IAS Dr Jeevan B, How He Cracked UPSC | সমস্যাৰ প্ৰাচীৰ ভেদি UPSC লাভ কৰিলে সফলতা

แชร์
ฝัง
  • เผยแพร่เมื่อ 7 ก.ย. 2024
  • IAS Dr Jeevan B, How He Cracked UPSC ,| সমস্যাৰ প্ৰাচীৰ ভেদি UPSC লাভ কৰিলে সফলতা
    হাতত এটা চুটকেছ লৈ আই এ এছ বিষয়া হ’বলৈ তেওঁ উপস্থিত হ’লগৈ দিল্লীত ৷তাত সহায় লাভ কৰিবলৈও নাই কোনো চিনাকী লোক ৷ তাৰপাছত তিনিবছৰ ধৰি তেওঁ আৰম্ভ কৰিলে কঠোৰ সাধনা ৷ বিফলতা ,সমস্যাক নেওচি এদিন তেওঁ আই এ এছ বিষয়া হ’ল ...লখিমপুৰ জিলাৰ উপায়ুক্ত ডা: জীৱন বিৰ সংগ্ৰামৰ কাহিনী ...
    thenaa.in

ความคิดเห็น • 10