আনৰ গোঁহালি ঘৰত থাকি পঢ়াশুনা কৰা ভাইটি দলে উজ্বলিল মেট্ৰিকত

แชร์
ฝัง
  • เผยแพร่เมื่อ 15 ม.ค. 2025

ความคิดเห็น • 841

  • @pravachutia931
    @pravachutia931 8 หลายเดือนก่อน +238

    ধনী মানুহবোৰে এনেকুৱা লৰাটোক সহায় কৰিলে ভগবানে বহুত আশীৰ্বাদ দিব ।

  • @kanakdeka3308
    @kanakdeka3308 8 หลายเดือนก่อน +121

    বহুত দুখ লাগি গল দেই ,, লৰাজনক যাতে চৰকাৰে সহায় কৰে

  • @rubidangoria8487
    @rubidangoria8487 8 หลายเดือนก่อน +192

    ভাইটি তোমাৰ জীৱনটো উজলি উঠক। ভগৱানৰ ওচৰত শতকোটি প্ৰণাম জনাইছোঁ।

    • @Gay-x5f
      @Gay-x5f 8 หลายเดือนก่อน +5

      Good

    • @VitaliSoikia
      @VitaliSoikia 5 หลายเดือนก่อน +1

      Good👍

  • @BidyutBikashborah-c6i
    @BidyutBikashborah-c6i 8 หลายเดือนก่อน +35

    ভাইতি তোমাৰ জীৱন সুন্দৰ হওঁক ভগৱানে মঙ্গল কৰক ।

  • @migangcpasung5114
    @migangcpasung5114 8 หลายเดือนก่อน +41

    ভাইটি দলেক ধনেৰে সহায় কৰিব নোৱাৰিলেও আন্তৰিকতাৰে শুভেচ্ছা জনালো। ভগৱানৰ কৃপাত আগলৈ আগুৱাই যাওক এজন সুদক্ষ মানুহ হিচাপে নাম ৰাখক তাৰে কামনা কৰিলোঁ।

  • @LuitJatiyaBidyalayaLJB
    @LuitJatiyaBidyalayaLJB 8 หลายเดือนก่อน +64

    ভাইটিলৈ আন্তৰিক শুভকামনা জনালোঁ ।ইমান কষ্টেৰে তেওঁ ভাল ফলাফল দেখুৱালে । আগলৈ আৰু আগুৱাই যাওক ।

  • @ashokdas8961
    @ashokdas8961 8 หลายเดือนก่อน +20

    জীৱন মানেই সংগ্ৰাম , সংগ্ৰাম কৰাৰ সাহস যাৰ আছে তেওঁ জীৱন যুদ্ধত জয়ী হবৈ । ভাইটি তোমাৰ ভৱিষ্যত জীৱন উজ্বল ই নিশ্চিত ।Best of luck & Wish U all the best ..... Actually You are the real HERO ....Thanks

  • @hemalatachetia3765
    @hemalatachetia3765 8 หลายเดือนก่อน +31

    চৰকাৰে সহায় কৰিব লাগে ।।ধনী মানুহ সকলে সহায় কৰিব। ।
    লৰাটি উজ্জ্বল ভৱিষ্যত কামনা কৰিছো ।

  • @UpenSaikia-p8v
    @UpenSaikia-p8v 8 หลายเดือนก่อน +124

    উৰুক্ষা পজা কেতিয়াও জীৱনত হেঙাৰ হ'ব নোৱাৰে তাৰ প্ৰমাণ এই জন ছাত্ৰ ই দেখুওৱা লে তোমা লৈ বহু ধন্যবাদ থাকিল

    • @RupkantaPathori
      @RupkantaPathori 8 หลายเดือนก่อน +4

      ৰাজনৈতিক দলসমূহে আৰু নেতা পালিনেতা সকল, মিচিং দল সংগঠন বিলাকে সাত পুৰুষলৈ কোটি কোটি টকা ধন ঘটে ।এইবিলাক লৰাক কিয় সহায় কৰিব নোৱাৰে।

    • @RupkantaPathori
      @RupkantaPathori 8 หลายเดือนก่อน +1

      Where is Mising autonomous council .Why the council cannot support such kind of students.

  • @konvlogs2886
    @konvlogs2886 8 หลายเดือนก่อน +84

    দূখ লাগিল। ধন্যবাদ জিতুমণি নেওগ। লগতে ল'ৰা জনৰ উজ্বল ভৱিষ্যত কামনা কৰিলো।

  • @Rukmo9887
    @Rukmo9887 8 หลายเดือนก่อน +26

    ভাইটিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো। সহায় কৰিম,আপোনালোকেও সহায় কৰক। কাৰণ ভাইটী আজি ছাত্ৰ কালিলৈ দেশৰ,আমাৰ সমাজ সম্পদ।

  • @pratimdevi8759
    @pratimdevi8759 8 หลายเดือนก่อน +9

    ভাইটিৰ অতি সুন্দৰ চিন্তাধাৰা, মাঁকৰ সপোন সাকাৰ হোৱাৰ পথত ,ধন্যবাদ ভাইটি, তোমাৰ সৰলতাত ঈশ্বৰে নিশ্চয় সহায় কৰিব ! আগুৱাই যোৱা I

  • @ranjankrray8275
    @ranjankrray8275 8 หลายเดือนก่อน +29

    ভাল লাগিল নেওগ দা
    Salute নেওগ দা এনেকুৱা ভিডিঅ'ৰ বাবে

  • @nirusaikia7631
    @nirusaikia7631 8 หลายเดือนก่อน +18

    আগুৱাই যোৱা, ভগৱান সহায় আছে 🙏 দৰিদ্ৰতা জীৱনৰ হেঙাৰ নহয় ।

  • @Sungogoi-n4j
    @Sungogoi-n4j 8 หลายเดือนก่อน +11

    এনে মানুহৰ সদায় জয় পৰাজয় বুলি কথাই নাই❤❤❤

  • @SanjitMurmu-p3j
    @SanjitMurmu-p3j 8 หลายเดือนก่อน +3

    বহুত দু:খ লাগিছে ঈশ্বৰে লৰাটোক আশীৰ্বাদ দিয়ে যেন তাকে কামনা কৰিলো।

  • @losermt999
    @losermt999 8 หลายเดือนก่อน +27

    প্ৰকৃত দুখীয়া পৰিয়াল সকলেহে চৰকাৰী আঁচনি নাপায়।।😢😢
    গাওঁৱৰ চৰকাৰৰ লিদাৰসকলে তেখেতৰ ঘৰখন দেখি নাপায় নেকি?? ঘৰখনৰ অবস্থা বেয়া বুলি।।😢😢😢😢

  • @bilahkonwar5865
    @bilahkonwar5865 8 หลายเดือนก่อน +28

    ভাইটি জনৰ সৰলতাৰ মনৰ কথা শুনি বহুতো ভাল লাগিছে ভগবানে মঙ্গল কৰক

  • @premataid4894
    @premataid4894 20 วันที่ผ่านมา +2

    শিক্ষক বোৰে অলপ সহায় এটা কৰিব লাগে বহুত দুখ লাগিল ঘৰৰ অৱস্থা চাই 😢

  • @bitupanrajkhowa6239
    @bitupanrajkhowa6239 7 หลายเดือนก่อน +1

    বহুত দুখ লাগিল লৰাজনৰ কথাখিনি শুনি।তেওঁ এই বয়সতে যথেষ্ট সংগ্ৰাম কৰিছে।মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়া এই ভাইটি টো অলপ কৃপাদৃষ্টি দিয়ক।তেওঁৰ ঘৰখন বনাই দিয়ক আৰু বিজুলী সংযোগ কৰি দিয়ক।আৰু মই ভাবো তেওঁ আগলৈ যি পঢ়িম বুলি ভাবিছে সকলো পঢ়াৰ খৰচ চৰকাৰে বহন কৰিব লাগে।কাৰণ আজিৰ ছাত্ৰ কাইলৈ দেশৰ ভৱিষ্যত,দেশৰ সম্পদ।আৰু মোৰ বিশ্বাস আছে এই লৰাজনে যদি ভালকৈ পঢ়িবলৈ অলপ সুবিধা পায় এদিন আমাৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিব।ভাইটী তোমাৰ একাউণ্ট নম্বৰ টো দিবাচোন মই যি পাৰোঁ সহায় কৰিম। মোৰ নিজৰে নাই তথাপি যি পাৰোঁ সহায় কৰিম।আমাক যদি ভগৱানে ধন টকা পইচা অলপ দিলে হয়,আমি যদি ধনী মানুহৰ শাৰীত স্বীকৃতি পালো হয় তেতিয়া মই অকলেই এই লোৰাজনৰ পঢ়াৰ দায়িত্ব ললোঁ হয়।কিন্তু কি কৰিবা আমাৰ নিজৰেই ফুটা কপাল।বাকী ৰাইজলৈ মোৰ এটাই অনুৰোধ যি যি এই video টো চাইছে প্ৰত্যেকেই অলপ চলপ পৰিমাণে হলেও লৰাজনক সহায় কৰক।যোনে যিমান পাৰে সহায় কৰক।যদি ১ টকাকৈ এক লাখ মানুহে সহায় কৰে তেতিয়াও এক লাখ টকা হব।গতিকে সকলো আগবাঢ়ি আহক আৰু ভাইটি টোক অলপ সহায় কৰক তেতিয়াহে সি আগবাঢ়ি যাব পাৰিব।

  • @DebarunDutta-r5l
    @DebarunDutta-r5l 8 หลายเดือนก่อน +10

    ভাইতি তোমাক শতকোতি প্ৰনাম 🙏👍💯 জনাইছো মাক দেউতাকৰ লগতে তোমাক আন্তৰিক শুভেচ্ছা জনালোঁ

  • @AnkurDoleyNatureLover
    @AnkurDoleyNatureLover 8 หลายเดือนก่อน +4

    বহুত দুখ লাগিল ভাইতি, ভগৱানে তোমাৰ আশা পূৰণ কৰক 🙏🙏

  • @punam3691
    @punam3691 8 หลายเดือนก่อน +3

    তোমাৰ ভবিষ্যৎ উজ্জ্বল হওক ভাইটি,মৰম আৰু আশিবাদ থাকিল তোমালৈ লগতে মা লৈ। বহুত দুখ লাগিল তোমাৰ কথাবোৰ শুনি

  • @NipenHazarika-ny1hr
    @NipenHazarika-ny1hr 6 หลายเดือนก่อน +2

    ধন্যবাদ জনাইছো ভাইতি বহুত ল'ৰা ছোৱালীয়ে সুবিধা পাই তোমাৰ নিচিনা দেখাৱ পৰা নাই।তোমাক বহুত ধন্যবাদ জনাইছো আশা ৰাখিলোঁ আৰুআগবাহি জোৱা বুলি আশা ৰাখিলোঁ।

  • @nabajitdeka279
    @nabajitdeka279 8 หลายเดือนก่อน +3

    সৌ তাহানিৰ পৰা আজিলৈকে আপোনাৰ সংবাদত নতুনত্ব, চতুর্থ স্তম্ভৰ ভ্যেলু আছে। ভাল লাগে জিতুদা।

  • @sarbanandarajkumar6356
    @sarbanandarajkumar6356 8 หลายเดือนก่อน +9

    Vaiti Dole oxamor Real Hero. Oxomor natun prajanmoi vaiti Doler pora onuprerona pabo. Teonor. Vabishyat Uzzol kamona karilu

  • @kamalsaikia7179
    @kamalsaikia7179 6 หลายเดือนก่อน +2

    ভগবানক প্রনিপাত জনাইছো তেখেতৰ সপোন বাস্তৱত ৰূপায়িত হওঁক। নতুন প্রজন্মৰ এক আদৰ্শ।

  • @NITUKURMEEMANGE
    @NITUKURMEEMANGE 8 หลายเดือนก่อน +2

    CONGRATULATIONS 🎉🎉🎉 BHAITI BROTHER ।।। আগুৱাই যোৱা জীৱনত 🎉🎉🎉

  • @PrafullaDeka-y1f
    @PrafullaDeka-y1f 8 หลายเดือนก่อน +11

    ভগবান যদি আছে তেনেহলে এনে মানুহৰ বাবেই আছে বুলি মোৰ বিশ্বাস

  • @Spoliz
    @Spoliz 8 หลายเดือนก่อน +32

    নেদেখাজন তোমাৰ সহায় হওক💗💖

  • @pratapkalita8894
    @pratapkalita8894 8 หลายเดือนก่อน +7

    তুমি আগবাঢ়ি যোৱা, ভগৱানে তোমাক সহায় কৰিব, লগতে চৰকাৰক অনুৰোধ জনাম যাতে লৰাজনক পঢ়াৰ ক্ষেত্ৰত অলপ সহায় কৰে

  • @dipankarkalita5767
    @dipankarkalita5767 8 หลายเดือนก่อน +3

    অসমৰ গোটেই মানুহবোৰে এনেকুৱা মানুহবোৰক অকনমান সহায় কৰিব লাগে

  • @PutulkalitaPutulkalita-r5p
    @PutulkalitaPutulkalita-r5p 8 หลายเดือนก่อน +8

    তোমাৰ উজ্জ্বল ভৱিষ্যত কামনাৰে।ৰৈ নাথাকিৱা আগুৱাই যোৱা।

  • @darkGamer42028
    @darkGamer42028 8 หลายเดือนก่อน +3

    ভাইট দলেক এটা চেলুত জনাইছোঁ তোমি আগুৱাই যোৱা। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।❤❤❤❤

  • @jagadishgoswami3494
    @jagadishgoswami3494 8 หลายเดือนก่อน +11

    The real hero 🎉🎉 congratulations.

  • @MridulGogoi-be5zf
    @MridulGogoi-be5zf 8 หลายเดือนก่อน +1

    এওলোকেই অসমৰ গৌৰৱ।। ❤‍🩹🥰👍গৌৰৱ অনুভৱ কৰিছো ভইটি দলেৰ এই কঠোৰ সংগ্ৰাম দেখি। ❤‍🩹👍

  • @Tonmoydewri
    @Tonmoydewri 8 หลายเดือนก่อน +5

    অশেষ ধন্যবাদ। CM sir a sohai কৰক।

  • @khagenburagohain2357
    @khagenburagohain2357 8 หลายเดือนก่อน +26

    ভাইটি দলেক এটা চেলুত জনাইছোঁ আৰু তেওঁৰ সপোন দিঠকত পৈনত হক তাৰে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা।

  • @Bhaddeswarpegu
    @Bhaddeswarpegu 8 หลายเดือนก่อน +10

    ভগৱানে তেওঁক ভাল মানুহ হোৱাত সহায় কৰক

  • @PankajPegu-jr9ns
    @PankajPegu-jr9ns 8 หลายเดือนก่อน +9

    Baiti Doley প্ৰকৃত Hero

  • @debenborah2905
    @debenborah2905 8 หลายเดือนก่อน +2

    অলেখ-অযুত শুভেচ্ছা ভাইটিলৈ। জীৱনত বহুদূৰ আগবাঢ়ি যোৱা। কেতিয়াও লক্ষ্যৰ পৰা বিচলিত নহ'বা। ঈশ্বৰ আৰু চৰকাৰ তোমাৰ সহায় হওঁক। ঈশ্বৰে তোমাক মঙ্গল কৰক তাৰে কামনা কৰিছোঁ ❤❤🙏 তোমাৰ পিতৃ-মাতৃকো সেৱা জনাইছোঁ 🙏🙏 সাধ্যানুশাৰে ভাইটিক সহায় কৰিবলৈ চেষ্টা কৰিম

  • @joypadun7771
    @joypadun7771 8 หลายเดือนก่อน +3

    ভাইতি দলে, তোমাৰ ভবিষ্যতৰ উজ্জ্বল কামনা কৰিছোঁ।

  • @atulchetia91996
    @atulchetia91996 8 หลายเดือนก่อน +4

    ভাইটি তুমি লক্ষত ‌উপনিত ‌‌হুৱা তোমাৰ দক্ষতাৰ যোগ্য ভগৱান ওচৰত পৰ্থনা জনাইছোঁ

  • @tarundas7473
    @tarundas7473 8 หลายเดือนก่อน +3

    বহুত দুখ লাগিল ,ভাইটি তুমি আৰু আগবাঢ়ি যোৱা ভগৱানে তোমাক সহায় কৰক।

  • @manashjyotigogoi5378
    @manashjyotigogoi5378 8 หลายเดือนก่อน +1

    ভাইটিলৈ অশেষ শুভকামনা ও মৰম যাচিলোঁ। তোমাৰ ভৱিষ্যত উজ্জ্বল হওঁক, ভগৱানে তোমাৰ মঙ্গল কৰক; এয়ে আমাৰ প্ৰাৰ্থনা।🙏🏾

  • @jayantabora5037
    @jayantabora5037 8 หลายเดือนก่อน +7

    ভাটি তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো

  • @PronotiMohon
    @PronotiMohon 8 หลายเดือนก่อน +3

    মনোবল আৰু বাঢ়ক ।সৰস্বতী আই কণ্ঠত ৰওক 🙏

  • @bikramjitpegu
    @bikramjitpegu 8 หลายเดือนก่อน +6

    ভাইটি দলে বহু ত দুখ লগা কথা 😢😢😢😢😢🙏🙏🙏। আগলৈ এনেকৈ আগোৱাই যায়

  • @sineswarmoran4006
    @sineswarmoran4006 7 หลายเดือนก่อน +3

    তোমাৰ নামটো ' ভাইটি ' । এতিয়া তুমি মৰমৰ ভাইটি । কথাবোৰ শুনি বৰ ভাল লাগিছে ; কিন্তু তোমাৰ দুখ: বোৰ দেখি শুনি অন্তৰে উচুপিছো 🥲 ! তোমালৈ অলেখ শুভ কামনা জনালোঁ। ভবিষ্যতে তোমাৰ অপাৰ শুভ হওঁক।

  • @smritiborah6778
    @smritiborah6778 8 หลายเดือนก่อน +11

    Loratu a ei boyokhot bohut hapun dekhise bohut motivated lora val lagil,tumar vabishot bahut val habo enekoi sesta kori thaka edin tumi jiliki uthiba ,vaiti

    • @bhabendoley6151
      @bhabendoley6151 8 หลายเดือนก่อน +1

      Eyat joy sree ram kihor?, antorikota dibo lage, aag barhi juwa,kripa korok nedekajone

  • @NitumoniKalita-b3x
    @NitumoniKalita-b3x 8 หลายเดือนก่อน +9

    চৰকাৰে কিমান সুযোগ দি আছে কিন্ত এনেকুৱা মানুহ বোৰক কিয় ধুকি নাপায় 😢তোমাৰ ভবিষ্যতৰ উজ্জ্বল কামনা কৰিছো

  • @rajapegu7723
    @rajapegu7723 8 หลายเดือนก่อน +3

    ভাইতি তোমালৈ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।

  • @bontisarmah7541
    @bontisarmah7541 8 หลายเดือนก่อน +18

    হে প্ৰভু এই লৰাটোক চকু খুলি চোৱা চৰকাৰে সহায় কৰিব লাগে

  • @dhanmaniscreativity8134
    @dhanmaniscreativity8134 8 หลายเดือนก่อน +4

    উজ্বল ভৱিষ্যত কামনা কৰিলোঁ ভাইটি তোমাক

  • @Bhagyu670
    @Bhagyu670 8 หลายเดือนก่อน +4

    বহুত দুখ লাগিল।ভগৱান সহায় কৰক

  • @nayanjitkonwar2894
    @nayanjitkonwar2894 8 หลายเดือนก่อน +5

    তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো ভাইটি।
    চিন্তা নকৰিবা এদিন তুমি ডাঙৰ মানুহ হবা আৰু ভগৱান তোমাৰ সহায়ক হ'ব।
    কেৱল এই ধাৰা অব্যাহত ৰাখা😊❤❤❤❤❤❤❤❤।

  • @nabajyotiray931
    @nabajyotiray931 8 หลายเดือนก่อน +12

    তোমাৰ ভৱিষ্যত ভাল হক তাৰেই কামনা কৰিলো

  • @pabinsarma2989
    @pabinsarma2989 8 หลายเดือนก่อน +6

    চৰকাৰে সহায় কৰক পৰিয়াল আৰু প্ৰতিভা বান ছাত্ৰ জনক,, অনুৰোধ জনালোঁ

  • @MinThapa-u6j
    @MinThapa-u6j 8 หลายเดือนก่อน +2

    🙏dhoinobad bhaiti tumar nishina lorai lage hokoluke duk kosto korabuja ishwore tumak kamona kore🙏

  • @NILAV329
    @NILAV329 8 หลายเดือนก่อน +8

    ভাইটি তোমালৈ অলেখ অলেখ শুভেচ্ছা জনালোঁ। তুমি চেষ্টা অব্যাহত ৰাখি যোৱা ,, এদিন নিশ্চয় সফল হ'বা।

  • @nemuramgorh6812
    @nemuramgorh6812 8 หลายเดือนก่อน +10

    ভাইটি তুমি ইমান কষ্ট কৰি পঢ়িছা , তোমাৰ ভবিষ্যত লক্ষ্য এদিন পূৰ হবই । ভালকে পঢ়া-শুনা কৰা তুমি যি আশা কৰিছা তোমাক ভগৱানে সহায় কৰিব 🎉🎉

  • @lakhyajyotidas2594
    @lakhyajyotidas2594 8 หลายเดือนก่อน +3

    ভগবানৰ ওচৰত কামনা কৰিলো 😊😊😊

  • @nandeswartaye805
    @nandeswartaye805 8 หลายเดือนก่อน +2

    বহুত বহুত ভাল লাগিল ধন্যবাদ থাকিল 🌹👍🏼 হৈছে

  • @rijuPegu-o8f
    @rijuPegu-o8f 8 หลายเดือนก่อน +8

    ভাইতি ভগৱানে তোমাক সহায় কৰিব চিন্তা নকৰিবা

  • @DBARMAN-v6c
    @DBARMAN-v6c 8 หลายเดือนก่อน +5

    তোমাৰ যাত্ৰা হওঁক সূৰ্যৰ দিশলৈ। তুমি আকাশৰ উজ্বল নক্ষত্ৰ হৈ জিলিকি থাকা।

  • @user-tinkurajkonwar
    @user-tinkurajkonwar 28 วันที่ผ่านมา

    ভগৱানে তুমাক সদাই সহাই কৰি যাব তুমি চিমন্টা নকৰিবা ভাইতী ভগৱান আছে।।
    আৰু মোৰ ফালৰ পৰা ধন্যবাদ
    তুমি ৰিজাল ভাল কৰাৰ কাৰনে।।👍👍👍

  • @KamalDoley-p5c
    @KamalDoley-p5c 8 หลายเดือนก่อน +1

    Very very congratulations to Bhaiti Doley l prospectus your future life

  • @g.t.n.khicirivlog-ec5vu
    @g.t.n.khicirivlog-ec5vu 8 หลายเดือนก่อน +6

    Bohut val lagil Babu tumi aguwai jua God bless you ❤

  • @sunjitsaikia25
    @sunjitsaikia25 7 หลายเดือนก่อน +1

    Vaiti jonoloi bohut dhonyabaad gyapon korisu teu emaan dhunia koi aaru bohut kostore pohi teu vaaldore paas korise mur bohut vaal laagise vaiti jonoloi aaru vaaldore aaguwaai jaawok aaru aagoloi aaru vobisyote teu vaal saakori korok taarei kaamonaare❤❤❤❤

  • @Subhanbodo
    @Subhanbodo 8 หลายเดือนก่อน +1

    Xub xundor vaity ❤ agoloi val manuh hoba nijor family tu valkoi saba kobo loi nalage tumi dekhi buja goise 🥰 aru bhut morom loga vaity tu ❤❤❤❤❤

  • @nikumonikalita427
    @nikumonikalita427 8 หลายเดือนก่อน +1

    Aya akuta ujjal nakhyatra.
    God bless u always..plz help govt

  • @NDoley-yv8mk
    @NDoley-yv8mk 8 หลายเดือนก่อน +2

    Jitumoni neog da anekuwa newsbur raijor majoloi ulai niyok bohutor babe preronadayok hob logote bhaiti Doley aru akbari dauk tar kamonare

  • @krishnakakaty2624
    @krishnakakaty2624 8 หลายเดือนก่อน +2

    Bohut. Dukh loga. Kahini. Aru. Aguwai. Juwa. Tar. Kamonare. Thank. You

  • @saurabhnath1998
    @saurabhnath1998 22 วันที่ผ่านมา

    Tumi aru aguwai jowa bhaiti. Bhagwaane val karak tomar.

  • @thageswaribaro1853
    @thageswaribaro1853 8 หลายเดือนก่อน +4

    Manar saktie sakulu durbalatak prashay nidiba God bless you. ❤❤❤❤❤

  • @aparajitatamuli7273
    @aparajitatamuli7273 8 หลายเดือนก่อน +23

    এই য়াই অসমীয়া খিলঞ্জীয়া মানুহৰ অৱস্থা❤😢🎉

    • @QuestionbankEnglish
      @QuestionbankEnglish 8 หลายเดือนก่อน +4

      টেলেন্টৰ লগত জাতিৰ প্ৰশ্ন নানিব

  • @mkmona7862
    @mkmona7862 8 หลายเดือนก่อน +1

    লৰা জনৰ পৰিচয় দিছে সেইটো সময়ত নমস্কাৰ নিদিলে অলপ কেনে লাগিল 😢
    যিয়ে নহওঁক ধনী ৰজা ghoriya সকল help kore যেন god bless you 🎉🎉🎉

  • @BimalaAdhikari-yz2bh
    @BimalaAdhikari-yz2bh 7 หลายเดือนก่อน

    Don't give up and keep it up bhaiti dole👍and Congrats 🎊🎉

  • @santadeuri7838
    @santadeuri7838 8 หลายเดือนก่อน +12

    Bohut bhal lagil

  • @juhitakalita1871
    @juhitakalita1871 8 หลายเดือนก่อน +4

    মন ভৰি গ'ল ভিডিঅ'টি চাই ... শুভকামনা ভাইটি😊

  • @pabinsarma2989
    @pabinsarma2989 8 หลายเดือนก่อน +1

    বহুত ‌বহুত‌‌ শুভেচ্ছা জনালোঁ ভাইটি দলে লৈ

  • @sambhuchoudhury4602
    @sambhuchoudhury4602 8 หลายเดือนก่อน +2

    God bless you Bhaity aru aguyai joa ashirwad koriso dei

  • @narayannath8410
    @narayannath8410 8 หลายเดือนก่อน +5

    ভাইটি দলে , তোমাৰ ভবিষ্যত জীৱন উজ্বল হোৱাৰ লগতে সু-স্বাস্থ্য আৰু দীৰ্ঘাযু হোৱাৰ বাবে ভগৱানৰ চৰনত শতকৌটি প্ৰণাম জনালোঁ।

  • @nabajitbarohelloraijwfwr4162
    @nabajitbarohelloraijwfwr4162 8 หลายเดือนก่อน +1

    আগুৱাই যোৱা ভাইটি ভাল মানুহ হোৱা।

  • @reshnakumbang8053
    @reshnakumbang8053 8 หลายเดือนก่อน +3

    Great report collection

  • @monalishaduttasaikia3025
    @monalishaduttasaikia3025 8 หลายเดือนก่อน +3

    আৰু আগুৱাই যোৱা ,,, বহুত বহুত শুভেচ্ছা তোমালৈ🎉

  • @balendas4511
    @balendas4511 8 หลายเดือนก่อน +6

    তোমাৰ ধৈৰ্য আৰু সংগ্ৰামৰ বাবে ধন্যবাদ জনালো। লগতে উজ্বল ভৱিষ্যত কামনা কৰিলোঁ।

  • @pikumoniDoley
    @pikumoniDoley 8 หลายเดือนก่อน +3

    Bohut bhal lagil,anedore aguwai jua.

  • @pabanbgohain5848
    @pabanbgohain5848 8 หลายเดือนก่อน +1

    Congratulations Vaiti,god bless you 🌹🌹🌹❤️

  • @AnjaliDas-vv2fw
    @AnjaliDas-vv2fw 8 หลายเดือนก่อน

    ভাইটীলৈ শুভেচ্ছা জনালোঁ ভগৱানে সদায় কুশলে ৰাখক তোমাক আগুৱাই যোৱা কষ্টৰ ফল সদায় মিঠা হয় বহুত বহুত ধন্যবাদ জনালোঁ তোমাক ❤🙏

  • @pranitasaikia5164
    @pranitasaikia5164 8 หลายเดือนก่อน +1

    ভাইতিলৈ আন্তৰিক শুভকামনা জনালোঁ,,আগলৈ আৰু আগুৱাই যাওক ।

  • @maryborah584
    @maryborah584 8 หลายเดือนก่อน +5

    Kio nedekhe sarkare. Ane bixoi buror babe investigation kori manuh potha obo lage. Xosai proud you.

  • @anuragpareek935
    @anuragpareek935 8 หลายเดือนก่อน +1

    You are a real fighter of life. Congralution 🎉

  • @BhabeshDole
    @BhabeshDole 8 หลายเดือนก่อน

    উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিছোঁ।❤❤

  • @swapnamedhi4592
    @swapnamedhi4592 8 หลายเดือนก่อน +2

    Great Video . bhal lagil ❤🎉 loratik bhogobane kukhole rakhok..

  • @lovefrombangaigaon3926
    @lovefrombangaigaon3926 8 หลายเดือนก่อน +5

    কষ্টৰ ফল সদায় মিঠা❤

  • @p.doleyvlogsmajuliassam8343
    @p.doleyvlogsmajuliassam8343 8 หลายเดือนก่อน +1

    Big Congratulations Bro.Bhati Doley🙏❤❤❤🙏

  • @bikashrojok7971
    @bikashrojok7971 8 หลายเดือนก่อน +3

    শুভেচ্ছা জনালোঁ ভাইটি ❤❤❤

  • @rosanchetry5663
    @rosanchetry5663 8 หลายเดือนก่อน +4

    Abdul Kalam ha ya 1 din ya iAS bana ga 😮😮😮😮😮

  • @PmarakPBmarak
    @PmarakPBmarak 8 หลายเดือนก่อน +1

    ❤❤ God bless you brother all the day long live ❤❤