Assam News: ৰাজ্যত জোৰদাৰ হ’ব OUT SOURCINGৰ ব্যৱস্থা

แชร์
ฝัง
  • เผยแพร่เมื่อ 7 ก.ย. 2024

ความคิดเห็น • 266

  • @asomiyalorakabyanil7069
    @asomiyalorakabyanil7069 หลายเดือนก่อน +30

    ভবিষ্যতে আপুনি কোম্পানীৰ পৰা কৰ্মচাৰী লৈ চৰকাৰী কাম কৰিব বিচাৰিছে কিন্তু ভবিষ্যতেলৈ ৰাইজে আপোনাক মূখ্য মন্ত্ৰী হিচাপে নিৰ্বাচিত কৰে নে নাই সেইটোহে চিন্তা কৰিবৰ হ'ল । চৰকাৰী কাম কৰা মানুহখিনিৰ ক্ষেত্ৰত আজি এটা কালি এটা নিয়ম মন্ত্ৰী,MLA বোৰৰ ক্ষেত্ৰত কংগ্ৰেছ চৰকাৰে কৰা নিয়ম আৰু সুবিধা একে হৈয়ে আছে তাতকৈ চৰকাৰী সুবিধা বেছি হে লৈ আছে । আপোনালোকক লাগে OPS আৰু চৰকাৰী কৰ্মচাৰীয়ে ল'ব লাগে NPS দেশৰ আইন-কানুন সকলো আপোনালোকৰ হাততে নেকি ।

  • @Him-l3z
    @Him-l3z หลายเดือนก่อน +24

    আচলতে বামুণে ঠগাই খাই। ।।

    • @ApulicaOfficial
      @ApulicaOfficial หลายเดือนก่อน

      আগতে কি কৰিছিল অসমত 😂

    • @mukulbaruah1833
      @mukulbaruah1833 หลายเดือนก่อน +1

      Apulica Offical apuni kia nijor parusay lukuaise. 420, Chur, Dogabaaz,Vrastasari,Bolatkari, Hotyakari bipakehe parisay lukuai. Apuni Obc,St ne Sc t pore.

    • @ApulicaOfficial
      @ApulicaOfficial หลายเดือนก่อน

      @@mukulbaruah1833 মোৰ জাতি ধৰ্ম মানৱীয়তাতকৈ উৰ্ধত নহয়

  • @balendas4259
    @balendas4259 หลายเดือนก่อน +55

    ভিক্ষাৰ্থী হ'ব ৰাজ্য । চোৰ, ডকাইত, ঠগ প্ৰৱঞ্চনাৰে ৰাজ্যখন ভৰি পৰিব । অসমীয়া মানুহ মৰি মৰি শেষ হ'ব । ইয়াৰ মাঠাটো ঠিকে আছেনে । দেশ চলাব নোৱাৰিলে পদত্যাগ কৰক মুখ্যমন্ত্ৰীয়ে । লাখ লাখ এম এ এম এচ চি পাছ কৰা বোৰ কবলৈ যাব । বিপ্লৱ হ'ব দেশত । সহস্ৰ বিপ্লৱ অবিহনে দেশ কোনেও বচাব নোৱাৰিব । পুজিবাদে দেশখন সাগৰৰ তললৈ লৈ যাব ।

    • @Akash-v4t8o
      @Akash-v4t8o หลายเดือนก่อน

      E pagal hol xhosai

    • @ApulicaOfficial
      @ApulicaOfficial หลายเดือนก่อน

      skillset lge..akol degree holei nhy

    • @Akash-v4t8o
      @Akash-v4t8o หลายเดือนก่อน +1

      @@ApulicaOfficial toi kun be

    • @ApulicaOfficial
      @ApulicaOfficial หลายเดือนก่อน

      @@Akash-v4t8o তই কোন বে

    • @ApulicaOfficial
      @ApulicaOfficial หลายเดือนก่อน

      @@Akash-v4t8o তই হৈছ গাওঁৰ chapri, মেট্ৰিক পাছ কৰিলেই চাকৰি লাগে দুই নম্বৰী কৰিব

  • @hemchandraborah-vd6nz
    @hemchandraborah-vd6nz หลายเดือนก่อน +25

    আচলতে চৰকাৰে প্ৰতেক বিভাগ ঠিকাত চলিবলৈ গৈছে। যেনেকৈ বিমান বন্দৰ চৰকাৰৰ সলনি ঠিকাদাৰে চলাই আছে।

    • @OkokayokOk
      @OkokayokOk หลายเดือนก่อน

      Aasolote dorasolote aibor kori labh nai . Sob eke pani r mass. Sobe private bisare . Gotike sob private hb lage . Complete system a change hb lage . 😂😅

    • @pabitraprandutta2497
      @pabitraprandutta2497 หลายเดือนก่อน

      চলাবৈই কাৰণ ইয়াৰ দায়ি কোন।🙏

    • @pabitraprandutta2497
      @pabitraprandutta2497 หลายเดือนก่อน

      System change kori tar pesot 2mi solaba 😂😂😂😂😂😂😂😂😂😂😂😂😂🙏😅😅😅😅

  • @BhabeshSarma-qf4dv
    @BhabeshSarma-qf4dv หลายเดือนก่อน +14

    ৰাজ্য চৰকাৰৰ ৰাজকোশ উদং কেনেকৈ নিযুক্তি দিব অসম চৰকাৰে। অৰ্থনৈতিক বিকাশৰ কোনো এটা স্পষ্ট ধাৰণা নাই আৰু কেন্দ্রীয় চৰকাৰৰ পৰাও ফুটা কৰি এটাও আনিব নোৱাৰি আবোল তাবোল বকিবলৈ আৰম্ভ কৰিছে। মানে হাল এৰি শিয়াল খেদাৰ ৰাজনীতি আৰম্ভ কৰিছে বিজেপি চৰকাৰে।

  • @pranjalmali1509
    @pranjalmali1509 หลายเดือนก่อน +10

    চি চি Out source কৰে 21 মাহে দৰমহা দিব নোৱাৰে। লাজ নেপায়।

  • @TilakKtDoley-gd1dt
    @TilakKtDoley-gd1dt หลายเดือนก่อน +6

    এই দৃষ্টিভংগীমতে মন্ত্ৰী বিধায়কসকলেহে বুজন পৰিমানৰ দৰমহা ,পেঞ্চন আৰু অন্যান্য সা সুবিধা লৈ থাকিব৷আৰু এখেতবিলাকৰ মাইকী, ল’ৰা-ছোৱালী ,আত্মীয়- কুটুমৰ নামত নামে বেনামে পৰ্বতসম সম্পতি আহৰণ কৰাৰ পথ প্ৰশস্ত হৈ থাকিব ৷

  • @C.Barman7
    @C.Barman7 หลายเดือนก่อน +8

    সন্মানীয় শৰ্মা দেৱ , 2026 ৰ পিছত অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিব নিবিছাৰে চাগে ……… 😂😂

  • @pranjal1393
    @pranjal1393 หลายเดือนก่อน +12

    মহাভাৰতৰ দিনৰ পৰা আৰম্ভ কৰি লাচিত বৰফুকনৰ দিনলৈ মামাৰ অৱতাৰ বৰ এটা ভাল নহয় ভাগিন সকলৰ বাবে।

  • @saikiaskeleton8262
    @saikiaskeleton8262 หลายเดือนก่อน +8

    আচনি দি দি মাধমাৰটো চৰকাৰী চাকৰিয়ালখিনিক দিবলৈ ওলাইছে

  • @hemantamahanta5578
    @hemantamahanta5578 หลายเดือนก่อน +8

    ৰাজ্যৰ কৰ্মচাৰী সকলে কাম নকৰিলে প্ৰশাসন যন্ত্ৰ. অচল. হল হেতেন ।

  • @debakrsaikia2993
    @debakrsaikia2993 หลายเดือนก่อน +7

    এয়া বছৰি লাখ হিচাপত নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ কাৰ্যনে? ডাঙৰ মানুহে সৰু সৰু কথাত লাগি থাকিলে দেশৰ উন্নয়ন নহয়। ঘোষণা প্ৰতিক্ৰিয়া বাদ দি কাম কৰক। ভোট কাক দিব তাকো যদি মুখ্য মন্ত্ৰীয়ে নিৰ্দ্ধাৰণ কৰিব যায় তেতিয়া গণতন্ত্ৰ পংগু হ'ব। চৰকাৰ সংখ্যা গৰিষ্ঠ দলে কৰে। কোনে ভোট দিলে- নিদিলে তাক লৈ
    তুচ্ছ-তাচ্চিল্য কৰি নাথাকে। কোনেও কাহানিও এশ শতাংশ সমৰ্থনত চৰকাৰ নকৰে। আৰু চৰকাৰ গঠন কৰিলে সমৰ্থকৰ নহয়
    দেশৰ কাম কৰিবলৈহে তেওঁলোক প্ৰতিশ্ৰুতি বদ্ধ। যেই সেই কথা কৈ থাকিলে ওজন নিজৰেই কমে।

  • @pinkukaman5590
    @pinkukaman5590 หลายเดือนก่อน +24

    বামুনে চাৰিটা বছৰ‌ মূখ্যমন্ত্ৰী হৈ বেলেগ অভিজ্ঞতা পাইছে,,,কিছুদিন আগতে বামুনে কৈছিল যে তেওঁ নিযুক্তি দিয়া বোৰ ঘোচ নাখায় বা ভাল কাম কৰে,,, কিন্তু কেতিয়াৰ পৰা আকৌ ওলোটা হল,,, এবছৰত এক লাখ নিযুক্তি দিম বুলি কৈ কি হৈছে,,,

    • @omprakashbaruah9425
      @omprakashbaruah9425 หลายเดือนก่อน +4

      জাতিত ধৰি গালি দিয়া উচিত নহয়।

    • @mukulbaruah1833
      @mukulbaruah1833 หลายเดือนก่อน +1

      Omprakash Baruah toi Bamun niki? Jodi Bamun tente tuk Bapere Baperar mukhat thaka juni(Vezina r pora) uliaisil. Toi u ata mohapapi. Tahot monubadi, brahmonbadi, jatibadi jehadi bilak prithibir vitarat no1 khontrukhbadi. Tahote jib/jontu Boli diar upari u khubidha pale manuh u Boli dia. Tahote 10 Basor age r pora Goru khao aru bodnam kora Musalman k.

    • @omprakashbaruah9425
      @omprakashbaruah9425 หลายเดือนก่อน

      @@mukulbaruah1833 মই বামুণ নহয়।
      কিন্তু কাকো কেতিয়াও জাতিত ধৰি গালি দিয়া উচিত নহয়।
      আপোনাৰ খং আৰু ঘৃণা বহুতেই বেছি। দুৰ্ভাগ্যজনক।

    • @omprakashbaruah9425
      @omprakashbaruah9425 หลายเดือนก่อน

      @@mukulbaruah1833মই বামুণ নহয়।
      কিন্তু কাকো কেতিয়াও জাতিত ধৰি গালি দিয়া উচিত নহয়।
      আপোনাৰ খং আৰু ঘৃণা বহুতেই বেছি। দুৰ্ভাগ্যজনক।

    • @mukulbaruah1833
      @mukulbaruah1833 หลายเดือนก่อน

      Om praksh Baruah moi Obc(Ahom). apuni Obc,St,Sc kunu srenit pore.

  • @asomiyalorakabyanil7069
    @asomiyalorakabyanil7069 หลายเดือนก่อน +6

    পাল মৰাণ কৰ্মচাৰী বোৰে কিন্তু আপোনালোকৰ পাৰ্টীৰ লেবেল বৰকৈ মাৰে ।

  • @deboramtaye4259
    @deboramtaye4259 หลายเดือนก่อน +2

    মামা চৰিত্ৰ ইমান ভাল নহয় হিন্দু ধৰ্মৰ গ্ৰন্থ মহাভাৰতৰ দিনৰ পৰা। গতিকে এইবাৰ 2026 ত বিদায় দিব লাগে।

  • @Danirojasfc6
    @Danirojasfc6 หลายเดือนก่อน +4

    ৰাইজ!!!
    It's time to raise your voice otherwise they will even take away your right to speech 🇮🇳

  • @nayan_2472
    @nayan_2472 หลายเดือนก่อน +5

    Free Scheme bur bandho hobo lage... Agriculture and Industry babe val scheme lobo lage

  • @user-uy8fy4pl1d
    @user-uy8fy4pl1d หลายเดือนก่อน +11

    এইখন চৰকাৰ অহাৰ পাছতেই সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত কৰ কাতাল লগাই জথেষ্ট ধন সংগ্ৰহ কৰাৰ পিছতো কৰ্মচাৰী ক দৰমহা দিবলৈ ধনৰ অভাৱ! আমি আচৰিত হৈছো। টকা বোৰ কত যায়! চৰকাৰী অফিচ বোৰ থিকাত চলাবলৈ তেওঁক কোনে অধিকাৰ দিলে? তাত কৈ যদি তেওঁ চৰকাৰ চলাবলৈ অপৰাগ তেওঁ পদত্যাগ কৰক! চৰকাৰ চলাবলৈ অসমত মানুহৰ অভাৱ হোৱা নাই ।

  • @user-lp2tw3kj5e
    @user-lp2tw3kj5e หลายเดือนก่อน +1

    সকলো বিভাগ Out sourcing কৰিলে ভাল হয়, private company ক কাম দিলে চৰকাৰী কৰ্মচাৰীক দিয়াতকৈ কম টকাত বেছি কাম হব। কেৱল এক লাখ চাকৰি ৰ কথাকে সদাই কিয় কৈ থাকে? চবেই জানে নহয়।
    কৃষি তথা বাণিজ্য কৰিবলৈ বহুত উৎসাহ থকাৰ পিছতো অকণমান আৰ্থিক suport নোহোৱাৰ বাবে মোৰ দৰে আৰু বহুতু আগুৱাই যাব পৰা নাই , কৰিছো যদিও সম্প্ৰসাৰিত কৰিব পৰা নাই।
    কেৱল চাকৰি কথা কিয়? কোনোবা উপাৰ্জন মুখী এক লাখ কৃষক তৈয়াৰ কৰিম বুলিও কব চুন।

  • @kausikdeka8380
    @kausikdeka8380 หลายเดือนก่อน +13

    এয়া পুঁজিবাদী ব্যৱস্থাৰ চৰম ৰূপ । বৰ্তমানৰ চৰকাৰবোৰ যে কৰ্পৰেটৰ স্বাৰ্থৰে পৰিচালিত হৈছে তাৰ ফলশ্ৰুতিতেই Outsourcing ৰ কথা ওলাইছে ৷চৰকাৰক কোম্পানীৰাজ চলোৱাৰ বাবে অজুহাতহে লাগে ৷ৰাষ্ট্ৰবোৰ এতিয়া কল্যাণকামী হোৱাৰ বিপৰীতে কৰ্পৰেট ৰাষ্ট্ৰ লৈ হে পৰ্যবসিত হৈছে ।

  • @Loushangaming
    @Loushangaming หลายเดือนก่อน +2

    Ami job nepai pagol hysu... Aru job powa bilak job pai pagol hyse....

  • @ranjitkalita2547
    @ranjitkalita2547 หลายเดือนก่อน +3

    দুই এজন হব পাৰে কিন্তু সকলোকে তেনেকৈ ভবাটো উচিত নহয় (কাৰন সম্পূৰ্ণ উজাৰি নিজৰ কাম কৰা কৰ্মচাৰীও বহুত ওলাব ) আপোনাৰ চৰকাৰটো বহুত এনেকুৱা মন্ত্ৰী এমএলে আছে যিবোৰ সম্পূৰ্ণ বিফল এওলোকেও মোটা অংকৰ দৰমহা আৰু সা সুবিধা লৈ আছে ৷ এওলোকৰ কি হব ? (পুৰণি পেঞ্চন ব্যৱস্থাও এওলোকৰ আছে যিটো এজন কৰ্মচাৰীৰ ক্ষেএত আপোনালোকৰ আশিৰ্বাদত নাই) মুঠতে কথা এটাই যে সকলো ক্ষেএতেই ভাল বেয়া দুয়োটাই আছে আৰু থাকিব ৷ গতিকে বেয়াখিনিক সঠিক পথলৈ আনিব পৰা জন হে সফল বুলি আমি ভাবো ৷

  • @amarjitsandilya1236
    @amarjitsandilya1236 หลายเดือนก่อน +3

    পুঁজি ৰাহী হলে আৰু কেইটামান আঁচনি ভোট বেংক আঁচনি লব পৰা যাব।

  • @pallmukukanad2796
    @pallmukukanad2796 หลายเดือนก่อน +6

    12000 দৰমহাৰ এ ঘৰ চলে নেকি?

    • @dhrupadnarayan
      @dhrupadnarayan หลายเดือนก่อน

      Xihotok lage 2/3 lakh salary aru 12000 toka di family solibo lage faltu ktha koise

  • @user-uv6mc2jq7v
    @user-uv6mc2jq7v หลายเดือนก่อน +11

    কৰ্মচাৰীয়ে কাম নকৰিলে বেচৰকাৰীক দিয়াই ভাল।

    • @asomiyalorakabyanil7069
      @asomiyalorakabyanil7069 หลายเดือนก่อน +4

      চৰকাৰী চাকৰি এটা যোগাৰ কৰিব পৰা নাই সেই কাৰণে জ্বলি-পুৰি মৰিচ বেচেৰাহত ।😂😂😂😂

    • @rajibsarania9969
      @rajibsarania9969 หลายเดือนก่อน

      অ আপুনি চাকৰি ‌পাই একো কাম নকৰে‌ কিয়

    • @PrabirJyotinath-fw6sv
      @PrabirJyotinath-fw6sv หลายเดือนก่อน

      Nijr dekhr bbe vl jitu ru jikunu sidhantoi nohok saitu xdai uprt....jitu kme rijor ru dekhr khoti kre saitut jorurt nthak .... Axomor srkri skrir bbe pgl ru gujrati tr biporit ....ata sorkari skrit pua drmohr smn to taxt di asu bussiness kori ....gujraat jbo lge axomor mnhu tt jai sikok...sorkari sakorir kuntu post gm pli saijon okat Buji pi si kimn selry pai kimn Toka pbo Toka kimn khros koribo kimn k sb buja ji bs ki post job kre jnili holi..vl bussinesman hbo sesta korok jdi nhy dn sakorir sinta korok nijr lgt dui akhjnk kormo to dbo r bbe usso sinta korok ..ata sakori ple life tu Boni jbo ki life bohibo ..life bonibo lgli hajar lakhr selry di km nhy ..km boykht 0 pra bussiness start krsu ... 4 jn mnhuk km di teulkr poriyal solot xohay korisu alp holeo...sinta dhara dngor korok tetiya dekh agbrhibo ...nohole jibn vr sorkari skri bjp congress korute jbo ....sakrit Kune kimn drmoha paok bt Sai poisa bussinessman k a dbo lgbo...kunu car ghr bstu bahani kinibo goi ba medically goi ...hr jagah bussiness hy 🇮🇳

    • @ranasharma2302
      @ranasharma2302 หลายเดือนก่อน

      Class 6 pass korise nw nai apuni?

  • @rajibpegu5313
    @rajibpegu5313 หลายเดือนก่อน +1

    আমাৰ ৰাইজখনে কোন দিকে গতি কৰিছে অসমৰ অসমীয়াই বুজি পাবলৈ হ'ল আমাৰ ল'ৰা ছোৱালী দিনবোৰ কি গতি হ'ব

  • @brahmanandadutta7357
    @brahmanandadutta7357 หลายเดือนก่อน +2

    সেই কাৰণে কৰ্মচাৰী সকলে ভালদৰে কাম কৰাটো আমি বিচাৰো, যি কাম কৰ্মচাৰীৰ টেবুলত ১ ঘন্টা কৰিব পাৰে সেই কাম বিভিন্ন অজুহাত দেখুৱাই পেলাই থয়।

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens6290 หลายเดือนก่อน +2

    চৰকাৰী কৰ্মচাৰী সকলক VIP বিলাকৰ পাছে পাছে ঘূৰাই ফুৰে কিয়। কৰ্মচাৰী সকলৰ কৰ্ম স্পৃহা বঢ়াই কৰ্ম সংস্কৃতি গঢ়ি টোলাটো চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য। আপোনাৰ চৰকাৰ এই ক্ষেত্ৰত বিফল হৈছে। অসমৰ মুখ্যমন্ত্ৰী হব পৰিছে কিন্তু চলাব পৰা নাই। তাৰ মুখ্য কাৰণ অযোগ্য অদক্ষ মন্ত্ৰীসভা।।

  • @jaijaganath7481
    @jaijaganath7481 หลายเดือนก่อน +4

    Moja👍 CM SIR , চৰকাৰী চাকৰি কৰিলে ব্হত অহংকাৰী মানুহ হৈ যায। আৰু সামাজ ত চৰকাৰি চাকৰি ,চৰকাৰি চাকৰি মানষিক তা NEXT যাতে নাহে । তেতিয়া হে অসম খন ভাল হব।

  • @MagneticShock-me5kk
    @MagneticShock-me5kk หลายเดือนก่อน +2

    ইয়াৰ অৰ্থ হৈছে, মূৰ্খ অসমীয়া 5 কেজি ফ্ৰি চাউল খা আৰু 12000 টকা দৰমহা লৈ ফুপ জহি ৰঙাই হৈ জীন্দেগী বনাই ল, অসমীয়া জাতিক এইটো ভাল উপযুক্ত উপহাৰ বুলি ভাৱিছে এই মহা মহিম মন্ত্ৰী জনাই। এতিয়া কথা হ'ল জাতীয়তাবাদী মূখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰ নে কংস মামা ।

  • @Deva-20
    @Deva-20 หลายเดือนก่อน +3

    CM Sir 2026 Ot Election aahiaache ....monot rakhibo

  • @mrinmoychakraborty8426
    @mrinmoychakraborty8426 หลายเดือนก่อน +2

    আপুনি সোনকালেই চকিখন‌ এৰি দিয়ক আপোনাতকৈ যোগ্য ব্যক্তি বহুত আছে।

  • @MalinDakua
    @MalinDakua หลายเดือนก่อน +3

    চৰকাৰী কৰ্মচাৰী সকল বেছিভাগ সাধাৰণ জনতাক হাৰাশাস্তি দি ভয় ভাবুকি দেখুৱা ভেটি খোৱা বিভাগ৷ গতিকে ব্যক্তিকৰন কৰিব লাগে বিভাগবিলাক৷

    • @asomiyalorakabyanil7069
      @asomiyalorakabyanil7069 หลายเดือนก่อน +2

      আপোনালৈ বেয়া লাগিল মহোদয়, চৰকাৰী চাকৰিয়াল এতিয়ালৈ হ'ব পৰা নাই 😂😂মামাক এনেকৈ support কৰি যাওক চাকৰি দি দিব । কাম নকৰা বোৰ খেদি আপোনালোকক দিব দেই ।😂😂😂😂😂

    • @MalinDakua
      @MalinDakua หลายเดือนก่อน

      জনতাৰ টকাৰে ছলি আছে মহাশয়৷আৰু সেই জনাতকে হাৰাশাস্তি৷অপব্যৱহাৰ৷কাম ফাকি৷ৰাইজক ঠগোৱা মানে লৰা ছোৱালীক ঠগোৱা৷

    • @rajibsarania9969
      @rajibsarania9969 หลายเดือนก่อน

      Banking system2 out source system kori বহুত‌ ভাল কৰিছিল CSP কৰি দি । তেনেদৰে ‌কেতামান‌ বিভাগ লাগে out source কৰিব

  • @miganggegongolumpegu9669
    @miganggegongolumpegu9669 หลายเดือนก่อน +3

    ত ই কেলা ধাৰ , ঋণ লৈ লৈ ৰাজ্য চলাই আছে । এনে ব্যক্তি কি দক্ষতা থকা বুলি কম. তোমাৰ দৰে কেচুৱা এজনেও ৰাজ্য চলাব পাৰি।

  • @7gc970
    @7gc970 หลายเดือนก่อน +20

    চৰকাৰীৰ চাকৰিৰ কৰাৰ মানুহ হল বুলি দৰমহাৰ বঢ়াই দিয়া কোনো যুক্তিৰ নাই প্ৰাভেত বা কোম্পানীৰ চাকৰিয়াল সকলে কামত অবহেলা নকৰে । চৰকাৰীৰ চাকৰিৰ কৰাৰ সকলে কামত ফাকি দিয়ে ।

    • @rintugogoi9148
      @rintugogoi9148 หลายเดือนก่อน +1

      Right

    • @asomiyalorakabyanil7069
      @asomiyalorakabyanil7069 หลายเดือนก่อน +10

      চৰকাৰী চাকৰি এটা যোগাৰ কৰিব পৰা নাই সেই কাৰণে জ্বলি-পুৰি মৰিচ 😂😂😂😂

    • @bapanrajbongshi6637
      @bapanrajbongshi6637 หลายเดือนก่อน +1

      বেলেগে চাকৰি পোৱা দেখি জ্বলি-পুৰি মৰিচ । চৰকাৰী চাকৰিৰ সৃষ্টি কৰিব লাগে, তেনেকুৱা কথা তোৰ মনলৈ নাহে , চৰকাৰী বিভাগ বন্ধ কৰিব লাগে,বৰ বেয়া মনৰ মানুহ তই । Private company t দেখোন ঘটিটো ওলোটাই কাম কৰা , Company ৰ মালিকে কিয় দৰমহা বঢ়াই নিদিয়ে।

    • @AbulHussain-dl6og
      @AbulHussain-dl6og หลายเดือนก่อน +1

      Baki nai bujiboloi , bopurai ajiloike interview D sakori eta jogabo nuwarile hobola.....🤗

    • @NazrulIslam-hp3jh
      @NazrulIslam-hp3jh หลายเดือนก่อน

      চৰকাৰী চাকৰিয়াল সকলে ঘোচ খাই দুৰ্নীতিত হৈয়ে দেশ ধ্বংস কৰিলে।

  • @kahanipur01
    @kahanipur01 หลายเดือนก่อน +3

    Mur ei bilak manushor uporot hahi uthe je hokole otsourceing support kore...
    Kionu etu holee..
    1) Health system
    2) Education
    3) Law and order o outsourcing hobo..
    Aru etu holee jar poisa ase hijone eibilak service lobo ar aponi kiba karonote hospital jabo loga holee aponi without treatment porolukot gomon koribo 😂😂😂

  • @NipenDutta-sd7fe
    @NipenDutta-sd7fe หลายเดือนก่อน +2

    A very good action taken by govt. I like it. Because then all people growing to equal. There have no vast difference between rich and poor

  • @pallmukukanad2796
    @pallmukukanad2796 หลายเดือนก่อน +3

    ইয়াৰ বাবে চৰকাৰী ধন খাই কোনো কাম নকৰা সকল হল দায়ী। চৰকাৰী কৰ্মচাৰীৰ অহংকাৰ বেছি।

  • @pabitraprandutta2497
    @pabitraprandutta2497 หลายเดือนก่อน +1

    বৰ্তমান চৰকাৰী চাকৰি কৰা ব্যক্তিৰ ৭০শতাংশ লোক এক মাত্ৰ চাকৰি কৰিছোঁ বুলি নিজক প্ৰতিষ্ঠা কৰিবলৈ হে চাকৰি কৰিছে কৰ্ম ৰ জৰিয়তে নিজক প্ৰতিষ্ঠা কৰিবলৈ নহয় । এতিয়া এটা কামৰ বাবে যদি কাচাৰিলৈ যায় তেন্তে তিনি দিন টো লাগিবৈই আগতে onlineকামসমূহ নহৈছিল যদিও তুলনামূলক ভাবে কবলৈ এ ভাল।BJPয়ে যেতিয়া প্ৰথম চৰকাৰ গঠন কৰিছিল তেতিয়া চৰকাৰী কাৰ্য্যালয়ত গৈয়ে ভাল লাগিছিল কিন্তু এতিয়া আকৌ যেন সেই আগৰ কংগ্ৰেছৰ চৰকাৰৰ কাম বোৰৰ দৰে হৈই পৰিছে নকলেও নোৱাৰি।🙏

    • @DrAkibulHassan
      @DrAkibulHassan หลายเดือนก่อน

      Tor matha ki beya hoise neki kot bhal dekhile be

  • @dharmakantadeka3553
    @dharmakantadeka3553 หลายเดือนก่อน +3

    আচলতে মূখ্যমন্ত্ৰী মহোদয় আপোনাক ৰাইজেৰ ভোটৰ জৰিয়তে আপোনাক ৰাইজৰ জন প্ৰতিনিধি হিচাপে অসমে আপোনাক দিলে। কিন্তু সময় মতে অফিচত নগলে তাৰ ব্যৱস্থা আপুনি ল'ব পাৰে। কিন্তু নিয়োগ ব্যৱস্থা আপুনি বন্ধ কেনেকৈ কৰিব।মহোদয় যদি নিয়োগ ব্যৱস্থা বন্ধ কৰি ঠিকাদাৰ ব্যৱস্থা হয়। তেতিয়া আপোনাক ঠিকাদাৰ ভোটৰ দ্বাৰা নিৰ্বাচিত জনপ্ৰতিনি হ'ব লাগিব।ৰাইজৰ ভোটেৰে নহয়।মহোদয় অফিচৰ কিছুমান চাকৰিয়াল অফিচত নাযায়।তাৰ প্ৰায়েই আপোনাৰ পাৰ্টিৰ লেবেল দিয়া দেখাই যায়।সিহঁতে ঠিকা বিচাৰি ফুৰে সেইবাবে অফিচত যাব পাহাৰে মহোদয়।তাত নিবনুৱা সমস্যা ক'ত।এবাৰ ভাবক মহোদয়।

  • @user-mp4lc9nn9j
    @user-mp4lc9nn9j หลายเดือนก่อน +1

    এইবোৰ কৰাৰ কাৰণ হল হিমন্ত ক আৰু টকা লাগে ,, ঠিকা ভিত্ৰি ত চলাব বিচাৰিছে

  • @digantakoch4894
    @digantakoch4894 หลายเดือนก่อน +8

    বামুণ চোৰে দেশ চলালে এনেকুৱাই হব 😂😂😂 ফকতীয়া চাউল খাই ভোট দিলে এনেকুৱা হবই ।

  • @dharmaphukon3166
    @dharmaphukon3166 หลายเดือนก่อน +2

    নিজৰ প্ৰয়োজনতকৈ কেইবাগুণ বেছি ঘটি লোৱাৰ পাচত আনৰ বাবে কিয় ভা

  • @pratimasarma1737
    @pratimasarma1737 หลายเดือนก่อน +1

    কি হৈছে চাওক বুজক অনুভৱ কৰক কি হৈ আছে দেশৰ ভবিষ্যত প্ৰজন্মৰ বাবে।

  • @mridulgoswami9725
    @mridulgoswami9725 หลายเดือนก่อน +4

    MAL MINISTERS ৰ দৰমহা বৃদ্ধি কৰি থাকক

  • @pradipkumardas7571
    @pradipkumardas7571 หลายเดือนก่อน +3

    There is no work in the office for 70% of government job holders, even then if you have any work it will be delayed for days.

    • @JoiAhom
      @JoiAhom หลายเดือนก่อน

      How u know there is no work

  • @KanchanRabidas-iy2un
    @KanchanRabidas-iy2un หลายเดือนก่อน +1

    Very good

  • @handique6888
    @handique6888 หลายเดือนก่อน +2

    অসমৰ নতুন প্ৰজন্ম মানৱ সম্পদক সংস্থাপনেৰে দক্ষ ভাবে গঢ়ি লব নোৱাৰি " চোতাল খন বেকা'' বুলি কৈ বেপাৰী বুধিৰে ৰাজ্য চলাই ৰাহি ধনেৰে সোণৰ অসম বনাব চাগৈ ? চৰকাৰী সংস্থাপনেৰে চৰকাৰী দক্ষকমী হবলৈ নাপালেও নৱপ্ৰজন্মই সোণৰ অসমত থাকিবলৈ পাব ।বেছিকৈ আপত্তি নকৰিবচোন !

  • @rajukonwar6089
    @rajukonwar6089 หลายเดือนก่อน +16

    এইজন ৰ ঘৰৰ পৰা পইচা দি আছে যে

  • @dimbekalita3697
    @dimbekalita3697 หลายเดือนก่อน +2

    Val kam

  • @lutgayelutiyadubagaye
    @lutgayelutiyadubagaye หลายเดือนก่อน +2

    Asom khon outsource kori de. 2026 t eitu out hobo aru source asomor raij hobo

  • @Bg22224
    @Bg22224 หลายเดือนก่อน +1

    পাছত আকৌ নকব, এইবোৰ তৰুন গগৈ ৰ দিনত কৰি থৈ যোৱা বুলি

  • @Rana-hg8hg
    @Rana-hg8hg หลายเดือนก่อน

    মন কী বাত, বৃক্ষ ৰোপন আচনিৰ লগত অসমৰ ডেকা যুবক যুবতী সকলক জড়িত কৰি থাকিলেই বেছি ভাল হব নেকি,

  • @RekhaKalita-dv7lt
    @RekhaKalita-dv7lt หลายเดือนก่อน +3

    Aru ami raije Jodi apunak cm habo nidie tetiya he bujibo

  • @sonyut0
    @sonyut0 หลายเดือนก่อน

    সকলোৰে দৰমহা কমাই দিয়ক আৰু মন্ত্রী আৰু বিধায়কৰ সকলোৰে ১বছৰ কমকৈ ললে মুখ্য মন্ত্রী দৰমহা ৩০০০০কৈ আৰু তলৰ কাম কৰা লোক বোৰৰ দৰমহা ২১০০০ কৰি দিয়ক ১বছৰত সমাধান হয় যাব
    মহাশয়

  • @user-hu3qy9si2o
    @user-hu3qy9si2o หลายเดือนก่อน +1

    গুটেইবোৰ বিক্ৰী কৰি দিয়া পৰিকল্পনা চলিছে।

  • @MohanGogoi-xq6yu
    @MohanGogoi-xq6yu หลายเดือนก่อน +1

    এইটো হ'ব লাগিব

  • @tapanchandrakalita6420
    @tapanchandrakalita6420 หลายเดือนก่อน +1

    সুন্দৰ চৰকাৰ

  • @abulkalamazad912
    @abulkalamazad912 หลายเดือนก่อน +1

    Maximum hospital t niyog huwa doctor bilak hospital t besi duty nokori chamber khuli bohi thake so out sources process koratua val buli anubhab koru

  • @SportsSphere-TV
    @SportsSphere-TV หลายเดือนก่อน +1

    অসমত চৰকাৰী চাকৰিৰ বাবে আউটচ'ৰ্চিংলৈ স্থানান্তৰিত হোৱাৰ কথা শুনি সঁচাকৈয়ে হতাশাজনক। এই পৰিৱৰ্তনে আমাৰ বহুতকে প্ৰভাৱিত কৰে যিসকলে সুস্থিৰ চৰকাৰী পদ নিশ্চিত কৰাৰ সপোন দেখিছিল !

  • @banjitchangmai4047
    @banjitchangmai4047 หลายเดือนก่อน +2

    অসমীয়া স্বাৰ্থ পৰ মানুহ বোৰক কোনে বুজাব,,,, আঁচনি এ সকলো অসমীয়া কাৰণে, কৰি খাব নোৱাৰে যে, আনৰ ওপৰত্,,

    • @mukulbaruah1833
      @mukulbaruah1833 หลายเดือนก่อน

      Banajit Changmai binamulia Gubarar sabonprush, Goru moot r Amrit aru Bamunr vori pani khai khai toi moha gyani holi.

  • @rahulboro5009
    @rahulboro5009 หลายเดือนก่อน +2

    Sob company under kora sasta nuwara jodi bad diyok .moy nija ay out score under kam kori asu central government office ata t salary time t nidia

  • @indprajit1590
    @indprajit1590 หลายเดือนก่อน +1

    Moja jaladi korok....Saab outsourcing hobo lage .....sarkari sakori bula bostu tu khotom koribo Lage....

  • @babulali3451
    @babulali3451 หลายเดือนก่อน +1

    Sorkarr pora lobo 15000... Employ k dibo 12000 . 3000 comition....

  • @letsplay9856
    @letsplay9856 หลายเดือนก่อน +3

    একাঙশ কৰ্মচাৰীৰ কৰ্ম স্পৃহা নথকাটো সঁচা কথা।

    • @TilakKtDoley-gd1dt
      @TilakKtDoley-gd1dt หลายเดือนก่อน +2

      কৰ্মস্পৃহা নথকা প্ৰায় চৰকাৰী কৰ্মচাৰীয়েই ৰাজনৈতিক আশীৰ্বাদত চাকৰি লাভ কৰি কৰ্তব্যৰ প্ৰতি অৱহেলা কৰি ৰাজনৈতিক কামকাজত শীতলভাৱে জড়িত থাকে৷কিছুমানে ৰাজনৈতিক সভা-সমিতিটো উপস্থিত থকা খবৰ ওলায় থাকে৷সেয়েহে এনে কৰ্মচাৰী ৰাজনীতিকৰে সৃষ্টি৷

    • @mukulbaruah1833
      @mukulbaruah1833 หลายเดือนก่อน

      Kets play tur noon(Vezina) kuch khai gole tur u akei dokha habo.

  • @karunasarmah1015
    @karunasarmah1015 หลายเดือนก่อน +3

    Jodi eiaai hoi tene Govt khonu outsourcing process te chalaok......

  • @attemptsexam6538
    @attemptsexam6538 หลายเดือนก่อน

    আৰু কি কি কৰিব খুযে হিমন্তই । ব্যক্তিগত কোম্পানি চিকুৰিতিয়ে ৰাইজক কেনে ব্যৱহাৰ কৰে তা জনাৰ আামাৰ দৰকাৰ নাই । । । । এই অৱস্থাত ৰাইজৰ জীৱন ধাৰণৰ মানদণ্ড কি হব জনা আছে । আপোনি ৰ্কমচাৰি চলাব নোৱাৰিলে পদত্যাগ কৰক । । এই ব্যৱস্থা মানে কি ৰাজ্যক আম্বানি আদানিক গোতাই দিব নেকি ?

  • @Abduljalil-yv8qx
    @Abduljalil-yv8qx หลายเดือนก่อน +1

    চব কোম্পানীক দিব লাগে। আৰু যিয়ে যেনেকৈ পাৰে লুটিব দিব লাগে। চৰকাৰী সম্পত্তি বুলিলৈ নো আৰু কি আছে !

  • @pranjalbayan5338
    @pranjalbayan5338 หลายเดือนก่อน +1

    Out source korile val

  • @somirbhaitipstrick6602
    @somirbhaitipstrick6602 หลายเดือนก่อน +1

    Enekua hole corruption besi hbo.
    Aru assam or bahirr manuhe u state department t humai jabo

  • @utpalgoswami1990
    @utpalgoswami1990 หลายเดือนก่อน

    ধাৰ আৰু ধাৰ, আউট চৰচ লাঘু কৰিলে MLA, MP, ৰ দৰমহা নাথাকিব আৰু তেওঁলোককো আউট চৰচৰ পৰা আনিব লাগিব । কি দৰকাৰ পাগল মূখ্য মন্ত্ৰীৰ, কোনো মন্ত্ৰী নালাগে, চুৰি কৰি লাখটকীয়া চোলা নাইটী পিন্ধিবলৈ নিদিয়ে আউট চৰচৰ বিষয়ায় নে কি কয়?

  • @dhrupadnarayan
    @dhrupadnarayan หลายเดือนก่อน +1

    Anakua ktha kua karone modi r aji majority naikiya hl aru jodi cm e aibilk boki thake thn cm r u central govt r nisina obostha hobo

  • @debajanibaruah3105
    @debajanibaruah3105 หลายเดือนก่อน +1

    বিজেপি সকলোতে হাৰ মানিব ধৰিচে।গলৰ গুৰিলৈ ঢ়াৰ সেইবাবে এইবোৰ বিভিন্ন বাহানা ।ৰাইজে সকলো লক্ষ্য কৰি কি কৰিলে ভাল হব শক্তিতো ৰাইজে ললে সকলো ঠিক হব ।

  • @tamlalsarma6709
    @tamlalsarma6709 หลายเดือนก่อน +1

    12000 tokat apunalokor ghor khon solabo paribo ne ajir dinot ji mulyabridhi hoise... Apunalor crore crore Toka ase sinta nai middle class family ki hobo...??

  • @mrinmoy13
    @mrinmoy13 หลายเดือนก่อน +3

    Gutei loan loi poisa gaal hojom kori lole, kuti tokia gari, flats, bank balance kori lole.. Etia govt employees r uport maar marise..

  • @uttambhuyan6635
    @uttambhuyan6635 หลายเดือนก่อน

    চৰকাৰ চলিযাবলৈ ( কিমান ডাঙৰ চকাৰ আৰু ইঞ্জিনৰ দৰকাৰ হব
    চকা ও ডাঙৰ লাগিব)

  • @DhrubajyotiBaruah-yf5ge
    @DhrubajyotiBaruah-yf5ge หลายเดือนก่อน +4

    Mama thik katha koise

  • @biswajittalukdar2048
    @biswajittalukdar2048 หลายเดือนก่อน

    Good decision

  • @kalpanadas6707
    @kalpanadas6707 หลายเดือนก่อน +1

    Xundor kotha koise Kalitada

  • @pradipsarma9199
    @pradipsarma9199 หลายเดือนก่อน +1

    Out source ministery system hoba lagiba.

  • @pradipdas9078
    @pradipdas9078 หลายเดือนก่อน

    চৰকাৰ খন হে out sourcing হ'ব লাগে

  • @mintukalita8225
    @mintukalita8225 หลายเดือนก่อน +1

    Beleg kotha eku a.... Ni... Kotha to hl eituye j..... Sorkar khn kholoni kribo lge bht joruri hoi goise... Jonmor pra etyale imn kosto puwa ni jimn kosto ei 3ta basort palu

  • @tapanchandrakalita6420
    @tapanchandrakalita6420 หลายเดือนก่อน

    অৰুনোদয় দি থাকিলে চাকৰি কিয় লাগে

  • @rupdhannath6894
    @rupdhannath6894 หลายเดือนก่อน

    অৰুণোদয় দিবলৈ টকা হয়,গছ পুলি ৰুলে দিবলৈ টকা হয়,khetimati নোহোৱা জনকো কৃষকৰ টকা দিবলৈ টকা হয়, স্কুলীয়া ছাত্ৰী ক scooty দিবলৈ টকা হয়, একেলগে দহ লাখ নাচনী ক নাচুৱাই গ্ৰিনিছ record কৰিবলৈ লাখ লাখ টকা খৰচ কৰিবলৈ টকা হয়, এইবোৰ টকা tor baperor ভৰালৰ পৰা দিয়া নেকি পাগল

  • @info10
    @info10 หลายเดือนก่อน

    হিমন্তৰ তুমি হাৰি নাযাবা

  • @RatanDaimary-o4m
    @RatanDaimary-o4m หลายเดือนก่อน

    Dr. Himanta Bishaw Sharma jiman dinoloy Asomor chief Minister hoythakibo emandinoloy Assamor kormosarik oshonman koriethakibo nilaj chief minister mukor aru monor milnay. No king have absulate power. He must submit to the wishes of the people. A gentleman never inflicts pain on others.

  • @attemptsexam6538
    @attemptsexam6538 หลายเดือนก่อน

    ঠিকা সমূহ কাক দিব বিহাৰি /মাৰোৱাৰিক নেকি?

  • @jyotiprasadsarma8257
    @jyotiprasadsarma8257 หลายเดือนก่อน

    ধাৰ কৰি ঘী খোৱা বোৰে ইয়াত কৈ ভাল কথা চিন্তা কৰিব নোৱাৰে

  • @dr.binodgogoi3642
    @dr.binodgogoi3642 หลายเดือนก่อน

    Dengerous step

  • @gunakantabaruah6243
    @gunakantabaruah6243 หลายเดือนก่อน

    To finish every target of work a time' limit bar is always limiting factor to utilise every targeted money.In case of nonspending of funds never focus the inability of official negligence.It reflects a negative attitude in the welfare schemes running in satisfactorily in other states.So the service association is also be responsible to find out the cause in administration.The developmental works needs a war footing mentality to be achieved in time.If we do not co-operate the result will be unsuccessful for the govt.So system of outsourcing sometimes essential to get ultimate goal.

  • @অসমীয়াhindu6777
    @অসমীয়াhindu6777 หลายเดือนก่อน

    আছে গৰু নাবায় হাল থকাত কৈ নথকাই ভাল

  • @jaychankarboro4439
    @jaychankarboro4439 หลายเดือนก่อน

    CM is not right

  • @aoomusicofficial2124
    @aoomusicofficial2124 หลายเดือนก่อน

    Ek matro axomt hihe kaam kori ase bakibur 2 anei ... .. aeijon jodi aru ....thakibo .....hoi amr ghr bari sob besi dibo ...

  • @subodhsaha8833
    @subodhsaha8833 หลายเดือนก่อน

    Right

  • @JoiAhom
    @JoiAhom หลายเดือนก่อน

    Oii Hemanta resign korok

  • @JoiAhom
    @JoiAhom หลายเดือนก่อน

    Next time vote ni duu

  • @khilonjiyanonbodoknightsin7346
    @khilonjiyanonbodoknightsin7346 หลายเดือนก่อน

    Next e haribo

  • @mridulgogoi747
    @mridulgogoi747 หลายเดือนก่อน

    মানুহ বিলাকক পাগল বনা ই আছে ।

  • @user-qi6kp6fj7q
    @user-qi6kp6fj7q หลายเดือนก่อน

    খুবেই ভাল হব ।এলেহোৱা কৰ্মচাৰিৰ কাম নাই ।

  • @Neo-yj6dj
    @Neo-yj6dj หลายเดือนก่อน

    Hemanta ...Bjp policy khek kori dibo Axom khon