| DISPUROR HAHI | ABAHAN THEATRE | PRASTUTI PORASOR | MRIDUL BHUYAN | PRAYASHI PORASHOR | 2016-17 |
ฝัง
- เผยแพร่เมื่อ 5 ก.ย. 2024
- Drama: Dispuror Hahi
Theatre: Abahan Theatre
Director: Abhijit Bhattacharya
Starring: Prastuti Porasor
Mridul Bhuyan
Prayashi Porasor
#prastutiporasor #prastuti #zubeengarg #theatre #mobiletheatre #assamese #assam #prayashiporashor #prostutiporasor #mridulbhuyan #prayashiporashor
ধন্যবাদ আপুনি অভিনয় কৰা নাটসমূহক চাবলৈ সুবিধা দিয়াৰ বাবে,,, আপুনি মোৰ আটাইতকৈ প্ৰিয় অভিনেত্ৰী,,,,, বহুত ভাল পাওঁ আপোনাক আৰু আপোনাৰ অভিনয়বোৰ
দিছপুৰৰ হাহিঁ......ছাই বহুত ভাল লাগিল আপোনাৰ ভ্ৰাম্যমাণ থিয়েটাৰ নাটক মই প্ৰায় চাই থাকোতে you tube.
মেম চাহাব
আৰু
মূলা গাভৰুৰ
অতি সোনকালেই you tube পাম বুলি আশা কৰিলো।
অসমৰ নাট্যজগতৰ উজ্জ্বল নক্ষত্ৰ প্ৰস্তুতি বা মই আপোনাৰ পাগল অনুৰাগী।। আপুনাৰ অভিনয়ে হৃদয় স্পৰ্শ কৰি যায়।
? Bihugit
ৰাইজে এইখন কেবল নাটক হিচাপেই নলব , এইখন বৰ্তমান বাস্তৱ জগতৰ জীয়া সত্য কাহিনী । মৃদুল ভূঞা দাদাই অভিনয় কৰা চৰিত্ৰটো বৰ্তমান এম এল এ মন্ত্ৰীৰ জোতা পালিচ কৰি ঘুৰি ফুৰা বোৰৰ চৰিত্ৰ ভালদৰে দেখুৱাই দিছে ।
সচাকৈয়ে প্ৰস্তুতি বা আৰু মৃদুল দা ৰ লেখত ল'বলগীয়া অভিনয় ।
দুৰ্দ্দান্ত অভিনয়
ও মৃদুলৰ অভিনয় বৰহিয়া হৈ ছি 😂😂😂😂😂😂😂😂😇😇🙌🙌👍👍🙏🙏🙏🙏🙏 prstutir o val hoisi
Dailog খিনি ভাল লাগে প্ৰস্তুতি বাৰ ❤️❤️
দিছপুৰৰ হাহি নাটক খন চালো । অতি বাস্তৱ সন্মত নাটক, প্ৰস্তুতি পৰাশৰ বাইদেউকে ধৰি সকলো কলা-কৌশলিলৈ হিয়াভৰা ওলগ থাকিল ।
ভৱিষ্যতে আৰু ধুনিয়া ধুনিয়া নাটক উপহাৰৰ বাবে আশাবাদী
বহুত ভাল লাগিল
আপোনাৰ অভিনয় সদায়েই অতুলনীয়
Oo oo oo oo o of oo 0
@@khirakumardas8100 .
*
Ba aponak kimn je vl pao 😘😘😘😘 aru diba ha
আপোনাৰ নাটক চাই মই বহুত ভাল পাওঁ ,প্ৰস্তুতি বা ❤️❤️❤️
Bhott val lagil PP Ba 😊😍
থিয়েটাৰ খন ধুনীয়া হৈছে
Bohut Val lagil dei natok khn sai ba...
Sokur pani..ulaigolgoi....
Bohut bhal Hoise bijaya dashami diba
মূলাগাভৰু চাবৰ বাবে বহুত অপেক্ষা কৰি আছো বা
আন্তৰিক ধন্যবাদ বা _তোমাৰ নাট চাই
অভিজিত ভট্টাচাৰ্য্য দেৱৰ প্ৰত্যেক খন নাটকেই মোৰ দৃষ্টিত একোখন শ্ৰেষ্ঠ নাটক । 🙏
Kiba jana
@@bhaskardas8936 Mane ?
Dispur hahi natak khan bar sunder ligil sai bht bht dhanyavaad
Prastuti baak aru Mridul dak kone kone val poua ata Like
Thanks ba bahirot thaki apunar natok sab paysu
ধন্যবাদ বা। আপুনি যিবোৰ নাটক দিয়ে সম্পূৰ্ণকৈ দিব। কিছুমান নাটকৰ শেষৰ অংশটো ৰৈ যায়। সেইখিনি চাব নাপালে মনটো ভাল নালাগে।
প্রত্তুতি বা তোমাৰ অভিনয় দূৰ্দান্ত হৈছে।
Ba apunar ai bosorr gutai kaikhon natok salu ....bht vl lagile ....parile girip girip koina ahise ..natok khon dibo sun ....
Ba apunar natok sai bohut val lage
সুন্দৰ
bohut vl lagil saai , mon sui goise dei !!
Mula gavoru khon dibo .kak.kak.lage like kora
Mk lage
moko lage
✋
Mok o lage
Moi salua
Prostuti baar acting sai bohut vaal lage....apuni aru aaguai jauk.vogobane aakhirbad korok...🙏🙏🙏
Wow mozaaa amr MLA baidew joni
Bohut val lagil
Iam your biggest fan baa bor bhal lagil thanks for uploading may God bless you
Xub val lagil baa ..ru lage
Bhut val lagil sai natok khon ba.
Vall lage apunar ovinoy
vl lagise natok khon aru agr natok khn adhorua hl
অতি সুন্দৰ
Baideu aapuni Bagh...... Obhinoy r Bagh... Lgte Mridul da... Speechless😑😑
Fast viewers 👍👌
First view moi
Val lgise ba sai bht
Love..you..Ba ❤❤
Ba sai val lagel
Moja lagil baa aru dibo
Dyr krne bht bht vl lgil ba ❤❤❤😘😘😘
Ba slu bht bht vl lgil si
Ba memsahab natok khon upoload dbo su
Bahut Val lagil sy.akha Karu aru upload di thakibo ba
Aru val lagil
Bahut dinr murat theatre calu val lagil bahh. Love from Dhubri. I am big fan of you
Love from mangaldai
Bohut. Val. Lagil. Natok. Khon. Sai. Ketia. Akou. Sabo. Pam.
মোৰ বিশ্বাক বা আপুনি নহলে নাটৰ সুন্দর্য নাথাকিব চাগে প্ৰতিটো পল অপেক্ষা মাথো আহিব আৰু আহিব ভাল লগা এখন নাটক মাথো অপেক্ষা আপুনি নিঃস্বয় দিব মোৰ বিশ্বাক ।
আমাৰ এটি নতুন প্ৰচেষ্টা ৰ প্ৰথম পদক্ষেপ
অলপ চকু ফুৰাবচোন।।। 👇👇👇
ভাল বেয়া উপদেশ পাম বুলি আশা কৰিলোঁ। অপোনালোকৰ উপদেশ আমাৰ বাবে আশীৰ্বাদ🙏🙏
th-cam.com/video/DVS_BK-jl-8/w-d-xo.html
The plays are really enjoyable ……….Have enjoyed almost all the dramas of Abahan Theatre during this Lockdown period...…..thanks for uploading.
Nice
😂
😂😂😂😂😂😂
wowo
ভাল লাগিছে
Sai val lagil monot poranay arundhuti natok khon 2nd part tu diyok aaru dispuror hahi natok kgonor o 2nd part tu sonkalay diyok na ba please
চাম এতিয়া, ধন্যবাদ বা 😘
mnbbbjjjjjjj and
বা আপোনাৰ নাটক বোৰ চাই বহুত বেছি ভাল লাগে,
ধুনীয়া লাগিছে নাটক চাই মূলাগাভৰু আৰু মেমচাহাব নাটক খন দিব চোন
প্ৰস্তুতি বা আপোনাৰ Acting বোৰ চাই বহু ভাল লাগে .........
Bor val lagil ba.
Baa mojja lagil n last seen to bohut vl lagil....
ভাল লাগিল বা ।
ভাল লাগিল
aru keikhman drama dibo ..sai Val lagise.
ধুনীয়া দেই আৰু যিমান আছে নাটক সকলো দিব
Thank you hunkale upload diar babe.. plzz parile hengul theatre or OSTRO Aru 12 MAAH 12 DIN Nat dukhon upload dibo sun.
Vl lgl bht💕👌👌👌btw love you prastuti ba
Dhunia..bahut val lgse anekai dya e ..
Lockdown or bade Abahon theater sabo napalu. Ai baror natok Mulagabhoru aru Mamsahab khon dibo sun.
বা, বহু ধুনীয়া লাগিল নাটক খন চাই,,, বা পাৰিলে ------"ৰাংঢালী ছোৱালী মই," আৰু---"মৰমে মৰম বিচাৰে" নাটক দুখন দিব চোন।
Bhal lagil sai
Bahut bahut val lagil 👍👍👍
Val lgil sai baa
Nice action🎬 ba.
Val ligle baa
Apunar abhiny mur bohut vl lge baa apunk abar lg pabo mon ase baa ..
Moja mridul daa
Lv u prostuti ba😍😙
মজা🤣🤣🤣
Val lagesa dai
Gute khekhn. Natk saisu apunr bhuwt val ligse.... Baaa
আপোনাৰ দ্বাৰা অভিনীত মৃদুল চুতীয়া দাৰ '' ভগ্নাৱশেষ''' আৰু অভিজিত ভট্টাচাৰ্যৰ '''ৰাংঢালী ছোৱালী মই'''' নাট দুখনও দিবচোন | যত আপোনাৰ অতুলনীয় অভিনয়ে আপ্লুত কৰিছিল...
Monot porene Arunduti natokhon dibasun ba
Moi Haren thakuria i chalu bahut bhal lagil 🙏🙏🙏
ধন্যবাদ বাইদেউ।।।আপোনালৈ অশেষ শুভেচ্ছা তথা আগন্তুক দিনটো এনেদৰে দপদপাই থাকে যেন তাৰে ভগবানৰ ওচৰত পাৰ্থনা কৰিছোঁ।।।। বা পাৰিলে সম্পূৰ্ণ কৈ দিব, কিছু কিছু খনত শেষৰ কন ৰৈ যায়।।।।❤️❤️❤️❤️❤️❤️🙏
আমাৰ এটি নতুন প্ৰচেষ্টা ৰ প্ৰথম পদক্ষেপ
অলপ চকু ফুৰাবচোন।।। 👇👇👇
ভাল বেয়া উপদেশ পাম বুলি আশা কৰিলোঁ। অপোনালোকৰ উপদেশ আমাৰ বাবে আশীৰ্বাদ🙏🙏
th-cam.com/video/DVS_BK-jl-8/w-d-xo.html
1st view ba
Baa apunar acting bhut val lage..love u baa ..
Nice yaar
Baa apuni mon sui juwa acting kore,👌👍❤️😘🙏
aponar obhinoy bohut bhal lage
Mojja ba
অ বা আপোনাৰ অভিনয় চাই মই বহুত ভাল পাওঁ, সন্ধ্যাতৰা নাটক খন দিবা চোন বা
আমাৰ এটি নতুন প্ৰচেষ্টা ৰ প্ৰথম পদক্ষেপ
অলপ চকু ফুৰাবচোন।।। 👇👇👇
ভাল বেয়া উপদেশ পাম বুলি আশা কৰিলোঁ। অপোনালোকৰ উপদেশ আমাৰ বাবে আশীৰ্বাদ🙏🙏
th-cam.com/video/DVS_BK-jl-8/w-d-xo.html
নাটক বোৰ একেলগে দিব , part part কৰি দিলে interest ভাঙি যায়।
kothato hoi bro
A
Hi n d8
Hi ndeñl IU
Nice theatre 😊
Thank u ba
Superb one 👌💝... Thanks for uploading
2nd prt2
Ba aru diya bohut vl paw apunar theatre so diya agor keikhon gote salu atiya aru diya
Bhut bhut dhuniya akting p tu ti baa
এনেদৰে ই দি থাকিৱ, চাই ভাল লাগিছে l
বৰ ভাল লাগিল এনেকৈ নাটকবোৰ দি থাকিব বাইদেউ