| MA KAALI | ABAHAN THEATRE | PRASTUTI PORASOR | MRIDUL BHUYAN | PRAYASHI PORASHOR | 2016 |
ฝัง
- เผยแพร่เมื่อ 7 ม.ค. 2020
- Drama: Ma Kaali
Theatre: Abahan Theatre (2016-17)
Director: Abhijit Bhattacharya
Starring: Prastuti Porasor
Mridul Bhuyan
Prayashi Porasor
Rituraj Mahanta
#prastutiporasor #prastuti #zubeengarg #theatre #mobiletheatre #assamese #assam #prayashiporashor #abahantheatre #abahan #filmfare - บันเทิง
বহুত ভাল লাগিল নাতকখন চাই। অসমীয়া চিনেমা চোৱাত কৈ থিযেটাৰ চালে বেছি ভাল লাগে ।সকলোৰে ভাল অভিনয হৈছে
❤
মৃদুল, প্ৰস্তুতি... বাপৰে মঞ্চ কপোৱা যুৰী ❤️❤️👍👍👏👏
দুৰ্দান্ত অভিনয়, আৰু সংলাপ....এই নাটকখন এতিয়া লৈকে ১০০ বাৰৰ ওপৰত চালোঁ। প্ৰায়ে চাওঁ। বহুত বেছি ভাল পাওঁ।
Hi,ba❤️♥️👍
Joi ma Kali...maje maje sai Mon tu val lage. Xahokh gotuat xohai korise ...Joi prostuti ba...❤️❤️😘
কবলৈ ভাষা নাই কি কম মজা লাগিছে বোৱাৰীৰ অভিনয় 👍👍👍জয় মা কালি🙏।
❤😅😊
কলিজাৰ ফুলপাহ শুকাই গ'ল ও কোনেও নিদিলে পানী আৰু কাৰোবাৰ লাগিছে পিয়াহ কেনেকৈ আনি দিও গোলাপ এপাহি......💗🔥
ইমান সুন্দৰ হৈছে,,, চকুপানী ওলাই গল গে,,
Tq
বহুত ভাল লাগিল।সকলোৱে অপূৰ্ব অভিনয় আগবঢ়াইছে।
Kkknk8
Nkk8okknnknkk8n8nknkkó8nk
কি তেজাল কাহিনী ,কি তেজাল যৌৱনপুষ্ট অভিনয় ৷নষ্টালজিয়াই খেদি আহে এইবোৰ দেখিলে ৷মিলনমালাৰ পৰা আৰম্ভ কৰি আজিলৈকে সময় যদি পাইছো এৰা নাই ৷এই ভ্ৰাম্যমাণ থিয়েটাৰৰ সোৱাদ ৷বসন্ত চানাৱালাৰ চানা খাই খাই সেই আমেজ অজান মুলুকত গলেও পাহৰিব নোৱাৰিম ৷ভ্ৰাম্যমাণ থিয়েটাৰৰ উত্তৰন কামনা কৰিলোঁ ৷
ভৱানীপুৰত চাইছিলো এক Bolero Camper আগে- পিছে উঠি। খুব ভাল লাগিছিল। Thanks for this Digital edition.
মই ও ভাৱানীপুৰতে চাইছিলো
ভাল লাগিল । সকলোৰে বৰ সুন্দৰ অভিনয় । আজিৰ সমাজলৈ এটা সুন্দৰ নিদৰ্শন আগবঢ়াই দিলে বা । সমাজৰ মানুহে নাৰীক " মা কালি " নসঁজাই " মা লক্ষ্মী " সঁজাবলে যত্ন কৰক । শুনি আছো , দেখি আছো বহু অবলা নাৰীৰ প্ৰাণ গৈছে , যন্ত্ৰনাত ভূগি আছে । ক্ষমা কৰিব বা , এইবোৰ কথা ইয়াত ক'ব নালাগিছিল ক'ব মন গ'ল কৈ পালো ।
Mojjaaa prastuti baa...ai natok khon moi bisari a asilu...aji sai khosa koi bohut vall lagise....Ai natok khon ami amr gaont a korim....Natok khon moi bohut vall paw..bohut vall lage sai O baa........
জয় মা কালী।।। অতি সুন্দৰ অভিনয় প্ৰস্তুতি বা ।।। আপুনি মোৰ সদায় প্ৰিয়।।।🙏🙏🙏❤❤❤❤
পস্তুতি বা আপোনি আমাৰ গৌৰৱ।আপোনা অভিনয় মোক সচাই পাগল কৰে।লগ পোৱা বহুত হেপাহ আছে আপোনাক।অলপ যদি কথাকে পাতিব পাৰিলো হয় আপোনা লগত বহুত আনন্দ পলো হয় বা।
Hi Santanu moi o tmr nisina ajon anuragi hoi khub vl pau prastuti bar avinoy sai. Aru tmi kt thaka tmk ko lg koribo lage abar
Wahh...what a acting...mridul Bhuyan da..🙏🤗😍
Ba sakupanibur emankoi kio uliowa o, maram diya muk khonetu eatkoiu tejjadi o ba, সচাকৈ তুমি মহাৰানী বা, আগন্তুক দিনবোৰত ইয়াত কৈও আগুৱাই যোযৱাৰ অশেষ শুভকামনা থাকিল এই ভাইটিতোৰ পৰা।।
O ba apunar ovinoi sai je ki kom vakha naio xosake bohut val lagy apunak ba aydin log pabor mon jaio ba
বা আৰু নাটক দিব চোন মই বহুত ভাল পাওঁ ভ্ৰাম্যমাণ জগত খন😍😘
Mridul dar krne ata ❤👍like
Val lagesa
Spammers
@@santushlukhurakhan836the
Fv
বহুত বহুত ধন্যবাদ নাটক খন দিয়া কাৰণে
Amazing Parstuti Baa❤️❤️❤️🙏🙏🙏
Porstuti ba manisu aru apunak ki km koboloi ako nai bohut val lagil
বা হৃদয় চুই যোৱা অভিনয় তোমাৰ....আগুৱাই যোৱা বা...
Tq baa😘 theyrter ot apunar acting Or xoman ba tatke bse vl kuno hboi nuware
সকলোৰে ভাল অভিনয় আৰু প্ৰস্তুতি পৰাশৰৰ strong acting ।
ধন্যবাদ বা,,,,, ইমান সুন্দৰ নাটক আৰু সুন্দৰ অভিনয় । আৰু ইমমমান সুন্দৰ sound । ধন্যবাদ বা,,,,,,
Mirdul bhuya da may God bless you.thaks .mor bohut duk lagisa.good drama
বহুত ভাল লাগিল চাই ,,,বহুত সাহস পবো নিৰ্যাতিত ছোৱালী বোৰে চাই ,,,,,নাৰী অবলা কেতিয়াও নহ য়,,,,,,,প্ৰথম বিয়া পিছত মৃদুল দা সংলাপ খিনি কৈ থাকোঁতে কব নোৱাৰাকৈ চকু পানী ওলাই আহিছিল
মৰমে মৰম বিচাৰে, শান্ত শিষ্ট মহাদুষ্ট , ৰাংঢালী ছোৱালী , এইকেইখন নাটক ও দিওক বা
Right
Khub vl lgil baa.. Aikhn natok moi nalbari belsor t saiclu.. Akou abr sabo pai vl lgil..
সুন্দৰ নাটক বা,সচাঁয় নাৰী যে দুৰ্বল নহয় তাক প্ৰমাণ কৰি দেখুৱালে...সচাঁই বহুত ভাল লাগিল প্ৰস্ততি বাৰ অভিনয় বৰ সুন্দৰ
আৱাহনৰ ''মা কালী'' নাটক খনত সচাকৈ নাৰী শক্তিৰ সুন্দৰ উপস্থাপন কৰিছে, এইক্ষেত্ৰত নাট্যকাৰৰ শলাগ লৈছোঁ লগতে এনেকুৱা গঠন মুলক নাটক আগলৈ পাম বুলি আশা কৰিলো।
nat khon bohut val lagil . prostuti ba real acting korisa . best acting korisa bai
আমাৰ দৰে ভ্ৰাম্যমাণ অনুৰাগী সকলৰ বাবে এক সুন্দৰ পদক্ষেপ । 😍
@Archana Kalitahvjxdj ককক
@Archana Kalitahvjxdj was
@@goodpresentationkalita30365t5
Ju😅😅😮
❤
❤ bu
@@jayantadutta6971r ki
I have no words to say what a nice drama
One of my favorite Drama, 👌❤🥰❤👌 Love you Prastuti ba❤
Bohut dhunia lagise ba..muru bohut axa thaki goal .goisilu odisonr namot mur pa toka khale direktore
Nice poshtuti ba midul da Val lagile apunalukor natok khon sai
Oooooo ba Apuni iman dhuniya avinay kare moi saï Pagal Hoi jao 💓❤💘💘💜💜💗❤💙💚🧡💞💞💞❣️🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
bohut bohut dhuniya hoise💘💘💘 love you ba👍jai maa kali🔪
Bohut val lagil pastuti bar avinoy sai sakur Pani ulai gol 😭😭
জয় মা কালী জয় বহুত বহুত ভাল লাগিছে
Bohut besi Val lagise , ontor sui goise❤❤❤
Moja.fali dise.Maa Kali👍
uff abar 2 bar sale hapahi napolai bahut bahut hundor ovinoi xokolure ❤
প্ৰস্তুতি বা আপুনি অভিনয় জগতৰ ৰাণী হয়
আপোনাৰ নাটক চাই বর ভাল পাও বা
Mridul Da aru prastuti Baa mor Khdai Priyo.
বাইদেউ আপোনাৰ অভিনয় বহুত ধুনীয়া আগুৱাই যাওঁক
Baaa mulagabhoru khon upload dibosun
Monchot aponar dore dopdopai thoka ovinetri 2nd goraki ny baa.. Love u so much..
'তই মোৰ একোয়েই নহয়' Bohut val lagile
বহুত বহুত ভাল লাগিল সঁচাকৈয়ে
থিয়েটাৰ মোৰ বৰ প্ৰিয়, কিন্তু বহু ভিতৰুৱা ঠাইত থকা বাবে প্ৰবল ইচ্ছা থাকিলেও ছোৱাৰ সৌভাগ্য নহয়, আপোনাৰ এই প্ৰচেষ্টা নি্ঃসন্দেহে প্ৰশংসনীয়, আমাৰ দৰে দৰ্শকৰ বাবে এই সুবিধা কণ দিয়াৰ বাবে আপোনালৈ কৃতজ্ঞ জনালোঁ।
Dhunia ❤️❤️❤️
বৰ, ধুনীয়া লাগিছে বা, মই আপোনাৰ নাট, চাই বৰ, ভাল পাওঁ
Hosakoi.......... koisu...... Sokur pani ulai gol......... Mohoendror ovinoi... ..
প্রস্তুুতি বাৰ এই অভিনয় বোৰে আমাৰ দৰে ছোৱালী/ নাৰী / মহিলা/ সকলক শক্তিশালী কৰি তোলে🙏
হৃদয় কঁপি উঠিল।দুৰ্দান্ত অভিনয়🙏🙏🙏
VL lagil video tu sai
সুন্দৰ অভিনয়. বহুত ভাল লাগিল.
Mridul daa is mind blowing Love you so much mridul daa ❤❤❤❤❤
ভাষা নাই কি বুলি কম
জয় মা কালী
বহুত বহুত ধন্যবাদ । আপোনাৰ চেনেলটো জৰিয়তে আমি সকলোৱে আকৌ এবাৰ হৈ যোৱা নাটক সমূহৰ সোঁৱাদ পালোঁ । আপোনাৰ এই যাত্ৰা সুদূৰ প্ৰসাৰী অসীম দিশলৈ গতি কৰক।
F
Nj
rr%rrrrr
J
প্ৰস্ত্তুতি বা আৰু মৃদুল দা অভিনয় চাই ভাল লাগে
Bohut vl lgil sai
Thaks you ba senel to loi bhut vl lagil they're anekuwa hob lge
Bastb jibonor lgt khap khua akhn jiya... Natok.... Bht vl lgil.... Prai swaliye biyar pst...jotukor babe nirjatnr boli hb lgiya hoi....
Apunak mur bahut val lage ba apunar pratitu parte bahut vl lage
Apunar natok sai bht Val lge baa
Bohot val lage baa apunar acting bor😍♥️😍♥️👌👌
Thanks
Bohut Val paisu ghorote sabo paisu natok khomuh..
So good I love theatre
mojja lagil sai love you ba ..
Thanks ba....bohut val lagil sai....
Really. Mor চকুৰ পানী olal
প্ৰস্তুতি বা মই চিনিমা যাৱ। বিচাৰু,, মোৰ সৰুৰে পৰা স্পুন আছিল।, plz Plz এটা সুযোগ দিয়া,, ❤️❤️❤️❤️ba
Bohot val lagesa apunar thatar bor sai really nice👌👌
Bohut vl lagise...
বহুত বহুত ভাল লাগিল নাটক খন চাই।
Bht vl lgile xai baa... Aji kli homajot ene ghotona ghoti axe xuali bur kotu hurokha ni.. Bhte joutukor bbe buwarik enekoi mari pelai
Natok bur sai Bor Val lgise ...anedore agoai jaouk ...
Dhuniya😊💗
Thanks Baa for uploading
Apuni eman energy kenekoi pai ba❤ bhut besi vl lgil aguwai jaok best wishes🎉
Prostuti ba aru Mridul da r acting moja hoise deiii
❤❤ bohut vl lge prostuti bas
Agote saisilu.. tothapi akou salu.. thank you so much apunar channel t upload kora babe...
একো ক'বলৈ ভাষা নাই। প্ৰস্তুতিবা আৰু মৃদুলদাৰ দুৰ্দান্ত অভিনয় মোৰ প্ৰশংসাৰো উৰ্দ্ধত। অনাগত দিনত অধিক আশা কৰিলোঁ।
আৰু আগুৱাই যোৱা বা।..... ভাষা নাই অ' বা।
এইবাৰ যোৰহাটত লগ পাম বা। কথা দিলো.............
কবলৈ ভাষা নাই ইমান ভাল লাগিল
Valll hoisee . 2 taroka hit
Ajihe salu bor vall lagill...👌👌👌👍👍❤️❤️
Apunar video bure konduwai diwe o ba .Sai bohut vl lage .aguwai jua ba tumi
Dhuniya ovinoi,👍👍agbari jaowk
Bah mojja ba
বা" আপোনাৰ অভিনয় বহুত ভাল লাগে ।
Val lage hoi bohut val lage.
Theater bhal pai jodi comment ar tolot like koribo
Dhunia lagsi de
My fevret baa
Prostuti is a glamour girl.god bless him!
বা আপোনাৰ অভিনয় চাই বৰ ভাল লাগে
ধন্যবাদ বা আগলৈ ও আশা কৰোঁ