Agninav Shiv Mandir: Story, Unbelievable Power || First Digital Mandir || Assamese PODCAST - 92

แชร์
ฝัง
  • เผยแพร่เมื่อ 5 ก.ย. 2024

ความคิดเห็น • 1.3K

  • @himashreenath2947
    @himashreenath2947 6 หลายเดือนก่อน +51

    মহাদেৱে সকলোৰে মংগল কৰে । মই খুব বেচি বিশ্বাস কৰো আৰু তেও সদায় তেও সদায় প্ৰতি খোজ তে লগত থাকে

  • @HemenHazarika-no9mp
    @HemenHazarika-no9mp 6 หลายเดือนก่อน +29

    🙏সৰ্বপ্ৰথমে অগ্নিনাভ বাবালৈ সেৱা আগবঢ়াইছো🙏ঔম নম:শিৱাই🙏

    • @bijumahanta405
      @bijumahanta405 2 หลายเดือนก่อน +1

      বৰ ভাল লাগিল শিখাবাৰ শিক্ষা মুলক( আধ্যাত্মিক) কথাবোৰ শুনি। মনত বহুত সাহস পালো জীৱনৰ খলাবমাবোৰ শিখাবাৰ দৰে হাহি হাহি পাৰ কৰিবলৈ। প্ৰণাম- অগ্নি নাভ শিৱ বাবা, প্ৰণাম জনালো শিখাবা আপোনাকো।🙏🏼🙏🏼🙏🏼🙏🏼

  • @artgallarynibirsaikia4802
    @artgallarynibirsaikia4802 6 หลายเดือนก่อน +68

    শিখা বাৰ সদায় ভাল হব ।জয় অগ্নিনাভ বাবা🙏🙏

  • @JayaDas-fy8th
    @JayaDas-fy8th 6 หลายเดือนก่อน +13

    হে অগ্নি নাভ বাবা শতবাৰ প্ৰণাম 🙏 সদায় কৃপা দৃষ্টি ৰাখিবা প্ৰভু।আইৰ কথা কোৱা শৈলী সঁচাকৈয়ে সুন্দৰ।

  • @bharatibarkataki7592
    @bharatibarkataki7592 6 หลายเดือนก่อน +13

    সুন্দৰকৈ কথা ক’ব জনাটোও এটা কলা (আৰ্ট ) ৷ যদিও বাইদেউগৰাকীক ব্যক্তিগত ভাৱে লগ পোৱাৰ সৌভাগ্য হোৱা নাই তেখেতৰ পৰা শিকিবলগীয়া বহুত আছে ৷ ইমান সুন্দৰকৈ কথা কোৱাৰ পিছতো এগৰাকী ইউটিউবাৰে বাইদেউৰ কথাবোৰ ঠাট্টা সুৰত ভিডিঅ’ত কৈছে , ইমানেই আক্ৰোশ ৷ পদকাষ্ট চাই ভাল লাগিল অবয়ৱ ৷ জয় অগ্নিনাভ বাবা , ওঁম নমঃ শিবায় ৷

  • @user-ne7ig1kd3y
    @user-ne7ig1kd3y 6 หลายเดือนก่อน +10

    হৰ হৰ মহাদেৱ। মোৰ আশা পূৰণ কৰি দিব please 🙏 জয় অগ্নিনাভ বাবা❤

  • @Kidszoneyoutbe
    @Kidszoneyoutbe 6 หลายเดือนก่อน +181

    What a plan to post this video on Monday in topic of ogninav mondir ...... Har har Mahadev

  • @daizykonwar1282
    @daizykonwar1282 6 หลายเดือนก่อน +9

    সৰ্বপ্ৰথমে অগ্নিনাভ বাবালৈ সেৱা 🙏🙏🙏আগবঢ়াইছো। শিখাবাই সকলোৰে ভালৰ কাৰণে চিন্তা কৰে গতিকে তেওঁৰো ভালেই হব । podcast tu চাই ভাল লাগিল।

  • @himadrisonowal4017
    @himadrisonowal4017 6 หลายเดือนก่อน +81

    জয় অগ্নিনাভ মহাপ্ৰভু🙏

  • @user-uq1eo1kt9b
    @user-uq1eo1kt9b 6 หลายเดือนก่อน +59

    ভাইটি ভগৱান এক অদৃশ্য শক্তি। ইয়াৰ অস্তিত্ব বিজ্ঞানেও নুই কৰিব নোৱাৰে। তুমি জানাই যে চন্দ্ৰযান নিক্ষেপণৰ আগ মূহুৰ্তত বৈজ্ঞানিক সকলেও পূজা অৰ্চনা কৰিছিল। কিন্তু ভগৱানৰ নামত অন্ধবিশ্বাস, কুসংস্কাৰ বিয়পোৱা উচিত নহয়। তুমি এজন জনপ্ৰিয় সাংবাদিকৰ সন্তান হিছাপে তুমি নিশ্চয় জানা যে গণতন্ত্ৰৰ ধ্বজাবাহক চতুৰ্থ স্তম্ভৰ লক্ষ্য আৰু উদ্দেশ্য কি? অনলাইনত সেৱা কৰি অৰিহণা আগবঢ়ায় ও যদি মানুহৰ বেমাৰ ভাল হয়,দুখ দুৰ হয় তেন্তে এই পৃথিৱীত দেখোন দুখ নাথাকেই। মন্দিৰ পাতক।ৰাম মন্দিৰ হৈছে আমি বহুত সুখী কিয়নো অতীজৰে পৰা আমাৰ সনাতন ধৰ্ম পূজা পাতলৰ ওপৰত নিৰ্ভৰশীল। কিন্তু টকাৰ খেলটো কিয় আহিল? ঢ়েকীয়াখোৱা বৰ নামঘৰ মইনাপৰীয়া নামঘৰত এক টকা নিদিয়াকৈ সোমাব পাৰি, প্ৰসাদ ও পাব কিন্তু তাত কিয় নোৱাৰে?ঋষি মুনি সকলে বছৰ বছৰ তপস্যা কৰিও ভগৱান পোৱা নাছিল। এতিয়া ইমান সহজ।যদি বিশ্বাসেই মিলয় হৰি বুলি কয় তেন্তে কিয় নিজৰ গোসাঁই ঘৰত পূজা নকৰে।মনট ৰাখিব পৃথিৱীৰ ভগৱান এজনেই। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে ও কৈছিল যে গছৰ গুৰিত পানী দিলেই ডাল পাতে পায় সেইদৰে এজন ঈশ্বৰৰ পূজা কৰিলেই সকলো ভগৱানে পায়। কৃষ্ণ প্ৰভু 🙏

    • @user-uq1eo1kt9b
      @user-uq1eo1kt9b 6 หลายเดือนก่อน +8

      টিংকু ডেকাক মনট আছে নে?এটা সময়ত মানুহৰ মাজত প্ৰচাৰ চলিছিল- বিষ্ণু লম্ভিছে টিংকুৰ গাত! যিকোনো লোকৰ ৰোগৰ নিৰাময় আৰু সমস্যাৰ বিধান দিব পাৰে এই ১২ বছৰীয়া টিংকু ডেকাই।সংবাদমাধ্যমতো টিংকু ডেকাক লৈ বাতৰি ওলাইছিল। কোনোবাই আখ্যা দিছিল 'বিস্ময় বালক', কোনোবাই বাতৰিৰ শিৰোনাম কৰিছিল 'টিংকুৰ দেহত বিষ্ণু'। উত্তৰপ্ৰদেশৰ বিহাৰৰ পৰাও টিংকুৰ ঔষধ নিবলৈ মানুহ আহিছিল। টিংকুৰ দৰ্শন পাবলৈ মানুহ বলিয়াৰ দৰে হৈছিল। জিলা প্ৰশাসনে টিংকুক নিৰাপত্তাৰ ব্যৱস্থা কৰাৰ লগতে মানুহ নিয়ন্ত্ৰণ কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লগা হৈছিল।টিংকু ডেকাক লৈও মানুহৰ আস্থা আছিল। কিন্তু বেছি দিন সেই আস্থা নাথাকিল। সময়ে লাহে লাহে সঁচা কৈ গ'ল। আচলতে কাৰোবাক ফাঁকী বা মিছা আশ্বাস দি দীৰ্ঘদিন চলিব নোৱাৰি। এদিন সত্য পোহৰলৈ আহে। সময়ে কৈ দিয়ে বিশ্বাস আৰু অন্ধবিশ্বাসৰ মাজত কি পাৰ্থক্য আছে। টিংকু ডেকা সলনি হ'ল। সেইদৰে শিখা বাইদেৱৰ ও বেছি দিন বেপাৰ নচলে। ভগৱান আছে এশ শতাংশ বিশ্বাস কৰোঁ কিন্তু বেপাৰ নকৰোঁ। নিজৰ ঘৰৰ এখন সাধাৰণ ফটো ও পূজা কৰিলে ভগৱান পাম। দেখুৱাই পূজা ভগৱানে ও স্বীকাৰ নকৰে। কৃষ্ণ প্ৰভু 🙏

    • @PakiMaina-wx7oz
      @PakiMaina-wx7oz 6 หลายเดือนก่อน +3

      Thik koisa❤

    • @user-uq1eo1kt9b
      @user-uq1eo1kt9b 6 หลายเดือนก่อน +1

      ধন্যবাদ পাখি।

    • @rijumonidas8603
      @rijumonidas8603 6 หลายเดือนก่อน +1

      💯Right

    • @DipaHandique-wy7pk
      @DipaHandique-wy7pk 6 หลายเดือนก่อน +1

      Hosa koise ekdom

  • @biswajyotiarandhara9402
    @biswajyotiarandhara9402 6 หลายเดือนก่อน +28

    খুব ভাল লাগিল অবয়ব ।। তুমি শিৱসাগৰ নাজিৰা অহাৰ বাবে ধন্যবাদ লগতে শিখা বা কঠনশৈলী খুব ভাল লাগিল ❤️ জয় অগ্নিনাভ বাবা 🔱❤️🙏

  • @user-cr2ht4lv7x
    @user-cr2ht4lv7x 10 วันที่ผ่านมา

    জয় জয় অগ্নিনাভ বাবা কৃপা কৰা প্ৰভূ 🙏🙏🙏🙏

  • @Lupimoni__gogoi
    @Lupimoni__gogoi 6 หลายเดือนก่อน +30

    Kripa kora agninav baba hokolu monor akha puron kora Jai agninav baba 🙏♥️

    • @MinuSaikia-l6t
      @MinuSaikia-l6t 25 วันที่ผ่านมา

      Kirpa kora agninav baba hoklu monor akha puron kora Jai agninav baba 🙏❤

  • @sadhanasultanajehirblogs4600
    @sadhanasultanajehirblogs4600 6 หลายเดือนก่อน +5

    Jai Agninav Baba Jai.
    Baba Kripa kora baba.
    Sikha ba khundar kothai bhal lagil. Thank you sikha ba.

  • @nishaaxom
    @nishaaxom 6 หลายเดือนก่อน +12

    প্ৰথম দৰ্শনতে অগ্নিনাভ বাবাৰ আশীশ বিচাৰি পালো🙏 জয় অগ্মিনাভ বাবা🙏🙏 ❤

  • @hbvlogs9445
    @hbvlogs9445 6 หลายเดือนก่อน +4

    একেবাৰে skip নকৰাকৈ সম্পূৰ্ণ video টো চালো।এইয়াই হয়টো বাবাৰ শক্তি 🙏। জয় অগ্নিনাভ বাবা ❤️

  • @porikhataniarvlogsparilife7610
    @porikhataniarvlogsparilife7610 6 หลายเดือนก่อน +33

    অন্ধ ভক্ত অন্ধ ভক্ত কৈ থকা সকলে এবাৰ এই ভিদিঅটো চাওক বুজি উঠিব বাকী একো নকও।জয় অগ্নি নাভ বাবা জয় মুক্তি নাথ বাবা 🙏 কৃপা সদায় এনেদৰে কৰি ৰাখিবা

    • @mridusmitasaikia83
      @mridusmitasaikia83 6 หลายเดือนก่อน +9

      এতিয়া ও কৈছোঁ যে অন্ধ ভক্ত,, বাবা আছে,, মহেশ্বৰ ৰ, ভোলানাথ ৰ মহিমা আছে এইয়া আমি মানি লওঁ,,কিন্তু সেই মাইকী মানু্হ এগৰাকী শৰীৰ ত বাবা লম্ভা,,ফৰিং বেশত বাবা অহা,,অনলাইন যোগে পইছা দিয়া,এই বিলাক মানি লোৱা বিলাক মূৰ্খ কৈছোঁ, শিৱ বাবা ক কোটি কোটি প্ৰণাম,,শ্ৰদ্ধা ভক্তি ৰে অন্তৰ ভৰি আছে,তথাপি কিন্তু আমাৰ পুজনীয় মাত্ৰ শিৱ বাবা ই সেৱা জনোৱা ভগৱান বিষ্ণু হে দেই🙏🏻🙏🏻কাৰণ কৃষ্ণ এক দেৱ দুখ হাৰি, কাল মায়াদিৰো অধিকাৰী,,কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি nahi আন 🙏🏻🙏🏻এই জৰা ফুকা,lomva এই বিলাক নাটক কৈছোঁ,,, তাত

    • @user-pg7dj3jw9j
      @user-pg7dj3jw9j 6 หลายเดือนก่อน

      সাঁছা কথা কৈইছে দতে

    • @lsd4889
      @lsd4889 6 หลายเดือนก่อน

      Right

    • @mridusmitasaikia83
      @mridusmitasaikia83 6 หลายเดือนก่อน

      @@lsd4889 right টো কোনটো,,,ekdom ওপৰ টো নে মোৰ টো কৈছে,,,,,,

    • @user-Miss0932
      @user-Miss0932 6 หลายเดือนก่อน

      ​@@mridusmitasaikia83thik koisa

  • @user-rj9tn8fh2w
    @user-rj9tn8fh2w 6 หลายเดือนก่อน +15

    বৰ ভাল পালোঁ শুনি। ভগৱানে সকলোকে ভালে ৰাখক ও মনৰ আশা বোৰ পূৰ্ণ কৰক তাকেই প্ৰাৰ্থনা কৰিলোঁ।❤❤❤

  • @haripriyaentertainment2342
    @haripriyaentertainment2342 6 หลายเดือนก่อน +36

    বিশ্বাসে মিলয় হৰি 🙏।। বা গৰাকী বৰ সহজ সৰল । ঔম অগ্নি নাভ বাবা🙏।।

  • @principriyaboruah
    @principriyaboruah 6 หลายเดือนก่อน +19

    জয় অগ্নিনাভ বাবা 🙏🏻📿🙏🏻 ঔঁমঃনমঃশিবায় 🙏🏻🙏🏻🙏🏻

  • @riturajbora6364
    @riturajbora6364 6 หลายเดือนก่อน +20

    ঔম নম: শিৱাই🙏 জয় অগ্নিনাভ বাবা🙏

  • @dharitrisonowal4133
    @dharitrisonowal4133 6 หลายเดือนก่อน +4

    Hosake ❤️❤️ baba r monor pora bisarile hokolu Puron kore 🙏jai ahninav baba
    Bohut vhal lgil video tu Sai ❤️

  • @bandanabhuyan4881
    @bandanabhuyan4881 6 หลายเดือนก่อน +8

    Ekdom xosa kotha bou....bhagabanor bisar moi dekhisu..pramanu paisu❤🙏🙏

  • @padmakumariboradas9576
    @padmakumariboradas9576 หลายเดือนก่อน +1

    জয় বাবা অগ্নিনাভ সকলোৰে কৃপা কৰিবা বাবা 🙏🙏🙏

  • @Dubu_with_mom
    @Dubu_with_mom 6 หลายเดือนก่อน +4

    ভাল লাগিল অবয়ব আজিৰ খণ্ড টি।। বিচাৰিছিলো, শিখা বাইদেউ ৰ পোনপটীয়া কথা খিনি।। ❤ জয় বাবা অগ্নিনাভ 🙏

  • @dipalidas6816
    @dipalidas6816 6 หลายเดือนก่อน +4

    শিখা বাইদেউ নমস্কাৰ আপোনাৰ কথা বোৰ শুনি বহুত ভাল লাগিল।

  • @monalisakonwar2436
    @monalisakonwar2436 6 หลายเดือนก่อน +40

    Don't know y tears rolling out, Jai agninabh baba❤

    • @nangrinkygogoi
      @nangrinkygogoi 6 หลายเดือนก่อน +2

      Same here

    • @user-yx1sy8fv3g
      @user-yx1sy8fv3g 6 หลายเดือนก่อน

      SlG​@@nangrinkygogoi

    • @MinuSaikia-l6t
      @MinuSaikia-l6t 25 วันที่ผ่านมา

      Don't know y tears rolling out, Jai agninabh baba❤

    • @MinuSaikia-l6t
      @MinuSaikia-l6t 25 วันที่ผ่านมา

      Same here

  • @anannyaborah9212
    @anannyaborah9212 6 หลายเดือนก่อน +2

    Joi agninav baba kripa kora tumak koti koti pronam jonaisu

  • @MGo92
    @MGo92 6 หลายเดือนก่อน +12

    Loads of thanks for bringing this video❤❤om namah shivay🙏🙏

  • @user-if8od8kn4y
    @user-if8od8kn4y 6 หลายเดือนก่อน +3

    Joy Baba Agniav Baba Sikha ba apunar katha huni Mur sokut sokupani ulai ahise.apunak Babai hodai vale rakhok.anaor karone iman kunau koribo nware apunak pronam.

  • @relaxeverythingisfine5154
    @relaxeverythingisfine5154 6 หลายเดือนก่อน +8

    Jai Agninav Baba, Sikha baloi bohut dhoynobad 🙏✨🔱

  • @gupalguwala1842
    @gupalguwala1842 6 หลายเดือนก่อน +5

    Jonar hepai aru akhai asil tumi eman valke video Tu bonai dila tq so much❤🤗

  • @rodaliojah8837
    @rodaliojah8837 6 หลายเดือนก่อน +25

    Baba kun xosa kun misa najnu ondho bisakh o ni ata kotha jnu Baba k bhut besi bisakh koru 🙏🏻om namah shivay 🙏🏻

  • @sanghamitra9922
    @sanghamitra9922 6 หลายเดือนก่อน +3

    জয় বাবা অগ্নিনাভ❤ বহুত বেছি বিশ্বাস কৰো,,,❤❤❤

  • @janmonigogoi4838
    @janmonigogoi4838 6 หลายเดือนก่อน +3

    Jai Agninav baa ❤ hokolu val aatmar kripa koriba❤ vulbur hudhorai aagbrhai niba baba ❤❤

  • @puhorstudios
    @puhorstudios 6 หลายเดือนก่อน +3

    কথাখিনি শুনি বৰ ভাল লাগিল । অবযৱ তুমি বহুত ভাল podcast এটা দিলা।

  • @gunajitbarman2066
    @gunajitbarman2066 6 หลายเดือนก่อน +8

    Har Har Mahadev 🕉️🔱🚩🙏🏼❤️ Jai Baba Agninav 🕉️🔱🚩🙏🏼❤️ Jai Baba Muktinath 🕉️🔱🚩🙏🏼❤️ Jai Baba Kedarnath 🕉️🔱🚩🙏🏼❤️ Jai Baba Vimshankar 🕉️🔱🚩🙏🏼❤️ Jai Baba Amarnath 🕉️🔱🚩🙏🏼❤️ Jai Baba Baidyanath 🕉️🔱🚩🙏🏼❤️

  • @user-sj5mw8vu7n
    @user-sj5mw8vu7n 6 หลายเดือนก่อน +3

    Om nomoh baba hokolura monor akha bur puron kora baba

  • @deepdekamix5180
    @deepdekamix5180 6 หลายเดือนก่อน +11

    Val houk sokolore..Kintu online puja to he Mor xohoj nalage babai online xewa lole a mani loi ..Om Nama shivaya 🙏🙏🙏

    • @aliciadawns8535
      @aliciadawns8535 6 หลายเดือนก่อน

      Bhoi nalage karoneitu bhogobanok loi eibur koribo parise . Belege aru details nidileu hobo.

  • @Sudarshitaaa66
    @Sudarshitaaa66 6 หลายเดือนก่อน +2

    Soku Pani ulai gol😭💗💗💗😣🙏🙏🙏jai agninav Shiva Baba ❤❤❤kripa koriba baba 🙏😭😭

  • @nipudas6942
    @nipudas6942 6 หลายเดือนก่อน +3

    Bhut Val lagil baido vgbane apunak hokti dise baido moi apunar poikht baido jikhokole apunak misake bitrkole Tani anise teulukok mohadeve khioma nkre

  • @BrindaJyotiKalita-qy1vw
    @BrindaJyotiKalita-qy1vw 6 หลายเดือนก่อน +2

    Jai Agninav baba... kripa koriba..mnr akha puran koriba Prabhu ...

  • @RashmiGogoiDance
    @RashmiGogoiDance 6 หลายเดือนก่อน +11

    Waiting ❤...Jai agninav baba 🙏❤️

  • @dhaneswardeka4989
    @dhaneswardeka4989 2 หลายเดือนก่อน

    Iman dhuniya katha bur....

  • @user-nj8dw2sx7m
    @user-nj8dw2sx7m 6 หลายเดือนก่อน +3

    Jai Shiva baba🙏

    • @MinuSaikia-l6t
      @MinuSaikia-l6t 25 วันที่ผ่านมา +1

      Jai Shiva baba🙏

  • @pompibaruah9472
    @pompibaruah9472 6 หลายเดือนก่อน +5

    Baba hosai monor asha puron kore 🙏
    Jai Baba Agninav ❤🌸

  • @nibeditakalita2208
    @nibeditakalita2208 6 หลายเดือนก่อน +4

    Goosebumps ❤❤❤ Jai Agninav Baba❤❤❤❤

  • @priyankakumar4551
    @priyankakumar4551 6 หลายเดือนก่อน +2

    জয় অগ্নিনাভ বাবা 🕉️🕉️🙏🙏 ভাল লাগিল ভিডিঅ'টো

  • @rumidaimary
    @rumidaimary 6 หลายเดือนก่อน +4

    Jai agninav baba🙏❤hokoluke vale kukhole rakhok❤

  • @MitalisahariahHazarika
    @MitalisahariahHazarika หลายเดือนก่อน

    হৰ হৰ মহাদেৱ 🙏🙏🙏

  • @nandasarma4947
    @nandasarma4947 6 หลายเดือนก่อน +4

    অন্তৰৰ পৰা সেৱা জনালো ... জয় অগ্নিনাভ বাবা

    • @user-pg7dj3jw9j
      @user-pg7dj3jw9j 6 หลายเดือนก่อน

      ঐই টুক কৈইছো যে অগ্নিনাভ বাবা মন্দি টু জয় বোলি কলি যে কিয় মা কামাখা মন্দি কি ভগবান নাই নেকি জয় মা কামাখা বোলি নক কেলে

  • @bijitneog7370
    @bijitneog7370 6 หลายเดือนก่อน +3

    Bahut Val lagil Hundarkoi Baideo a kotha bilak Bujai dela. Eat Baru kibaMisa bulikabaloi kias. Aru aji Kaiden. .manar pora Mukha kataman aru Mukha Kaijani mane misa buli pisa ghatisa Agninav Babar namat Dukankhulisa Aru Baahut kota koiasa .Aru hai kotha huni Vaktar Monat Dukh diasa. Moi Hihat Jaddha murkha Nastik kaitak Misa Apbad Nidibaloi koisu. Tahati Nastik KatI Nahiloiu Agninav Mondiraloi Vakta AHIBAI .Joy Baba Agninav

  • @ManashKaushik
    @ManashKaushik 6 หลายเดือนก่อน +7

    Om Namah Shivaya ♥️
    Baba is strength 🫶

  • @user-ic4qx4yj6y
    @user-ic4qx4yj6y 6 หลายเดือนก่อน +1

    Har Har Mahadev...Om Namah Shivaya🙏🙏

  • @pBaruah20
    @pBaruah20 6 หลายเดือนก่อน +7

    Har har Mahadev ❤So happy that you made a podcast on Agninav Mandir.
    All my questions got answered in this video
    This is exactly what i was looking for
    Thankyou ✨ God bless you.

  • @user-dp4wk5pz8d
    @user-dp4wk5pz8d 6 หลายเดือนก่อน +1

    JAI SHRI AGNINAV DEV KI JAI🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @Tishaa15
    @Tishaa15 6 หลายเดือนก่อน +10

    Pure soul🙏🙏

    • @MinuSaikia-l6t
      @MinuSaikia-l6t 25 วันที่ผ่านมา +1

      Pure soul🙏🙏

  • @MynuGogoi-kk1gw
    @MynuGogoi-kk1gw 6 หลายเดือนก่อน +1

    Jai Agninabh baba 🙏🏻 shikha baa'r kothabur huni thakibo mon jai..eman hohoj horol❤🙏🏻

  • @purabiesaikia7498
    @purabiesaikia7498 6 หลายเดือนก่อน +5

    Om Namah Shivaya 🙏🙏🙏

    • @MinuSaikia-l6t
      @MinuSaikia-l6t 25 วันที่ผ่านมา

      Om Namah Shivaya🙏🙏🙏

  • @ppseducationchannel8456
    @ppseducationchannel8456 5 หลายเดือนก่อน +1

    অগ্নিনাভ বাবা সকলো মনৰ আশা পূৰণ কৰে যেন 🙏🙏

  • @hemantanath4978
    @hemantanath4978 6 หลายเดือนก่อน +5

    OM NAMAH SHIVAY

  • @korobiborokorobiboro3214
    @korobiborokorobiboro3214 6 หลายเดือนก่อน +1

    Jai baba aginav eyar pora khawa jonalu babak khokolu aakha puron kora jn aginav baba 🙏🙏🙏

  • @linasaikia3205
    @linasaikia3205 6 หลายเดือนก่อน +4

    জয় অগ্নিনাভ বাবা 🙏🌺

  • @user-wn5wg1md3u
    @user-wn5wg1md3u 3 หลายเดือนก่อน

    Om namah shivay 👏👏👏👏🙏

  • @barnali173
    @barnali173 6 หลายเดือนก่อน +4

    প্ৰনাম 🙏🙏🙏বাবা অগ্নিনাভ

  • @himadribaruah3611
    @himadribaruah3611 6 หลายเดือนก่อน +2

    Jai agninav baba❤ কৃপা কৰিবা প্ৰভু 🙏 সফল হও যাতে সপোন বাস্তৱ কৰিব পাৰোঁ 🙏🥺

  • @rijumoninathneog7065
    @rijumoninathneog7065 6 หลายเดือนก่อน +4

    জয় অগ্নিনাভ বাবা,সকলোকে ভালে ৰাখিবা বাবা🙏সকলো ভক্তৰ মনৰ আশা পূৰ্ণ কৰিবা বাবা🙏

  • @mainudutta1519
    @mainudutta1519 6 หลายเดือนก่อน +1

    জয় বাবা অগ্নিনাভ❤। আপোনাৰ কথাখিনি বহুত ভাল লাগিল। আগবাঢ়ি যাওক বাইদেউ।

  • @user-dx1sf8ui4w
    @user-dx1sf8ui4w 6 หลายเดือนก่อน +11

    Jai Agninav Baba🙏❤️

    • @GirishBasumatary
      @GirishBasumatary 6 หลายเดือนก่อน

      Jai agninav baba❤🎉❤

    • @MinuSaikia-l6t
      @MinuSaikia-l6t 25 วันที่ผ่านมา

      Jai Agninav Baba🙏❤

    • @MinuSaikia-l6t
      @MinuSaikia-l6t 25 วันที่ผ่านมา

      Jai agninav baba❤🎉❤

  • @binaborah8451
    @binaborah8451 6 หลายเดือนก่อน +2

    জয় অগ্নিনাভ বা বা মনৰ ভাব পুৰন কৰা।।

  • @nandannandanbaruah4472
    @nandannandanbaruah4472 6 หลายเดือนก่อน +4

    Om namah shivay kripa koriba baba 🙏🙏🙏

  • @BarnaliCPhukan
    @BarnaliCPhukan 4 วันที่ผ่านมา

    Om namah shivay

  • @Jyotishman-sq4ie
    @Jyotishman-sq4ie 6 หลายเดือนก่อน +4

    Jai agninav শিৱ baba

  • @deepikapatowary7089
    @deepikapatowary7089 6 หลายเดือนก่อน +1

    Joy Agninav shiv Baba 🙏🏻 kripa koriba Baba 🙏🏻

  • @mercypassion9769
    @mercypassion9769 6 หลายเดือนก่อน +9

    এইবোৰ টপিক অাৰু বাদ দিয়ক আৰু আমনি লাগিলে আমাৰ!;কোনে a.c কিনিছে কোনে গাৰি কিনিছে কোনে মাটি কিনিছে এইবোৰ সমালোচনা কৰি লাভ নাই এইয়া তেওঁলোকৰ personal matters, আজিকালি দিনত সকলোবোৰ কামেই busines😂 business নোহোৱাকৈ একো কামেই নহৈ😅 ভগবানৰ প্ৰতি আস্থা অন্তৰ আত্মাত থাকিলে হল এজনে শেজনৰ প্ৰতি থাকিব লাগে। পইচা ঘটিছে ঘটক কাৰ কি আহে যায়।কাম নাই মানুহবোৰৰ।ভাল কামেই টো কৰিছে বাইদেওয়ে কলি যুগ মদ মাংসৰ নামত enow মানুহে পইচা উৰাইয়ে থাকে, ভগমানৰ নামত দুতাকামান লৈছে সেইটো কি ডাঙৰ কথা😊

  • @molinadas9009
    @molinadas9009 6 หลายเดือนก่อน +1

    Shika Baideur Aapunar vokti vab tu khosakoi val loga.aapur maat kotha bur mon sui jua hoi.. Aapunak babai Aashibat dibo..
    Iman kosto kore aapuni .
    Aagninav shiv Babak khorai di Aahilu dubar golu ..
    Gaa tu val paisu..baki monor Aakha puron hole Aakou ebar jaam babar Sri soronot Aashibat lobole..
    Har har mohadev...jai Aagninav baba..❤

  • @subham711
    @subham711 6 หลายเดือนก่อน +7

    জয় অগ্নিনাভ বাবা। কৃপা কৰিবা প্ৰভু🙏🙏🙏

  • @user-sd8nj5ll6i
    @user-sd8nj5ll6i 2 หลายเดือนก่อน +1

    Jai Baba Agninav.

  • @runumitasaikiabora7565
    @runumitasaikiabora7565 6 หลายเดือนก่อน +7

    জয় অগ্নিনাভ বাবা🙏🙏🙏 কৃপা কৰিবা বাবা🙏💐💐

  • @bidangshribasumatary5872
    @bidangshribasumatary5872 4 หลายเดือนก่อน

    Om namah shivay 🌺🙏

  • @bijoyasdubaidiaries8402
    @bijoyasdubaidiaries8402 6 หลายเดือนก่อน +4

    Sikha mami ye kuwa protitu kotha i xosa….moi 2016 t prothom goisilu Agninav mandir t xorai dibole….tetiya mamiye nij hatere saki di xorai diya r pora pooja kora aaxirbad diyaloike xokolu khini nijei korisil….xeidina r pora i mur biswax….ji kamote xorai dio xofol hoisu….hoitu dudin late hoise tothapio success paisu….Sikha mami r protitu kam nikhut aru nipun….tekhetor kam sabole amar pakghar aru phuloni channel khon salei gom puwa jai….nijor deha mari teo xokolure karone kam kore….teo k xodai bhogobane bhale rakhok….Jai Baba Agninav….

  • @Jinucuty
    @Jinucuty 6 หลายเดือนก่อน +1

    Sikha ba apunr kotha bilak huni bhut vl lgil🙏

  • @ritushmin9223
    @ritushmin9223 6 หลายเดือนก่อน +4

    Joy Agninav Baba 🙏💚

    • @MinuSaikia-l6t
      @MinuSaikia-l6t 25 วันที่ผ่านมา

      Joy Agninav Baba🙏💚

  • @pratikxakisna8
    @pratikxakisna8 6 หลายเดือนก่อน +1

    Bht dhunia aaru divyo podcast ❣️🌻 Joi Agninav Baba 🙏🏼❣️

  • @Apbhuyan9119
    @Apbhuyan9119 6 หลายเดือนก่อน +5

    Kiman poisa lole Sikha pa apuni...online ajikli sob possible atia xeibuli online vogobanru axibad puwa jai bah.vogobane mane facebook watchap buji pai ru...kiman toka ghotile tai manuhk tupi pindhai

  • @user-mz6iu3er7o
    @user-mz6iu3er7o 4 หลายเดือนก่อน

    OM NAMAH SHIVYA🙏🙏🙏🙏🙏

  • @hudarkhinagogoi5069
    @hudarkhinagogoi5069 6 หลายเดือนก่อน +4

    Waiting ❤🙏🙏

    • @MinuSaikia-l6t
      @MinuSaikia-l6t 25 วันที่ผ่านมา

      Waiting❤
      🙏🙏

  • @clumsyqueen9527
    @clumsyqueen9527 6 หลายเดือนก่อน +5

    Jai agninav baba... Kripa koriba

    • @jimeesfamily.7849
      @jimeesfamily.7849 6 หลายเดือนก่อน +1

      Marketing expert baideu😅

  • @monalisha4277
    @monalisha4277 6 หลายเดือนก่อน +2

    নিজই নিজৰ মনটোক শুদ্ধ বুলি কেনেকৈ কব পাৰিছে??
    এই কলিৰ যুগত বেয়া কাম নকৰিলেও কোনো মানুহৰ মন শুদ্ধ হব নোৱাৰে বাইদেউ 🙏

    • @deepjyotiborah4708
      @deepjyotiborah4708 6 หลายเดือนก่อน +1

      Online horai hosai amar oxomia manuhbur bohut okora o

  • @AngitaBora-no7oo
    @AngitaBora-no7oo 6 หลายเดือนก่อน +8

    Vogobanor sokti tu biswas koru but manob sristo vogoban biswas koribo olop tan lage.. Vogoban hokolure atmat thake soku mudi teuk smoron korok apunar sokur agot teur saya jiliki thakibo kintu Aji Kali mobile on korilei vogobanok lav koribo pari buli mur ontotto biswas nohoi

  • @PulakDeka-cp7ed
    @PulakDeka-cp7ed 6 หลายเดือนก่อน +1

    Kripa kora agninav baba hokolu monor akha puron kora jai agninav baba🍎🍎🍎 🙏🙏🙏

  • @SSexplain641
    @SSexplain641 6 หลายเดือนก่อน +5

    Bro bhabisilu tumi anbur media ke alop baleg. Kin tu 2me u ake . Views or pisot dorisa. Aru tar aror kotha gom pai u posar korisa. Vogoban janu 501 toka bisara taku online? A modir vag tane hola amar baba nohoi dhoni lukhokolor baba ha. A mandir bhagor janu authorised puji asa. Gutai axom bakhi a diya 501 homuh kot joma hoi sa kimn joma hoi sa kot khoros hoi sa ami janu janu. Hoito tu jodi ami janilu hoi bhal lagil hoi. A video tu sai ane lagisa na tume hai modir vagor jen promotion korisa . Aru ata Bhogoban or namto soli thoka businessok ag bohai disa aru axom or raijok thogisa

    • @SSexplain641
      @SSexplain641 6 หลายเดือนก่อน +1

      Aji jodi axom Or bohutu namghar ba modir ot saki bonti diya pasot bohu luka fol paisil ha homuhu jodi you tube Facebook TH-cam reels ot background music di video dila hai homuhot u voktor nali nisiga vir hobo

    • @SSexplain641
      @SSexplain641 6 หลายเดือนก่อน +1

      The truth nohoi the fake

    • @user-uq1eo1kt9b
      @user-uq1eo1kt9b 6 หลายเดือนก่อน +3

      আমি যেতিয়া সাংবাদিকতাৰ পাঠ্যক্ৰম গ্ৰহণ কৰি যোগদান কৰোঁ আমাক শপত গ্ৰহণ কৰোৱা হয় সদায় শুদ্ধ পথত, যুক্তিসংগত মাত মাতিম। কিন্তু আজি ৰ গণতন্ত্ৰ ৰ চতুৰ্থ স্তম্ভৰ মৃত্যু হৈছে। মই সেইবাবে ই এই জগতৰ পৰা আতঁৰি আহিছোঁ। এওঁৰ পৰা এনেকুৱা ভিডিঅ' মই ও আশা কৰা নাছিলোঁ।

  • @Arhasvlog789
    @Arhasvlog789 6 หลายเดือนก่อน +1

    Khub val lagil 👍shikha baideu hosakoi agoraki khub val manuh aru tekhotor pora ami hikibo logiya bohut khini ase buli moi vabu..jay agninav baba🙏

  • @mitulsarmah7055
    @mitulsarmah7055 6 หลายเดือนก่อน +7

    Jai baba bholanath...ei manuh jnik kunubai pare jdi mental hospital loi jauk.. marketing level extreamly high

    • @hahichompa2860
      @hahichompa2860 6 หลายเดือนก่อน +1

      Logote apuniu jbo

    • @mitulsarmah7055
      @mitulsarmah7055 6 หลายเดือนก่อน +1

      Oh sikha baar samsaa dkhun..nomoskar apunak

    • @hahichompa2860
      @hahichompa2860 6 หลายเดือนก่อน +1

      Thank god basic knowledge khini je ase etiaw ,, Ba buli je tewk xombudhon krile vl lgil , aru xunok yat kunu samsa giri ktha nohoi ,, val k podcast tu sai comment koribo ,,tat tew kunu mental patients typ ktha kuwa nai ,, xeikrne dibo loga hol rpy ,, aru Englisht kole xuoni nohoi sob ktha ,, pagol buli vl manuh ye pagol ku nokoi ,, tew tu সুস্থ মানুহ ,, xeikrne rpy কৰিলোঁ

    • @mitulsarmah7055
      @mitulsarmah7055 6 หลายเดือนก่อน

      Dhonyobaad apunar emn kimti xomoy d gyaan diyar babe..mr mn goise mi koisu tat apunar ki hl..mi karubak pagl dkhu kiba dkhu mr kotha.

  • @user-bx5dy5xj3q
    @user-bx5dy5xj3q 6 หลายเดือนก่อน +1

    Jai baba Agninav 🙏🏻❤️🕉️ hunkile monor akha bur puron koriba baba 🙏🏻❤️🕉️ har har Mahadev kripa koriba baba 🙏🏻❤️🌼

  • @user-gw4ji5of3f
    @user-gw4ji5of3f 6 หลายเดือนก่อน +5

    Aibur sb misa owwwww kio manuhbure kio buji napai

  • @PriyashriGogoi-fh7jq
    @PriyashriGogoi-fh7jq 6 หลายเดือนก่อน +1

    Kothabur emn morom logake koi sikha baideue hunie val lge hodai mongal korok siv babai jaii agninav baba❤🙏🙏

  • @jintunath3346
    @jintunath3346 6 หลายเดือนก่อน +1

    Har har mahadev 🌹🚩❤️🙏jai baba agninav 🙏

  • @niharikasharma175
    @niharikasharma175 2 หลายเดือนก่อน +1

    Jai agninav baba 🙏🏻

  • @saikiabinita6506
    @saikiabinita6506 6 หลายเดือนก่อน +1

    Ji vabi thoixu haibur monor akha puron hole apunr usrt jam baba ❤ mahadev 😊❤