Gaurav Gogoi News: শাসকপক্ষৰ প্ৰতি মোহভংগ হৈছে একাংশ বিধায়কৰ
ฝัง
- เผยแพร่เมื่อ 21 ต.ค. 2024
- ২০২৬ৰ নিৰ্বাচনত কংগ্ৰেছক সমুখৰ পৰা নেতৃত্ব দিবলৈ সাজু হৈছে যোৰহাটৰ সাংসদ গৌৰৱ গগৈ। সেই উপলক্ষ্যে গৌৰৱ গগৈয়ে ৰূপৰেখা তৈয়াৰ কৰিছে ’২৬ৰ টীম গৌৰৱ গগৈৰ। গৌৰৱ গগৈৰ সম্ভাব্য টীমত থাকিব পাৰে বৰ্তমানৰ শাসকীয় দলৰ ৮ৰ পৰা ৯ গৰাকী বিধায়ক তথা প্ৰাক্তন বিধায়ক।
#gauravgogoi #assamesenews #nd24news #nd24live #nd24assamese #livenews
--------------------------------------------------------------------------------------------
Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
All you need to do is PRESS THE BELL ICON next to the Subscribe button!
ND24 is an Assamese News Channel. ND24 TH-cam channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
Stay tuned for the latest updates from India and around the world!
𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
• আজিৰ পৰ্যৱেক্ষণ | RAJD...
▶️ HASHTAG BY MANASH PRATIM DEKA
• HASHTAG | MANASH PRATI...
▶️ ৰাজপাট কাৰ?
• ৰাজপাট কাৰ? | 2024 Lok...
𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.
গৌৰৱ গগৈ এজন বাচ্ছা লৰা।এই বাচ্ছা লৰাজনে হিমন্ত বিশ্ব শৰ্মাক নাকত ধৰি চাকত ঘুৰাইছে।২০২৬ ত গৌৰৱ গগৈ মূখ্যমন্ত্ৰী হব।হিমন্ত বিশ্ব শৰ্মা ৰাজ্যসভাৰ সাংসদ হব।মইও ২০২১ লৈ এজন BJP দলৰ অনুৰাগী আছিলোঁ।কিন্তু যেতিয়াই সৰ্বানন্দ সোণোৱালৰ দৰে এজন ভদ্ৰলোকক আঁতৰাই হিমন্ত নিজে মূখ্যমন্ত্ৰীৰ চকীত বহিল,তেতিয়াৰ পৰাই মোৰ BJP প্ৰতি মোহভংগ ঘটিল।মই অটল বিহাৰী বাজপেয়ী দেৱৰ দিনৰ BJP কৰ্মী আছিলোঁ।বৰ্তমান মই গৌৰৱ গগৈ ডাঙৰীয়াৰ এজন ডাঙৰ অনুৰাগী।কাৰণৰ গৌৰৱৰ অহংকাৰ নাই, তিনিবাৰৰ মূখ্যমন্ত্ৰীৰ পুত্ৰ হৈও কোনো সম্পত্তিৰ পাহাৰ নাই।সাধাৰণ এটা ঘৰ,এডোখৰ মাটিৰ বাহিৰে একো নাই।তাৰোপৰি তেওঁ সাংঘাটিক নম্ৰ-ভদ্ৰ চৰিত্ৰৰ নেতা।সেইকাৰণে ২০২৬ ত গৌৰৱক মূখ্যমন্ত্ৰী বনাবৰ কাৰণে প্ৰয়োজনীয় যিকোনো পদক্ষেপ লবৰ কাৰণে সাজু আছোঁ।
Ekmot aponar logot. Xiyal mamar ki hobo. Gujratot jabo nki
Right...
সেইটো আশা পূৰ্ণ কৰিবলৈ তেখেতৰ লগতে কমেও আন ষাঠিজন দলীয়
বিধায়ক জিকাব লাগিব। পাৰিলেতো ভালেই। কিন্তু অসমৰ
ৰাজনীতি জটিল। সময়েহে সকলো
নিৰূপণ কৰিব। এতিয়াই কোৱা টান।
গগৈ ডাঙৰীয়া,, আপোনাক বিপদৰ সময়ত যি কেইজনে এৰি থৈ গৈছিল,,, সেই কেইজনক যাতে ভুলতো সোমাব নিদিয়ে,,, অনুৰোধ থাকিল
অসম গৌৰৱ
গৌৰৱ গগৈ পৰৱৰ্তী মূখ্যমন্ত্ৰী❤❤❤
মুঠতে গৌৰৱ গগৈ Cm ২০২৬ ত ৷ কংগ্ৰেছৰ পৰা ওলায় যোৱা সকল হিমন্ত , ফিউজ বাল্ব আৰু জয়ন্ত মলোৱা , দিগন্ত কলিতা , ৰুপজোতি কুৰ্মী ক কংগ্ৰেছত যাতে আকৌ সোমাব নিদিয়ে accept ৰিপুন বৰা ৷ ৰিপুন বৰাৰ কেৰিয়াৰ বৰ্বাদৰ আৰঁত মামা মেইন আছিল ৷ ৰিপুন বৰাক লওঁক ৷ মুঠতে দল বগৰা চতুৰ শিয়াল বোৰ যাতে কংগ্ৰেচত আকৌ দেখা নাপাওঁ ৷ Cc to গৌৰৱ গগৈ ৷
পিয়াজৰ নাম লোৱা নাই
ফিউজ বাপ্ল ও তেওঁৰ সোঁৱৰণী t দিয়া নামেই😂@@mkumar9658
Gaurav Gogoi Jindabaad...❤❤❤
Congress❤ 2026 govt.
AGP দল ধ্বংস কৰা main মানুহ জন হৈছে অতুল বৰা
খাপলাং কাই😊
😂😂agp 😂😂
বৃন্দাবন গোস্বামী ডাঙৰীয়া ভাল আছিল। আপোন পেটিয়া নাছিল ।কথা ত অহা; কাৰ নাছিল।
লাহে লাহে বিলুপ্তও হৈ যাব পাৰে,কোনো থিক নাই। কৰ্মী
সকল হুৰহুৰাই অন্য দললৈ
নগলেই হ'ল। সময়ে সকলো
নিৰূপণ কৰিব।
Bandor2
বামুণৰ ভৌতিক মেজিকত অসম শেষ।
এই মেজিকৰ মূল্য সময়ত হয়তো সকলোৱে বুজি উঠিব পাৰে।
তই আজমলৰ পানীজৰা খালেহে সুমতি আহিব।
Congress🎉❤
We want Gaurabh Gogoi as CM of Assam.
অহংকাৰে পতনৰ মুল। দিল্লীত মোডী, শ্বাহৰ আৰু অসমত মামা, ওপৰৰ মালৰ ।
অতুল বৰা অগপ ধঙস কৰা নেতাহে
Gourav Gogoi ❤️❤️❤️
সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে তেখেত সকলে,,
Good🎉🎉
Jai congress bijay congress❤
কৰ্ম হবনে কেৱল সংসদ উত্তাল কার্যহে হব। আছলতে কথা বহুত হল, ৰাইজে কিন্তু উন্নয়নহে বিচাৰে।
Bohut Val kobor
এ জি পিলৈ কোনোবা যাব বোলি এতিয়াও আশা কৰা নাই এইজনে ,
সপোন দেখিবলৈ এৰ ।৮৫৫ জন শ্বহীদৰ কেচা তেজ শুহি খোৱা নিলাজহত । তহতে কেৱল বাংলাদেশীৰ ভোটৰ কথাহে ভাৱ।
Before Assembly Election to Assam State for 2026, Dr. H.V.Sarma & Atul Bora are also joining Congress.
Very good
🎉এই বাৰ গৌৰব গৈগৈ ২৬ c.m হবয়ে আৰো হব লৈ গৈ আছে ..য়োৰহাত. অসম
❤গৌৰৱ
Jorhat demonstrated .... Follow the Educated Tiger Gaurav Gogoiji and make a beautiful Assam..❤
মূৰ্খ ৰাজনৈতিক নেতা সকলে কংগ্ৰেছত যোগ দিয়াত কৈ মজবুত আঞ্চলিক দল এটা গঠন কৰি কংগ্ৰেছৰ নেজত নধৰাকৈ আগবাঢ়িলে ভাল হব ।
Na congress na bjp ata শক্তিশালী আঞ্চলিক দল লাগে অসমত ❤ আৰু gaurav Gogoi o joint korok
Nice
আহক আমি সকলোৱে মিলি কংগ্ৰেছৰ হাত শক্তিশালী কৰোঁ।
জয় গৌৰৱ।
AGP BJP HATAO Axom bachao
Ripun Bora well come but immediately.
Gaurav Gogoi zindabad zindabad
দলৰ কম্মী সকলে ভেনা মাখি বুলিহে ভাবে নেকি ?
Gourav Gogoi zindabad ❤
জানোছা এইসকল আহি দলটো গেলায়েই নেকি!এই চিন্তাও কৰা
ভাল। আপদ চপাই ললে বিপদ আহে নেকি সেয়াও বিচাৰ্য বিষয়।
Gourav Gogoi jindabad congresh
Ki hoi ase acomot? Akebur manuhei Congress pra bjp akou bjp pra Congress. Anekua hoi thakile election pati ki lav misa poisa khoros. Bjp mla ahi Congress or mla hbo. Aibur nijr karone krise. Hsa jati prem thkile bjp mla hoiu caa birudhita krilehtn. Ji2 atul borai krisil(dispur)
Hgurabgogoi jindabad
Gaurav❤
দাইল নিসিজিলে চৰু বেলেগকৈ পাতে ।
c m r babe ai doha
Jabo
Etia manuh nanibo. Dolar bogori amak nalage. Raij apunalukor logot ase. Raijor major pora nutrel natun manuhok anok.AGP pahori jaok. Caa k ajp e clear korok.
Mojja hobo...ki koribo lage...
গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হব লাগে
Congress zindabad 🎉❤
Vote for #OPS 2026🙏
জাব,নাহিব
Atleast AGP loi kunu najai
দালাল সকলৰ স্বভাৱ দালালি । তেওঁলোকে দালালি সুযোগহে বিছাৰে ।
Gaurav gogoi r nichinakoi kio direct kobo noware dolor jabor ulai gole val buli.
AGP ki dol
Bhal din t sobei ahibo beya dinot he atori jabo
অতুল বৰা ডাঙৰীয়াৰ চকীখন থাকিলে হ'ল।
এখেতটো চিটেই নাই,কত যা বা!
Himanta mukto assam huwatu bisaru
এইদাল ঘোৰাচোৱাৰ চাওক কথা খিনি😂
ধান খেৰৰ জুই বেছি দিন নাথাকে
Ari thoi juwa keitak punor ahile ami congress vote nidiu, aru raije u nidiye.
Congress zindabaad
AGP bli aku nai asolote. Muslim mnh bjp t direct lobo nuare babe ai2 option rakhise mamai
Bjp aneo aiudf dore obosta hobo🙏
Dol kinto hekh, moromor asil AGP
প্ৰাক্তন কিয় হৈছে। ইহঁতৰ কাম নাই কাৰণে টিকত দিয়া নাই
অতুল ফটুৱাৰ আৰু কেশৱৰ কাৰনে শেষ
No1hiyal 😂😂
Congress ot aibur luar proyojon nai. Aibur dol bagora manuh loi ki lav. Bidhanhovat axomr jati birudhi kamburt mat mota mla ajonu nrdekhilu
Aai tour. Kam nai gahori tour bjpr samsa
Ki nu oha juar khel.o
Gourav Gogoi will bring dhumuha 26, good bye BJP.
এই হেতা মাৰনা হতৰ বেপাৰ বুতি বাহনি দি কোবাব লাগে
Murko keitai ki jane sarmadai bhal disae.
26 khotom bjp
Dear Atul bora beleg State r Anchalik party a Modir lagat takkar dise aru apunaloke kuntu samastir pra election khelibo bisare seituke kobo sahakh karibi nuware volkoi..laj puwa nalage ne sob bad d ghart jirani louk Apuna louk dol tu thaka nathaka t loi ako ahe najay 😂😂
Ripun borah ata ki tak g kunbai contact krib lage congress r manuhe lebel saw su tar kela bal nalge tar dore neta ahiba gesi jate r jaba a dili hol ghuri ahiba nalge
এইবোৰ চলি থাকে । যত সুবিধা দেখে ,তালৈ যায় । একো ডাঙৰ কথা নহয় ।
সৰ্মথন নথকা কেইজনে হল প্রাকতন. গতিকে তেনে নেতা দল এৰিলে দলৰ ক্ষতি নহয়.
1200 pai ase ne
JABOI JENEKE CONGR PORA BJP GOI MONTRI HOL AGP PORA BJP GOI MONTRI HOL