🚨 আছুৱে কৰিব নোৱাৰা কাম হিমন্ত বিশ্বই কৰি দিলে! || Atanu Bhuyan || Satya

แชร์
ฝัง
  • เผยแพร่เมื่อ 24 ก.ย. 2024
  • 👉🏻 বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন কাৰ্যকৰী কৰিব চৰকাৰে!
    👉🏻 খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিব হিমন্ত বিশ্বই!

ความคิดเห็น • 175

  • @birenburagohain8132
    @birenburagohain8132 ชั่วโมงที่ผ่านมา +27

    অসমৰ দীৰ্ঘ দিনিয়া জ্বলন্ত সমস্যা সামাধান কৰিবলৈ অসম চৰকাৰে লোৱা পদক্ষেপ আদৰণি জনাইছোঁ। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ দিছোঁ। ঈশ্বৰে মুখ্যমন্ত্ৰীক আশীৰ্বাদ কৰক।

  • @MunindraDeka-v6v
    @MunindraDeka-v6v ชั่วโมงที่ผ่านมา +13

    অতুনো দা,
    আপুনি কোৱা কথা কেইটা আৰু মুখ্যমন্ত্ৰী এ কোৱা কথা কেইটাৰ মিল আছে। অসমৰ দীৰ্ঘ দিনীয়া জ্বলন্ত সমস্যা সমাধানৰ কাৰ্যকৰী হোৱাকৈ আছুৰ সৈতে মিলিত হৈ পদক্ষেপ লোৱা আৰম্ভ কৰিছে। ইয়াক আমি আদৰণি জনাইছোঁ। গতিকে মোৰ বোধেৰে এইখন চৰকাৰে possitive step লৈছে। অন্ততঃ দুই ধৰণে হলেও অসমীয়াৰ সংজ্ঞা নিৰূপণ হব অনুমেয়। এতিয়ালৈকে এইখন চৰকাৰক সমৰ্থন কৰিছো।

  • @digantasaikia123-t9b
    @digantasaikia123-t9b ชั่วโมงที่ผ่านมา +16

    হিমন্ত চাৰ আমাৰ মনৰ মানুহ । অসমীয়া ক জীয়াই ৰাখক ।

    • @dipakkumarborah7246
      @dipakkumarborah7246 32 นาทีที่ผ่านมา

      অসমৰ অস্তিত্ত্বৰ ৰক্ষা কবচ। লাচিত বৰফুকন বঁটা প্ৰদান কৰো আহক।আমি এতিয়াও আজিও কিয় নুবুজূ।নুবুজিলে ধ্বংস।

    • @dipakkumarborah7246
      @dipakkumarborah7246 31 นาทีที่ผ่านมา

      ভগৱানে কুশলে ,মংগলে সু-স্বাস্থ্য যে জীয়াই ৰাখক।

  • @ramensharma54
    @ramensharma54 ชั่วโมงที่ผ่านมา +10

    100% Right

  • @RAKESHDAS-mh3zm
    @RAKESHDAS-mh3zm 2 ชั่วโมงที่ผ่านมา +34

    আকৌ এবাৰ মামাৰ চৰকাৰ ❤

  • @bimansaikia4305
    @bimansaikia4305 52 นาทีที่ผ่านมา +4

    সচায় এই কাম কৰিলে বহুত ভাল কাম হব। তেখেতক অশেষ ধন্যবাদ দিম ।

  • @Girindas-em2rg
    @Girindas-em2rg 2 ชั่วโมงที่ผ่านมา +8

    I'm agree sir

  • @probinsaikia1129
    @probinsaikia1129 56 นาทีที่ผ่านมา +5

    Good dicision of CM for people of Assam

  • @KamalGoswami-k2j
    @KamalGoswami-k2j ชั่วโมงที่ผ่านมา +8

    আকৌ এবাৰ বি জে পি চৰকাৰ লাগে,মামাক আকৌ লাগে।

  • @myoldgramophoneinworkingco2559
    @myoldgramophoneinworkingco2559 ชั่วโมงที่ผ่านมา

    Our beloved CM has a strong determined mind to do something good for the indigenous Assamese people... Proud of you CM Sir... God bless you.always..🙏🙏🙏🙏

  • @nibeditabarua3292
    @nibeditabarua3292 50 นาทีที่ผ่านมา +4

    ভাল কাম ক সদায় উৎসাহ যোগোৱা উচিত। 🙏

  • @knath7233
    @knath7233 2 ชั่วโมงที่ผ่านมา +5

    Atanu , you are right.

  • @LukumoniBorah-b2b
    @LukumoniBorah-b2b 36 นาทีที่ผ่านมา +2

    সছাকৈ অনুদান এনে এজন মুখ্যমন্ত্ৰীক বহুত মানুহে চিনিবই নোৱাৰিলে বিশেষকৈ চাকৰিৰ খেলত বিনা পইচাত দুখীয়া মানুহে পাইছে । সেই বাবে এই চৰকাৰৰ মুখ্যমন্ত্ৰীক ধন্যবাদ আৰু আশীৰ্বাদ জনালো।পুনৰ মামাৰ চৰকাৰ আহক ।

  • @bharatidevi875
    @bharatidevi875 ชั่วโมงที่ผ่านมา +5

    The great cm God bless cm

  • @anupamdutta452
    @anupamdutta452 36 นาทีที่ผ่านมา +3

    আকৌ এবাৰ মামাৰ চৰকাৰ ✊✊

  • @BijoyShankarsarkar
    @BijoyShankarsarkar 2 ชั่วโมงที่ผ่านมา +6

    Best cm ASSAM

  • @probinsaikia1129
    @probinsaikia1129 ชั่วโมงที่ผ่านมา +3

    Very good Dicision of CM for the people of Assam.

  • @ChandicharanChoudhury-i8u
    @ChandicharanChoudhury-i8u 35 นาทีที่ผ่านมา +1

    প্ৰকৃত জাতীয় নায়ক।জাতীৰ সদায় মঙ্গল চিন্তা কৰা Dinamic CM Sir. ঈশ্বৰে তেওঁক সদায় পৰম শক্তি দিয়ক।

  • @rukmasarma2377
    @rukmasarma2377 ชั่วโมงที่ผ่านมา +5

    Mama zindabad ❤

  • @prafullahazorika9608
    @prafullahazorika9608 ชั่วโมงที่ผ่านมา +2

    Our honourable chief minister you are great❤️

  • @axomjintugamer7568
    @axomjintugamer7568 ชั่วโมงที่ผ่านมา +4

    আকৌ এবাৰ বি জে পি চৰকাৰ

  • @BenudharDewri
    @BenudharDewri ชั่วโมงที่ผ่านมา +5

    Mama jindabad

  • @rinabarkakoty6292
    @rinabarkakoty6292 47 นาทีที่ผ่านมา +1

    Himanta Biswa Sharma is the only CM who has stood up for the rights of the indigenous people of Assam.We are proud to have him as our CM.

  • @mr.fajagaming3396
    @mr.fajagaming3396 16 นาทีที่ผ่านมา +2

    Thanks. CM. Sir

  • @munmuncreation123
    @munmuncreation123 ชั่วโมงที่ผ่านมา +4

    দেখিলেহে লেখিম কেতিয়াবা এইবোৰ নাটক নাটক যেন হে লাগে।
    কাম সম্পূৰ্ণ হ'লেহে কৃতিত্ব দিম কাম নোহোৱাকৈ কেতিয়াও কৃতিত্ব নিদিওঁ ।অসমীয়াই কামৰ আগতে কৃতিত্ব দি দি বহু হেৰুৱালে।

  • @sofikulislam7533
    @sofikulislam7533 2 ชั่วโมงที่ผ่านมา +14

    এইটো কাম কৰিলে আৰু ভাল হব,অসম ৰ পৰা মদ,গুটকা ৰ কোম্পানি বন্ধ কৰিব লাগে লগতে ডাৰাগ্চ ।নহলে অসমীয়া মানুহ এইবিলাক খাই এনেই ধবংস হৈ গৈ থাকিব ।

    • @creation9370
      @creation9370 36 นาทีที่ผ่านมา

      এই খিনি কামো কৰিব আৰু এটা কথা এইখিনি কামৰ লগত তহতৰ মানুহে জৰিত থাকে।

  • @debojitborsaikia5923
    @debojitborsaikia5923 ชั่วโมงที่ผ่านมา +6

    Good mama

  • @KonmoniNath-b9s
    @KonmoniNath-b9s 59 นาทีที่ผ่านมา +3

    Right

  • @swarajkumarnath9453
    @swarajkumarnath9453 ชั่วโมงที่ผ่านมา +7

    বৰ ভাল লাগিল মূখ্যমন্ত্ৰীৰ কথা খিনি। বিৰোধী চিৰুধি এইবোৰ কৰি থাকি লাভ নাই। কাম টো হলেই হল

  • @debajyotisarkar1562
    @debajyotisarkar1562 34 นาทีที่ผ่านมา +5

    মই আজি কিমান সূখী কবলৈ ভাষা নাই

  • @pjcreativemusic1742
    @pjcreativemusic1742 ชั่วโมงที่ผ่านมา +1

    কৰি দিলে বুলি কিয় কৈছে এতিয়াও কৰা নাই যেতিয়া আখৰে আখৰে কৰিব তেতিয়াহে কৰিলে বুলি কব পৰা যাব আৰু তাৰ বাবে মামাক অশেষ ধন্যবাদ যাতে হয়

  • @rajuhazarika6583
    @rajuhazarika6583 13 นาทีที่ผ่านมา +1

    অতনু দা আপুনাৰ নিউজ বোৰ চাই ভালেই লাগে,অসমৰ মুখ্যমন্ত্ৰীয়ে এই তু খুবেই ভাল কাম কৰিছে বিজেপি জিন্দা বাদ অসমৰ মুখ্যমন্ত্ৰী লৈ বহুত ধন্যবাদ থাকিল

  • @probitrogogoi1251
    @probitrogogoi1251 ชั่วโมงที่ผ่านมา +3

    Hoi Ai assam

  • @wellnesscenter3771
    @wellnesscenter3771 19 นาทีที่ผ่านมา +1

    ৰাজ ক্ষমতাত থাকিলে সকলো কাম কৰা সম্ভব। নিৰ্ভৰ কৰে কিমান আগ্ৰহী।

  • @bitunath8618
    @bitunath8618 ชั่วโมงที่ผ่านมา +3

    Joi aai akham

  • @himanisaikia1889
    @himanisaikia1889 52 นาทีที่ผ่านมา +1

    Himanta Sir a koi nahai kori dekhai ....proud of you sir....Apuni ai kam tu koribo parile siro din Assamese people secured habo

  • @itsharshitavlog3286
    @itsharshitavlog3286 20 นาทีที่ผ่านมา +1

    বহুত ভাল লাগিল দাদা

  • @sunilgogoi3003
    @sunilgogoi3003 ชั่วโมงที่ผ่านมา +3

    Atonu da❤❤

  • @DipankarDas-oe7tw
    @DipankarDas-oe7tw 2 ชั่วโมงที่ผ่านมา +3

    Good

  • @arindamsaikia5308
    @arindamsaikia5308 ชั่วโมงที่ผ่านมา +2

    This government is doing great

  • @MITHUNDAS-ts8mw
    @MITHUNDAS-ts8mw 2 ชั่วโมงที่ผ่านมา +3

    Very good

  • @Dilip_ghosh123
    @Dilip_ghosh123 44 นาทีที่ผ่านมา +1

    ধন্যবাদ মামা

  • @shreddedface6039
    @shreddedface6039 29 นาทีที่ผ่านมา

    হিমুৱে পাৰিব যেন লাগিছে যদি ১০০ শতাঙস ৰাজনৈতিক অধিকাৰৰ বিষয়টো পথমতে গৃহিত কৰে,যদি হে হিমুৱে এইখিনি কাম অসম অসমীয়াৰ হৈ কৰে তেনতে ভগৱানৰ ফটোখনৰ লগতে হিমুৰ ফটোখন থৈ জীয়াই থকালৈকে পূজাকৰি থাকিম।🙏🏿🙏🏿

  • @JdjdjDjejej-in4ne
    @JdjdjDjejej-in4ne 2 ชั่วโมงที่ผ่านมา +4

    B j p jindabad

  • @pramoddas2666
    @pramoddas2666 45 นาทีที่ผ่านมา +1

    Good speech

  • @KalpanaBorthakur-iq5dg
    @KalpanaBorthakur-iq5dg 10 นาทีที่ผ่านมา +1

    Good Step🙏🙏❤️❤️

  • @chandanjyotikalita6229
    @chandanjyotikalita6229 2 ชั่วโมงที่ผ่านมา

    এ ৰাম, আন্দোলন কৰিব পাৰে সংগঠনে তাক প্ৰতিফলন কৰে চৰকাৰে।

  • @abanidas6895
    @abanidas6895 ชั่วโมงที่ผ่านมา

    ধন্যবাদ।

  • @surasj7418
    @surasj7418 8 นาทีที่ผ่านมา

    ❤❤❤❤❤ ধন্যবাদ অসম চৰকাৰ ।

  • @deepaksarmah3490
    @deepaksarmah3490 31 นาทีที่ผ่านมา +1

    Very good.

  • @girinbora7820
    @girinbora7820 2 ชั่วโมงที่ผ่านมา +6

    মুঠতে assu ভংগ কৰি দিব লাগে কাৰণ assu এ নিজৰ সম্পত্তিৰ পাহাৰ বনাই ৰাইজৰ একো নকৰিলে আন্দোলনৰ নামত অসম শেষ কৰিলে। আজি হিনন্ত বিশ্ব শৰ্মাই যি কৰিব গৈ আছে আমি অতি আনন্দিত।

  • @Pragyan_Editz3
    @Pragyan_Editz3 ชั่วโมงที่ผ่านมา +2

    Thanks to the BJP government

  • @rabindranathbarman6264
    @rabindranathbarman6264 ชั่วโมงที่ผ่านมา +1

    Without mama no body can save assam. God bless you mama.

  • @narayandas1655
    @narayandas1655 2 ชั่วโมงที่ผ่านมา +2

    Good sajetion

    • @sacco5683
      @sacco5683 2 ชั่วโมงที่ผ่านมา

      Suggestion

  • @RajibBorah-e2x
    @RajibBorah-e2x 20 นาทีที่ผ่านมา

    Good dicision of CM sir for people of Assam.

  • @DibakarSaikia-p3d
    @DibakarSaikia-p3d ชั่วโมงที่ผ่านมา +1

    Good step...

  • @BasantaBoro-r8v
    @BasantaBoro-r8v ชั่วโมงที่ผ่านมา

    Himanta Biswa Sarma long live. Fitest and successful CM of Assam.

  • @bhabenborah6730
    @bhabenborah6730 ชั่วโมงที่ผ่านมา

    মুখ্যমন্ত্রী মহোদয়ক স্বাগতম জনাইছো

  • @dipashrimaina8008
    @dipashrimaina8008 2 ชั่วโมงที่ผ่านมา +3

    Mama well come to2026

  • @ganeshsarma7655
    @ganeshsarma7655 ชั่วโมงที่ผ่านมา +1

    Yes, o.k.

  • @basantadas7513
    @basantadas7513 22 นาทีที่ผ่านมา

    সঠিক সিদ্ধান্ত

  • @riturajbaruah5329
    @riturajbaruah5329 ชั่วโมงที่ผ่านมา

    Long live CM sir. Very good step .

  • @smsinging4650
    @smsinging4650 21 นาทีที่ผ่านมา +1

    100%✅✅

  • @Chabinikalita
    @Chabinikalita 2 ชั่วโมงที่ผ่านมา +1

    🙏🙏🙏

  • @mantumahanta8622
    @mantumahanta8622 2 ชั่วโมงที่ผ่านมา +3

    সুন্দৰ পদক্ষেপ

  • @sukumarmedhi5091
    @sukumarmedhi5091 24 นาทีที่ผ่านมา

    Salute C M Sir.

  • @KESHABCHANDRASAIKIA-b5z
    @KESHABCHANDRASAIKIA-b5z 20 นาทีที่ผ่านมา

    মূখ্যমন্ত্রী ডাঙৰীয়াক ঈশ্বৰে মংগল কৰক, দীৰ্ঘায়ু প্ৰদান কৰক, অদম্য সাহস প্ৰদান কৰক, এয়ে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালো 🙏🙏🙏
    বহুত নেতাৰ শিৰ ফুলুৱা ভাষণ শুনিলো , কিন্তু এওঁলোক জাতিৰ নামত কলংকহে আছিল। নিজৰ দেশ আৰু জাতিক ভালপোৱা প্ৰকৃত নেতা কিন্তু এইজনহে।আপোনাক কি বুলি ধন্যবাদ জনাম, কোনো ভাষা নাই। ৰাইজৰ স্বাৰ্থত শুদ্ধ কৰ্ম কৰি যাওক ৰাইজ আপোনাৰ লগত থাকিব🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉

  • @gaurabkeot9583
    @gaurabkeot9583 ชั่วโมงที่ผ่านมา +1

    Mama jui

  • @BinoySharma-z8v
    @BinoySharma-z8v 41 นาทีที่ผ่านมา

    Really he is the real father of Assamese. He is ever alive in Assam
    .

  • @krishnakantamedhi6514
    @krishnakantamedhi6514 18 นาทีที่ผ่านมา

    Atanu Bhuyan Sothik aru samayupojogi bislesok❤

  • @dhruba8696
    @dhruba8696 ชั่วโมงที่ผ่านมา

    অতনু ভূঞা, ছাৰ মই কথাখিনিত একমত নহয়।
    মোৰ ব্যক্তিগত মত
    অসম চুক্তি স্বাক্ষৰিত হৈছিল সেই সময়ত কেন্দ্ৰীয় কংগ্ৰেছ চৰকাৰ দিনত
    সেই সময়ৰ পৰা অসমত আজিলৈ যিমান কেইখন চৰকাৰ আহিল গল এখন চৰকাৰে ও কামখিনি কৰিম বুলি কৈ আগবঢ়াও বুলি ভাবি ও থমকি ৰব লগা হৈছে।কাৰণ সেইয়া চৰকাৰ কেইখনৰ বিফলতাৰ এক উদাহৰণ।কিয়নো তেতিয়াৰ দিনতে অসম আন্দোলনৰ গুৰি ধৰোতা নেতা সকলৰ ও তো এসময়ত চৰকাৰ আছিল।এসময়ৰ আন্দোলনকাৰীয়ে আজি চৰকাৰৰ ৰাজপাত শাসন কৰি আছে
    তেওঁলোক একো একোজন বিজ্ঞ প্ৰভাৱ শালি নেতা।
    আছু এটা অৰাজনৈতিক জাতীয় সংগঠন হিচাপে তেওঁলোকৰ কৰিব পৰা সামৰ্থ থাকিলে কেতিয়াবাই কৰিব পাৰিলে হৈ।তেওঁলোকে চৰকাৰ খনক হেঁচা হে প্ৰয়োগ কৰিব পাৰে, কিয়নো গণতান্ত্ৰিক ভাবে চৰকাৰ এখনৰ যি শক্তিশালী ভূমিকা থাকে এটা সংগঠনৰ নাথাকে।
    অ'আজি হিমন্তবিশ্ব শৰ্মা চাৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰ খনে যি ভূমিকা লৈছে সেয়া উল্লেখনীয় তথা শলাগলবলগীয়া।

  • @SaratDekajaiBJP
    @SaratDekajaiBJP 2 ชั่วโมงที่ผ่านมา +1

    Good job jai akham

  • @abusiddik9430
    @abusiddik9430 ชั่วโมงที่ผ่านมา

    Good mamà

  • @JayantaDas-z7n
    @JayantaDas-z7n ชั่วโมงที่ผ่านมา +1

    ❤❤❤very good news

  • @mrinaldas6967
    @mrinaldas6967 53 นาทีที่ผ่านมา

    Great work

  • @jaijaganath7481
    @jaijaganath7481 13 นาทีที่ผ่านมา

    CM Himanta biswa sharma 🎉👍 Assam or karana iner line permits system anibo laga, আহোম সকলক জনজাতিৰ কৰণ কৰিলে বৰ ভাল হব।35y karona apuniya CM hoi thakibo

  • @gautamgoswami9723
    @gautamgoswami9723 51 นาทีที่ผ่านมา

    সু দক্ষ কৰ্মবীৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জিন্দাবাদ ✌️ ।মিঞা প্ৰেমি কংগ্ৰেছক প্ৰতিজন খিলঞ্জীয়াই বৰ্জন কৰিব লাগে ।

  • @hkb964
    @hkb964 17 นาทีที่ผ่านมา

    প্ৰথমতে হব দে, ইমান ফেনাব নালাগে।

  • @bkgogoi5831
    @bkgogoi5831 ชั่วโมงที่ผ่านมา

    Very good project

  • @nirenkalita1597
    @nirenkalita1597 ชั่วโมงที่ผ่านมา

    Himantbisha sharma জিন্দাবাদ

  • @mukuldas1121
    @mukuldas1121 39 นาทีที่ผ่านมา

    ৰিনিকি ভূঞা শৰ্মাৰ সম্পত্তি কিমান বাঢ়ি গৈ আছে তাকে কক এদিন

  • @ramendas4924
    @ramendas4924 ชั่วโมงที่ผ่านมา +1

    Good decision

  • @anupamdutta9712
    @anupamdutta9712 2 ชั่วโมงที่ผ่านมา

    P. K. Mahanta could have implemented 'Assam Accord' removing all obstacles in 1985. .... In 10 years, he could not do!!! Thanks to the present Government.

  • @KishorsVlogs
    @KishorsVlogs ชั่วโมงที่ผ่านมา

    ❤❤❤ very good step

  • @jadumonihazarika998
    @jadumonihazarika998 2 ชั่วโมงที่ผ่านมา +1

    Result loi bat Sai thakim. Thagabao pare to

  • @anantabordoloi7452
    @anantabordoloi7452 57 นาทีที่ผ่านมา

    3 generation bill khon bhal korise mamai❤❤

  • @mukutnath2017
    @mukutnath2017 ชั่วโมงที่ผ่านมา

    Great

  • @Jaihanuman-k9b
    @Jaihanuman-k9b 32 นาทีที่ผ่านมา

    মই ইমান ভালকৈ নাজানো তথাপিও ** মই ধন্যবাদ দিম ভৃগু কুমাৰ ফুকনক *** মই ধন্যবাদ দিম নেকিবোৰ জামান ডাঙৰীয়াক , যাৰ বাবে অসমে এটা সম্পদ পাইছে,,আমাৰ বৰ্তমানৰ মুখ্য মন্ত্ৰী ডাঙৰীয়াই 100 বছৰ কাম কৰি যাওক,ৰাইজে আশীৰ্বাদ কৰক,,হিমন্তক এদিন বেয়া বুলি কোৱা মানুহ কিতাক পালে গোবৰ লগাম,, ভূঞা ডাঙৰীয়া ধন্যবাদ,,আপুনি এটা বাতৰি প্ৰচাৰ কৰক ৰাস্তাত পিক পেলোৱা,প্লাষ্টিক বটল পেলোৱা,,পলিঠিন পেলোৱা,অসম জিলিকাওক,

  • @kiranchetry9440
    @kiranchetry9440 2 ชั่วโมงที่ผ่านมา +4

    Akdom khosa aru khoito kothaa.... Gutei Indiat HBS aru yogi adityanath or nisina hinduttabadi sorkar ok ami salute diboi lagibo

  • @smsinging4650
    @smsinging4650 22 นาทีที่ผ่านมา

    Ako ebar Himanta Sir or sarkar

  • @vikashrabha1615
    @vikashrabha1615 ชั่วโมงที่ผ่านมา +2

    👍

  • @anantabordoloi7452
    @anantabordoloi7452 ชั่วโมงที่ผ่านมา

    Mamai kam kisumn bhal korise electionor agot👍👍Yes he is talented👍

  • @anupamkonwar8018
    @anupamkonwar8018 39 นาทีที่ผ่านมา

    Welcome ❤

  • @debasishkalita7758
    @debasishkalita7758 54 นาทีที่ผ่านมา

    আগত মুখ্য মন্ত্ৰী ই কিবা জাতিৰ বাবে পদক্ষেপ লবলৈ গলে হাই কমাণ্ড দেলহি ছোনিয়া গান্ধী ৰ পৰা বাধা আহে যায়। আজি চেণ্ট্ৰেল অত বিজেপি আছে ।
    সন্দেহজনক লোকে (জিহাদি) মেন্তেলিতী নেতা কিছুমানে অলপ অবজেকচন কৰিলেই কংগ্ৰেছ ই আমাৰ কথা নাভাবে। ৮৬০ জন ছহীদ হৈছিল যে। অৰ্ডাৰ ইন্দিৰা গান্ধী(খান) ই দিছিল। ৱাইফ অফ ফিৰোজ খান।
    সেই কাৰণে ৬ নঃ দফা কাৰ্যকৰী হোৱা নাছিল।

  • @monjitadhikary4002
    @monjitadhikary4002 ชั่วโมงที่ผ่านมา +1

    Best C M Mama

  • @sanjibkonwar7691
    @sanjibkonwar7691 48 นาทีที่ผ่านมา

    ধূৰৰ

  • @bhargabray519
    @bhargabray519 ชั่วโมงที่ผ่านมา +1

    Ok

  • @ranjanpagbondha2567
    @ranjanpagbondha2567 ชั่วโมงที่ผ่านมา

    great

  • @jituneog4920
    @jituneog4920 ชั่วโมงที่ผ่านมา

    আপুনি পঞ্চায়ত ৰ ওপৰত কোনো ধৰণৰ বাতৰি পৰিবেশন কৰা নাই

  • @ChandanBhatta-w6b
    @ChandanBhatta-w6b ชั่วโมงที่ผ่านมา

    Yes dada