সোণালী দিনৰ সুৰীয়া গীত | বিশিষ্ট কণ্ঠশিল্পী, গীতিকাৰ প্ৰয়াত অপূৰ্ব বেজবৰুৱা দেৱৰ গীতৰ নষ্টালজিয়া |

แชร์
ฝัง
  • เผยแพร่เมื่อ 16 ต.ค. 2024
  • সোণালী দিনৰ সুৰীয়া গীত । তৃতীয় খণ্ড । কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক প্ৰয়াত অপূৰ্ব বেজবৰুৱা দেৱৰ গীতৰ নষ্টালজিয়া সৈতে আৰ. জে অভিজিৎ ।
    #radio_rodali #assamese_oldsong #assamese_melody
    এমুঠি চিৰসেউজ গীতৰ নষ্টালজিয়াৰ সৈতে আৰ. জে অভিজিৎ । Sponsored by : Assam Publishing Company কিতাপৰ ৫০ বছৰীয়া সোণালী যাত্ৰাৰ আপুনিও অংশীদাৰ হওঁক আৰু Krishi Foods ( Taste the best) ।
    Assam Publishing Company : 8638412376
    Krishi Foods : 7002198838
    ৰেডিঅ' ৰ'দালিত বিজ্ঞাপনৰ বাবে ফোন কৰক : 8399938865
    ৰেডিঅ' ৰ'দালি শুনক আৰু শুনাওক আপোনাৰ প্ৰিয়জনক ।
    বি. দ্ৰ : এই অনুষ্ঠানৰ প্ৰথমটো গীত ভুলবশত প্ৰয়াত অপূৰ্ব বেজবৰুৱা দেৱৰ কণ্ঠত প্ৰচাৰ কৰাব নোৱাৰিলোঁ। তাৰ বাবে আমি দুঃখিত।
    Our Fb Page : / radiorodali
    For Contact Us : radiorodali@gmail.com
    Copyright Disclaimer :👉
    Copyright Disclaimer under Section 107 of the copyright act 1976, allowance is made for fair use for purposes such as criticism, comment, news reporting, scholarship, and research. Fair use is a use permitted by copyright statute that might otherwise be infringing. Non-profit, educational or personal use tips the balance in favour of fair use.
    Our songs copyright has been saved for the rightful owners*
    With regards
    Radio Rodali

ความคิดเห็น • 11

  • @charubaruah8843
    @charubaruah8843 2 ปีที่แล้ว +6

    অনুষ্ঠানটি নতুনকৈ পাই বৰ ভাল লাগিল । ইমান মধুৰ কণ্ঠ আপোনাৰ ! তাতে প্ৰিয় শিল্পীৰ গীত । অশেষ ধন্যবাদ জনালোঁ ।

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  2 ปีที่แล้ว

      আপোনাৰ সুন্দৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে আমাক উৎসাহিত কৰি যাব বুলি আশা কৰিলোঁ ।

  • @rameshchsarma4406
    @rameshchsarma4406 ปีที่แล้ว

    ❤❤ গীতৰ শৰাই বৰ মনোগ্ৰাহিকৈ সজাইছে । ভল লাগিছে। বাৰন্দাৰ খুটাটোত ওলমাই থোৱা ৰেডিঅ'টোত এই গীতবোৰ শুনাৰ মাদকতাই সূকীয়া আছিল।❤❤

  • @kaminurrahaman8991
    @kaminurrahaman8991 2 ปีที่แล้ว +1

    আপোনাৰ কন্ঠ আৰু পৰিবেশন খুবেই ভাল হৈছে। আগলৈ আৰু ভাল ভাল গীত আনিবা

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  2 ปีที่แล้ว

      আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে আমাক উৎসাহিত কৰি যাব বুলি আশা কৰিলোঁ । ধন্যবাদ

  • @rohanrajborahpro3852
    @rohanrajborahpro3852 2 ปีที่แล้ว +1

    Hello... Val loga gaan

  • @debojitahomrk6645
    @debojitahomrk6645 2 ปีที่แล้ว +1

    ❤️❤️❤️❤️❤️👍👍👍👍😍😍😍

  • @hemaborgohain556
    @hemaborgohain556 ปีที่แล้ว +1

    এইটো দেখুন জিতুল সোণোৱালৰ কণ্ঠ!

  • @kumudkakati7652
    @kumudkakati7652 2 ปีที่แล้ว +1

    আপুনি সংগ্ৰহ কৰা সকলো গানেই মোৰ প্ৰিয় আগলৈ আৰু আশাৰে ৰৈ থাকিলো ।

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  2 ปีที่แล้ว

      আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে শুনি থাকিব ৰেডিঅ' ৰ'দালি ।

  • @rohanrajborahpro3852
    @rohanrajborahpro3852 2 ปีที่แล้ว +1

    Jayanta nath dar gan hunabosun