together Atanu Bhuyan the man with attitude damn care loved watching him from the days he joined newslive..all the best to you after watching this episode definitely your podcast will help you to reach your goal.

  • @mujaforahmed8843
    @mujaforahmed8843 ปีที่แล้ว +2

    যিমান বছৰ চিগাৰেট খালে ,তাৰ আধা বছৰ একেবাৰে খোৱা এৰিব লাগিব❤

  • @jeenalekharubora1190
    @jeenalekharubora1190 17 วันที่ผ่านมา +1

    Val lagil sai

  • @jugasvlog
    @jugasvlog ปีที่แล้ว +1

    video to sai bhal lagil …❤

  • @jahnavidrija
    @jahnavidrija ปีที่แล้ว +4

    vaal laagil.its a casual discussion 👍