মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ সৈতে ‘অভিমত’
ฝัง
- เผยแพร่เมื่อ 4 ต.ค. 2024
- এজন চহা শিল্পী
লোক সংগীতৰ সাধক তেওঁ
এসময়ৰ ৰাষ্ট্রীয় পৰ্যায়ৰ খেলুৱৈ তেওঁ
এসময়ৰ ছাত্র নেতাও আছিল তেওঁ
আজি উপেক্ষিত, অৱহেলিত, অনাদৃত
মাজুলীৰ অখ্যাত শিল্পী বিষ্ণু দাস তেওঁ
মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ সৈতে ‘অভিমত’
#PratidinTime #assam #Abhimat
বহুত বহুত ধন্যবাদ কন্ঠ মানিব লাগিব ইমান দিনে এনেকুৱা প্ৰতিভাৰ সম্পূৰ্ণ এজন ব্যক্তিৰ দেখা পোৱাৰ নাছিলু নিতুমনি শইকীয়াক ধন্যবাদ দিলো আমাক চিনাকি দিয়াৰ কাৰণে
। শিল্পীৰ জন আৰু আগোৱাই জাউক ।
এই মহান উদ্দেশ্যৰ প্ৰতি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ |
বহুত বহুত শুভেচ্ছা জনালোঁ শিল্পী জনলৈ।সচাই এই সকল ক'ত লুকাই থাকে অনন্য কন্ঠৰ অধীকাৰী তেওঁ। ধন্যবাদ নিতুমণি শিল্পীজনক উলিয়াই অনাৰ বাবে সেইহে এই চেনেলটি মোৰ লগতে সকলোৰে প্ৰিয় । বহুত ভাল লাগিল। বিহু নামটি মোৰ মনটি চুই গ'ল। শেষত সকলোকে ধন্যবাদ জনাইছো।
বহুত বহুত ভাল লাগিল আপোনাৰ অনুষ্ঠান চাই। লগতে নিতুমণি শইকীয়া চাৰ আৰু ষ্টুডিঅ'ৰ সমুহ কৰ্মকৰ্তা , বিষ্ণু দাস ,কুমুদ দাস লৈও অশেষ ধন্যবাদ থাকিল । ভগৱানে সকলোকে কুশলে ৰাখক ।বিশেষ কবলৈ আৰু ভাষা নাই ।
শব্দৰে বুজাব নোৱাৰো। ভাষা নাই। বহুত সুন্দৰ। ক্ষমতা থকা হ'লে আমাৰ গাঁৱলৈ আপোনাক আমন্ত্ৰণ কৰিলোঁহেতেন।
সুন্দৰ সঙ্গীত পৰিবেশন মাজুলী দাদা বিষ্ণু দাসৰ, বহুত ভাল লাগিল।
এনেকুৱা আচৰিত শিল্পী লুকাই আছে প্ৰতিটো গীতেই অতি সুন্দৰকৈ গাইছে বভূত ভাল লাগিল ।
Mur bohut dinor axa eta pura hol. Bishnuloi xubhessa.Dhanyabaad Nitumoi
ধন্যবাদ। ভাল লাগিল অনুষ্ঠানটো। 🙏
প্ৰতিদিন টাইমচৰ মুখ্য সম্পাদক সন্মানিত শ্ৰীযুত নিতুমনি শইকীয়াদেৱে বিষ্ণু দাসদেৱক অসমৰ ৰাইজৰ আগত চিনাকি কৰাই দিয়াৰ বাবে আন্তৰিক ধন্যবাদ জনালো ...🙏
Añe ajóñ khílpik raíjór major sínakí diat nitumónidak dhoñybad jonalu
প্ৰকৃত শিল্পী গৰাকীলৈ শ্ৰদ্ধা জনালো।
Thanks b
অতি ভাল প্ৰচেষ্টা
সুন্দৰ সৎ ভাৱনা আগুৱাই যোৱা শিল্পীজনৰ. চৰনত সেৱা জনালো।
এওঁলোক হে আচল শিল্পী
ধন্যবাদ জনাইছো। উজ্বল ভবিষ্যত কামনা কৰিলো।
বিষ্ণু দাৰ কণমানি গাম ৰ লগত 1998 মানত ওলোৱা লোকগীত ৰ কেছেট বহুত জনপ্ৰিয় হৈছিল
সামাজিক মাধ্যম প্ৰতিদিন টাইম ৰ সম্পাদক নিটোমনি শইকীয়াৰ শলাগ ললোঁ।লগতে শুকণ্ঠ শিল্পী বিষ্ণু দাস লৈ আন্তৰিক অভিনন্দন
আৰু শুভেচ্ছা জনালো!ভগৱানে আপোনাক আগুৱাই যোৱাত স হায় কৰক!
অতি সুন্দৰ ।
সুন্দৰ অতি সুন্দৰ পুণৰ শুভেচ্ছা জনালোঁ
বহুত ভাল পালোঁ।
ধন্য বাদ জনাইছো উজ্জল ভবিষৎ কামনা কৰিলো
বিষ্ণু দাসলৈ আন্তৰিক অভিনন্দন জনালোঁ।
মনত পৰিছে বহু আগতে শুনা এই মাত আৰুগীত।
কণ্ঠৰ পৰিসৰ🙏 উফ্ফ
Bahut sandur kantha ,bhal lagil.
অতি সুন্দৰ কন্ঠ 🎉🎉🎉🎉
।oo
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏
বৰ ভাল লাগিল, শ্ৰদ্ধাৰ নিতুমণি ককাইদেউ,কুকুদ ককাইদেউক বহুত ধন্যবাদ জনাইছোঁ।
❤❤ বঢ়িয়া .......
সুন্দৰ বিষ্ণু ।
Val lagil apunar anuthan sai
Sir, aw ajon hosake mohan monor
Gayok hoi, bhakhare bujabo nuwari,
EMAN bhal lagise....👋👋👋
Bor bhal lagil anuthanti . Ekhat xokolei hol xosa arthat silpi .Aantorik dhainyabad jonalu .
সুন্দৰ পদক্ষেপ দাদা ।
I am feeling happy for nitumoni sir❤
ভগৱানে মঙ্গলে ৰাখক।
Vishnu Das is real Artiest, He will be real hero.
প্ৰণাম জনাইছো
Bishnu da apunak salute. Nitumoni da ku salute janaisu. God bless you Bishnu da. Nitumoni da bjp, congress r merpesot Bondi hoi bohut Chanel bikri hoi gol, jatiy songathanor kotha badei diyok. Apuni jate bikri najai. Jatiy songathanor asol sarup aji lahe lahe ulai porise kune dinot dharna diye rati welcome kore, raizok lolipop di jatiy satra k Montri, MLA r logot rati 5 star hotel t party kori bikri hoi sompotir pahar gohi jati raikhyar kotha koi.
কৃষ্ণ বিষ্ণু দাসৰ লগতে ষ্টুডিঅ'ত থকা সমস্ত জনক ধন্যবাদ
স চা কৈ এটা মনোৰম অনুষ্ঠান নিতোমণি চাৰ
খুব ভাল লাগিল চাই ❤❤❤
বিষ্ণু দাস ডাঙৰীয়াৰ কণ্ঠত সঁচাকৈ যাদু আছে
Very nice god bless you 🙏🙏🙏
Nice
Gòd bless you
Thanks you
Vall lagil❤🙏🙏
Nitumoni saikia dagoriyak antorik dhanyabad gyapon koriso ene ejon prakit shipik prakit sthan diyar babe aditiy konthar adhikari teu
এওঁলোকহে প্ৰকৃত পিল্পী ।
Very nice 👍
❤❤❤❤❤❤
Nitumoni sir 🙏 jonalu bor hundor anusthan eta upabhug korilu eia hosa hear silpi teoloi 🙏jonaisu aru kukholey thakok
ati hundor 🙏🤗
ভগৱানে তেখেতক সু-স্বাস্থ্যৰে ৰাখক আৰু অনুস্থান পৰিবেশন কৰা প্ৰত্যেক জন সদস্যক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ
bor bhal lagil.bishnu da r nisina lokogeet r silpi assamt hoito khub kom ulab.
Bishnu Dada lokget vl lage.
I love Anuraag da ❤
🤘🤘
Bor sundor onushthan...
Very nice tune
Very nice god blese you
Dhoiniobad ,hundor hoise
🤘🤘🤘🤘
Bahut val lagil
Bhut val lagisa krisna
Ft
Da, bhut bhal lagil, appunak bhagwaan ne aru ahgaloi loi zahuk
Saikia dangoria aapunak bahut Dhanyabad ,Ane Matir gundha biyopua Hilpeek amak chinaki korai file,
🙏🙏🙏🙏🙏🙏🙏
বি দাস ভাল লাগিল, তাহানি দিন বিলাকলৈ মনত পৰিছে
❤❤❤❤❤❤❤❤❤❤❤❤❤
Arma Dada Vishnu Dada vl pau
Nice Bisnu dada
Ultimate
Nitu da val lagil
Ajir pora bohut bosoror agotei Bishnu das k majulite oti antorongo vabe log paisilo. Bohut bohut xuvokamona jonaloo moromor shilpi gorakik. Vogobane teok kushole,mongale Rakhok.
Very nice
Next .c.m must be three gogoi
Bahut barhiya kanthar goraki moi nahalagi nowarilo.
Bhut dhuniya lagil
🔥🔥🔥🔥
❤️
🙏🙏🙏
Bishnu das. Unati. Kamana. Karilu..
Assamiya janapriya news channel pratidin timer Mukhya sampadak Priya Nitumoni Saikiaie ' Abhimat ' anusthantot Majulir Loksangitar silpi saturbid Priya Bishnu Dasr prativar ji alokpat karile khadai baho bhal lagil,bhabisat otjjal howar kamana kariso.
Bahut dhuniya bhagot path kore...gita path bahut dhuniyake path kore
Bahut hundar
নিতু,ছাৰ,আপোনালৈ,ব
পপ
Manibo logia kontho
Ami ❤🎉😢😮😮🎉a
Okmya
বাঁহী বাদক bawal লাগিছে
Boos gaan
Mishing homajor manubure kiyo hei manujomnor kota hunibo nalage
Tiniu jonoloi khuvessa jonalu
.
Manipuror ghatanar babe hepah nai.
11:44
Ki kom krisma
ভগৱানে মঙ্গল কৰক