'দেউতাই মদ খায়' মুখ্যমন্ত্ৰীৰ আগত পিতৃৰ অভিযোগ দি ভাইৰেল ছনু
ฝัง
- เผยแพร่เมื่อ 6 ก.พ. 2025
- 'দেউতাই মদ খায়'
মুখ্যমন্ত্ৰীৰ আগত পিতৃৰ অভিযোগ দি ভাইৰেল ছনু
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
#asomlive24digital
#assamlive24digital
#breakingnews
#exclusivenews
#currentaffairsofassam
#dailynewsupdate
#dailynews
#assamkanews
#latestnewsofassam
#latestnews
এই ল'ৰা জনক উপযুক্ত শিক্ষাৰে আগ বাঢ়ি যাবলৈ সুযোগ দিয়ক , তেওঁৰ ভৱিষ্যত মানসিক চিন্তা ধাৰা অতি শক্তিশালী আৰু সাহসী,
এই খন এখন সাহসী তৰোৱাল যাক ভাল পথেৰে ধাৰ দিলে এদিন ভাৰত বা দেশৰ সম্পদ হৈ পৰিব
ভগৱান সহায় হওক....চনু তুমি আগুৱাই যোৱা....
বাঃ এই ল'ৰা টোক মানিছো।সচাকে তেওঁৰ ব্যৱহাৰ কথা দেখি বহুত ভাল লাগিছে।দেশৰ বাবে যি চিন্তা কৰিছে সচাকে ধন্যবাদ।
কিছুমান ল'ৰা ছোৱালীক দেখিছোঁ পঢ়াৰ নামত কোনো কাণ সাৰে নাই কিন্তু এই শিশুটিয়ে নিজৰ পঢ়াৰ বাবে মূখ্যমন্ত্ৰী ক মিনতি কৰাটো অতি আচৰিত কথা। কিমান বুজি পাইছে নিজৰ জীৱন টোক ইমান ফুল কুমলীয়া বয়সতেই। আগলৈ গৈ তেওঁ বিহাৰৰ এজন বহুত ডাঙৰ মানুহ হ'ব।
ভৱিষ্যতে এই ল'ৰা জন দেশৰ সম্পদ হৈ পৰিব । তেওঁৰ উজ্বল ভৱিষ্যত কামনা কৰিলো ।👍
,, , xx x ❤❤❤❤
তেও দূৰ্দান্ত মানসিক শক্তিৰ অধিকাৰী...অতি সাহসী। তেওক গঢ় দিলে ,তেও গঢ় দিব সুস্থ সমাজ ব্যৱস্থা।
এই ল'ৰা জনক পঢ়ি বলৈ দিয়ক, তেওঁ সমাজৰ বাবে কাম কৰিব। এয়া মোৰ বিশ্বাস
Apuni o help koribo pare olop solop koribo?
যি মূলা বাঢ়ে তাৰ দুপাততে চিন৷ Smart boy. All the best.
এই ল'ৰাটো এদিন বিহাৰৰ মূখ্য মন্ত্ৰী হ'ব।❤️❤️🙏
👌
নহয় , নীতিশৰ নাতি নাতিনী নাই নেকি 😂
এইয়া দেশৰ ভবিষ্যৎ। এওঁক গঢ় দিলে তীখা হৈ পৰিব যেন লাগিছে।
কিছুমান কাহিনী দেখি শুনি বহুত বেয়া লাগে।তুমাৰ আশা পুৰণ হওক।
সুন্দৰ,সুযোগ্য পুত্ৰ !আমি কম সন্তানটিৰ বাবে এই ক্ষেত্ৰত। অসমীয়াতে কওঁ" সংঘাতে জীৱনৰ ভাঙি দিলে আশা ৰৰ, পোনৰ গঢ়িবা বন্ধু গড়িবা সোণৰ ।"
বহুত ভাল লাগিল বাবু , আগুৱাই যোৱা, ভগৱানে তোমাৰ মঙ্গল কামনাৰে 🙏🙏
ল'ৰাজনৰ কথন শৈলী বাৰুকৈয়ে মনকৰিবলগীয়া!! উপযুক্ত শিক্ষাৰে আগবঢ়াই নিলে এদিন নিশ্চয় দেশৰ সু-নাগৰিক হ'ব!
He has a bright future..Wish success in life..
তোমাৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলোঁ 😊 আগুৱাই যোৱা ❤️
চনুলৈ প্ৰীতিভৰা শুভেচ্ছা থাকিল।চৰকাৰে নিশ্চয় তেওঁক সহায় কৰা উচিত।চনু আমাৰ দেশৰ ভৱিষ্যতে এটুকুৰা সুউজ্বল হীৰা হিচাপে চিহ্নিত হোৱাটো নিশ্চিত।
U have the capability to become a great personality for India 🇮🇳 u r confidence level is superb God gifted ❤❤❤❤❤🙏🙏🙏🙏
very powerful boy. Make a bright future we are with you❤
ভগবানে তুমাক নিশ্চয় সহায় কৰিব
এই লৰা জনক পঢ়িবলৈ দিয়ক তেওঁ দেশৰ সম্পদ হয় পৰিব ❤️❤️🙏
লৰা জনৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো,,,
এনেকুৱা লৰা হব লাগে ♥️♥️
Very Good boy from Assam
ভগবানে আশীবাদ কৰক
Ai Lora jonok agbahi jaboloi sorkare hubidha diyok ,ata homoyot akakhor dhurbo tora hoi jilikil thakibo .Sonu Tumi agbahi jua ,vogobane tumak kukhole rakhok .❤❤❤❤from assam ,sivasagor❤❤❤❤
জুবিনে সাধা মাৰা বাতৰি কৰাতকৈ এনেকুৱা বাতৰি কৰিলে দেশৰ উন্নতি হব পাৰে বুলি মোৰ বিশ্বাস
ইয়াত আকৌ জুবিন ক'ৰ পৰা আহিল ?😂
ভগৱানে তোমাক মঙ্গল কৰক সোন, তুমি বিচৰা ধৰনে সাহস গোটাই আগলৈ আগুৱাই যোৱা আশীৰ্বাদ কৰিছোঁ 🙏
স্মাৰ্ট লৰা 👍👏
I will pray to God for his bright future
লৰা তোক পঢ়াত চরকারে সহায় কৰে যেন
Really a Very Brilliant Boy 👦👏God bless you my child..
সাহসেই লক্ষী বেটা । তোমাৰ উজ্জ্বল ভমবিষ্যতৰ কামনাৰে অন্তৰ ভৰা স্নেহাশীষ জনালো ।❤❤
ধন্যবাদ সনু তোমার আশা পূরণ হোক
Such an honest and smart boy. wishing for his bright future
ভীষণ প্ৰতিভাশালী ল'ৰা; আগবাঢ়িবলৈ সহায় কৰক।
Very very smart n breavest boy plz give him chance 2,improve his life i request to honourable cm bihar
এই লৰাজনক পঢ়িব সুবিধা দিওক এদিন ভাল মানুহ হিচাবে পৰিচয় দিব
joy hind brother ❤❤❤
Smart boy❤
Salute to his high ambition & bravery.
God bless you beta... Vagawane tumar monor kamona puron korok... India r dimond hobo edin... Mur asirbaad thakil tumaloi....
Verry intelligent boy . God bless u.
God bless you beta.. Bohot aage jauoge... 🙏 salute korta hoon aapko..
His words are emotional
Enekuwa positive news bur dile val lage, gd one, baki babu vat khala, kun kot polai gol seibur nabajabo, thnx
God bless you little kid 🙏🙏🙏
ধন্যবাদ ভাইতি ❤ Dipti Rabha Teron
Bah. Bah ❤❤❤
এই খন দেশৰ প্ৰতি জন নাগৰিক তুমাৰ দৰে সাহসী হোৱা উচিত
Good boy agee bari, from Assam
if I say this boy is in 5 th standard but still he takes class of 8 th standard .look his maturity as well as knowledge. Future of our India. well we feel proud when such youth or child shows his interest in study .but same time I request to our children of Assam as well as youth please keep change your way and take part in central level exams why only Bihar is topper in IAS? they work hard really
Bihar kids -IAS
assam kids -cover songs video
Yes 😂
😂
Correct
😂
Hmmm
Super little one God bless u 🤗🤗🤗🤗❤❤❤❤❤
ভাল,লাগিল,চুনু,ভগবানে,আর্রুসাহশ,দিয়ক
Thanks for Assam
Thank you 👌👌👌⭐⭐⭐🖋️
Salute...you...
Bohut bohut hundor sinta
More power to you kid god bless 🙏🙏
Very smart Boy❤️❤️❤️❤️❤️❤️
❤ May God bless to you Sanu babu
Very good boy , god bless you ❤❤❤
Wow... Thumps up to his maturity... Quite rare
O my God he's so talented full video dekh k main shocked ho gyi
Aj sonu kaha he janneka mon he bohute tellent n breav he God bless you beta Go ahead
ভগৱানে সহায় কৰক
Goad.bless.you.beta.tum.aru.age.baro.tumara.monu.kamna.pura.korega.Vogoban.hai.tumare.pasme..thanks.again.to.your.mind.and.voice
Smart boy all the best 👍👍
Thank you so much. Be happy sonu.
Go ahead Sonu. Entire country with u.
Positive lrka haya ehay God bless you❤❤❤❤❤
Great soul ever owned by this young.
কিছুমান শিশু God gifted,,
Your are god gifted I hope one day you IAS officers
Good
লৰাজনে হাত দুখন মেলি দিলে কিন্তু মন্ত্ৰী জনে সহাৰি নিদিয়া যেন লাগিলে ।।।
Thikei...amar mamai hole2 Sonuk aakuwali lole hoi..
😊😊
@@chandasmitadas7656 moro tenekuwai lagile
Amar baal korile hoi@@chandasmitadas7656
God bles you kid..hope full-fill your drem's..
Smart, boy
The boy will a steel man in future.
Thank you baie
চেলুট বেটা🙏may your future purpose be successful 🙏
❤ I love 💕 you baba আশিʼবাদ থাকিল।
I Love sunu thanks beta
Great.... very daring...student...aage jayega......
Proud of Sunu
Vry confident.....god bless you ....
@@nandangiri718 হয় নীতশ মহাশয়ে একো সহায়ি দিয়া দেখা নাপালো সেইটো লৈ ভাল লগা নাই।
I salute you,,beta
Good !God Bless you! Keep it up!
Salute my dear 🌷🌷🙏
Thank you 👍👍👍
Very talented boy
Sonu great..go ahead bro
God bless you,Babu ..🙏
God bless him
বিহাৰত আছোঁ মই বৰ্তমান
২১ তাৰিখত
বৰ আমনি লাগি আছে ইয়াৰ পৰিবেশ বৰ বেয়া ৰাস্তাত যাব নোৱাৰো লেতেৰা বেয়া গোন্ধ
আজিৰ দিনত ৰাস্তাত মানুহ থাকে
কি কম বাৰু
মই থাকিব পৰা নাই
অতি সোনকালেই ঘৰত যাম
কান্দোন আহি থাকে মোৰ
একো খাৱ পৰা নাই
শুব পৰা নাই
জয় আই অসম
Sunu bhai age solo 👌👌👌
Full confidence boy🤘🤘
সুবিধা যদি পায় লৰা জনে বহুত
উন্নতি কৰিব।তাৰ কথা মানিব লগীয়া।
Bahh beta bahh ❤️❤️❤️👌👌👌