"Money can't buy happiness, but it can definitely buy a lot of sadness." "টকাই সুখ কিনিব নোৱাৰে, কিন্তু ই নিশ্চিতভাৱে বহুত দুখ কিনিব পাৰে।" "पैसा ख़ुशियाँ नहीं खरीद सकता, लेकिन बहुत सारा दुःख ज़रूर खरीद सकता है।"
মূল সমিতিৰ সিদ্ধান্ত একেবাৰে ভূল। কাৰণ এই সিদ্ধান্ত একপক্ষীয়। মূল সমিতিৰ সদস্য সকলে সঙ্ঘৰ গোপনীয়তা কিয় ৰক্ষা নকৰি বিষয় টো ৰাজহুৱা কৰিলে? এই টো সাংবিধানিক ভাবে গোপনীয়তা ৰক্ষা নকৰাসকলৰ ব্যৱস্থা কি হ'ব? এই কথা জানিব বিচাৰো সঙ্ঘৰ সম্পাদক কুশল ঠাকুৰীয়া বাপৰ পৰা।
Junei nohauk university namot xonghor poti ghor xongir pora 100 bosori loi ami di asu 400000×100=40000000 toka bosari without government joma hoi. University namot ki dorkar poti ghor manuhor pora poisa lua private university khula hoise student poisare solalei hol
Bora deve jimaan tetuu falile u kune u mani noloy.Teu niijo k Gurujona Sri monto Shankardev buli vabe.Dhuwa tulokhir paat nohoy.40lakhs vokote misa nokoy.krishna,ki. J hunisu.
লুভেই পাপ ইমান লুভ কৰিব নাপায়। কৃষ্ণ কৃষ্ণ ৰাম ৰাম। জয় গুৰু শংকৰ।
বাবুল বৰা বাপে অকলে বেয়া কাম কৰিব নোৱাৰে । নিৰপেক্ষ অনুসন্ধানৰ প্ৰয়োজন আছে
শংকৰদেৱ সংঘ কেনেকৈ ধমিয় অনুষ্ঠান হব পাৰে বুজাই দিয়ক।শংকৰদেৱ সংঘ হল এখন নামাকৰণ কৰা বেনাৰহে।যাৰ বেনাৰত কিছুমান ধমিয় অনুষ্ঠান পাতে।এতিয়া কিন্তু শংকৰদেৱ সংঘ এটা খিৰটি গাই হিচাবে পৰিগনিত হৈছে।দুখ লাগে মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ নামত কেৱল লুটপাত চলিচে।
Xosa kotha koise.
Hare pondet konoba ajon manuhor karona anusthan ate dae nohoe lokhe lokhe vokotok opoman nokorebo konobae baya kam koresa tak rajohuya koresa ke baya kam koresa bake bohuto bhormeo anosthan ame dakheso lokoye rakha aponar jode sahos asa podadhekaror osoroloe jabo boge ahebo logota apone torko korebo parebo
আহি থকা প্ৰজন্ম সকল সচেতন হওক। দুষ্ট শক্তিৰ বিৰুদ্ধে মাত মাতক,
কৃষ্ণ ,, সত্যই হৈছে ধৰ্ম । ধৰ্মই হৈছে সত্য ।
কৃষ্ণ বাবুল বৰা বাপজনক দেখিলেই গম পোৱা যায় ভাল নে বেয়া । প্ৰকৃততে মানুহ জনৰ মনটো খাৰাপ ।
সংঘৰ অনুষ্টানতো প্ৰকৃততে ধন কেন্দ্ৰিক অনুষ্টান , ধৰ্মক কেন্দ্ৰ কৰি ৰাইজৰ মুৰত মাধমাৰ সোধাইছে। অনাগত দিনত ধাৰমিক বৰ মুৰিয়া সকল সজাগ হবৰ হল।
অসমীয়া গাঁৱলীয়া মানুহক কাম বন এৰোৱাই ধৰ্মৰ নামত ধোদ কৰি পেলালে ,আনফালে মিঞাই গোটেই অসম দখল কৰিলেই ।
বিষয় টো তথ্য সহকাৰে আলোচনা কৰাটো আমি বিছাৰো ।কৃষ্ণ 🙏🙏🙏
আমি জানিব পৰাৰো যে শ্ৰী মন্ত বিশ্ববিদ্যালয়লৈ পুঁজি আহে চৰকাৰৰ পৰা, অধ্যয়নৰত ছাত্ৰ -ছাত্ৰীৰ পৰা, বাৰ্ষিক বৰঙণিৰ পৰা,স্ব,-ইচ্ছাই দিয়া দান , লটাৰীৰ পৰা আৰু প্ৰতি গৃহস্থীয়ে দিনে এটাকৈ দিয়া টকাৰে সংগ্ৰহ হয়। উক্ত টকাৰ হিচাপত হোৱা কেলেংকাৰী সঁচাই দূৰ্ভাগ্যজনক।
ভগৱানে ভক্তৰ কষ্টউপাৰ্জিত ধন হৰণ ভগন হোৱাতো কেতিয়াও সহ্য নকৰে।
কৃষ্ণ কৃষ্ণ হৰি ৰাম 🙏
বাবুল বৰা বাপ জনাই আনক এঘৰীয়া কৰি যি মানসিক কষ্ট দিছিল,তাৰ পৰিনাম হয়তো এয়া।এশ গৰু মাৰিলে বাঘৰো মনৰ।
Val koi sa ama ku bahut kast disil 😢😢
সেইটো তেঁওৰ নিজা সিধান্ত নাছিল । সংবিধান মতে এঘৰীয়া কৰিছিল চাগে
@@amiyachetia2017 এখেত তাৰমানে মাগুৰহে।বাপ ৰে বাপ কম নহয় কিন্তু এখেত ।
@@NdDd-rz9qhশংকৰদেৱে কেতিয়া সংবিধান লিখিলে অ' ?
কথা বৰ বৰ বাপজনাৰ এয়াই হোল।প্ৰকৃত পৰিছয়। আপুনাৰ এই কেলেংকাৰিৰ কথা আগৰ পৰাই শুনি আছিলু।কথাতু তাৰমানে সছা।বাপ আপুনাৰ মুখত এটা পেটত এটা।কৃষ্ণ বাপ আপুনি জদি শ্ৰীমন্ত শঙ্কৰদেৱ শংঘৰ প্ৰকৃত সংগী হয় ।আপুনি এজন শুদ্ধ অন্তৰৰ শুদ্ধ ভকত হবলৈ শিকক ।গুৰুজনাৰ ধৰ্মতুৰ বদনাম নানিব।এনেকুৱা ভকত আৰু বহুত আছে ।আপুনি জিমান জি নকৰিলেও ।নকলেও এতিয়া আপুনি কিমান সছা কিমান মিছা।বাপ আই সকলে ছব বুজি পালে।এনেকুৱা ভকত আছে জদি শ্ৰীমন্ত শঙ্খৰদেৱ সংঘত শুধৰনি হওক তাৰকাৰণে সেৱা ধৰিছু কৃষ্ণ।জিভাখন বেছি দিঘল হলে ।ওপৰৰ পৰা তলত সৰি পৰিবলৈ বেছি সময় নেলাগে।জি কেইদিন জিয়াই থাকে প্ৰকৃত মানুহ হৈ জিয়াই থাকক।কৃষ্ণ জয় গুৰু শঙ্কৰ।🙏🙏🙏🙏।
কৃষ্ণ জয় গুৰু শংকৰ ।বাবুল বৰা বাপৰ কথাটোক লৈ অনাশংঘৰ ব্যক্তি সকলে ইমান হৈ চৈ কৰি কোনো মতামত আগবঢ়াই মনৰ ক্ষোভ পুৰাবলৈ চেস্থা নকৰাই ভাল ! কাৰণ বিষয়টো বৰ্তমান বিছাৰ ছলিআছে ।এই বিষয়টো সম্পূণ শংঘৰ নিজা বিষয় ।কৃষ্ণ কৃষ্ণ । অপৰাধ মাৰ্জনা কৰিব ।
হয় দেই..👍🤘
Right bap Krishna
100%
Hoi hoi
শংকৰ সংঘ এতিয়া ধৰ্মীয় অনুস্থান নামতহে, আজিকালি ই ধন ঘটাৰ অনুস্থান হৈছেগৈ । বৰ ধুনীয়া ভাওনা কৰে দেই ।
শঙ্কৰদেৱ সংঘৰ মূলৰ অধিবেশন ২ বছৰৰ অন্তৰত পাতিলে অনুষ্ঠান প্ৰতি ভকত বেছি আকৰ্ষিত হ'ব কৃষ্ণ ৰাম।
নিৰপেক্ষ বিচাৰ কৰিলে উচিত। হয় কৃষ্ণ
সকলোকে কৃষ্ণই শুমতি দিয়ক 2:26 2:28
Right Krishna
বাবুল বৰাই আইনৰ কাষ চাপিব আইনৰ আওতালৈ আহিলেই কোন সত্য কোন অসত্য গাখীৰ আৰু পানী ৰ হিচাপ জল জল পট পট কৈ ওলাই পৰিব।__কৃষ্ণ ।
চোৰক বাপ কব নাপায়।😢টকা হিচাব কৰি উলিয়াই দিয়া ।বগৰী ভক্ত।
এইবিলাক নীলা শিয়াল । সমযত মূখা আঁৰৰ মূখ বাহিৰ হ'ব
Kori se korise , Babul bora 3 class
উত্তৰ পূৰ্বাঞ্চলৰ ধৰ্মীয় অনুষ্ঠান বুলি নকব কাৰণ গুৰুজনাই এই বিলাক আদৰ্শ দি যোৱা নাই । গুৰুজনাৰ নামত এই বিলাক কি লুটপাত চলি আছে । কাৰণ আমাৰ দুখ লাগে । কাৰণ আমিও গুৰুজনাৰ ভক্ত ।জয় গুৰু শংকৰ ।
বেচেৰাটোলৈ মনতো ৰে বেয়াও লাগে ।
ববুল বৰাই দায়িত্ব পালন কৰিবলৈ লাগিব বুলি কথা নাই দায়িত্ব এৰিবলৈ পালে ভাল পাব লাগে লওভইয়আ বাট দিয়া দায়িত্ব
সৰ্বোতম সুন্দৰ সিধান্ত
এই বাপ সকল ভদ্ৰ ডকাইতৰ দল। কিয়নো বৰমূৰীয়া সকলে প্ৰাথমিক সঙ্গী সকলৰ মূৰত কঠাল ভাঙি খাই। এতিয়াহে জোলোঙাৰ মেকুৰী ওলাই পৰিছে। বাবুল বৰাই শঙ্কৰদেৱ সঙ্ঘৰ বাকী সকলোকে শিয়ালৰ দল হেন জ্ঞান কৰি ৰাজত্ব কৰিছিল নেকি? সঙ্গী সকলে অনুধাৱন কৰি চাবচোন।
Very good, jai sriram
একালৰ বৃন্দাবন------একালত পৰে চন---
প্ৰাক্তন প্ৰধান সম্পাদক অভিযুক্ত বাবুল বৰাৰ লগত নিশ্চয় আৰু কিছু উচ্চ পদস্হ ব্যক্তি এই দুৰ্নীতিৰ চক্র ত জৰিত আছে ! 6:07
Mul songoi bisoitu rajohua koribo nalagisil àmi bohut laj paisu
উঠি ৰজা বহি ৰজা হৈছিল |
সত্য সদায় জয়
ভালে হৈছে
এইবোৰ ষড়যন্ত্ৰ।ভাল কাম কৰিলে এনে কৰেই ঈশ্বৰে সঁচা কথা দেখুৱাব। কৃষ্ণ কৃষ্ণ প্ৰণাম
Krishna Krishna
আপোনী ধুৱা তুলশি পাত নহয় বি জে পিত যোগ কেতিয়া দিব সেইতুহে জনাব সোনকালে
আমি এই মহাপুৰুষীয়া বৃহৎ অনুষ্ঠান ভাগৰ অৰ্ধ সইত বাতৰি,দুখজনক,অতএৱঃ নামঘোষাত উল্লেখ থকা ৫৩নং কোটৰ প্ৰায় ধৰ্মীয় অনুষ্ঠানলৈ মাধৱ দেৱ ভৱিষ্যত বাণী...৪০০ বছৰ আগৰ... কৃষ্ণ ,জয় গুৰু শংকৰ
Bamuniya ghrat tamul khaleu Sankar sangharpora uliai d a....tenehole eman Toka khale Sankar sanghar pora kio nulabo haaaa
কৃষ্ণ কৃষ্ণ নেপায় ।
বাবুল বৰা মানুহ জনৰ কথা বতৰা বহোত আগৰ পৰাই শুনিচো , কিন্ত মানুহ জন সন্দেহ জনক যেন অনুভৱ লাগিছিল ।আজি হেইটোৱে প্ৰমাণ হল ।
Good,news
বৰা বাপ আপুনি জানি শুনি হে আদালতৰ কাষ চাপিবৰ বিঢাৰিছে ।
পিথিবীৰ ভিতৰত আটাইতকৈ মিছা কথা কোৱা হয় আদালতত আৰু আটাইতকৈ সছা কথা কোৱা হয় মদৰ গলীত । কৃষ্ণ কৃষ্ণ কৃষ্ণ।
অতি ভক্তি চোৰৰ লক্ষণ
ভকতে ভকতে মকামিলাহক এই কামনা বেয়ালে নজাব আমি দুখপাম
Right
"Money can't buy happiness, but it can definitely buy a lot of sadness."
"টকাই সুখ কিনিব নোৱাৰে, কিন্তু ই নিশ্চিতভাৱে বহুত দুখ কিনিব পাৰে।"
"पैसा ख़ुशियाँ नहीं खरीद सकता, लेकिन बहुत सारा दुःख ज़रूर खरीद सकता है।"
১৯৩০ চনত গঠিত সঙ্ঘ কেনেকৈ শতবৰ্ষ গৰকা হ’ল?
Valka hesab korok 100 borsot vore desa
শঙ্কৰসঙ্ঘত ৰাজনীতি চলে,ৰবি চলে।
বেছেৰা বাবুল!!
এতিয়া ইয়াৰ না 'ঘৰ কা না ঘাট কা ' অৱস্থা হ'লগৈ 😂😂😂।
ই বেটাই এতিয়া কাক বহিষ্কাৰ কৰিব ? নিজেই খেদা খালে 😅
অতি লূভীয়া মানুহ। লোভেই পাপ, পাপেই মৃত্যু। অতি ভক্তি চোৰৰ লক্ষণ।
অৱশ্যে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘই শতবৰ্ষ গৰকা নাই বাতৰিত কোৱাৰ দৰে ৷
এতিয়ালৈ বৰা দেৱ অপেক্ষা কৰিবই নালাগিছিল কোন কোন জৰিত বকি দিয়ক
বা বুল, বাপ, আমি, আছো
অভাব এদিন দূৰ হব নিশ্চয়ই, কিন্তু স্বভাব কোনো দিনে দূৰ নহয়৷ কাৰণ ই হৈছে জন্ম গত অধিকাৰ। যিয়েই নহওক ইয়াৰ বাবে অকল বাবুল বৰাই দোষী নহয়৷ এয়া ইমান প্রচাৰ হব নালাগিছিল,কাৰণ এইটো সম্পূৰ্ণৰূপে আয়্ধাত্মিক অনুষ্ঠান।
নাপাই,ইহৰ সংসাৰত আমি থাকিম কেইদিন । আমি শ্ৰদ্ধাৰ কৰা শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰভুসমস্ত মাজত এয়া কিহৰ লীলা ?
Luvai pap papai .........Krishna.
শঙকৰ দেবস ঙঘক
বদনাম
কৰিবলৈ
এইসৰজনট্
ভাল কামত সন্মান নাপায় । ধৰ্ম কৰিছেনে টকাৰ লোভ হৈছে ।ভক্ত প্ৰাণ ৰাইজে বিষয়টো আলোচনাৰ মাধ্যমৰ যোগেদি সামাধান কৰিব পাৰে দেখুন ।
ইয়াক অসমৰ পৰাই বাহিৰ কৰিব লাগিছিল... ভূল কৰিলে সংঘৰ সমিতিয়ে....😮😮
কিয়, আপোনাৰ জীয়াই থকাত কিবা ক্ষতি কৰিলে নেকি?
বাবুল বৰাwas the most wicked man.
লাতএটা দি ওলাই দিব লাগিছিল ৷
দুখিয়াক মাৰি খালে একুৱাই হয়
Sanga manuhe bamuniya ghrat tulani bia amdali tale par nahoi kintu ghrat gahari mansh sahrut bani kahai ai bilak ki niam sanga manuhar
আটাইত কৈ যি ধৰ্মক শ্ৰেস্ঠ ধৰ্ম বুলি কোৱা হয় সেই ধৰ্মৰ ওপৰত কলংক সানিলে বৰাই ।গুৰুজনাৰ যি আদৰ্শ ৰীতি নীতি সকলো অপমান কৰা হৈছে ।শুনিবও বেয়া লাগিচে।কৃষ্ঞ ।বৰাই যিয়ে নকওক এখন ইমান ডাঙৰ সমাজ ইমান ডাঙৰ অনুস্ঠানে কেতিয়াও মিচা কব নোৱাৰে ।
Not only Babul Bora All high profile Leder Babul bora
বাবুল বৰাই নিজে কাকো এঘৰীয়া কৰাৰ শক্তী নাই যিকৰিব শ্ৰীমন্ত শংকৰ দেৱ শংঘৰ সংবিধানে কৰিব । এই কথা ভুলকৈ ভাবিছে ।কৃষ্ণ ।
Babul.bora.year.agtu.taur.bisuai.bahute.abhijuge.acha
মূল সমিতিৰ সিদ্ধান্ত একেবাৰে ভূল। কাৰণ এই সিদ্ধান্ত একপক্ষীয়। মূল সমিতিৰ সদস্য সকলে সঙ্ঘৰ গোপনীয়তা কিয় ৰক্ষা নকৰি বিষয় টো ৰাজহুৱা কৰিলে? এই টো সাংবিধানিক ভাবে গোপনীয়তা ৰক্ষা নকৰাসকলৰ ব্যৱস্থা কি হ'ব? এই কথা জানিব বিচাৰো সঙ্ঘৰ সম্পাদক কুশল ঠাকুৰীয়া বাপৰ পৰা।
Dharnar namot guponiyata kiyo rakhibo lage.Gurujonai tumalukar hangbidhan bonaisil neki.
শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা অনুষ্ঠান। অনুষ্ঠান ৰ সংবিধান থাকে। গুৰুজনাই কোনো সংবিধান ৰচনা কৰা নাই। কথা খিনি বুজি লৈ ৰিপলাই দিৱ।
Babul bora bapjone ,sankardav honghk bosor darbart patistha korile, Ami aru kasto koribo nalage,
বৰাদেৱৰ পাখি কাটি ভাল কাম কৰিছে ।
তাৰ পাৰ্থমিক তে ৭খন ৮খন কৰিলে চেই২লেই
Aijon ajon moha dhurto manuh...honkor honghok poisa pati dia bondho koribo lage...Babul bora hompurno bohiskar hobo lage..
Nomu nomu parijat. Kukure seleke barhi gaat
ভাল মানুহে লোকৰ দোষ দেখাৰ আগতে নিজৰ দোষ দেখে।
কৃষ্ণ, অকল বাবুল বৰা বাপেই নে?
Sankara Sangh now going to !business in the name Dharma
Ae sanal belaka babul borar mota mot loe lav nae songhor ge sedhento hobo tak jonabo kortot babu bora keo jabo laga jode takhat prketo vokt hoe kortot tka delae hoe gol karon babul borar saga toka mojot asa dam kayar
শ্ৰী মন্ত শংকৰ দেৱ সংঘত মইমতালী নচলে।
বাবুল বুলা তোক কিন্তু দেখাতেই কিবা টকা খোৱা খকুৱা যেন লাগে।
ইমান দেৰিকে যে😊
নিজৰ নাক কটা যোৱা কথা ৷
Bahut. Din. Agatei. Karib. Llagisil
Ok val hol
জুই জ্বলালেহে ধোঁৱা ওলাই দেই | সংঘই যি পদক্ষেপ ললে ভালেই কৰিলে |
Bora bape nitsoi bhul kora nai
Babul bora bape mod khai kotha koi ase
সিংহ জালত পৰিল।
বাবুল বৰাৰ অভিযোগৰ কৈফিৎবোৰ আমাৰ শুনাৰ প্ৰয়োজনবোধ নকৰোঁ । বোধহয় অনুসন্ধান কমিতিয়ে বিচাৰ বিবেচনা কৰি আৰু তেওঁৰ ভাষ্য লৈহে ৰায় ঘোষণা কৰিছে । গতিকে তেওঁৰ মতামত এই চেনেলে আমাক শুনোৱাৰ পৰিবৰ্তে সংঘৰ ৰায়ৰ সবিশেষ খিনিহে জনাব লাগিছিল বুলি ভাৱোঁ । কাৰণ বৰ্হিকৃত বাবুল বৰাৰ ভাষ্য শুনি আমি কোনো মতামত দিব পৰা নেযায় আৰু দোষীয়ে সদায় দোষৰ পৰা সাৰিব বিচাৰিহে ভাষ্য প্ৰদান কৰে ।
বাপ জনাৰ নামবাৰতো দিবচোন
কিছুমানে নিজকে বৰ ভক্তপ্ৰাণ বুলি নিজকে পৰিচয় দিব বিচাৰে।ধৰ্মীয় প্ৰবচনত আছে জীৱ"হত্যা মহাপাপ।বচনটো আপাতত ভুল। বুদ্ধদেবৰ মতে অনাহকত জীবহত্যা নকৰিবা ।এইটোহে শুদ্ধ।আমাৰ"খাদ্যবোৰ জীবৰ পৰাই উৎপন্ন।ভাত;শাক;ৰুটি এইবোৰ জীব নাছিল নেকি?শাস্ত্ৰ ও বিজ্ঞানৰ দৃষ্টি"কোণৰ পৰা জীবই জীবৰ ওপৰত নিৰ্ভৰশীল। জীবৰ সহায় নললে বা"জীবৰ ওপৰত নিৰ্ভৰ নকৰাকৈ কোনো বৰ্তি থাকিব নোৱাৰে।শংকৰ সংঘত এটাই ভুল পাও কুকুৰা;গাহৰি এইবোৰ পুহিব"নাপায়।পুহিলে এঘৰীয়া হব"লাগে।অনাশংকৰী ঘৰত সকাম নিকাম"খাব"নালাগে।এইবোৰ"সমস্তই ভুল"ব্যাখ্যা।এইবোৰে আমাৰ"জীবনত একো কামত নাহে। আনক জ্ঞান দিয়াতো সহজ; নিজে পালন কৰাটো বৰ টান কাম। লোভ;মোহ;কাম;ক্ৰোধ এই কেইটা আমি এৰিব"পাৰিছো নে নাই? সত্য ;শৌচ;দয়া; ক্ষমা এই কেইটা গুণ আমাৰ"আছে নাই নিজে ভাবি"চাইছোনে"নাই।অকল কৃষ্ণ"কৃষ্ণ শব্দ উচ্ছাৰণ কৰিলেই আমাৰ"ভকতি নহয়।লোভ দমন কৰিব নোৱাৰি আমাৰ বাবুল"বৰা বাপজনা কলংকত পৰিল।এই কলংক আপুনি জীবনত মচিব নোৱাৰে।ইয়াকে কয় অতি ভক্তি চোৰৰ লক্ষণ। অকল"আপুনিয়েই নহয় আপোনাৰ দৰে"আপোনালোকৰ"সংঘত আৰু ওলাব। অকল শংকৰ সংঘতে নহয় অনাসংঘৰী বা"অন্য"ধৰ্মতো ঢেৰ ওলাব।ঈশ্বৰ"ভক্ত হবলৈ"ঢেৰ"ধৰ্ম গাব নালাগে নেগালেও হয়"যদি ঈশ্বৰত বিশ্বাস আছে। লোভ;মোহ;কাম ক্ৰোধ যদি এৰিবই পৰা"নাই তেতিয়া ধৰ্ম"গাইছো বুলি কলেও একো কামত নাহে। সেয়ে মই কোটিৰ ভিতৰত গুটি।অৰ্থাত এক কোটিৰ"ভিতৰত এজন হে ভাল"মানুহ"আছে।সেইজনক ধৰিবও নোৱাৰে;চিনাকিও নিদিয়ে ময়েই"বুলি। আৰু"সেইজনক লগ পাবলৈ ভাগ্যও লাগিব।লগ পালে"অলপ"হলে ও"পাপ ক্ষয় হব বুলি শাস্ত্ৰই উল্লেখ কৰিছে(পুৰাণ চাওক)।
আপুনি লিখিছে যে আপুনি হেনো কোটিৰ ভিতৰত গুটি । কি গুটি আপুনি? শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সৈতে কেনেদৰে জড়িত আপুনি ? বহু কেইটা ৰাজনৈতিক দল, ৰাইজৰ ধনৰ শ্ৰাদ্ধ পাতি চৰকাৰে সৃষ্টি কৰা এজাক ১৫০০/- টকীয়া দন্দুৰা মূৰ্খৰ দল,কিছুমান অকৰ্মন্য পৰ্টেল নিউজ চেনেল, কিছুমান অবিবেচক অন্যান্য ধৰ্মীয় হিংসুক ব্যক্তিয়ে সময়ে সময়ে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভিতৰুৱা কথাৰ খুত ওলিয়াই দীঘলীয়া বিতৰ্কৰ পাতনি মেলিবলৈ বিছাৰে । আপুনিও সেইবিধৰে নেকি ?বাটৰ কচু গাত ঘঁহি আনৰ ধৰ্মৰ ভিতৰোৱা কথাত অনধিকাৰ মাত মাতি মূৰ্খৰ দৰে দীঘলীয়া ৰচনা লিখাৰ প্ৰয়োজন কি ? বাবুল বৰাই আপোনাৰ পৰা কিমান টকা মাৰিলে? অন্যান্য ধৰ্মীয় ,পন্হীয়, ৰাজনৈতিক, সামাজিক সংগঠন সমূহৰ ভিতৰতো এনে বিতৰ্কৰ সৃষ্টি হয়, তেতিয়াটো আপোনাক ৰচনা লিখা দেখা পোৱা নাই ।
Junei nohauk university namot xonghor poti ghor xongir pora 100 bosori loi ami di asu 400000×100=40000000 toka bosari without government joma hoi. University namot ki dorkar poti ghor manuhor pora poisa lua private university khula hoise student poisare solalei hol
Um hoi ki dorkar proti bsore proti ghor Manuhor pora poisa lbloi..?😡😡
Babul bora maha papi,
পাপ কৰিলে এদিন পৰাচিত হ'বলগীয়া হয়েই ! ইয়াৰ মতামত আৰু কিডাল লবলৈ আছে নো !
Apuni janyny kiman kostory toka joma kori pothai.
মহা পাপিয়ে ধৰ্মৰ নামত ধন সংগ্রহ কৰে |
তেতিয়া হলে এইতো শিয়াল আছিল।
Bora deve jimaan tetuu falile u kune u mani noloy.Teu niijo k Gurujona Sri monto Shankardev buli vabe.Dhuwa tulokhir paat nohoy.40lakhs vokote misa nokoy.krishna,ki. J hunisu.
দিনত হলে বৰ চুৰীয়া ফেৰ, ৰাতি হলে গৰু চুৰ। এশ গৰু মাৰিলে বাঘৰো মৰন
Iman poriskar gorakir gat ki seka lagil
Luvai pap papai ai bap
ভাল কাম কৰা সকলৰ শেষ পৰি নীতি এনেকুৱাই হয় --- !
বাবুল বাপ
Babul bap apuni kiyo korily niloz kam.
Eaning less sonkor songho
এতিয়া গাহৰি মূৰ্গি ফাৰ্ম খুলিব বাবুল😅। টকা বহুত খালে এতিয়া গাহৰি, বইলাৰ মাংস খোৱাৰ অভ্যাস কৰিব। কাৰণ মাংস খোৱা সকলে টকা খোৱা নাই 😂