সোণালী দিনৰ সুৰীয়া গীত । কণ্ঠশিল্পী, গীতিকাৰ মনোৰঞ্জন গগৈৰ গীতৰ এমুঠি নষ্টালজিয়াৰ সৈতে আৰ. জে অভিজিৎ

แชร์
ฝัง
  • เผยแพร่เมื่อ 9 ก.พ. 2025
  • সোণালী দিনৰ সুৰীয়া গীত । কণ্ঠশিল্পী, গীতিকাৰ মনোৰঞ্জন গগৈৰ গীতৰ এমুঠি নষ্টালজিয়াৰ সৈতে আৰ. জে অভিজিৎ। সম্পাদনা : ৰিতুমণি নাথ গগৈ
    #radio_rodali #monuranjongogoi_songs
    #assamesesong
    সন্নিৱিষ্ট গীতৰ তালিকা :
    ১. ব'হাগ ধুনীয়া জোনালী পৰত - ১৯৮২ চন
    ২. বিহুতলীলৈ আহিলা - ১৯৮৩ চন
    ৩. তুমি মোৰ জীৱনৰ - ১৯৮৫ চন
    ৪. অ' জোন জোনালী - ১৯৮১ চন
    ৫. চঞ্চলা জুৰিটিৰ - ১৯৯৩ চন
    ৬. চেনেহৰে অসমখনি - ২০১৪ চন
    শুনক আৰু শুনাওক আপোনাৰ প্ৰিয়জনক
    বি. দ্ৰ : এই অনুষ্ঠানৰ জড়িয়তে আমি অসমৰ সোণালী দিনৰ সুৰীয়া গীত সমূহক প্ৰজন্মৰ মাজত চিনাকি কৰাই দিয়াৰ লগতে ডিজিটেল আৰ্কাইভৰ জড়িয়তে সংৰক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ।
    Our Fb Page : / radiorodali
    For Contact Us : radiorodali@gmail.com
    Copyright Disclaimer :👉
    Copyright Disclaimer under Section 107 of the copyright act 1976, allowance is made for fair use for purposes such as criticism, comment, news reporting, scholarship, and research. Fair use is a use permitted by copyright statute that might otherwise be infringing. Non-profit, educational or personal use tips the balance in favour of fair use.
    Our songs copyright has been saved for the rightful owners*
    With regards
    Radio Rodali

ความคิดเห็น • 380