ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
Bhut bhut besi vl lgise dada ♥️
সঁচাকৈ আপোনাৰ অভিনয় বহুত ভাল লাগে।
প্ৰসেনজিৎ দাৰ অভিনয় মজা।।।। আৰু কাৰ কাৰ ভাল লাগে লাইক কৰিব।।।।।
Bohut dhuniya lagise video tu 😍😍
Waoo bhut val lgile Natok khn
A moja...matra aibar rajtilok theatre rokhi asu
বহুত বহুত সুখী চম্পক দাদা।জনা হোৱাৰে পৰাই আনে আপোনাক কি বুলি ভাবি আহিছে নাজানো মই কিন্তু আপোনাক নাটকৰ দেৱতা বুলি এ ভাবি আহিছো আৰু অনাগত দিনবোৰত সদায় নাটকৰ দেৱতা হৈয়ে ৰাইজক দৰ্শকক উপহাৰ দি যাওক একো একোখন হৃদয়স্পৰ্শী হাহি কান্দোনেৰে ভৰা নাটক
😮😢
kiman hundor natok. kiman bolisto abhinoy apunar... bor dhunia champak sir
Fantastic obinoi bohut Val lagil mozza
Dil bahadur or dil ta bohut val ase Sai bohut val lagil Aru notun notun ovinoy ahar opekhat roi asu
চম্পক দা অভিনয় ধুনীয়া .. ভাষা নাই কোৱাৰ
বহুত ভাল লাগিল কাহিনী লগতে চম্পক শৰ্মাৰ অভিনয় 🙏🙏🙏
Bohut val lagil dei
সচাকৈ থিয়েটাৰ বূলি ক'লে চম্পক শৰ্মা ছাৰৰ নাটক, অভিনয় লেখত লবলগীয়া আৰু অন্তৰ স্পৰ্শ কৰি যায়🙏🙏🙏ছাৰ আপুনি দীৰ্ঘায়ু হওক তাৰে কামনাৰে,🙏🙏🙏 ধন্যবাদ
ইমান ধুনীয়া নাটক ।। ক'বলৈ ভাষা নাই , সচাই ভ্ৰাম্যমাণ থিয়েটাৰ অসমৰ এক সম্পদ হয় ।। জাৰজ ৰ আৰু এখন অৰ্থাত্ jaraj part 3 নামেৰে আৰু এখন নাটক চাবলৈ আশা কৰিলো ।।
Bht vl lagil de Sai.... Apuni aguwai jaok....
Hundor ovinay n hundor kahini bohut bhal lgil dada..
ৰৈ আছিলোঁ চম্পকদা ...ইমান জীৱন্ত আপুনি প্ৰতিটো চৰিত্ৰত । সাংঘাতিক এটা অনুভৱ যি অনুভৱে কলিজা চুই গৈছে । 'জাৰজ' ....প্ৰতিজন কলাকুশলিলৈ বহুত বহুত শুভকামনা জনালোঁ । পিছৰ নাটক খনলৈ অপেক্ষাৰে .....
Duta part a salo bht bht val lagil.dada aponar avinoy..owawah.god bless you
Bohut bohut vl lagisae dada so very nice ❤❤
bhut val lge ,,champak da abhinoy,sai thkibo mn jai
বহুত ভাল লাগিল চাই 👌👌
dhuniya dada...ru pam buli akha thakil
Chamapak da mor ghr pathsalat.mai theatrer pagl.apunar acting salute.apuni perfect actor.bhut dukh lgil acting sai.vl din ghuri ahk.apunk staget sab bisaru.
Bohut val lagil natok khon sai Champak da❤️❤️❤️❤️
বুকু চুই গ'ল দাদা । আপোনাৰ কাহিনীত বাস্তৱ থাকে । যিটো মোৰ অতিকৈ প্ৰিয় । আৰু লগতে আপোনাৰ নাটকৰ সুন্দৰ সংলাপে মোক অতিকৈ আকৰ্ষণ কৰে ।
Thanks for all e
Hosai bohu bhal lagil sai. Bohu hundor ..
বহুত বহুত ভাল লাগিল ।❤❤❤❤
Bahut bahut val lagil dada natok khon sai. Aru dibo sun daada 👌👍👍 salute dada
Dada bohot val lagise, story tu excellent kin2 🙏
Bohut dhuniya acting bohut val lagil sai
Bohut bohut val lagila dada , apunar natok say amoni nalage,
" গৃহবন্দী " নাটক খনি উপভোগ কৰি বেছ ভাললাগিল। কাহিনী মূল ভাগৰ প্ৰত্যেক জনৰ সংলাপ সুন্দৰ ভাবে উপস্থাপন কৰিছে আৰু সাৰংশ ভাগ স্পষ্ট ভাবে ফুটি উঠিছে। নাৰী জীৱনৰ এক যন্ত্ৰনাময়ী গৃহবন্দী। প্ৰস্ততি পৰাশ'ৰ অভিনয়ে মুগ্ধ কৰিলে ।
ভাল লাগিল।"নৰসিংহ " নাটক খন দিবলৈ অনুৰোধ থাকিল চম্পক দা।
Share kri dibo hokolua
নিশ্চয় ককাইদেউ🙏🙏🙏
Nitsoy dada
Apuni mur inspiration dada bhut val paw apunak ❤️❤️😘
Apunar xokolo nat upload kribo dada.
sir theatar মঞ্চত অভিনয় কৰিব বহুত হেপাহ আছে সুযোগ পোৱা নাই , যদি পাৰে sir সুযোগ এটা প্ৰদান কৰিব বুলি আশা ৰাখিলো ধন্যবাদ ।।
Hosa koi,a Bohut val lagil
Mojhaaa mojhaaa 👌🔥 bohut vl lagil. Thank you dada . 2nd part 2 diya babe 👍
Hundor dada❤❤
til bahadur da apuni juiii🔥🔥🔥
Dhuniya champak da
ভ্ৰাম্যমাণৰ সব্যসাচী চম্পক শৰ্মা ।। প্ৰিয় অভিনেতাজন
Dhuniya Dada ❤️❤️💥💥🙏
Theatre r actor r vitorot apunar acting bht bht besi vl paw moi ❤❤😘😘
Kar nu
বহুত ভাল লাগিল দাদা ❤❤💝💝
বহুত বহুত ভাল লাগিল ১০০%
Xosai bht val lagil
বহুত ধুনীয়া দাদা
Chapak sarma sir apuni dirghayu hok..apunar saistho bhogobane khdai vle rakhok..khosa ke apunar natok khon sai bohot val lgil..
সঁচাকৈ কবলৈ ভাষা নাই 😭😭😭🥀🙏🥀🙏 কি সুন্দৰ অভিনয় আজি জগতৰ বাস্তৱ ঘটনা বহুত সুন্দৰ লাগিল ।চকু পানী ওলাই গৈছে। আকৌ এনেকুৱা কাহিনী দেখা পোৱা আশাৰে আপোনাক ধন্যবাদ 🙏🥀🙏🥀🙏
Most most brilliant beautiful ❤️❤️❤️
লক ডাউনৰ বাবে শিল্পী সকলৰ অসুবিধা হৈছে, আপোনালোকে ভ্ৰ্যামমান জগতখনৰ এৰি নিদিব ।আপোনাৰ সকলো বোৰ নাটকেই চাইছো, বহুত বহুত ভাল লাগে
Very very excellent champak da
দাদা, সচাকৈ আপোনাৰ অভিনয় অতুলনীয়।বহুত ভাল লাগিল।
Apple
Dada bohut val lagil agloi aru dib buli opekhya kori asu ❤️❤️
চাৰ বহুত ধুনীয়া নাটক হয়। আপোনাৰ নতুন নাটক চাবলৈ আশাৰে বাট চাই আছোঁ ।
😢 উপস্থাপন ধূনীয়া হৈছে, মান মৰ্য্যদা সকলো বজাই ৰাখিছে, সমাজৰ মাজত এনে ধৰণৰ কাহিনী আগবঢ়ায় যাব বুলি আশা ৰাখিলোঁ,
আপোনাৰ মঞ্চ কপোৱা অভিনয়ত মুগ্ধ আছিলোঁ, আছো আৰু থাকিম....
Bohut val lagi...chyampak...sir
এটা কথাত কলো মজা । ভাল লাগিল
Bohut vl lagel sai Sokour pane ulai gol
mojjja disa dada..
Bht ভাল লাগিল দাদা love you so much❤️😍
Bohut bohut val lagil oo
Hundor ❤❤❤❤
Moja ❤🎉
Bohut val lage apunalukor teamtuk
সঁচাকৈ আপোনাৰ অভিনয় বৰ ধুনীয়া দাদা আপুনি আমাৰ গৌৰব এই অভিনয় ৰ বাবে হাজাৰ বাৰ প্ৰনাম🙏🙏🙏🙏
সুন্দৰ নাটক❤❤❤❤❤❤❤😊
Val lagil bohut . Story tu
bohut val lagile sai iman dhuniya Natak
বহুত ভাল লাগিল
সোনকালে দিয়াৰ বাবে ধন্যবাদ দাদা /❤❤❤❤❤❤❤
মঞ্চলৈ ভাল দিন সোনকালেই যেন ঘূৰি আহে।। আপোনাৰ মঞ্চ কঁপাই তোলা অভিনয় যেন পুনৰ চাবলৈ পাওঁ।।
দাদা বহুত বহুত ভাল লাগিল
Champak da bohut vl lagil o
Bohut val lagil dada 🙏
সঁচাকৈ বহুত ভাল লাগিছে দাদা
Dada thank you SO much dada 2nd part tu bohut dinor pora roi asilu saboloi
Thank you dada bhut Val lagil
সুন্দৰ নাটক। সুন্দৰ অভিনয়।
সচাঁকৈয়ে বহুত ভাল লাগিল চাই
কাহিনীটোসচাই বহুত বহুত ভাল লাগিল
ধন্যবাদ দাদা অনুৰোধ ৰক্ষা কৰি সোনকালে দ্বিতীয় খণ্ডটো উপভোগ কৰাৰ সুবিধা কৰি দিয়া বাবে।স্বেয়াৰ কৰিছোঁ দাদা ।
বহুত বহুত ভাল লাগিল।
চাই বহুত ভাল লাগিল সঁচাকৈয়ে চ্কুৰ পানী ওলাই গৈছে
সুন্দৰ হৈছে চম্পক দা। ভ্ৰাম্যমাণ মানেই তোমাৰ অভিনয়।
Champak da apunar ovinoi or kotha ki kom bhut bhut vl lagil sai
Champak Dada apunar abhinoyar logate sakalure abhinoy iman sundor hoise bare bare sau hepah nopolai.
বহুত ভাল লাগিল নাটক খন ছাই
Dada apunar natok sai bohut val lage.......
Champak sir aponar acting mor bahut prioya
Bhut vall lagisee aru sei dnbr nahiboiii sagee theater r
আপোনি সচাই মহান শিলপী দাদা আপোনাক কোনেও নুই কৰিব নোৱাৰে . ...বহুত ভাল লাগিল অভিনয় চাই.. আগলৈ আৰু বাট চাই ৰলো লগতে আপোনাৰ সু তনু দীঘা´য়ু কামনা কৰিলো.!
😭 hridoy sui gol dada... Apunar obhinoi ♥️
Atiya hoi thaka kahini sar good voides
Mor mon ase moha kal natk cab sar
সুন্দৰ বৰ ভাল লাগিল
Nice Dada❤️❤️❤️❤️
Hosakoi bohut val lagil .
নাটকখন চাই বহুত ভাল লাগিল
Dabol thanks super hoise kahini
Bhut bhut besi vl lgise dada ♥️
সঁচাকৈ আপোনাৰ অভিনয় বহুত ভাল লাগে।
প্ৰসেনজিৎ দাৰ অভিনয় মজা।।।। আৰু কাৰ কাৰ ভাল লাগে লাইক কৰিব।।।।।
Bohut dhuniya lagise video tu 😍😍
Waoo bhut val lgile Natok khn
A moja...matra aibar rajtilok theatre rokhi asu
বহুত বহুত সুখী চম্পক দাদা।জনা হোৱাৰে পৰাই আনে আপোনাক কি বুলি ভাবি আহিছে নাজানো মই কিন্তু আপোনাক নাটকৰ দেৱতা বুলি এ ভাবি আহিছো আৰু অনাগত দিনবোৰত সদায় নাটকৰ দেৱতা হৈয়ে ৰাইজক দৰ্শকক উপহাৰ দি যাওক একো একোখন হৃদয়স্পৰ্শী হাহি কান্দোনেৰে ভৰা নাটক
😮😢
kiman hundor natok. kiman bolisto abhinoy apunar... bor dhunia champak sir
Fantastic obinoi bohut Val lagil mozza
Dil bahadur or dil ta bohut val ase
Sai bohut val lagil
Aru notun notun ovinoy ahar opekhat roi asu
চম্পক দা অভিনয় ধুনীয়া .. ভাষা নাই কোৱাৰ
বহুত ভাল লাগিল কাহিনী লগতে চম্পক শৰ্মাৰ অভিনয় 🙏🙏🙏
Bohut val lagil dei
সচাকৈ থিয়েটাৰ বূলি ক'লে চম্পক শৰ্মা ছাৰৰ নাটক, অভিনয় লেখত লবলগীয়া আৰু অন্তৰ স্পৰ্শ কৰি যায়🙏🙏🙏ছাৰ আপুনি দীৰ্ঘায়ু হওক তাৰে কামনাৰে,🙏🙏🙏 ধন্যবাদ
ইমান ধুনীয়া নাটক ।। ক'বলৈ ভাষা নাই , সচাই ভ্ৰাম্যমাণ থিয়েটাৰ অসমৰ এক সম্পদ হয় ।। জাৰজ ৰ আৰু এখন অৰ্থাত্ jaraj part 3 নামেৰে আৰু এখন নাটক চাবলৈ আশা কৰিলো ।।
Bht vl lagil de Sai.... Apuni aguwai jaok....
Hundor ovinay n hundor kahini bohut bhal lgil dada..
ৰৈ আছিলোঁ চম্পকদা ...ইমান জীৱন্ত আপুনি প্ৰতিটো চৰিত্ৰত । সাংঘাতিক এটা অনুভৱ যি অনুভৱে কলিজা চুই গৈছে । 'জাৰজ' ....প্ৰতিজন কলাকুশলিলৈ বহুত বহুত শুভকামনা জনালোঁ ।
পিছৰ নাটক খনলৈ অপেক্ষাৰে .....
Duta part a salo bht bht val lagil.dada aponar avinoy..owawah.god bless you
Bohut bohut vl lagisae dada so very nice ❤❤
bhut val lge ,,champak da abhinoy,sai thkibo mn jai
বহুত ভাল লাগিল চাই 👌👌
dhuniya dada...ru pam buli akha thakil
Chamapak da mor ghr pathsalat.mai theatrer pagl.apunar acting salute.apuni perfect actor.bhut dukh lgil acting sai.vl din ghuri ahk.apunk staget sab bisaru.
Bohut val lagil natok khon sai Champak da❤️❤️❤️❤️
বুকু চুই গ'ল দাদা । আপোনাৰ কাহিনীত বাস্তৱ থাকে । যিটো মোৰ অতিকৈ প্ৰিয় । আৰু লগতে আপোনাৰ নাটকৰ সুন্দৰ সংলাপে মোক অতিকৈ আকৰ্ষণ কৰে ।
Thanks for all e
Hosai bohu bhal lagil sai. Bohu hundor ..
বহুত বহুত ভাল লাগিল ।❤❤❤❤
Bahut bahut val lagil dada natok khon sai. Aru dibo sun daada 👌👍👍 salute dada
Dada bohot val lagise, story tu excellent kin2 🙏
Bohut dhuniya acting bohut val lagil sai
Bohut bohut val lagila dada , apunar natok say amoni nalage,
" গৃহবন্দী " নাটক খনি উপভোগ কৰি বেছ ভাল
লাগিল। কাহিনী মূল ভাগৰ প্ৰত্যেক জনৰ সংলাপ সুন্দৰ ভাবে উপস্থাপন কৰিছে আৰু সাৰংশ ভাগ স্পষ্ট ভাবে ফুটি উঠিছে। নাৰী জীৱনৰ এক যন্ত্ৰনাময়ী গৃহবন্দী।
প্ৰস্ততি পৰাশ'ৰ অভিনয়ে মুগ্ধ কৰিলে ।
ভাল লাগিল।
"নৰসিংহ " নাটক খন দিবলৈ অনুৰোধ থাকিল চম্পক দা।
Share kri dibo hokolua
নিশ্চয় ককাইদেউ🙏🙏🙏
Nitsoy dada
Apuni mur inspiration dada bhut val paw apunak ❤️❤️😘
Apunar xokolo nat upload kribo dada.
sir theatar মঞ্চত অভিনয় কৰিব বহুত হেপাহ আছে সুযোগ পোৱা নাই , যদি পাৰে sir সুযোগ এটা প্ৰদান কৰিব বুলি আশা ৰাখিলো ধন্যবাদ ।।
Hosa koi,a Bohut val lagil
Mojhaaa mojhaaa 👌🔥 bohut vl lagil. Thank you dada . 2nd part 2 diya babe 👍
Hundor dada❤❤
til bahadur da apuni juiii🔥🔥🔥
Dhuniya champak da
ভ্ৰাম্যমাণৰ সব্যসাচী চম্পক শৰ্মা ।। প্ৰিয় অভিনেতাজন
Dhuniya Dada ❤️❤️💥💥🙏
Theatre r actor r vitorot apunar acting bht bht besi vl paw moi ❤❤😘😘
Kar nu
বহুত ভাল লাগিল দাদা ❤❤💝💝
বহুত বহুত ভাল লাগিল ১০০%
Xosai bht val lagil
বহুত ধুনীয়া দাদা
Chapak sarma sir apuni dirghayu hok..apunar saistho bhogobane khdai vle rakhok..khosa ke apunar natok khon sai bohot val lgil..
সঁচাকৈ কবলৈ ভাষা নাই 😭😭😭🥀🙏🥀🙏 কি সুন্দৰ অভিনয় আজি জগতৰ বাস্তৱ ঘটনা বহুত সুন্দৰ লাগিল ।চকু পানী ওলাই গৈছে। আকৌ এনেকুৱা কাহিনী দেখা পোৱা আশাৰে আপোনাক ধন্যবাদ 🙏🥀🙏🥀🙏
Most most brilliant beautiful ❤️❤️❤️
লক ডাউনৰ বাবে শিল্পী সকলৰ অসুবিধা হৈছে, আপোনালোকে ভ্ৰ্যামমান জগতখনৰ এৰি নিদিব ।আপোনাৰ সকলো বোৰ নাটকেই চাইছো, বহুত বহুত ভাল লাগে
Very very excellent champak da
দাদা, সচাকৈ আপোনাৰ অভিনয় অতুলনীয়।বহুত ভাল লাগিল।
Apple
Dada bohut val lagil agloi aru dib buli opekhya kori asu ❤️❤️
চাৰ বহুত ধুনীয়া নাটক হয়। আপোনাৰ নতুন নাটক চাবলৈ আশাৰে বাট চাই আছোঁ ।
😢 উপস্থাপন ধূনীয়া হৈছে, মান মৰ্য্যদা সকলো বজাই ৰাখিছে, সমাজৰ মাজত এনে ধৰণৰ কাহিনী আগবঢ়ায় যাব বুলি আশা ৰাখিলোঁ,
আপোনাৰ মঞ্চ কপোৱা অভিনয়ত মুগ্ধ আছিলোঁ, আছো আৰু থাকিম....
Bohut val lagi...chyampak...sir
এটা কথাত কলো মজা । ভাল লাগিল
Bohut vl lagel sai
Sokour pane ulai gol