প্ৰাপ্তি আৰু বন্দিতাৰ গীত আৰু মনৰ কথা
ฝัง
- เผยแพร่เมื่อ 17 ต.ค. 2024
- প্ৰাপ্তি আৰু বন্দিতা। দুজনী মৰমলগা ছোৱালী। ইমান যে মিঠা কন্ঠ। মাতত আছে যাদু। তেওঁলোকৰ গীত আপুনি শুনিছে কিন্তু আজি কেৱল গীত নহয়, দুয়োৰে সৈতে মনৰ কথা। কণমাণি প্ৰাপ্তিৰ কথাত আছে যুক্তি, হাঁহিত বৰষে মৌ আৰু বন্দিতাৰ সৈতে হ’ল কি কথা। চাওঁক মৃদুল কুমাৰ সন্দিকৈৰ সৈতে বন্দিতা বৰুৱা আৰু প্ৰাপ্তি এইচ বৰুৱাৰ মনৰ কথা...
Bondita aru prapti bhout bhout val lage tumalukok bhogwanor usarot prathona korisu protidine anekoi rakhok
Xundor and very sweet two girl and very nice voice two sister.
অতি সুন্দৰ কন্ঠ দুই বাই ভনীৰ ৷ শুভেচ্ছা জনালোঁ ৷❤❤
ইমান সুন্দৰ কণ্ঠ তোমালোকৰ। বহু ত ভাল লাগিছে। ভগৱান কৃষ্ণৰ ওচৰত প্ৰাথনা কৰিছো কুতি কুতি বাৰ নমস্কাৰ।🙏🙏🙏
প্ৰাপ্তীতুমিশুৱ লাগে।। বন্দিতা তুমি অলপ সময় দেৰিকৈ থাকিলেও প্ৰাপ্তীক জিৰণি লৱলৈ দিবা ।। শুভ ৰাতি ।।❤🎉❤
কি বুলি কও ভগবানৰ ওচৰত তোমালোকৰ মঙ্গল কামনা কৰিলো।
অভিনন্দন , প্ৰাপ্তী বন্দিতা, তোমালোকৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ |
বহুত ভাল লাগিল আগবাঢ়ি যোৱা তাৰে কামনা কৰিলোঁ
প্ৰাপ্তি সকলো দিশৰ পৰাই এগৰাকী সুদক্ষ কণ্ঠ শিল্পিৰ আসন লবলৈ গৈ আছে । সুভেচ্ছা থাকিল
Both the sister's voices are very very beautiful and sweet. Keep it up god bless you both.
সুন্দৰতাৰে মনৰ মৰম লগা শব্দৰে প্ৰকাশ কৰা কেইটাই সচাকৈ মনত সাঁচ বহুৱায় হৃদয়ত তীব্ৰ ধুমুহাৰ সৃষ্টি কৰিলা।। অতি আকৰ্ষণীয় কণ্ঠদান দুয়ো বাই ভনীৰ মিলনভূমি অসমৰ বুকুত ধন্য ধন্য।। শুভবিয়লি বান্ধবী বন্ধু সকল।। ❤🎉❤।। MAAp. PBOEW, BHARAT, HINDUSTAN HINDUSTANI HOW HAM,,,JAI AAI ASSAM JAI BHARAT MATA KI,,,P.BORAH/-❤❤❤
অতি সুন্দৰ প্ৰদৰ্শন ❤️❤️❤️❤️
তোমালোকৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলোঁ 🙏
ধুনীয়া
অতি মধুৰ শুৱলা গীত।
Bhal lagise aaru aguai jua
Duyujaniye shundar kantha.utjjal bhabishat kamana karilu.
Papti tumar hahi tu dhuniya .. gann xuni val lagil
প্ৰতিভা আছে, ভবিষ্যতে আগ বাঢ়ি যোৱাৰ কামনা থাকিল।
Àpurbà kontha songeet jogatot tulparlogài juwa prativa .
বৰ সুন্দৰ লাগিল❤❤
It's very nice I'm totally impressed
Hundor🙏
বহুত মৰম লাগে কণমানি জনীক । ইমান ধুনীয়া এক্টিঙ কৰিব পাৰে।
Bo,,,,,hut bhal lagise prapti n bandana
অহা কালি বহুতো কথা ব্যক্ত কৰা সুযোগ পালে নিশ্চয় কৰিম তোমালোক দিনৰ12 বজাৰ পিছত আহিবলৈ যতন কৰিবা ।।❤🎉❤🎉❤
অতি সুনদর হৈছে।
God bless you Prapti and Bondita
Bor dhunia hoise aru aguai jua kamona karisu
Bandita aru Prapti tomaloke mor chowalir nnichina soru chowali. Tomalokor Gan khubei val lage. Ganor major tomaloke parhato agbari jowa. Educationor logot culturalor otoproto sombondha.
Bohut bohut dhuniya
So cute so beautiful
Bor hundar god bless you and your sister in every stage
Bht bht val lagil
Banditak bhal lage praptijoni bor Maram lage
Bohut bohut bohut val lagise
তোমালোকৰ দুয়ো লৈ হিয়া ভৰা অভিনন্দন জাছিলোঁ
দুই বাই ভনীৰ ভবিষ্যত উজ্বল কামনা কৰি অসমৰ সংঙ্গীত জগতত জিলিকি থাকক ; পৰমেশ্বৰে কৃপা কৰক।
বৰ সুন্দৰ গাইছা ।
ধুনিয়া লাগিছে ্্
Tumaluk bahut uparali juya vgbane sab
So Sweet God bless you
Bht vl lgil gan bur xuni
Hundar kantha...
Best of luck..
অভিনন্দন দুয়োকে 👌👌
Thankyou duike janalu moi tumrluk k bhut val paow
Beautiful Presentation, Both of u are my favorite singer , So sweet voice , energetic excellent n unbelievable performance. Good bless U both. I salute your parents who motivated m guide u all times💚
Bhut val lagil
অতি সুন্দৰ
বহুত ধুনিয়া।
Mrm loga sowali dujoni
Vl lagil tumalokk
Best wishes to you
Tomar hahiti hasakoi bhot morom lga ..
U to r very beuty with nice voice n keep it up
Nice song ❤❤❤❤❤❤
Tumar hahi dakhi mai hadai tumar program miss nakaru
Bohut bohut vall lagile
Ag bahi juya
তোমালোকৰ মৌ সনা কলিৰ মাত মৌ সনা হাহী
মোৰ মৰমৰ ভটিজী দুজনী, সদায়েই উজ্বলি থাকা, বিনয়ী হৈ গীতবোৰ গাই থাকা। মা-দেউতাৰাক সততে মানি চলিবা। হদয়ৰ আশীৰ্বাদ সদায়েই থাকিব।
ধুনীয়া
Bht val lagil
Val lage aguaijuaaaa duigorakiiii
তোমালোকৰ পৰিয়ালটোৰ ফটো একপিৰ লগতে পৰিচয় টো দিবাচোন ।তোমালোক
সঁচাকৈয়ে আমাৰ হিয়াৰ আমঠু প্ৰাপ্তি আৰু
বন্দিতা ভগৱানে তোমালোকক আৰু আগুৱাই নিয়ক ।🙏👑👑🧮🧮
Nice ❤
Hahito mrm lga aru mat to hunibloi odhu mitha
Nice I am Goa
❤❤❤🎉
ভাল ভগৱানে কৰক।
జకజహహసలకలరూ. ెహహహూబ ప. బ. బఞూ
পাপ্তি অ মন্তি অ মন্তি গানতো পিলিজ এবাৰ গোৱা
Moi jano jiye Ji sangot bas kore habai
Long live
Nice Moja 🙏
So nice
Bahag bihur manchat anebor git gabaloi uddyuktasakale kiya namate kaba nowaro de.
Kub bhal bhantihot
God halp tougether
Gai joya.😁🌹
Prapti tumar sakur acting dakhila manuh
সুন্দৰ
🥰🥰🥰😍😍😍😘😘😘
Nace
Uh
God bless you
Niece
Good.
Good voice
Tomar hahi val lage
Kukuk log pale award dim cash, bhal lage konmanik
ঐ তিকলি ,চুলিত কিলিপ এটা মাৰি ললে কি হয়
G r
Tomalok loi mor maram jasilo
Tumar maa dautai anakuwa Hentan janma disa bhabiba nuwari