Assam News: কিমান সঁচা পত্নীৰ অভিযোগ?

แชร์
ฝัง
  • เผยแพร่เมื่อ 29 ก.ย. 2024
  • কিমান সঁচা পত্নীৰ অভিযোগ? পূৰ্বৰ পত্নীৰ অভিযোগ খণ্ডন কৰি কি ক’লে AJP নেতা জিয়াউৰ ৰহমানে?
    #assam #nd24news #nd24assamese #livenews #nd24live #assamesenews
    --------------------------------------------------------------------------------------------
    Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
    All you need to do is PRESS THE BELL ICON next to the Subscribe button!
    ND24 is an Assamese News Channel. ND24 TH-cam channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
    Stay tuned for the latest updates from India and around the world!
    𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
    ▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
    ▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
    ▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
    ▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
    ▶️ 𝐊𝐨𝐨: www.kooapp.com...
    ▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
    𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
    ▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
    • আজিৰ পৰ্যৱেক্ষণ | RAJD...
    ▶️ HASHTAG BY MANASH PRATIM DEKA
    • HASHTAG | MANASH PRATI...
    ▶️ ৰাজপাট কাৰ?
    • ৰাজপাট কাৰ? | 2024 Lok...
    𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

ความคิดเห็น • 527

  • @dipanjalimohanta4800
    @dipanjalimohanta4800 3 หลายเดือนก่อน +317

    পত্নীসকলে ল'ৰা-ছোৱালী অকলে জন্ম দিব পাৰে নেকি? সন্তানক পিতৃৰ পৰা বিচ্ছেদ কৰাটো কেতিয়াও সুচৰিত্ৰৰ মহিলা হ'ব নোৱাৰে।নিজৰ স্বাৰ্থৰ বাবে সন্তানৰ মানসিক দিশটো নোচোৱা এইবোৰ কলিযুগৰ কেনে মাক নাজানো।

    • @MantuChutia-pb6iv
      @MantuChutia-pb6iv 3 หลายเดือนก่อน +7

      Thik koise

    • @rishi5906
      @rishi5906 3 หลายเดือนก่อน +5

      Kisuman deutaak u bhal nathake bhaideu.

    • @jupango460
      @jupango460 3 หลายเดือนก่อน

      Toi miya lagat biya hoi sa

    • @UtpolaPhukon-ct6xv
      @UtpolaPhukon-ct6xv 3 หลายเดือนก่อน +1

      @@rishi5906 right

    • @parhanabegum9534
      @parhanabegum9534 3 หลายเดือนก่อน

      Xokolu misa kotha koise eaijone.parute society ladies xokolor gali khuwa nai.nijei ji goraki biya patise agor porai lilimai kori asil xunibo puwa mote.potnik tetiar porai atyasar kori ahisil.faki baj hoi.

  • @আৰকেকুলি
    @আৰকেকুলি 3 หลายเดือนก่อน +159

    কিছুমান পত্নীৰ কাৰণে কিছু পুৰুষৰ জীৱন কণ্টকময় কৰি তোলে😢

    • @2007alakesh
      @2007alakesh 3 หลายเดือนก่อน +3

      Not some woman's.....now a days it's a legal business protected by Indian laws

    • @komrullaskar7604
      @komrullaskar7604 3 หลายเดือนก่อน +2

      U r right sir.

  • @juggiiij
    @juggiiij 3 หลายเดือนก่อน +67

    আমাৰ পুৰুষৰ কোনো আইন‌য়ে নাই 😢 আপুনি যি নকওঁ কিয় আপোনাৰ কথাত কোনেও ভেলু নিদিয়ে ওলোটা আপুকে দোষ দিব।। আপুনাৰ কষ্ট আপোনাৰ বুকুতে ৰাখকক সেইটোয়ে ভাল হ'ব,,, কাৰন নাৰী সকলে কেতিয়াও নাৰীৰ বিপক্ষে কথা নকয় লগতে পুৰুষ সকলেও 😢😢 গতিকে আপোনাৰ পত্নী যি মুখত আহে কলেই win.

    • @zaved2008
      @zaved2008 3 หลายเดือนก่อน +2

      ই মিছা কথা কৈ আছে।

    • @juggiiij
      @juggiiij 3 หลายเดือนก่อน +3

      ​@@zaved2008 হ'ব পাৰে ,, নহ'ব পাৰে আইনখন সমান থাকিলে বুজা গ'ল হেঁতেন।। অপৰাধ‌ প্ৰমান হোৱাৰ আগৰ পৰাই ঠিক কৰা হয় পুৰুষ ল'ৰাই দোষী।।

    • @zaved2008
      @zaved2008 3 หลายเดือนก่อน

      @@juggiiij আইনৰ কথা বেলেগ কিন্তু এইটো Case ত জনপথৰ সেই বিল্ডিংটোৰ মানুহে কৈ আছে যে ই প্ৰায়ে বেলেগ বেলেগ মহিলা আনি থাকে Flat টোলৈ। আজি ঘৰ খালী কৰিব কৈছে।

    • @madhabidas-ey7qk
      @madhabidas-ey7qk 3 หลายเดือนก่อน

      Tai nice olaii nice guide goise tI biasing jibon loi আছে gusi.joowa ki bad diyahe tumi tool marvel Santa Kora

    • @PrabinSingha-z3x
      @PrabinSingha-z3x 3 หลายเดือนก่อน

      Qio win.hobo ? nohobooo.

  • @PurnanandaTaid-ll2yw
    @PurnanandaTaid-ll2yw 3 หลายเดือนก่อน +12

    আপোনাৰ সততাৰ ওপৰত মোৰ বিশ্বাস আছে।

  • @Extremecreator-x8i
    @Extremecreator-x8i 3 หลายเดือนก่อน +5

    You are Right dada

  • @juggiiij
    @juggiiij 3 หลายเดือนก่อน +5

    দাদা আপোনাক বহুতে বিশ্বাস নকৰিব,, কাৰন আইন‌ যি পক্ষত লোকে সি পক্ষত কথা কয়,, আজিকালি কাপুৰুষতাই হৈছে মহানব্যক্তি ,, smart মানুহ 😂😂 তাৰোপৰি কংগ্ৰেছৰ পৰামৰ্শক ভোট নিজৰ ব্যক্তিগত অধিকাৰ হ'লে কি হ'ব

    • @PranjalDaimary-i2k
      @PranjalDaimary-i2k 3 หลายเดือนก่อน

      Kolei sob kotha nohoi.......!! Tew rajnitir ehjon dalal typer manuh kotha bonabo janehh

  • @prashantadehingia9920
    @prashantadehingia9920 3 หลายเดือนก่อน +6

    পতি আৰু পত্নী ৰ বাবে লৰা ছোৱালীৰ কি হৈছে বুজিব পাৰিছে নে. আপুনি এৰক মাইকী লৰা ছোৱালীক নেৰিব. আমাৰ সমাজত জ্ঞানী মানুহৰ এনে অৱস্থা হলে. আমিবোৰ নিগমে মৰিম.

    • @dewanyashinali9077
      @dewanyashinali9077 3 หลายเดือนก่อน

      মোৰ এতিয়াও বিয়া পতাৰ কাৰনে ভয় লাগি আছে, 😢

  • @youtubetv9392
    @youtubetv9392 3 หลายเดือนก่อน +7

    মহিলাক বিশ্বাস নকৰিবা ল'ৰা সকল

  • @zaved2008
    @zaved2008 3 หลายเดือนก่อน +26

    সম্পূৰ্ণ মিছা কথা। ই আজিলৈকে পত্নীৰ বিৰুদ্ধে এটা অভিযোগ প্ৰমাণ দিব নোৱাৰিলে। হাতীগাঁওৰ মানুহ সাক্ষী আছে ঘৰৰ পৰা তই উলিয়াই দিছিলি। আজি তোক বেলেগ মাইকীৰ লগত ধৰিছে। Family Court ত Case তোৰ পত্নীয়ে দিছে তই দিয়া নাই। তই নিজৰ সন্তানৰ স্কুলৰ Fees নিদিয়। আৰু আজি সেইজনী কোন আছিল যাৰ লগত ঘৰত সোমাই আছিলি? জনপথৰ ভাৰা ঘৰ টোৰ ওচৰৰ মানুহে কব তোৰ কাহিনী।

    • @mohandihingia652
      @mohandihingia652 3 หลายเดือนก่อน

      Maki joniae marise.. tar pora ki jona jai.. tumi ukaloti nokorileu hobo dia

    • @RashidaKhatun-vi1wu
      @RashidaKhatun-vi1wu 3 หลายเดือนก่อน +5

      তোমাৰ কথা সম্পূৰ্ণ মিছা কথা

    • @RashidaKhatun-vi1wu
      @RashidaKhatun-vi1wu 3 หลายเดือนก่อน +2

      তেওঁৰ পত্নীৰ বিষয়ে মোতকৈ বেছি নাজানে

    • @zaved2008
      @zaved2008 3 หลายเดือนก่อน +1

      @@RashidaKhatun-vi1wu সেই কাৰণে জিয়াউৰ ৰহমানৰ হাতী গাঁওৰ ভাৰাঘৰৰ গোটেই মানুহে মিলি আজি ঘৰ খালী কৰাই দিয়ে। 😆

  • @bishaldas3964
    @bishaldas3964 3 หลายเดือนก่อน +3

    Apunar kothabur val lage

  • @kausikdeka8380
    @kausikdeka8380 3 หลายเดือนก่อน +27

    জিয়াউৰ ৰহমানৰ দৰে এজন উদীয়মান,বুদ্ধিদীপ্ত আৰু সপ্ৰতিভ ৰাজনীতিকক তেওঁৰ পত্নীয়ে এনেদৰে হাৰাশাস্তি কৰাটো উচিত হোৱা নাই ৷

    • @ujjalasaikia1904
      @ujjalasaikia1904 2 หลายเดือนก่อน

      Yes , he is an intelligent person . God will help him .

  • @ashwinikumardas3036
    @ashwinikumardas3036 3 หลายเดือนก่อน +31

    জিৱাউৰ ৰহমানদা জিন্দাবাদ।🙏🙏 নাৰী নৰকৰ দ্বাৰ। তাই চৰকাৰী চাকৰি কৰে অথচ খৰাকী লাগে নিলাজীক। তাইক কোনোপধ্যে গ্ৰহন কৰিব নালাগে মোৰ বিশেষ আহ্বান ৰহমান ? সাংবাদিক এজন কেনে ব্যৱহাৰ চাওক ৰাইজ ?

    • @debajithazarika5879
      @debajithazarika5879 3 หลายเดือนก่อน +1

      বেছেৰা মানু্হ মানুহজন ভাল। সভ্য মানু্হ,কিন্তু মনুহজনি হৰামি চাগে।

  • @7gc970
    @7gc970 3 หลายเดือนก่อน +64

    নাৰীৰ মহিমা অপাৰ চলনামৰি নাৰীৰ কথা কলে শেষ কৰিব নোৱাৰি । যি সকল সাংবাদিকে মিছাকৈ বাতৰি দিছে সেই সাংবাদিক সকলৰ ওপৰত বিহিত ব্যৱস্থাৰ লব লাগে ।

  • @lakheswarborah3046
    @lakheswarborah3046 3 หลายเดือนก่อน +38

    সামাজিক মাধ্যমত আচল কাহিনী নজনাকৈ বহুতে ৰহমানক হেয় প্ৰতিপৰ্ণ কৰি মন্তব্য প্ৰকাশ কৰিছে ।এইটো আমি উচিত বুলি ভৱা নাই । সত্য কাহিনীটো জানি বুজি তাৰ পিচত মন্তব্য দিয়া উচিত ।

  • @rambalram2610
    @rambalram2610 3 หลายเดือนก่อน +92

    বিবাহৰ বাহিৰত নিজৰ ৰম ৰমিয় ৰঙীন লাইফ... কিন্তু আকৌ আগৰ husband জন হে জগৰীয়া...??? কেনেকৈ....???? ছৌদি আৰৱত বা ইৰাণত হোৱা হলে এতিয়া ৰাজ পথত থিয় কৰাই পাঠৰ মাৰি ঘুনিয়া কৰিলে হল... ভাৰত বা অসম বুলি স্বাধীনতাৰ সোৱাদ ভাল কৈ লৈছে এই সকল পৰ গামি তিৰোতাই...😮😮😮😮

    • @aftabarrahman5128
      @aftabarrahman5128 หลายเดือนก่อน

      মহিলাৰ দোষ সাতগুন মাফ এই ব্যৱস্থা তিৰোটা সেৰুৱা কিছুমান তথাকথিত পুৰুষ বুদ্ধিজীৱিৰ সৃষ্টি!

  • @juggiiij
    @juggiiij 3 หลายเดือนก่อน +74

    Right আপুনি মোৰ মনৰ কথাই কৈছে সকলো আইন মাইকী মানুহৰ পুৰুষৰ নাই ,,, তাৰ বাবে দায় পুৰুষ,,😂😂

  • @maharnablekharu9979
    @maharnablekharu9979 3 หลายเดือนก่อน +37

    Faltu wife apunar, divorce her immediately

  • @Pratim_2024
    @Pratim_2024 3 หลายเดือนก่อน +14

    আমি আপোনাক যিমানদূৰ জানোঁ, আপুনি সততাৰ সৈতে আপোচ কৰা মানুহ নহয় !

    • @Whoareyou525
      @Whoareyou525 3 หลายเดือนก่อน

      Meaning tu buia nai.. please val ke kua 😢

    • @subhasishchutian8801
      @subhasishchutian8801 3 หลายเดือนก่อน

      Ayo Mur huntu......

  • @boss-nx2pe
    @boss-nx2pe 3 หลายเดือนก่อน +30

    Apuni Thik a koise dada Karon Notun Appointment pua Bohut
    Buwari a nijor Husband ok ari Beleg purukh or logot xomporko hoise Hodai News ot sai asu.

  • @Pain237_
    @Pain237_ 3 หลายเดือนก่อน +11

    কি কম আৰু।
    এই পৰকীয়া প্ৰেমে কিমান যে সংসাৰ শেষ কৰি আছে আৰু কিমান কৰিব হিচাব নাই🙂।

  • @gboys7573
    @gboys7573 3 หลายเดือนก่อน +7

    ২৪ বছৰ হবলৈ গৈ আছে আজিওঁ চিংগল হয় আছোঁ। ভগৱানলৈ এইটোৱে আহবান যে, ভাল চৰিত্ৰৰ ছোৱালী এজনি পাওঁ।

    • @sanjibbora1789
      @sanjibbora1789 3 หลายเดือนก่อน +1

      মোৰো ৩৯ দেই।

  • @MrRunal-v1e
    @MrRunal-v1e 3 หลายเดือนก่อน +63

    খুবেই দুঃখজনক! 😢😢
    আচলতে আজিকালিৰ তিৰোতাবোৰ বৰ ভয়ংকৰ! তিৰোতাবোৰ যদি ঠিক থাকে পৃথিবীত এনে কোনো পুৰুষ নাই যে কিবা অনৈতিক কাম কৰিব পাৰিব।

    • @BituHandique-f8u
      @BituHandique-f8u 3 หลายเดือนก่อน +1

      সি ধোৱা তুলসী পাত নহয় । নিজৰ দুজনী ছোৱালী থাকোতে বেলেগ আকৈ এজনি বিয়া পাতিলে ।স্বভাৱ চাওক নিজৰ ঘৈনিয়েকক ঠিক কৰিব নোৱাৰিলে । বেলেগক দুখ জাপি আহিছে । যদি সি ইমান ভালে নিজৰ ছোৱালী দুজনী মুখলৈ চাই ধৰ্য ধৰিব নোৱাৰিল তেতিয়া সকলোৱে ভাল দেউতাক বুলি কলে হয় । এটা মতা হৈ তাৰ কান্দা চাওক ছি:ছি

    • @kaustuvvlog3934
      @kaustuvvlog3934 3 หลายเดือนก่อน +1

      মই এগৰাকী তিৰোতা তথাপিও আপোনাৰ কমেন্টত একমত

    • @anupamcivilwork6071
      @anupamcivilwork6071 3 หลายเดือนก่อน

      Jiyai thakiboli logori dorkar​@@BituHandique-f8u

    • @MrRunal-v1e
      @MrRunal-v1e 3 หลายเดือนก่อน

      @@kaustuvvlog3934 tq

  • @ujjalkonwar2859
    @ujjalkonwar2859 3 หลายเดือนก่อน +9

    Good.. স্পষ্ট কথা ...
    মাখিক কিয় প্ৰমাণ লাগে । বস্তু গেলিছে মাখিয়ে গুন্ধ পাই গেলাত পৰিছে সব ইমানেই । কেনেকৈ গেলিল মাখিক কিয় প্ৰমাণ লাগে কেনেকৈ গেলিল । গেলা খাই ভোনভোনাই শব্দ কৰি উৰি ফুৰিলেই হল । কিযে মাখি.... !!😢😢
    ইফালে ধেমাজিৰ ঘটনাৰ জাহাঙ্গিৰৰ আধা জ্বলা অংশত দিনে ৰাতি মাখি । কেতিয়া শেষ হব জানো পাই ...?

    • @kabitamoran6158
      @kabitamoran6158 3 หลายเดือนก่อน

      😂😂😂😂😂😂

    • @user-ed5sw6hk4s
      @user-ed5sw6hk4s 3 หลายเดือนก่อน +2

      মাখিয়ে এতিয়া অসমখন বেছি প্ৰদূষিত কৰিছে . . খাটাং কথা

  • @rafikulali4396
    @rafikulali4396 3 หลายเดือนก่อน +12

    লৰাজনে মিছা কয় সকলো সঁচা ছোৱালীয়ে কয়,,,,
    এইয়া কি
    সাংবাদিক ডাঙৰীয়া সকলে দুয়োটা পক্ষত বাতৰি সম্প্ৰচাৰিত কৰিব লাগে যাতে মতা হক মাইকী হক
    ভৱিষ্যতে সাৱধান হ'ব,,,

    • @juggiiij
      @juggiiij 3 หลายเดือนก่อน +1

      ও ভাই স্কুটি দিয়াৰ ক্ষেত্ৰতো ছোৱালীৰ 60% marks ল'ৰাৰ ক্ষেত্ৰত 75% কেনেকে আইন সমান হয় ভাবক।।

    • @dilipchandradas2292
      @dilipchandradas2292 3 หลายเดือนก่อน +1

      কিছু সংখ্যক সাংবাদিকে গোটেই সমাজখন সংস্কাৰৰ ঠিকা লৈ থৈছে। কোনোবাই গাড়ী এখন কিনিলেও কৈফিয়ৎ তলব কৰিব পৰা হ'ল।

  • @bandanagogoi2842
    @bandanagogoi2842 3 หลายเดือนก่อน +13

    নিজৰ চৰিত্ৰ ধাকিব বিচাৰিছে এই জনে

    • @BituHandique-f8u
      @BituHandique-f8u 3 หลายเดือนก่อน +1

      এইডাল চৰিএ চাওক বেলেগক শিক্ষা দিব আহে । লুৰিণ দা লাজ পাইছো ছি:: ছি:

  • @jaandas8693
    @jaandas8693 3 หลายเดือนก่อน +12

    মাইকীক বিশ্বাস কৰিব নোৱাৰি দেই।

  • @Pratim_2024
    @Pratim_2024 3 หลายเดือนก่อน +8

    ভূমি কেলেংকাৰী, পিপিই কিট কেলেংকাৰী, সাৰদা কেলেংকাৰী, লুইবাৰ্জাৰ কেলেংকাৰী, চাবচিডি কেলেংকাৰীৰ কথা ক'ব নোৱাৰা সাংবাদিকে আৰুনো কৰিব কি !

  • @jugantamoran8033
    @jugantamoran8033 3 หลายเดือนก่อน +4

    নিজৰ স্বামী থকাৰ পিছতো পৰকীয়া প্ৰেম বা স্ব ইচ্ছাই অন্য যিকোনো কাৰণতেই পত্নী গৰাকীয়ে নিজৰ ল'ৰা - ছোৱালীক এৰি গ'লে মহিলাগৰাকী়আইনমতে দণ্ডনীয় হব লাগে। যদিহে পুৰুষে অত্যাচাৰ কৰি খেদি পঠিয়ায় বা পত্নী থকাৰ পিছতো পৰকীয়া প্ৰেম কৰে বা দ্বিতীয় বিবাহ কৰে তেতিয়া পুৰুষ জন দণ্ডনীয় হব লাগে।
    সকলো ক্ষেত্ৰতে আইনৰ দোহাই দি পৰগামী মহিলাই নিজক সুৰক্ষিত কৰিলে সমাজ জীৱনত নৈতিক অনৈতিকৰ কথাই নাথাকিব।

  • @kanaklalsutradhar6998
    @kanaklalsutradhar6998 3 หลายเดือนก่อน +7

    Dear Jiaur,
    Ayai Jeevan. Don't be panic. Bhal kaam koriboloi gole. Bohuto ghat prtighaat aahe. Right pathere goi thakok, Bhogowane bisar korib.
    Society t hazaro/lakho bhal manuh ase, sobore upolbdhi korib pora power ase.

  • @ashokdas6426
    @ashokdas6426 3 หลายเดือนก่อน +7

    News chanel bilake judgement dia bandha koribo laage. Bohut beya kotha hoi ase. Misa news die. Jiaur daa, aapuni laj pabo nalage

  • @rajudeka4679
    @rajudeka4679 3 หลายเดือนก่อน +30

    এয়াই অসমৰ সাংবাদিক আপুনি এখন গাড়ী কিনিছে😅😅

  • @Pakhi_111
    @Pakhi_111 3 หลายเดือนก่อน +1

    🥱Toka poisat sokh rokha nari & bohutote sokh rokha bari... Bishakh nai....😜

  • @NKMedia-d6k
    @NKMedia-d6k 3 หลายเดือนก่อน +20

    সচা কথা জিয়াউৰ দা আমাৰ পুৰুষৰ কেতিয়াও আইন নাই
    আপুনি সৎ সাহসেৰে কথাখিনি কৈ খুব ভাল কাম কৰিছে

  • @UtpolaPhukon-ct6xv
    @UtpolaPhukon-ct6xv 3 หลายเดือนก่อน +24

    ইমান ভাল মানুহ জনক এনেই নো মানুহ জনিলে মাৰিব নে,,,ভালকৈ দুই পক্ষৰ পৰা জানি লৈ বাতৰি কৰক,,,,কোনো ভাল মানুহে লৰা ছোৱালী এৰি বেলেগ মাইকী লৈ বেলেগ ৰূম ত নাথাকে,

    • @ashiqurrahman6527
      @ashiqurrahman6527 3 หลายเดือนก่อน +5

      আপুনি হয়তো বাতৰিত ব্যক্তিজনে স্পষ্ট ভাৱে কি কৈছে মনোযোগ দি শুনা নাই, সেইবাবে একপক্ষীয় ভাৱে কৈছে। প্ৰথমা পত্নীৰ তৰফৰ পৰা আগতীয়াকৈ মন্তব্য লৈছিল। গতিকে উভয়পক্ষৰ মন্তব্য লৈয়ে বাতৰি পৰিবেশন কৰিছে। প্ৰথমা পত্নীৰ সৈতে সম্পৰ্ক সামাজিক, প্ৰশাসনিক ভাৱে এৰা এৰি হোৱাৰ পিছতে পুনৰবাৰ দ্বিতীয় বিবাহ কৰোৱাই সংসাৰ পাতিছে। প্ৰথমা পত্নী গৰাকীয়ে দেখোন নিজেই আঁতৰি গৈছে বুলি দাবী কৰিছে ব্যক্তিজনে। দ্বিতীয় বিবাহ কৰোৱা গৰাকীৰ লগত নিজৰ ঘৰৰ কোঠাত থকাটো এয়া বেলেগ মহিলাৰ সৈতে অবৈধ সম্পৰ্ক নহয় বুলি ভাবোঁ।

  • @sabinaalia2318
    @sabinaalia2318 3 หลายเดือนก่อน +2

    Apunar wife e relation rakhisil but biya korile apuni . Nijor lora suali k kahot puat koi beleg wife ejonir he besi proyujon hol. Egoraki bibahito mohilai enei nijor aangsar khon nebhange ...., divorce hole husband r luksan nohoi , luksan hoi mohila aru lora suali halor.

  • @pranabbarman9255
    @pranabbarman9255 3 หลายเดือนก่อน +12

    আইনবোৰ মহিলাৰ পক্ষত হয়..
    . নিৰ্দোষী পুৰুষোৰো মৰন কৰিছে....আইন অকল‌ মহিলাৰ পক্ষত হ'ব নালাগে.... মহিলাবোৰো পুৰুষক বিনা কাৰনত , আইন খাতে আছে......

  • @riturajgogoi1075
    @riturajgogoi1075 3 หลายเดือนก่อน +1

    News দিয়া সকল কম নহয় , husband জনৰ কথা গুৰুত্ব নিদিয়ে , wife কথা ত গুৰুত্ব দিয়ে । সঁচা মিছা জানি বুজি news দিব লাগে ।

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 3 หลายเดือนก่อน +5

    সংবাদ মাধ্যমে মুখৰোচক বাতৰি প্ৰচাৰ কৰি ভাল পায় ।

  • @SumiDeori-x1t
    @SumiDeori-x1t 3 หลายเดือนก่อน

    শিক্ষিত মানুহৰ মাজত যদি এই বোৰ হ'য় কি হ'ব,, অশিক্ষিত মানুহে ই ভাল আপোন লোকৰ নিচিনা politics কৰি কাম কৰিব‌ নাজানে,,

  • @RupaliHatimuria-yz8li
    @RupaliHatimuria-yz8li 3 หลายเดือนก่อน +13

    সাংবাদিকসকললৈ পোতৌ জাগে,,বেচেৰাহত, বাতৰি নাই আৰু। বাতৰি মানে তাক নজনাকৈ সাংবাদিকতা কৰে।

    • @user-ed5sw6hk4s
      @user-ed5sw6hk4s 3 หลายเดือนก่อน +1

      এইবোৰ সাংবাদিক নহয় । সংবাদ দাতা হে . . । অসমত আৰু নিউজ নাই যে 😊

  • @NripenThakuria
    @NripenThakuria 3 หลายเดือนก่อน +39

    আপোন ভালেই জগত ভাল ৷
    গৰখীয়া ভাল হ’লেহে গৰু ভাল হ’ব ৷

    • @pegurock421
      @pegurock421 3 หลายเดือนก่อน +12

      সেয়া কোৱা কথা নিজৰ যেতিয়া হব বুজিব।

    • @NripenThakuria
      @NripenThakuria 3 หลายเดือนก่อน +1

      @@pegurock421 ভুল কৰা বাবে কেমেৰাৰ সন্মুখত ঘৈণীয়েকৰ কাণতলীয়া পালে ৷

    • @abhilashxaikia206
      @abhilashxaikia206 3 หลายเดือนก่อน

      Goru neki???

    • @ramanblast5061
      @ramanblast5061 3 หลายเดือนก่อน +1

      নাৰীৰ লেংতিত ধৰি ঘৰ ৰসি ঠাকা কোনোবা অল্পভোজী পুৰুস ঠাকিব পাৰে ....কিন্তু সকলৰে ঘৰ তেনেকৈ নচলে ...বাবু........গিৰিয়েক ওলাই যোৱাৰ লগে লগেই কিছুমান অন্ধ প্ৰেমিক পুৰুষৰ ভদ্ৰ তিৰিয়ে বেলেগক দেহা উলংগ কৰি খুৱাইঃ....😅😅

  • @AjaySinghRathod114
    @AjaySinghRathod114 3 หลายเดือนก่อน +6

    AJP should make a promise that when they come in Power , they would make a law in favour Male. This type of Wife should be avoided .

  • @laniboruah3173
    @laniboruah3173 3 หลายเดือนก่อน +6

    Mnuh jonor body language koise misa kotha koise

    • @thesky6495
      @thesky6495 3 หลายเดือนก่อน

      Ki wife jon vl nyki, kobo bisa resa 😅😂

  • @Pkalita17
    @Pkalita17 3 หลายเดือนก่อน +8

    ঘৰত ঘৈনীয়েকৰ পিতন খাই, tv ত আকৌ বৰ মতা। নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ নিজে নাটক কৰা নাইতো...!

    • @UtpolaPhukon-ct6xv
      @UtpolaPhukon-ct6xv 3 หลายเดือนก่อน

      😂😂 পিতন খাই তাৰ হাঁহি দেখা, আমি লাজত ভালকৈ কথা কব নোৱাৰিলোঁ হেঁতেন

    • @unitedlife3857
      @unitedlife3857 3 หลายเดือนก่อน

      ​@@UtpolaPhukon-ct6xv😅😅😅😅

  • @kohuwa3852
    @kohuwa3852 3 หลายเดือนก่อน

    হব তহঁত cancer 🦀 comunity ৰ মানুহৰ এনেও স্বভাৱ সকলোৱে জানে 😅

  • @lilykalitasaikia3322
    @lilykalitasaikia3322 หลายเดือนก่อน

    জিয়াউর রহমান সত্য ৰ সদায় জয় লাউ যিমানেই ডাঙৰ হওক পাতৰ তলত ছোৱালী চাকৰী কৰক নহলে বিজ্ঞান ীহলেও লৰাবিলাকৰ তলত

  • @babluentertainment2845
    @babluentertainment2845 3 หลายเดือนก่อน

    এটা থকাৰ পিছত আন এটা বিচৰা তিৰিক rendi বুলি কৈ।

  • @NibaranNath-bx4ee
    @NibaranNath-bx4ee 3 หลายเดือนก่อน

    পুৰণি হিচাব নিকাস কোনো শক্তিশালী মহিলাই এৰি নিদিয়ে। নাৰী আৰু অবলা হৈ থকা নাই।

  • @harrisnarahcreation3355
    @harrisnarahcreation3355 3 หลายเดือนก่อน

    Bhal mahune nijor bikhoye aru 😂😂😂😂

  • @sanjibbora1789
    @sanjibbora1789 3 หลายเดือนก่อน

    মাইকী ক বেছি লাই দিব নালাগে দাদা।এইবোৰ বিষয়ত বেছি মাথা নেমাৰিব।বাদ দিয়ক বেলেগ ছোৱালী বিয়া কৰাই লওক।

  • @rekibahmed9029
    @rekibahmed9029 2 หลายเดือนก่อน

    Jiyaur Rahman apunar kothat dom ase..... Apunar maiki tu over acting kore... Officially Divorced her immediately

  • @ashwinikumardas3036
    @ashwinikumardas3036 หลายเดือนก่อน

    জহৰা ৰিপোৰ্টাৰ। ক্লিয়াৰকৈ কৈছে। অথচ সোধাকে সুধি আছে।

  • @arfanalisikdar8083
    @arfanalisikdar8083 3 หลายเดือนก่อน

    একাংশ মহিলাৰ কাৰণে পৰকীয়া চাহ খোৱা বুলি ভাৱে । বজৰুৱাৰ ধৰ্ম নাই ।

  • @MaharAli-v7r
    @MaharAli-v7r 3 หลายเดือนก่อน +5

    আপুনি নিজৰ পত্নীক কন্টোল কৰিব নোৱাৰিলে, তেনেহলে ৰাইজৰ প্ৰতিনিধি হৈ ৰাইজক কেনেকৈ কন্টোল কৰিব ?

    • @chandandutta3186
      @chandandutta3186 3 หลายเดือนก่อน

      Karobar character ata control Kara Karo hatat nathake. Sei manuhjanar nijar hatat thake. Ei manuhjane tene khetrat teor wife jadi beya hay seitu kenekoi control Kari rakhib? Samajak ki control karib lage? Samajar swabhab charitra control karib nalage nahay. Ji ti Katha koa dekhon?

  • @rambalram2610
    @rambalram2610 3 หลายเดือนก่อน +9

    মই ইয়াত এটা ৰাজনীতিৰ গোন্ধ পাইছোঁ.... চাহ পাতৰ বাগান কিনি থোৱা এজনে তেওঁৰ বিৰুদ্ধে মহিলা গৰাকীক ব্যবহাৰ কৰিছে....😮😮😮😮😮 আপোনালোকে জানেই এই সিয়াল বুদ্ধি আৰু অসমত কোন জন ভদ্ৰ মানুহৰ আছে.....😅😅😂😂😂😂

  • @moshmibarman7661
    @moshmibarman7661 2 หลายเดือนก่อน

    Tir. Katha. Kowa. Stilate. Buja. Jai ajani. Number. One bajrwa. Mike nari samajar. Kalonk...........

  • @BornaliHatiboruah-jb7tb
    @BornaliHatiboruah-jb7tb 3 หลายเดือนก่อน +1

    নিজৰ নিজৰ সংসাৰ কিয় ৰাজহুৱা কৰে ,এই বোৰ কৰিয়ে সমাজ খন শেষ হল ,,,

  • @parameswarnath-ps1fb
    @parameswarnath-ps1fb 3 หลายเดือนก่อน +4

    ৰহমান ডাঙৰীয়া আপোনালোকৰ যি হয় হ'ব কিন্তু ছোৱালী দুজনী আপোনাৰ সিহঁতক আলৈ অথানী নকৰিব ।বেচেৰীহত ।

  • @pegurock421
    @pegurock421 3 หลายเดือนก่อน +2

    আজিকালি সকল পুৰুষ বেয়া নহয়। কিছুমান মহিলা চৰিত্ৰ বহুত বেয়া হয়।

    • @juggiiij
      @juggiiij 3 หลายเดือนก่อน

      তাকেই তো ভাই ,, পুৰুষ সকলে মনৰ কথাটো প্ৰকাশ কৰোতেও‌ ভয় কৰিবলগীয়া হৈছে,,, পুৰষৰ কথা কোনেও নধৰে।।

  • @minudutta2200
    @minudutta2200 3 หลายเดือนก่อน

    Aiioo nijok ki buli vabise ...tumar ghrt dom lagibo tumi bjp k dukh diba.....nij vale jogot val......nijor ghr khn thik kri lua ....tar pasot rajniti kriba

  • @AdvAltafhussain
    @AdvAltafhussain 3 หลายเดือนก่อน

    মাইকীটোৰ কথা কোৱাৰ ধৰনেই বুজিছিলো বহুত ওপৰৰ মাল মাইকীটো

  • @AnuChutia-o9w
    @AnuChutia-o9w 3 หลายเดือนก่อน +6

    কাকনো বুলিম ককা সকলোৰেই দাৰি চুলি পকা😅😅😅

  • @dhrubajyotitalukdar3320
    @dhrubajyotitalukdar3320 3 หลายเดือนก่อน

    If she have govt job then why she claim maintenance.. pirux bur beya kintu mohila bure g krile o ktha nii..

  • @WhatsthehellXyz
    @WhatsthehellXyz 3 หลายเดือนก่อน +5

    সদায় সক্ৰিয় এজন জাতীয়তাবাদী যুৱ নেতাক বিৰোধী পক্ষয় ফচাবলৈ সুৰুঙা বিচাৰি থাকে। হয়টো ৰহমান ডাঙৰীয়াৰ বিচ্চেদিত পত্নীৰ চৰকাৰী চাকৰি লাভৰ আৰটো গভীৰ সষযন্ত নিহিত হৈ থাকিব পাৰে।
    বিচাৰ যিহেতু আদালতৰ বিচাৰাধীন সেয়েহে ৰহমান ডাঙৰীয়া সংবাদ মাধ্যমৰ পৰা আঁতৰি থাকিলে ভাল হব।
    মোবাইল ফোন আৰু সহজলভ্য ইণ্টাৰনেট সংযোগৰ বাবে সমাজত বহু পৰকীয়া প্ৰেম জাতীয় অনাকাংক্ষিত ঘটনাৰ প্রকোৱ বাঢ়িছে।
    আশা আদালতৰ ওপৰত থাকিল ।

  • @srigunajitsharma8282
    @srigunajitsharma8282 3 หลายเดือนก่อน +1

    Apuni misolia jen lage ,but kotha bor mitha seytu manibo lagibo

  • @dhrubajyotidas6575
    @dhrubajyotidas6575 2 หลายเดือนก่อน

    Apuni j r gom palu. Atiya aang bang koi lav nai , apunar problem ase ..vl dare mili juli thakak , apunalokr karane ,nijar santan dutar akhubidha hoba , ....

  • @nirumonichutia8169
    @nirumonichutia8169 3 หลายเดือนก่อน

    Mnuhjonar kotha bilakot kunu sartho nai ,,kintu wife goraki he olp khele meli jen paixu ,,,,

  • @PryadarshaniDas-lh5zf
    @PryadarshaniDas-lh5zf 3 หลายเดือนก่อน +4

    1ta kotha moi apunar poikhot j xokolo aain kanun mohilar hoke , purukhor hoke ni

  • @riyand6689
    @riyand6689 3 หลายเดือนก่อน +2

    হেৰৌ পণ্ডিত,,নিজৰ ব্যক্তিগত কণ্ডলৰ ভূল স্বীকাৰ নকৰি বিষয়টো ৰাজনিতি কৰণ কৰিব যোৱাটো দুৰ্ভাগ্যৰ কথা । দুজনি বিয়া পাতি চম্ভালিব পৰা নাই । কিন্তু নিজৰ ব্যৰ্থতা ধাকিবলৈ বিজেপি দলৰ নাম মুখত উচ্ছাৰিত হোৱাটো ধিক্কাৰজনক

  • @bipulkalita9799
    @bipulkalita9799 3 หลายเดือนก่อน

    বিয়া নহলে কি হল হয়? দুবাৰ তিনিবাৰ বিয়া পাতি সমাজ নচট্‌ কৰি আছে

  • @KabitaSingha-bv7wi
    @KabitaSingha-bv7wi 3 หลายเดือนก่อน

    Ami hodai lorak dukhu bt hodai lorai dukhi nohoi suwaliu dukhi hoi ,
    Justice homane pabo lagy ,

  • @ritudas6474
    @ritudas6474 3 หลายเดือนก่อน +5

    Good boss apuni thik kotha koise u r ryt👍

  • @jintudebnth2467
    @jintudebnth2467 2 หลายเดือนก่อน

    Kantolia sor khai kene lagil , aibar sendelor kob nakhalei hol, tv chenal ot bohi bor adorkhor kotha kowa, tur asol rup tu atiyahe olai porise, atia upai napai rajnitir logot jorito koriso

  • @mgsatech9384
    @mgsatech9384 3 หลายเดือนก่อน

    Nton mall Mari mozza paise kela aaponi...2 inch Phota to mozza paise na mall Mari... Enjoy kor kela aaponi...
    2" photar power aase bey kela

  • @nazmabegum6274
    @nazmabegum6274 2 หลายเดือนก่อน

    যি জন মানুহে নিজৰ শাহুয়েক ক মাৰিৰিছিল সেই জন কেনেকৈ ভাল মানুহ হল ?

  • @JitegaINDIA-x3z
    @JitegaINDIA-x3z 3 หลายเดือนก่อน +1

    Goriyaa k ketiaw beswas ot nolobo from my personal experience 😅 btw dada bhut vaal manuh.. Xottor xoday joy

  • @cooloil2863
    @cooloil2863 3 หลายเดือนก่อน

    Same bhai. Mor lagat o anykuwa i hoi asy.. Ki karim upai nai. Sakalu law ladies r baby😢😢😢

  • @ashokdas6426
    @ashokdas6426 3 หลายเดือนก่อน +3

    Beya suwali biya patile pisat postabo laage. Taik divorce dia

  • @simantaborah5635
    @simantaborah5635 2 หลายเดือนก่อน

    Hobo dia tumar pisot sorbananda ase buli koi tumi bohut dangor rajnoitik neta sojabole nelage.

  • @Piju-ti1ov
    @Piju-ti1ov 3 หลายเดือนก่อน

    আপোনাৰ Body Language টোৱে কয় যে আপুনি সম্পূৰ্ণ সঁচা কথা কোৱা নাই আপুনি ইমান ধোৱা তুলসীৰ পাত নহয় ৰহমান । ৰাজনীতি কৰে যেতিয়া মিছাক সঁচা কৰিবলৈ চেষ্টা কৰাটো স্বাভাৱিক 😂

  • @Tired524
    @Tired524 3 หลายเดือนก่อน

    Laaj loga nai kotha koboloi. Iman sadhu hoi xajibo aahise. Just get lost

  • @samsulhaque4571
    @samsulhaque4571 3 หลายเดือนก่อน +4

    বৰ দুখ লাগিল দে ধৰযোধৰা। সত্যৰ সদায় জয় ।

  • @sumitaggarwal5332
    @sumitaggarwal5332 3 หลายเดือนก่อน

    Lowra Kota marriage act
    Court marriage nokoro kiyo bharotiyo hongbidhan mote

  • @nripendeka5014
    @nripendeka5014 2 หลายเดือนก่อน

    এটা কথা বুজিলোঁ ৰাজনৈতিক মানুহেই কবলৈ বাধ্য হৈছে যে সকলো আইন মহিলাৰ সাপেক্ষে , পুৰুষ মানুহৰ সাপেক্ষে কোনো আইন নাই ,, আৰু এটা কথা ঠিক পুৰুষ সকলে চেষ্টা কৰে কিছুমান আইন পুৰুষৰ সপেক্ষে থাকিব লাগে ,, কিন্তু ৰাইজৰ সকলো পুৰুষৰ বাবে চিন্তা কৰিলেই নিজৰ ঘৰতেই যুদ্ধ হৈ যায় ,, আজিহে বুজিলোঁ সকলো ৰাজনৈতিক নেতাক ঘৈণীয়েক সকলে নিয়ন্ত্ৰণত ৰাখিব পাৰিছে ,, পুৰুষৰ সপেক্ষে আইন আহিলেই নিজেই নিজৰ ঘৰৰ পৰা বহিস্কাৰ হব লগা পৰিবেশ ,, আচৰিত আচলতে ৰাজনৈতিক নেতাসকল কেতিয়া স্বাধীন হব পাৰিব ,,, ???

  • @rakibhussain449
    @rakibhussain449 3 หลายเดือนก่อน +1

    A judge takes multiple factors into consideration before making a judgement which sometimes take even years. But on social media people giving judgement on the basis of 1 min video without even hearing the other side. We are yet to be civilized.

  • @suchitrakalita6067
    @suchitrakalita6067 3 หลายเดือนก่อน +1

    Baki cricket match harile kintu batting shot marvelous. Sortu val lagil. Dalali Kori gari lole Roki sahabor pora.

  • @JonaliBarman-uo8cg
    @JonaliBarman-uo8cg 2 หลายเดือนก่อน

    Apuni asalata ajan avadra nijar baktigata katha Rajawha kariba nalagi karan apnolokak bohutai lakhya kara

  • @soonmoni6746
    @soonmoni6746 3 หลายเดือนก่อน +7

    Thik kotha koise apuni,hosa kotha koise apuni

  • @tilok214
    @tilok214 3 หลายเดือนก่อน +18

    সেই জন নিজে নিজক শান্ত শৃষ্ট ভদ্ৰ বুলি নিজক কলে আমি মানি নলম নহয়।তুমি আনৰ ভাল বেয়া চেকৰি পুৰা লৰা হয়।তোমাক আমি ভালকৈ জানো তুমি নিজেই শুধৰাই লবলৈ চেষ্টা কৰা।

    • @AliHussain-y1s
      @AliHussain-y1s 3 หลายเดือนก่อน

      ক'ৰবাত মহিলাজণী সুখী হোৱা বাবে এই বঁটা বিজয়ী বঁটা লাভ কৰিছে

  • @ara2670
    @ara2670 3 หลายเดือนก่อน +1

    Manuhjonor bhul ni jen lgise.

  • @pinkudekabeka
    @pinkudekabeka 3 หลายเดือนก่อน

    কেৱল যে এজন পৰুষৰ ওপৰতে দূখ জাপি কিয় দিয়ে ...😢পুৰুষ হৈ জন্ম হোৱাতাে ভুল হল নেকি আমাৰ বাৰু....😢কিছুমান মহিলা আজি দিনত টকা পিছত ঘুৰিফুৰে...সেই বাবেটো প্ৰথম জন পুৰুষক এৰি যাবলে কন্ঠবোধ নকৰে....লাগে 2,3 লৰা ছোৱালীয়েই থাকক...!!কেৱল পুৰুষ জনক দূখ জাপি নিদিব..😢😢🙏

  • @nazmabegum6274
    @nazmabegum6274 2 หลายเดือนก่อน

    ৰাজনীতি কৰা সাংবাদিক ৰ প্ৰশ্ন সদাই নিজৰ দুখ লুকুৱাই কথা কয়, নিজৰ পত্নীৰ বাহিৰে কোনেও চাৰ্টিফিকেট দিব নোৱাৰে ।

  • @nhflims6417
    @nhflims6417 2 หลายเดือนก่อน

    তেওঁ চাকৰি কৰা অফিচ টু আপোনি চিনি নাপায় নেকি?

  • @EmoniBorah
    @EmoniBorah 3 หลายเดือนก่อน

    আপোনি কৈছে মা দেউতাক চাবলৈ মানুহ নাই বুলি কৈছিল, এতিয়া কিয় wifok মা দেউতা লগত কিয় নাৰাখে

  • @jintudebnth2467
    @jintudebnth2467 2 หลายเดือนก่อน

    Tur asol rup tu atiyahe olai porise, bopai, jui jolilehe dhoowa olai,

  • @radaliassame3397
    @radaliassame3397 3 หลายเดือนก่อน

    সকলো আইনবোৰ যে মহিলাৰ পক্ষে কিয় নাজানো। কিছুমান মহিলাৰ কাৰনে পুৰুষৰ জীৱনবোৰ কন্টকময় হৈ পৰে। আছলতে এনেবোৰ ক্ষেত্রত চৰকাৰে গুৰুত্ব দি পুৰুষবোৰক ও সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰিৱ লাগে। কিছুমান মহিলাই ক্ষমতা অপব্যবহাৰ কৰি মিছা বদনামৰে পুৰুষৰ জীৱনবোৰ ধ্বংস কৰি আছে 😢😢

  • @ZenithEnigma-h4p
    @ZenithEnigma-h4p 3 หลายเดือนก่อน

    ভাল মানুহ কিছুমানৰ জীৱনবোৰ এনেকুৱা ই হয়। সেইকাৰণে অকলে থাকিবলৈ শিকিব লাগে, জীৱনটৌ অকলে উপভোগ কৰিবলৈ নিজকে train কৰিব লাগে। কিছুমান মাইকীয়ে জীৱন‌ ধ্বংস কৰি দিব। মতা মানুহৰ পক্ষত থিয় দিয়া মানুহো কোনো নাই।

  • @mubarakdidlitllemastermuba1007
    @mubarakdidlitllemastermuba1007 3 หลายเดือนก่อน

    naari Sabse danger ha aur sab look Nari ko saport karta ha lakin mard look sahi kiya tobhi mard ka baad nahi manta. Mard ka bhi baad manna jaruri ha.

  • @shivamsarmah6174
    @shivamsarmah6174 3 หลายเดือนก่อน

    আজি কালি মহিলা হল বুলি য়ে সকলোকে সমানে বিশ্বাস কৰিব নোৱাৰি।গতিকে দুয়ো জনৰ কথা বিলাক বিবেচনা কৰিব লাগিব।

  • @duluhazarika5832
    @duluhazarika5832 3 หลายเดือนก่อน +2

    Suwali dujoni to apunar xihotok suwatu bakor daittya ase