ভাওনা প্ৰতিযোগিতাৰ বিচাৰৰ সম্পৰ্কত বিশিষ্ট বিচাৰক বাবুল বড়াই কি ক'লে শুনক | Sinaki #05 | Vauna
ฝัง
- เผยแพร่เมื่อ 16 ก.ย. 2023
- ভাওনা প্ৰতিযোগিতাৰ বিচাৰৰ সম্পৰ্কত বিশিষ্ট বিচাৰক বাবুল বড়াই কি ক'লে শুনক | Sinaki #05 | Vauna
বিশিষ্ট ভাৱৰীয়া, বৰ্তমান সময়ৰ এজন জনপ্ৰিয় বিচাৰক, ভাওনা ভাষ্কৰ, ভাওনা সিন্ধু, ভাওনা প্ৰাণ উপাধিৰে বিভূষিত বাবুল বড়া দেৱক।
আশাকৰোঁ ভিডিঅ'টি চাই ভাল পাব।
যিকোনো সাংস্কৃতিক অনুস্থান প্ৰচাৰৰ বাবে যোগাযোগ কৰক: 6003582951
Cover Topic:
Sinaki
Pmb mix
babul bora
Babul borah
Babul bora vauna
Babul borah vauna
Babul bora vauna
Assamese interview
Assamese podcast
Assamese vauna
Vauna
Bhauna
Vaona
Vauna actor
Assamese actor
Vawna
Bhaona
Interview video
Assamese vauna
#pmbmix
#sinaki - บันเทิง
❤❤❤
বৰ সুন্দৰ যুক্তিপূৰ্ণ বক্তব্য আগবঢ়ালে বাবুল বৰাদেৱে
Apuni sale ni
নতুন প্ৰজন্মৰ অন্যতম প্ৰাণজিত গায়ন, ৰক্তিম বৰাক বিচাৰোঁ
সুন্দৰ খুব ভাল লাগিল 🙏🙏🙏
ভাল লাগিল যুক্তিপুৰ্ণ বক্তব্য । বাবুল দাই এখন ভাওনাৰ লগত বহুতো বাক্তিৰ অবদান থাকে তাৰ কথা উল্লেখ কৰিছে,কিন্তু তাৰে ভিতৰত যি কেইজন ব্যক্তি অনুষ্ঠানৰ আগত যায় আৰু সকলোৰে শেষত আহে হেইকেইজনক কিছু ক্ষেত্ৰত অবহেলা দৃষ্টি হয় ।এই বিষয়ে আপোনাৰ chanal ত আলোচনা এটা আগবহাব
Babul da kotha khinia mon sui gol🥰
বাবুল দা অন্যতম
সময় আহিব সময় যাব জীৱন যুদ্ধত হাঁহোৱাব আৰু কন্দুৱাব আগবাঢ়ি যাওঁক ।
Bhal
Pankaj dutta daak lage mohila soritro kora❤🙏
Brokelend boy .........
Ranga dak matibo❤
চেষ্টা কৰিম
Lahdoigarh r Atulananda Dev Goswami Sir k lage
Contact details lagile jonabo
PMB 2me ki hoi
Mane?
As Abhijit hajorika interview lage..
পবিত্ৰ প্ৰাণ বৰা ছাৰক চাবলৈ বিচাৰোঁ |
Pragya Dar interview eta lage.
Pankaj Saikia borbayan mtibo ❤
Koliya Daa r lage
Ahi ase lahe lahe
Babul da best
সাক্ষাৎকাৰ চাই পৰম আনন্দ লাভ কৰিলো।
Amgurir Utpal khanikar lage
নিশ্চয়
Kolia da r interview pam nki ?
Pabo... Ahi ase...