বিজেপিৰ অভ্যন্তৰৰ অসন্তুষ্টিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ฝัง
- เผยแพร่เมื่อ 11 ก.ค. 2024
- বিজেপিৰ অভ্যন্তৰৰ অসন্তুষ্টিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৰাজনীতিৰ তোলপাৰ লগোৱা খবৰৰ পিছতে ভৱেশ কলিতাক তলব
_______________________________
The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
FEARLESS, UNBIASED, TRUSTWORTHY
NEWS BEGINS HERE
Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
Connect on Social Media:
Follow Us on Twitter: / dy365
Like Us on Facebook: / dy365
Follow Us on Instagram: / dy365.in
Our Website: dy365.in
Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx
বৰ্তমান সময়ত ভবেশ কলিতাই কৰিব লগা একো নাই । নতুন নতুন মন্ত্ৰী সকলে গুৰু গোসাই নমনা বাবে এনে দশা হৈছে বুলি বহুতৰে অনুভব হৈছে ।
হিমন্ত হাটাও BJP বাচাওঁ
Himanta thikei ase pod tyag kora keita ghuskhor himanta logot thakile ghus khabo je nuware xeikarone pod tyag kori ase
খকুৱা কেইজনে জনসংঘৰ অৰ্থ ৰাইজক ভালকৈ বুজাওক আগতে
তিনি মোমায়ে ধ্বংস কৰিলে BJP. এইবাৰ BJP ৰ 26 ত return কৰা টান আছে। বিশেষ কৈ পীযুষ আৰু জয়ন্ত মাল্লাই BJP ৰ image বেয়া কৰিলে। এওলোকে জাতি মাটি আৰু ভেটিৰ কথা কৈ একোৱেই নকৰিলে। খালি নিজৰ সম্পতি বনালে আৰু লোক সভা Election ত মিঞাৰ ভৰিত ধৰিলে। অসমৰ মানুহে এইবাৰ গৌৰৱ গগৈৰ মুখলৈ চাইছে
Mama. Mama. Sokuni. Mamana. Ki. Baru. Buza. Nai
Taakei mama mama sokuni mama kansa mama kattapa mama...
Good news
Good news..
Original BJP leader hokolor value naikiya hoi gose..
Only Congress pora aha mla hokole BJP t value ase..
Asol BJP hokolok full support koru..
Moi 22 years pora BJP k support kori ahisu..
Piyush Hajarika, Jayanta Mallab Boruah nisina keita babei BJP Akhomor hekh hoi jabo.
নীলা শিয়াল আৰু কেইদিন ৰজা হৈ থাকিব ।আঠ মাহ বা এঘাৰ মাহ ?তাৰ পাচত নীলা ৰং গুচি যাব আৰু তাৰ পাচত আচল ৰূপ উলাই পৰিব আৰু জীৱনবৰ পংগু।
গৌৰৱ গগৈ এজন বাচ্ছা লৰা।এই বাচ্ছা লৰাজনে হিমন্ত বিশ্ব শৰ্মাক নাকত ধৰি চাকত ঘুৰাইছে।২০২৬ ত গৌৰৱ গগৈ মূখ্যমন্ত্ৰী হব।হিমন্ত বিশ্ব শৰ্মা ৰাজ্যসভাৰ সাংসদ হব।মইও ২০২১ লৈ এজন BJP দলৰ অনুৰাগী আছিলোঁ।কিন্তু যেতিয়াই সৰ্বানন্দ সোণোৱালৰ দৰে এজন ভদ্ৰলোকক আঁতৰাই হিমন্ত নিজে মূখ্যমন্ত্ৰীৰ চকীত বহিল,তেতিয়াৰ পৰাই মোৰ BJP প্ৰতি মোহভংগ ঘটিল।মই অটল বিহাৰী বাজপেয়ী দেৱৰ দিনৰ BJP কৰ্মী আছিলোঁ।বৰ্তমান মই গৌৰৱ গগৈ ডাঙৰীয়াৰ এজন ডাঙৰ অনুৰাগী।কাৰণৰ গৌৰৱৰ অহংকাৰ নাই, তিনিবাৰৰ মূখ্যমন্ত্ৰীৰ পুত্ৰ হৈও কোনো সম্পত্তিৰ পাহাৰ নাই।সাধাৰণ এটা ঘৰ,এডোখৰ মাটিৰ বাহিৰে একো নাই।তাৰোপৰি তেওঁ সাংঘাটিক নম্ৰ-ভদ্ৰ চৰিত্ৰৰ নেতা।সেইকাৰণে ২০২৬ ত গৌৰৱক মূখ্যমন্ত্ৰী বনাবৰ কাৰণে প্ৰয়োজনীয় যিকোনো পদক্ষেপ লবৰ কাৰণে সাজু আছোঁ।
Mojah
BJP Sarkar BJP Dall r oprt Koch Rajbongshi janogosthi ba 6th Community r Raij e o .setisfy nhoi 2026 t uchit uttar pabo amr pra EVM t
২৬ বি জে পি Big 0 হব । চিন্তাৰ কাৰন নাই ।
Himanta, Piyush aru Jayanta aikeijonk ujjonit bjp kora manuheu val napai.
Mama jotte thakok bikhong baad tu hobo a
Okomor Bellon nisina Puli joa Mamar obosta. Ki hobo itiya.
1ta kotha ke kimn bar kole asamor manuhe bujibo buli bhabe apunaluke
পুৰনা বিজেপিক বাদ দি নতুন বিজেপি ক মিনিষটাৰ দিয়া বাবেই যদুকুল ধ্বংস হব বুলি বহুতে কয় ।
একেটা ফৰ্মূলা কাম নিদিব A2নিদিবA3লাগিব
আমি অসমীয়া বুজি পাও। Need not repeat again & again.
BAN PANI MUKTO ASSAM BROHMOPUTR KHANDIM EXPRES HAIWEY SOB KAM KORILE
Apunar lahe lahe jailoloi jaboloi ready thakok..jindina birodhit ahibo xedinai apunar carreer sesh
একেখিনি কথাকে কিমান আৰু পেঘেনিয়াই থাকিব ?
মুখ্য মন্ত্ৰী য়ে অসমত আঁচনি ওলিয়াই ওলিয়াই অসম ধ্বংস কৰিলে সেইকাৰণে জনগণৰ ৰোষত পৰিছে।
Muthate congresor pora jibilak goisil kheibilak hok jodi loi ami kintu kako veokha nokro...first seken third nhoi jen
Jaisi karni taisi vorni
BJP big family.so that divert internal unity.
😂😂😂😂
😂😂😂😂😂😂😂😂😂
Good news