জনপ্ৰিয় সাংবাদিক নিতুমণি শইকীয়াৰ সময়োপযোগী অভিভাষণ||Nitumoni Saikia Abhibhakhan||Live At Khonamukh||

แชร์
ฝัง
  • เผยแพร่เมื่อ 4 พ.ค. 2022
  • জনপ্ৰিয় সাংবাদিক নিতুমণি শইকীয়াৰ শৈক্ষিক আৰু সামাজিক বিষয়ত সময়োপযোগী অভিভাষণ।
    স্থান-খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়-হীৰক জয়ন্তী উৎসৱ ২০২২বৰ্ষ
    জিলা-শিৱসাগৰ
    Please Share &Subscribe Sumit Saikia Official.
    #NitumoniSaikia#Bhakhan#SumitSaikia_Official
  • เพลง

ความคิดเห็น • 278

  • @bhrigukalita6479
    @bhrigukalita6479 2 ปีที่แล้ว +5

    সচা কথা কৈছে নিতুমণি দাদা জনে ভাল লাগিছে শুনি

  • @___angel____________
    @___angel____________ 2 ปีที่แล้ว +3

    সুন্দৰ বক্তব্য। বহু ভাল লাগিল আপোনাৰ যুক্তিপূৰ্ন ভাষন।

  • @shubhrangshudeb5886
    @shubhrangshudeb5886 2 ปีที่แล้ว +4

    এককেবাৰে সত্য প্ৰতিবেদন। ধন্যবাদ।

  • @smshafiqulislam2239
    @smshafiqulislam2239 2 ปีที่แล้ว +5

    অতি সুন্দৰ আৰু সময়োপোযুগি ভাষণ।

  • @rakhyakkubeer99
    @rakhyakkubeer99 2 ปีที่แล้ว +17

    চকুৰ আগত সকলোবোৰ দেখিছো।নিতুমণি দা আপুনি ১০০%সত্য কথা কৈছে।

  • @hemontasaikia5715
    @hemontasaikia5715 2 ปีที่แล้ว +4

    সুন্দৰ ভাষণ. একেবাৰে সচাঁ কথা.

  • @user-hd8zy8xg2s
    @user-hd8zy8xg2s 27 วันที่ผ่านมา +1

    সুন্দৰ বক্তব্য

  • @purabidas2186
    @purabidas2186 2 ปีที่แล้ว +9

    চৰকাৰী বিদ্যালয় বোৰত এনেকুৱা কিছুমান অদৰকাৰী কাম জাপি দিয়া হৈছে বিদ্যালয় বোৰত শিক্ষাৰ পৰিবেশ নাইকিয়া হৈ গৈছে...প্ৰতিভাবান শিক্ষক সকলে শাকপাচলিৰ বজাৰ কৰি..দূপৰীয়াৰ আহাৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে ৰান্ধনি কামত ব্যস্ত থাকে...যিবোৰ কামৰ বাবে বহুত চোকা শিক্ষকৰ প্ৰয়োজন নাই...যিকোনো মানুহেই সেই কাম কৰিব পাৰে...

  • @dheerajsfunnyvidio7424
    @dheerajsfunnyvidio7424 2 ปีที่แล้ว +8

    সুন্দৰ মন্তব্য আগবঢ়ায়ছে ।🙏🙏🙏🙏🙏🙏🙏

  • @anilchandrabiswas8620
    @anilchandrabiswas8620 2 ปีที่แล้ว +4

    কি সুন্দৰ সময় উপযোগী বিশ্লেষণ, আপ্লুত হৈছো।এনেকুৱা আত্ম বিশ্লেষণৰ আমাৰো প্ৰয়োজন আছে বুলি মাই ভাবো।নহলে ............আমাৰ মাননীয় মূখ্যমন্ত্ৰীৰ ভবিষ্যত বাণী সত্যত পৰিণত হব গৈ।

  • @rajanideori5519
    @rajanideori5519 2 ปีที่แล้ว +3

    সুন্দৰ ভাষণ, এনেবোৰ গঠন মূলক ভাষণ সছাই বৰ প্ৰয়োজন অ' ণিতুমণি ।ভৱিষ্যতেও আশা কৰি থাকিম ।

  • @lokeswargogoi1878
    @lokeswargogoi1878 2 ปีที่แล้ว +6

    ভাষণটো শুনি প্ৰায় সকলো দৰ্শক -শ্ৰুতাই শলাগ জনাইছে । ময়ো তেখেতৰ সাহসিকতা-স্পষ্টবাদিতাক কোটি প্ৰণাম জনাইছোঁ । শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত প্ৰথমৰ পৰাই উপযুক্ত প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়াৰ ব্যৱস্থা নাছিল । ব্যক্তিগত খণ্ডৰ বিদ্যালয় স্থাপন অন্যতম কাৰণ ১৯৯৬ চনৰ চৰকাৰে নিযুক্তি নিবনুৱা অনুপাতত দিব পৰা নাছিল । শিক্ষক নিযুক্তিত গুৰুত্ব দিছিল দলীয় কৰ্মীকহে । মেধা
    প্ৰয়োজনীয়তা নাছিল । বাস্তৱ ক্

  • @nijoraboruah6202
    @nijoraboruah6202 2 ปีที่แล้ว +13

    অতি সুন্দৰ যুক্তিসংগত কথা ।মইও লক্ষ্য কৰিছো এই কথা ।হেপাহ থকা আন্তৰিকতা থকা যোগ্য ব্যক্তিয়ে নিযুক্তি নেপায় !টকা থাকিলে চোৰেও চাকৰি পায় !

  • @shamsunnahar7945
    @shamsunnahar7945 2 ปีที่แล้ว +10

    সময় উপযোগী সুন্দৰ বিশ্লেষণ।

  • @babitagogoi1834
    @babitagogoi1834 2 ปีที่แล้ว +6

    আপোনাক বহুত বহুত ধন্যবাদ দিছো চাৰ

  • @binagogoi3153
    @binagogoi3153 2 ปีที่แล้ว +13

    এজন সাহসী সাংবাদিক ৷

  • @phanidhardwarik152
    @phanidhardwarik152 ปีที่แล้ว +1

    সুন্দৰ বক্তব্য ৷তেখেতৰ বক্তব্যত সাৰমৰ্ম প্ৰকাশ পাইছে ৷তাক কিন্ত মানিব লাগিব ৷তেখেতলৈ ধন্যবাদ জনালোঁ

  • @pronitabordoloi1254
    @pronitabordoloi1254 2 ปีที่แล้ว +19

    সত্যকথাৰূপী ফুলেৰে ভৰা সময়োপযোগী অভিভাষণে আপ্লুত কৰিলে আৰু কামনা কৰোঁ এই ভাষণে চৰকাৰ , শিক্ষাবিভাগ , শিক্ষক , অভিভাৱক - অভিভাৱিকা সকলোৱে শিক্ষা লওঁক ।

    • @tikusarmah1910
      @tikusarmah1910 2 ปีที่แล้ว

      😃😄😄😄😄😄😄😄😄😄😄😉😡😡😢

    • @axomiya12lora
      @axomiya12lora ปีที่แล้ว +1

      আমি আ পোনাৰ লগত এক মত🙏

  • @krishnaliboravlogs9024
    @krishnaliboravlogs9024 ปีที่แล้ว +2

    Sir bor dhuniya Kotha koisa

  • @anjanakakoti6306
    @anjanakakoti6306 2 ปีที่แล้ว +3

    সুন্দৰ আৰু মনোগ্ৰাহী ভাষণ ।

  • @rashmiborah1103
    @rashmiborah1103 2 ปีที่แล้ว +8

    বৰ সুন্দৰ ভাষণ বহুত চিন্তাৰ বিষয় হৈ পৰিছে 🙏

  • @mithilapegu1045
    @mithilapegu1045 ปีที่แล้ว +1

    Akebare hsa. Thanks

  • @sumihandique4293
    @sumihandique4293 2 ปีที่แล้ว +6

    যুক্তি থকা বত্তৃতা👌👌

  • @atulokalita4134
    @atulokalita4134 2 ปีที่แล้ว +1

    অতি সুন্দৰ চিন্তা চৰ্চা। ধন্যবাদ

  • @tikendrakrnath6953
    @tikendrakrnath6953 2 ปีที่แล้ว +17

    সুন্দৰ ভাষণৰ বাবে ধন্যবাদ বন্ধু। আপুনি ভাষণত অপ্ৰিয় সত্য উদঙাই দিয়াত সফল হৈছে। আশাকৰোঁ ইয়াৰ পৰা সকলোৱে কিছু শিক্ষা লৈ উপকৃত হ'ব।

  • @খৰিচা
    @খৰিচা 2 ปีที่แล้ว +17

    সছা কথা কৈছে sir,, চকুৰ আগতেই দেখি আহিছোঁ তেনেকুৱা স্কুল,,আজিও...

    • @anjudadhora7839
      @anjudadhora7839 2 ปีที่แล้ว +2

      Sir,Apunar dare hosa Kota kuwa.Stata-nisthaban abhivabokk bisaru .

    • @MitaliBora-ml1ck
      @MitaliBora-ml1ck 8 หลายเดือนก่อน

      ❤👍👌

  • @abanideka8494
    @abanideka8494 7 หลายเดือนก่อน

    সম্পূৰ্ণ শুদ্ধ আৰু যুক্তি পূৰ্ণ কথা কৈছে ।ধন্যবাদ ।

  • @binadutta5605
    @binadutta5605 2 ปีที่แล้ว +2

    Apunar bhakhonor babe bout bohut dyoinobad, God bless you,

  • @birenbaishyabaishya9005
    @birenbaishyabaishya9005 2 ปีที่แล้ว +8

    ্অতি চিন্তাৰ বিষয় । নিতুমনি ছাৰ আপোনাৰ সুন্দৰ ভাষন শুনি সচাঁকৈ হোমেন বৰগোহাঞি ছাৰলৈ মনত পৰে সদাই সত্য। সদাই সঁচা।

  • @phunuburagohain1131
    @phunuburagohain1131 2 ปีที่แล้ว +12

    সুনদৰ অভিভাষণ আপোনাৰ জীৱন টোদীঘাও হওয়া🙏💐🙏

    • @babuborahvlog500
      @babuborahvlog500 2 ปีที่แล้ว +1

      সুন্দৰ কথা কৈছে

  • @subhajithazarika9786
    @subhajithazarika9786 2 ปีที่แล้ว +2

    অতি সুন্দৰ বিশ্লেষণ।

  • @northeastnewsky-919
    @northeastnewsky-919 2 ปีที่แล้ว +10

    সচাঁকৈ এক গুৰুত্বপূৰ্ণ কথা ❤️❤️❤️

  • @riyangdash1697
    @riyangdash1697 2 ปีที่แล้ว +13

    বহুত সুন্দৰ ভাষণ,,আপোনাক ধন্যবাদ ছাৰ🙏🙏🙏

  • @adivasifm8103
    @adivasifm8103 2 ปีที่แล้ว +1

    আপুনি অতি সুন্দৰ আৰু সত্য কথাখিনি দাঙি ধৰিলে৷ধন্যবাদ৷

  • @nibasnath2061
    @nibasnath2061 2 ปีที่แล้ว +5

    সুন্দৰ ভাষন🙏😊

  • @mintisonowal6230
    @mintisonowal6230 4 หลายเดือนก่อน

    Netumoni tumar Esposhto badhetak nomoskhar❤

  • @binahzarika6477
    @binahzarika6477 2 ปีที่แล้ว +3

    সুন্দৰ ভাষন ধন্যবাদ

  • @anjanaduttakalita244
    @anjanaduttakalita244 2 ปีที่แล้ว +5

    You are right sir... Thank you so much.

  • @nibirg.kvlogsandsingandson5642
    @nibirg.kvlogsandsingandson5642 2 ปีที่แล้ว +6

    অতি সুন্দৰ ভাষণ ছাৰ। আপোনালৈ বহুত বহুত ধন্যবাদ।

  • @haripadnath1039
    @haripadnath1039 2 ปีที่แล้ว +1

    Bahut bhal lagice apunar bhasan Suni thank you dada

  • @rojoniprovabaruah5461
    @rojoniprovabaruah5461 2 ปีที่แล้ว +4

    এই ভাষনটো বিদ্যালয়ৰ পাঠ্যপুথিত অসম চৰকাৰে অন্তৰ্ভুক্ত কৰিব বুলি আশা কৰিলোঁ। বা ইয়াক ডাঙৰ ডাঙৰ আখৰেৰে প্ৰতিখন বিদ্যালয়ত আৰি ৰখাৰ ব্যৱস্থা কৰক। কাৰন ই সময় উপযোগী হৈছে। জাতীয় চেতনাৰ উন্মেষ ঘটাইছে।নীতুমনি শইকীয়া দেৱলৈ অজস্ৰ🙏🙏🙏

  • @sobiphukan2279
    @sobiphukan2279 ปีที่แล้ว +1

    Thank you so much nitumoni Sir bohut dhuniya kotha koise

  • @rajupreti
    @rajupreti 2 ปีที่แล้ว +2

    একদম সত্য কথা। আজি যি অৱস্থা আমাৰ সমাজৰ হৈ আছে তাক পুৰ্ন ৰুপত দাঙি ধৰিছে নিতুমনি ডাঙৰীয়াই । তেখেতৰ সাহস মানিব লাগিব ।

  • @mamoniboruahsaikia5631
    @mamoniboruahsaikia5631 2 ปีที่แล้ว +1

    আপোনাৰ সাহসক চালাম । সুন্দৰ লাগিল শুনি ।

  • @prasantakumargogoi6867
    @prasantakumargogoi6867 2 ปีที่แล้ว +7

    সভাখনত উপস্থিত থাকি বহুত উপকৃত হলো ৷

  • @ritasaikia2982
    @ritasaikia2982 2 ปีที่แล้ว +1

    Bohut bohut dhannyabad sir apunar bhakhone sarkari biddyalor hikhokh utkhah pabo

  • @bandanahazarika9440
    @bandanahazarika9440 2 ปีที่แล้ว +1

    এটা বাক্যত --- ধন্যবাদ ' নিতুমনি। মোৰনাতি -নাতিনী হতলৈকো চিন্তা হৈছে।

  • @d.d.channel7265
    @d.d.channel7265 2 ปีที่แล้ว +3

    Many many Thanks.

  • @rakhyakkubeer99
    @rakhyakkubeer99 2 ปีที่แล้ว +4

    জালুকবাৰী সমষ্টিৰ গন্ধমৌৰ বঙলাঘুলী বিদ্যালয়ত তেনেকৈয়ে নিযুক্তি দিছে কংগ্ৰেছৰ দিনত লাৱণ্য নাথক।দলিবাৰী হাইস্কুলৰ শিক্ষক ডিগাম্বৰ নাথৰ পত্নী।এতিয়াও শিক্ষকতা কৰি আছে সেইখন বিদ্যালয়ত।হাড়া-মূৰা একো নাজানে।তিনিবাৰ মান মেট্ৰিক ফেইল কৰিছে।এতিয়া তেও ৪০/৫০হেজাৰ টকা দৰমহা লৈ আছে।মই সাহসী হৈ লিখিছো ইনকুৱাৰী কৰক।

  • @ranjitbora734
    @ranjitbora734 2 ปีที่แล้ว +1

    এই ব্যক্তি জনৰ কণ্ঠত সছাকৈ সৰস্বতী য়ে বাস কৰি আছে।

  • @dipankarbora882
    @dipankarbora882 2 ปีที่แล้ว +1

    ব ৰ ভাল লাগিল আপোনাৰ দৰে মানুহ বিৰল আপোনাৰ ভাষণ বৰ ভাল লাগিল বহু ত বহু ত ধন্যবাদ ভগবানে আপোনাক কুষল কামনা কৰক ধন্যবাদ

  • @pabitrobasumatary5104
    @pabitrobasumatary5104 2 ปีที่แล้ว +1

    Apuni right kotha koise sir cm aru education ministare apunar vidio sai bujibo lagisil

  • @unknowngeofacts
    @unknowngeofacts 2 ปีที่แล้ว +3

    Ekdom perfect kotha koise sir, Moi nije pohi ahisu ene bidyalay t

  • @ranamrongchitim4556
    @ranamrongchitim4556 2 ปีที่แล้ว +1

    Hoi Saikia Sir, apunar logot muru ekmot aru apunar hoitohoitota toaatha muilowan bhakshonor karone oheksh dhoinobad aru apuni ye ejon huyugya aru mohan byokti hisabe obhihit kori apunar bhobishoto jivonor hukhor aru hupholor kamona korilu..
    Bohut3 dhoinobad .

  • @hemantamorang3347
    @hemantamorang3347 2 ปีที่แล้ว +8

    বহুত ভাল লাগিল নিতুমনিৰ শিক্ষা জগতৰ কেৰুন থকা বিশ্লেষন ধৰ্মী বক্তৃতা। আগলৈ এনে ধৰণৰ মঞ্চৰ পৰা আৰু বক্তৃতা শুনিবলৈ পাম ।🙏👍

  • @AjitRabha-qo8rb
    @AjitRabha-qo8rb 6 หลายเดือนก่อน +1

    Ki Mozza Lechher

  • @protimasarkarsarkar1295
    @protimasarkarsarkar1295 หลายเดือนก่อน

    Absolutely correct thnx so much sir.

  • @duluborgohain6405
    @duluborgohain6405 2 ปีที่แล้ว +2

    100 percent correct.This is not a lacture, this is the truth.

  • @anantamazumdar133
    @anantamazumdar133 2 ปีที่แล้ว +3

    Practically a bold & true analysis on educational status as well as standard of da Govt. and Govt.-aided schools of our Assam.

  • @dubbingvideodk2540
    @dubbingvideodk2540 ปีที่แล้ว +1

    Vall kotha koise nitumoni kokai

  • @cosmicyt2582
    @cosmicyt2582 2 ปีที่แล้ว +1

    Dada bahut bahut thanks you

  • @user-id4ov8zs9f
    @user-id4ov8zs9f 2 ปีที่แล้ว +2

    বহুত সুন্দৰ।

  • @prabinkalita9077
    @prabinkalita9077 2 ปีที่แล้ว +1

    বহু ত ভাল লাগিল চাৰ আপোনাৰ কথা খিনি

  • @batenmondal9948
    @batenmondal9948 2 ปีที่แล้ว +2

    Very Excellent Nitumoni Sir

  • @prabinsonowal1351
    @prabinsonowal1351 2 ปีที่แล้ว +5

    Nitu da ur deliveration is based on facts and truths which is very inspirable and awakening for every responsible citizen of Assam. Thanks a lot.

    • @kamalmurah6146
      @kamalmurah6146 2 ปีที่แล้ว

      wwe
      Wwre
      wwe

    • @tikusarmah1910
      @tikusarmah1910 2 ปีที่แล้ว

      @@kamalmurah6146 😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄

  • @rekhadas4950
    @rekhadas4950 2 ปีที่แล้ว +1

    Good val lagil huni

  • @nayanmanibaruah9499
    @nayanmanibaruah9499 2 ปีที่แล้ว +1

    Bhut dhuniya lagil ..xuni ..

  • @putulborah8624
    @putulborah8624 2 ปีที่แล้ว +1

    স ম য় উ প যোগী সুন্দৰ ভাস ন

  • @Asthaspage10
    @Asthaspage10 2 ปีที่แล้ว +25

    অতি চিন্তনীয় অৰু মননশীল সুন্দৰ ভাষণ ।অপ্ৰিয় সত্য। 🙏🏻🙏🏻

  • @krishnakantaneog11
    @krishnakantaneog11 2 ปีที่แล้ว +1

    বৰ ভাল কথা কৈছে ! বৰ দৰকাৰী ভাষন দিছে,

  • @motlebhussainmondal880
    @motlebhussainmondal880 2 ปีที่แล้ว +1

    C M sir এ ঠিকেই কৈছে। শিক্ষক সকলে নিজে শিক্ষকতা তেওঁ লোকৰ কৰ্ম নভাবি চাকৰি বুলি ভাবে। তাৰবাবে তেওঁ লোকে real অনুশীলনৰ পৰা আঁতৰি থাকে। আপুনি ঠিকেই কৈছে ।

  • @archinaakand5547
    @archinaakand5547 2 ปีที่แล้ว +2

    Thank you so much Nitumoni sir

  • @rituborah4966
    @rituborah4966 2 ปีที่แล้ว +1

    Tik kotah koisy dada apuni 🙏🙏🙏🙏👌👌👌👌

  • @maharnablekharu9979
    @maharnablekharu9979 2 ปีที่แล้ว +1

    Apunar role gom paiso During CAA, speach di hero hoise

  • @pithulalung3533
    @pithulalung3533 2 ปีที่แล้ว +1

    election xelok mur vot apunar

  • @saytanathtamuli9975
    @saytanathtamuli9975 2 ปีที่แล้ว +1

    সচা কথা নিতুমনি দা দা

  • @girishpegu2390
    @girishpegu2390 2 ปีที่แล้ว +2

    Nokk'mpin ang kinne' taniko ngolum laidag আপোনাৰ নিচিনা বুজাব জনা মনোহক আমাক লগে

  • @sanjaychakravorty393
    @sanjaychakravorty393 2 ปีที่แล้ว +1

    Nitumoni Sir or logot ekmot. Hottyak janu micha kothare dhakibo pari. Upodhukon di sikkha bebosthak ketiao unnoti koribo nuwari . Axomok ek srenirr rajnoitik netai Hikhkhya bebosthak dhonghor pine theli dichil. Nitumoni Saikia sir a hocha karubar karone opriyo kotha koy beleg kunubai beya pabo pare kintu Sanjay Kr. Chakraborty ye 100% support kore. Hehot moi Nitumoni Sirok jonao jey moiu Narayanpuro goichu aru moi Lakhimpur district orei. Hampurna motamot mur antoror logot miliche. Hehot nomoskar jonaichu aru apunar dirghayu kamona kori lu.

  • @abinashboruah953
    @abinashboruah953 2 ปีที่แล้ว +8

    100%সঁচা কথা কৈছে আপুনি

  • @alokboruah7775
    @alokboruah7775 2 ปีที่แล้ว +7

    মই ভাবো এই বক্তৃতাক এটি বিশদ ভাবে পযালোচনাৰে অসমৰ গাঁৱে ভূঞে, নগৰ -চহৰে ৰাইজৰ মাজলৈ লৈ যোৱা হওঁক ।

  • @himjyotidas3426
    @himjyotidas3426 2 ปีที่แล้ว +1

    ভাল কথা আৰু সঁচা কথা কৈছে

  • @rumibegum611
    @rumibegum611 2 ปีที่แล้ว +2

    Aponar kotha khuni b vl lage sir 🙏🙏.aponak log p b esha jai sir

  • @dipjyotiborah5756
    @dipjyotiborah5756 2 ปีที่แล้ว +1

    Excellent sir।।।👍👌

  • @puspabora9848
    @puspabora9848 2 ปีที่แล้ว +1

    Xosakoi bor xundor bhakhon agbohale....... Bhut bhal lagil xuni 🙏🙏🙏

  • @binukarki6651
    @binukarki6651 2 ปีที่แล้ว +1

    Akebare satya katha sir thank you God bless you

  • @dirashkuli4328
    @dirashkuli4328 2 ปีที่แล้ว +1

    বহুত ভাল লাগিছে

    • @tikusarmah1910
      @tikusarmah1910 2 ปีที่แล้ว

      😃😃😯😃😃😯😐😄😄😄😄😄😄😄😄😄

  • @AjitRabha-qo8rb
    @AjitRabha-qo8rb 6 หลายเดือนก่อน

    Kiiman mozza

  • @B3rryxy
    @B3rryxy 2 ปีที่แล้ว +1

    100/ correct observations...🙏

  • @harichandranath671
    @harichandranath671 2 ปีที่แล้ว +4

    Excellent lecture

    • @tikusarmah1910
      @tikusarmah1910 2 ปีที่แล้ว

      😄😄😄😄😄😄😄😄😄😄

  • @user-gm1rj8nb5q
    @user-gm1rj8nb5q 10 หลายเดือนก่อน +1

    SirArthat mur Baby Apuni Bohut Bhal Loga Aru Apunar Lagotyal Amar Hikha Anush Thanor Bikoay Kuwa Kotha Bilak Bohut Bhal Lagil.Apunar Utjol Kamona Korilu. Dhaino Bhat Dada. Bhul Hoisy Jodi Khima Koribo.

  • @nitugogoi8445
    @nitugogoi8445 2 ปีที่แล้ว +3

    You r right sir

  • @biranpagu8262
    @biranpagu8262 2 ปีที่แล้ว +3

    Great speech.👌👌👌🙏🙏🙏💪💪💪

    • @tikusarmah1910
      @tikusarmah1910 2 ปีที่แล้ว +1

      😃😃😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄

    • @tikusarmah1910
      @tikusarmah1910 2 ปีที่แล้ว +1

      Ba 😐😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄

    • @tikusarmah1910
      @tikusarmah1910 2 ปีที่แล้ว +1

      😄😄😄😄😄😉😉😯😯😐

  • @dipanjalisaikiahm4408
    @dipanjalisaikiahm4408 2 ปีที่แล้ว +2

    You are right dada

  • @ranjumonibaruah2971
    @ranjumonibaruah2971 2 ปีที่แล้ว +1

    Bahut bhal lagel .moi apunar hoty akmot.

  • @HarishChaliha
    @HarishChaliha 7 หลายเดือนก่อน

    Habutam ,Satya voice Nitumoni sir.

  • @user-oh4kc4uj3r
    @user-oh4kc4uj3r 4 หลายเดือนก่อน

    Yes Yes yes

  • @rajibboruah4016
    @rajibboruah4016 2 ปีที่แล้ว +1

    Hundor lagil

  • @horengogoi44
    @horengogoi44 2 ปีที่แล้ว +2

    Thank you so much

  • @SechonTaw-rv2mz
    @SechonTaw-rv2mz 6 หลายเดือนก่อน

    Thank you

  • @urmilagogoi7564
    @urmilagogoi7564 2 ปีที่แล้ว +1

    You are right sir , God bless you ..🙏🙏🙏