Assam Viral Wedding News : এখন বিয়াক লৈ সৃষ্টি হৈছে ৰহস্যৰ!

แชร์
ฝัง
  • เผยแพร่เมื่อ 15 ธ.ค. 2022
  • ৰাজ্যৰ চুকে-কোণে এখনৰ পাছত আন এখন বিয়া। এয়া যেন আঘোণমহীয়া বিয়াৰেই বতৰ। কিন্তু হাঁহে, মাহে, দৈ-জলপানে সাজু কৰিয়ো হঠাৎ বিয়াৰ দিনাই অথন্তৰ লাগিল দৰা-কইনাৰ ঘৰত। পৰিস্থিতি এনে পৰ্যায় পালেগৈ যে দৰা মান্তি নহ’ল কইনা আনিবলৈ।
    #assam #wedding #weddingvideo #marriage #marriagevideo #bridal #bride #groom #viralvideo #viral
    --------------------------------------------------------------------------------------------
    Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
    All you need to do is PRESS THE BELL ICON next to the Subscribe button!
    ND24 is an Assamese News Channel. ND24 TH-cam channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
    Stay tuned for the latest updates from India and around the world!
    𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
    ▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
    ▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
    ▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
    ▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
    ▶️ 𝐊𝐨𝐨: www.kooapp.com/profile/nd24_news
    ▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam

ความคิดเห็น • 416

  • @taradihingia2545
    @taradihingia2545 ปีที่แล้ว +90

    সাংবাদিকে কইনাঘৰৰ মেচেজ দেখুৱালে কিন্তু দৰা ঘৰৰ মেচেজ নেদেখুৱালে কিয়?

    • @ankurbarman6503
      @ankurbarman6503 ปีที่แล้ว

      Mmm

    • @bhumikadutta3384
      @bhumikadutta3384 ปีที่แล้ว +1

      Karon koina ghr e eku proof nai dia....only alligation logai ase dora ghror uporot. First kole dora ghr e dowry bisarise. Bisora amount nupua krne biya vangise tar pisot koise dora e taik dom di beya msg korise beya kotha koi gali dise...but etia loi k eku proof dekhabo nai para

  • @zubeengargjukebox
    @zubeengargjukebox ปีที่แล้ว +52

    ভাল লৰা মানে স্বভাৱ চৰিত্ৰ নহয় সেইটো আগৰ যুগত আছিল l
    আজি কালি ভাল লৰা মানে টকা পইচা, চাকৰি, কাপোৰ কানি ভাল, গাড়ী থকা লৰা লাগে সেইবোৰ হে প্ৰয়োজনীয় আজিৰ যুগত
    আৰে মইনা টকা পইচা গাড়ী মটৰে জীৱন ভাল নকৰে
    জীৱনটো সুখৰ হবলৈ হলে মৰম ভালপোৱাৰ প্ৰয়োজন l
    সেই বাবেই চাগে মোক ছোৱালীয়ে এৰি যায় মৰম নিদিয়া বা সময় নিদিয়া বাবে নহয় টকা পইচা নথকা বাবে🥺

    • @abinsurin8277
      @abinsurin8277 4 หลายเดือนก่อน +1

      Akdam right lora dhunia houk ba bhaal swabhab saritra houk eku fark nopore kintu Jodi Toka hle sob thik lora jenekuau houk Toka thakile hlll ajir jugot😂😂😂

    • @zubeengargjukebox
      @zubeengargjukebox 4 หลายเดือนก่อน

      @@abinsurin8277 hmmm

    • @RehanDutta-hd6lg
      @RehanDutta-hd6lg 3 หลายเดือนก่อน

      Okol morom val puare besi din hukhor honkhar nsole...practical lifet morom val puar lgote poisau dorkar hukhor hokhar jiyai thakibole

  • @dxmonda3341
    @dxmonda3341 ปีที่แล้ว +92

    এনেই দৰা গুৱাহাটিৰ তাতেই আকৌ ইঞ্জিনিয়াৰ কম দামৰ বস্তু দিলে কইনাৰ খং উঠিবই দিয়কছোন 🤭

    • @hridaiprakashsaikia2126
      @hridaiprakashsaikia2126 ปีที่แล้ว +4

      Engineer hol bulei jee dhoni hobo xetu kotha nhoi

    • @home2905
      @home2905 ปีที่แล้ว +3

      @@hridaiprakashsaikia2126 lecture bur j kom diya nai doraghore recent news interview burot

    • @princideka21
      @princideka21 ปีที่แล้ว

      😂

  • @assamfoodeat2156
    @assamfoodeat2156 ปีที่แล้ว +141

    একো নাই বিয়া হৈ গলেহে বেয়া কথা হল হয় এতিয়া দুয়ো জনে আকো ভাল লৰা চাই বিয়া হব পাব। কিন্তু বস্তু লোভ কৰিব নালাগে দে কোনেও

    • @tarungogoi9406
      @tarungogoi9406 ปีที่แล้ว +3

      ছোৱালীৰ মসিমা ময় মত্লৱ বুজিবলৈ কোনোবা আচে চাগে - - -

    • @zinudasbarman3030
      @zinudasbarman3030 ปีที่แล้ว

      Fastest century Pujara r

  • @bahanitadas5494
    @bahanitadas5494 ปีที่แล้ว +29

    মোৰ সম্ভৱ জোৰোণ দি যোৱাৰ পিছত কইনাক সম্ভৱ কৈছে যে তোমালোকৰ সন্মানত আমাৰ মানুহ সন্তুষ্ট নহল বুলি চাগে saibabe কইনাই তেনেকৈ কলে মৰ সম্ভৱ নহয় হৈয়ে চাগে এই ধনী ঘৰৰ কিছুমান মুখা পিন্ধা কুকুৰ থাকেই দুখীয়াৰ ছোৱালী বিচাৰে যাতে নিজৰ ধৰণেৰে চলাব বিচাৰে সকলোৱে ake nhi thake tar মাজতে কিছুমান।

    • @jushorts7956
      @jushorts7956 ปีที่แล้ว

      Anekua Mr lgt o hoise

    • @sonmonidas201
      @sonmonidas201 4 หลายเดือนก่อน

      Right koise

    • @dimpulbaruah5979
      @dimpulbaruah5979 4 หลายเดือนก่อน

      Ghenta buli kou thot suwali bur nimki bodmass tohote ko eta aru koro antu lorai ji koi mukhor aagot koi petot tohotor dore bikh puhi thoi nidie tohote xaap hoi ekdomei bishakh koribo nuwari

  • @sanjibdas15040
    @sanjibdas15040 ปีที่แล้ว +104

    ছোৱালীক চাকৰি কৰা লৰা লাগে। লৰা ক ধুনীয়া ধনি ঘৰৰ ছোৱালী লাগে 😛😂😂😂😂😂😀😀😂😂

  • @funnyentertainment3718
    @funnyentertainment3718 ปีที่แล้ว +30

    News channel বোৰৰ কাম নাই নেকি? সন্ধিয়া পৰা এইডাল বাতৰিকে গোটেই কেইটা channel ত দেখি আছোঁ এনে কি পৃথিৱী খন ওলোটা হ'ল। ইমানে যদি কথাতো বেয়া হৈছে আইনৰ কাষ চাপক অযথা বেলেগ মানুহক এইবিলাক কি কৰিব দেখুওৱাই আছে । অসমত সমস্যা বেলেগ আছে টো

    • @prabinmallabaruah8845
      @prabinmallabaruah8845 ปีที่แล้ว +2

      বাতৰিৱালা বোৰে এইবোৰ বাতৰি দি বেছি ভাল পায় কিজানি । নহলেলেনো এই বাতৰিটো সকলো বোৰ চেনেলে বজাই থাকেনে?

    • @HridayanandaDeka
      @HridayanandaDeka ปีที่แล้ว +1

      Apuni je sai ase takehe

    • @rubulmoran422
      @rubulmoran422 ปีที่แล้ว

      Right

  • @KSwar77
    @KSwar77 ปีที่แล้ว +82

    One side WhatsApp or msg show kio korisa lora jodi dudh se dhula huwa hole nijor text delete nokorile hoi...

    • @c.r7010
      @c.r7010 ปีที่แล้ว +8

      Delete korile delete for all ahil hoi

    • @sameerbaruah1453
      @sameerbaruah1453 ปีที่แล้ว +3

      😛

    • @himangshusikha7605
      @himangshusikha7605 ปีที่แล้ว +1

      Thikei koisa ❤️

    • @AbuKalam148
      @AbuKalam148 ปีที่แล้ว +2

      @@c.r7010 pagol nki lurar khini lurai nije delete korise

    • @c.r7010
      @c.r7010 ปีที่แล้ว +1

      @@AbuKalam148 uff moi najanu kon kalprit but moi koisu je lora tui delete korile deleted for all ahil hoi.nuxunake ji ti nokoba

  • @mandirarajbongshi5133
    @mandirarajbongshi5133 ปีที่แล้ว +15

    দুটাৰে ফোন কল চেক কৰিব লাগে কোন সচা কোন মিছা উলাব

  • @lakhyahiragohain2011
    @lakhyahiragohain2011 ปีที่แล้ว +47

    ঈশ্বৰ ৰে যি কৰে ভাল কৰিছে। পিছলৈ জেমেলা হ'ল হয়। দুয়ো খন ঘৰতে অশান্তিত ভূগিব লাগিল হয়

  • @rojoniprovabaruah5461
    @rojoniprovabaruah5461 ปีที่แล้ว +50

    ভাল ল'ৰা। ভাল সিদ্ধান্ত।এই বাটৰ কচু গাত ঘঁহি লাভ নাই।👌👌👌👌👌✌️✌️✌️✌️

  • @dhrubazglover6601
    @dhrubazglover6601 ปีที่แล้ว +3

    চাবলৈ গলে মেছেজৰ লৰাটোতেয়ে 11.13 অত দিছে আৰু ছোৱালী জনিয়ে 11.24 অত তেনেহলে কব পৰা জাই যে লৰা জনে যৌতুকৰ কথা আগতে কৈ সে চাগে তাৰ পাছত ছোৱালী জনীয়ে বাকী কথা খিনি কৈছে এই টো মোৰ অনুমান

  • @nitusaikia4804
    @nitusaikia4804 ปีที่แล้ว +12

    মুখা পিন্ধা মানুহক বিশ্বাস কৰিব নোৱাৰি এনেকুৱা মানুহো আছেনে আমাৰ মৰমৰ অসমত

  • @bhaskarborah7873
    @bhaskarborah7873 ปีที่แล้ว +26

    লোভীয়া ছোৱালী।লোভেই পাপ পাপেই মৃত্যু।আই অ তই পাছতো গহনা চেম্পু কিনিব পাৰিলি হয়।

  • @parthapratimdeka023
    @parthapratimdeka023 ปีที่แล้ว +3

    ছোৱালী জনীৰ মুখ খন কিয় দেখুৱা নাই ? লৰাই কিবা এটা কৰিলে মুখ খন দেখুৱাই দে

  • @narayansaikai4990
    @narayansaikai4990 ปีที่แล้ว +5

    দুয়ো ফোন কল ৰাজহুৱা কৰিবলৈ অনুৰোধ জনালোঁ

  • @chapari5372
    @chapari5372 ปีที่แล้ว +7

    ককায়েকে অলপ বেছি কৰি আছে ভেটি বিকি চে কিও লৰা টো কত থাকিব কইনা মুখৰ মাত নাই যে

  • @4u206
    @4u206 ปีที่แล้ว +4

    সুন্দৰ পদক্ষেপ।

  • @bishalsarma5148
    @bishalsarma5148 ปีที่แล้ว +8

    Ses etia koina joni IAS hoi ahibo aru dorar bojabo 🤣🤣🤣

  • @kamalapatar1465
    @kamalapatar1465 ปีที่แล้ว +1

    মোৰ টো এনেকুৱা লাগিছে কইনাজনী মহা লুভীয়া
    জীৱন সংগী নকৰাওতে ইমান দাবী। আৰু বিয়াৰ পাছত কি গতি হ'ল হেতেন।যিহল ভালেই হ'ল।ভগৱানে দৰাঘৰক বচালে।সা্ংখীনী জনীৰ পৰা ৰক্ষা পৰিল।

    • @bahanitadas5494
      @bahanitadas5494 ปีที่แล้ว +1

      Tar msg tu dexuwa nai gatike koina gharak duxiya buli apaman kara t sage yenekoi kale

  • @evasanga1946
    @evasanga1946 ปีที่แล้ว +2

    Right.

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 ปีที่แล้ว +20

    বিয়া খন পিচত ভঙাত কৈ আগতে ভাঙি ভাল হল। বিয়াৰ পিচত ঘৰ ভাগিলে বছৰৰ পিচত বছৰ আইন-আদালতৰ পিচত দৌৰিব লাগিল হেতেঁন। প্ৰকৃততে এই সমস্যাত দুই পক্ষৰে কিছু ভূল থাকে। কইনা জনীৰ কিন্তু মানসিক সন্তুলন কম থকা যেনেই লাগে। কইনা জনীক বিশেষজ্ঞৰ দ্বাৰা counselling ৰ প্ৰয়োজন আছে । অন্যথা ভবিষ্যতে তাই সুখী হব নোৱাৰিব।

    • @comewithmenyb3906
      @comewithmenyb3906 ปีที่แล้ว

      Biyar bondobost totha date thik howar dina duyokhan samaje r majot akhan likhito president/secretary totha. Duyokhan raijor majot likhakhot duyofale thakibo lagichil, jito likha likhi niyam asomor. Boro samajot prachur prachalito

  • @sunilamshi8854
    @sunilamshi8854 ปีที่แล้ว +4

    Good decision bro

  • @assamnaturalview2432
    @assamnaturalview2432 ปีที่แล้ว +4

    সুন্দৰ দাদাৰ বহুত ভাল কৰিলে আপোনি সঠিক সিদ্ধান্ত ললে আপোনি

    • @hriakjyotideka5560
      @hriakjyotideka5560 ปีที่แล้ว

      Vl km korisa ছোৱালী fltu

    • @bkp9774
      @bkp9774 ปีที่แล้ว

      @@hriakjyotideka5560 eaia purukh nijyaton.

  • @ranjitamahanta7707
    @ranjitamahanta7707 ปีที่แล้ว +4

    নিজৰ মুৰ নিজেই খালে ছোৱালীজনীয়ে ! লৰাই সচা কৈছে

  • @devaboro4260
    @devaboro4260 ปีที่แล้ว +1

    As a member of comment reader I came here to read comments thank you guys I appreciate you all 🫶

  • @bhashkarjyotiray4537
    @bhashkarjyotiray4537 ปีที่แล้ว +1

    ভালে সিদ্ধান্ত লৈছে

  • @irennath1411
    @irennath1411 ปีที่แล้ว

    Bhal lagil Dada

  • @rinkigogoi7455
    @rinkigogoi7455 ปีที่แล้ว +4

    ইমান ধুনীয়া জোৰোণ দিছে,ইয়াত কৈ আৰু কি লাগে,সুখী হবলৈ বস্তুৰ কি দৰকাৰ

    • @prabinmallabaruah8845
      @prabinmallabaruah8845 ปีที่แล้ว +1

      সেই কাৰণে লৰা- ছোৱালীক সৰুৰ পৰাই ভাল শিক্ষা দিব লাগে । সংস্কাৰ ঘৰ খনৰ পৰাই লাভ কৰে। জাতি -বৰ্ণ আদি পিচত, শিক্ষা-সংস্কাৰ প্ৰথমে চাব লাগে ।

  • @nilimadasdas9694
    @nilimadasdas9694 ปีที่แล้ว +1

    দৰাই কন্যাক দিয়া Message খিনিও দৈখুৱাক ৷ তেতিয়া দে গম পাম কোন দোষী
    কোন নিৰ্দোষী ৷

  • @ratulbarman5821
    @ratulbarman5821 ปีที่แล้ว +23

    মাটি বিক্ৰী কৰি 23 হাজাৰ টকাৰ কাপোৰ জোৰ নেদেখালেও হয়। তেওঁ লোকে সেইকাৰণে ধনী বুলি ভাবিছিল চাগে।😂

    • @sunishakalita3615
      @sunishakalita3615 ปีที่แล้ว +1

      Standard maintain koriboloi kinise sage mati besi holeu kapor. Ki din poril o.

    • @ratulbarman5821
      @ratulbarman5821 ปีที่แล้ว

      @@sunishakalita3615 উটক দেখি ফেঁচাই দুব মাৰিব নালাগে। আগতেই সাবধান হ'ব লাগে।

    • @sunishakalita3615
      @sunishakalita3615 ปีที่แล้ว

      @@ratulbarman5821 Hoi diok

  • @amarendrapaul718
    @amarendrapaul718 ปีที่แล้ว +1

    Good step

  • @parthasaikiavines4848
    @parthasaikiavines4848 ปีที่แล้ว +2

    Asol kotha etya ওলাইছে..

  • @manash6992
    @manash6992 ปีที่แล้ว +7

    কি হব হয় এনেকুৱা হলে? বিয়া- বাৰু নাপাটো বুলি ভাবিছোঁ । হে ঈশ্বৰৰ কি লীলা দেখাইছা, এইবোৰ। কোনো কম নহয় ,এখন‌ তাল অকলে নবজে।

  • @bintiborah3202
    @bintiborah3202 ปีที่แล้ว +1

    ভালে হল বিয়া নহল ,হোৱা হলে পিছত কেজেং লাগিলে কি হল হয় 😭 সেইহে লৰা বা ছোৱালী ক বিয়া পাতিলে ভালকৈ ,কেইটামান দিন পৰীক্ষা কৰিব লাগে।

  • @happyboy4579
    @happyboy4579 ปีที่แล้ว +6

    Bohut val korela atea dai nohola gotea gotea pane khuala haten Lora ghrt ahe

  • @animegh1987
    @animegh1987 ปีที่แล้ว +15

    Bohut bhal decision lole👍

  • @princideka21
    @princideka21 ปีที่แล้ว +1

    Eesshh raam ki je hoise aru aibur... 🙂🙂

  • @prabalhazarikaniku752
    @prabalhazarikaniku752 ปีที่แล้ว +3

    Dada apuni basi gol, enekuwa suwali biya napatai val. Tair msg khini pohi e gom palu tai kiman do panir maas..

  • @simi143
    @simi143 ปีที่แล้ว +1

    Koli jug Bhai ghur Koli jug

  • @bhaspalinfo6604
    @bhaspalinfo6604 ปีที่แล้ว +2

    Kebol koinai msg diakhinihe ase.amar engineer saare eku rply nidiake asene aru.Nijor diakhini delete kri koinak fosabole koinar msgkhini thoi dse jenhe lagise.

  • @GamingRhino06
    @GamingRhino06 ปีที่แล้ว +4

    good decision dada lagila napatiboa kin2 katiau nakua suali nanibo juna apunar family relation bea kore

  • @pranjaldaimary8163
    @pranjaldaimary8163 ปีที่แล้ว +2

    Atiya kak ki kom........!! Message tu kiba sokranto kori diyowa Baah diya jen lagisehh........!!

  • @songitag7323
    @songitag7323 ปีที่แล้ว

    😭😭😭😭😭😭

  • @paragsaikia8233
    @paragsaikia8233 ปีที่แล้ว

    😭😭😭😭

  • @truthoflife4477
    @truthoflife4477 ปีที่แล้ว +10

    If it would had been detected by female then Broom or the innocent male would had been arrested by police but why police can't arrest her

  • @nj-kalita.ASM2319
    @nj-kalita.ASM2319 ปีที่แล้ว +4

    Kuno Kom nahayi soman pasnir Maas😁

  • @tucu925
    @tucu925 ปีที่แล้ว +1

    Mur bodhere duyoghorore dokh aese.kintu dukh lgl koinar bhaiti aaru dorar bapekok.duijone bohut dukh pale

  • @susmitathakuria8291
    @susmitathakuria8291 ปีที่แล้ว

    Tamm sun

  • @jrlifestyle1620
    @jrlifestyle1620 ปีที่แล้ว +3

    Dora Juno nitshoy beya kui massage kurisil sage tar karone suwali Juno teneke kuise...aru Judi kowa nai tente tenekuwa suwalik biya kora nai thike kurise..tat kui Val suwali pabo

  • @manashiintertainment3466
    @manashiintertainment3466 ปีที่แล้ว +1

    Ohhh Dora tu he beya buli voba hoisil fst.....Atiya he gom palu urohir urrr-----🙄🙄🙄Tait koi vall suwali paba Dada....👍👍👍

  • @brajenjitdas7152
    @brajenjitdas7152 ปีที่แล้ว +1

    Napay napay aanekuwa nokoribo .buja bujir maajot solution aanook .🙏🙏🙏🙏

  • @rakibahmed4559
    @rakibahmed4559 ปีที่แล้ว +10

    Lorai val decision loise anekua suwali asolote biya patibo nlge. husbandk jodi respect nkre aibur kotha koi atiai pisot tai ki nkoribo aru. Future t bht prblm hole hoi soo ji hoise agte hoise aru bht val hoise 2jonr karonei.

  • @simonbhuyan2607
    @simonbhuyan2607 ปีที่แล้ว +4

    bazarat bahut bastur dam bahise. Tel r pora til loike. Amar nicna sadharan manuhar haraxasti hoise. Anugrah kori aiburar uporat duta man news bonale kitartha hom.

  • @Neon-lp6fd
    @Neon-lp6fd ปีที่แล้ว +6

    dora ghr very good

  • @bishalsarma5306
    @bishalsarma5306 ปีที่แล้ว +10

    লৰাই ভাল সিদ্ধান্ত লৈছে

  • @h.k.s.1383
    @h.k.s.1383 ปีที่แล้ว +12

    Common sense logai jodi kotha kua jai ejon dhoni ghror manuhe dukhia ghr etar pora assam or nisina jegat joutuk bisara dekha pua nai moi. Aru lora jon nije engineer sakori kore, deutak police asile , poisar eku obhab nai tetyahole hihote ako poisa kio bisaribo. Kintu suali jonir msg bur porhi pura driishyo to dekha goise. Aru eneka ekei case moi nije usoror family etat dekha paisu khali hi biya pati anisile aru etya postai ase. Lora ghror sampatti aru toka poisa demand kore ahar loge loge. Heikarone hodai suali hosa buli bhabibo nalage. June hohise hihotehe buji pai.

  • @ratanpatar5445
    @ratanpatar5445 ปีที่แล้ว +36

    Biya jak dib lage tak nidie....jak dib nalage tak biya dia....Val basisa pist bipd hol hoi.... engineer sai biya dib nalage Val manu sai biya dib lage

    • @manabdas7280
      @manabdas7280 ปีที่แล้ว

      Suwali dhuniya hol buli biya korabo nalage... val monor Suwali sai patibo lage...

    • @WADtube
      @WADtube ปีที่แล้ว

      Yes

    • @anitasarma654
      @anitasarma654 ปีที่แล้ว

      Right

    • @priyam1999
      @priyam1999 ปีที่แล้ว

      Akdm

    • @gitanjali2043
      @gitanjali2043 ปีที่แล้ว

      Yes yes..hosa koise..

  • @ratulbarman5821
    @ratulbarman5821 ปีที่แล้ว +4

    বিয়া নহ'ল ভালে হৈছে কইনাক জৌতুকত চাকৰি কৰা ল'ৰা লাগে । ল'ৰাক কইনাৰ লগতে জৌতুক ও লাগে ।😂😂😂😂

  • @technicalaxom424
    @technicalaxom424 ปีที่แล้ว +3

    শুভ বিবাহ😍😃😃

  • @theonemanyt9482
    @theonemanyt9482 ปีที่แล้ว +2

    Sunsilk main😂😂😂

  • @dipubora3518
    @dipubora3518 ปีที่แล้ว +16

    ভালেই কৰিলে দৰায়ে নানিলে নহলে তাই এখন ঘৰ শ্মশান কৰিলে হেতেন

  • @prasantasaikia2125
    @prasantasaikia2125 ปีที่แล้ว +1

    Ami kn hsa kn misa njanu pi & krubak hsa misa kbole...

  • @shantanudas4990
    @shantanudas4990 ปีที่แล้ว +1

    Dada sida kotha koisu biya pata nai bhale bhulato nahoi

  • @dhanjitkalita9791
    @dhanjitkalita9791 ปีที่แล้ว +2

    Actor and actress both are same acting

  • @streamer3325
    @streamer3325 ปีที่แล้ว +1

    Api luviya

  • @BikramDas-xd3hl
    @BikramDas-xd3hl ปีที่แล้ว +1

    Val hol mojja

  • @utpaldas7130
    @utpaldas7130 ปีที่แล้ว +1

    Darar sms kio nede koinar sms kio dekhuwao

  • @atuldaimari9090
    @atuldaimari9090 ปีที่แล้ว +3

    Besi smart hikhit khomaj

  • @anupambasumataryvlogs837
    @anupambasumataryvlogs837 ปีที่แล้ว +2

    Suwali jonir photo too kio dekhuwa nai

  • @asomiyasuwaliprastutioffic9063
    @asomiyasuwaliprastutioffic9063 ปีที่แล้ว

    ল'ৰায় বোৱাৰি ঠিক কৰি থৈছে নেকি। বোৱাৰি লাভাৰ যেন পাই ল'ৰাক।

  • @juhiborah7937
    @juhiborah7937 ปีที่แล้ว +1

    Tai sge biya agt fali asil enginee buli bhut bosto dibo buli tai fali thka mote npale j so heya hol goi ses nijor jibn nijei khle asolte naiu tai kaplt 🤣🤣🤣 napai napai moina

  • @priyanujhazarikaofficial
    @priyanujhazarikaofficial ปีที่แล้ว +1

    Ki ha Hoi thaka aibur hahim na kanim

  • @jituroy2580
    @jituroy2580 ปีที่แล้ว +2

    Loratuk lage joutuk. Sowali nalage.
    Aneo loratur boyokh hoise. Kam nai.
    Ji hoise vale hoise. Sowali jonir utjol vobitsot kamona korilu. God bless her

  • @bhashkarkalita3237
    @bhashkarkalita3237 ปีที่แล้ว +1

    Joutuk r karone buli koise he... Kintu suwali joni e je ru kimn msg di se xeitu o sawk sun.... Xeijoni suwali biya hoi aha hole dekhun kimn ru bostu bisari asanti korile hoi... Koinar mak e nijike dukhiya buli kole... Efale koina i akou 23000 r kapoor pindhe, sunsilk r shampoo nologai bapre ...

  • @bikashbordoloiphotography1958
    @bikashbordoloiphotography1958 ปีที่แล้ว +2

    Bhale korile dorai tanekuwa suwali kunew jate biya napate

  • @mousumiborthakur3425
    @mousumiborthakur3425 ปีที่แล้ว +7

    Kunubai koina mobilr pora mesg koribo pare ...abar koina jonik hudha val asil ..

  • @hirakjyoti6597
    @hirakjyoti6597 ปีที่แล้ว +1

    Case to ki a..korobat kbl lorai biya korabo noha dekhai ase akw ayt suwalir aibr msg...

  • @jeakgamingyt2120
    @jeakgamingyt2120 ปีที่แล้ว +1

    Hbo de ru bohut salu biyar news ru sabo itcha nai....blg news nai neki ru??

  • @krishnagogoi1657
    @krishnagogoi1657 ปีที่แล้ว +1

    ছোৱালী জনীক ধনী লৰা লাগে নেকি?

  • @nityaborah123
    @nityaborah123 ปีที่แล้ว +1

    যি হ’ল হ’ল আৰু ৷ আপোন কৰি লওঁক ছোৱালীজনীক ৷

  • @barunbaishya7658
    @barunbaishya7658 ปีที่แล้ว +1

    Lara jon basi goll nohole biyaa huaa hole shualiye 498_A dhara lugay kine laraak jell khuale hay jitu dharaarr jamin nay dara jonok morr falorr para bohutt bohut dhaynobad

  • @nishantadeka4909
    @nishantadeka4909 ปีที่แล้ว +1

    Dora jonok jodi dekhabo parise koina jonik dekhoat ki prblm sakut aeibr black di sini npoa kri ki lv..lora sowali khoman jdi doioko dekhaok

  • @rafikulali4396
    @rafikulali4396 ปีที่แล้ว +3

    Vle hoi se biya agot jei gom pala
    Nhole biya pisot ki korila hoi

  • @kabitarajbangshi8742
    @kabitarajbangshi8742 ปีที่แล้ว +2

    Anekua koina bea pati ghor khon dhnkho koratkoi nkorai val,,

  • @gdevburagohain4700
    @gdevburagohain4700 ปีที่แล้ว +1

    Dorah decision thik aase. Pisot bahut okhantit duita poriyal thakil heten.

  • @northeastindia279
    @northeastindia279 ปีที่แล้ว +1

    Cancel ❌❌❌

  • @Lovacurious2
    @Lovacurious2 ปีที่แล้ว

    Atiya bujilu.. dei.. ei aamar Lora suwali r kisuman bhulor babe. Aji 2khon ghare bhugise.. ji hol bhaal hol..

  • @golakvai662
    @golakvai662 ปีที่แล้ว +1

    MMS keita kunu disile ...2tokia enginiar buli. Heitu a sintonio hoise ...suwaliru dhukh ase Jen lagise

  • @learningvlog3631
    @learningvlog3631 ปีที่แล้ว

    Yutb to khulile a sn atoe news blg news ni nki assam khnt

  • @ramsahu9708
    @ramsahu9708 4 หลายเดือนก่อน

    Dadai hosa kotha koise 🙏🙏🙏🙏🙏

  • @r.tantabai7340
    @r.tantabai7340 ปีที่แล้ว +2

    Dora hosa ne koina hosa ?misa kun ?aku buji nai pua dey

  • @kritagyaboro6310
    @kritagyaboro6310 ปีที่แล้ว

    Suwali ghoror kotha huni right jen lagil

  • @sumitlalmohan2113
    @sumitlalmohan2113 ปีที่แล้ว

    Zurun Traping party...lol😂😂😂😂😂😂😂😂😂😂😂

  • @HarePatgiri
    @HarePatgiri 2 หลายเดือนก่อน

    ❤❤❤❤❤❤

  • @niruborah1823
    @niruborah1823 ปีที่แล้ว +1

    Apunaluke avijugbur dekhai thakatkoi biakhn punar patidib nuarene.Biakhn pati diyak vul bujabuji atar kari biyakn pati dile hungbadikburr ata val nam thaki jab agoloi.

  • @tiktokandInstagramreels
    @tiktokandInstagramreels ปีที่แล้ว +2

    Koina gharar mnuhe misa matise.. Prov ni teolokr

  • @mini_vlog326
    @mini_vlog326 4 หลายเดือนก่อน

    আপোনালোক সকলোৱে গম পাইচা নে নাই মই নাজানু ....কিন্তু news তোৰ 2.24 ছেকেণ্ড ত যিতো কৈছে ..সেইতো বেলেগ news ৰ হয়...😂

  • @kukilphukan5852
    @kukilphukan5852 ปีที่แล้ว +18

    Suali party a misa kotha kua Jen lagise, lorai dowry bisara proof dyoksn, lorai tu proof dile msg buror

  • @user-wd4os2ie4n
    @user-wd4os2ie4n 4 หลายเดือนก่อน

    সম্পাটি লুভীয়া কি ঘৰ সংসাৰ কৰিব এজনী ছোৱালী আচল সম্পতি হল মানোজনৰ মৰম ঘৰখনৰ মৰম ধেত্ তেৰি কি বুজিব...............?