ডলি ঘোষৰ জনপ্ৰিয় গীত//অসমীয়া আধুনিক গীত//assamesemelody17
ฝัง
- เผยแพร่เมื่อ 22 ต.ค. 2023
- ডলি ঘোষৰ জনপ্ৰিয় গীত//অসমীয়া আধুনিক গীত//assamesemelody17
ডলি ঘোষ বাইদেউৰ কেইটামান জনপ্ৰিয় অসমীয়া গীতৰ সংগ্ৰহ। শুনি ভাল পাব নিশ্চয়।
নাহৰ ফুলা বতৰতে
গীতিকাৰ/সুৰকাৰ - হীৰেন গোঁহাই
দুহাততে দিছা....
গীতিকাৰ - নিৰ্মলপ্ৰভা বৰদলৈ
সুৰ - কুল বৰুৱা
সংগীত - অতুল মেধি
বিচাৰি পাওঁ তোমাক....
গীতিকাৰ - হীৰেন গোঁহাই
সংগীত - ভূপেন হাজৰিকা
ভাল লাগে মোৰ....
গীতিকাৰ/সুৰকাৰ - প্ৰশান্ত বৰদলৈ
বিহুৰ তলিখন....
গীতিকাৰ/সুৰকাৰ - হীৰেন গোঁহাই
বুকু বৰা এই মৰম....
গীতিকাৰ/সুৰকাৰ - দীপালী কাকতি
যাৰ জীৱনৰ সুঁতি....
গীতিকাৰ/সুৰকাৰ - হীৰেন গোঁহাই
জিলমিল ৰ'দালিতে....
গীতিকাৰ - মৃণাল কুমাৰ চৌধুৰী
কত আশা লৈ....
গীতিকাৰ - হীৰেন গোঁহাই
সুৰ - শঙ্কৰ দাস - เพลง
ভাল লাগিল
Jibanor.rongbur.utloawa.geet❤
Evergreen Assamese song . ♥️
❤❤❤❤
❤❤❤❤❤
Baidew apunar gan huni vl paow .gaboloi try koi asu .parim sag.moy BBh.
এইটো বহু পুৰণি গীত; কিন্তু সদায় যেন চিৰ সেউজ
Bahut2 bhaal laage Ane purana gaan hunile.
old songs are very sweet hearing again hearing🎉🎉🎉.
বাইদেওৰ সকলো গীত মোৰ প্ৰিয়।চীৰ সেউজ গীত বোৰ আমি পুনৰ চৰ্চা কৰি থাকিম।
বাইদেউ আপোনাৰ গীতবোৰ চীৰসেউজ হৈ থাকক
Old is gold.hira kimat things .Purani gitbort imagei beleg.Doli ghosar git bor suni val lage❤❤❤❤❤❤
❤nice
Khuub dhuniya geet.pratibosore bohagbihut nahor fula botorot.nahor fulibor holne .duhatote disa.
buku vora ei morom.jilmil rodalite.bohagor epahi ful koril kiya.Apunar eikeita geet moi gaoei baideu.amar ghorot taprekordot apunar casate bajai sabe gan xunisil etia ei systemtue naikia hol.casatebur asei,
Ever green song.
Git keitaandgayski verysweet good bless to singer
Old is GOLD❤❤❤
Nice 👍👍👍👍
চিৰ যুগমীয়া
Old gitbor eman sweet comments karibaloi bhakha nai mor
Very nice
❤❤❤❤
Very very nice.........so nice gan
বাইদেউ আপোনাৰ প্ৰতিটো গীতেই ভাল লাগে ।❤
Bohut val lagesa god bless you
Very. Nice song
ইমান জীপাল গান
Good morning 🌞💐🌞
অতীতৰ সেউজীয়া গীতে আমাক,নিজক বুজিবলৈ শিকাই,আজিৰ সেউজীয়া গীতে ভৱাই তুলে!
এইবোৰ গীত শুনিলে মোৰ শৈশৱৰ দিনবোৰৰ লৈ মনত পৰে
Sweet sweetsweetganbor
Baidew aponar ganbilak khub Lage moi gao aponar gan
Khub sundar gan bhal lagil xuni
😊
9
❤❤
বহুত ভাল লাগিছে। Thanks
❤❤❤
সুন্দৰ গীত সুন্দৰ কণ্ঠ
ইমান ধুনীয়া
old songs are different image
Purna gitbor kiman je mitha
Very nice God bless you
🎉 nice.
❤pran powa git ❤
SUPERBHATAM SISTER LOVE YOU 🙏♥️🙏 ENJOY YOUR GREAT DAY WITH FAMILY MEMBERS ONLY,,,T/C,,, MAAp.
Hridai.juraua.❤
ইমান সুন্দৰ, শ্ৰুতি মধুৰ আৰু চিৰ সেউজ গীত, শুনিলে হেপাহেই নপলাই। অসমৰ এটি বিখ্যাত পৰিয়ালৰ বোৱাৰী, মাননীয়া ডলি ঘোষ বাইদেউৰ অসমীয়া সংগীত জগতলৈ অনন্য অৱদান। ভাবিলে আচৰিত লাগে। এনেবোৰ অৱদানে বাইদেউক আসমী আইৰ বোকোত চিৰস্মৰণীয় কৰি ৰাখিব। ফটোত বাইদেউৰ বিষাদ ভৰা মূখ,খনি দেখিলে, অন্তৰখন বিষায় যায়, হাহাকাৰ কৰি উঠে। এইয়া হয়তো বাইদেউৰ অসম্পূৰ্ণ দাম্পত্য জীৱনৰ বেদনাও হব পাৰে। বাইদেউ আপুনি য'তেই আছে সুখত থাকক, শান্তিত থাকক তাকে কামনা কৰি প্ৰাভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছো। ধন্যবাদ।