Duliajan|| Kamalabari Namghar@jyotimoi

แชร์
ฝัง
  • เผยแพร่เมื่อ 10 ก.พ. 2025
  • #pranjitgogoi #ভাগৱতপাঠ #pranjalprotimborah

ความคิดเห็น • 718

  • @Biren-q5f
    @Biren-q5f ปีที่แล้ว +15

    Excellent analysist bhagabat bythe Gogoi bap it is god giveted his lifes.Krishna

  • @purnimadas7779
    @purnimadas7779 ปีที่แล้ว +5

    🙏🙏Krishna krishna🙏🙏

  • @monnilimofficial5274
    @monnilimofficial5274 2 ปีที่แล้ว +4

    Krishna krishna...🙏🙏🙏

  • @nandokutum
    @nandokutum ปีที่แล้ว +2

    Ati hundor kihno

  • @bapdhankoch7927
    @bapdhankoch7927 5 หลายเดือนก่อน +1

    Krishna Krishna bap jona Val lagil 🙏🙏🙏🙏🙏🙏

  • @Rupom2207
    @Rupom2207 2 ปีที่แล้ว +3

    Hundor

  • @GamingYt-cj9bh
    @GamingYt-cj9bh 2 ปีที่แล้ว +8

    🙏🙏🙏 Krishno krishno bap xumodhur Krishno 🙏🙏🙏

  • @hirdoyanag3915
    @hirdoyanag3915 ปีที่แล้ว +2

    🕉️ নমো নাৰায়ণ 🙏

  • @abhigyanborahanuhazarika167
    @abhigyanborahanuhazarika167 2 ปีที่แล้ว +3

    Krishna🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @bhaktirsagor
    @bhaktirsagor 2 ปีที่แล้ว +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ🙏🙏

  • @Editer_bk11
    @Editer_bk11 2 ปีที่แล้ว +5

    Ram kisna 🙏✍️

  • @boruahboruah7660
    @boruahboruah7660 ปีที่แล้ว +2

    Krishna Krishna Krishna ❤❤❤

  • @bhaskar2k
    @bhaskar2k 6 หลายเดือนก่อน +2

    কৃষ্ণ‌ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏

  • @Satyajitdas35678
    @Satyajitdas35678 ปีที่แล้ว +2

    কৃষ্ণ
    🎉👏🎉

  • @manuranjanchetia6867
    @manuranjanchetia6867 ปีที่แล้ว +3

    কৃষ্ণ বাপজন

  • @bijoyloxmigogoi3326
    @bijoyloxmigogoi3326 ปีที่แล้ว +2

    Kristi krisno

  • @GobindraChutia-tz9rd
    @GobindraChutia-tz9rd 24 วันที่ผ่านมา +1

    শুনিলে। শুনি। থাকিব। মন যায়

  • @kamaleshwarnath9824
    @kamaleshwarnath9824 2 ปีที่แล้ว +4

    🙏Krishna ati xundar 🙏

  • @monujdutta1210
    @monujdutta1210 2 ปีที่แล้ว +1

    krishno🌿🌼

  • @thunukalita6191
    @thunukalita6191 ปีที่แล้ว +4

    Xuni val lage krishna kotha. Hore krishana 🙏🙏

  • @manjubaruah1630
    @manjubaruah1630 ปีที่แล้ว +1

    Xundor hoise provujon

  • @Miduldutta
    @Miduldutta 2 ปีที่แล้ว +17

    ইমান ধুনীয়া অৰ্থ
    জয়য়য়য়য়য়য়য় শ্ৰীৰামমমমমমমমমমমমমমমমমমমমমমম 🙏🙏🙏
    জয় গৰু শংকৰ জয় গুৰু শংকৰ জয় গুৰু শংকৰ

  • @sabitriboruah4411
    @sabitriboruah4411 2 ปีที่แล้ว +16

    কৃষ্ণ ,প্ৰভুজনাই ইমান সুন্দৰকৈ ব্যাখ্যা কৰে ভাবি আচৰিত হৈছো । নিশ্চয় কোনোবা জন্মৰ তপস্যা লব্ধ ভাগ্যৰ বলতহে ইমান সুন্দৰ পাৰদৰ্শিতা লাভ কৰিছে , কৃষ্ণ 🙏

  • @bhabitrabha4683
    @bhabitrabha4683 2 ปีที่แล้ว +7

    Krishna Krishna Krishna 🙏🙏🙏

  • @saralabaruah5084
    @saralabaruah5084 2 ปีที่แล้ว +4

    Krisna gokhai🙏🙏🙏🙏

  • @sasadharrajbangshi35454
    @sasadharrajbangshi35454 2 ปีที่แล้ว +4

    Krishna krishna 🙏💗❤️❤️❤️

  • @phagunigogoi
    @phagunigogoi ปีที่แล้ว +2

    🥰🥰🥰🥰❤❤❤❤🥰

  • @prafullalahakar2456
    @prafullalahakar2456 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏🙏

  • @maniknamasudra2134
    @maniknamasudra2134 2 ปีที่แล้ว +6

    শতকৌতি প্ৰনাম প্ৰভু আপোনালে কৃষ্ণ

    • @bikasdass3566
      @bikasdass3566 2 ปีที่แล้ว

      বৰ ধুনীয়া হৈচে

  • @assambhaktivideo3600
    @assambhaktivideo3600 2 ปีที่แล้ว +5

    কৃষ্ণ প্ৰভু মোক দয়া কৰা

  • @nitulbarman1446
    @nitulbarman1446 ปีที่แล้ว +2

    🙏🙏🙏🙏🙏🙏🙏JAI KRISHNA PRABHU🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @brianbrownie709
    @brianbrownie709 2 ปีที่แล้ว +4

    Krishna doyamoy prob hu 🙏🙏🙏

  • @junmonichangmai6908
    @junmonichangmai6908 2 ปีที่แล้ว +2

    ❤️❤️❤️❤️

  • @bollywoodsongo7583
    @bollywoodsongo7583 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ জনা ❤🙏🙏🙏🙏🙏

  • @kalpanabordoloi2707
    @kalpanabordoloi2707 2 ปีที่แล้ว +2

    Joi sri krisna radhe radhe

  • @minotishortschannel9453
    @minotishortschannel9453 2 ปีที่แล้ว +3

    krishna krishna bhokot boieshnab hokol🙏🙏🙏

  • @jibonbordoloi6284
    @jibonbordoloi6284 2 ปีที่แล้ว +19

    প্ৰাণজিৎ বাপ ,আপোনাসৱক জ্যোতিময় চেনেলৰ যোগেদি কি বুলি ধন্যবাদ জনাম , এই অভাজনৰ ক'বলৈ ভাষা নাই। বয়সত আপোনাসৱৰ বহুত কম , আপোনাসবে বহুত জেষ্ঠ লোকৰ প্ৰশ্ন উত্তৰ দিব লগা হয় । গতিকে আমি অভাজনে ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ । হে প্ৰভু , প্ৰাণজিৎ বাপ জনাক দীঘায়ু কৰি আৰু আধ্যাত্মিক জ্ঞান দিয়া । বৰ্তমান সমাজৰ এনে বহু লোক আছে যি সকলো জানে , কিন্তু নকয় কিয় নকয় নাজানো । গতিকে বাপলৈ আমাৰ অনুৰুধ অলপ সাৱধান হ'ব । এটি সৰু উদাহৰণ দাঙি ধৰিছো ভুল হ'লে ক্ষমা কৰিব, বৰ্তমান সমাজত কোনো এজন লোকৰ মৃত্যু হ'লে তেখেতৰ কাজ কৰ্ম ২ দিন কৰা হয় । প্ৰথম দিনা নাম-প্ৰসঙ্গ দ্বিতীয় দিনা ভোজ-ভাত ( যি সকলে মাছ ব্যৱহাৰ কৰে ) । ভোজ-ভাতৰ দিনা যদি একাদশী বা অমাবস্যা তিথি হয় তেন্তে সেই দিনা নাপাতি পিছৰ দিনা ভোজ-ভাত পাতে । কিন্তু সমাজৰ বহু লোকে আজি কি তিথি বুলি শুধিলে নাজানে। নিজৰ ঘৰত মাছ মাংস খাওতে তিথিৰ কথা মনলৈ নাহে

  • @puspasaha221
    @puspasaha221 2 ปีที่แล้ว +4

    সুন্দৰকৈ বুজাই দিয়াটো দিছে কৃষ্ণ কৃষ্ণ

  • @manjuphukan5280
    @manjuphukan5280 2 ปีที่แล้ว +2

    Pronam jonalu

  • @barnalideka7356
    @barnalideka7356 2 ปีที่แล้ว +4

    সুন্দৰ ভাগৱত পাঠ

  • @swapnaborah8369
    @swapnaborah8369 ปีที่แล้ว +1

    Krishna Krishna

  • @abhabora679
    @abhabora679 2 ปีที่แล้ว +3

    কৃষ্ণ 🙏

  • @SunilDas-x1m
    @SunilDas-x1m 5 หลายเดือนก่อน +1

    ATI KHUNDAR

  • @dhurba5476
    @dhurba5476 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ বাপ জনা

  • @JintuDutta-z1z
    @JintuDutta-z1z 4 หลายเดือนก่อน +1

    Krishna Krishna Krishna Ram Ram Ram ❤❤❤❤❤😊😊😊😊😊

  • @dipaliray5259
    @dipaliray5259 2 ปีที่แล้ว +2

    Pronam bapjon🙏🙏

  • @rebatithakuria7977
    @rebatithakuria7977 ปีที่แล้ว +3

    বৰ ভাল লাগিল কৃষ্ণ

  • @juribora7587
    @juribora7587 2 ปีที่แล้ว +8

    বৰ সুন্দৰ কথা কৈছে ।ভাল লাগিল।

  • @kishorhaloi5563
    @kishorhaloi5563 2 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ

  • @prasantapathak8503
    @prasantapathak8503 2 ปีที่แล้ว +5

    কৃষ্ণ প্রভূজনা।

  • @sanivauna3004
    @sanivauna3004 2 ปีที่แล้ว +1

    কৃষ্ণ

  • @dhirajsaikia5934
    @dhirajsaikia5934 2 ปีที่แล้ว +1

    অ হৰি, অ ৰাম

  • @mdhunukachari9345
    @mdhunukachari9345 2 ปีที่แล้ว +2

    Krisno 🙏🙏🙏🙏

  • @skalita3262
    @skalita3262 2 ปีที่แล้ว +3

    অ বাপ ইমান সুনদৰ

  • @GalaxyLEGends-v4q
    @GalaxyLEGends-v4q 2 ปีที่แล้ว +3

    সুন্দৰ ব্যাখ্যা ,কৃষ্ণ

  • @S.hazarika
    @S.hazarika 2 ปีที่แล้ว +2

    Krishno provu😍

  • @mintusaikia9168
    @mintusaikia9168 2 ปีที่แล้ว +2

    কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏

  • @taralanath3876
    @taralanath3876 2 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ প্ৰভু প্ৰণাম

  • @Trishul12345
    @Trishul12345 2 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ মাধৱ 🙏🙏

  • @tolanboruah389
    @tolanboruah389 2 ปีที่แล้ว +4

    সুন্দৰ প্ৰাণজিত বাপ

  • @prabinsaloi7541
    @prabinsaloi7541 2 ปีที่แล้ว +2

    ৰাম কৃষ্ণ ৰাম কৃষ্ণ হৰি

  • @Pallobi-y1c
    @Pallobi-y1c 2 ปีที่แล้ว +6

    বহুত সুন্দৰ বাখ্যা শুনি সুখী পালো।

  • @purabihazarika7906
    @purabihazarika7906 2 ปีที่แล้ว +11

    কৃষ্ণ কৃষ্ণ প্রভূ🙏🙏🙏 কিয় নাজানো প্রভূ আপোনাৰ দ্বাৰা ঈশ্বৰৰ গুণানুকীর্তন শুনি চকুপানী ওলাই গ'ল🙏🙏🙏

  • @upakhisivam5568
    @upakhisivam5568 2 ปีที่แล้ว +6

    কৃষ্ণ প্ৰভূ তযু চৰণত প্ৰণাম জনালো কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏

  • @kushalnath6742
    @kushalnath6742 2 ปีที่แล้ว +1

    Bht dhuniya

  • @Ridipaxom
    @Ridipaxom 2 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ বাপ সেৱা জনাইছো

  • @saratmedhi3923
    @saratmedhi3923 2 ปีที่แล้ว +6

    বাপ কৃষ্ণ সেৱা নিবেদন কৰিছোঁ, । বহুত ভাল লাগিছে, ভক্তি তত্ত্ব, ঈশ্বৰ তত্ত্ কথাৰ জ্ঞান লাভ হ'ল । কৃষ্ণ

  • @ajoynagbonshi6795
    @ajoynagbonshi6795 2 ปีที่แล้ว +2

    ওঁ নমো ভগৱতে বাসু দেৱায়

  • @nabjitdas1702
    @nabjitdas1702 2 ปีที่แล้ว +1

    Joy guru sonkordev pronam

  • @dilipkumardas9839
    @dilipkumardas9839 ปีที่แล้ว +1

    Very good👍❤

  • @animamedhi4924
    @animamedhi4924 2 ปีที่แล้ว +3

    কৃষ্ণ প্ৰভু প্ৰানাম ।

  • @namitakonwar2153
    @namitakonwar2153 2 ปีที่แล้ว +3

    কৃষ্ণ অতি সুন্দৰ বাপ।

  • @nripenburagohain
    @nripenburagohain ปีที่แล้ว +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ

  • @pabitradas5539
    @pabitradas5539 2 ปีที่แล้ว +1

    Bhut vll lagil xuni

  • @jimudgogoi1334
    @jimudgogoi1334 2 ปีที่แล้ว +17

    প্ৰভূ জনাই ও হৰি ও ৰাম পৰমাথিক তত্ত্বতো বুজাই দিয়া হ'লে সমস্ত বাব বান্ধৱ সকলৰে তত্ত্ব ভাগ জনাৰ সুবিধা হ'ল হেঁতেন বুলি আমি অনুভৱ কৰিছু।

    • @jyotishdeori979
      @jyotishdeori979 2 ปีที่แล้ว +1

      হয় প্ৰভু জনাই বুজাই দিয়া হ'লে ভাল পালোঁহেঁতেন ।

    • @jyotishdeori979
      @jyotishdeori979 2 ปีที่แล้ว

      হয় প্ৰভু জনাই বুজাই দিয়া হলে ভাল পালোঁহেঁতেন ।

    • @kanikatamuli6294
      @kanikatamuli6294 2 ปีที่แล้ว

      Hoi...bujai dile Val palo heten.. Krishna

    • @cmsharma3896
      @cmsharma3896 2 ปีที่แล้ว

      @@kanikatamuli6294 hoi ni

    • @hiteshdas7174
      @hiteshdas7174 10 หลายเดือนก่อน

      হয় বুজাই দিলে আমিও ভাল পালোঁ হেঁতেন কৃষ্ণ কৃষ্ণ ।

  • @mmixvlogs99
    @mmixvlogs99 2 ปีที่แล้ว +5

    খূউব সূনদৰ হৈছে। মই ইমান ওচৰতেই থাকিও যাব পৰা নাই বৰ দুখিত মই।🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾

    • @mmixvlogs99
      @mmixvlogs99 2 ปีที่แล้ว

      কোনো কথা নাই যেতিয়াই সময় মিলে আহিব

  • @jayasaharia5055
    @jayasaharia5055 2 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ । প্ৰণাম ণ্ৰভু ।

  • @kishortalukdar6963
    @kishortalukdar6963 2 ปีที่แล้ว +7

    কৃষ্ণ বাপ।বৰ অমৃত পান কৰিলোঁ।সুন্দৰ সাৱলীল ব্যাখ্যা

  • @pakhiliboro7876
    @pakhiliboro7876 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ বাপ ❤❤

  • @diptidevi6349
    @diptidevi6349 2 ปีที่แล้ว +2

    Krishna Krishna 🙏🙏🙏

  • @upasonaborah9133
    @upasonaborah9133 2 ปีที่แล้ว +5

    কৃষ্ণ প্ৰভু🙏

  • @BijuChamuah-h3x
    @BijuChamuah-h3x 2 วันที่ผ่านมา

    🙏🙏🙏🙏🙏🙏jai krishna guru pravu

  • @monujborah4496
    @monujborah4496 2 ปีที่แล้ว +3

    কৃষ্ণ ৰাম।অতি সুন্দৰ বাখ্যা

  • @babulalbhaiti345
    @babulalbhaiti345 2 ปีที่แล้ว +5

    JOY BHAGWAT GEETA JOY SRI KRISHNA GURU

  • @mayarabha4662
    @mayarabha4662 2 ปีที่แล้ว +2

    Radhe Radhe 👏

  • @hemalatadutta6360
    @hemalatadutta6360 ปีที่แล้ว +1

    Krishna3 god bless you

  • @ajitkumarphukan9736
    @ajitkumarphukan9736 2 ปีที่แล้ว +8

    Krishna 🙏 bap ,oti sundor, এজন বাপে কৈছে oh hori oh Ram, দেউতাকে উথা বুলি কয়, পুতেকে বহা বুলি কব নেকি , ক বুলি কলে খ বুলি কব নেকি নামঘৰৰ বাপ জনে বুজাই কলে ভাল হয় Krishna 🙏 প্ৰভু

    • @জীৱনজিন্দাবাদ৭৭৭
      @জীৱনজিন্দাবাদ৭৭৭ ปีที่แล้ว

      বহা উঠা বিপৰীত কথা । হৰি ৰাম বিপৰীত নেকি ?বুজিব নালাগে আপোনাৰ দৰে ১৯৩০ চনৰ পিচৰখিনিয়ে । ১৯৩০ লৈকে কেনেকৈ চলিছিল ? গুৰুজনাৰ দিনৰ পৰা ১৯৩০ চনতহে শুদ্ধ হলহি নহয় ?গুৰুজনাতকৈও ওপৰত এইসকল !

  • @buddhaboruah3008
    @buddhaboruah3008 2 ปีที่แล้ว +4

    Krishna krishna krishna❤❤❤🙏🙏🙏

  • @pallabboraxmusic
    @pallabboraxmusic 2 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ

  • @nomunomu4661
    @nomunomu4661 2 ปีที่แล้ว +4

    Om shri krishnai guru Dhananjay nomo namah

  • @jadumonikarmakar516
    @jadumonikarmakar516 2 ปีที่แล้ว +3

    Krishna baap...hundor baikha...joi guru honkor

  • @AtulBorahOfficial
    @AtulBorahOfficial 2 ปีที่แล้ว +25

    অতি সুন্দৰ লাগিল প্ৰাণজিৎ বাপ,কবলৈ ভাষা নাই ইমান সুন্দৰ।প্ৰভু জনাৰ ওচৰত থকা অ হৰি কলে অ ৰাম ক'ব লগা তত্ত্ব ভাগ জনোৱা হ'লে ভাল আছিল সকলোৰে সুবিধা হ'ল হেঁতেন। যিহেতু অ হৰি কলে,অ হৰি কোৱা সকলে সেই তত্ত্ব নাই পোৱা বুলি তেওঁ কৈছে।

    • @budhinsaikia6300
      @budhinsaikia6300 2 ปีที่แล้ว +3

      প্ৰভুজনাই সেই বিষয়ত পৰমাৰ্থিক তত্ত্ব আছে বুলি কৈ কিন্তু_প্ৰশ্নৰ যথাৱত উত্তৰ প্ৰদান নকৰিলে। আৰু তেখেতৰ মুখপদ্মহন্তে (!)বেকত হোৱা ..বাক কিন্তু যথাগত প্ৰকাশ হোৱা নাই যেন বোধহয় হৈছে।

    • @parulthakuria9345
      @parulthakuria9345 ปีที่แล้ว

      0🎉😮😊

  • @mintutalukdar9619
    @mintutalukdar9619 2 ปีที่แล้ว +2

    Oti. Khundor.

  • @mohansaikia9000
    @mohansaikia9000 2 ปีที่แล้ว +6

    অতি যোগ্য হৈছে ।

  • @krishnalikakoti7638
    @krishnalikakoti7638 2 ปีที่แล้ว +6

    কৃষ্ণ প্ৰভু ।ভাল লাগিছে শুনি

  • @mukunda3780
    @mukunda3780 2 ปีที่แล้ว +3

    Bor val lagil sai

  • @RahulDas-ll1of
    @RahulDas-ll1of 2 ปีที่แล้ว +4

    কৃষ্ণ কৃষ্ণ ঈশ্বৰৰ প্ৰভূ

  • @jibonchetia4157
    @jibonchetia4157 2 ปีที่แล้ว +9

    ৰাম ৰাম কৃষ্ণ কৃষ্ণ হৰি। আপোনাৰ ওচৰত সদাই থাকিব নাপাও হেইহে মবাল দাৰা আপোনাক মই মোৰ আমাৰ পৰম গুৰু মানিলো । আৰু মৰমেৰে নোৱাৰিলেও খং ৰে হলেও মোৰ পাপি আতমাক শিষ্য বুলি লৱ পাৰিবনে গুৰুডদেউ ৰাম ৰাম ৰাম কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @manojkumardeka9983
    @manojkumardeka9983 2 ปีที่แล้ว +4

    কৃষ্ণৰ চৰণে লৈলো শৰণ

  • @jyotismitaborah4762
    @jyotismitaborah4762 2 ปีที่แล้ว +3

    কৃষ্ণ,বাপ ভক্তি ভৰা সেৱা নিবেদিছো ৷