Assam News: শিৰৰ সেন্দূৰ মচি বৈধব্য জীৱন গ্ৰহণ কৰিলে এজন সন্ধানহীন আলফাৰ পত্নীয়ে

แชร์
ฝัง
  • เผยแพร่เมื่อ 5 พ.ค. 2024
  • সামাজিক ৰীতি-নীতিৰে শিৰৰ সেন্দূৰ মচি বৈধব্য জীৱন গ্ৰহণ কৰিলে এজন সন্ধানহীন আলফাৰ পত্নীয়ে। ২৪ বছৰে পিতৃক দেখা নোপোৱা জীয়ৰীৰ মুখতো আলোচনাপন্থী আলফাই কৰা প্ৰতাৰণাৰ কথা। ২০০০ চনৰ পৰা সন্ধান নাই নগাঁৱৰ ৰাইদঙীয়াৰ কঁহুৱাতলী গাঁৱৰ পোনা বৰাৰ।
    #assam #assamnews #assamesenews #nd24assamese #nd24live #nd24news #livenews
    --------------------------------------------------------------------------------------------
    Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
    All you need to do is PRESS THE BELL ICON next to the Subscribe button!
    ND24 is an Assamese News Channel. ND24 TH-cam channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
    Stay tuned for the latest updates from India and around the world!
    𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
    ▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
    ▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
    ▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
    ▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
    ▶️ 𝐊𝐨𝐨: www.kooapp.com/profile/nd24_news
    ▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
    𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
    ▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
    • আজিৰ পৰ্যৱেক্ষণ | RAJD...
    ▶️ HASHTAG BY MANASH PRATIM DEKA
    • HASHTAG | MANASH PRATI...
    ▶️ ৰাজপাট কাৰ?
    • ৰাজপাট কাৰ? | 2024 Lok...
    𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

ความคิดเห็น • 128

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 2 หลายเดือนก่อน +40

    অতি হৃদয়স্পৰ্শী কাহিনী। দূৰ্ভগীয়া পৰিয়াল টোক উপযুক্ত ক্ষতিপূৰণ দিব লাগে। অনুপ চেতিয়া ডাঙৰীয়াই এই দূৰ্ভগীয়া পৰিয়ালটোৰ কাষলৈ আহি তেওঁলোকৰ দুখজনক ঘটনাৰ ক্ষেত্ৰত চৰকাৰী পক্ষৰ সৈতে আলোচনা কৰি পৰিয়ালৰ পুণৰ সঙস্থাপনৰ বিৱস্থা কৰিব লাগে।

  • @user-mr7jm8wj2d
    @user-mr7jm8wj2d 2 หลายเดือนก่อน +10

    এও লোকৰ জীৱন কিমান দুষ বেদনাত পাৰ হৈছে ।হে প্ৰভু তুমিয়েই তেওঁ লোকৰ জীৱনত ম‌ৎগল কৰা

  • @gitanjaligoswami7908
    @gitanjaligoswami7908 2 หลายเดือนก่อน +27

    এওলোকৰ জীৱনতো ভগৱানে বহুত সুখ দিয়ক। যিটোৰ পৰা এই দুখৰ সাম কাটে।

  • @gakuldeka4608
    @gakuldeka4608 2 หลายเดือนก่อน +88

    কিমান ত্যাগ কৰিব পাৰিলে😢চৰকাৰী চাকৰি এৰি জাতিৰ বাবে নিজৰ জীৱন শেষ কৰিব পাৰে 😢😢😢
    এইবোৰ দুভ্গীয়াৰ মনৰ শাও এতিয়া পেট ফুলা মহন্ত ই‌ পাই আছে।

    • @manashinath7106
      @manashinath7106 2 หลายเดือนก่อน +4

      যিয়ে বিয়া বাৰু কৰাই নিজৰ পৰিয়ালৰ দায়িত্ব লব নোৱাৰো.. সিহঁতে "দেশ স্বাধীন " কৰিব..??
      হাহিঁ উঠে.. উপায় নাই 😢

    • @nenumili2465
      @nenumili2465 2 หลายเดือนก่อน +1

      Tenekuwa manu bilak Kam naikiya buli kuwa oi😅

    • @manashinath7106
      @manashinath7106 2 หลายเดือนก่อน

      @@nenumili2465... hmm.. ekdm thik

    • @deebeemondal1859
      @deebeemondal1859 2 หลายเดือนก่อน

      well said​@@manashinath7106

    • @bkp9774
      @bkp9774 2 หลายเดือนก่อน

      ​@@manashinath7106ঠিক কথা কৈছা , সি বাল চিঙিব গৈছিল। জোহৰা এটা।

  • @hridyanshugogoi2943
    @hridyanshugogoi2943 2 หลายเดือนก่อน +16

    ছোৱালী জনীক চাকৰি দিয়া চেষ্টা কৰক

  • @pranabjyotihazarika1479
    @pranabjyotihazarika1479 2 หลายเดือนก่อน +69

    তেতিয়া অসমত A G P চৰকাৰ আছিল। সেয়া আছিল গুপ্ত ঘাতকৰ সময়।

    • @user-bo6ne7zg7l
      @user-bo6ne7zg7l 2 หลายเดือนก่อน +1

      Right 👍👍👍👍👍👍, Atul Bora কুকুৰক ধৰিব লাগে

  • @ranugogoi2241
    @ranugogoi2241 2 หลายเดือนก่อน +19

    Bor dukh lagile dei

  • @hemchandraholal7321
    @hemchandraholal7321 2 หลายเดือนก่อน +5

    যিসকল নেতাই স্বাধীন অসমৰ ভুৱা সপোন দেখৱাইছিল, তেওঁলোকে ইয়াৰ উত্তৰ দিব লাগে ।

  • @asomiaasom6008
    @asomiaasom6008 2 หลายเดือนก่อน +12

    অসমক শোষণ লুণ্ঠনকাৰী উপনিবেশী ভাৰত চৰকাৰে অসমক সমউন্নয়ন সমবিকাশ সমঅধিকাৰতো নিদিয়ে গণতান্ত্ৰিক ভাবে বিচাৰিলেও নিদিয়ে সহস্ত্ৰ আন্দোলন কৰিলেও ধৰি ধৰি হত্যা কৰে ।কি কৰিবা বদন সদৃশ কুকুৰ সদৃশ প্ৰাণীক অসমৰ শাসক পাতিলে অসমীয়া নাগৰিকৰ দুৰ্দশা হয়েই ।বানপানী প্ৰাকৃতিক দুৰ্যোগত কেন্দ্ৰৰ পৰা এটকা দুৰ্যোগ সাহাৰ্য আনিব নোৱাৰা কুকুৰ সদৃশ শাসকে বিপ্লোৱী অসমীয়াৰ মৌলিক অধিকাৰ দিব কেনেকৈ ? অসম শত্ৰু উপনিবেশী চৰিত্ৰৰ দিল্লীৱালা নৃতা মন্ত্ৰীৰ পোহনীয়া কুকুৰলৈ ৰূপান্তৰ হোৱা শাসকে অসমৰ বিপ্লোৱী সৈনিকৰ মুল্য মৰ্যাদি কি বুজিব কেবল মাৰিবহে জানে হত্যাৰ খবৰটোও দিব নোৱাৰে ।সত্যৰ সদায় জয় ।দুঃখ নকৰিব চৰকাৰে হত্যা কৰিছে সত্যক স্বীকাৰ কৰিছা মনত কষ্ট পাইছে তাতকৈ সকলো অসমীয়াই এদিন ইয়াতকৈ বেছি দুঃখ পাব যেতিয়া ভাৰত চৰকাৰে অসমত কা জাপি দিয়াৰ ফলত লাখে লাখে বিদেশী বাংলাদেশী আহি অসমীয়াৰ ওপৰত শোষণ লুণ্ঠন কাঢ়ি আজুৰি ধন সম্পদ মাটি ভেটি অধিকাৰ ক্ষমতা লৈ ভগনীয়া কৰিলে কুকুৰৰ দৰে বিদেশী বহিৰাগতৰ তলতীয়া হৈ নিৰ্যাতন ভোগ কৰিব তেতিয়া হত্যাৰ দুখত কৈ তিও তিলকৈ নিঃশেষ হোৱাৰ দুখ বেছি কৰুণ হব ।স্বদেশ বীৰ সেনানীৰ মৃত্যুত দুঃখ নকৰিব ।জাতিৰ আৰ্শিবাদ পাব ।জয় আই অসম ।

  • @bhairabgogoi7691
    @bhairabgogoi7691 2 หลายเดือนก่อน +3

    বৰ দূখ লাগিল ৷

  • @user-bx6zr3tv4u
    @user-bx6zr3tv4u 2 หลายเดือนก่อน +4

    Bor dukh lagile dei😢

  • @user-wc2mw3rz7r
    @user-wc2mw3rz7r 2 หลายเดือนก่อน +3

    দুখ লাগিল।।

  • @Moni_Bailung
    @Moni_Bailung 2 หลายเดือนก่อน +4

    ইমান দুখ লগা বিষয়

  • @atimaramorpitrimatriguru8543
    @atimaramorpitrimatriguru8543 2 หลายเดือนก่อน +2

    সঁচাকৈ বৰ দুখজনক।

  • @hirenkingsbora
    @hirenkingsbora 2 หลายเดือนก่อน

    God bless you ❤❤❤❤❤❤❤❤❤❤❤

  • @jyatiblogs8589
    @jyatiblogs8589 2 หลายเดือนก่อน +2

    Bohut beya lagil 😢

  • @jayamoniborah3928
    @jayamoniborah3928 2 หลายเดือนก่อน +1

    Bhut dukh lagil ..

  • @BitupanHazarika-gz7sd
    @BitupanHazarika-gz7sd 2 หลายเดือนก่อน

    God bless you

  • @user-vt6xp7pg5q
    @user-vt6xp7pg5q 2 หลายเดือนก่อน

    God bless him ❤❤❤❤❤

  • @jaychankarboro4439
    @jaychankarboro4439 2 หลายเดือนก่อน +1

    So sorry so sad

  • @ajitravaofficial7931
    @ajitravaofficial7931 หลายเดือนก่อน

    Anekua val news diyok, ❤😢😢😢

  • @yogiapurbanath4617
    @yogiapurbanath4617 2 หลายเดือนก่อน +1

    Joy Aii Axome....

  • @milankumarhazarika725
    @milankumarhazarika725 2 หลายเดือนก่อน +1

    Bor dukh lagil 😢

  • @debenkonwar8367
    @debenkonwar8367 2 หลายเดือนก่อน +15

    সোধক গোটেই পৰিয়ালৰ লোকে এই জাক আলোচনাৰ নামত চৰকাৰী পদলেহনকাৰী / পলায়নবাদী / সুবিধাবাদী চৰিত্ৰৰ আলোচনা পণ্ঠীক যে তোমালোকৰ ভৱিষ্যত কি হ'ব ? এতিয়া এওঁলোকৰ লক্ষ্য এটাই --মই/মোৰ /মোৰ বাবে মানে চব নিজৰ জেপত!

  • @joydeka6029
    @joydeka6029 2 หลายเดือนก่อน +17

    Bor dukh palo

  • @axomiabuwari
    @axomiabuwari 2 หลายเดือนก่อน +1

    😢😢

  • @dhirendrakumarbaruah6906
    @dhirendrakumarbaruah6906 2 หลายเดือนก่อน +4

    অগপে কি ‌ কব এতিয়া? ৰাজপাটত আছে দুজন। তেওঁলোকৰ শাসনৰ সময়তে ঘটা ঘটনা । চকুপানী খিনি এবাৰ চা চোন ।

  • @user-pw8vd1pr4h
    @user-pw8vd1pr4h 2 หลายเดือนก่อน +1

    😢😢😢

  • @brajenborah7735
    @brajenborah7735 2 หลายเดือนก่อน

    Very Sad

  • @prabhatchandramondal6774
    @prabhatchandramondal6774 2 หลายเดือนก่อน

    Let god help her

  • @golok..kakati
    @golok..kakati 2 หลายเดือนก่อน

    VERY..VERY..SAD..NEWS....GOD..WILL..HELP..YOU..

  • @alexmukut2820
    @alexmukut2820 2 หลายเดือนก่อน +1

    পৰিয়ালটোক এখন চৰকাৰী চাউলৰ ৰেচন কাৰ্ডৰ ব্যৱস্থা কৰি দিয়ক আৰু অৰুণোদয় আচনিৰ ব্যৱস্থা কৰি দিলে উপকৃত হব৷

  • @kalyanrajkonwar4926
    @kalyanrajkonwar4926 2 หลายเดือนก่อน +1

    Bor dukh lagil dei

  • @iswardeuri2927
    @iswardeuri2927 2 หลายเดือนก่อน +1

    😢😢😢😢😢😢

  • @user-fl4ur4po6z
    @user-fl4ur4po6z 2 หลายเดือนก่อน

    Bahut beya lagil o😢😢😢😢

  • @pinkuboruah2245
    @pinkuboruah2245 2 หลายเดือนก่อน +1

    😭😭😭

  • @user-uz5uh3yj4j
    @user-uz5uh3yj4j 2 หลายเดือนก่อน

    Bor dukh Lage 😢...

  • @ureshbora8416
    @ureshbora8416 2 หลายเดือนก่อน +11

    দূখৰ খবৰ।

    • @bkp9774
      @bkp9774 2 หลายเดือนก่อน

      সেইটো মৰিল কেতিয়াবাই, তাৰ হাৰত বন গজিল।

  • @BobiPhukan
    @BobiPhukan 2 หลายเดือนก่อน

    Bahut besi dukh lagile

  • @kangkanmedhi
    @kangkanmedhi 2 หลายเดือนก่อน +3

    কিমান কষ্টকৰ 🙏🙏🙏🙏

  • @laxmirekha1073
    @laxmirekha1073 2 หลายเดือนก่อน

    Very sad

  • @bipuldas7566
    @bipuldas7566 2 หลายเดือนก่อน +1

    😭

  • @lakhyahazarika5620
    @lakhyahazarika5620 2 หลายเดือนก่อน

    দুখ লগা ঘতনা 😢😢 চৰকাৰ সম্পূৰ্ণ ব্যথ

  • @deepjyotiborah4708
    @deepjyotiborah4708 2 หลายเดือนก่อน +13

    Parsh baruwa kot atia okol himanto logt phon kotha patila nohoi tu kela bor dukhor bikhoi suwali jonia Nijor bapekok ajiloika dekhi napala gar tez gorom hoi jai kela aibur dekhila himantai okol onaoxomia manuhor cinta kori thakuta ho moi nai

  • @BishnuBaruah-hr9uj
    @BishnuBaruah-hr9uj 2 หลายเดือนก่อน +1

    😢😢😢😢

  • @lakhibora8802
    @lakhibora8802 2 หลายเดือนก่อน

    Very sad news

  • @rimpidas584
    @rimpidas584 2 หลายเดือนก่อน +2

    বেয়া লাগিছে আপোনাৰ কথা শুনি

  • @prabhatchandramondal6774
    @prabhatchandramondal6774 2 หลายเดือนก่อน +1

    Jai ai asom

  • @axomoracademy
    @axomoracademy 2 หลายเดือนก่อน +1

    এটা যুগত কিমান বছৰ থাকে জানেনে আপুনি?

  • @sekanderaliahmed3700
    @sekanderaliahmed3700 2 หลายเดือนก่อน

    Yea Allah, pl.help to the poor mother and daughter.

  • @anowarabegum5390
    @anowarabegum5390 2 หลายเดือนก่อน +1

    Thik karile Val Hai se ki karib dhuk lagil opai nai❤❤❤❤😭😭😭😭🙏🙏🙏🙏🙏

  • @mukthangbasumatari3770
    @mukthangbasumatari3770 2 หลายเดือนก่อน +1

    Gupto hotya r palot porile...same kahini hoise amar gaot u

  • @birbolgohain3496
    @birbolgohain3496 2 หลายเดือนก่อน +2

    আজি প্ৰচাৰ কৰিচা ইমান দিনে ঘুৰা ঘাঁহ কাটি আছিলা নেকি ফকটিয়া নিউজ চেনেল

  • @user-rm4ri4vc7t
    @user-rm4ri4vc7t 2 หลายเดือนก่อน +1

    Assamia korok ulfa join koria nijai atia aluchana namat bilisi life kotai asa dhondargitai.

  • @mgsatech9384
    @mgsatech9384 2 หลายเดือนก่อน

    Ki je hobo

  • @medinitalukdar4873
    @medinitalukdar4873 2 หลายเดือนก่อน

    এতিয়া অনুপ চেতিয়া ডাঙৰীয়াই এওঁলোকৰ দায়িত্ব লওক.... কাৰণ আপোনাৰ নেতৃত্বতত আলফা আলোচনা হল .....

  • @puspadhardeka5665
    @puspadhardeka5665 2 หลายเดือนก่อน

    Hoy kiman bedana . Jiban anekuwai. Bhanti anekoia jiyai thakiba lagiba.

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 หลายเดือนก่อน

    গুপ্ত হত্যাৰ লগত জড়িত জড়িত সকলৰ দ্বাৰাই পোনা বৰাৰ দৰেই বহুত জন অকালতে হেৰাই গল। দূভগীয়া মাতৃ আৰু কণ্যা গৰাকীৰ ক্ষেত্ৰত অনুপ চেতিয়া, অৰবিন্দ ৰাজখোৱা গোটৰ আলফাই এক বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু দূভগীয়া মাতৃ কন্যা গৰাকীৰ সঙস্থাপনৰ ব্যৱস্থা কৰিব লাগে।

  • @golapbora5353
    @golapbora5353 2 หลายเดือนก่อน

    A G P Govt ! Yes

  • @hirenkingsbora
    @hirenkingsbora 2 หลายเดือนก่อน

    Mama sorkate aai bikhoy tu guruttya hahakare lobo lage 😢😢😢

  • @dhirajdas3054
    @dhirajdas3054 2 หลายเดือนก่อน +2

    Ulfa r namot konobai hiya dhakuri kandise , unfale bohutei kotipoti hoise .

  • @indianpanorama303
    @indianpanorama303 2 หลายเดือนก่อน

    AGP govt e ulfa khinik atta solution dibo parileheten..govt r dokh ase..prafulla mahanta cm asil.bohut voyanak din asil😢😢

  • @user-he1lh1gc4p
    @user-he1lh1gc4p 2 หลายเดือนก่อน

    Kuneu najanei sage,Kun kot nirudekh hoi ase,Puna bora,r bisoye kiyo jonabo nuwarile Anup chetia,Arabindro bahinia,,okol nijor swartho surokhitto korat he byosto sokolu kolongkito nayok sokol....

  • @tarunassam1863
    @tarunassam1863 2 หลายเดือนก่อน

    Pratarokor dole nijor swartho lav kori aanor kotha kot vabibo

  • @heisenberg5124
    @heisenberg5124 2 หลายเดือนก่อน

    Ximahin dukh 😢..ki kom ru

  • @oxomormusic4453
    @oxomormusic4453 2 หลายเดือนก่อน +1

    পৰেশ বৰুৱা ডাঙৰীয়াক এবাৰ যোগাযোগ কৰক

    • @bkp9774
      @bkp9774 2 หลายเดือนก่อน

      ঘেণ্টা কৰিব সেই বুঢ়া শগুন পৰেশ বৰুৱা ই ।

  • @TimePass-qo7ch
    @TimePass-qo7ch 2 หลายเดือนก่อน

    Ulfa goi lav ni o

  • @monuranjangogoi6276
    @monuranjangogoi6276 2 หลายเดือนก่อน

    Anakoi a. Dhonxo hoi goise asomia manuh Kunao gurotto nidia

  • @rahulaxom2603
    @rahulaxom2603 2 หลายเดือนก่อน +1

    Prafulla Mohonto.. Gupta ghatok r roja... Atia poya loga, mori u nomora.. 😢😢😢

  • @prativakurmi4143
    @prativakurmi4143 2 หลายเดือนก่อน

    Muru papa mur jonm huw 3 mahor pasot ari gol 23 bosor hol aji loike aku khobr nai

    • @bkp9774
      @bkp9774 2 หลายเดือนก่อน

      কেতিয়া বাই মৰিল সেইটো ।

  • @nabajitdutta5984
    @nabajitdutta5984 2 หลายเดือนก่อน

    😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭koboloi vasha nai 😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭

  • @dholomuchahary2328
    @dholomuchahary2328 2 หลายเดือนก่อน

    Sara salpa bilakey kai ase,aramot jbn ktai ase

  • @alexgaurav7789
    @alexgaurav7789 2 หลายเดือนก่อน

    2000 year s Assam govtment kar asil...guptaghatok korise

  • @hemantadas4812
    @hemantadas4812 2 หลายเดือนก่อน

    সুবিধা বাদী সকলে সুবিধা লৱ,

  • @bijuli628
    @bijuli628 2 หลายเดือนก่อน

    Aitu bor dangor kotha. Kot gol?sorkare kiba ata koribi lage.vontijoniloi beya lagil

  • @nabanitadas3198
    @nabanitadas3198 2 หลายเดือนก่อน

    Gupto hoita

  • @user-vi6rf2wm4r
    @user-vi6rf2wm4r 2 หลายเดือนก่อน

    Cor. Katak. Ovesap. Deok

  • @phanidhardoley8786
    @phanidhardoley8786 2 หลายเดือนก่อน

    Sorkarak duk dise

  • @NabadeepDeka-hy1qu
    @NabadeepDeka-hy1qu 2 หลายเดือนก่อน

    Himanta mama ki kari ase

  • @bijoydeka9134
    @bijoydeka9134 2 หลายเดือนก่อน

    Ulfa bhango diar dinakhon ji lecture xunilu . Sei lecture suni anekua lagil jen ulfar mosto mosto akota dalal.

  • @MayaBorah-xw4ul
    @MayaBorah-xw4ul 2 หลายเดือนก่อน

    Mur obostha akei hol .27bosor hol ALFAR ajiloke aku khobor nolole

    • @bkp9774
      @bkp9774 2 หลายเดือนก่อน

      মৰিল সেইটো কেইয়াবাই, তাৰ হাৰত বন গজিল ।

  • @juliborah8823
    @juliborah8823 2 หลายเดือนก่อน

    Lazy nai ulfa r

  • @user-bu2yl7fq7d
    @user-bu2yl7fq7d 2 หลายเดือนก่อน

    Oh.aku lv nai.junmoni cast ....?

  • @user-fl4ur4po6z
    @user-fl4ur4po6z 2 หลายเดือนก่อน

    Vagobane hukh diyak o

  • @bsledition8400
    @bsledition8400 2 หลายเดือนก่อน

    Sarkara halp korak

  • @MaoBourah
    @MaoBourah 2 หลายเดือนก่อน

    Atul Koch hudhok prophilla mohanto

  • @silencea2z
    @silencea2z 2 หลายเดือนก่อน

    Tetiyar dinbur bor kothin asil, xondhiya xonkalei xoa loa kri ghorot xumai thkibo loga asil.. ondhokaror jug asil tetyar jug tu. Rastat police army r pohora, aji iyat kali tat 144 lagi jai. xari xari koi boot juta pindhi xojkarhi jua doop doop xobdo. Aru etya ki je xantimoy poribex xeiboror pora poritran paise Axombaxi a...

  • @kishorray5424
    @kishorray5424 2 หลายเดือนก่อน

    Bewa lagil huni

  • @RajibKashyap-yk8zc
    @RajibKashyap-yk8zc 2 หลายเดือนก่อน

    ULFA t goi eman manuh moril lower Assam r Koch Rajbongshi janogosthi r bht manuh moril kiman j khoti hll hisap nai kin ULFA hok ba AASU hok kin2 agi loi Koch Rajbongshi janogosthi r kuno ata issue state central govt. r ocort nuthal

    • @Mynagogoi123
      @Mynagogoi123 2 หลายเดือนก่อน

      Ahom r lora highest morese.... tat kunu de mot nai ..
      Hey babe upper Assam t agp history hoi gol ..
      Lower assam t agp jeke ase aje u so .
      Bese ke nakou r u ....
      Jai Hind

    • @RajibKashyap-yk8zc
      @RajibKashyap-yk8zc 2 หลายเดือนก่อน

      @@Mynagogoi123 hoi bondhu Manish ami kin2 Koch Rajbongshi janogosthi Raijor r bht khoti hoise Rajnoitik vabe

  • @user-om9xh3sr1f
    @user-om9xh3sr1f 2 หลายเดือนก่อน

    As a late anup chetia hatak guli kori mariba lage

  • @endofcircle4040
    @endofcircle4040 2 หลายเดือนก่อน +1

    🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣 ULFA

    • @banajitkalita160
      @banajitkalita160 2 หลายเดือนก่อน

      Hahisi কুকুৰ টো ৱে

  • @DipangkarBoro-ru2xk
    @DipangkarBoro-ru2xk 2 หลายเดือนก่อน

    Poyras boru au uu diboylaga day

  • @mohinkumarkakati9765
    @mohinkumarkakati9765 2 หลายเดือนก่อน

    লাভ নাই লাভ নাই ?

    • @bkp9774
      @bkp9774 2 หลายเดือนก่อน

      হয় একো লাভ নাই, মাৰিবলৈকে গৈছে যেতিয়া মৰিল, লেথা চেছ।

  • @kamalachutia5790
    @kamalachutia5790 2 หลายเดือนก่อน

    Nakan diba majoni

  • @pranjalgoswami5807
    @pranjalgoswami5807 2 หลายเดือนก่อน

    V̤e̤r̤y̤ s̤a̤d̤.̤.̤
    ̤a̤a̤m̤a̤r̤ "̤n̤e̤t̤a̤"̤ b̤i̤l̤a̤k̤e̤ b̤a̤ k̤i̤ k̤o̤i̤.̤.̤.̤
    ̤

  • @junbora3558
    @junbora3558 2 หลายเดือนก่อน

    আত্মসমৰ্পন কৰা আলফা বা ডকাইতেই হওক, তেওঁলোক এটা ডাঙৰ কুকুৰ দেখিলে যেনেকৈ নেজ পেলায় তেনেকুৱা এটা কুকুৰৰ দৰেহে বুলি ভাবো ।

  • @utpalkumarpatgiri1663
    @utpalkumarpatgiri1663 2 หลายเดือนก่อน +1

    "জাতীয়তাবাদী নামৰ এক আবেগে ১৯৭২ চনৰ পৰা অসমীয়া জাতিক খাই শেষ কৰিলে ।"
    ১ , ২ কৈ কবলৈ গ'লে বহুতো ৰজাৰে মুখা খোল খাব ।

  • @babulrabha8519
    @babulrabha8519 2 หลายเดือนก่อน

    Ajon nohy bohutjone khondhan nai ajio

  • @gogoibaba8799
    @gogoibaba8799 2 หลายเดือนก่อน

    Please 🙏🙏🙏 ulfa government help kora his family.

  • @user-fx7zl4ei5f
    @user-fx7zl4ei5f 2 หลายเดือนก่อน

    MOHA PAP LAGIBO