কোন এই বাবুল বৰা ? কিয় মানুহক এঘৰিয়া কৰে শংকৰ সংঘই ? "বাবুল বৰা থাকিলে অসমৰ উন্নয়ণ অসম্ভব"

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 ก.ย. 2024
  • কোন এই বাবুল বৰা ? কিয় মানুহক এঘৰিয়া কৰে শংকৰ সংঘই ? "বাবুল বৰা থাকিলে অসমৰ উন্নয়ণ অসম্ভব"
    #শংকৰসংঘ #অঘৰিয়া #news #timesguwahati

ความคิดเห็น • 139

  • @assamunlimited348
    @assamunlimited348 ปีที่แล้ว +24

    শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ আমিও মানো। তেওঁ কেতিয়াও কতো হাঁহ কুকুৰা বা গাহৰি পুহি জীৱন নিৰ্বাহ নকৰিবলৈ কোৱা নাই।
    গুৰুজনাৰ প্ৰকৃত আদৰ্শ আৰু আৰ্হিক আগবঢ়াই নিয়ক

  • @mamaassam3044
    @mamaassam3044 ปีที่แล้ว +7

    Apona loi hajar hajar pranam jonaishu raijor majot Eman val News diyar babe good news🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏👍👍👍❤

  • @assamunlimited348
    @assamunlimited348 ปีที่แล้ว +10

    এটা জাতিৰ খাদ্য সংস্কৃতি, এটা পৰিয়ালৰ জীৱন নিৰ্বাহৰ বাবে কৰা উপাৰ্জনৰ ক্ষেত্ৰত কোনো ধৰণৰ ধাৰ্মিক বিষয়বস্তুৰ লগত জড়িত হব নালাগে।

    • @dheneswakonwar4324
      @dheneswakonwar4324 25 วันที่ผ่านมา

      @@assamunlimited348 apuni hosakei koise.

  • @taradihingia2545
    @taradihingia2545 ปีที่แล้ว +17

    আন ধৰ্ম সংঘই নিন্দা কৰে। সংঘই কাৰো সহায় নোলোৱাকৈ অকলে থাকক।

  • @Bg22224
    @Bg22224 ปีที่แล้ว +18

    মুৰ্গী নুপুহিবা , গাহৰি নুপুহিবা , মাছ মাংস নাখাবা ,
    মনে মনে খাবা, বঙাল , মিঞাই আৰ্থিক ভাৱে স্বাৱলম্বী হব, অসমীয়াই হিতাধিকাৰী হৈ হৰি নাম লব

  • @haripriyaboro739
    @haripriyaboro739 ปีที่แล้ว +7

    হাঁহ কুকুৰা গাহৰি ঘৰত পহিব নোৱাৰে আৰু ঘৰ খনত সমাজ এখন পাতিলে গাহৰি সমাজত হলে আন কষ্টৰ সমাজ খায় কিও আৰু কিছুমানে ঘৰত গাহৰি আনি ৰান্ধি লুকাই লুকাই খাব পায় কিও যিসকল গাহৰি খায় সেই সকলক চোৱা বুলি ঘৃণা ও কৰে কি মানে এবিলক খোৱা বস্তু হে খায়চে নোখোৱা বস্তু টো খোৱা নাই ।।।

  • @assamunlimited348
    @assamunlimited348 ปีที่แล้ว +4

    গুৰুজনাই কৈ গৈছে।।। সকলো সমান। জাতি ধৰ্মৰ নিৰ্বিশেষে অসমীয়া জাতি। গুৰুজনাই কোনো সংঘ বনোৱা নাছিল। মই ভাবিছিলোঁ সংঘ যোগদান কৰিম। কিন্তু এনে ঘটনাই আৰু উক্ত সংঘৰ বাপ জনৰ ego থকা কথা বোৰে মোক তেওঁলোকৰ পন্থালৈ যোৱাত বাধা দিলে।
    নকওঁ ....কে..... অল্প বিদ্যা ভয়ংকৰ।।।।
    ধাৰ্মিক নে গণতান্ত্ৰিক সংস্থা?
    কোনো ধাৰ্মিক সংবিধানক গণতান্ত্ৰিক ভাবে স্বীকাৰ কৰা নাযায়।
    প্ৰাণজিত গগৈ দেৱে ভাগৱত বাখ্যাত যেনেদৰে সংঘক উপস্থাপন কৰে তেনে অকণো নহয়।
    বহু আহোম মানুহ সংঘত আছে। চকলং বা কিবা অনুষ্ঠান এটাত গলেই যে তেওঁলোকক সমাজৰ পৰা বাহিৰ কৰিব লাগে তাৰ যুক্তি টো বুজি নাপালোঁ।
    গুৰুজনাই কেতিয়াও এনে নিৰ্দেশ দিয়া নাই। অন্য নহলেও জাতিৰ ভেদা ভেদক তেওঁ কদাপি স্বীকৃতি নিদিছিল।
    আপোনালোকৰ সংবিধানত কিছুমান হয়তু ভুল ধাৰণাৰ সন্নিবিষ্ট কৰা হৈছে। একো নাই সংশোধন কৰক।
    ধন্যবাদ

  • @abinashdutta8617
    @abinashdutta8617 ปีที่แล้ว +4

    শংকৰ সংঘত থকাৰ প্ৰয়োজন কি? শংকৰ দেৱে অসমত সত্ৰহে প্ৰতিষ্ঠা কৰিছিল যি সত্ৰ সমূহত সনাতন বৈদিক বৈষ্ণৱ ধৰ্ম ৰক্ষিত হৈ আছে।তুলসী,ব্ৰাহ্মণ, বেদ, শালগ্ৰাম , মূৰ্তি আদিক শংকৰ দেৱে সদায় সন্মান কৰিছিল তাৰ প্ৰমাণ চৰিতপুথিত পাব পাৰি। তদুপৰি তেওঁজগন্নাথ পুৰী, বৃন্দাবন ,কাশী,গঢ়া আদিত মন্দিৰ সমূহ দৰ্শন তথা ইয়াত পিতৃ মাতৃৰ পিন্ড দান কৰিছিল। কীৰ্তনৰ ঊৰেষা বৰ্ননা কৰোঁতে জগন্নাথ,বলৰাম সুভদ্ৰাৰ পূজাৰ মহিমা,মহাপ্ৰসাদ আৰু নিৰ্মালি ৰ মহিমা,শিৱ লিংগৰ পূজাৰ মহিমা আদি বৰ্ণনা কৰিছে।এইবোৰ সংঘৰ মানুহে পঢ়া নাই নেকি? নে চকুমুদা কুশলী হৈ আছে। যি বেদক ভগবানে বাৰে বাৰে অবতাৰ ধাৰণ কৰি ৰক্ষা কৰিছে সেই বেদৰূপী ভগবানক নিন্দা কৰাৰ ফল শংকৰ সংঘ ই অতি সোনকালেই লাভ কৰিব।

  • @mukulsahariah5048
    @mukulsahariah5048 หลายเดือนก่อน +3

    এওঁ কি ফালটু কথা কৈ আছে সংঘৰ কথা । সংঘৰ নীতি নিয়ম বহু ওপৰত ।এওঁৰ লগত কথা কিয় পাতি আছে বৰা বাপ ।

  • @assamunlimited348
    @assamunlimited348 ปีที่แล้ว +4

    আজিৰ যুগত এইবোৰ শেষ কৰা উচিত। শাস্ত্ৰ নপঢ়াই ভাল বুজিছে। যিমানে এইবোৰত সোমাই যোৱা হয় ঠেক মনোবৃত্তিৰ হয় দেখুন মানুহ বোৰ। গুৰুজনাই কৈ গৈছে মিলাপ্ৰীতিৰে থাকিবা দেই সকলো।
    আমাৰ গুৰুও শ্রীমন্ত শংকৰ দেৱেই হয়। আপোনালোকৰো। তেওঁ কেৱল সংঘৰ পৈত্ৰিক সম্পত্তি নহয়। এনে লাগে যে আমি বোৰ মাহী মাকৰ পো-জী।
    মাত্ৰ ভাগৱত -কীৰ্তন পাঠ বা বাখ্যা কৰিলেই নহয়। প্ৰতিটো শাৰীৰ প্ৰকৃত প্ৰেক্টিকেল অৰ্থক মনেৰে বিবেচনা কৰক।

  • @runmonivlog5715
    @runmonivlog5715 หลายเดือนก่อน +5

    শংকৰদেৱে কি ধৰ্ম্ম পচাৰ কৰিছিল পাবত গজা মানুহ এচামে মাজ বাটতে গুৰুজনাক কলঙ্ক কৰি গুৰুজনাক বদনাম কৰি নিজৰ মতে ডাঙৰ ডাঙৰ কথা কৈ ফুৰে এইবোৰ ক কাচিয়ে কাটি নিমখ ধালিব লাগে বৰা দেৱ মইয়ো এজন আহোম ।আহোমৰ চাকৰ আছিল শংকৰদেৱৰ জাতিটো মাছ চাউল এইবোৰ জোগাৰ ধৰা ।এৰি নিদিব এইবোৰ মানুহক 🙏🙏🙏

  • @lakhyadharbezboruah6944
    @lakhyadharbezboruah6944 ปีที่แล้ว +3

    Hundar

  • @subhasburagohain2567
    @subhasburagohain2567 ปีที่แล้ว +15

    মুঠতে আহোমবিলাকে নিজৰ পৰমপৰা এৰিব নালাগে ।

  • @babuldas3464
    @babuldas3464 ปีที่แล้ว +4

    বৰা দেও এক শৰণ ভালকৈ বুজাই দিয়ক আপোনাৰ সংগী ভকত জনক।ইমান এটা মহান অনুষ্ঠান ৰ বিতৰ্ক ভাল নালাগে।

  • @jyotidev4151
    @jyotidev4151 ปีที่แล้ว +12

    সংঘৰ মানুহে মনে মনে সকলো পন্থাৰ ঘৰতে খায় ফুৰে। সমাজতহে কিছুমান নোহোৱা নোপোজা নিয়ম বান্ধি ফুৰে। সংঘৰ বাহিৰৰ লৰাৰ লগত ছোৱালীক বিয়া কিয় দিয়ে। গুৰুজনাই এইবিলাক লিখি থৈ গৈছে নেকি। এইবিলাক আৰু এৰিব হল। মইতো সংঘৰ বহুত মানুহক মঠ মন্দিৰত লগ পাও। কিয় যায়?????

    • @sacindradeka8192
      @sacindradeka8192 ปีที่แล้ว

      আপোনালোকৰ মতে শঙ্কৰদেৱৰ আদৰ্শ অসমৰ পৰা নোহোৱা কৰিব লাগে?

    • @kamrup133
      @kamrup133 ปีที่แล้ว +3

      @@sacindradeka8192 গুৰুজনাক আমীও সন্মান কৰো............কিন্তু তহত কেনেকুৱা মূৰ্তি পূজা নেমান দূৰ্গা পূজা চাব যাৱ বেলেগৰ বীয়া সভাহত মাছ মাংস খাব পাৰে কিন্তু নীজে নুখূৱাও তহত ভকত কি ভকত দীনত ধৰ্ম পালন কৰি ৰাতী বটল খাও ।।

    • @bijuduarah6490
      @bijuduarah6490 ปีที่แล้ว

      Right

    • @gogoi4250
      @gogoi4250 ปีที่แล้ว

      @@sacindradeka8192 gyan ase jd olp vab lob gurujonar adarkha k loi ami kobo logiya aku nhoi . Tau adarkhai agt rakhi solu kin2 thot kisuman gyani murkha manuha bonuwa niyam ok loi khong utha are jd eam a jano kosun gurujonai amuk nupuhib amuk nakhab hom puwa biya t najab aibilak kot likhi thoi goise jd ans jd ase db . Durga puja kali puja lokhi puja adike dhori kio sabo jaw hutal ot dhabat bohi mas mankha a kio dogori khaw . Poman ase lage jd ahib afalor pora djam

    • @jyotidev4151
      @jyotidev4151 ปีที่แล้ว +1

      @@sacindradeka8192গুৰুজনাৰ আদৰ্শ নোহোৱা কোনে কৰিছে। পাবত গজা কিছুমানে হে কৰিছে। এইবিলাক কথাত লাগি থকাত কৈ ইমানদিনে গুৰুজনাৰ জন্মস্থান খনৰ উন্নতিৰ কথা চিন্তা কৰিলে হেতেন আজি ভাৰতবৰ্ষত বৰদোৱা জাকত জিলিকি স্থান হিচাপে পৰিগণিত হ'লহেতেন। কিন্তু আমাৰ নিজৰ মাজতে ভাগ ভাগ কৰি কি পাইছে। সকলো লগ হৈ এৰাধৰাৰ মাজেৰে আগুৱাই যোৱা ভাল। নহলে ভূপেন হাজৰিকাৰ কথাৰে " অসমতে অসমীয়া ভগনীয়া হব। "

  • @bhabenbora1453
    @bhabenbora1453 ปีที่แล้ว +12

    শঙ্কৰ সংঘ মানুহে পুজা নামানে। কিন্তুু তেওলোকৰ ঘৈনিয়েক বিলাগে কিয় সেন্দুৰ ফোট লয়। হিৰত কিয় লয়।সেন্দুৰটো পুজাত লাগে।

  • @suranjanakalakendra5752
    @suranjanakalakendra5752 ปีที่แล้ว +2

    Valai hoise diyok . Asomt jonmo grohon Kori nijor majot bitorko Kori anok dolisa pari diyok.....

  • @sukdevkonwar3816
    @sukdevkonwar3816 ปีที่แล้ว +10

    যি সকল লোকে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ সঙ্গী হৈ বিতৰ্ক সৃষ্টি কৰি আছে সেই সকল লোকে যদিহে শঙ্কৰ সঙ্ঘৰ নিয়মৰ মতে মানি চলিবলৈ নোৱাৰে প্ৰাথমিকত আবেদন কৰি উলাই আহিলেই হ'ল।। নিজৰ ইচ্ছা অনুসৰি আপুনি গাহৰি পুহে নে গাহৰি ফ্ৰাম খুলে মদ্যপান কৰে কৰি থাকক ।।

  • @punaram2694
    @punaram2694 ปีที่แล้ว +4

    সকলো জীৱৰ ধৰ্ম ই হৈছে সনাতন শংকৰ সঙ্ঘ ধৰ্ম নহয় ই এক পন্ঠাহে মাথুন ।

  • @karunadihingia9374
    @karunadihingia9374 ปีที่แล้ว +2

    Yes it is a club as said. They are exploiting Srimanta Sankardev. There is politics only..

  • @boraananta830
    @boraananta830 ปีที่แล้ว +18

    খাব পাৰি পুহিব নোৱাৰি🤧

    • @phatikwary248
      @phatikwary248 ปีที่แล้ว

      Main ke ved vab holoni koribo lage, ami hindu bos himanei

  • @skdas5318
    @skdas5318 ปีที่แล้ว +2

    supar👍👍👍

  • @KrishnaDas-ts8nu
    @KrishnaDas-ts8nu 22 วันที่ผ่านมา

    মইও সংঘৰ নহয় ! কিন্তু বাপ জনাই প্ৰশ্ন ভাগ অৱতাণা কৰিব জনা নাই । আহোম সকলৰ ধৰ্মৰ বিষয়ে নাজানো ! কিন্তু সংঘ সমাজ শংকৰ গুৰুজনাৰ আদৰ্শ মতেহে চলে ! যিহেতু আহোম সকলৰো বেলেগ ধৰ্ম ৰীতি নীতি , সংঘ সমাজৰো বেলেগ । গতিকে মিছাতে কিয় হৈ চৈ কৰিছেনো ! ধৰ্মতো আচলতে কি বুজিছেনে নাই । গতিকে অসমীয়া হিচাপে একতাৰ দোলেৰে থাকক । পাপ পাপেই ! অধৰ্ম অধৰ্মই ! কিছুমান জীৱৰ বস্তুৰ বেপাৰহে কৰিব পাৰি ! কিন্তু জীৱৰ বেপাৰ কৰাটো কিহত পৰে জানেই নিশ্চয় ! গতিকে ধৰ্মত যিমান ভাগ নাথাকক , ইজনে সিজনক সন্মান কৰক । আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয় ! সত্যত থাকক , শুদ্ধত থাকক । ৰাম কৃষ্ণ শংকৰ গুৰু !!

  • @DEKA2199
    @DEKA2199 ปีที่แล้ว +17

    আচা আছে বিচা নাই?🙏 ডাঙৰ ডাঙৰ বেয়া কাম কৰি
    আছে কিছুমান ভকতে সেইবো সমাজে দেখিও নেদেখা ভাও ধৰে কিয়?🙏 🙏🙏 পতি 2 মাহে মাহে আজি 200 কালি 500 টকা চানদা মাচুল দিবৰ জানো পাৰে দুখীয়া মানুহবোৰে???আৰু এটা কথা পতি মাহে মাহে চাউল ৰ সলনি 20 টকা দিবৰ লাগে যে?? ভগৱানে টকা বিচাৰিছে
    নে চাউল ??? পখাদ মানে কি???🙏🙏🙏🙏চানদা বো
    বহুত বেছি তুলা হৈছে???🙏🙏🙏🙏🙏🙏পাৰে যদি নিয়ম নিতী বো অলপ সলনি কৰক 🙏🙏🙏🙏🙏🙏🙏🙏

  • @jayadass2681
    @jayadass2681 24 วันที่ผ่านมา

    কোনোবা জাতিয়ে গাহৰি মূগী পোহে কোনোবা জাতিয়ে হাঁহ ছাগলী পোহে এইটো নিজৰ নিজৰ জাতি নিয়ম নীতি ইয়াত যুক্তি তৰ্ক কিয় আহিছে বাৰু?

  • @poranjyoti
    @poranjyoti ปีที่แล้ว +2

    Babul Bora even can't speak 10minutes about the Great Sankardeva's philosophy in today's context

  • @punyanath4745
    @punyanath4745 ปีที่แล้ว +12

    এইটোবে একো নেজানে । আমাৰ ইয়াত গাহৰি/ বইলাৰ /হাহঁ পোহে আৰু নাম ৰ্কিতনীয়া সকলোৱে খায় অ😜😜😁😁

  • @ranjanborah8190
    @ranjanborah8190 หลายเดือนก่อน +3

    কোন এই প্ৰশ্ন সোধা জধামূৰ্খ মানব

  • @dimbeswarkonwar7659
    @dimbeswarkonwar7659 2 หลายเดือนก่อน +2

    গাহৰি খাই নাখায় তেওঁলোকে

  • @BikiDeka-td6uq
    @BikiDeka-td6uq 6 หลายเดือนก่อน +2

    Joi babul bora

  • @debasishbhuyan3217
    @debasishbhuyan3217 ปีที่แล้ว +6

    অসমীয়া মানুহ বিলাকক ভাগ ভাগ কৰাৰ বাহিৰে আপোনালোকে একো কৰা নাই। ইয়াৰে সুযোগ লৈছে অনা অসমীয়া সকলে।

  • @HaricharanThakuria-zl1jl
    @HaricharanThakuria-zl1jl หลายเดือนก่อน +2

    Sankardeve bhedhbhab koriboloi ketia koichil

  • @rajudeka8081
    @rajudeka8081 ปีที่แล้ว +3

    Khab pare pub nuware faltu dishar

  • @prasantagogoi1374
    @prasantagogoi1374 ปีที่แล้ว +2

    Kla puhibo jodi nuwaro khabo*u nalage🙏🙏🙏🙏

  • @devenphukan5699
    @devenphukan5699 หลายเดือนก่อน

    চাৰিযুগ,ভিতৰত,এতিয়া, কিযুগত,আমাৰ,বসবাস,গতিকে,যুগ,ধমৰ,পতনি,ছাব,লাগে

  • @arunchandradutta8423
    @arunchandradutta8423 ปีที่แล้ว +2

    Dada please ai " Sankar Hangha aru Bamuniyar " r majot ji mataved ase tak alusanar madhyamt anok sun jadi pare. Sankar Dev e Hindu Musalman Kalita vag vag kri dekhuwa nasile. Hakaluke milai he hamaj garhisile. Ai Katha manuhe pahori goise

  • @helloassamjorhat
    @helloassamjorhat ปีที่แล้ว +2

    সংঘই ওলোৱাত কাম কৰে ...আৰু আনক নিতিশিকা দিয়ে 😀

  • @sacindradeka8192
    @sacindradeka8192 ปีที่แล้ว +8

    আহোমৰ ধৰ্ম নিৰ্দিষ্ট কিবা আছে জানো?

  • @shymantakoch1305
    @shymantakoch1305 ปีที่แล้ว +3

    Oi times guwahati batori bisari napao neki, nitibasok khobarbur bad di etibasok khaborbur dibolai sesta karok

  • @udayborah4214
    @udayborah4214 7 หลายเดือนก่อน +2

    Hai hongbedhan khn guru jonai bonai selay ne kunai bonai selay hai2 koi deok

  • @dr.robindrakumarsharma741
    @dr.robindrakumarsharma741 27 วันที่ผ่านมา

    Sankar sangha is the largest religious organization of Assamese society & it must thinks about the economic upliftment of our society. Govt. job is not possible for all. Poultry ,fishery &small shops are ways by which thousands can earn livelihoods. Sankar Sangh can lead this means for the needy members without separating them from the Sangh.
    job

  • @krishnakakaty2624
    @krishnakakaty2624 หลายเดือนก่อน +1

    Krishna Krishna provu. Xokolu. Khabo. Pai. Puhobohe. Napai. Dei. Abir vab. Aru. Titi bab. Mane. Ki. Take. Najane. Dei.

  • @jibongogoi6940
    @jibongogoi6940 หลายเดือนก่อน +2

    শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ ই অসমীয়া সমাজ খন ভাগ ভাগ কৰিছে l

  • @phuleshwardeka9686
    @phuleshwardeka9686 ปีที่แล้ว +7

    যদি আহোমৰ ঘৰত, বাহ্মুনৰ ঘৰত বিয়া বা শোকাম খাব নেপাই তেন্তে সেই খন সংবিধান নহয়। সেইখন ফালি ছিৰি জাবৰ পেলোৱা ঠাইত পেলাই দিব ।

  • @sauravrajbongshi1768
    @sauravrajbongshi1768 หลายเดือนก่อน

    Ami bindas vii karu katha khuni nathaku❤❤❤i love asssam ❤❤❤

  • @ajitkumarphukan9736
    @ajitkumarphukan9736 ปีที่แล้ว +3

    Boinsab pondit Hounarm Chutia বাপৰ জীৱনী পুথি ভাগ পঢ়িব গগৈ বাপ,আৰু মনত ৰাখিব শংকৰ সংঘ Club buli কবলৈ কত অধিকাৰ পালে , শ্ৰীমন্ত শঙ্কৰদেৱ জগত গুৰু ,

  • @monujnathofficial5684
    @monujnathofficial5684 6 หลายเดือนก่อน +2

    জয় গুৰু শঙ্কৰ ❤❤

  • @MohamPathori-rc5fb
    @MohamPathori-rc5fb 2 หลายเดือนก่อน +3

    আপোনাৰ ব্যক্তিগত মনোমালিন্য শঙ্কৰ সঙ্ঘৰ বিষয় নহয় । আমিও শঙ্কৰ সঙ্ঘৰ সঙ্গী হয় । আমি গাহৰি , কুকুৰা পুঁহি আছো । আমাক আজিলৈকে কোনেও দেখোন সেইবোৰ নুপুঁহিবি বুলি কোৱা নাই !

  • @biswajitgogoi8383
    @biswajitgogoi8383 ปีที่แล้ว +2

    Babul bora ....nonsence man

  • @nandabibharali7442
    @nandabibharali7442 หลายเดือนก่อน

    Jodi manuhjon Aahum sampradayor hoi tente haijon ajon. Ahumei nayai. Tao buli kio koba nuware.

  • @JITUMONIKAKATI
    @JITUMONIKAKATI หลายเดือนก่อน +1

    ihotor Sonkor shonghor manuh amar fale nayo aru ei dhormoto ajir pora 2 bosor agote asil . .jetiya ihotor ajob gajob niyom tar pisot gotei raij mili amar district t elekat Nirmul korilu ihot thakile somajor vedaved jonme Santi nathake sodaye mel miting mimangkha
    Jai Sonaton Om Nomoh Shivay

  • @bishnuramrabha4714
    @bishnuramrabha4714 ปีที่แล้ว +2

    Songha... Sangha... Sonkori songhor ki kam, letera manuhor homosti sonkori songha

  • @bishnuramrabha4714
    @bishnuramrabha4714 28 วันที่ผ่านมา

    Sonkor Songho Muslimor Obotaar...

  • @romensaikia6653
    @romensaikia6653 ปีที่แล้ว +4

    গুৰুজনাই এক কৰিছিল বাবুল বৰাই ভাগকৰিছে বাবুল বৰা নিজে এটা গাহৰি

  • @nishantabhuyan2038
    @nishantabhuyan2038 ปีที่แล้ว +1

    Sangho ase jetia sangho niti niyom mani soliboi lagiboi.tane dore satro maha sabha niti niyom ase.gotike niti niyom mani soliboi lagibo

  • @sauravrajbongshi1768
    @sauravrajbongshi1768 หลายเดือนก่อน

    Kone ki nakhai kone ki nakoi 😂😂😂sbe sakari napai nhoi /ai bor puhi kiba to enkam hoi/ boji napai

  • @kripalsaikia2965
    @kripalsaikia2965 ปีที่แล้ว

    Leadership olop change hole bhal hobo
    Bitorko hum katibo

  • @pushpadhardeka6071
    @pushpadhardeka6071 ปีที่แล้ว +2

    Sankar deve assamia jatik akata kari thoi goisil. Kintu aamar samajar murkhya bore niyan banai belegar kam kaj. Bia sabhat jaaba noware ai bandhanere bandhi pelaise. Hum jagya t jaba noware .Saba noware. Kidhar hindu. Muslim howai vall.

  • @pranitabordoloi1918
    @pranitabordoloi1918 ปีที่แล้ว +4

    Biat niramis.. Khai xomaj bhoga pisot mangs bhat khai mod khai .. Aru krisn krisn kori thake

  • @PankajHandique-yc9ms
    @PankajHandique-yc9ms หลายเดือนก่อน

    Hosa kotha koisa tumi

  • @ratneswarnath1424
    @ratneswarnath1424 7 หลายเดือนก่อน +2

    এই মূৰ্খ জনৰ প্ৰশ্নৰ উত্তৰ দিয়ে কিয় বাপ?

  • @prahladbordoloi6884
    @prahladbordoloi6884 ปีที่แล้ว +4

    খাব পাৰে, কিন্তু পুহিব নোৱাৰে।ইয়াৰ অৰ্থ কি বাৰু? এইবিলাক নিয়ম মানুহে হে বনাই লৈছে। ধৰ্মই মানুহৰ মাজত বিভাজন আনি শেষ কৰিলে। হিন্দু মুছলিমৰ কথাটো বাদেই দিছোঁ,এইযে শংকৰ সংঘ,কৃষ্ণ গুৰু ধৰ্ম, গোঁসাই শৰণ,বাল ব্ৰহ্মচাৰী আৰু যে কিমান ধৰ্ম মানুহে নিজে নিজেই বনাই লৈছে, আৰু তাৰ কাৰণে যে কিমান হিংসা ককাই ভাইৰ মাজত কাজিয়া পেচাল লাগি ককাই ভাইৰ শেষ। গতিকে এইবিলাক ধৰ্মৰ কথা চিন্তা কৰি কোনো লাভ নাই। কেৱলমাত্ৰ ভগৱানৰ কথা চিন্তা কৰি মনৰ পৰা বেয়া ভাৱ আঁতৰাই সকলোৱে মৰম স্নেহৰ মাজত ইজনে আনজক সন্মান দি চলিলে পৃথিৱীৰ খন সুন্দৰকৈ চলিব। ভগৱানে পৃথিৱীৰ খন সৃষ্টি কৰিছে,মানুহ জীৱ-জন্তু চৰাই চিৰিকতি গছ বন আদিকে লৈয়েই। গতিকে মই ধৰ্মৰ প্ৰতি ইমান বিশ্বাস নকৰোঁ।ধৰ্ম লৈ কি লাভ যদিহে মনত কিছুমান বেয়া ভাৱ লৈ মানুহক সন্মান দিব নাজানোঁ। গতিকে সেয়া ধৰ্মৰ কোনো কাম নাই ❤️🙏❤️🙏

  • @bubulboruah6267
    @bubulboruah6267 หลายเดือนก่อน +1

    সকামত মাছ মাংস নাখাই ঘৰত হা্হঁ কুকুৰা মাৰি দিঙিলেকে খাই ৷ আপোনালোকৰ ভগৱান দুজন নেকি ? সকামত কাৰ নাম লই খাই ঘৰত কাৰ নামলৈ খাই ৷ 5:43

  • @phatikwary248
    @phatikwary248 ปีที่แล้ว +1

    Paswna hudha jon mohan, Moi u vabu Hindu Homaj khonot kiyo ved vab ase.

  • @BikiDeka-td6uq
    @BikiDeka-td6uq 6 หลายเดือนก่อน +1

    Apuni akkhron dharma kotha akue njanu apuni .apunie njane kotha tu apuni dharma akue njanu

  • @sunilkonwar3376
    @sunilkonwar3376 ปีที่แล้ว +1

    ধৰ্মৰ নামত ৰাইজক গোড়ামিৰে পনবন্দী কৰি ভাল পাই এনেধৰনৰ তথাকথিত বাপ সকলে ৷

  • @gunakantabaruah6243
    @gunakantabaruah6243 ปีที่แล้ว +4

    সঙঘৰ নিয়ম বৰ বিভাজন বাদী। কোনো লোকে বৰ ভাল মত পোষণ নকৰে কেৱল এই বেয়া মত জনমানসত বিয়পাব ধৰিব ইএক বিচাযয় হৈছে। গুৰু জনাই এই বিলাক কোৱা নাছিল। মুঠতে বৃটিছৰ বৰবিহ কানিকৈয়ো মাৰাত্মক এই নিয়ম নীতি। সকলোকে পৰিহাৰ কৰি চলিবলৈ কম যেতিয়ালৈকে সকলো এক মতত উপনিত নহয়।

    • @gunakantabaruah6243
      @gunakantabaruah6243 ปีที่แล้ว

      হয় এক হিন্দু ধৰ্মৰ লোক যেতিয়া একত্ৰিত হয় তেতিয়া দেশ সবল হয়। কোনো গুৰু পৰধমৰমৰ অমঙগল আনকি নিজ ধৰ্মৰ অনুসৰণকাৰীৰ প্ৰতি ইমান কঠোৰ দেখা নাযায়। বিশ্বৰ আসন শুৱনি কৰা শৃমনত জনায় কেতিয়াও তেঁওৰ অনুগামীক ইমান কঠোৰ হ'ব দিয়া নাই।বৰঙ মাধৱদেৱৰ দৰে শিষ্যৰ জন্ম দি উদাহৰণ ৰাখি গৈছে। আমি ধৰ্মৰ নামত পৰধমৰমৰ লগত সঙঘাত নিবিচাৰোঁ। বিশেষকৈ পুজা পাৰবনত সমানে সমানে প্ৰতিযোগিতা মোলক তিথিৰ অবতাৰনা জনমানসত বিপৰীত ধৰ্মী প্ৰভাৱ আনে।একসতৰ চাৰিসতৰহৈ দুৰ্বল হয় একতা থানবান হয়।বীজয় বেলিমাৰ যায়। ধৰ্মৰ সঙকুচন ঘটে

    • @gunakantabaruah6243
      @gunakantabaruah6243 ปีที่แล้ว

      পৰশৃকাতৰ কৰে। নিজেই দিপানতৰ হ'ব লাগে। অসমৰ এতিয়া একতা বৰ দৰকাৰ। নহ'লে নিশৃননতাৰ পথ সমাগত।

  • @dheneswakonwar4324
    @dheneswakonwar4324 25 วันที่ผ่านมา

    Ane namghoriya manuh ase, gahori nupuhu bule koi gahori puhe, mod pani nakao bule koi mod khai ,Ane burok gu khuwai dibo lage.

  • @sasankamrblogs626
    @sasankamrblogs626 ปีที่แล้ว +1

    Mu name hunilei khong uthe

  • @Haramikalala
    @Haramikalala 9 หลายเดือนก่อน +2

    They have destroyed ahom community

  • @monjitgogoi4477
    @monjitgogoi4477 หลายเดือนก่อน +1

    এই বাবুল বৰা মনুহটোৱে স্্ঘৰ টকা খাই পলাব এদিন

  • @biswajitgogoi8383
    @biswajitgogoi8383 ปีที่แล้ว +1

    Babul bora eta faltu manush..........

  • @purnendurabha4414
    @purnendurabha4414 ปีที่แล้ว +1

    Belegor ghorot gahori murgi khabo para ghorot pohibo noyara , ki sangkorihe ? Third class sangkori eibor .

  • @monsomdutta9661
    @monsomdutta9661 ปีที่แล้ว +1

    Au ki election tikot laga Niki ahom sokol sankardeb sanman nokara Niki .iar sankardeb logout direct connection asa Niki faltu concept.

  • @shyamalkampuria5858
    @shyamalkampuria5858 ปีที่แล้ว

    Shankar Shangha r niom ekei..bibah.shardha sakoli

  • @parbinraidarhindu7824
    @parbinraidarhindu7824 ปีที่แล้ว +1

    Gahri puhatkoi xuwa keijnr he moha pap aru jiy jib puh pal kore teulukehe prakit manuh .

  • @pranabgogoi6427
    @pranabgogoi6427 ปีที่แล้ว +1

    Babul Bora dalaal , hi asomiya jati hekh koriba

  • @BikiDeka-td6uq
    @BikiDeka-td6uq 6 หลายเดือนก่อน +1

    Apunar puhibo mon ase puhok

    • @bituponboruah1060
      @bituponboruah1060 2 หลายเดือนก่อน

      অসমীয়া নহয় আপুনি

  • @rosejoshi5722
    @rosejoshi5722 ปีที่แล้ว +1

    🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣

  • @shyamalkampuria5858
    @shyamalkampuria5858 ปีที่แล้ว

    Babul bora Kun buli kiyo kotha koise..

  • @assampriyamusic6194
    @assampriyamusic6194 ปีที่แล้ว +1

    Babul borahrr vorir tolor bali ataru juigo nhy oo toi

  • @rlrajibhussain4244
    @rlrajibhussain4244 ปีที่แล้ว +1

    Who is babul bora.

  • @kanakbordoloi822
    @kanakbordoloi822 ปีที่แล้ว +1

    🙏🙏🙏🙏🙏😭😭😭😭😭

  • @acharyapranay
    @acharyapranay ปีที่แล้ว +1

    😆😆😆

  • @RAHULRoy-ue2jd
    @RAHULRoy-ue2jd ปีที่แล้ว +1

    Andhabishwas kab jaiga hamare bish ma se

  • @skvlog4003
    @skvlog4003 ปีที่แล้ว +1

    Khab pari puhib nowari eitu ki niyom

  • @monujkotoky6654
    @monujkotoky6654 ปีที่แล้ว +1

    Khbaloi laz nai....

  • @jatinlaujary9147
    @jatinlaujary9147 หลายเดือนก่อน

    Sur.kuri.khabida.

  • @monuramatamuli744
    @monuramatamuli744 ปีที่แล้ว +2

    Question korajonor kiman ki ase buja gol...mod agal gahori logot khai Hui nathako keo?

    • @gogoi4250
      @gogoi4250 ปีที่แล้ว +1

      Kio laj paisa . Tumalukor prodhan jona sun aku ata ku ans dbo nuwaril . Ata ktha kuwa ajon dukhiya manuha hah ata ba kukura ata baa gahori ata puhilai tat ki apoti kunjon gurue koisel ja aibur puhila pap hoi bujai koba jd gyan kon ase ru ata kotha aghar dukhiya manuhor ghart goi saba adn kiman kostot thake hai kukura gahori bika poisai lora suwali pohar khors adi kori ghar khan solai . Ru kiba uparjon koribola nijor pat puhibor hola kunu adha saluwa manuha bonuwa homajor kisuman olagotiyal kotha hunar poujon nhi buli moi vab . 2Mi bor hundar mogojur jen paw mat hunilai kobo para modahi buli .

    • @jitublssedwidd5026
      @jitublssedwidd5026 ปีที่แล้ว +1

      @@gogoi4250 akmot

    • @gogoi4250
      @gogoi4250 ปีที่แล้ว

      @@jitublssedwidd5026 thanks .

  • @junakrajanimedia2246
    @junakrajanimedia2246 ปีที่แล้ว +1

    Batori bisari napao... Unsubscribe korilu

  • @jatinlaujary9147
    @jatinlaujary9147 ปีที่แล้ว +1

    Bal.aibilak

  • @bababora757
    @bababora757 ปีที่แล้ว +1

    Aitu kun murkho oo?

  • @allone2175
    @allone2175 ปีที่แล้ว +1

    Manuhak dukhia ,arthik durbal kora system ,bidekhi ahi paliba pare ,saf sikan kori pali ,besi ,parial solabo pare ,tetiahe asol dharma ,Babul borak bujai dia je karma he dharma

  • @sacindradeka8192
    @sacindradeka8192 ปีที่แล้ว

    আহোম ৰজাই শঙ্কৰদেৱক খেদিছিল ।গতিকে.....

  • @jayantanath9277
    @jayantanath9277 ปีที่แล้ว +2

    বেপাৰ চলি আাছে

  • @dipankarsaikia8272
    @dipankarsaikia8272 ปีที่แล้ว

    Sur kori pari o.rati rati +mal2 u

    • @shymantakoch1305
      @shymantakoch1305 ปีที่แล้ว

      Kunubai surkarise tarbabe anusthantU dari hobo nuware stopit,gom pale tar bebosthar Lua dekhise ne apuni

    • @mahanandakonch5583
      @mahanandakonch5583 ปีที่แล้ว

      Nejei khao j kla

    • @dipankarsaikia8272
      @dipankarsaikia8272 ปีที่แล้ว

      @@mahanandakonch5583 ami kela open khau.rati sur kori nakhau kela

    • @dhirajbordoloi8755
      @dhirajbordoloi8755 2 หลายเดือนก่อน

      পথমে মানুহ হৈ. পাছত ধৰম কৰম পূজা পাতল

  • @subhasburagohain2567
    @subhasburagohain2567 ปีที่แล้ว +4

    মুঠতে আহোমবিলাকে নিজৰ পৰমপৰা এৰিব নালাগে ।

    • @ajaymech5797
      @ajaymech5797 หลายเดือนก่อน

      @@subhasburagohain2567 ktya pora sristi hua 1253 pora ne tar pasot...