মাত ভাইটি এবাৰ মাত || Mat Vaiti Abar Mat || থিয়েটাৰ ভাগ্যদেৱী ||

แชร์
ฝัง
  • เผยแพร่เมื่อ 5 ก.ย. 2024
  • #Assam #Mobiletheatre

ความคิดเห็น • 323

  • @indramohankalita5483
    @indramohankalita5483 3 ปีที่แล้ว +6

    সচাকৈ বাধাগ্ৰস্ত অলপ মৰমৰ বহু। প্ৰয়োজন

  • @basantadas4608
    @basantadas4608 8 หลายเดือนก่อน +4

    মন চুই যোৱা এখন নাতক চালো বৰ ভাল লাগিল

  • @bhaskarjyotinath1860
    @bhaskarjyotinath1860 4 ปีที่แล้ว +6

    সাংঘাটিক অভিনয়,,নাটকখন চাই খুবেই ভাল লাগিল,,শাৰীৰিকভাৱে অক্ষম লোকসকলক আমি কেতিয়াও অবহেলা কৰিব নালাগে, এই কথা সুন্দৰকৈ প্ৰকাশ পাইছে । তেওঁলোকৰো এক সপোন থাকে, আশা থাকে আমি তেওঁলোকক অবহেলা কৰাৰ বিপৰীতে সংগ দিয়া উচিত ।
    সকলোৰে অভিনয় ভাল হৈছে । পেক্ষাগৃহত গৈ চোৱাৰ সৌভাগ্য নহল যদিও এতিয়া চোৱাৰ সুবিধা কৰি দিয়া বাবে বহুত বহুত ধন্যবাদ অৰূপ দা,,

  • @rumibegum611
    @rumibegum611 ปีที่แล้ว +5

    বহুত ভাল লাগিল নাটক খন চাই চকুৰ পানী ওলাই আহিছে

  • @jitulkakati4865
    @jitulkakati4865 4 ปีที่แล้ว +5

    সুন্দৰ অভিনয়,,,,,,, চাই বহুত দুখ লাগিল ভালো লাগিল

  • @dibyajyotideka8745
    @dibyajyotideka8745 3 ปีที่แล้ว +30

    চম্পক ছাৰৰ নাটকবোৰ এনেয়ো বাৰ্তাধৰ্মী। তেওঁ মোৰ বহুত প্ৰিয়। হৃদয় চুই গৈছে।❤️

  • @lslnaruto4803
    @lslnaruto4803 3 ปีที่แล้ว +6

    নাটক খন চাই বহুত বহুত বহুত ভাল লাগিছে ।‌ বৰ দুখু লাগিছে ।

  • @sumangogoi6158
    @sumangogoi6158 3 ปีที่แล้ว +3

    Bohut vl lagil

  • @ainuassamesevlog4490
    @ainuassamesevlog4490 3 ปีที่แล้ว +2

    Bohut dhunia lagel

  • @Dhrubajyotigoswami
    @Dhrubajyotigoswami 4 ปีที่แล้ว +3

    ধুনীয়া

  • @anjudeka713
    @anjudeka713 3 ปีที่แล้ว +2

    bhut Val lagise

  • @j.dcreation6982
    @j.dcreation6982 4 ปีที่แล้ว +4

    সচাই ভাল লাগিছে সচাই

  • @kabitarpatharassam4655
    @kabitarpatharassam4655 4 ปีที่แล้ว +8

    "অৰুপ দা মহিনা বাসীয়ে আপোনাক লৈ সদায় গৌৰৱ কৰি আহিছো। তোমাৰ অভিনয় চোৱাৰ সোভাগ্য হোৱা নাছিল আগতে যদিও আজি নিজকে ধন্য মানিছো।
    "মাত ভাইটি এবাৰ মাত"প্ৰেমৰ এখিলা পাত ভাৰ্গৱ চৰিত্ৰত নাট্যকাৰে যেনেকৈ গুজি দি মানসিক বিকাৰগস্ত সঁচা সহজ সৰল মনৰ মানুহ এগৰাকীৰ নিৰ্ভেজাল প্ৰেমৰ অনুভূতিৰে কাৰোবাৰ হৃদয় জয় কৰিব পাৰে তাৰে প্ৰমান কৰি দেখুৱালে।
    ভাল লাগিল প্ৰতিগৰাকী শিল্পিৰ অভিনয়। বাকী কেইখন নাট চাব পাম বুলি আশা থাকিল।

  • @amardas134
    @amardas134 5 หลายเดือนก่อน +1

    আটাইৰে অভিনয় সুন্দৰ লাগিল ।

  • @jugendrasaikia2374
    @jugendrasaikia2374 4 ปีที่แล้ว +2

    Bor dhuniya lagisa

  • @mrigankadas5671
    @mrigankadas5671 3 ปีที่แล้ว +4

    Arup dada.....hridoy Sui gol

  • @dhirajdeka111
    @dhirajdeka111 3 ปีที่แล้ว +4

    jugesh da juii...

  • @kuljitkumar5802
    @kuljitkumar5802 3 ปีที่แล้ว +2

    সুন্দৰ হৈছে

  • @monjaiutpal3863
    @monjaiutpal3863 4 ปีที่แล้ว +16

    নাটক কাৰণে অসম্ভৱ ও সম্ভৱ । নাটক হলে বাস্তৱ জীৱনৰ লগত খাপ খোৱা হব লাগে । হলেও কিন্তু মোৰ প্ৰায় বোৰ অভিনেতা ই প্রিয় এই খন নাটকৰ ।❤️

  • @bapulifestyle5791
    @bapulifestyle5791 4 ปีที่แล้ว +2

    Dhuniya lagise

  • @manabdas9631
    @manabdas9631 4 ปีที่แล้ว +9

    Cmpt ahi 14din Quintarin hoi asu.. Borring Hoi thaka babe vabilu Thiyetr say a time pas koru.so apunar natok khn salu... Bht Bht vl lagil.

  • @ramendeka8762
    @ramendeka8762 3 หลายเดือนก่อน

    Bhut vall hoise

  • @banashreebhattacharyya7356
    @banashreebhattacharyya7356 4 ปีที่แล้ว +3

    ভাল হৈছে

  • @bulbulisarmah1530
    @bulbulisarmah1530 หลายเดือนก่อน

    ❤❤❤ প্ৰেম ভালপোৱা এনেকুৱা হব লাগে ❤❤❤❤❤

  • @bikashsarma7087
    @bikashsarma7087 4 ปีที่แล้ว +6

    চলিড নাটক, লগতে আপোনাৰ আৰু চম্পক দি দুদান্ত অভিনয় , বাকী সকলৰ অভিনয় ও সুন্দৰ ।

  • @roshmibora2968
    @roshmibora2968 3 ปีที่แล้ว +2

    Bohut Val lagil say

  • @ratulkalita7685
    @ratulkalita7685 4 ปีที่แล้ว +2

    Bohut vl lagise Arup da aru champak da

  • @reetashrigogoi7529
    @reetashrigogoi7529 4 ปีที่แล้ว +2

    Hosai bahut vl lagil natak khn sai ru sabaloi Pam buli akha krilu

  • @minakshmahanta2116
    @minakshmahanta2116 2 ปีที่แล้ว +2

    বৰ ভাল লাগিল সুন্দৰ নাটক

  • @ritukalita4746
    @ritukalita4746 4 ปีที่แล้ว +2

    Bohut vl lagise natok khon sai kine .... dada apunar ovinoy bohut vl lage

  • @binitachutia9638
    @binitachutia9638 4 ปีที่แล้ว +3

    Moja lagil , vaigyo debir baki natok keikhonu sabole pam buli akha thakil .

  • @subornakoch1307
    @subornakoch1307 4 ปีที่แล้ว +11

    পাগল বিলাকক এটা ভাল বুজনি দিছে সুন্দৰ ! ভাগ্যদেৱী দীঘা'য়ু কামনা কৰিলো !

  • @asomiyatalkies1150
    @asomiyatalkies1150 4 ปีที่แล้ว +2

    dhuniya natok ekhon sabo palu

  • @pankajdibrugarh2232
    @pankajdibrugarh2232 4 ปีที่แล้ว +2

    Mojaa lagese

  • @lcdcreations5778
    @lcdcreations5778 4 ปีที่แล้ว +2

    Bahut dhuniya lagil....

  • @rupak4406
    @rupak4406 2 ปีที่แล้ว +6

    May God bless you and your family And Friends 🙏🙏🙏
    Best And Beautiful ❤️❤️❤️

  • @mrinalkalita1725
    @mrinalkalita1725 4 ปีที่แล้ว +18

    বহুত বহুত ভাল হৈছে নাটক। প্ৰতিটো দৃশ্যই বহুত বহুত ভাল লাগিছে। বেলেগৰ নাজানো মই কান্দি পেলাইছো। কাৰোবাৰ হৃদয় চুই নাযাব পাৰে মোৰ কিন্তু হৃদয় চুই গৈছে। মোৰ ও ইচ্ছা আছিল সৰুৰেপৰাই বহুত। কিন্তু আৰ্থিক অৱস্থা দূৰ্বল বাবে আগবাঢ়ি যাব পৰা নাই। আচলতে আমি কিছুমান পাগলক বেয়া পাওঁ। কিন্তু পাগল বোৰৰ ও যে তেজ মংহৰে গঢ়া মানুহ,সিহতৰ ও মন আছে,সিহতৰ ও হৃদয় আছে,সিহতে ও সপোন দেখে। কিন্তু আমি সিহতক বুজিবলৈ চেষ্টা নকৰো মনৰ কথা জানিবলৈ চেষ্টা নকৰো। যাৰ বাবে দুখক ও সুখ বুলি ভাৱি বহুত বহুত কষ্ট পাই জীয়াই থাকে সেই কথাকে বলিষ্ঠ অভিনেতা তথা ভ্ৰাম্যমাণ জগতৰ বাঘ চম্পক শৰ্মাৰ অভিনয়ৰে হাহি কান্দোনৰ সৃষ্টি কৰা""মাত ভাইটি এবাৰ মাত"" ভাগ্যদেৱী থিয়েটাৰৰ নাটক খনত সুন্দৰ কৈ বুজাইছে।

  • @bubulbaishya6199
    @bubulbaishya6199 4 ปีที่แล้ว +6

    অৰুপ অভিনয় ধুনিয়া হৈছে. কি খাবৰ ভাই তোৰ.

  • @barnalitalukdar9249
    @barnalitalukdar9249 2 หลายเดือนก่อน

    ❤mojha lagil sai Arup dar ovinoy khub val

  • @dibakartalukdar2880
    @dibakartalukdar2880 4 ปีที่แล้ว +14

    অৰূপ দাৰ অভিনয় অতি সুন্দৰ হৈছে ৷ 👌👌

  • @PutulPutuldas
    @PutulPutuldas 4 หลายเดือนก่อน

    All acting❤❤juie

  • @trishamoniphukan4822
    @trishamoniphukan4822 4 ปีที่แล้ว +19

    নাটকখন উপভোগ কৰি বৰ ভাল লাগিল।। কণমানিজনীয়ে বৰ সুন্দৰ অভিনয় কৰিছে।।

  • @neelsum
    @neelsum 3 ปีที่แล้ว +7

    হৃদয় চুই গ'ল । ভাষা নাই ক'বলৈ ♡

  • @jilikaxopun3853
    @jilikaxopun3853 3 ปีที่แล้ว +5

    Mojjh lagise dai..mojjh.

  • @gitanjalikalita1648
    @gitanjalikalita1648 2 หลายเดือนก่อน

    Very........😢😢😢 nice 👍👍👍

  • @user-ik4fv1pn8d
    @user-ik4fv1pn8d หลายเดือนก่อน

    Moja natok

  • @bhaskarjyotinath1860
    @bhaskarjyotinath1860 4 ปีที่แล้ว +1

    Dhanyabad arup da nato khn sowar hubidha kori dya babe...

  • @abiramyein9231
    @abiramyein9231 3 ปีที่แล้ว +1

    Bhal lagil

  • @pradipnath8757
    @pradipnath8757 3 ปีที่แล้ว +4

    নাটকৰ কাহিণী ভাগ সছাই ভাল লাগিল॥

  • @bijoudutta3134
    @bijoudutta3134 4 ปีที่แล้ว +7

    Thank you sir for such a nice video! My is great found of watching theatre n yesterday he was impressed n thank you a lot

  • @rafeedurai8316
    @rafeedurai8316 3 ปีที่แล้ว

    5 th time watching

  • @hrishikeshkashyap8113
    @hrishikeshkashyap8113 4 ปีที่แล้ว +1

    Arun koka k iman dinor murot dekhi bor val lagil

  • @popibaruah3204
    @popibaruah3204 หลายเดือนก่อน

    সুন্দৰ অভিনয়

  • @tapanplhukan4660
    @tapanplhukan4660 3 ปีที่แล้ว

    Bahot aananda lagil

  • @rimakalita6792
    @rimakalita6792 8 หลายเดือนก่อน

    Arun bezbaruah sir k bht bsrr pist dekhi mn to bht bhal lgil....Shampak sir priyo

  • @sankardevbaishya6768
    @sankardevbaishya6768 4 ปีที่แล้ว +3

    নাটক খন চাই বহুত বেছি ভাল লাগিল।

  • @bituponbora8736
    @bituponbora8736 4 ปีที่แล้ว +1

    Vall lagil bahut

  • @mrinalkalita1725
    @mrinalkalita1725 4 ปีที่แล้ว +13

    কোনোবাৰ চকুপানী নোলাব পাৰে। মোৰ কিন্তু চকুপানী ওলাইছে। বহুত বহুত ভাল লাগিছে নাটক খন। এক হৃদয়স্পৰ্শী কাহিনীৰে পৰিপূৰ্ণ নাটক খনৰ প্ৰতিটো দৃশ্যই বহুত ভাল লাগিছে। সচাকে এক বুজাৱ নোৱাৰা ভাষা । প্ৰত্যেক গৰাকী অভিনেতা আৰু অভিনেত্ৰী, আৰু কলা কৌশলীলৈ মই অশেষ ধন্যবাদ আৰু সেৱা জনাইছো।

    • @mrinalkalita1725
      @mrinalkalita1725 4 ปีที่แล้ว +1

      আগলৈকে আৰু ইয়াত কৈ বহুত ভাল লগা আৰু দৰ্শকৰ মন জয় কৰিব পৰা নাট উপহাৰ দিব পাৰে যেন তাৰেই কামনা কৰিছো ভগৱানক প্ৰাৰ্থনা কৰিছোঁ। আপোনালোক সকলো এটা পৰিয়ালৰ দৰে মিলি জুলি থাকক তাৰেই কামনা কৰিছো ভগৱানক।

    • @mrinalkalita1725
      @mrinalkalita1725 4 ปีที่แล้ว +1

      বহুত বহুত ভাল লাগিছে বুজাব নোৱাৰা ভাষা

    • @putkanvlogers8678
      @putkanvlogers8678 ปีที่แล้ว +1

      ki

    • @niradaborgohain9068
      @niradaborgohain9068 ปีที่แล้ว

      @@mrinalkalita1725 111111

    • @niradaborgohain9068
      @niradaborgohain9068 ปีที่แล้ว

      @@mrinalkalita1725

  • @user-jv9ub1ud7x
    @user-jv9ub1ud7x 5 หลายเดือนก่อน

    অতি সুন্দৰ প্ৰদৰ্শন ❤️

  • @debboruah6976
    @debboruah6976 3 ปีที่แล้ว +5

    Very nice...I salute Sampak Sarma and all the artists of the Drama

  • @tridibdeka4519
    @tridibdeka4519 4 ปีที่แล้ว +7

    যোগেশ দা হিট দৰংৰ চলি..

    • @sand2259
      @sand2259 4 ปีที่แล้ว +2

      Yes, i am also from darrang...

    • @labanyarajbongshi5322
      @labanyarajbongshi5322 8 หลายเดือนก่อน

      ​@@sand2259
      😊

  • @hemantasaharia5564
    @hemantasaharia5564 4 ปีที่แล้ว +7

    আপোনাৰ অভিনয় অপূৰ্ব। সচাকৈ এখন সুন্দৰ নাটক ৰোমাঞ্চ, ট্রেজেডি আৰু হাস্যৰসেৰে ভৰপূৰ ।

  • @KamalBezbaruah-bk5uu
    @KamalBezbaruah-bk5uu 7 หลายเดือนก่อน

    সকলোৰে অতি সুন্দৰ অভিনয়। অৰূপ দা ফালি দিছিল।

  • @basantakoiri8225
    @basantakoiri8225 5 หลายเดือนก่อน

    Arup da 🔥🔥🔥

  • @jintihaloientertainment4312
    @jintihaloientertainment4312 4 ปีที่แล้ว +1

    Bahut val lagil sai.

  • @konrambora
    @konrambora 3 หลายเดือนก่อน +1

    Bohut hundor lagile

  • @zgdaxxpranjalzgdaxxpranjal2426
    @zgdaxxpranjalzgdaxxpranjal2426 4 ปีที่แล้ว +4

    Bohut vl lagil xosa koy sokur pani ulai gyse😭😭😭😭😭😭😭😭

  • @bhargabblogs1664
    @bhargabblogs1664 4 ปีที่แล้ว +12

    Bor val lagil saii, lockdown r majote salo

  • @gitanjalikalita1648
    @gitanjalikalita1648 2 หลายเดือนก่อน

    Heart 😢😢😢😢😢😢😢tathchiyang❤❤❤❤❤

  • @aashmabegum9367
    @aashmabegum9367 4 ปีที่แล้ว +1

    Bohut Val lagil natok khon

  • @shekharsimantapawe6302
    @shekharsimantapawe6302 4 ปีที่แล้ว +7

    Dhuniya lagil bhut sokur pani ulai gl 😥😥😥

  • @jyotishmoydeka6072
    @jyotishmoydeka6072 4 ปีที่แล้ว +1

    Moza

  • @minadeviborthakur7902
    @minadeviborthakur7902 4 ปีที่แล้ว +3

    Nice Acting Arup

  • @babytikharial5248
    @babytikharial5248 4 ปีที่แล้ว +1

    বহুত ভাৱ লাগিল ।

  • @newdeepgogoidjremaxnewdeep1824
    @newdeepgogoidjremaxnewdeep1824 3 ปีที่แล้ว +2

    Val lagela dai

  • @bhaskarjyotesaikia3651
    @bhaskarjyotesaikia3651 4 ปีที่แล้ว +3

    Hundor

  • @dhanjitmalakar4913
    @dhanjitmalakar4913 4 ปีที่แล้ว +8

    Moja lgil dei natok khn sai aro bhut dhux lgil Arup da r loi....😭😭😭

  • @TheOcibul_Oc
    @TheOcibul_Oc 3 ปีที่แล้ว +5

    Theatre khon saiso, amar eyat ahishil💓💓

  • @dimpibarman8283
    @dimpibarman8283 4 ปีที่แล้ว +1

    ভাল লাগিল নাট খন চাই ।। অৰূপ দা অভিনয় ভাল হৈছে । ।

  • @bhabanidihingia2746
    @bhabanidihingia2746 8 หลายเดือนก่อน

    নাটক খন চাই বৰ ভাল লাগিল। সকলোৱে বৰ সুন্দৰ অভিনয় কৰিছে। নাটক খন চাই চকুপানী ৰখাব নোৱাৰিলো। ধন্যবাদ

  • @duludas9416
    @duludas9416 4 ปีที่แล้ว +1

    Bahut val lagise

  • @kushalkhatonia4056
    @kushalkhatonia4056 3 ปีที่แล้ว

    Dhuniya lagil

  • @prasantabordoloi5555
    @prasantabordoloi5555 ปีที่แล้ว

    বহুত ভাল হৈছে দুখ লগা নটক ।

  • @rajibdas2413
    @rajibdas2413 4 ปีที่แล้ว +17

    কোন বছৰৰ নাটক আছিল দাদা, চাই ভাল লাগিল । অনাগত দিনবোৰত আৰু নাটক চাব পাম বুলি আশা ৰাখিলো।

  • @axommbbs1327
    @axommbbs1327 4 ปีที่แล้ว +2

    Bhut val lgil natok khon sai

  • @dwijenbezbaruah1875
    @dwijenbezbaruah1875 4 ปีที่แล้ว +1

    বঢ়িয়া লাগিল নাটকখন ছাই.

  • @hirumoninath90946
    @hirumoninath90946 4 ปีที่แล้ว

    সচাই বহুত ভাল লাগিল চাই

  • @lsd4889
    @lsd4889 ปีที่แล้ว

    Bht vl lgise dada...

  • @kamolentertainment7007
    @kamolentertainment7007 4 ปีที่แล้ว +2

    Lovely abinay.arup DA

  • @ritamoniboruah5038
    @ritamoniboruah5038 ปีที่แล้ว

    Bor hundor ...

  • @likuray1704
    @likuray1704 3 ปีที่แล้ว

    Dhuniya

  • @ankurdas2757
    @ankurdas2757 4 ปีที่แล้ว +1

    Moi hosakoi kandi golu emn dhuniya natok khon

  • @nijaradeka7161
    @nijaradeka7161 4 ปีที่แล้ว +1

    Biraat dhunia lagil sai

  • @monaligogoi9629
    @monaligogoi9629 4 ปีที่แล้ว +1

    Super dubble

  • @TM_VLOGS_86
    @TM_VLOGS_86 ปีที่แล้ว +1

    Vary nice 😊 mojja lagil Sai

  • @priobhipodder6416
    @priobhipodder6416 4 ปีที่แล้ว +2

    ধুনীয়া নাটক👌👌👌

  • @rupakhazarika8350
    @rupakhazarika8350 4 ปีที่แล้ว

    Hosake kunu vakha nai ..eman hundor ovinoy .....3bar salu amoni loga nai ....

  • @runuboruah2962
    @runuboruah2962 3 ปีที่แล้ว

    Avinoi khan sai bohut val lagil

  • @manjubaruah1630
    @manjubaruah1630 ปีที่แล้ว

    Arup da xundor lgise

  • @motivationalstory2634
    @motivationalstory2634 4 ปีที่แล้ว +8

    বহুত দিনৰ মূৰত এখন ভাল লগা নাটক চালোঁ যিখন মোৰ অতিকৈ প্ৰিয়।এদিন তোমাকো কৈছিলোঁ।ধন্যবাদ