হেমলাই মৰাণগাঁও নামঘৰ খণ্ড ৩

แชร์
ฝัง
  • เผยแพร่เมื่อ 29 ก.ย. 2024
  • #ভাগৱতপাঠ #pranjitgogoi #pranjalprotimborah

ความคิดเห็น • 220

  • @prahladchetia4233
    @prahladchetia4233 8 หลายเดือนก่อน

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @binadeka9674
    @binadeka9674 8 หลายเดือนก่อน

    Krishna krishna bap 🙏🙏🙏🙏💛 .

  • @PabitraBuragohain-iz4ky
    @PabitraBuragohain-iz4ky 3 หลายเดือนก่อน

    কৃষ্ণ, বৰ ভাল লাগিল।

  • @DimbeswarKochari
    @DimbeswarKochari 8 หลายเดือนก่อน

    কৃষ্ণ প্ৰভু

  • @dhanadadevidoley8594
    @dhanadadevidoley8594 3 หลายเดือนก่อน +2

    পূজা সেৱা কৰা বা নাম ধৰ্ম লোৱা সকলোৱে যে বেয়া সকলো‌ৱে যে ভাল‌ সেই টো নহয়।মানব ধৰ্ম হে‌ আচল ধৰ্ম দেই

  • @AtulchBorah-ph9fb
    @AtulchBorah-ph9fb 4 หลายเดือนก่อน

    Kisno. Ram. Ram

  • @abhijit7642
    @abhijit7642 6 หลายเดือนก่อน

    বেদান্ত মানে কি তাক নজনা জন কিমান জ্ঞানী গম পোৱা গৈছে

  • @swapnagogoi8702
    @swapnagogoi8702 8 หลายเดือนก่อน +18

    কৃষ্ণ কৃষ্ণ প্ৰভূ আপোনাৰ চৰণত ভক্তিভাৱেৰে সেৱা নিবেদিছো অধমৰ সেৱা গ্ৰহণ কৰে যেন কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @bhupalibaruah661
    @bhupalibaruah661 หลายเดือนก่อน +4

    ৰাম ৰাম হৰি হৰি বাপ আপোনাক সেৱা জনালো 🙏🙏🙏❤️♥️♥️😁

  • @krishnakakaty2624
    @krishnakakaty2624 6 หลายเดือนก่อน +4

    Krishna Krishna. Val. Kotha. Kole. Kintu. Aji. Kali. Xokolu manuhe. Xamanno tuloni. Biya. Khon. Mash. Aru. Magorehe. Pate. Gotike. Aya. Ki. Provu. ?

  • @asomiaasom6008
    @asomiaasom6008 8 หลายเดือนก่อน +7

    তিনি বস্ত্ৰ পৰিধান নকৰাজনৰো তিনি বস্ত্ৰ পৰিধান কৰা ভকতৰ অন্তৰ মন চিত্ব দেহতকৈ শুদ্ধ পবিত্ৰ হব পাৰে উদাহৰণ জৰভৰত ,সমাজত লোকক দেখাই তিনি বস্ত্ৰ পৰিধান কৰা ৯৫ ভকত বৈষ্ণৱৰ মন চিত্ব দেহ ভাবনা আচৰণ শাস্ত্ৰ বিৰুদ্ধ অশুদ্ধ ব্যভিচাৰীৰে ভৰা স্বভাবৰ ।ব্যাখ্যাকাৰ জনৰ মতে শাস্ত্ৰ মতে সাধাৰণ লোক ১০০% নিখুত শুদ্ধ সত্য কৃষ্ণ ভক্তি ধৰ্ম পালন কৰিবতো নোৱাৰেই আনকি ব্যাখ্যাকাৰ প্ৰাণজিত গগৈৰ ব্যাখ্যা মতে শংকৰদেৱ মাধৱদেৱো ১০০ নিখুত শুদ্ধ সত্যত নাছিল দোষ ক্ৰুতি আছিল ।

    • @BitulKonwar-f6g
      @BitulKonwar-f6g 6 หลายเดือนก่อน +2

      শংকৰদেৱৰ আৰু মাধৱদেৱৰ ওপৰত এখেত..এখেতৰ মতে আমাৰ গুৰু কেইজনাই ও ভূল কৰি আছিল বুলি কব খোজে😂😂😂

    • @asomiaasom6008
      @asomiaasom6008 5 หลายเดือนก่อน

      ​​@@BitulKonwar-f6gতোৰ গুৰু শংকৰদেৱ মাধৱদেৱ মায়াবী গুৰু কাৰণ মায়াবী গুৰু শংকৰদেৱ মাধৱদেৱে বেদৰ বিহিত ঈশ্বৰ ভক্তি ধৰ্ম কৰ্ম ত্যাগ কৰাই স্ব-ধৰ্ম এৰুৱাই বেদ গীতাক অবমাননা কৰাই বেদবিহিত কৰ্ম এৰুৱাই কেৱল কৃষ্ণ নাম গুণ শ্ৰৱণ কীৰ্তন কৰা ধৰ্ম প্ৰচাৰ কৰি প্ৰবৰ্তাই থৈ গল যি বেদ গীতা উলংঘা কৰা হল ।প্ৰাণজিত গগৈয়ে যি দৰে ব্যাখ্যা কৰিছে সেই নিয়মত শংকৰ মাধৱো চলা নাছিল চৰিত পুথিয়েই প্ৰমাণ ।তোৰ গুৰু দুজনা ১০০% যে নিখুত শুদ্ধত চলা নাছিল নিৰপেক্ষভাবে আলোচনা কৰিলে তথ্য প্ৰমাণ ওলাব ।বেদক বাদ দি বেদৰ বিহিত কৰ্ম ভক্তি ধৰ্ম বাদ দি সনাতান ধৰ্ম শুদ্ধ নহয়।

    • @asomiaasom6008
      @asomiaasom6008 3 หลายเดือนก่อน +1

      ​@@BitulKonwar-f6gতই কথা বুজি পোৱানে ?মোৰ মন্তব্যত কি কোৱা হৈছে তই ভালকৈ পঢ়ি উুজি লোৱা পিছত মন্তব্য কৰিবা ।

  • @simontoyhoingkordeb8374
    @simontoyhoingkordeb8374 6 หลายเดือนก่อน +9

    কৃষ্ণ কৃষ্ণ ধুনীয়া প্ৰশ্ন আৰু উত্ত

    • @JayantiDutta-ii7ui
      @JayantiDutta-ii7ui 5 หลายเดือนก่อน +1

      😊😊😊😊😊😊😊😊😊😊😊😊 9:31 12:29 12:29

  • @pallabikagohain5720
    @pallabikagohain5720 8 หลายเดือนก่อน +8

    Krishna 🙏 Bap Jona Dakho ru Dakh Anudak Or Bhokti Bhora Hauwa Grohon Koribo 🙏 Krishna 🙏

  • @dipikaborah3587
    @dipikaborah3587 2 หลายเดือนก่อน +1

    Kesno kesno apunak abar log pai apunar soront hewa dhoribo bor mon ase

  • @jurimohan7477
    @jurimohan7477 8 หลายเดือนก่อน +3

    কৃষ্ণ 🙏 ইমান ধুনীয়া কৈ কথাবিলাক বুজায় দিলে ভাল লাগিল।🙏🙏🙏

  • @BipulMili-l1x
    @BipulMili-l1x 8 หลายเดือนก่อน +2

    Jay guru Shankar. Krishna Krishna kuti kuti pronam.

  • @RajeshMili-fy9zs
    @RajeshMili-fy9zs 7 หลายเดือนก่อน +5

    Jai Jai shree krishna 🙏🙏🙏🙏🙏

  • @dipukalita8736
    @dipukalita8736 4 หลายเดือนก่อน +1

    Hera bhakat Jodi monikutot thoka bhagabanjon hidoyat thoka bhogaban jonor logot ekei hoi aru jadi khokolute birajman tente murtit bhagoban nai buli prakakh kore kio sankerdeveutu murti pujisil

    • @surjitkamaldas5599
      @surjitkamaldas5599 3 หลายเดือนก่อน

      Xongkordev gurujone ketiya kot murti pujisil kouksun. Jodi bishnu murti puar pasot protistha korar kotha jodi koise tente lokhminath bejbaruah debor Sri Sri xongkordeb kitapkhon porhok.... Krishna

  • @dipanjalimohanta4800
    @dipanjalimohanta4800 3 หลายเดือนก่อน

    হনুমান মন্দিৰত ফলমূল দিওঁতে সেইয়ে সেন্দুৰ চটিয়াই দিয়া হয় সেইটো আজিহে বুজি পালো।আপোনাৰ ধৰ্মজ্ঞান শ্ৰৱণ কৰি কৃতাৰ্থ হ'লো।

  • @khogeswarigogoi1902
    @khogeswarigogoi1902 8 หลายเดือนก่อน +5

    কৃষ্ণ কৃষ্ণ বাপ সন্ধ্যাৰ ভক্তি ভৰা সেৱা গ্ৰহণ কৰিব কৃষ্ণ

  • @debokantosaikia1369
    @debokantosaikia1369 8 หลายเดือนก่อน +3

    কৃষ্ণ কৃষ্ণ বাপ আই সমস্ত আপোনালোকৰ চৰণ পঙ্কজত এই মহাঅধমে সেৱা নিবেদন কৰিলো কৃষ্ণ কৃষ্ণ

  • @bijayadevi9512
    @bijayadevi9512 8 วันที่ผ่านมา

    সকলোখিনি মানিছো যেতিয়া এজন পুৰুষে প্রথেমেই এজনী ছোৱালীক বিয়া পাতি আনি কেইবছৰ পাছত তোক মই ৰখাব নোৱাৰো. গতিকে মাকৰ ঘৰলৈ পঠাই লগতে আগলৈ সেই বোৱাৰী জনীয়ে কোনো মাটি বাৰী ভাগ নাপাই বুলি কয় আৰু মানুহৰ আগত কয় সেই জন বাপ কেনেকুৱা কত আছে ভাগবত গীতা কীতনতআছে মই কচুৰ শুনা নাই কোনখন আইনত আছে কব চোন

  • @Umesh1234-o4i
    @Umesh1234-o4i 8 หลายเดือนก่อน +4

    কৃষ্ণ🙏🙏🙏🙏🥰

  • @lahoridas6814
    @lahoridas6814 8 หลายเดือนก่อน +4

    কৃষ্ণ কৃষ্ণ

  • @BitulKonwar-f6g
    @BitulKonwar-f6g 6 หลายเดือนก่อน +1

    মানুহে বান্দৰক ভক্ষ্যণ নকৰে বাবে সকলো ঠাইতে বান্দৰৰ তাণ্ডব দেখিবলৈ পাইছে.. আৰু হাতী মানুহে নাখায় বাবে হাতীৰ উৎপাত দিনক দিনে বাঢ়িব ধৰিছে । এটা কথা আমি মানো যেতিয়াই তুমি ধৰ্ম কাৰ্য্য কৰিবা সেই সময় কণত অখাদ্য খাই বা অসূচী হৈ সেই কৰ্ম কৰিলে কৰ্মভাগিৰ ফল নধৰে..গতিকে মানুহ ৰূপী সকলে অন্য জীৱ বিলাকক লয় নকৰিলে এদিন মানুহক সেই জীৱ বিলাকে খাই শেষ কৰিব । যেনে,,জীৱ সত্যা মহাপাপ. আপোনাক যদি এডাল ফেটিসাপে খেদি আহে তেতিয়া আপুনি সাপডালক মাৰিব এয়া কি জীৱ হত্যা নোবোলে নেকি ...? মানুহ জীৱ শ্ৰেষ্ঠ..মানুহৰ ভক্ষ্যণৰ বাবেই জীৱবিলাকক সৃষ্টি কৰিছে..।

  • @poragboruah4156
    @poragboruah4156 8 หลายเดือนก่อน +4

    🙏কৃষ্ণ কৃষ্ণ🙏জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ দেৱ🙏

  • @daisyrabha2343
    @daisyrabha2343 8 หลายเดือนก่อน +3

    Krishna Krishna prabhu bhakti bhara sewa janaiso 🙏🙏🙏🙏

  • @nitulali3734
    @nitulali3734 18 วันที่ผ่านมา

    বহুত বহুত সুন্দৰ হৈছে দেই দাদা নাৰায়ণপুৰ লখিমপুৰ

  • @PurnimaDehingia-dh1mi
    @PurnimaDehingia-dh1mi 2 หลายเดือนก่อน

    Arjune judha nakaru buli gandibo dhanu pelai disil kintu Shree Krishna i rakta pat bisarile kio?

  • @pallabikagohain5720
    @pallabikagohain5720 8 หลายเดือนก่อน +2

    Krishna 🙏

  • @upashonaboruah5726
    @upashonaboruah5726 8 หลายเดือนก่อน +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা জনালোঁ 🙏🙏🙏🙏

  • @khirodbhuyan5967
    @khirodbhuyan5967 8 หลายเดือนก่อน +2

    Krishna 🙏

  • @karabigogai5820
    @karabigogai5820 8 หลายเดือนก่อน +2

    সুন্দৰ

  • @kakubhuyan9516
    @kakubhuyan9516 3 หลายเดือนก่อน

    চৰকাৰে এতিয়া লাখ টকা দিছে যেতিয়া এতিয়া মদৰ দোকান দিলেও ভকতে একো নকয় ৷

  • @arupmixvlogs8681
    @arupmixvlogs8681 8 หลายเดือนก่อน +1

    Krishna bohut basi val lage apunak 🙏🙏🙏

  • @jibanjitdas8340
    @jibanjitdas8340 8 หลายเดือนก่อน +2

    ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ

  • @ranjanborah8190
    @ranjanborah8190 8 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ, সুন্দৰ ভাৱে বুজাই দিলে ভাল লাগিল শুনি

  • @brojengogoikrisnakrisna7975
    @brojengogoikrisnakrisna7975 8 หลายเดือนก่อน +2

    Krishna krishna bap hewa janalu

  • @PurnimaDehingia-dh1mi
    @PurnimaDehingia-dh1mi 2 หลายเดือนก่อน

    Prithibit kebol assamiya manuh he jiyai thakibo neki?

  • @RAJANIKANTARABHA-t1c
    @RAJANIKANTARABHA-t1c 7 หลายเดือนก่อน +1

    Rajani Kant rabha ❤ Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna ❤

  • @KripanandaNath-s9y
    @KripanandaNath-s9y หลายเดือนก่อน

    চাউল ্ফলমূলত‌ জীৱ বা আত্মা নাথাকেনে ?

  • @PurnimaDehingia-dh1mi
    @PurnimaDehingia-dh1mi 2 หลายเดือนก่อน

    Aibur niti kebol assamor he projujya neki

  • @PurnimaDehingia-dh1mi
    @PurnimaDehingia-dh1mi 2 หลายเดือนก่อน

    Nara hoitya koriboloi Arjunak agborhai dile kio?

  • @bitupangogoi2499
    @bitupangogoi2499 8 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ 🙏🙏

  • @ANANTA198
    @ANANTA198 8 หลายเดือนก่อน +1

    Krishna 🙏

  • @rakhihandique1701
    @rakhihandique1701 8 หลายเดือนก่อน +2

    Krishna Bap 🙏🙏🙏

  • @BasantaSaikia-sv5dq
    @BasantaSaikia-sv5dq 6 หลายเดือนก่อน

    আমি আপোনাৰ আৰু আপোনাসবৰ চৰনত সেৱা জনালো

  • @sisirkalita3791
    @sisirkalita3791 8 หลายเดือนก่อน +1

    অষ্টম পহৰ কিমান সময়ত লাগে

  • @NikunjaDas-m8v
    @NikunjaDas-m8v 6 วันที่ผ่านมา

    Krishna bap apunar sarant xawa nibedisu pravu

  • @PabitraDihingia-sy2br
    @PabitraDihingia-sy2br 8 หลายเดือนก่อน

    বেমাৰ হ'লে তেজ প্ৰয়োজন হ'লে ডাক্তৰৰ সহায় লব নেলাগে। কাৰন মানুহ সৰ্বভক্ষি ব্লাদ প্ৰয়োজন হ'লে মানুহ বিছাৰ কৰিবনে?। শাস্তৰ তত্ত্ব জনা মানুহ বিলাক দীৰ্ঘজীৱী হব নি । লাভ নাই । কৃষ্ণক পুজা নকৰাকে মানুহ জীয়াই থকা নাছিল নেকি। গছৰ বাকলি পিন্ধাৰ সময়ত মানুহ নামৰ জীৱ বিধ ধংশ হ'ল নেকি।

  • @hemaprabhasaikia5321
    @hemaprabhasaikia5321 8 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ বাপজনা সন্ধিয়া সেৱা গ্ৰহন কৰিব কৃষ্ণ।

  • @DonKelar123
    @DonKelar123 4 หลายเดือนก่อน +1

    Krishna 🙏🙏🙏🙏 Krishna

  • @gunjalalkutum2753
    @gunjalalkutum2753 27 วันที่ผ่านมา

    No protiou jibahat Krishna 😅😂 lakshan

  • @sabitrigogoi9800
    @sabitrigogoi9800 หลายเดือนก่อน

    কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা জনালোঁ 🌹❤️🌹 উপকৃত হৈছোঁ সঁচাই

  • @ajitboruah8358
    @ajitboruah8358 8 หลายเดือนก่อน +4

    কৃষ্ণ , তিনিওটা প্ৰশ্নৰ ইমান সুন্দৰ ব্যাখ্যা আগবঢ়ালে ভাল লাগিল |

  • @luhitboruah9638
    @luhitboruah9638 8 หลายเดือนก่อน +1

    কৃষ্ণ, কৃষ্ণ,

  • @alexpuwali3634
    @alexpuwali3634 8 หลายเดือนก่อน +1

    Kirshna kirshna kirshna

  • @RunuBora-s2x
    @RunuBora-s2x 6 หลายเดือนก่อน

    কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ পদ পংকজ পদ ধূলি শিৰত লৈ অমৃতময় কৃষ্ণ কথাই জীৱন ধন্য কৰিলে।🙏🙏🙏🙏🙏

  • @JonalinathJonali-t7g
    @JonalinathJonali-t7g 6 หลายเดือนก่อน

    Krishna dap saky kie saky jalydo lagakiyo

  • @barnalidas6262
    @barnalidas6262 8 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ

  • @jharnakalita2428
    @jharnakalita2428 6 หลายเดือนก่อน

    অষ্টম প্ৰহৰ কোনখিনি সময় জনাব বুলি আশাকৰিলো। কৃষ্ণ 🙏

  • @ToramaiDevi-hh2vu
    @ToramaiDevi-hh2vu 8 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ বাপ বাপ,,🙏

  • @parangogoi683
    @parangogoi683 8 หลายเดือนก่อน +1

    Krishna Bap 5:10 5:17

  • @parangogoi683
    @parangogoi683 8 หลายเดือนก่อน +1

    Krishna Bap 5:10 5:17

  • @parangogoi683
    @parangogoi683 8 หลายเดือนก่อน +1

    Krishna Bap 5:10 5:17

  • @parangogoi683
    @parangogoi683 8 หลายเดือนก่อน +1

    Krishna Bap 5:10 5:17

  • @parangogoi683
    @parangogoi683 8 หลายเดือนก่อน +1

    Krishna Bap 5:10 5:17

  • @dharmarajsingha6525
    @dharmarajsingha6525 8 หลายเดือนก่อน +1

    Hora krishan

  • @purnimadas7779
    @purnimadas7779 8 หลายเดือนก่อน +1

    🙏🙏🙏🙏Krishna krishna bap probhu krishna🙏🙏🙏🙏

  • @Pahikoch-gm7ij
    @Pahikoch-gm7ij 4 หลายเดือนก่อน

    Krishna krishna probhu bapjona val lagil🙏🙏🙏🙏🙏🙏🙏

  • @RimuSarma
    @RimuSarma 27 วันที่ผ่านมา

    কৃষ্ণ প্ৰভু 🙏🌺🪔

  • @parangogoi683
    @parangogoi683 8 หลายเดือนก่อน +1

    Krishna Bap 5:10 5:17

  • @parangogoi683
    @parangogoi683 8 หลายเดือนก่อน +1

    Krishna Bap 5:10 5:17

  • @KabitaDas-d8g
    @KabitaDas-d8g 2 หลายเดือนก่อน

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @lipikarajkonwar5654
    @lipikarajkonwar5654 8 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ 🙏

  • @pallaviborah1012
    @pallaviborah1012 8 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ 🙏

  • @rikugogoi3759
    @rikugogoi3759 8 หลายเดือนก่อน

    Sumitra Gogoi
    Krishna He Pranam Kripalu Bapjan anthem lagatiyal kathabor aamak kone aidare bujai diba baru Krishna Prabhu Pranam janalo Aaponak Krishna ❤

  • @KeshabPhukon-nj2du
    @KeshabPhukon-nj2du 2 หลายเดือนก่อน

    😂krishna krishna krishna bap krishna

  • @madhurjyagogoi6085
    @madhurjyagogoi6085 8 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @labanyaborah5191
    @labanyaborah5191 5 หลายเดือนก่อน +1

    সুন্দৰ ব্যাখ্যা।

  • @parangogoi683
    @parangogoi683 8 หลายเดือนก่อน +1

    Krishna Bap 5:10 5:17

  • @Prabhatofficial475
    @Prabhatofficial475 หลายเดือนก่อน

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏

  • @ratuldeka5958
    @ratuldeka5958 7 หลายเดือนก่อน

    Tai krisnar namat youtube khuli bepar karisa tai eta dalal har har mahadev 😂

  • @MadhabSaikia-kh4up
    @MadhabSaikia-kh4up 3 หลายเดือนก่อน

    Krishna❤

  • @ranjanborah8190
    @ranjanborah8190 5 หลายเดือนก่อน

    কৃষ্ণ কৃষ্ণ বাপ, বহুত ভাল লাগিল শুনি

  • @SribirincidasSRIBirinciD-po2yt
    @SribirincidasSRIBirinciD-po2yt 8 หลายเดือนก่อน +2

    ❤ৰাম কৃষ্ণ ❤

  • @tilakdeka5551
    @tilakdeka5551 10 วันที่ผ่านมา

    কৃষ্ণ

  • @Musicislovetest__
    @Musicislovetest__ 8 หลายเดือนก่อน +1

    ‌ ৰাম কৃষ্ণ

  • @Jeevanbubu
    @Jeevanbubu 19 วันที่ผ่านมา

    Cllbgiocgjoovkogollll

  • @nilimarabha7373
    @nilimarabha7373 8 หลายเดือนก่อน +1

    Krishna

  • @crazyboy..999
    @crazyboy..999 8 หลายเดือนก่อน +1

    কৃষ্ণ 🙏🙏

  • @lakygogoi7063
    @lakygogoi7063 6 หลายเดือนก่อน +1

    🙏🙏

  • @2k.137
    @2k.137 8 หลายเดือนก่อน +1

    Krishana❤❤

  • @mrigankasaikia2914
    @mrigankasaikia2914 2 หลายเดือนก่อน

    Krisna krisna

  • @lunanath8272
    @lunanath8272 3 หลายเดือนก่อน +1

    Krishna ❤❤❤❤Krishna

  • @SunitiDeka-u1c
    @SunitiDeka-u1c 8 หลายเดือนก่อน +1

    Krishna Krishna bap dhany bad

  • @mayamahanta5908
    @mayamahanta5908 2 หลายเดือนก่อน

    🙏🙏🙏

  • @ParashmoniBaruah
    @ParashmoniBaruah 3 หลายเดือนก่อน

    𝙺𝚛𝚒𝚜𝚑𝚗𝚊 𝚔𝚛𝚒𝚜𝚑𝚗𝚊

  • @kapilpathak5149
    @kapilpathak5149 8 หลายเดือนก่อน +1

    Krishna 🙏🙏🙏

  • @rupagogoi8020
    @rupagogoi8020 5 หลายเดือนก่อน

    Kisna