জীৱ কেনেকৈ শিৱ হব ? | ঈশ্বৰৰ ৬ জন ভকত কোন আছিল ?|মাধুৰ্য্য বৰা ভাগৱত ব্যাখ্যা|Madhurjya Bora vagawat

แชร์
ฝัง
  • เผยแพร่เมื่อ 1 ม.ค. 2025

ความคิดเห็น • 852

  • @GunaSaikia-if6xm
    @GunaSaikia-if6xm 6 หลายเดือนก่อน +48

    বাপ, সুন্দৰ বক্তব্য ৰাখিছে ঈশ্বৰে কৃপা কৰক। কৃষ্ণ।

    • @anilsaikia8445
      @anilsaikia8445 6 หลายเดือนก่อน +2

      সুন্দৰ বাখ্যা বাপ। কৃষ্ণ কৃষ্ণ ।

    • @padumikalitadutta9730
      @padumikalitadutta9730 6 หลายเดือนก่อน

      0009pu​@pronobjyoti3390

    • @hemaprovahazarik
      @hemaprovahazarik 2 หลายเดือนก่อน +1

      কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভূ আপোনাৰ ব্যক্তব্য শুনি কৃতাৰ্থ হলো।

  • @pradipgogoi3182
    @pradipgogoi3182 6 หลายเดือนก่อน +10

    কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ ভাগৱতৰ বাখ্যা শুনি বহুতো ভাল লাগিল।🙏🙏🙏।

  • @himadrisonowal4017
    @himadrisonowal4017 6 หลายเดือนก่อน +27

    ইমান যে ধুনীয়া ব্যাখ্যা কৃষ্ণ প্ৰভু🙏

    • @BhaskarDas-t7v
      @BhaskarDas-t7v 5 หลายเดือนก่อน +1

      Sosakoi de Krishna Krishna

  • @binubora1268
    @binubora1268 6 หลายเดือนก่อน +47

    কৃষ্ণ কৃষ্ণ বহু পূণ্যৰ বাবে হে এনে সু সন্তান পিতৃ মাতৃয়ে জন্ম দিয়ে।

    • @dibakargogoi5181
      @dibakargogoi5181 2 หลายเดือนก่อน +1

      Apunar lora chuwali kot pohai, beya napabo,

  • @kamaleswornath4726
    @kamaleswornath4726 6 หลายเดือนก่อน +20

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু। শত কৌটি প্ৰণাম।

  • @mamonibhuyan2669
    @mamonibhuyan2669 5 หลายเดือนก่อน +9

    হৰি হৰি মানিছো। সৰস্বতী মাতৃ লগত আছে। বহু পূন্য ফলত সু সন্তান জন্ম দিছে। ধন্যবাদ। ❤️❤️❤️👌👌👌

  • @SunitBorah-b6l
    @SunitBorah-b6l 6 หลายเดือนก่อน +13

    ধন্য তোমাৰ পিতা মাতা যিয়ে বৈষ্ণৱ পুত্ৰ আহ্বান কৰিলে। কৃষ্ণ গুৰ শঙ্কৰ

  • @pallabikagohain5720
    @pallabikagohain5720 7 หลายเดือนก่อน +26

    কৃষ্ণ বাপ জনা বহুত সুন্দৰ ব্যাখ্যা ❤ বহুত ভাল লাগিছে ❤ কৃষ্ণ কৃষ্ণ ❤

    • @dilipkakoti173
      @dilipkakoti173 6 หลายเดือนก่อน +5

      অধ্যয়ন অন্বেশন জ্ঞানৰ মাৰ্গ সকলো জ্ঞাত হব লাগিব।হে বাপজন আপোনাৰ প্ৰতি কথাসাৰৰ অৰ্থ বুজি লৈ ভকতি সাধনাত আগ বাঢ়িব লাগিব।

    • @pallabikagohain5720
      @pallabikagohain5720 6 หลายเดือนก่อน +1

      @@dilipkakoti173 কৃষ্ণ কৃষ্ণ

    • @mamukalita8984
      @mamukalita8984 6 หลายเดือนก่อน

      Fhdgigy xxxxxxx you can effydycdhdvtdyydrfrt dtgidtfydtgifydtfidgiçsazqtudegtsrd

  • @sebamathsscience8264
    @sebamathsscience8264 5 หลายเดือนก่อน +17

    অতি সুন্দৰ ধৰ্মীয় জ্ঞান পোৱাটো অতি সৌভাগ্য। আপোনাক কৰযোৰে প্ৰণাম জনালোঁ।

    • @abanideka9836
      @abanideka9836 5 หลายเดือนก่อน +4

      অতি সুন্দৰ তাত্বগধুৰ বাখ্যা।। জয় কৃষ্ণ🙏 ।। জয় গুৰু শংকৰ🙏।।

  • @Tulikaartacademy912
    @Tulikaartacademy912 6 หลายเดือนก่อน +36

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ জনাৰ চৰণ কমলত কৌতি কৌতি প্ৰনাম জনালো কৃষ্ণ‌‌ কৃষ্ণ।বাপ জনাৰ পৃতৃ মাতৃ ধন্য । বহুত পূৰ্ণৰ‌ ফলত এনে পুএ ফল‌ পায়‌‌ । কৃষ্ণ তোমাৰে লিলা‌ প্ৰভূ ।

    • @adhanbora
      @adhanbora 6 หลายเดือนก่อน

      Loo 🚽🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻 9i ip8ipp

  • @junumech7558
    @junumech7558 6 หลายเดือนก่อน +12

    কৃষ্ণ কৃষ্ণ বাপ সুন্দৰ ব্যাখ্যা শুনি বৰ ওপকৃত সইছে প্ৰণাম জনাইছে কৃষ্ণ কৃষ্ণ বাপ

  • @jinuphukan1162
    @jinuphukan1162 6 หลายเดือนก่อน +11

    প্রভু কৃষঞ ,কম বয়সতে ইমান.ভাগৱতৰ অৰথ ভাঙনি কৰিছে আচৰিত কৃপা কৰিছে

  • @BishnuChangmai-yu1ff
    @BishnuChangmai-yu1ff 6 หลายเดือนก่อน +15

    কৃষ্ণ সুন্দৰ। বহুত ভাল লাগিল।

  • @pradipchabukdhara1809
    @pradipchabukdhara1809 6 หลายเดือนก่อน +22

    কৃষ্ণ বান্ধৱ ’আপোনাৰ কথাকোৱা লয়টো অলপমান খৰহৈছে ৷ ইয়াতকৈ ধীব কৰিব পাৰিলে বেছি শুৱলা হ’ব ৷

    • @pradipkalita916
      @pradipkalita916 4 หลายเดือนก่อน +1

      বয়স হলে সুন্দৰ হব । ধিৰ সুস্থিৰ হব । ❤❤

    • @RenuGogoi-t8u
      @RenuGogoi-t8u 3 หลายเดือนก่อน

      7😊😊😊😊​@@pradipkalita916

  • @rebatitalukder3473
    @rebatitalukder3473 6 หลายเดือนก่อน +27

    কৃষ্ণ জয় গুৰু শংকৰ
    সকলো যুবক যুৱতী সহযোগ কৰক

  • @sabharamborah3357
    @sabharamborah3357 6 หลายเดือนก่อน +35

    কৃষ্ণ।আমাৰ আধ্যামিকতাই ধুকি পোৱা কথা খিনিৰ সৈতে মিল আছে আপোনাৰ মুখ পদ্মৰ জৰিয়ত প্ৰকাশ পোৱা কথামৃত খিনি।একৃবাৰ শুদ্ধ বাপ।

  • @harendrarajbongshi1868
    @harendrarajbongshi1868 6 หลายเดือนก่อน +10

    কৃষ্ণ বাপ আপোনাৰ ভাগৱত পাঠ শুনি বহুত ভাল লাগিল । আগলৈ আৰু আশা কৰিলো ।

  • @henahajong4973
    @henahajong4973 6 หลายเดือนก่อน +8

    🙏🙏কৃষ্ণ কৃষ্ণ। সুন্দৰ যুক্তি যুক্ত ব্যাখ্য। শুনি ভাল লাগিল।

  • @Rajdev-p1y
    @Rajdev-p1y 6 หลายเดือนก่อน +23

    কথা বোৰ অলপমান লাহে লাহে কলে আৰু সুন্দৰ লাগিব, মহাশয়। কথা বোৰ অতিকৈ সৰ হৈছে গৈই গোসাই।। বক্তব্য কথা বোৰ অতিকৈ সুন্দৰ হৈছে।। ভগৱানে কল্যাণ ও ভালো কৌশল ৰাখক।। হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে ৰাম হৰে ৰাম....

    • @MonoranjanBora-l8c
      @MonoranjanBora-l8c 5 หลายเดือนก่อน

      Smart

    • @DilipPanging-ug3mn
      @DilipPanging-ug3mn 4 หลายเดือนก่อน

      ram krishna

    • @rakhalroy3047
      @rakhalroy3047 4 หลายเดือนก่อน

      আপনার ভাগবত বিষয়ক আ ‌লোচনা অতি তাৎপর্য পূর্ণ শুনি অতিকে হ্রদয়গ্রাহি কোটি কোটি প্রণাম গ্রহণ করে যেন

  • @purnothakuri5061
    @purnothakuri5061 6 หลายเดือนก่อน +4

    তোমাৰ চাৰিটা বৰ্ণ বাখ্য বহুত সুন্দৰ আৰু সত্য, একজন ব্যক্তি লৈ এখন সমাজ এখন সমাজ লৈ দেশৰ কথা ভাবো কিন্তু যদি মই নিজেই থিক নহ'লে সমাজ দেখৰ কথা ভাবিব বহু দূৰ

  • @AnkurjyotiBorah-n1k
    @AnkurjyotiBorah-n1k 5 หลายเดือนก่อน +4

    কৃষ্ণ। জয় গুৰু শংকৰ।। আপ্লুত হ'লোঁ বাপ। সেৱা ল'ব।।

  • @RumiBasumatary-y8x
    @RumiBasumatary-y8x 6 หลายเดือนก่อน +8

    কৃষ্ণ কৃষ্ণ 🙏🙏 সেৱা জনালোঁ প্ৰভু বৰ ভাল পাওঁ আপোনাৰ ভাগৱত বাখ্যা শুনি।

  • @dancingborahsisters6964
    @dancingborahsisters6964 3 หลายเดือนก่อน +3

    কৃষ্ণ, সিদিনা ফুলনীথানত আপোনাৰ কথা শুনি বহুত ভাল লাগিল 🙏

  • @bubulsarmah1349
    @bubulsarmah1349 6 หลายเดือนก่อน +11

    এই জনা প্ৰভুৰ মাতৃ ক হত কোটি প্ৰনাম ধন্য ধন্য মাতৃ

  • @sabitrimedhi6564
    @sabitrimedhi6564 6 หลายเดือนก่อน +7

    কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏 অতি আধ্যাত্মিক তত্ত্ব প্ৰসাদত শীৰণত হৈ প্ৰণিপাতে সেৱা ধৰিছোঁ ৰাম ৰাম

  • @dilipdas8112
    @dilipdas8112 6 หลายเดือนก่อน +8

    ,কৃষ্ণ কৃষ্ণ কনমানি বাপ ভাল লাগিল আপোনাৰ বাখ্যা আগুৱাই যাওক ঈশ্বৰে কৃপা কৰক ❤

    • @sailendraboruah1244
      @sailendraboruah1244 6 หลายเดือนก่อน

      প্ৰভু ঈশ্বৰৰ দান আপুনি সদায় শক্তি দিয়ক ভগৱানে আপোনাক

  • @suryaKumaryadavlover-m5d
    @suryaKumaryadavlover-m5d 3 หลายเดือนก่อน +4

    ঔম্ নমঃ শিৱ, শিৱই সনাতন শিৱই শ্ৰেষ্ঠ সকলোতকৈ হৰ হৰ মহাদেৱক

  • @binapanichetia582
    @binapanichetia582 4 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ সুন্দৰ কথা জানিবলৈ পায় ভাল লাগিল ❤❤

  • @MoshmiBarman-g9z
    @MoshmiBarman-g9z 2 หลายเดือนก่อน +1

    প্ৰনাম। যুৱ প্ৰজন্মৰ বিশেষ সত্তা।এক উজ্জ্বল জ্যোতিষ্ক । খুবেই সফল খুবেই মনোমোহা খুবেই প্ৰতিভা সন্ধানী।

  • @SmritaBoruah-xn4br
    @SmritaBoruah-xn4br 3 หลายเดือนก่อน +6

    Krishna pravu 🙏🙏🙏ami bht kothai hikibo parisu apunr pora🙏🙏 krishna

  • @ajaybhuyan3092
    @ajaybhuyan3092 6 หลายเดือนก่อน +5

    কৃষ্ণ কৃষ্ণ❤ । বাপ আপোনাৰ চৰণৰ ধূলি শিৰ ধাৰ্য্য, সেৱাহে।

  • @MridulChetia-vx6bl
    @MridulChetia-vx6bl 6 หลายเดือนก่อน +5

    বহুত ভাল লাগিল একেবাৰে সঁচা কথা

  • @PutulkalitaPutulkalita-r5p
    @PutulkalitaPutulkalita-r5p 6 หลายเดือนก่อน +4

    আপুনি বুজাই দিৱ পৰা সুন্দৰ নিদৰ্শনৰ বাবে কৌটি বাৰ প্ৰতিনিধিত্ব কৰিবলৈ প্ৰণাম যাচিছো

  • @JyotiKalita-ch5rg
    @JyotiKalita-ch5rg 6 หลายเดือนก่อน +4

    কৃষ্ণ কৃষ্ণ 🙏🙏 বাপ। আপোনাৰ শ্ৰীচৰণত সেৱা নিবেদিলো। আপোনাৰ বাখ্যা শুনি ধন্য হলো। ভগৱন্তই কৃপা কৰক কৃষ্ণ 🙏🙏

  • @nurulislam560
    @nurulislam560 6 หลายเดือนก่อน +4

    ভাল লাগিল আপোনাৰ কথাবোৰ শুনি ৷ প্ৰণাম !

  • @animadevi7925
    @animadevi7925 6 หลายเดือนก่อน +4

    বৰ সুন্দৰ ব্যাখ্যা শুনিবলৈ পায় ধন্যবাদ।

  • @SwopanDas-t7m
    @SwopanDas-t7m 6 หลายเดือนก่อน +2

    বাপ জনৰ বাখ্যা বহুত বহুত ধুনীয়া লাগিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুনিম

  • @Mridul_Hazarika.
    @Mridul_Hazarika. 6 หลายเดือนก่อน +6

    অতি সুন্দৰ।বাস্তব সন্মত উপস্থাপন।

  • @KushalMedhi-be3vj
    @KushalMedhi-be3vj 2 หลายเดือนก่อน

    ইমান কম বয়সত ইমান সুন্দৰকৈ ভাগৱত ব্যাখ্যা কৰিছে, বহুত ভাল লাগিল।

  • @animadevi7925
    @animadevi7925 4 หลายเดือนก่อน +2

    শুনিবলৈ পায় ধন্যবাদ জনাইছো।

  • @pronalisaikia6632
    @pronalisaikia6632 4 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ ...বৰ সুন্দৰ বক্তব্য ৰাখিছে , কৃষ্ণ

  • @AmiyaGogoi-pn8kl
    @AmiyaGogoi-pn8kl 2 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @Monipat0r-l8s
    @Monipat0r-l8s 2 หลายเดือนก่อน +1

    Krishna bap Eman sundar bakhya Prabhu tumak Kripa karak

  • @Junmoni-x7b
    @Junmoni-x7b 5 หลายเดือนก่อน +2

    অতি সুন্দৰ প্ৰদৰ্শন ভাল লাগিল

  • @gogoiversion111
    @gogoiversion111 6 หลายเดือนก่อน +22

    Moi hindi t huni thaku bagawatr bakhya kintu Assamese t iman dhuniyakoi bujai dise ajihe hunisu😊❤.....hare Krishna 😊

    • @JunDas-v4r
      @JunDas-v4r 4 หลายเดือนก่อน +1

      ভাল লাগিছে❤

  • @AituKalita-rd9vd
    @AituKalita-rd9vd 4 หลายเดือนก่อน +2

    ‌মই ভাগবত‌ শুনি বৰ‌ ভাল‌ পাও,হে ভগবান ।

  • @skvlogs744
    @skvlogs744 5 หลายเดือนก่อน +3

    ইমান সুন্দৰ ভিডিঅ' আগবঢ়ালে তাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল ❤❤❤❤

  • @chinmoydas4475
    @chinmoydas4475 6 หลายเดือนก่อน +2

    সুন্দৰ আধ্যাত্মিক বাখ্যা ।ভাল লাগিল।

  • @jinudeka7969
    @jinudeka7969 6 หลายเดือนก่อน +3

    কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ চৰনত সেৱা ‌জনাইছো।

  • @purnothakuri5061
    @purnothakuri5061 6 หลายเดือนก่อน +7

    কিছুমান আছে অকল উপদেশ দিয়ে আচৰণত নাই , কিন্তু তোমাক দেখি লাগে তুমি প্ৰকৃত , দেখি ভাল লাগিছে যে আজিও তেনে মা আছে যি তোমাৰ নিচিনা সন্তান জন্ম দিছে মানে প্ৰকৃত কৃষ্ণ ভক্তি কৰা মা আছে , ধন্য তোমাৰ মা দেউতা ধন্য তুমি , তুমি সচাকৈ ঈশ্বৰক বুজিছা আৰু বিছাৰিছা , তোমাৰ প্ৰকৃত ঈশ্বৰ লাভ হক , প্ৰত্যেক মানুহৰ জীৱনৰ উদ্দেশ্য হেনো ঈশ্বৰ প্ৰপ্তি , কিন্তু মানুহে পাহৰি যাই , জীৱনৰ সকলো মূহুৰ্তত তে তেওঁৰ দয়া অনুভব কৰিব লাগে আৰু তেওঁৰ লগত যুক্ত থাকিব লাগে,

  • @kamalvlogs1532
    @kamalvlogs1532 3 หลายเดือนก่อน +1

    সুন্দৰ অতি সুন্দৰ তোমাৰ বাখ্যা God bless you

  • @tanmisaikia8965
    @tanmisaikia8965 6 หลายเดือนก่อน +6

    Emn sundar ke kotha khini koutei gom pai teo kiman bhaktire bhakti marg tu nijor kori loise🙏🙏
    Hare krishna hare bol🙏🙏

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd 5 หลายเดือนก่อน +1

    জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ কৃষ্ণ

  • @tarunmedhi8907
    @tarunmedhi8907 หลายเดือนก่อน

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏 🙏🙏 প্ৰনাম বাপ প্ৰভু 🪔

  • @dipudtt
    @dipudtt 4 หลายเดือนก่อน +3

    ATI xundar ❤ Jai Shree Krsna 🙏 ♥️

  • @NarayanBora-bs8eq
    @NarayanBora-bs8eq 6 หลายเดือนก่อน +3

    Om namo krishanai bhagowate bàsu debai nomh.dhanybad.

  • @swapandas796
    @swapandas796 6 หลายเดือนก่อน +1

    বহুত চেষ্টা ,ত্যাগ, কৰাৰ পিচত মানুহে আধ্যাত্মিক জ্ঞান আহৰণ কৰে।বহুত আদৰণিয় পদক্ষেপ আমি আন্তৰিকতাৰে সেৱা নিবেদিছো।ঈশ্বৰে কৃপা কৰক ।

  • @punamdhrubatube3536
    @punamdhrubatube3536 4 หลายเดือนก่อน +1

    জয় বাসুদেৱ কৃষ্ণ প্ৰভু

  • @atulhazrika3054
    @atulhazrika3054 4 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ বৰ সুন্দৰ কথা কোৱা হৈছে

  • @arunimalahon-ld8rs
    @arunimalahon-ld8rs 2 หลายเดือนก่อน +1

    ইমান সুন্দৰ ব্যাখ্যা বহুত ভাল লাগিল

  • @HIPOP...ROCK..
    @HIPOP...ROCK.. 5 หลายเดือนก่อน +1

    Hosakoi monmuha vaiso de bor val lagil ,....krishna krishna

  • @rimiborah3824
    @rimiborah3824 6 หลายเดือนก่อน +3

    Eman dhunia ..krishna prvu 🙏🙏🙏

  • @thaneswardas5636
    @thaneswardas5636 6 หลายเดือนก่อน +3

    সুন্দৰ ব্যাখ্যা। বহুত ভাল লাগিল।

  • @murulimuruli6816
    @murulimuruli6816 หลายเดือนก่อน

    প্ৰভু ঈশ্বৰ বৰ সুন্দৰ কথা

  • @NarayanBora-bs8eq
    @NarayanBora-bs8eq หลายเดือนก่อน

    Om Krishan Krishan krishan.bohut bohutdhanybad.

  • @ManajDas-f9c
    @ManajDas-f9c 4 หลายเดือนก่อน +3

    🙏🙏🙏হৰি কৃষ্ণ 🙏🙏🙏

  • @BajarangBali-m3q
    @BajarangBali-m3q 6 หลายเดือนก่อน +3

    ❤️🌹Ram Krishna Hari🌹❤️🌍🙏Koti Koti Dandabat Pranam Shree Madhujya Acharya Dangoriya apunr Satsang huni thakiboi Mon goise Atma khn ye Shanti paise Ananda paise🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @mriduladholua1437
    @mriduladholua1437 4 หลายเดือนก่อน +4

    কৃষ্ণ কৃষ্ণ 👏🏻💐👏🏻💐👏🏻💐👏🏻

  • @rikudas7794
    @rikudas7794 6 หลายเดือนก่อน +1

    সুন্দৰ অতি সুন্দৰ বাপ জনা দূৰৈৰ পৰাই আপোনালৈ আমাৰ পৰা এভাগি সেৱা নিবেদিছোঁ ।

  • @pallabikagohain5720
    @pallabikagohain5720 7 หลายเดือนก่อน +194

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤🪔🪔🪔🪔🌹🌹🌹🌹🙏🙏🙏🙏

    • @chandraprova8696
      @chandraprova8696 6 หลายเดือนก่อน +48

      কৃষ্ণ কৃষ্ণ 🙏🙏

    • @pallabikagohain5720
      @pallabikagohain5720 6 หลายเดือนก่อน +12

      @@chandraprova8696 কৃষ্ণ কৃষ্ণ ❤️🙏🙏🙏

    • @dipalimech5484
      @dipalimech5484 6 หลายเดือนก่อน

      ​@@chandraprova8696😮

    • @AbhilashGoswami-fr3oz
      @AbhilashGoswami-fr3oz 6 หลายเดือนก่อน

      ,@@chandraprova8696D❤ ne a,.

    • @sushantikaborah123
      @sushantikaborah123 6 หลายเดือนก่อน +7

  • @AlakeshBarman-pc8zn
    @AlakeshBarman-pc8zn 2 หลายเดือนก่อน

    জয় শ্ৰী কৃষ্ণ 🎉🎉🎉বৰ সুন্দৰ ❤❤❤❤❤❤❤❤

  • @purnadas4040
    @purnadas4040 3 หลายเดือนก่อน +1

    প্ৰণাম
    জয় শ্ৰীকৃষ্ণ নাৰায়ণ 🙏

  • @KvS-xe8bb
    @KvS-xe8bb 2 หลายเดือนก่อน

    কৃষ্ণ কৃষ্ণ সুন্দৰ নিদৰ্শন 🙏🙏

  • @DamayantyNamusudra
    @DamayantyNamusudra 2 หลายเดือนก่อน +2

    🎉apnar pora bahut sikilu🎉

  • @padumkakati2938
    @padumkakati2938 6 หลายเดือนก่อน +4

    যুগ ধৰ্ম পালন কৰিবই লাগিব।

  • @RameshRajbangshi-gy6dd
    @RameshRajbangshi-gy6dd 6 หลายเดือนก่อน +2

    Krishna Krishna Krishna Krishna Ram sasa😊koi aponar byakha boor suni bor bhal Lage dei.aponak eshware aru kripa borisan korok . Bhale thakok sustha thakok dirghayu kamona korilo Krishna.

  • @ndasdas3992
    @ndasdas3992 6 หลายเดือนก่อน

    কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ ভাগৱত বাখ্যা বহুত ভাল লাগিল ❤

  • @harakantahandique9244
    @harakantahandique9244 3 หลายเดือนก่อน +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🪔🪔🙏🙏

    • @harakantahandique9244
      @harakantahandique9244 3 หลายเดือนก่อน +2

      🪔🪔🪔🪔🙏🙏🙏🙏🌺🌺🌷🌷

  • @DeepakDas-ls3gd
    @DeepakDas-ls3gd 5 หลายเดือนก่อน +1

    জয় শ্ৰী কৃষ্ণ

  • @betharamborah5644
    @betharamborah5644 4 หลายเดือนก่อน +1

    কৃষ্ণ, বৰ সুন্দৰ হৈছে ।

  • @Auyashmita
    @Auyashmita 6 หลายเดือนก่อน +3

    Sooo felling good to listen this words ❤🙏🏻🙏🏻

  • @AbdulRahman-p1u5d
    @AbdulRahman-p1u5d 6 หลายเดือนก่อน +2

    বৰাদেব আপোনাক 🙏 জনালো' বৈষ্ণৱ ৰ্ধম আৰু ইছলাম ৰ্ধমৰ মানৱ জীৱনৰ মূলমন্ত্ৰ একে।ভগৱান ' আল্লাই মানৱ আত্মা কেৱল তেখেতৰ উপাসনা কৰিবলৈ সৃষ্টি কৰিছিল আৰু যি আত্মাই সৃষ্টিৰ্কতাৰ বিধি বিধান অনুযায়ী জীৱন ৰ্নিবাস কৰি দেহ ত্যাগ কৰিব তেওৱেই প্ৰকৃত মানৱ। আপোনাৰ জৰিয়তে মানৱ জাতিৰ কল্যান হোৱাৰ কামনা কৰিলো।

  • @binaborah-nk6jg
    @binaborah-nk6jg 3 หลายเดือนก่อน

    পুৱাই শ্ৰৱণ কৰিলো,ভাল লাগিল।

  • @padumkakati2938
    @padumkakati2938 6 หลายเดือนก่อน +4

    ব্যাখ্যা বৰ সুন্দৰ উপস্থাপন কৰা হয় সুন্দৰ।

  • @ranusarania8943
    @ranusarania8943 4 หลายเดือนก่อน +3

    Joy Shree Krishna
    Joy Shree Krishna
    Joy Shree Krishna

  • @nogeningti337
    @nogeningti337 6 หลายเดือนก่อน +1

    কৃষ্ণৰ 🙏 বাপজন আপোনাৰ ভাগৱতৰ বাখ্যা খিনি শুনি বহুত সুন্দৰকৈ কৈ গৈছে আৰু শুনি ভাল লাগিছে, লগতে বহুতো কথা বুজি পৰা গৈছে ভগৱানে মঙ্গল কৰক তোমাক আগলৈ আগবাঢ়ি যোৱা কৃষ্ণৰ 🙏🙏🙏

    • @pallabikagohain5720
      @pallabikagohain5720 6 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @SumitraDas-n6f
    @SumitraDas-n6f 2 หลายเดือนก่อน +2

    Krishna 🙏🙏🙏🙏🙏🙏🙏🙏

  • @RijumoniBorah-b4p
    @RijumoniBorah-b4p 5 หลายเดือนก่อน +1

    Kotha bilak huni bht vl lagil esore kipa korok apunk.❤

  • @nilakumarsarma1726
    @nilakumarsarma1726 6 หลายเดือนก่อน +1

    বাঢ়ি আছে মনশত্ৰু অতিকে দূৰ্জয় আত্মা ঈশ্বৰক বঞ্চিলেক অতিশয়;গুৰু ৰূপ হৰিপদ সেৱাঅস্ত্ৰ ধৰি সাৱধান হুইয়া ছেদিওক মন বৈৰী; গুৰু বিনে গতি আন যতেক উপায় দূৰ্জয় মনন কভু জিনন নযায়।(সৎ গুৰু...Self styled গুৰু নহয়)। সনাতনিক দৃষ্টি ভঙ্গিৰে কৰা অপূৰ্ব ব্যাখ্যা। ধন্যবাদ।

  • @KrishnasInspiration17
    @KrishnasInspiration17 6 หลายเดือนก่อน +1

    সুন্দৰ ব্যাখ্যা ❤❤❤❤❤❤❤❤❤❤❤❤❤❤🙏🙏🙏🙏🙏🙏🙏🙏🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🪔🪔🪔🪔🪔🪔🪔🪔🪔🔱🔱🔱🔱🔱🔱🔱🔱🔱🔱🔱📿📿📿📿📿📿🌺🌺🌺🌺🌺🌺🌺🌺🥰🥰🥰🥰🥰🥰🥰

  • @ajitsaloi5253
    @ajitsaloi5253 6 หลายเดือนก่อน

    কৃষ্ণ কৃষ্ণ ।।সুন্দৰ ৰসাল বক্তব্য বহুত ভাল লাগিছে

  • @ManjulaKalita-n2c
    @ManjulaKalita-n2c 6 หลายเดือนก่อน

    মাধুৰ্য বাপ ক্ষমা প্ৰাৰ্থনা কৰিব আপুনি ইমান ধুনীয়া ধুনীয়া কঠা বোৰ। কুনে সিকাইছে🙏🙏🙏🙏🙏🪔🪔🪔🪔

  • @barnalidas7784
    @barnalidas7784 6 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই সকল সেৱা জনালোঁ ৰাম নাৰায়ণ 🙏🙏 🙏🙏 শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @muhikantanath6591
    @muhikantanath6591 4 หลายเดือนก่อน

    Many thanks to you. You are more relevant at this time. God is always with you.

  • @rumabhagabati9585
    @rumabhagabati9585 6 หลายเดือนก่อน +1

    Aponar katha khini xuni bor val lagile montoye val gol eman dhunia ke bujai dile xosakei 🙏

  • @jitu_is_here
    @jitu_is_here 6 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 🙏🙏

  • @udayphukan8184
    @udayphukan8184 2 หลายเดือนก่อน +1

    কৃষ্ণ ৰাম

  • @Runumi-cl9fw
    @Runumi-cl9fw 5 หลายเดือนก่อน

    আপোনাৰ কথাবোৰ শুনি বহুত বেছি ভাল লাগিল। বহুতো নজনা কথা শিকিলোঁ 🙏🙏

  • @bashantadas1542
    @bashantadas1542 6 หลายเดือนก่อน +1

    Krishna krishna bara baap jai jai jai shree krishna bhagaban tomar saranat coti coti prana। Coti coti pranam

  • @khargeswarnath2624
    @khargeswarnath2624 6 หลายเดือนก่อน +1

    অতি সুন্দৰ কথা কৈছে